Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সুন্দৰ অভিনয়। পুতেক তেনেকুৱা হলেহে বোৱাৰী চিধা হব।
সুন্দৰ অভিনয়, আজিৰ দিনত এনেকুৱা পুৰুষ নাই।
সুন্দৰ 🙏
বাস্তৱত মানৱ সমাজৰ মাজত ঢলি থকা, চিত্ৰনাট্য য়ে ,মন ভৰি গ'ল। নাট্য খনত অভিনয় কৰা শিশু শিল্পী আৰু সমূহ অভিনেতা/অভিনেত্ৰী লৈ আন্তৰিক শ্ৰদ্ধা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ।আগলৈ আৰু সামাজিক জীৱনৰ লগত বাস্তৱিত হোৱা চিত্ৰনাট্য চোৱাৰ অপেক্ষাত ❤🎉
মতামত জনোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ
This.drama.is.very.good.to.see.oldmano.or.his.famely.in.his.life@@ONLINERamHazarika
বহুত বহুত ধন্যবাদ আজিৰ সমাজত এনেকুৱা এশৰ ভিতৰত পঞ্চাচ জন এনে ব্যক্তি থকাহেঁতেন ধূনীয়া অভিনয়
অশেষ ধন্যবাদ
অতি সুন্দৰ বাস্তব চবী এখন ফুটি উঠিছে।
ধন্যবাদ
বহুত ধুনীয়া হৈছে। বৰ ভাল লাগিল।প্ৰকৃত এক সত্য প্ৰকাশ, দুখ লাগিল চাই। কিছু সময় নিৰাশ হৈ পৰিলোঁ।
Need to such type one act play
Xundor abhinoy bhut bhal lagil 🙏❤️🙏
ইমান সুন্দৰ মন্তব্য কৰাৰ বাবে ধন্যবাদ
Bohut val lagil bortoman Koli jug
Bahut bahut Bahut Besi Dukh Lagil Krishna Krishna Krishna 🙏🙏🙏
Thank you
Val lagil. Guteikhon salu ram da
😂
😮😮😮😢😢❤❤❤❤❤
বহুত দুখ লাগিল চৱি খন চাই দুধাৰি চকু পানী নিগৰিল আজি সমাজত এনেকোৱা ঘতনা নাই বুলি কৱ নোৱাৰি আমি কৰা নাই আমাকো লৰা ছোৱালীয়ে নকৰিব মানে নাই শত্রুকো তেনে আচৰন নকৰক প্রভু 🙏🙏🙏
ধন্যবাদ বাইদেউ৷আপোনাৰ কমেন্টে মোক উৎসাহিত কৰিছে৷চাই থাকিব
Thikai korise putrai enekuwa putra hobo lage. Bht. Dukh lagise
মতামতৰ বাবে ধন্যবাদ
কাহিনীটো চাই বৰ" ভাল লাগিল ও বেচ সময়োপযোগী হৈছে।
Pise ata Katha deuta gusi aahib nalagisi putra ahaloi bat sai bahirot bohi toka hoi aru batoruwa Dada jone bhal kam korile thanks manobota xeya
সুন্দৰ কাহিনী ভাল লাগিল ।
ধুনীয়া হৈছে
thank you
সঁচাকৈ খুবেই দুখ লগা কাহিনী।
Thik korise anekua putro jodi. proyek maa deutar hakile hoi Vidhya ashromor proyujon nohole hoi. Videotu sai val dukhu lagil
Val lagil
বৰ দুখ লাগিল. ❤
বশুত দুখ লাগিল
Bohut xundar❤
বৰ দূখ লাগিল!
বহুত ভাল লাগিল ৷
ধন্যবাদ জনাম
সুন্দৰ।
Right
Nice stori. Good
চুটি ছবিখন চালো ! সচৰাচৰ আমাৰ সমাজ জীৱনত এনে কৰুণ কাহিনী আজিও আমাৰ চৌদিশে বিৰাজমান ! এয়া যেন অৱসান হওঁক ,এখন সুন্দৰ সমাজ প্ৰতিষ্ঠিত হওঁক ! কেমেৰা তথা আৱহ সংগীত আৰু শিল্পী সকলৰ অভিনয় সুন্দৰ হৈছে ! শিশুশিল্পীগৰাকীৰ অভিনয়ৰ শলাগ লৈছো ! কাহিনীৰ নামাকৰণত উজুতি খোৱাটো উল্লেখ নকৰি নোৱাৰিলো !
আপোনাৰ মতামতে মোক উৎসাহিত কৰিছে৷ভাল পোৱা বুলি জানি মোৰ মন ভৰি পৰিছে৷অকলেই পৰিচালনা কেমেৰা সম্পাদনা চিত্ৰনাট্য সকলো কৰো৷কেমেৰা নাই৷মোবাইলতে সকলো কৰো৷নামাকৰনত শব্দ এটা খেলিমেলি হ’ল৷ক্ষমাপ্ৰাৰ্থী৷আপুনি অতি আন্তৰিকতাৰে ভুলটো আঙুলিয়াই দিছে৷এনে সমালোচনা প্ৰেৰণাদায়ক৷আপোনালৈ অশেষ ধন্যবাদ৷চাই থাকিব
জীৱনৰ সংগ্ৰামত সকলো শেষ কৰিসন্তানক উপযুক্ত কৰিও যদি এই অবস্থা হয় সচাকৈ অন্তৰ ভাঙি যায়৷
সময়ে উপযোগী ভিডিয
Good ok super idea
সুন্দৰ প্ৰকাশ ভঙ্গীমা
মজাৰ লাগিল দাদা ❤
ধন্যবাদ৷চাই থাকিব৷Subscribe কৰি থ’ব
সুন্দৰ
Camera angle bur change kori kori lobo lagisil..ane val lagil ..
হয়৷ইমান Expart নহয়৷একেটা মোবাইলতে সকলো কৰিছো৷যেনে তেনে কাহিনীটো উলিয়াইছো৷চাই থাকিব৷মতামতৰ বাবে ধন্যবাদ
বৰ ভাল লাগিল। বাস্তবধর্মী হৈছে।
❤❤❤❤
Bahut dukh lagil 😢😢
Bahut dukh lagil 🙏🙏🙏
দুখ পালো
হায় মনবতা
Purushar.sundar.hoise.lora.tenekuwai.hobalage
ধন্যবাদ নাথ
Putror ghoroloi ahi pitrir ki hol bulihe head line hobo lagisil neki
হয় বাইদেউ শব্দটো ভুল হৈ গ’ল৷Sorry
বাস্তৱ ঘটনা,আজি কালি সঘনাই দেখো
Bahut beya lagil😢
Heart touching 😔😔
Tene buwarik suli Kati bate bate ghurab lage kolija fati Jai haram jadi buwari thik korila Dada
Good
Vdotu sai bohut val lagil aru bohut dukh lagil.
বাক্যটো ভুল , পুত্ৰ ৰ ঘৰলৈ গৈ কি হ'ল বাপেকৰ
হয় ভুল এটা হৈ গ’ল৷
Thanku so much for your wishes 😂😂😂😂❤❤❤❤🎉🎉🎉
Anekuya bowario thake vale krise mar atiya vy bni ahise kintu giriyekr deautakk uliya dise bhut dukh lgse 😭😭😭 rakhab noyarilo oly gol baturaya dadajn aponak bhut2 tqxakalore mn jy Putra bowari bahirt thakile grr bastu ni dibloi.kintu bowari ..? Xasy bhut dukh lgl
Comment দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছো৷ভালে থাকক৷
কাহিনীটো ভাল আছিল কিন্তু ভালকৈ প্ৰদৰ্শিত কৰিব পৰাকৈ হোৱা নাই। অন্তৰ চুব পৰাকৈ অভিনয় কৰিব পৰা নাই।
অভিনয় সকলোৱে ভাল পাইছে৷আপুনি ভাল নাপালে৷তথাপি চেষ্টা কৰিম,আগলৈ৷মতামতৰ বাবে ধন্যবাদ৷আগলৈ চাই থাকিব
ইহঁত দুয়োৰে অভিনয় ভাল হোৱা নাই ,বাকী ভাল ।
সকলোৰে অভিনয় ভাল হৈছে বুলি সকলোৱে কৈছে
ধন্যবাদ নাথ ❤
Putra holy anekua hobo lagy
Moii akhon ghoror buwari tothape Mota manuh anekuwa huwatu bisaru.
Good job
Dukhlagise agkali jamana bohut beleg ,upainai,
De police sinipai
Pali police lage
Puteke ahi dekha korile bhal lagile hoi
Bor dukh loga video
ধন্যবাদ বাইদেউ
Bhal lagil Ane buwari nelage
Maathat mal nai.
Dom sa line mar khai bujho
❤❤❤❤❤❤
❤❤❤
thank yoy
Subscribe কৰি থ’ব৷চোৱাৰ বাবে আৰু কমেন্টৰ বাবে ধন্যবাদ
সুন্দৰ অভিনয়। পুতেক তেনেকুৱা হলেহে বোৱাৰী চিধা হব।
সুন্দৰ অভিনয়, আজিৰ দিনত এনেকুৱা পুৰুষ নাই।
সুন্দৰ 🙏
বাস্তৱত মানৱ সমাজৰ মাজত ঢলি থকা, চিত্ৰনাট্য য়ে ,মন ভৰি গ'ল। নাট্য খনত অভিনয় কৰা শিশু শিল্পী আৰু সমূহ অভিনেতা/অভিনেত্ৰী লৈ আন্তৰিক শ্ৰদ্ধা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আগলৈ আৰু সামাজিক জীৱনৰ লগত বাস্তৱিত হোৱা চিত্ৰনাট্য চোৱাৰ অপেক্ষাত
❤🎉
মতামত জনোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ
This.drama.is.very.good.to.see.oldmano.or.his.famely.in.his.life@@ONLINERamHazarika
বহুত বহুত ধন্যবাদ আজিৰ সমাজত এনেকুৱা এশৰ ভিতৰত পঞ্চাচ জন এনে ব্যক্তি থকাহেঁতেন ধূনীয়া অভিনয়
অশেষ ধন্যবাদ
অতি সুন্দৰ বাস্তব চবী এখন ফুটি উঠিছে।
ধন্যবাদ
বহুত ধুনীয়া হৈছে। বৰ ভাল লাগিল।
প্ৰকৃত এক সত্য প্ৰকাশ, দুখ লাগিল চাই। কিছু সময় নিৰাশ হৈ পৰিলোঁ।
Need to such type one act play
Xundor abhinoy bhut bhal lagil 🙏❤️🙏
ইমান সুন্দৰ মন্তব্য কৰাৰ বাবে ধন্যবাদ
Bohut val lagil bortoman Koli jug
Bahut bahut Bahut Besi Dukh Lagil Krishna Krishna Krishna 🙏🙏🙏
Thank you
Val lagil. Guteikhon salu ram da
অশেষ ধন্যবাদ
😂
😮😮😮😢😢❤❤❤❤❤
বহুত দুখ লাগিল চৱি খন চাই দুধাৰি চকু পানী নিগৰিল আজি সমাজত এনেকোৱা ঘতনা নাই বুলি কৱ নোৱাৰি আমি কৰা নাই আমাকো লৰা ছোৱালীয়ে নকৰিব মানে নাই শত্রুকো তেনে আচৰন নকৰক প্রভু 🙏🙏🙏
ধন্যবাদ বাইদেউ৷আপোনাৰ কমেন্টে মোক উৎসাহিত কৰিছে৷চাই থাকিব
Thikai korise putrai enekuwa putra hobo lage. Bht. Dukh lagise
মতামতৰ বাবে ধন্যবাদ
কাহিনীটো চাই বৰ" ভাল লাগিল ও বেচ সময়োপযোগী হৈছে।
Pise ata Katha deuta gusi aahib nalagisi putra ahaloi bat sai bahirot bohi toka hoi aru batoruwa Dada jone bhal kam korile thanks manobota xeya
মতামতৰ বাবে ধন্যবাদ
সুন্দৰ কাহিনী ভাল লাগিল ।
ধুনীয়া হৈছে
thank you
সঁচাকৈ খুবেই দুখ লগা কাহিনী।
Thik korise anekua putro jodi. proyek maa deutar hakile hoi Vidhya ashromor proyujon nohole hoi. Videotu sai val dukhu lagil
Val lagil
Thank you
বৰ দুখ লাগিল. ❤
বশুত দুখ লাগিল
Thank you
Bohut xundar❤
বৰ দূখ লাগিল!
ধন্যবাদ
বহুত ভাল লাগিল ৷
thank you
ধন্যবাদ জনাম
সুন্দৰ।
Right
Nice stori. Good
ধন্যবাদ
চুটি ছবিখন চালো ! সচৰাচৰ আমাৰ সমাজ জীৱনত এনে কৰুণ কাহিনী আজিও আমাৰ চৌদিশে বিৰাজমান ! এয়া যেন অৱসান হওঁক ,এখন সুন্দৰ সমাজ প্ৰতিষ্ঠিত হওঁক ! কেমেৰা তথা আৱহ সংগীত আৰু শিল্পী সকলৰ অভিনয় সুন্দৰ হৈছে ! শিশুশিল্পীগৰাকীৰ অভিনয়ৰ শলাগ লৈছো ! কাহিনীৰ নামাকৰণত উজুতি খোৱাটো উল্লেখ নকৰি নোৱাৰিলো !
আপোনাৰ মতামতে মোক উৎসাহিত কৰিছে৷ভাল পোৱা বুলি জানি মোৰ মন ভৰি পৰিছে৷অকলেই পৰিচালনা কেমেৰা সম্পাদনা চিত্ৰনাট্য সকলো কৰো৷কেমেৰা নাই৷মোবাইলতে সকলো কৰো৷
নামাকৰনত শব্দ এটা খেলিমেলি হ’ল৷ক্ষমাপ্ৰাৰ্থী৷আপুনি অতি আন্তৰিকতাৰে ভুলটো আঙুলিয়াই দিছে৷এনে সমালোচনা প্ৰেৰণাদায়ক৷আপোনালৈ অশেষ ধন্যবাদ৷চাই থাকিব
জীৱনৰ সংগ্ৰামত সকলো শেষ কৰি
সন্তানক উপযুক্ত কৰিও যদি এই অবস্থা হয় সচাকৈ অন্তৰ ভাঙি যায়৷