Chanchala juritir parote dekhilu.( চঞ্চলা জুৰিটিৰ পাৰতে দেখিলোঁ )

Поділитися
Вставка
  • Опубліковано 21 січ 2025

КОМЕНТАРІ • 22

  • @anthony392kfc7
    @anthony392kfc7 Рік тому +2

    Evergreen song....🎵🎵🎵🎵👍👍👍

  • @riturajgogoi8076
    @riturajgogoi8076 Рік тому +1

    কি যে সুমধুৰ গীত #Evergreen_Manoranjan_Gogoi💚

  • @prasantagoswami1477
    @prasantagoswami1477 Рік тому +1

    বহুত মনত পৰে।

  • @kirangogoi4748
    @kirangogoi4748 2 роки тому +3

    বহাগ ধূনীয়া ,বৰ ভাল লগা তেখেতৰ গান ।

  • @MrinalSarmah-x3s
    @MrinalSarmah-x3s Місяць тому +2

    Thanq❤❤❤❤❤❤❤❤hundor vidio😂❤❤❤❤

  • @ranjitboro6437
    @ranjitboro6437 9 місяців тому +1

    Geet.anekowa.honile.kimanje.bhall.lage❤

  • @pranabgohain8287
    @pranabgohain8287 3 роки тому +7

    মোৰ প্ৰিয় কণ্ঠ শিল্পী ।তেখেতৰ আকস্মিক মৃত্যুৱে বৰ দুখ দিলে ।এই গান বিলাক শুনিবলৈকে মই এতিয়াও ফিলিপিছ radio এটা লগত ৰাখিছোঁ ।

    • @probinagogoi3805
      @probinagogoi3805  3 роки тому

      আপোনাৰ মন্তব্যটো পাই বহুত ভাল লগিছে । মনোৰঞ্জন গগৈদেৱৰ ৰেডিঅ'ত গোৱা সকলোখিনি গানেই আপুনি এই চেনেলটোত পাব । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @Shankarspeare
    @Shankarspeare 2 роки тому +2

    আহ!!! মোৰ প্ৰিয় গায়ক আৰু মোৰ সবাতোকৈ প্ৰিয় গীত!

    • @probinagogoi3805
      @probinagogoi3805  2 роки тому

      মতামতৰ বাবে আপোনাক বহত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

    • @Shankarspeare
      @Shankarspeare Рік тому

      অৰিজিনেল ট্ৰেক দিয়াৰ বাবে আপোনাক অন্তৰেৰে ধন্যবাদ জনাইছোঁ। ইয়াৰ মূল্য আমি বুজি পাওঁ।

  • @Shankarspeare
    @Shankarspeare Рік тому +2

    'বিহু তলীলৈ আহিলা' গীতটোৰ অৰিজিনেল ট্ৰেক টো শুনিবলৈ পাম কেতিয়াবা? আশা পুহি ৰাখিলোঁ।

    • @probinagogoi3805
      @probinagogoi3805  Рік тому

      নিশ্চয় দিবৰ বাবে চেষ্টা কৰিম ।

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому +3

    অতিশয় দৰদী কন্ঠ মনোৰঞ্জন গগৈ দেৱৰ। গীতটি শুনি আপ্লুত হলোঁ। এনে এটি চিৰসেউজ গীত আপলোড কৰা বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনাইছোঁ।

    • @probinagogoi3805
      @probinagogoi3805  2 роки тому

      আপোনাৰ মতামতৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @tejasonowal7024
    @tejasonowal7024 3 роки тому +4

    সাংঘাটিক ভাল পাওঁ মই গগৈদেৱৰ গীত ৰেডিঅ' ত শুনা দিনৰে পৰা। তেখেতৰ মৃত্যুৱে বৰ দুখ দিলে.. আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

    • @probinagogoi3805
      @probinagogoi3805  3 роки тому

      আপুনি ৰেডিঅ'ত শুনা তেখেতৰ আটাইখিনি গীতেই এই চেনেলটোত পাব । আপোনাৰ মন্তব্যটো পাই আপ্লুত হ'লোঁ ।অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ‌

    • @somikhadas983
      @somikhadas983 Рік тому

      1223s x4g ebsbtj🎉

  • @depachetia3362
    @depachetia3362 Рік тому

    মোৰ প্ৰিয় শিল্পী গৰাকীৰ আকস্মিক বিয়োগে মৰ্মাহত কৰিৰে

  • @rajibborah2058
    @rajibborah2058 4 роки тому +3

    তাহানীতে ৰেডিঅ' ত শুনা

    • @probinagogoi3805
      @probinagogoi3805  4 роки тому

      হয় , ই তাহানিৰ ৰেডিঅ'ত বজা অতি জনপ্ৰিয় গীত । আপোনাৰ মতামতৰ প্ৰতি ধন্যবাদ জনালোঁ ।

  • @lochonmonigogoi5319
    @lochonmonigogoi5319 Рік тому

    চিৰসেউজ গীত।