অৱশেষত সন্ধান ওলাল অসমৰ জয়মালাৰ 🔴 কেৱল News Liveৰ Screenত মৰমৰ জয়মালাৰ LIVE & SUPER EXCLUSIVE

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • 🔴 অৱশেষত সন্ধান ওলাল অসমৰ জয়মালাৰ
    🔴 কেৱল News Liveৰ Screenত মৰমৰ জয়মালাৰ LIVE & SUPER EXCLUSIVE
    🔴 তামিলনাডুৰ কৃষ্ণন কোভিল মন্দিৰৰ পৰা News Editor Sunil Borah আৰু Senior Camera Person Jayanta Duttaৰ EXCLUSIVE REPORT
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 683

  • @hirashrva2638
    @hirashrva2638 2 роки тому +114

    যিয়ে নহওক হাতীটোক অসমত আনা বেবস্থা কৰক🙏 অসমৰ হাতী অসমক লাগে,,

  • @moinagaming9862
    @moinagaming9862 2 роки тому +35

    হাতী জনি দেখুতেই বেয়া লাগি গৈছিল❤️😍😍 অসমলে লৈ আহিবলৈ অনুৰোধ 🙏🙏🙏

    • @anugogoi7657
      @anugogoi7657 2 роки тому +1

      সচা জয়মালা প্ৰকৃততে হয়নে নহয় জয়মালাৰ আচল গৰাকীজনকলৈ যাব লাগিছিল।জয়মালা সুস্থ হৈ ঘুৰি আহক এয়ে আমাৰ সকলোৰে কামনা।

    • @moinagaming9862
      @moinagaming9862 2 роки тому

      @@anugogoi7657 আৰু বাকি...অসমৰ হাতী বিলাকো অসমলৈ লৈ আহিবলৈ অনুৰোধ কৰিছো🙏🙏

  • @jitudeka1759
    @jitudeka1759 2 роки тому +30

    ভাল লাগিল সুষ্ট অৱস্থাত দেখা পায় ভাল লাগিল হলেও জয়মালাক আমি অসমত বিচাৰোঁ ।

  • @dhanmonikumar5268
    @dhanmonikumar5268 2 роки тому +20

    তামিল ৰ মানুহে হিন্দী নাজানে,
    আৰু আমাৰ অসমত হিন্দী নজনিলেও ভঙা ভঙা হিন্দী মাৰিব, হিন্দী ভাষীৰ আগত

  • @DeepjyotiChutia-un4zc
    @DeepjyotiChutia-un4zc 2 роки тому

    ভগৱানে আমাৰ জয়মালাক সদায় সুস্থ কৰি ৰাখক 🙏🙏🙏
    অসমলৈ ওভোটাই আনিলে আমি সমগ্ৰ অসমবাসীয়ে বহুত বেছি সুখী হ'ম ।।।

  • @ripunjoyboruah3251
    @ripunjoyboruah3251 2 роки тому +85

    সঁচাকৈ জয়মালা হয় নে নহয় তাক প্ৰমাণিত কৰাৰ ব্যৱস্থা কৰি তদন্ত কৰা হওঁক, কি ঠিক বেলেগ এজনী হাতীক যদি জয়মালা নাম দিয়া হৈছে?

    • @ajpachani7320
      @ajpachani7320 2 роки тому +1

      আগৰ ভিডিঅ' টোট দাঁত আছিল এতিয়া কি হ'ল ?

    • @ajpachani7320
      @ajpachani7320 2 роки тому +1

      সন্দেহ হৈছে

    • @deathmachinegaming362
      @deathmachinegaming362 2 роки тому +1

      থিক কৈছে

    • @deuka9545
      @deuka9545 2 роки тому

      Thikei koisa. Aitu hoitu joymala nohobou pare. Assam t news tu besi viral dekhi voyote ehoti beleg hatiu rakhibo pare Joymalar namot. Research team loi meli usit bisar kori joymala hoi ne nohoi so sali jari saihe anibo lage joymalak Assam le.

    • @bipuldas23
      @bipuldas23 2 роки тому

      Hondeh hoise joy mala hoi ne nhoi

  • @jinuburagohain6462
    @jinuburagohain6462 2 роки тому

    সুনীল বৰাদেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো, জয়মালাক সুস্থ অৱস্থাত দেখি ভাল লাগিল, এটা উচিত সিদ্ধান্ত অসম চৰকাৰে নিশ্চয় গ্ৰহণ কৰিব।

  • @shradhanjalisaikia248
    @shradhanjalisaikia248 2 роки тому

    অত্যাচাৰ কৰা বুলি গম পোৱাৰ পৰা মনটো অশান্তি লাগি আছিল।ভালে থাকক জয়মালা।অতি সোনকালে অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰক।জীৱ জন্তু ক অত্যাচাৰ কৰা মানুহ বোৰ ক কঠোৰ শাস্তি দিয়ক🙏

  • @nayanmonideka5067
    @nayanmonideka5067 2 роки тому

    দাদা আপোনাক আৰু Newe livefor সকলো পৰিয়ালক বহুত বহুত ধন্যবাদ ।

  • @raktimhazarika9356
    @raktimhazarika9356 2 роки тому +1

    জয়মালা ক আমি অসম ত বিচাৰোঁ ❤️🙏

  • @AbhijitDas-kj7mz
    @AbhijitDas-kj7mz 2 роки тому

    অতি সোনকালে জয়মালা ক অসমলৈ আনিব লাগে। মই অসম চৰকাৰ ক request কৰিছোঁ, যাতে জয়মালা ক যাতে ওভতাই আনে। 🙏

  • @pallabkumar2201
    @pallabkumar2201 2 роки тому

    অসমৰ সম্পদ অসমলৈ ঘূৰাই আনিবলৈ কাতৰ অনুৰোধ জনালোঁ।আজি মৰম কৰি ৰাখিছে কাইলৈ পুনৰ শাস্তি দিব ।অনুগ্ৰহ কৰি আমাৰ সম্পদ চকুৰ সন্মুখত ৰাখি আদৰেৰে ৰখাৰ ব্যৱস্থা কৰে যেন ।

  • @ashokkumarrabha9103
    @ashokkumarrabha9103 2 роки тому +99

    এইবোৰ কথা শুনাৰ আমাৰ ধৈৰ্য নাই। জয়মালাক অতি শীঘ্ৰে অসমলৈ ঘুৰাই আনিব লাগে। ফটুৱামি সহ্য কৰা নহ'ব।

  • @northeastnewsky-919
    @northeastnewsky-919 2 роки тому +50

    আমাৰ জয়মালাক সুস্থ অৱস্থাত দেখি মোৰ ভাল লাগিছে ❤️

  • @hironmoysharma5590
    @hironmoysharma5590 2 роки тому

    Bohut val lagise aji. Joimalak dekhi . Thanku so mach.

  • @kornokumardoley1514
    @kornokumardoley1514 2 роки тому +8

    জয়মালাক অতি শীঘ্রে অসমলৈ ঘূৰাই আনক। 🙏🙏🙏

  • @inkuray4090
    @inkuray4090 2 роки тому

    Apunaloi okhekh dhonyobad ..dada mon 2 etyahe val lagile thanks alot

  • @banajibarman
    @banajibarman 2 роки тому +41

    ভগৱানক বহুত বহুত ধন্যবাদ🙏

  • @krishnagogoi1657
    @krishnagogoi1657 2 роки тому +5

    বহুত ভাল লাগিল জয়মালাক দেখি | অতি সোনকালে জয়মালাক অসমলৈ ঘুৰাই আনি চিকিৎসা কৰাব লাগে |

  • @PDPranjitVlogs
    @PDPranjitVlogs 2 роки тому +2

    জয়মালা ক দেখি বহুত বেছি ভাল লাগিল আৰু এতিয়া অতি সোনকালে জয়মালক অসম লৈ আনিব লাগে 🙏

  • @apurbabarman9046
    @apurbabarman9046 2 роки тому

    Val lagil bht🙏🙏so asomr hati asomt anok,,cm sir k onurodh jonaiso sir❤️❤️🙏

  • @nayakinfo4613
    @nayakinfo4613 2 роки тому +2

    ভাল লাগিল দেখি লৈ আনিলে ভাল হব নিশ্চয় অসমলৈ। যিহেতু অসমৰ জয়মালা

  • @kamalnath2539
    @kamalnath2539 2 роки тому +1

    জয়মালাক আমাৰ অসম ত লাগে 🙏🙏🙏

  • @budhinsaikia6300
    @budhinsaikia6300 2 роки тому +37

    মন সুখী হ'ল জয়মালাক দেখি_সুখী হ'লো প্ৰতক্ষ্যদৰ্শী হিচাপে আপোনাৰ মুখে সুস্থ হৈ আছে বুলি জানিবলৈ পাই। ধন্যবাদ আপোনালৈ লগতে নিউজ লাইভলৈ। অন্ততঃ অসমৰ মানুহৰ মন শাঁত পৰিছে এতিয়া জয়মালাক দেখি।

  • @giridharthakuria388
    @giridharthakuria388 2 роки тому +39

    বাকী যিয়েই নহওঁক অসমক লৈ অহাৰ ব্যৱস্থা কৰক ভালে থাকিলেও তাতে থাকিব নালাগে আৰু

  • @Abhishekrajkalita
    @Abhishekrajkalita 2 роки тому +36

    যদিহে এইজনীয়ে জয়মালা হয় তেতিয়া হলে বহুত ভাল ।
    কিন্তু এইজনীয়ে যে সত্যতে জয়মালা হয় তাৰ প্ৰতি সন্দেহ আছে কাৰণ video টো যদিহে পুৰণি নহয় তেতিয়া হলে .....
    সেয়ে প্ৰকৃততে জয়মালা হয় নে নহয় তাৰ সঠিক অনুসন্ধানৰ প্ৰয়োজন আছে

    • @manaswitabaruah1266
      @manaswitabaruah1266 2 роки тому

      Moi tu buji pua nai, iman haatijonik sasti diya dekhilu, etiya akou paanit ga dhuaaise, bhaale aase tai, seya joymala hoi ne nohoi gobhir bhaabe anusondhan koribo laage, aru tvt dekhi thoka haati joni joymala ne aan hati taiku nirmom atyasaror pora udhar koribo laage

    • @manaswitabaruah1266
      @manaswitabaruah1266 2 роки тому

      Apuni thikei koise

    • @shikhamali7882
      @shikhamali7882 2 роки тому

      Eman marar pisot keneke eman sustho hoi thakil monot sondeh ase olop holeo sin thakibo lagisil,sorkari ok request korisu val Dore todonto korok,joimalak lukai thua nai to

    • @hemantoborah9584
      @hemantoborah9584 2 роки тому

      Akdom hosa khta

  • @himaloyhazarika4858
    @himaloyhazarika4858 2 роки тому

    Dhonyobad tat goi amak news tu dekhuwar babe

  • @rahulsarmah4859
    @rahulsarmah4859 2 роки тому +34

    দেখুৱাবলৈহে কৰিছে নেকি এইবোৰ । এইজনীয়েই প্ৰকৃত জয়মালা হয়নে।জয়মালাক অতিসোনকালে অসমত অনাৰ ব্যবস্থা কৰিব লাগে। জয়মালাক দেখি আজিহে মনতো ভাল লাগিল ।

    • @a-z229
      @a-z229 2 роки тому +3

      Gaa dhuwa Pukhuri 2 No2nkoi bonai desa jan lgesa

    • @rmmixer1481
      @rmmixer1481 2 роки тому +1

      Muru 80% সন্দেহ আছে

  • @sanjeebdas1211
    @sanjeebdas1211 2 роки тому +49

    সুন্দৰ পদক্ষেপ আপোনাৰ। আপুনি অৱগত কৰালে অসমবাসীক । ধন্যবাদ জনাইছো

  • @urmimaladas1028
    @urmimaladas1028 2 роки тому

    ভাল লাগিল জয় মালা আক সুস্থ অৱস্থাত দেখি কিন্তু.. অসম চৰকাৰ লৈ অনুৰোধ জনাইছো যেন জয় মালা এক অসম লৈ ঘূৰাই লৈ আহক.. আৰু তামিলনাডু ৰ মন্দিৰ কৰ্তৃপক্ষ ক আৰু বিস্বাস কৰিব নোৱাৰি

  • @nikuborah2986
    @nikuborah2986 2 роки тому +4

    জয়মালা ভালে-কুশলে থাকক ,🙏 লগতে নিউজ লাইভ আৰু জেষ্ঠ সাংবাদিক সুনীল বৰা দেৱক আন্তৰিক কৃতজ্ঞতা ও ধন্যবাদ জনাইছোঁ পোনপতিয়াকৈ দেখুৱা বাবে 🙏

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 2 роки тому

    জয়মালাক অসমলৈ আনিলে সুুুূূুখি হম

  • @binondadihingia4428
    @binondadihingia4428 2 роки тому

    সুন্দৰ পদক্ষেপ আপোনালোকৰ ৷

  • @Unknown_me00234
    @Unknown_me00234 2 роки тому +1

    জয়মালাক অসমত লৈ আহক🙏🙏

  • @karabidas9676
    @karabidas9676 2 роки тому

    Thk u so much sir

  • @onlineclass770
    @onlineclass770 2 роки тому

    Thankuu news live

  • @juktijaan4803
    @juktijaan4803 2 роки тому +2

    বহুত ভাল লাগিছে মনটো ।জয়মালা সুস্থ অৱস্থাত দেখা পাই ভাল লাগিছে।
    দাদা আপোনাকো বহুত ধন্যৱাদ দিছো
    জয়মালাক আপোনি উদ্ধাৰ কৰা কাৰনে

  • @sabitakalita7096
    @sabitakalita7096 2 роки тому +27

    এতি‌য়া হে মন টো অলপ ভাল লাগিছে জয় মালাক দেখি।কি যে দুখ পাইছিলো মনত ঘৰৰ ভিতৰত চট ফটাই আছিলো জয় মালাক মাৰা দেখি কলিজা খন ছিঙি যোৱা যেন পাইছিলো।জয় মালাক দেখি হে মন টো ভাল লাগিল।🙏🙏🙏🙏🙏🙏

    • @dipankargogoi8817
      @dipankargogoi8817 2 роки тому +2

      News Live r news Sai vul najabo .... Himanta i Misa news bonai axomiyak burbok bonai thoi dibo...eaijoni Jaimala nohoi .....aaru 2 joni hati tat ase ....karon moi Tamilnadu t thaku ...moi hei mandir goisu .....

  • @mirodoley6958
    @mirodoley6958 2 роки тому

    Thank you news live

  • @putu9769
    @putu9769 2 роки тому

    ঘুৰাই লৈ আনিব লাগে আমাৰ অসমৰ সম্পটি জয়মালা

  • @prabalhazarikaniku752
    @prabalhazarikaniku752 2 роки тому +1

    কিমান যে ভাল লাগিছে দেখি বুজাব নোৱাৰো। ভগৱানে তোমাক সুস্থ ৰাখক। ❤️❤️

  • @chitrabaishya2946
    @chitrabaishya2946 2 роки тому

    জয়মালা তোমাৰ লগত অসমৰ মানু্হ আছে।

  • @riturajunofficial
    @riturajunofficial 2 роки тому +41

    সুস্ঠ অৱস্থাত দেখা পায় সুখী হলো। ধন্যবাদ।

    • @rahuldebbarman6863
      @rahuldebbarman6863 2 роки тому +2

      Tumar doubt loga nai ne..aaitu Amar joimala hoi ne

    • @riturajunofficial
      @riturajunofficial 2 роки тому +1

      @@rahuldebbarman6863 Moi tu joymala k aagote dekha nai, as per record t xeitu joymala buli koise ,so believe kori loisu, expert team goi confirm koribo.

    • @rahuldebbarman6863
      @rahuldebbarman6863 2 роки тому +1

      @@riturajunofficial malik tuk logot Loi jabo lagisil

    • @riturajunofficial
      @riturajunofficial 2 роки тому

      @@rahuldebbarman6863 Original Owner jonok logot nile identify koribole val hoi.

  • @vagawathdarshanmusical
    @vagawathdarshanmusical 2 роки тому

    অসম চৰকাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ।লগতে নিউজ লাইভকো। জয়মালা অসমলৈ ঘূৰি আহিলে মনটো বৰ শান্তি পাম।

  • @himalaysarma8708
    @himalaysarma8708 2 роки тому

    Bahut Val lagil...

  • @anjanaofficial9394
    @anjanaofficial9394 2 роки тому

    জি নহওক জেনেকা থাকক আমাৰ জয়মালা অসমত অতি সুনকালে উভতাই অনাই দিব বুলি আখা ৰাখিছু🙏🙏🙏

  • @sabitakalita1982
    @sabitakalita1982 2 роки тому +3

    জয় জয়মালা ৰ জয়

  • @migomrecipe1631
    @migomrecipe1631 2 роки тому +1

    News Live ক ধন্যবাদ জনায়ছো 👍

  • @hiraboruah3208
    @hiraboruah3208 2 роки тому

    জয় মালাক দেখা পাই বৰ আনন্দিত হলো।
    আপোানাক বহুত ধন্যবাদ।

  • @bipulchutia6866
    @bipulchutia6866 2 роки тому

    তেহেতি এনে কৈছে জয়মালাক অসমলে লৈ আহক পাছত আকৌ মাৰিব. দেখি বহোত ভাল লাগিল

  • @ajitgogoi4420
    @ajitgogoi4420 2 роки тому +1

    Jaimala back to Assam 🙏🙏🙏🙏🙏🙏🙏🙏

  • @sunitadeka8440
    @sunitadeka8440 2 роки тому

    বহুত বেছি সুখী হৈছোঁ জয়মালাক দেখি

  • @medinirajkalita6364
    @medinirajkalita6364 2 роки тому

    Aio dehi jaimala joni dekhi vl lagil 😢🥰🙏🙏

  • @riturajkargil25
    @riturajkargil25 2 роки тому

    ভাল লাগিছে দেখি । অসমৰ জলমালাক লৈ অহাৰ ব্যৱস্থা কৰক 🙏

  • @kalponakirankashyap5037
    @kalponakirankashyap5037 2 роки тому +7

    দেখি ভাল লাগিছে সুস্থ শৰীৰৰ দেখি। কিন্তু চৰকাৰ লগত কথা পতা আৰু সাংবাদিক যোৱাৰ খৱৰটো পায় অন্য হাতীৰ লগত সলনি কৰি দিয়া নাইটো ক্ষন্তেক সময়ৰ বাবে।

  • @rockmusic8018
    @rockmusic8018 2 роки тому +1

    Great news in the early morning news live

  • @ranjudeka4818
    @ranjudeka4818 2 роки тому +1

    দেখি মন টো বৰ শান্তি পাইছো ,জয়মালা কথা ভাবি আছিলো

  • @chandanasutradhar9582
    @chandanasutradhar9582 2 роки тому

    Aajihe bhal lagil

  • @rdinformation5113
    @rdinformation5113 2 роки тому

    জয়মালাক অসমত আনিব লাগে
    Videoটো দেখি বহুত দূখ লাগিছিল 😞😞

  • @deepraazsonowal4534
    @deepraazsonowal4534 2 роки тому

    Thank God 🙏

  • @j.kjitumanivlogs4282
    @j.kjitumanivlogs4282 2 роки тому +9

    এইটো একদম সুস্থ হৈ আছে কিন্তু আমি social mediat দেখা জয়মলা টো একেবাৰে অসুস্থ আছিল আৰু শুকাই খিনাই গৈছিল। ইমান সোনকালে থিক হল নে জয়মালা ? কথা টো ভাবিবলগীয়া কিন্তু ...

    • @chitrabaishya2946
      @chitrabaishya2946 2 роки тому +1

      নাটক কৰিছে নেকি বাৰু তামিলনাডু

  • @bhrigukakati6106
    @bhrigukakati6106 2 роки тому +24

    God bless joymala .. hearty thanks to News live crew for reaching so far .. now , requesting our Govt to do all the needful proceedings for bringing her back to her home along with the other elephants of Assam ... Joi Aai Axom

  • @dipenloyingassam
    @dipenloyingassam 2 роки тому +12

    অসমলৈ অনা ব্যৱস্থা কৰিব লাগে

  • @sinmaykalita775
    @sinmaykalita775 2 роки тому +1

    Val lagil Joymalak dekhi val lagile ❤️...xonkale axomot onar bebostha kribo lage

  • @sunilgogoi2917
    @sunilgogoi2917 2 роки тому

    Dekhi bohut val lagil

  • @dhunigogoi4043
    @dhunigogoi4043 2 роки тому

    Val obosthat dekha pai val lagise... ❤️

  • @j.d8039
    @j.d8039 2 роки тому

    জয়মালাক আমাৰ অসমক লৈ অাহোক

  • @mridudas450
    @mridudas450 2 роки тому

    মনটো এটিয়াহে ভাল লাগিছে দেই

  • @dwipjyotikalita5994
    @dwipjyotikalita5994 2 роки тому +2

    💚❤️🧡God bless you JAYMALA 🐘 🐘 🐘

  • @paramanandataid575
    @paramanandataid575 2 роки тому

    Welcome to Assam.Jaymala God bless you

  • @prabhatchborah3751
    @prabhatchborah3751 2 роки тому +5

    আমাৰ জয়মালা--তোমাৰ জয়মালা নহয় । লিজত লোৱা মাল ঘূৰাই আনিব লাগে । জয়মালাই মানুহে বুজাকৈ কিবা ক'বতো নোৱাৰে ! আনকি তামিল সোপাইও ৰিপোৰ্টাৰে কোৱা একো বুজানাই যেনহে লাগিছে

  • @bn07status25
    @bn07status25 2 роки тому +1

    সচাকৈ বহুত আনন্দিত হৈছো 🙏🙏❣️

  • @sayanikakaushik3331
    @sayanikakaushik3331 2 роки тому

    ❤️❤️❤️❤️❤️❤️ohhhh god

  • @গোগামুখৰলৰা

    জয়মালাক দেখা পাই মনটো ভাল লাগি গল

  • @kamalhazarika683
    @kamalhazarika683 2 роки тому

    Bhal lagil dakha pai joy malak

  • @manabkonwar423
    @manabkonwar423 2 роки тому

    আমাৰ জয়মালক দেখি বহু আনান্দ লাগিলে

  • @jeshminamullick173
    @jeshminamullick173 2 роки тому +3

    Thank to News live, happy to see the elephant and also lots of thanks to our C.M sir who takes the matter seriously.🙏🙏

  • @mr.jgaming1929
    @mr.jgaming1929 2 роки тому +2

    🙏🙏🙏🙏

  • @itsmedipon8370
    @itsmedipon8370 2 роки тому +1

    Thats the Power of Assamese people..love from Jorhat❤️🥰🙏please safe return Joymala

  • @kaberibarman4081
    @kaberibarman4081 2 роки тому +1

    Bahut vl lagise joymalak dakha pai❤️❤️🥰🥰🥰

  • @sdtech2285
    @sdtech2285 2 роки тому

    অসমৰ সম্পদ আমাক অসমত লাগে

  • @banjitaray9377
    @banjitaray9377 2 роки тому +26

    Val lagile dekha pay ,j vle kukhole ase joimala baba🙏🙏😘

  • @pranablaskar944
    @pranablaskar944 2 роки тому

    Ati sunkale joymalak ghurai anak ,dhanyabad

  • @jonalibhuyan6701
    @jonalibhuyan6701 2 роки тому

    Great job sir

  • @sewalilahon2259
    @sewalilahon2259 2 роки тому +1

    ভগৱানক বহুত বহুত ধন্যবাদ 🙏🙏😢

  • @sangeetaborgohain4753
    @sangeetaborgohain4753 2 роки тому

    ভগৱানে ভাৱে ৰাখেযেন

  • @a2zcomedy48
    @a2zcomedy48 2 роки тому

    News2 দিওঁতে চাব লাগে

  • @letsready222
    @letsready222 2 роки тому

    জয়মালা নহয় যেন লাগিছে,,, ষড়যন্ত্র গোন্ধ পাইছো,,

  • @hirakdas5189
    @hirakdas5189 2 роки тому

    Vgbanok bht dhnyibad lgte apunalukoku dhynobad tewk bosuwar karone,ntun jibontu diyar babe

  • @Cheshtasharmavlog
    @Cheshtasharmavlog 2 роки тому

    Thank you. Hunkala loi aahok 🙏🙏

  • @silmaraoliveira3725
    @silmaraoliveira3725 2 роки тому +1

    Free jaymala 🙏🏻🙏🏻🙏🏻😢😢😢😢😢😢🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻😢😢😢😢😢😢😢😢😢😢😢😢🙏🏻🙏🏻🙏🏻🙏🏻

  • @ilaila4338
    @ilaila4338 2 роки тому

    দাদা বহুত ভাল লাগিল এনেকুৱা নিউজ কৰিব সকলো সাংবাদিক অনুৰোধ জনালোঁ

  • @কবিতাৰসুবাস

    তেওঁলোকে প্ৰকৃত সত্য লুকুৱাৱৰ বাবে বেলেগ হাতীও দেখুৱাব পাৰে গতিকে ,প্ৰকৃত সত্য উদ্ধাৰ কৰক

  • @tayungomme6414
    @tayungomme6414 2 роки тому

    জয়মালা ক সুস্বাস্থ্য অৱস্থাত দেখি মনটো ভাল লাগিল৷অতি সোনকালে অসমলৈ আনক🙏

  • @Polashgogoi176
    @Polashgogoi176 2 роки тому

    Vl lgil dekhi ♥️

  • @hemantadeka3793
    @hemantadeka3793 2 роки тому

    Jaimalak dekhi bahut vl lagise.dhanybad

  • @rumirabha4596
    @rumirabha4596 2 роки тому +4

    সেই দিনা দেখওৱা জয়মালা ৰ দাতটো দীঘল আছিল। মিছা কথা কৈছে নেকি. এয়া জয়মালা যেন নালাগে।

    • @lipikachowdhary768
      @lipikachowdhary768 2 роки тому

      আপুনি কথাটো ঠিক ধৰিছে

  • @madushmitakalita2443
    @madushmitakalita2443 2 роки тому

    Bhut vl lgise mntu

  • @কবিতাৰসুবাস

    মোৰ বোধেৰে তেওঁলোকে প্ৰকৃত সত্য লুকুৱাই ৰাখি বেলেগ হাতী দেখুৱাইছে যে অনুভৱ হৈছে কিয়নো আমি কোনেও ভালদৰে চিনি নাপাওঁ ,প্ৰকৃত সত্যৰ অনুসন্ধান কৰক দাদা

  • @jitumanisaikia7379
    @jitumanisaikia7379 2 роки тому

    Bhut vl lagil joimalak dekha pai