Apunalukok kintu manisu dei potikhon short film eman hundor vabe korise agleke jate enekoi pai thaku 👍aru ataitkoi val lage short filmmr background music 🔥
Thank you so much for your inspiring comment. Majbator morom grohon koriso. Majbator somuh manonio raijoloi pronam jonalo. Plz share. (Your sir Jiten Deka )
Thank you Daniel. গোৱালপাৰাৰ পৰা পঠিওৱা তোমাৰ শ্ৰদ্ধা আৰু মৰম আমি সাদৰেৰে গ্ৰহণ কৰিলোঁ। তোমাৰ পৰামৰ্শ ই সচাকৈয়ে আমাক এটা নতুন চিন্তাৰ খোৰাক যোগালে। সাধাৰণতে আমি কৰা short film বিলাকত part 2 নাৰাখো। কিন্তু তোমাৰ comment টোৱে ভবাই তুলিলে। চেষ্টা কৰিম।বহু সমস্যা সমাধান কৰিয়ে এখন film ৰিলিজ কৰিব লগা হয়। সেই কাৰণে ভবা মতে কাম বিলাক হৈ নুঠে। আমাৰ আন ছবি বোৱাৰী আৰু আজি এখন নতুন চুটি ছবি ৰিলিজ দিয়া হৈছে। ছবিখনৰ নাম চকুলো। সময় পালে চাবা চোন।
Agoloi anekuwa dhuniya story pam buli akha thakil ❤__ love from Mangldai 😍__ barkhak val lage avinoy bhut vl lage 🙂 _ tumalukar ghr lakhimpur pukhuri kakhot a hoi nki
মন চুই গৈছে আৰু আগবাঢ়ি যাওক
সচাকৈ বহুত ধুনীয়া কাহিনী সুন্দৰ অভিনয়।বিশেষকৈ কাহিনী লিখোঁতা জনক বহুত বেছি ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ অতি কাহিনী দিয়া বাবে
Thank you Payal Dipak. শেহতীয়াকৈ নব বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো লগতে ভোগালী বিহুৰ ওলগ জনালোঁ। আমি সচাকৈয়ে আমি আনন্দিত তোমাৰ দৰে এজন মহান ব্যক্তিৰ প্ৰেৰণা মূলক মন্তব্য পোৱাৰ বাবে। ত্যাগ , ৰূপালী জোনাক, প্ৰত্যাহ্বান সময় পালে চাবা চোন।
@@apsdarrang4974 sai asu 4 khn salu bohut val lagise
Bohut dhuniya lagise
Anekoi aguai jaok hosakoi Dhunia video xklubur video sai vl lagile 🥰.... 😭😭👍👍🥺
Thank you Bikash. Please subscribe and share
@@apsdarrang4974 kori disu 👍
বহুত বেছি ভাল লাগিল .. আৰু আগুৱাই যাওক 💐 🥰
বহুত ভাল লাগিল video to চাই। নতুন subscribe হলো। গোটেই video বিলাক চালো। বহুত বেছি ভাল হৈছে। হাজোৰ পৰা মৰম যাচিলো।
ধন্যবাদ বৰষা। আমিও মঙ্গলদৈৰ পৰা তোমালৈ মৰম যাচিলো। তোমাৰ জৰিয়তে সমূহ হাজোবাসীলৈ নব বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো।যদি সময় পোৱা তেতিয়া হ'লে ত্যাগ নামৰ ছবি খন চাবাচোন।
Really val lagil
Thank you Mridul. আমাৰ শেহতীয়াকৈ দিয়া ছবি বোৱাৰী খন চাবাচোন।
আপোনালোকৰ অভিনয় ধুনীয়া হৈছে। আপোনালোকৰ প্ৰতিটো ভিডিঅ'চাই ভাল লাগে ধন্যবাদ।
Thank you Kashab.আপোনাৰ আশীৰ্বাদ যিমানদিনলৈকে থাকিব, তেতিয়া লৈকে আমাৰ video বিলাকে প্ৰাণ পায় থাকিব। Comment জৰিয়তে উৎসাহ যোগোৱাৰ বাবে ধন্যবাদ।
Bohut vl lagil...🥰❤️Next part please
Thank you for watching. আহি আছে আন এখনি ব্যতিক্ৰমী চুটি ছবি " চকুলো"। এই সপ্তাহতে
জীতেন দা, সুন্দৰ অভিনয় আপোনাৰ। লগতে প্ৰবালৰ। কাহিনী সুন্দৰ।
ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত।এই বহুমূলীয়া মন্তব্য আমাৰ মূল শক্তি।
Xuveswa thkil ritu,,, god bless,, acting dhunia
Bohut dhuniya hoise aguwai jauk 🥰😘
Thank you for watching.
Aay khan u dhuniya dada 🥰❣️❣️ mojja acting 🥰🥰
তোমালোকৰ প্ৰতিখন ছবিয়েই চাই বহুত বহুত ভাল লাগে,আশাৰ কৰো তোমালোক আৰু বহুত বেছি আগুৱাই যোৱা তাৰে কামনা কৰিলো ভগৱানৰ ওচৰত 🙏🙏🙏।
Thank you Gogoi . আমাৰ কাৰণে ভগৱাণৰ ওচৰত প্ৰাৰ্থনা কাৰণে আমি অতিকে আনন্দ অনুভৱ কৰিছো। ভগৱানে তোমাকো ভালে কুশলে ৰাখক।APS Darrang
বহুত ধুনীয়া হৈছে
Thank you Nitumoni.তোমাৰ সহাঁৰি আমাৰ প্ৰগতিৰ আধাৰ। And Happy New year to you.
Thanks And Welcome
Ksdyfuflzhjd
@@apsdarrang4974
Dhuniya video
Nice acting rituporna
Love from hajo
Thank you for watching
Hundor🙏🏼👌👌
Thank you Duliajanar swali. আমাৰ শেহতীয়াকৈ দিয়া ছবি বোৱাৰী,চকুলো নামৰ ছবি দুখন চাবাচোন ।
Apunr video sai val lage protik video sau
Thank you Islamik Bhai. চাই থাকিব আমাৰ video বিলাক। আৰু ভূল হ'লে দেখুৱাই দিব। আপোনাৰ বহুমূলীয়া comment ৰ বাবে বহুত বহুত ধন্যবাদ।
Apunalukok kintu manisu dei potikhon short film eman hundor vabe korise agleke jate enekoi pai thaku 👍aru ataitkoi val lage short filmmr background music 🔥
Merapani pulibagan
Thank you for watching. আমাৰ শেহতীয়াকৈ দিয়া ছবি বোৱাৰী, ত্যাগ, মায়া, দেউতা প্ৰতিদান মিলন মালা, চাবাচোন।
@@apsdarrang4974 salu mojjaa 👍
Dhuniya lagisa story to
Thank you so much.
Dhunia hoise rituprna and all tem
Thank you so much.Plz subscribe and share.
Mojja acting jiten deka sir 🥰
Love from mazbat (udalguri)❤️
Thank you so much for your inspiring comment. Majbator morom grohon koriso. Majbator somuh manonio raijoloi pronam jonalo. Plz share. (Your sir Jiten Deka )
Bahut Val Lagise
সুন্দৰ অভিনয় সকলোৰে
Ajir video to sai valo lagil aru bohut dukhu lagil aibilak video sale manuhe bohutu gyan pabo agoloi jate aru anekuwa video pam buli akha Korilu
Thank you so much. Sesta solai jam raijor asirbadot. Plz share.
Apunalokr video sai bhut Val lge..dada..
Kahine bor xsake bhut dhuniya... Aguai joa... Ru anekoa video di jbo...👌👌
Thank you so much. Plz share.
Thank you Namita. Please share
সুন্দৰ অভিনয়....💞💞
85
আনলৈ হুল পুতি
নিজে মৰে ফূতি......
#Rituparna_Tumi🔥🔥🔥🔥
Good job... Puja💐... Bhal lagile sai
Thank you for watching
Next part lager
আজি এখন নতুন চুটি ছবি ৰিলিজ দিছোঁ । ছবিখনৰ নাম ------- " তোমাৰ সৈতে এদিন" । সময় পালে চাব।
Mojja acting love from dibrughar 😘🥀🌹🌺✨💫
Thank you Sajina.আমাৰ তৰফৰ পৰা সমূহ Dibrugarh বাসী লৈ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো।
@@apsdarrang4974 Wlcm♥️
Mja lgil sai next part lge ❤
Thank you so much. Plz share.
দ্বিতীয় খণ্ড দিবলৈ যত্ন কৰিবচোন তেতিয়াহে বহুত বেছি আকৰ্ষণ বাঢ়িব, মই গোৱালপাৰাৰ পৰা আপোনালোকলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ ।
Thank you Daniel. গোৱালপাৰাৰ পৰা পঠিওৱা তোমাৰ শ্ৰদ্ধা আৰু মৰম আমি সাদৰেৰে গ্ৰহণ কৰিলোঁ। তোমাৰ পৰামৰ্শ ই সচাকৈয়ে আমাক এটা নতুন চিন্তাৰ খোৰাক যোগালে। সাধাৰণতে আমি কৰা short film বিলাকত part 2 নাৰাখো। কিন্তু তোমাৰ comment টোৱে ভবাই তুলিলে। চেষ্টা কৰিম।বহু সমস্যা সমাধান কৰিয়ে এখন film ৰিলিজ কৰিব লগা হয়। সেই কাৰণে ভবা মতে কাম বিলাক হৈ নুঠে। আমাৰ আন ছবি বোৱাৰী আৰু আজি এখন নতুন চুটি ছবি ৰিলিজ দিয়া হৈছে। ছবিখনৰ নাম চকুলো। সময় পালে চাবা চোন।
Love.form.nogaon.next.2.diyk
Thank you for watching. ৰোমাঞ্চ নামৰ ছবি খন চাবচোন।
Mozzzza, mozzzzza, aru lage 🤓🥰😍🤩
Thank you Raj. Happy new year to you. Please enjoy another videos of our channel.
@@apsdarrang4974 okay 🆗😍
@@apsdarrang4974 thank you 🤗
Aponalukar video Sai val lage
Thank you for watching.
Mojja
Bhal lagise
Thank you Tarulata. আমাৰ শেহতীয়াকৈ দিয়া ছবি বোৱাৰী খন চাবাচোন।
Dhunia❤️
Rituparna (puja).... Dhuniya🥰🥰
Thank you so much. Plz share.
Dhuniya ❤️🥰
Thank you so much. Plz share.
Oky
Rituparna 🥰🥰🥰🥰 kepp it upp
Thank you so much. Plz share.
Dhunia hoisi dada
Thank you so much. Plz share.
Rituparna tumi 🔥🔥😘😘
Thank you so much. Plz share.
Dhuniya hoise
Thank you so much. Plz share.
Duniya hosha
Thank you so much. Plz subscribe and share.
Next part lagib (Gopalpur)
Ok .
Agoloi anekuwa dhuniya story pam buli akha thakil ❤__ love from Mangldai 😍__ barkhak val lage avinoy bhut vl lage 🙂 _ tumalukar ghr lakhimpur pukhuri kakhot a hoi nki
Thank you for watching. আমাৰ ঘৰ দৰঙৰ মহলীয়া পাৰা ৰ ওচৰৰ দলঙঘাটত । প্ৰায় লক্ষিমপুৰৰ ওচৰতে ।
@@apsdarrang4974 ❤❤
Next part hunkale dibo ❤️🥰😘 from golaghat
Thank you for watching . আমাৰ next part ৰ ব্যৱস্থা film বিলাকত নাৰাখো। এনেকুৱা ধৰনৰ film আমাৰ বহুত আছে। বিশেষকৈ ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, বদনামী ছোৱালী, শিকলি, পাগলী, ৰূপালী জোনাক, প্ৰত্যাহ্বান, বোৱাৰী ইত্যাদি। সময় পালে চাবা। আমি দৰঙৰ পৰা তোমালৈ নববৰ্ষ ৰ শুভেচ্ছা জ্ঞাপন কৰিলো লগতে ভোগালী বিহুৰ ওলগ জনালোঁ।
Amr Rituparna baii🔥
Thank you so much . Plz share.
Dhuniya ❤️
Ritu 🔥
Thank you so much. Plz share.
Mojjaa
Next part lage ❤️❤️
Ok. Thank you for watching. Happy new year to you and request enjoying our another videos.
First viewers
Thank you. Please share
সুন্দৰ অভিনয়। আপোনালোকৰ প্ৰতিটো ভিডিঅ' চাই ভাল লাগে। Love from sivasagar ❤️
Thank you Bornali. তোমাক বহুত বহুত ধন্যবাদ। আমি দৰংৰ পৰা তোমালৈ নববৰ্ষ ৰ শুভকামনা জ্ঞাপন কৰিলো ।
সুন্দৰ অভিনয় সকলোৰে🎉🎉
Nice.♥️♥️
Nice ♥️ video
ধন্যবাদ বৰ্ণালী ্ ভোগালী বিহুৰ ওলগ জনালোঁ।
Nice 👍❤️❤️❤️🙏🙏🙏🙏🙏
Thank you for Sukram. Please subscribe and share
𝒏𝒆𝒙𝒕 𝒑𝒂𝒓𝒕 𝒍𝒂𝒈𝒆 𝒋𝒐𝒍𝒅𝒊
কাৰোৰে এনেকুৱা দশা নহয় তাৰবাবে প্ৰাথনা
হয়, কাৰোৰেই জীৱনত এনেকুৱা নহ'বৰ বাবে সতৰ্ক কৰি দিলোঁ।
Moja ❣️❣️❣️
Thank you so much.
Dhunia
Thank you so much. Plz share.
Ritu 🔥❤️
Thank you so much. plz subscribe and share.
Next part deiok
Thank you M.R.SADDANUR. আমাৰ আন ছবি ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, বদনামী ছোৱালী, পাগলী, ৰূপালী জোনাক, প্ৰত্যাহ্বান, বোৱাৰী চাবাচোন
@@apsdarrang4974 saiso dada hokolo belak saiaso
Mozza ❤️❤️
Thank you for watching
but val lagse
Thank you for watching
Next part lage
নিশ্চয় । Thank you for watching.
Aru vedo diya o
Babu
Next part
আহি আছে, কম দিনতে অহা সপ্তাহত।
moja
Thank you for watching
Next part dibaa
Ok. Thank you for watching. Happy new year to you
Next part xonkale dibo
Ok. Thank you for watching
👍❤️
Thank you so much. Plz share.
Okk mst wc ❤️
Val lagise
Thank you so much. Plz share.
Moja lagisai sai
Thank you for watching
Dada apunak contact koribo parim ne
@@kulendas7329 parib
@@pareshbora1312 kintu kenai koi
Kintu tumi kun
28:23 best part👍
Next part ketia dibo...?
Thank you so much. Short film je so atai part. Plz share.
Ruhul ali
Hii
Thank you for watching. Please share
Akebare khosa ghatonar adharit sotisobi...
Thank you for watching. Please share
Hbc
Bahut val lagil...plz mor channel to sabason.
Thank you so much. Sure. Plz share.
Bahut dhuniya lagise
Thank you so much. Plz share.
Mojja
Next part lage
O. Thank you for watching.k
Chenal to subcries kri lab 🙏
Mojja ❤️❤️
Thank you so much. Plz share.