Mojaa story 😮😮
Wow moja panjl dada vl lage sai❤
অতি সুন্দৰ
❤❤❤😢😢
😭😭
😊
😚😚😚
😢
Sai bohut val lagisa❤❤ himakshi bar avinoi bohut val hoisa❤❤😊 aru baki khokoloru❤❤
❤❤❤❤❤❤
Aponalokr vidieo bor bht val lage, ak hidaispyakhi❤ love from mangaldai , outala ❤❤
Thank you for watching. আশীৰ্বাদ দিব যাতে আৰু ভাল ভাল video বনাব পাৰো। আমাৰ শেহতীয়াকৈ দিয়া ছবি "মা" চিনেমা খন চাবচোন। Love from Mahaliapara , Dalongghat.
Hoi dada.. saiso
. Bht val lagise, mor vantie bht val pai UA-cam to olai aponalokr vidieo sai.. mor logr kaku o val acting korise...saiso gotei keikhan ❣
❤❤❤❤❤❤❤
Mojja ❤❤❤
Part 2
Ajir dinot je ajoni dactorni ajon bekar lora le prem jagibo aji dint khea impossible video tu sai val lagil akha koru aru video pam
👌🥰❤️
Mojjaa next part lage
Dhunia himashri 😘
Hii
Please Next Part
Hi দাদা আপোনাৰ ঘৰ কত হয় জানিব পাৰিম নেকি
@@pranjalnath7277 আপোনাৰ লোকৰ লগত যোগাযোগ কৰিব পাৰিম নেকি যদি আপুনি বেয়া নাপায়
প্ৰাঞ্জল তোৰ অভিনয়ৰ ভাল বেয়াৰ বিছাৰ মোৰ লগত নাই।কিন্তু তোৰ কষ্টৰ ফল ভগৱানে বিছাৰ কৰিব।বহুত ভাল হব তোৰ।লগতে তোৰ অভিনয়ৰ লগত জড়িত সকলোলৈ আন্তৰিক শুভেচ্ছা যাচিলো।
Thank you Sumi. Pranjal আমাৰ সকলোৰে মৰমৰ। সি অকলে লৈ যাব পাৰে এটা channel ৰ সম্পূৰ্ণ বোজা। তাৰ ওপৰতে নিৰ্ভৰ কৰিছে আমাৰ You tube channel টো। আকৌ সি চলিছে , ৰাইজৰ আশীৰ্বাদত। এনেদৰেই ------
এয়া এক সময় উপযোগী কাহিনী। ডাকতৰ মানৱ সেৱা হব লাগে।সৱাথ'পৰ অথবা ধন লুভী মানৱ সেৱা নুবুজাই। বহুত বহুত ধন্যবাদ । আমাৰ সমাজলৈ এনে এটা কাহিনী আগ বঢ়োৱা বাবে।।।।।
সুন্দৰ উপস্থাপন উজ্জ্বল ভবিষ্যত কামনা কৰিলো ৷ অনাগত দিনত আৰু সুন্দৰ হক তাৰে কামনা কৰিলোঁ গোটেইকেজনলৈ শুভেচ্ছা থাকিল বাৰুকৈয়ে
2nd part lge
Next part lage bo
DMK
মেদামে মই বানো তেটো টো বনাইছে 😅😅😅
2No. wlabo na
Hat tali disu.
Ki doctor re thau
Suwli joni acting val pua nai
ক্ষমা কৰিব আগলৈ ভাল কৰিব চেষ্টা অব্যাহত ৰাখিম। আচলতে ছোৱালী জনী একেবাৰে নতুন । তাই বহুত ভাল অভিনয় কৰিব পাৰিব বুলি আমি আশাবাদী। comments বোৰ দি যাবিচোন আমি শক্তি পাওঁ 🙏🙏
Part 2
Thank you for watching. আজি এখন নতুন চুটি ছবি ৰিলিজ দিয়া হৈছে। ছবিখনৰ নাম ---- "মা" সময় পালে চাব চোন।
Part 2
Bahut vall lagil sai❣️