Long Leng | Kussum Kailash | Nilakshi Neog |Mon Moina-2021 | Ujjwal Aarong | New Assamese Song 2021

Поділитися
Вставка
  • Опубліковано 1 жов 2024
  • Long Leng | Kussum Kailash | Nilakshi Neog |Mon Moina-2021 | Ujjwal Aarong | New Assamese Song 2021
    Album : Mon Moina
    Song : Long Leng
    Singer : Kussum Kailash
    Nilakshi Neog
    Additional Vocal Design : Mrinmoy Mrittik
    Jogat Maahish
    Lyrics/Tune : Kussum Kailash
    Mrinmoy Mrittik
    Jogat Maahish
    Deep Dipantar
    Music : Ujjwal Aarong
    Flute - Ujjal Konwar
    Guitar - Bikash Gogoi
    Mix/Mastered : Ibson Lal Boruah
    Record @Fusion Studio By Rajiv Sharma
    Lyrical Video Editor :
    Biman Boruah Axomiya (Studio Maa Movie)
    Digital Market & Media Director :-
    Junaak Milon (Dhwani Music)
    Gfx : Zonak Yugantar Bora
    Photography :
    Bikram Borpatra
    Satyajit Dedhai Phukon
    Akash Saikia
    Model Girl : Sampriti
    Special Thanks:-
    Neel Akash
    Bharat Saikia
    Ramen Danah
    Ridip Rankit
    Madhab Ranjan
    লংলেংৰ কাষৰে
    তই মোকক চাঙৰে
    পাহাৰী আলসুৱা তোৰ মন,
    তোৰ টনাকৈ চকুৱে
    মোলৈ চাই হাঁহিলি
    কাঢ়িলি মোৰে কলিজাখন,
    তোক দেখি কিনা মৰম লাগিছে ঐ,
    তোক দেখি কিনা ভাল পাই পেলাইছে ঐ,
    তুই নাগা পাহাৰ লাগা আছ'
    মুই ডেকা ভৈয়াম লাগা আছো,
    তোক নিদিয়ে জাননে মোলে
    মৰম নুবুজে,
    অ মন দিলিয়েই যদিহে আমি
    বৈ যাং পলায়েই ...
    অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ
    অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ
    চৰাইদেউ চিনাকি ঐ নাম,
    এ চাওলুং চুকাফাৰ আমি বংশৰেধৰ
    ৰাখিম তোৰে মৰমৰে মান,
    তোক ভাবি কিনা ঘৰ বানাইছে ঐ
    তোক মৰম পৰা তাতে ৰাখিব ঐ
    তুই নাগা পাহাৰ লাগা আছ'
    মুই ডেকা ভৈয়াম লাগা আছো,
    তই জানয়েই কিদৰে ৰাখো তোকে বুকুতে
    অ মন দিলিয়েই যদিহে আমি
    বৈ যাং পলায়েই ...
    আমিখান নাগা পাহাৰতে থাকা
    আমাৰ ভী আছে মান,
    কথা হলেত' মৰম পৰা
    আমিও হালে জান ৷
    আমিখান লাগা পিন্ধে চেপেটী
    আৰ' আজক ত'লা,
    তুইখান লাগা ভৈয়ামতে থাকা
    মিলিম কিনেকা ৷
    অ তই নগাৰ সাজ পিন্ধিবি
    মূগাৰ সাজো পিন্ধিবি
    মিলিবি তই আমাৰ সতে ঐ,
    তয়ে মনে মইনা
    কেচাকৈ কলিজা
    পাহাৰ ভৈয়াম মিলি একে হৈ...
    জাত লাগা কিলেই চিন্তা কৰে ঐ ,
    আমিখান একেই মানুচ্ আছে ঐ
    তুই নাগা পাহাৰ লাগা আছ'
    মুই ডেকা ভৈয়াম লাগা আছো,
    কৈ চাবিচোন ঘৰতেনো গৈ
    মোৰে কথাকে,
    মন নুবুজে যদিহে আমি
    বৈ যাং পলায়েই ৷
    #Kussum_Kailash #Nilakshi_Neog #Mon_Moina #Long_Leng

КОМЕНТАРІ • 3,4 тис.

  • @kankanboruah9528
    @kankanboruah9528 3 роки тому +121

    Kusum dada 2mr ai2 gan bhut bhut vl lage se .💖
    এই গানটো কোনে কোনে ভাল পাইছা like💖 কৰিবা ।

  • @DuguExtra22
    @DuguExtra22 3 роки тому +139

    দাদা আপোনাৰ গান যে ইমান ভাল পাওঁ, ভাষাৰে বুজাব নোৱাৰো ।
    আশা কৰোঁ এইবাৰো আমাৰ মন মইনা জনী হিট মাৰিব ☺️ ।

  • @debasishdutta2679
    @debasishdutta2679 3 роки тому +62

    কুসুম দা আপোনাৰ গান বহুত ভাল পাওঁ নতুন আৰু ভাল ভাল গান উপহাৰ দি যাওক ❣️❣️কুসুম দাৰ বাবে like এটা দি যাব ধন্যবাদ।

  • @বনিয়াপোৱালি
    @বনিয়াপোৱালি 3 роки тому +116

    নতুন বছৰত প্ৰথম দিনকেইটাত তোমাৰ গান শুনিবলৈ নাপাই কিবা ভালেই লগা নাছিলে এতিয়াহে ভাল লাগিছে
    ___________❤️🥰

  • @m.b.expressbees
    @m.b.expressbees 3 роки тому +147

    ২০১৬ disco অৰ পৰা super tuper গায়ক জন ।। আশা কৰো অনাগত ভবিষ্যতেও hit man হৈয়ে থাকিব । কি চাই আছা like ataa diyaa বে । kussum daa আকৌ disco lgaaa . ।

    • @jyotistune3545
      @jyotistune3545 3 роки тому +1

      ua-cam.com/video/_01w9yuPUPc/v-deo.html

    • @paripori3900
      @paripori3900 3 роки тому +1

      Mojaaa

    • @rontuneog6347
      @rontuneog6347 3 роки тому

      @@jyotistune3545 my kit uliillki nolÿpl k"ynttothroughout

  • @dipankargogoi2408
    @dipankargogoi2408 3 роки тому +78

    তুই লাগা গানটো বৰ ভাল গাইছ ককাই ❤
    আমি খান বিৰাট ভাল পাইছে 😊😊

  • @GAMINGWITHVIPER
    @GAMINGWITHVIPER 3 роки тому +360

    Kusum da lover 👍👍
    👇

  • @learning7165
    @learning7165 3 роки тому +235

    ককাইদেউ গান এনেও হিট ।কমেণ্ট পঢ়িব অহা সকল অকমান ৰৈ ভাত খাই যাব ।। গাহৰি কণ সিজিলেই দি আছোঁ।

    • @-supratimgogoi
      @-supratimgogoi 3 роки тому +4

      গাহৰি টো অকলে হলে নহব না ককাই লাও পানী ভি টো লাগিব

    • @jyotistune3545
      @jyotistune3545 3 роки тому

      ua-cam.com/video/_01w9yuPUPc/v-deo.html

    • @sibugogoi.6647
      @sibugogoi.6647 2 роки тому

      লাওপানী নহয় "হাজ" লাগিব❤

    • @blacahom6109
      @blacahom6109 Рік тому +1

      Gori khabo

  • @bhaskarmusicalvlogs2264
    @bhaskarmusicalvlogs2264 3 роки тому +48

    কি অপূৰ্ব সৃষ্টি 👌👌 মন পৰশা শব্দৰে গঠা গীতয়ে মন শীতল কৰি তোলে,, সুন্দৰ দাদা 👌👌👌

  • @bj.creation2678
    @bj.creation2678 3 роки тому +67

    *🥳💫তোমাৰ লগতে তোমাৰ পৰিয়ালক আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো❣️🤞*
    🥰✨🤞

  • @ahjt9235
    @ahjt9235 3 роки тому +39

    মাঘৰ বিহুত ফালিম অাৰু ❤️❣️🎶😊😘

  • @justZubeengargthings
    @justZubeengargthings 3 роки тому +32

    কাশ্যপ , ঋষি বোৰৰ গান শুনি শুনি মেথা নষ্ট হৈ যায় , কুসুমদাৰ গানত গাঁৱৰ গোন্ধ আছে , ভাল লাগে ।।

  • @dhunugogoi4148
    @dhunugogoi4148 3 роки тому +742

    গানটো শুনি শুনি কোনে কোনে cmnt পঢ়ি আছা ক'ত গৈছা বে লাইক এটা দি যোৱা ☺️😘☺️(ধন্যবাদ ককাই)

  • @MANASHJYOTIBORAH
    @MANASHJYOTIBORAH 3 роки тому +13

    আপুনি মানুহটোৱেই অলপ বেলেগ দাদা....আপোনাৰ প্ৰতিটো গানটেই এক বেলেগ ধৰণৰ সুৱাদ আছে😍😍😍😍

  • @nhkraktimvlogs2369
    @nhkraktimvlogs2369 3 роки тому +67

    ইয়াতকৈ আৰু কি লাগে মজা
    টিংখাংৰ পৰা ধন্যবাদ দাদা অতিসুন্দৰ দাদা
    আৰু ৰেপ গীতো বনাবচোন

  • @chimnoychelleng2045
    @chimnoychelleng2045 3 роки тому +75

    কুসুম দা গানে এইবাৰ হিলাই দিব অসম, নাগালেণ্ড আৰু অৰুণাচল

  • @illumi3447
    @illumi3447 3 роки тому +168

    Dislike মৰা কেইটা জাতি জনগোষ্ঠী ভাষা কৃষ্টিৰ ঐক্যবদ্ধ নিবিচৰা কেইটা😁

  • @prasantagogoi8359
    @prasantagogoi8359 3 роки тому +38

    আজি ২৫ জানুৱাৰী গানটো কোনে কোনে শুনি আছা """"""?
    কুসুম দাক কোনে কোনে ভাল পাই লাইক এটা দিয়ক ভালপোৱা সকলে """"***?

  • @zeemonirajkumari4846
    @zeemonirajkumari4846 3 роки тому +279

    এ চাওলুং চুকাফাৰ আমি বংশধৰ......
    বহুত ধুনীয়া হৈছে গানটো...সকলোতকৈ পৃথক আপোনাৰ গানবোৰ❤️

  • @myinaraaj4247
    @myinaraaj4247 3 роки тому +32

    ভিডিঅ'টোৱে বেছি আমোদ দিব.😌😌
    নতুন কামৰ বাবে শুভেচ্ছা ককাইদেউ..🤍
    অপেক্ষাৰত..🤗🤗

  • @penlemmunhamvlog9267
    @penlemmunhamvlog9267 3 роки тому +4

    Wow nice song i relly like Assamese song❣❤🎼

  • @moon...632
    @moon...632 3 роки тому +174

    প্ৰথম আৰম্ভণি অদ্ভুদ।অতি সুন্দৰ । video লাগে অতি শুনকালে। কাক কাক লাগেl like কৰা।

    • @singimaritelahi9410
      @singimaritelahi9410 3 роки тому +3

      Hlw dada Tumi free fire khela ni tumar id tu Deya

    • @pardipdas2627
      @pardipdas2627 3 роки тому +1

      Alok ase

    • @moon...632
      @moon...632 3 роки тому +1

      @@pardipdas2627 mur nijora ni

    • @prasuramchauhan3288
      @prasuramchauhan3288 3 роки тому +1

      Sorry to
      Dr appointment for my gf yr old guy GF I gfig YF yr old girl to have gryd rut TR ty😄😊😆😘😘😊😆♥️❤️😆🥴😷🤧🌜🌛🥵🤕

    • @jyotistune3545
      @jyotistune3545 3 роки тому

      ua-cam.com/video/_01w9yuPUPc/v-deo.html

  • @dhritimaandas3822
    @dhritimaandas3822 3 роки тому +63

    দাদা এবাৰ শুনাৰ পিছত ১০ বাৰত কৈয়ো ওপৰত হল শুনি আছো।।। love u kusum da♥️♥️

  • @aluonuotheunuo1643
    @aluonuotheunuo1643 3 роки тому +42

    Gan tu huni bohut val lagise even the lyrics was so well written❤🤍
    The Beginning and the ending with that Masalaaaaaa was Mojaaa 😂
    #Moi Naga pahar laga asil😆
    Thanks to my Sir who shared it😊

  • @horeshtamuli7162
    @horeshtamuli7162 3 роки тому +42

    আশা কৰাতকৈ বহুত বেছি ধুনীয়া হৈছে গানটি দাদা। মজা

  • @হীৰকজ্যোতি-ট১ঝ

    কুসুম দা দি দিলা বাপ্পেকে। এচাত। unic মাৰি দিলা। বিহুত দগৰা নাছন পৰিব এইটোত।

  • @saimonchautal9038
    @saimonchautal9038 3 роки тому +15

    কুসুম দা সদাই মোৰ প্ৰিয় গায়ক ❤️❤️ । দাদাৰ গান শুনি বহুত বহুত ভাল লাগে।😊😊😊

  • @বিকাশবড়া
    @বিকাশবড়া 3 роки тому +56

    Nilakshi baa such a talented singer🔥🔥🔥

  • @muktarali2504
    @muktarali2504 3 роки тому +19

    বিদ্যা কৈছো বহুত excited হৈ আছিলো আপোনাৰ নতুন গান টোৰ কাৰণে.... Thanks দাদা ভাল লাগিল গানটো।

  • @Krishna_dd19
    @Krishna_dd19 3 роки тому +31

    বহুত ভাল‌ লাগিছে গানটো,বাৰে বাৰে শুনি থাকিবলে মন‌ যায়

  • @sewaligohain5043
    @sewaligohain5043 3 роки тому +116

    বহুত বেলেগ ৰূপত এইটো গান,,,মজা লাগিল ,,অৱশেষত মুক্তি পালে ২০২১ৰ মন মইনা👌👌👌👌

  • @bhaskarJyoti14922
    @bhaskarJyoti14922 3 роки тому +275

    কেচাঁ‌ মাটিৰ গানবোৰে আবেগিক কৰি দিয়ে। দুৰত থাকিলেও ঘৰত আছো যেন লাগে।বৰ অসমৰ এই ভাল লগাবোৰ সদাই থাকক।♥️

  • @DrMantoWangnao
    @DrMantoWangnao 3 роки тому +4

    Ganaa bishi phal ase 🙏👍Any Assamese songs reminds me of my childhood😭😭ami Naga manu,Tizit,Namtola,Sonari👍🙏

  • @utpalphukan582
    @utpalphukan582 3 роки тому +54

    আগত লাইক দি লৈছোঁ গানটো এনেও ভাল হব 😍😍

  • @bituurang5820
    @bituurang5820 3 роки тому +410

    আজি১১ জানুৱাৰী ,আজি এই গানটো কোনে কোনে হোনি আছা কুসুম দা ৰ কাৰনে like এটা মাৰি দিয়া

  • @mughapuachumi5344
    @mughapuachumi5344 3 роки тому +14

    Very talented nilakshi neog mam...... Love from Nagaland ❤❤❤

  • @anupamgogoi1811
    @anupamgogoi1811 3 роки тому +58

    এতিয়ালৈকে ২৮ বাৰ শুনিছোঁ। মাঘৰ বিহুত নাছিবৰ বাবে সাচি ৰাখিছোঁ।

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial 3 роки тому +29

    কুছুম দাৰ friend পালে Like কৰা

  • @nivabora5366
    @nivabora5366 3 роки тому +17

    I luv this song.... I hope u will make an uncommon song like this again

  • @suntvassam1854
    @suntvassam1854 3 роки тому +22

    #Oh My God...😍😯😲😳🤩
    গানটো শুনোটে গাৰ জাৰ গুটি ওলাই গল। ❤️This music🎶 got me excited💃🕺❤️

  • @user-bk1eb2jg7y
    @user-bk1eb2jg7y 3 роки тому +211

    মৰমৰ কুসুম দা ৰ যিকোনো গান সদাই ভাল লাগে ।💗 গতিকে কুসুম দা সদাই জিন্দাবাদ💗💗💗💗💗😍😍😍😍😍👍

  • @simantasvlogs8620
    @simantasvlogs8620 3 роки тому +156

    শিৱসাগৰৰ পৰা মৰম লব ককাইদেউ ❤️❤️❤️

  • @iunknownboy
    @iunknownboy 3 роки тому +32

    গান টো শুনি বহুতে ভাল লাগিছে। আশা কৰিছোঁ এই গানত আহিব লগীয়া ভেদিও টো বহুতে ভাল হব।।

  • @rjentertainment9924
    @rjentertainment9924 3 роки тому +81

    গোলাঘাটৰ পৰা মৰম লবা ককাইদেউ💙💙

  • @actiongirl4305
    @actiongirl4305 3 роки тому +89

    চৰাইদেউ,আমাৰ আপোন ঠাইখন❣️🥰

    • @raktimboruah2348
      @raktimboruah2348 3 роки тому +6

      চৰাইদেও ৰ সোণাৰী জাগা কণ মোৰ বহুত ভাল লাগে 😍❤😘

    • @manujhandique2171
      @manujhandique2171 3 роки тому +1

      Hsa kotha muru bohut vl lge

    • @DipankarBorah740
      @DipankarBorah740 3 роки тому

      Umm

    • @DragonEleven08
      @DragonEleven08 3 роки тому

      মই বৰুৱানগৰ আৰু সাপেখাতিত ডাঙৰ দীঘল হোৱা💓🙂

  • @System-001roast
    @System-001roast 3 роки тому +324

    ৰাতিপুৱা শুনা সকলে like মাৰক 👍❤️❤️

  • @AXOM__ZeNGo
    @AXOM__ZeNGo 3 роки тому +74

    আকৌ এবাৰ কুসুম দাৰ গান আহি গʼল 🙂😍😍

  • @babamultimedia2019
    @babamultimedia2019 3 роки тому +16

    Mojja. Lagese Dada❤️❤️❤️❤️❤️

  • @j.pgamer6347
    @j.pgamer6347 3 роки тому +163

    কিবা এটা বেলেগ ধৰণৰ জীৱন বিছাৰি পাওঁ গীতটিৰ মাজত ✨✨ ... মনমইনা তুমি এতিয়া মোৰ হৃদয়ত💕❣️❣️💕।।

  • @bimanjyotiboruah9078
    @bimanjyotiboruah9078 3 роки тому +16

    দাদা যোৱাকালি ভাবিছিলো আপোনাৰ গান ৰিলিজ কিয় দিয়া নাই বুলি..আজি ৰাতিপুৱাই পাই গৈছো.. ধন্যবাদ

  • @jumonigogoi5947
    @jumonigogoi5947 3 роки тому +32

    অপূৰ্ব, সুন্দৰ, অতি বিতোপন ।গীতটিত এটা সুকীয়া সুৱাদ পালো ।ভিদিঅ' টিলৈ অতি আগ্ৰহেৰে বাট চাম কুসুম দা।

  • @raktimnibircreation7848
    @raktimnibircreation7848 3 роки тому +22

    ৱাহ কি সুন্দৰ কুসুম দাদা
    ভাষা নাই বুজাবলৈ
    ২০২১ চন শিলি যাব
    সকলোৱে আপোনাৰ গানলৈ ৰৈ আছিল

  • @chinmoigogoi4081
    @chinmoigogoi4081 3 роки тому +31

    কুসুম ডা‌, গানটু শুনি বহুত ভাল‌ লাগিল আৰম্ভনিতে অতি সুন্দৰ video টু, অতি শোন কালে চাবলৈ পাম বুলি আশা থাকিল

  • @木日口尸竹日弓口日月
    @木日口尸竹日弓口日月 3 роки тому +29

    আজি ১৯ জানুৱাৰী আজি এই গানটো কোনে কোনে শুনি আছা লাইক মাৰ ❤❤❤😘😘😍💗💗💗

    • @bindasassam9576
      @bindasassam9576 3 роки тому +1

      আজি ১৯ জানুৱাৰী আজি এই গানটো কোনে কোনে শুনি আছা লাইক কৰিবা🥰💖

    • @jahnabideka7406
      @jahnabideka7406 3 роки тому +1

      Saleu nasaleu like karisu

  • @punasonowal452
    @punasonowal452 3 роки тому +35

    বৰ সুন্দৰ লাগিলে ,কুসুম দা👌🏾👌🏾👌🏾👌🏾

  • @jongkientertainment2115
    @jongkientertainment2115 3 роки тому +213

    mjh

  • @aaradhyaayushi6278
    @aaradhyaayushi6278 3 роки тому +18

    Love kusum da voice

  • @luhitduwarah
    @luhitduwarah 3 роки тому +51

    এইটো মাত্ৰ কুসুম আৰু টিম ফিউজনৰ বাদে বেলেগে নোৱাৰে,,নতুন সোৱাদ

  • @NeelSumu93656
    @NeelSumu93656 3 роки тому +16

    কুসুম দা মন মইনা ২০২১ 💯🔥❤️🥀

  • @durlavbaruah7106
    @durlavbaruah7106 3 роки тому +2

    Very very nice song ..💘💝💘

  • @gautamkakaty295
    @gautamkakaty295 3 роки тому +26

    দাদা বহুত সুন্দৰ হৈছে।
    ভাষাই বুজাব নোৱাৰি
    মন মইনা চুপাৰহিট হব ই
    Joi ho

  • @assamchintu9897
    @assamchintu9897 3 роки тому +16

    মাঘ বিহু ফালি দিব এইবাৰ এইটো গানে। সকলোকে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @desigirl6257
    @desigirl6257 3 роки тому +11

    এটাই কম ইউটিউৱ হিলাই দিচা কোছুম দা

  • @ritunjoycreations4252
    @ritunjoycreations4252 3 роки тому +16

    অতি সুন্দৰ হৈছে ভাৱাত কৈয় বেছি ধুনীয়া হৈছে❤️ আমাৰ মাজত এটা সুন্দৰ গান আগবঢ়াই দিছে ভাল লাগিছে কুচুম দা🥰👍👍

  • @utpalphukan582
    @utpalphukan582 3 роки тому +13

    প্ৰথমটো লাইক আৰু কমেন্ট মই কৰিছিলোঁ ১০ মিনিটৰ ভিতৰত 1k পাৰ হৈ গ'ল 😍😍😍

  • @digantahazarika5925
    @digantahazarika5925 3 роки тому +82

    কুসুম কৈলাশ দাৰ সকলো গানেই মোৰ ভাল লাগে ❤️❤️ from Jorhat

    • @trishnasaikia304
      @trishnasaikia304 3 роки тому +1

      Sam 2 you

    • @guniboro8535
      @guniboro8535 3 роки тому +1

      @@trishnasaikia304 samtoy

    • @trishnasaikia304
      @trishnasaikia304 3 роки тому +1

      @@guniboro8535 Hoi karon kussum da gan bur bor doniya..

    • @rajdeepkashyap1546
      @rajdeepkashyap1546 3 роки тому +1

      I just met him today , and now I'm a fan of his songs!

    • @dudulsaikia1633
      @dudulsaikia1633 3 роки тому +1

      I think I have to be a good day. We are going to have a look at it. The only one

  • @SumanSanjibMusic
    @SumanSanjibMusic 3 роки тому +60

    কুচুম দা আকৌ এবাৰ Disco ভণ্টি লাগে plz 🙈

  • @মনজিৎ
    @মনজিৎ 3 роки тому +58

    কালি মেজিৰ গুৰিত continues শুনিলোঁ । আমাৰ দাদাজন 🔥🔥🔥

  • @SHREEKUNWARENTERTAINMENT
    @SHREEKUNWARENTERTAINMENT 3 роки тому +17

    Very Nice

  • @akashphukon3095
    @akashphukon3095 3 роки тому +20

    অন্য সোৱাদ পালোঁ গানটোত kussum দা । mzah❤💯💯✔

  • @santanukaushikofficial7639
    @santanukaushikofficial7639 3 роки тому +17

    বাহঃ...💙
    কিমান সময়ৰ পিছত 🙏💞💞💞

  • @borgohainassam3914
    @borgohainassam3914 3 роки тому +10

    গাণটো বহুত বিচাৰি আছিলো৷লং লেং বুলি জনা নাছিলো৷সুন্দৰ গাণটো৷আজি সম্পূৰ্ণকৈ শুনি ভাল লাগিল

  • @m.r.gogoi2169
    @m.r.gogoi2169 3 роки тому +17

    দাদা disco গানটোৰ নিচিনা এটা গান বনাব না please 🥺

  • @mousumichetia7579
    @mousumichetia7579 3 роки тому +153

    পাহাৰ-ভৈয়ামৰ একাকাৰ কৰি আমি এক সূঁতি....... 💓💓💓
    Frm sivasagar

  • @nikhitagogoi9587
    @nikhitagogoi9587 3 роки тому +22

    উজ্জল আৰং ককাইদেউ ইমান ধুনীয়া ‌music 🔥🔥

  • @crinstondeacock2232
    @crinstondeacock2232 3 роки тому +46

    দাদাৰ গান মানেই হিট 🔥 গোটেই নামবোৰ অসমীয়াত লিখাৰ বাবে ধন্যবাদ।

  • @বনিয়াপোৱালি
    @বনিয়াপোৱালি 3 роки тому +46

    জুবিন দাৰ পাছতেই মোৰ সকলোতকৈ আপোন গায়ক জন কুচুম দা
    Love from jorhat ,teok

  • @borokhunrkobita16
    @borokhunrkobita16 3 роки тому +11

    ALWAYS love you kusum daa❣️❣️❣️

  • @subhanjitsaikia1670
    @subhanjitsaikia1670 3 роки тому +34

    কুসুম দা গানত কিবা এটা নতুনত্ব শুনিবলৈ পাওঁ।। সেইকাৰণে কুসুম দা মোৰ all time favorite love you Kussum Da😍

  • @mrshyamalgogoi.4554
    @mrshyamalgogoi.4554 3 роки тому +17

    কুসুম দা গানটি শুনি বহুত ভাল লাগিল। ভাষাৰে বুজাব নোৱাৰি। ❤❤🔥🔥

  • @papulgogoi1949
    @papulgogoi1949 3 роки тому +6

    Nilakshi ba voice amazing 😍😍😘😘

  • @hanas6176
    @hanas6176 3 роки тому +215

    বৰ ভাল লাগিল নাগামিচ ভাষাটো……ভিদিঅটোত নগা ভনী এজনীকে লব কুসুম কাই আমাৰ কেইজনীৰ মুখকেইখন চাই আমনি লাগিছে

  • @MusicalAssamJD
    @MusicalAssamJD 3 роки тому +27

    মন মইনা তুমি জুই,, অপেক্ষাৰ অন্ত পৰিল 💕💕

  • @uttamboruah1395
    @uttamboruah1395 3 роки тому +10

    Kokaideu babe ata like kora❤️👇

  • @rajvidas1391
    @rajvidas1391 3 роки тому +73

    কুসুম দা সকলো গান ভাল লাগে ।
    এইবাৰ এইটো গানে মাঘৰ বিহু হিলাই দিম।❤️🔥🔥

  • @konokbora1076
    @konokbora1076 3 роки тому +22

    𝐴 𝑀𝑂𝐽𝐽𝐴 𝐾𝑈𝑆𝑈𝑀 𝐷𝐴
    𝐼 𝐿𝑂𝑉𝐸 𝑌𝑂𝑈

  • @TheBubu674
    @TheBubu674 3 роки тому +30

    কুসুম দা গান টো শুনি বহুত ভাল লাগিল নিজকে । ভিডিও টো অতি সোনকালে পাম বুলি আশা থাকিল দাদা 😍😍

  • @itz_kiiiran0786
    @itz_kiiiran0786 3 роки тому +27

    কুসুম দা you are my favorite singer🎤
    Love from Dhemaji

  • @atoz4960
    @atoz4960 3 роки тому +26

    Something new.. like the mixer of Assamese and nagamese

  • @binomasonowal4871
    @binomasonowal4871 3 роки тому +5

    Nice song kusum da

  • @shyamalgogoi9989
    @shyamalgogoi9989 3 роки тому +13

    বিৰাট ভাল লাগিছে,,,👍👍👍
    কালি শুনিম বুলি ৰৈ ৰৈ ১১.৩০ বজাত শুই গ'লো আৰু আজি ইউটিউব খুলি প্ৰথমেই আপোনাৰ গান । মন মনইনাৰ প্ৰতি এক সুকীয়া আৱেগৰ সৃষ্টি হৈছে ।😍

  • @bikashchetia4053
    @bikashchetia4053 3 роки тому +16

    Team " মন মইনা " Rock ... ❤️❤️❤️✌️✌️✌️
    Congratulations to all of you ...
    Waiting for the video

  • @chanduvlog919
    @chanduvlog919 3 роки тому +15

    এইবছৰৰ মৰম লগা গান শুনি ভাল লাগিল দাদা , আৰু বাইদেউ ৰ মাত টো খুব ধুনীয়া লাগছে , আশা কৰোঁ আৰু ভাল ভাল গান শুনিবলৈ পায় যেন ❤️❤️🙏🙏🙏

  • @sangitaborah8252
    @sangitaborah8252 3 роки тому +28

    এইবাৰ আমাৰ মন ম‌ইনা জনী হিত হ'ব যেন পাওঁ🥰

  • @sastiranjanborah9233
    @sastiranjanborah9233 3 роки тому +55

    নতুনত্ব কিবা এটা শুনিবলৈ ৰৈ আছিলো ফাইনেলি আজি পালো। ভাল লাগিল ডাঙৰ দা। সুন্দৰ হৈছে👍👍👍

  • @yirain4082
    @yirain4082 3 роки тому +11

    The female vocals are so soothing 😍 ❤️

  • @smmobilepoint
    @smmobilepoint 3 роки тому +79

    কুসুম দা ৰেপ গান আৰু কেতিয়া পাম,, বহুত দিনৰ পৰা ৰৈ আছো

  • @manujkonwer8400
    @manujkonwer8400 3 роки тому +20

    ভিডিও বনালে নাগিনী এক্টৰেছ এজনী লব আৰু ভাল লাগিব।

  • @pujapuja6638
    @pujapuja6638 3 роки тому +10

    Sabo mon nogola nasabo... Kintu dislike nidibo 🙏🙏....

  • @satyasundarofficial7286
    @satyasundarofficial7286 3 роки тому +38

    Lyrics & nilakshi naga voice production outstanding