Assam and its rich folk culture | Saturday Nite with Debajit Bhuyan
Вставка
- Опубліковано 14 гру 2024
- Assam and its rich folk culture: in terms of folk culture and music, Assam is so much rich and colourful. Watch this episode of Saturday Nite with Debajit Bhuyan bringing beautiful Assamese folk culture to you.
#Assam #FolkCulture #FolkMusic #AssameseFolkMusic #TribesInAssam
Follow PragNews:
Facebook: / pragnewsassam
Visit: pragnews.com/
Twitter: / prag_newsassam
This is my Assam. Aamar bor axom... They are the soul of our Assamese culture.... Thank you all... For wonderful.. Presentation..
মনৰ অনুভৱবোৰ কি দৰে ব্যক্ত কৰো।আজি শব্দৰ অভাৱ। আপোনালোকৰ যাত্ৰা যেন কেতিয়াও ওৰ নপৰে তাকেই কামনা কৰো।
সচাকৈয়ে মন আপ্লুত হৈ গ'ল ।জয় আই অসম
Bohut bohut val lagil jitu kothare bujabo nuwari
বহুত বহুত ধন্যবাদ ভাল লাগিল ,জয় আই অসম,
আপোনাৰ লোকৰ প্ৰচেষ্টাত/ সাধনাত আমি বহুত নথৈ আনন্দিত সুখী অনুভৱ হৈছো...
যদি আপোনা লোকে পাৰে (সুৰ/ তাল/লয়...) এইবিলাকত আৰু অলপ পাৰিলে আৰু অলপ গুৰুত্ব দিবচোন...
আৰু আপোনাৰ লোকলৈ মোৰ ফালৰ পৰা মৰম /। হিয়া উজাৰি শুভেচ্ছা থাকিল.....❤️❤️❤️
জয় আই অসম❤️❤️❤️
অতি সুন্দৰ আৰু আগুৱাই যোৱা এয়াই নেদেখা জনৰ আগত প্ৰাৰ্থনা কৰিলো।
২০২১ চনত মাৰ্চ মাহত ১০/০৩/২০২১ কোনে কোনে এইটো প্ৰগেম চাই আছা এটিৱা ও.....
জয় আই অসম❤️❤️❤️
Moi sai aasu atia🙏
@@ROONEY___999
Thnk u..❤️
বহুত ভাল লাগিল অনুষ্ঠানটো চাই ।
I've been playing the "Doba" in Tezpur Thespian since 2011 ... I was shocked after seeing the Doba player , as he used the same style while playing...
অসম মাতৃক জীয়াই ৰখাৰ ভাড় আপোনা লোকৰ ওপৰতেই । ঈশ্বৰে সহায় কৰক । জয় আই অসম ।
অতি মধুৰ জনপ্ৰিয় আৰু
এনে কয় আগলৈকে আগুৱাই যৱা
জাতীয় সংগীত, ভুপেন্দ্ৰ সংগীত, বিহু, বিয়া নাম, তিয়া, চাহ-জনগোষ্ঠী, বড়ো, ৰাভা-হাজং, ....... সমন্বয় মানিবলগীয়া👍💙💚💛🧡❤️💜
উজনি অসমৰ জনগোষ্ঠীসমূহৰ সংস্কৃতি সমূহ সংযোজন কৰা হ'লে আৰু সুন্দৰ হ'ল হয়🙏🙂
জয় আই অসম..
আমাৰ সংস্কৃতি আমি জীয়াই ৰখিব লাগিব।। ভাল লাগিল প্ৰয়াস দেখি👍🏻👍🏻
😍
নমকী
অতি সুন্দৰ। বহু বহু শুভেচ্ছা থাকিল
Mind blowing performance
💐💐🙏🙏🙏🙏💐💐💐
Hundor ...👍👍❤️❤️❤️Hokoluye aguwai juwa ....👍👍👍👍❤️
হচাকে আমাৰ ঢ়োল বিভিন্ন ধৰণৰ।চাপৰ দেই🙏🥰🥰 জয় আই অসম ❤❤
প্ৰাগনিউজলৈ এই প্ৰিয় অনুস্থানৰ দিহা কৰা বাবে অভিনন্দন।দলটোৰ বাৰেৰহণীয়া সংস্কৃতি প্ৰদৰ্শনৰ বাবে অভিনন্দন।
Jai aai Assam🙏👍
জয় আই অসম জয় আই অসম জয় আই অসম ❤️🔥❤️🔥🥰🥰🥰🥰🙏
বহুত বহুত ভাল লাগিল দেই
Abhayapuri r manuh hisape gourob anuvob krilu❤
অতি সুন্দৰ।এয়াই লাগে আমাক।
Very nice..gteimkha loi God bless you...🥰
Feel proud to be an Abhayapurian.
And also feel proud that many of these people are my juniors and my students..loads of love..😊😍
বৰ সন্তোষ দি থৈ গ'ল
ভগৱানে আৰু আগুৱাই লৈ যায় যেন
বহুত ভাল লাগিছে। আগলৈ আগবাঢ়ি যাওক।
অতি উত্তম ৷ অতি উত্তম ৷ অতি উত্তম ৷
বহুত ভাল লাগিল
Bht val lgel... Assaam🙏
Excellent year
আমাৰ চিনাকি ! এইয়াই আমি !
Great work ! Wish u a bright future team 😊
Moajhh... Gotei mkha loi god bless you.... 😘😘😘
Gotei mokha ki bstu ako.. br bea xuni aibur xobdo
ইমান ভাল বজাছে
অতি সুন্দৰ
আপোনালোককলৈ গৌৰব কৰু
Bht Bht bht val lagil sai
Rich of assamese culture
very nice. atut thakok ai jatra. tarei kamona korisu
Hosake bohut dhuniya lagil bohut moza
আতি সুন্দৰ আপুৰব
আমি অসমীয়া নহয় দুখীয়া ❤️🙏 । বাৰেবৰণীয়া কৃষ্টি সংস্কৃতি লৈ আজিও জিপাল আমি ❤️🙏 আৰু এনেকুৱা শান্তি যেন কতোৱে নাই ।।
All the best thanking.
So nice this flute musiciyall
এক সমন্বৰ যাত্ৰা
ধুনীয়া।
অতি ধুনীয়া দেই মজ্জা
Nice performance like from goalpara Jacob Rabha ❤️❤️❤️
I like Bahi without Bahi this progame is nothing. Thanks for such a Progame.
L7pp
জয় আই অসম
Bahut bahut dhunia hoise
অপূৰ্ব❤️
ধুনীয়া লাগিছে
Jai aai Assames taibel ,
Very nice... We proud of you...
আমি অসমীয়া নহয় দুখীয়া।সচাই অসম দুখীয়া নহয় । বহুত ভাল লাগিল ধন্যবাদ।
great ami axomiya nijok nisine oxm roxatole jabo.
khub dunya lagese hosa Moi o folk classical music bojau👍
Goob
অসমীয়া কৃষ্টি সংস্কৃতিৰ বাৰেৰহণীয়া অপৰূপ দৃশ্য দৃশ্য
hosai bhut val lagise
So beatiful
Wow ..dhunia
Mind blowing
Ak mot hb hl aami Jai aai axom
Nice song and music
It is really super se babut super amazing
Oooo ooooooooooow moja lagise oooooo
Bahut vl lagil... and the last part touches my heart....
Ma kosom mind-blowing
Very nice of your profar menc
দল টো কৰ হয় বহুত ভাল লাগিল join কৰিব পাৰিম নেকি কব চোন বহুত ভাল লাগিল
Bongaigaon, Abhayapuri
wanderfull perfme …
So nice and super..
wonderful.
Bhut dhuniea lagise
Most of the parts seems to be same as Tezpuriya Thespian... Anyway beautiful concept ❤️ we should have the main motto, i.e to upraise our Assamese culture ❤️
Good job @ 9is porfames
সুন্দৰ
Mozaaa
Mojaa... Bht vl lgil
অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ
Nice 😍🥰🥰😃💪
Bohut vhal lagel video te sai
Nice Nice nice ...
Very very nice
very nice TAmam Val lagese day dada
new bonai di thakibi
mga lgil..sai...vedio 2
excellent
Wow mxah lagise
Really very nice performance.
Its amazing performance.. really love it.
Amar assamk loi gourob koru .
Wow,. Keep it up.
ki kom mor bhaxa nai
bhut bhut val lagise sai..
Power of flute
Gud job guyz... 👍Keep up the gud work... Wish u all the 🤞
Very good
Dhaynabad Mohan doltiloi Amar gourav pronam jonalu
❤❤😊
Anyone 2024 ❤️🔥❤️🔥❤️🔥👍
Bahut dhuniya lagise, aibor program bihu stag t kio namate
khub hundor....
Nice.... unbelievable