Hahi De Maa | Tarun Tanmoy | Sunit Gogoi | Lyrical Video

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • AC MULTIMEDIA Label Released "Hahi De Maa" Assamese Song
    Singer - Tarun Tanmoy
    Lyrics - Sunit Gogoi
    Music - Tarun Tanmoy
    Female Voice - Ridipta sharma
    #Hahi_De_Maa
    #Tarun_Tanmoy
    🔴Subscribe Us : bit.ly/2SAwoNZ
    🔵Contact Us On Fb : bit.ly/2DCMMD7
    🔵Contact Us On Instagram : bit.ly/2TNjIQb
    🎧This Songs Is Also Available On ⏸️
    ◾ACMultimedia
    ◾Saavn
    ◾JioMusic
    ◾iTunes
    ◾Gaana
    ◾Hungama
    ◾Wynk
    ◾Instagram
    ◾Facebook
    ◾Google Play
    ◾UA-camMusic
    ◾Amazon Music
    ◾Pandora
    ◾Spicytuneapp
    ◾Deezer
    ◾Tidal
    ◾Napster(beta)
    ◾iHeartRadio(beta)
    ◾Anghami(beta)
    ◾KKBox(beta)
    ◾MediaNet
    ◾ClaroMúsica and 150+ smaller outlets.
    🔴◾◾◾ Thanks ◾◾◾🔴

КОМЕНТАРІ • 2,2 тис.

  • @rishabhangshumedhi4734
    @rishabhangshumedhi4734 4 роки тому +112

    গানটোৰ কথাই অন্তৰ চুই গৈছে।সুৰটোতো আৰু এনেও নিভাঁজ।সঁচা অৰ্থত এটা স্বয়ংপূৰ্ণ গান উপহাৰ দিছে শ্ৰোতাক।
    ক্ষমা কৰিব গানটোৰ মাধুৰ্য প্ৰকাশ কৰিবলৈ শব্দৰ অভাৱ হৈছে আৰু।যিমানে ভাল অলংকাৰেৰে গানটো অলংকৃত নকৰোঁ লাগিলে কম হ'ব দেই।
    ধন্যবাদ এনে এটি গান উপহাৰ দিয়া বাবে।

  • @jeherulislam1534
    @jeherulislam1534 4 роки тому +43

    সচাকৈ বহুত বহুত ভাল লাগিছে গানটো । হৃদয় চুই গৈছে । মাক কিমান ভাল পাওঁ কোনো বস্তুৰেই তুলনা কৰিব নোৱাৰি । ধন্যবাদ তৰুণ দা ইমান সুন্দৰ গান এটি আমাক উপহাৰ দিয়াৰ বাবে ।

  • @jyn3228
    @jyn3228 4 роки тому +34

    উহ!কিযে মিঠাসুৰীয়া গীতটিৰ সুৰ ৷ মাঁক লৈয়ে গোৱা গীতটি শুনি সচাঁকৈ মনটিত সেমেকি গ'ল ৷ইমান শুৱলা গীতৰ সুৰৰ বাবে গীতিকাৰ, সুৰকাৰলৈ ধন্যবাদ জনালোঁ ৷

  • @digantacreation1260
    @digantacreation1260 Рік тому +3

    Maa bht vl paw 2mk
    Tarun daa
    Apuni sdai aneke jiliki thkok 💝
    Lyrics 🔥🔥🔥
    Hridoy khn t jn kiba ata lagi goise 😣

  • @Dmjiu
    @Dmjiu 4 роки тому +94

    পৃথিৱীৰ protyg গৰাকী মা লৈ অলেখ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ🙏lv you maa❤️

  • @naturevideoscreations7103
    @naturevideoscreations7103 4 роки тому +474

    অতি সুন্দৰ 😍
    Love u" মা" মাৰ কাৰনে like এটা কৰি দিয়া ❤❤❤

  • @krishnakantalahon6167
    @krishnakantalahon6167 4 роки тому +165

    ইমান ভাল লাগিল শুনি 😍😍😍👌কি যে ধুনীয়া কণ্ঠ.... দিনটোত অতি কমেও তিনি /চাৰি বাৰ এইটো গান মই শুনো 😍😍মা কাৰণে এটা লাইক, এটা কমেন্ট 🙏

  • @rupadutta.1149
    @rupadutta.1149 4 роки тому +76

    হৃদয়স্পৰ্শী কথা আৰু শব্দবোৰ , সুৱলা সুৰ ,বৰ সুন্দৰ লাগিল ,আজিকালি প্ৰায় নোহোৱা হৈছে এনেকুৱা গান শুনিবলৈ ,

  • @bidulmatak850
    @bidulmatak850 4 місяці тому +3

    হৃদয় স্পৰ্শী এটি গীত, বাস্তৱ জীৱনত ঘটি থকা কিছুমান কাহিনী প্ৰকাশ পাইছে, বৰ ভাল লাগিল গীতটি শুনি,love you maaa❤

  • @GitashreeKitchenAndVlogs
    @GitashreeKitchenAndVlogs 5 місяців тому +8

    বহুত ধুনীয়া গান আমাৰ ২ বছৰীয়া ছোৱালীয়ে সদায় শুনি শুনি টোপনি যায় ❤️ হৃদয় চুই যোৱা গান 👍👌👌👌👌

  • @nababarman2429
    @nababarman2429 4 роки тому +364

    পৃথিৱীৰ প্ৰতিগৰাকী "মা"লৈ সশ্ৰদ্ধ প্ৰণিপাত...

  • @monivlogs4716
    @monivlogs4716 4 роки тому +596

    ইমান ধুনীয়া গীতৰ কথা-সুৰ পৰিচালনা লগতে কণ্ঠত লাইক কমেন্ত নাই কি আচৰিত।পাৱত গজা কিছুমান সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰা কিছুমানৰ গীতত লাইক কমেন্ত কিয়।অসমৰ কেঁচা মাটিৰ গান গোৱা শিল্পী সকলক আগোৱাই নিব বুলি অসমৰ ৰাইজলৈ এটি অনুৰোধ জনালোঁ ধন্যবাদ।

  • @sasankaborgohain9422
    @sasankaborgohain9422 4 роки тому +28

    এই গানটো lyrics খিনি ১-2 বছৰ আগৰ পৰাই জানো। যেতিয়া গানটো গুনগুনাইছিলো নজনাকে চকু পানী ওলাই আহিছিল। গানটোৰ lyrics জনাৰ পাছত কিমান মাহ ৰখিলো ঠিক নাই চাগে। শেষত নতুন বছৰত পালোগৈ। ধন্যবাদ তৰুন দা।

  • @dipsikhagoswami1252
    @dipsikhagoswami1252 4 роки тому +16

    অতি সুন্দৰ! সুমধুৰ কনঠ আৰু ধুনীয়া গীতৰ কথাৰে হৃদয়স্পৰ্শী এই গীতটো শুনি খুব ভাল লাগিল। আন্তৰিক অভিনন্দন যাচিলো।🙏🙏🙏

  • @sankardas3222
    @sankardas3222 3 роки тому +5

    জন্মদাতা মাৰ বাবে এটা 👍👍👍 লাইক দিয়া। আজি মাৰ বাবে এই সুন্দৰ পৃথিৱীখন দেখিবলৈ পাইছো। আইৰ সমান হ'ব কোন নৈৰ সমান‌ বোবো কোন । Love you Ma 💞💞💞

  • @joonboragohain8370
    @joonboragohain8370 4 роки тому +21

    অপূৰ্ব ব্যক্তিৰ অপূৰ্ব সৃষ্টি ......প্ৰকাশ কৰিবলৈ হয়তো শব্দৰ অভাৱ হব 👌👌👌

  • @tribeniborah666
    @tribeniborah666 4 роки тому +122

    ৱাঃ। মালৈ এইটো এটা সুন্দৰ উপহাৰ 💓। মন প্ৰাণ কাঢ়ি নিয়া গান 😍😍😍 ধন্যবাদ গানটোৰ বাবে।

  • @MRAxom
    @MRAxom 4 роки тому +342

    Tarun tanmoy lover like plz 👍

    • @munmisonowal1073
      @munmisonowal1073 4 роки тому +2

      হাঁহি দে মা হাঁহি দে না ,টোৰে এটি হাহিতে, পাও হেজাৰ হাতীৰ বল।।।।😍bhut besi vl lga ga2..

  • @gitanjalitalukdar3651
    @gitanjalitalukdar3651 2 роки тому +27

    এই গানটো শুনিলে বৰ সাহস পাওঁ।কাৰণ মায়ে মোক বহু কষ্ট কৰি ডাঙৰ দীঘল কৰিলে।এটা চৰকাৰী চাকৰি পোৱালৈ সক্ষম কৰি তুলিলে।

  • @jitulkalita4455
    @jitulkalita4455 Рік тому +9

    তৰুণ তন্ময় দা আপোনি গুৱা গীতটোৰ কথাই বিলাকে হৃদয় মন চুই গৈছে, এখন দুখীয়া ঘৰৰ পৰিয়াল এটা জীয়া কাহিনী ,বহুত ভাল লাগিছে গীতটো দাদা , মোৰ মা লগতে সকলো মা সুস্থ হৈ থাকক ,

  • @hiteshhatok2012
    @hiteshhatok2012 4 роки тому +80

    গান টো শুনি অন্তৰ চুই গল ।
    দুচুকু সেমেকি উঠিল।

  • @kabitagoswami9492
    @kabitagoswami9492 4 роки тому +23

    এনেধৰনৰ গানবোৰেহে মনত নেদেখা এনাজৰী এডাল গাঠি দিয়ে ,,, ,,,,, তন্ময় দা আপোনাক অশেষ ধন্যবাদ ........!

  • @axomiya558
    @axomiya558 4 роки тому +172

    Tarun tanmoy দাৰ এই মহান কণ্ঠ সচাকৈ অতুলনীয়, লগতে Sunit gogoi দাক এনেকু্ৱা মহান সৃষ্টির বাবে বহুত বহুত ধন্যবাদ জনালো ।।

  • @niharnath2902
    @niharnath2902 3 роки тому +32

    মা নোহোৱা অনুভৱ ভালদৰে হৈছে আজি
    মা এৰি থৈ যোৱা আজি 20 দিন মান হল যতেই আছে ভালদৰে থাকে তাকে ভগৱান ভালদৰে ৰাখক

  • @junpradhan7807
    @junpradhan7807 4 роки тому +18

    ইমান সুন্দৰ গীত আৰু like দিব'লৈ মাত্ৰ কেইটামান

  • @kushalborah89
    @kushalborah89 4 роки тому +14

    Plz don't dislike this song, Eman dhuniya Gan...xosai ki kom aru... Hearttouching..

  • @bidyutdeka803
    @bidyutdeka803 4 роки тому +19

    তৰুণ তন্ময় দাৰ (মইনা চৰাই কইনা হব )গানটো মোৰ সকলোতকৈ প্রিয় গান। আৰু আজি (হাহি দে মা) গানটো শুনি অত্মৰ চুই গ'ল। বহুত ভাল হৈছে গানটো। 🙏🙏🙏

  • @raktimnibircreation7848
    @raktimnibircreation7848 4 роки тому +30

    ইমান সুন্দৰ কণ্ঠ লগতে আমাৰ মৰমৰ মা ক লৈ গানটো গাইছে, কোন সেইকিটা যিয়ে Dislike দিছে। সিহঁতৰ হিদয় নাই চাগে

  • @arindomdhadumia7720
    @arindomdhadumia7720 Рік тому +10

    গীতটো যদি অলপ গভীৰ ভাবে অনুভৱ কৰা হয় তেন্তে চকুৰ পানী উলাই আহে। ধন্যবাদ শোণিতদা আৰু তৰুণ মাউত ককাইদেউ এই গীতটো চিৰযুগমীয়া হৈ ৰব

  • @SUPROTIM390
    @SUPROTIM390 4 роки тому +8

    Moja 👍👌👌

  • @bikiranvlogs7499
    @bikiranvlogs7499 4 роки тому +40

    মা তুমি অনন্যা ❤️❤️

  • @jayantamu4506
    @jayantamu4506 4 роки тому +88

    জন্মদিন ৰ অলেখ শুভকামনা থাকিল, তৰুণ তন্ময় দা

  • @bishnugogoi7261
    @bishnugogoi7261 4 роки тому +33

    Awesome lyrics sonit da...awesome singing tarun tanmoy da...hriday sui gl..

  • @juridevi8544
    @juridevi8544 3 роки тому +4

    হৃদয় স্পৰ্শী।কথা, সুৰ ,কণ্ঠৰ tribeni সংগম।বৰ্তমান সমাজত এনে মূল্যবোধৰ গীতৰ প্ৰয়োজন।সকলোলৈকে ধন্যবাদ আৰু শুভকামনা যাচিলোঁ।

  • @namitdeka
    @namitdeka 2 роки тому +2

    অতি সুন্দৰ 💛

  • @dhan951
    @dhan951 4 роки тому +35

    জীৱনত প্ৰথম গান শুনি কান্দিলো, বহুত মনত পৰিছে মা লৈ....

  • @k.mstudio8916
    @k.mstudio8916 4 роки тому +12

    বহুত ভাল লাগিল তৰুণ দা......কৱলৈ ভাষা নাই😘😘😘

  • @jyotishmitakalita9974
    @jyotishmitakalita9974 4 роки тому +18

    Maa❤❤❤❤ just feel peaceful..... N lyrics are good👍👍👍

  • @durnakhanikar4295
    @durnakhanikar4295 2 роки тому +51

    মা তোমাৰ অবিহনে সকলো আধৰুৱা 💞💞❤❤

  • @anamikadeka9468
    @anamikadeka9468 2 роки тому +41

    সকলো মাতৃ লৈ বহুত বহুত শ্ৰদ্ধা আৰু মৰম জাচিলো ♥️

  • @santanukaushikofficial7639
    @santanukaushikofficial7639 4 роки тому +64

    মা....... আজি বিশ্ব মাতৃ দিৱস!!!!!
    তোমাৰ চৰণতেই মোৰ পৃথিৱী 💟💟💟💟💟

  • @assamesevibe9334
    @assamesevibe9334 4 роки тому +5

    Uff ki km ru mon sui gl o maa 😍😍 মা মোৰ বাবে second God 😍

  • @Pulak_kalita
    @Pulak_kalita 4 роки тому +16

    বহুত বহুত ভাল হৈছে...।। কি কম আৰু কবলৈ একো ভাষা নাই.❤️💖

  • @lovitaofficial503
    @lovitaofficial503 3 роки тому +6

    নৈৰ সমান ব'ব কোন,,আইৰ সমান হ'ব কোন...
    গীতটি শুনি এক অজান শোকে খুন্দা মাৰি ধৰিলে 😭❤

  • @taralidas5524
    @taralidas5524 4 роки тому +1

    Mon Soi jua ati xundor konthor xundor gan. Bht bht bht vl lgil song to❤❤❤❤

  • @pinkukrdas2828
    @pinkukrdas2828 4 роки тому +8

    বহুত সুন্দৰ একে বাৰে হিয়া ভৰি যোৱা গানঃঃঃ

  • @deboprotimdas6857
    @deboprotimdas6857 4 роки тому +32

    বহুত বহুত......ভাল লাগিল।

  • @TechsInAssamese
    @TechsInAssamese 4 роки тому +4

    Proud to have you as one of my best friends... Sunit kaair likhar uporot aru ki comment korim.. Hats off to him... Gaantu kori thakutei moi pagol hoi goisilu xuni...

  • @jessinhtoxis8799
    @jessinhtoxis8799 4 роки тому +3

    Kandi dibo loga hoise song2 xuni. Sui goise😘😘 tanmay daa awsome❤

  • @paharigogoi3681
    @paharigogoi3681 4 роки тому +12

    সচাই বহুত ধুনীয়া গীত অ ভাল লাগিল শুনি মা সমান কোনো হ'ব নোৱাৰে । I really miss you Maa

  • @Sakuntalanathbaruah
    @Sakuntalanathbaruah 4 роки тому +8

    বৰ ভাল লাগিল । ইমান সুন্দৰ গীত ... হৃদয় চুই গ'ল💐💐

  • @mydreamssk9330
    @mydreamssk9330 4 роки тому +4

    তৰুণ, তোমাৰ কণ্ঠৰে পুনৰবাৰ এনেকুৱা মিঠা এটি গীত আমাক উপহাৰ দিয়া বাবে বহুত বহুত ধন্যবাদ। তোমাৰ কণ্ঠত প্ৰাণ পোৱা এই গীত টোৱে আমাৰো প্ৰাণ টানি ধৰিছে।

  • @dhunugogoi7407
    @dhunugogoi7407 4 роки тому +6

    Bohu dinor pora ai gantu bisari asilu .so aji pai golu .nice song torun da

  • @kushaltalukdar6241
    @kushaltalukdar6241 4 місяці тому +2

    Heart touching song

  • @rakeshboishnab8234
    @rakeshboishnab8234 2 роки тому +2

    বহুত দিনৰ পিছত ভাল গান হুনিলো দাদা❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @himalayashappiness227
    @himalayashappiness227 4 роки тому +8

    Hosakoi hridoy sui gol gaantuye...Hunit dada aru Tarun dada dhonyobad..Val k mon dile dusokuye sokulu boi jabo huni sauk....❤️

  • @kushalphukanentertainment3569
    @kushalphukanentertainment3569 4 роки тому +93

    অন্তৰ্স্পশী গান৷ মাৰি দে মাৰি দেনা লাইক এটা৷ জয় তৰুণ আৰু শোণিত দা

  • @pradip5119
    @pradip5119 4 роки тому +4

    Dhuniya gan dada

  • @himashreemedhihima3973
    @himashreemedhihima3973 2 роки тому +8

    এটাই শব্দ
    ........ মা........
    ❤️🙏

  • @user-fd9xo5nz6d
    @user-fd9xo5nz6d 7 місяців тому +2

    Bohut morom loga gan👌👌👌❤❤❤❤❤❤

  • @bikoshitagogoi7673
    @bikoshitagogoi7673 4 роки тому +317

    Like এটা মাৰি নিজা পৰিচয় দি যাৱক মাৰ বাবে মৰমত dislike কৰি কিয় হৃদয়হীন পৰিচয় দিছে🥰👌 যদি তৰুণ তন্ময় দাদা আপোনাৰো favorite singer তেনে এটা like🥰

  • @debanandabharali9490
    @debanandabharali9490 4 роки тому +128

    আই সমান কোনো হব নোৱাৰে যিয়ে বিনা শ্বাথত মায়ে মৰম কৰে যিমান যি ভুল কৰিলেও পলকতে ক্ষমা কৰি দিয়ে , মা তোক বহুত ভাল পাওঁ অ ।

  • @user-fs9yw1bv8b
    @user-fs9yw1bv8b 4 роки тому +15

    মন প্ৰাণ সৰি নিলে, কথা - সুৰ সকলো সুন্দৰ।

  • @mofidabegum1235
    @mofidabegum1235 3 роки тому +2

    Mozza

  • @pranabvitalicreation5723
    @pranabvitalicreation5723 2 роки тому +1

    Ufff... Hridoy sui gol gan Tue☺️❤️❤️

  • @kandarpabailong2666
    @kandarpabailong2666 4 роки тому +9

    Omg emn dhuniya xur, dhuniya lagise 😘😘😘😘😘😘😘
    Nice song, Tarun Tonmoy always best

  • @xopunordhemali5589
    @xopunordhemali5589 4 роки тому +9

    Waaaw ki lyrics ... Ki voice 😍.. Love you tanmoy daa😍😍

  • @niharnath2902
    @niharnath2902 4 роки тому +27

    কি কম গানটো শুনা পিছত কবলৈ ভাষা নাই।
    মা মোৰ কলিজা আৰু দেউতা মোৰ জীৱন ।

  • @amarjyotigoswami8307
    @amarjyotigoswami8307 2 роки тому +2

    Kio bare bare abegik hoi jao eitu gaan xunile. Jimn bar e xuno soku pani ulai. Kib eta beleg bujabo nuara abeg. Eman xohoj nhoi enekua eta geet sristi kra tu. Bohut kostor murot he hoi. Bhut bhut dhonyobad Tarun da aru sunit da.

  • @tutumoni9571
    @tutumoni9571 2 роки тому +15

    মা নামৰ আকাশ খন বহুত বিশাল I love you maa 😘😍

  • @kartiknath2991
    @kartiknath2991 4 роки тому +29

    অতি সুন্দৰ লাগিছে অ' গান 2... Love ❤u maaa

  • @axomiyalora5630
    @axomiyalora5630 4 роки тому +1084

    Maa karona ata like kora❤️👈👇

    • @lakhinathdas2869
      @lakhinathdas2869 4 роки тому +10

      অতি সুন্দৰ হৈছে।

    • @champakdeka2605
      @champakdeka2605 4 роки тому +9

      মা তুমি মোৰ মাথোঁ মোৰ

    • @thers200rider3
      @thers200rider3 4 роки тому +8

      Maa❤❤❤❤❤

    • @gaurabsaikia4952
      @gaurabsaikia4952 4 роки тому +4

      Oh Maa I luv dis songs

    • @anamikaborah2610
      @anamikaborah2610 4 роки тому +10

      সঁছাকৈয়ে মা দেউতাৰ দৰে কোনেও মৰম দিব নোৱাৰে।

  • @prasanta_gaming_vlog
    @prasanta_gaming_vlog 4 роки тому +22

    ভাল লাগিল শুনি। সুন্দৰ হৈছে

  • @jitamanirabha8113
    @jitamanirabha8113 3 роки тому +9

    Love you ma❤❤মা তোমাৰ অবিহনে সকলো আধৰুৱা ❤❤

  • @hsassam1006
    @hsassam1006 9 місяців тому

    গানটো বহুত ভাল পাওঁ ,নাজানো কিবা এটা হিদয় চুই যায়। মা বুলি কলে পৃথিৱী ❤ তৰুণ দাদা লৈ অলেখ মৰম যাছিলোঁ ❤❤❤❤❤❤❤❤❤

  • @jintuvlogs2453
    @jintuvlogs2453 4 роки тому +36

    I like this song 😍 khosai bohut Val lagil git Tu huni

  • @jitudeka8648
    @jitudeka8648 4 роки тому +377

    সচাকৈ তৰুণ তন্ময় দাৰ গীতবোৰে অন্তৰ স্পৰ্শ কৰি যায়। dislike মৰা সকল নিশ্চয় সেই মহান মহান সন্মানীয় লোকসকল যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থয়।

    • @babliestatus1880
      @babliestatus1880 4 роки тому +7

      Bahut hondar lage Honi gaan tekhetar Hahide maa Ufff kiman j hono oo Honi Honi kandio dio 😰😰😰😰

    • @jubiphukan3862
      @jubiphukan3862 4 роки тому +11

      হয় অ। এনেকুৱা মানুহবোৰৰ বাবে মা দেউতাৰ কোনো সন্মান নাই। তেওঁলোকে মাথো টকাৰে সুখ কিনিব বিচাৰে।

    • @jitudeka8648
      @jitudeka8648 4 роки тому +11

      @@jubiphukan3862 এইবিলাক মানুহৰ বাবেই আজি সৃষ্টি হৈছে বৃদ্ধাশ্ৰম, নিজৰ পুত্ৰ-কন্যা থাকোতে জানো ইয়াৰ কিবা প্ৰয়োজন ? নাই নাই মানুহবিলাকৰ নিজৰ মা-দেউতাৰ বাবে অলপ সময় নাই,যাৰ বাবেই আজি তেওঁলোকে এই পৃথিৱীত মানুহৰূপে আহিব পাৰিছে।
      ।।।ধিক্কাৰ ।।।।

    • @bhaskargogoi6201
      @bhaskargogoi6201 4 роки тому +2

      Hosai ontor sui goise

    • @ankipriyakalita3057
      @ankipriyakalita3057 4 роки тому

      @@jitudeka8648 thike koisa

  • @swarnakantask716
    @swarnakantask716 4 роки тому +9

    Heart touching 💙💜💙💙

  • @najima1116
    @najima1116 Рік тому +10

    Love you mom 😍😍

  • @Lkmusic443
    @Lkmusic443 3 роки тому +1

    No words to say..hats off🙏🙏

  • @user-oy1pu3ro3h
    @user-oy1pu3ro3h 4 роки тому +15

    তন্ময় দা আপোনাৰ চিৰসেউজ গীতবোৰ আগৰ পৰাই শুনি আহিছো আকৌ এবাৰ আপোনাৰ দৰদী কণ্ঠত "মাৰ" বাবে এটি সুন্দৰ গীত শুনিবলৈ পালো ধন্যবাদ। মা লাভ য়ু ।

  • @joonrmxvlogs1922
    @joonrmxvlogs1922 4 роки тому +9

    Really heart touching song😘😘😘 maa love 😍😍

  • @pollabpratim8056
    @pollabpratim8056 4 роки тому +11

    প্ৰথম কলিটোতে চকু পানী বৈ গ'ল তৰুণ তন্ময় দা, সুন্দৰ ❣️

  • @dipanjalichetia879
    @dipanjalichetia879 4 роки тому +3

    মাক লৈ বৰ গভীৰ অনুভৱ। এগৰাকী মা হিচাপে salute কৰিছোঁ।

  • @dimbeswarkalita7906
    @dimbeswarkalita7906 2 роки тому +1

    Heart touching song ❤️❤️❤️

  • @achintadas6441
    @achintadas6441 4 роки тому +11

    Mojja tarun tonmoy damn😍😍

  • @mukundamusic......8852
    @mukundamusic......8852 4 роки тому +8

    Aaaiii gan to adin moi gutee UA-cam bisare napalu aji Pai golu🥰🥰🥰 moi aaiii gan to bohut val pau ... June gaise bohut bohut bohut val gaise

  • @technicalhelpinassamese689
    @technicalhelpinassamese689 4 роки тому +32

    বঢ়িয়া হৈছে ।সচাঁকৈ গান টো বহু অৰ্থ পূৰ্ণ ।🙏🙏🙏🙏👏👏

  • @dikshitamusic7507
    @dikshitamusic7507 3 роки тому +4

    সচাই গীতটি শুনি দেহা ,মন শাত পৰি গ'ল ।"মা" শব্দটোৱেই হৈছে সকলোতকৈ ডাঙৰ শব্দ । সকলো মা লৈ প্রণাম 🙏🙏🙏

  • @rupamnath5455
    @rupamnath5455 2 роки тому +3

    সুন্দৰ গীত ৷ আবেগিক হৈ যাও

  • @munmosti9488
    @munmosti9488 4 роки тому +72

    দিনত এবাৰ হলেও শুনো। মনত বহুত সাহস পাওঁ।

  • @debojitrajkonwar4874
    @debojitrajkonwar4874 4 роки тому +66

    Ki bule kom eman dhunia gan. Ma karone like ata mare dia

  • @bbbrosmusicofficial
    @bbbrosmusicofficial 4 роки тому +7

    Liked it. Loads of love from twins 😍 😍 ❤️ ❤️

  • @bikashpatar5476
    @bikashpatar5476 3 роки тому +1

    মোৰ অন্যতম প্ৰিয় হৈ পৰিছে গীতটি ৷ ইমান সুন্দৰ কথা আৰু সুৰ..সঙ্গীত ব্যবস্থাপনাও বৰ ভাল হৈছে ৷

  • @arupjyotigogoi2505
    @arupjyotigogoi2505 3 роки тому +1

    Bohut dhunia

  • @herambabarmanbarman1139
    @herambabarmanbarman1139 4 роки тому +5

    moja ra ......moja ra......❤️❤️❤️❤️❤️❤️💞💞💞💞💓💓💓💓💓

  • @gunjannath1157
    @gunjannath1157 4 роки тому +5

    Dhunia lagil de ma loi monot pori goise soku pani ulai goise✌✌✌✌

  • @manabjyotimohan2542
    @manabjyotimohan2542 4 роки тому +10

    বহুতবাৰ শুনিলো একেলগে... বহুতেই ভাল লাগিল।

  • @jubinsonowal4959
    @jubinsonowal4959 2 роки тому +2

    congratulation you have a masterpiece

  • @simadas5656
    @simadas5656 3 роки тому +1

    Heart touching song. My favorite