He is a fantastic actor. I adore him. I have seen his acting, When he is talking in this programme it seems he is performing in cinema. Owner of marvelous voice. Thanks Prag News
This is pure gold. This man probably doesn't realise what gem of a person he is ... The way he delivered his characters in each of his movie is outstanding. He strongly resembles people like Hemingway, Bukowski & Jaun Elia. I still vividly remember my father taking us to Udeshna Cinema Hall to watch "Daag" ... I was barely 7 or 8 years old. I still remember him saying .... " Dhei... Moi holu goi khetiok Manuh, mur prem bhal pua ...baganor rua protitu saah pator majot ... Prem koribole mur xomoi kot".... Probably the GOAT of Assamese Cinema.
Ok on a on this email has not yet have been trying a of in a on a on this or not but in my life I will send it back on one or not you may be unlawful a new job is done in a in my office on Monday to
Mur maye apunk nijor dada buli hombudhon kore hei anupate apuni mur mama. Mama hosaye koisu apunar voice n dialogue throw bohut oporot, amar gutei Ghar khonei Papa n Maa with moi ami hokolue apunk bhut bhut vl pw ketyaba homoi pale Dibrugarh ahle humabo amar ghorot dei mama, We love you mama
Tapan Das is not an actor..he is an institution himself in the respective field....Sincere regards for him...How brilliantly he answered the questions!!...really liked the interview as well..
Tapan das is an indepth actor, well read and sensitive person. I liked his acting where he was caged like an animal nd his terrific acting was very moving. God bless কুকুৰ নেছীয়া বাঘ was enacted too well.
অসমৰ আটাইতকৈ জনপ্ৰিয় অভিনেতাজনক দেখিলেই শ্ৰদ্ধাত মূৰ দো খাই যায়। বিশেষভাৱে ভাল লগাৰ কাৰণটো মানুহজন ডলাৰ বগৰীৰ দৰে য'তে ত'তে ভ্ৰমি নাথাকে। অযথা বিতৰ্কত নোসোমায়।
আপুনি সদায় প্ৰিয় ♥️
তপন দাদাৰ অভিনয় আৰু কবিতা আবৃত্তি অতুলনীয়
তপন চাৰৰ কণ্ঠটোৱে যথেষ্ট ❤❤❤চাৰক পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই গোটেই অসমবাসীয়ে ভালকৈ চিনি পাই চাৰক 😍😍❤❤❤
মোৰ জীৱনৰ এজন অতি প্ৰিয় অভিনেতা যাৰ কন্ঠ অতি মনোৰম, এক
বিশেষ টিউন থকা । তেখেতৰ এক
সংলাপ " খিৰিকীৰ কাষত বহা স্বভাৱ
কাহানিবাই গ'ল " মোৰ এটা অতি প্ৰিয় সংলাপ । আজি তেখেতক প্ৰাগ নিউজৰ
মজিয়াত দেখি খুব আনন্দিত হলো ।
তেখেতক শুভেচ্ছা জনাইছো আৰু প্ৰাগ
নিউজক ধন্যবাদ জনাইছো ।
Heart touching voice
মানুহজনৰ উপস্থিতয়েই এক ব্যতিক্ৰমী অনুভৱ মন মগজুত সৃষ্টি কৰে ।
The gOaT ❤❤
JAI HIND SIR/JAI HIND MADAM 🇮🇳
Tapan dasis realy an artist
Tapan da I LOVE YOU.....
Best interview I have ever seen.
Evergreen Man
এজন প্ৰিয় অভিনেতা ❤️❤️❤️
তপন দাস, শব্দ, অস্তিত্ববাদ, প্ৰশান্ত ৰাজগুৰু, আলবেয়াৰ কেমু, অজিত বৰুৱা, কন্ঠস্বৰ, মুনিন বৰুৱা, কেলিগোলা, ৰবীন্দ্ৰ ভৱন। এইবোৰ লৈ এটা সুন্দৰ তথা ঐতিহাসিক সাক্ষাৎকাৰ
ইমান অধ্যয়নপুষ্ট অভিনেতা মই আজিলৈকে পোৱা নাছিলো৷ সাক্ষাৎকাৰটো বহুত ভাল লাগিল৷
Tapan Da my favorite hero
সম্ভৱ হলে তেখেতক আৰু এদিন ষ্টুডিঅলৈ আনিব লাগে ৷
Tapan das is the Tom Hanks of Assamese film industry. We are lucky to have him in our industry 🙏
100%
Taipan Das is not only an actor.He is a man of great personality with high thinking and vast experience.
বহুত বছৰৰ পিছত তপন দাসক দেখিবলৈ পাই ভাল লাগিল। পুৰণি দিনবোৰ ৰোমন্থন কৰিলো।
শ্ৰদ্ধাৰ অভিনেতা
One of the greatest actors (of all the actors of the world). Huge contribution to the Assamese film industry by Tapan Das!
আৰু বহু কথা শুনাৰ আশা আছে প্ৰিয় অভিনেতা জনৰ পৰা।জোখতকৈ এটাও বেছি কথা নোকোৱা দেখিলেই শ্ৰদ্ধাত মূৰ দো খাই অহা মোৰ আজীৱন প্ৰিয় অভিনেতা জন চিৰযুগমীয়া হৈ ৰওক।
Tapanda mur favart actor
নিজৰ প্ৰিয় অভিনেতা জনৰ মনৰ কথাবোৰ জানি ভাল লাগিল ❤️❤️😍😍।
We watched DAAG movie when I was 10th years old,so ooooo handsome guy.
অসমীয়া অভিনয় জগতৰ মহাপুৰুষ বুলিও কব পাৰি।
তপন দাস অসমীয়া অভিনেতা কাৰোৰে সৈতে তুলনা নহয় ।
Most talented human being, d best actor.he is a thrill
মোৰ অন্যতম প্ৰিয় শিল্পীজনৰ মনৰ কথাবোৰ জানিব পাৰি ভাল লাগিল। ধন্যবাদ প্ৰাগ নিউজ
Underrated gem of assam ❤️
Axomiya sobi jogotor ataitkoi priya bavineta jon mur...teu sthan mur monot kuneu lobo nuare... love you Tapan Da.. ❤️
বিলাসীপাৰাৰ বাসিন্দা হিচাপে নিজকে আজি বহুত ভাল লাগিল❤
Nice to know about you.
কেৱল তপন দাস ডাঙৰীয়াৰ অভিনয় কৰা থিয়েটাৰ চাবলৈ 45 km বাট বৰষুণত তিতি গৈছিলোঁ.... আৰু আহোঁতেও তিতি আহিছিলোঁ । যথেষ্ট ভাল অভিনেতা ।
Apunak aji interview t dekhi bht Val lagise. Tatkoi besi Val lagisil jetia bordoisila thiyetaror timet moi apunar lgt Kam krisilo.. 2008 t
তপন দাস দা সুস্থ সবল আৰু দিঘায়ু কামনা কৰিলোঁ।🙏🙏
প্ৰিয় অভিনেতা জন💙💙💙💙💙💙💙💙💙💙
তপন দাসৰ কণ্ঠ আৰু প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা - - - - - মণিকাঞ্চন সংযোগ।। নহয়নে বাৰু!!
Bohut akha korisilu aidore hakhyat pabor babe mane Topon dasor
Bohut unnot sinta sorser kothabotora hoise dekhi huni oplut hoisu.dhonyobad
@@hemaprovagogoi880 jjjjjj kk k k k kk kk mn. K p k k kn n. J
আজিলৈকে টিভিত আমন্ত্ৰণ নজনোৱাটো দুখজনক ৷
তেওঁ স্বীকৃতি লাভ কৰিলে বৰ ভাল পাম
অতি প্ৰিয় অভিনেতা। লগতে তেখেতৰ ব্যক্তিত্বৰ অধিকাৰী।। কবিতা হওক,বোলচবি হওক,নাটক হওক দাদাৰ সংলাপ প্ৰক্ষেপণ। সেৱা জনাইছো ভাষা নাই
তপন দাস ডাঙৰীয়াৰ ব্যক্তিত্বই সদায় আকৰ্ষণ কৰে ৷মোৰ প্ৰিয় অভিনেতা
মোৰ প্ৰিয় অভিনেতা ❤️❤️❤️
বহু দিনৰ মুৰত তপন দাক দেখি আৰু তপন দাৰ সুখ দুখৰ কথা লগতে বহুত নজনা কথ
জানিব পাই বহুত বহুত ভাল লাগিল
অভিনেতা তপন দাসৰ প্ৰকৃত চেহেৰাটো অভিমত অনুষ্ঠানৰ সাক্ষাৎকাৰত দেখি ভাল পাইছোঁ লগতে তেখেতৰ অভিনয় শৈলী আৰু অভিনয় জগতৰ বিভিন্ন দিশৰ বক্তব্যৰ যোগেদি বহু কথা জানিব পাৰিলোঁ । ধন্যবাদ ।
He is a fantastic actor. I adore him. I have seen his acting, When he is talking in this programme it seems he is performing in cinema. Owner of marvelous voice.
Thanks Prag News
তপন দাস ডাঙৰীয়াৰ কথাখিনি ইমান ধুনীয়া যোগাত্মক দৃষ্টিভংগী সম্পন্ন,চিন্তাচৰ্চা সঁচাকৈ শলাগ লবলগীয়া ।
This is pure gold. This man probably doesn't realise what gem of a person he is ... The way he delivered his characters in each of his movie is outstanding. He strongly resembles people like Hemingway, Bukowski & Jaun Elia. I still vividly remember my father taking us to Udeshna Cinema Hall to watch "Daag" ... I was barely 7 or 8 years old. I still remember him saying .... " Dhei... Moi holu goi khetiok Manuh, mur prem bhal pua ...baganor rua protitu saah pator majot ... Prem koribole mur xomoi kot".... Probably the GOAT of Assamese Cinema.
অসমীয়া ছবিজগতৰ এজন সবল অভিনেতা তপন দাস৷
মোৰ অতি প্ৰিয় লেখক আৰু প্ৰিয় অভিনেতা, তেওঁৰ লিখনিত নতুনত্বৰ সন্ধান পোৱা যায় আৰু অভিনয় অনন্য, আমাৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো 🙏🙏
Apunar tiyetarot jetia moi dance gropt moi Kam krisilo tetia mur bht Val lagisil
তপন দাস.......
অসমীয়া চলচ্চিত্ৰ- নাট্যজগতৰ বাঘ...
তপন দাস মোৰ এজন প্ৰিয় অভিনেতা।
বৰ ভাল পাওঁ মানুহজনক।।কথা কলে অভিনয় কৰা যেন লাগে।।মোৰ প্রিয় অভিনেতাজন
It will not work on this or do it in my head around in a new message a in Iowa and a on a in my office at in Iowa city of the most popular
Ok on a on this email has not yet have been trying a of in a on a on this or not but in my life I will send it back on one or not you may be unlawful a new job is done in a in my office on Monday to
I have to go back on a in a on a poor to offer the most important of in Iowa state looking up in my head office in oioooo on the phone to discuss
I will post to go with you to offer a new one point in a in a new her son on iOS and in the messaged
মোৰ অন্যাটম প্ৰিয় অভিনেতা ।সৰুৰ পৰা তেওঁৰ ছবি চাই ভাল পাওঁ । পু ৰভি বাই কিয় অভিনয় আঁতৰি আছে । তেওঁ পুনৰ অভিনয় জগতত আহিলে বৰ সুখী হম । মেজামেলত তেওঁকো এদিন মাতি আনিব চো ন দে ।
All time fvrt
Mur maye apunk nijor dada buli hombudhon kore hei anupate apuni mur mama. Mama hosaye koisu apunar voice n dialogue throw bohut oporot, amar gutei Ghar khonei Papa n Maa with moi ami hokolue apunk bhut bhut vl pw ketyaba homoi pale Dibrugarh ahle humabo amar ghorot dei mama, We love you mama
বহুত মৰমৰ আৰু শ্ৰদ্ধাৰ তপন দা ৷তেখেতৰ কন্ঠত যাদু আছে ৷তেখেতৰ কবিতা পাঠ শুনিলে অন্তৰত সোমাই যায় প্ৰতিটো শব্দ ৷
তপন দা মোৰ প্ৰিয় অভিনেতা।
সচাকৈয়ে আপোনাৰ নাটক আৰু কবিতা মোৰ বহুত প্ৰিয় লগতে আপুনিও ।আপোনাৰ নাটক আৰু কবিতা কেতিয়া ও এৰা নাই আৰু এৰিব নোৱাৰো।এনেকৈ আৰু লগ পোৱাৰ আশাৰে।
এই মানুহ জনক কিয় ভাল লাগে মোৰ নাজানো ।।
প্ৰিয় অভিনেতা। তপন দালৈ আন্তৰিক অভিনন্দন জনালোঁ।
one gem of a person ❤
তপন দাস মানেই যেন প্ৰতিভাৰ আঁকৰ ৷ এক বিৰাট টান অনুভৱ কৰো তপন দাস বুলিলেই ৷ তেওঁ ভাল গল্পকাৰো ৷ ভাল কথাশিল্পী ৷
আপোনাৰ অভিনয় বহুত বেছি ভাল পাওঁ ্্্
গল্পকাৰ তপন দাস জন লুপ্ত হৈ ৰ’ল সাক্ষাৎকাৰটোত৷ বাকী ভালেই লাগিছে৷ তেখেতৰ পৰা উলিয়াব লগীয়া কথা আৰু বহুতো আছে৷
Living Legend of Assamese Flim Industry......Tapan Das
খুবেই প্ৰিয় অভিনেতা ❤️
প্ৰিয় অভিনেতা মোৰ
Asomor sobotkoi dangers actor!
Tapan Das is not an actor..he is an institution himself in the respective field....Sincere regards for him...How brilliantly he answered the questions!!...really liked the interview as well..
সৰ্বকালৰ শ্ৰেষ্ঠ অভিনেতা ❤️
Finest actor in Assamese Film industry.
Tapan das is an indepth actor, well read and sensitive person. I liked his acting where he was caged like an animal nd his terrific acting was very moving. God bless
কুকুৰ নেছীয়া বাঘ was enacted too well.
Bohut bhal lage manuh jonok....
বহুত ভাল পাওঁ তপন দাক ৷ আৰু একো নকওঁ
tapan da's voice is in my blood
প্ৰিয় মানুহজন ❤️
তেওঁৰ মাত টো শুনিলেই প্ৰেম হৈ যায় অকাৰণত বাৰে বাৰে
Wow new look so handsome
তপন দাস মানে তপন দাসেই
Love from Assam Engineering College ❤️❤️🙏🙏🙏
Val loga abhineta jonor ami nojona kotha bur huni val lagil
My favorite actor
Great actor
মোৰ প্ৰিয় অভিনেতা তপন দা । বহুত আনন্দিত হলো চাই
বহুত দিনৰ মূৰত আপোনাক দেখা পালো।। ভাল লাগিল তপন দা ক দেখি।।।
মোৰ প্ৰিয় অভিনেতা ।
My favourite Assamese Actor …
মোৰ অতিকৈ প্ৰিয় অভিনেতা।
ভাল লগা মানুহ
ভাল লগা মানুহ
ভাল লগা মানুহ
ভাল লগা মানুহ
ভাল লগা মানুহ
ভাল লগা মানুহ
ভাল লগা মানুহ
ভাল লগা মানুহ
ভাল লগা মানুহ
ভাল লগা মানুহ
ভাল লগা মানুহ
বৰ ভাল লাগিল, প্ৰিয় অভিনেতা
A loving Actor💜
Mur vl loga abhinetajon
তপন দাসৰ প্ৰথম টেলিভিচন সাক্ষাৎকাৰটো চাই বহুত ভাল লাগিল।
Bohut dinor pasot dekha palu❤
One of the finest actor assames filim industry
spider man natak khan saisilo mor gaont 2010 year 18 octobert Nalbarir kakaya durga pujat tapan das a "cross"namar ata character obhinoy karisil
My real hero Tapon da
❤️❤️❤️ finally