This is TEZPUR UNIVERSITY ❤️ - তেজপুৰ বিশ্ববিদ্যালয়

Поділитися
Вставка
  • Опубліковано 8 жов 2021
  • Tezpur Buzz
    FB page - / tezpurbuzz
    UA-cam -
    / @tezpurbuzz
    #tezpur #tezpuruniversity

КОМЕНТАРІ • 2,4 тис.

  • @EDUCATIONFORSTUDYJINTU
    @EDUCATIONFORSTUDYJINTU 2 роки тому +245

    নিৰিবিলি এটি নিৰব কাহিনী পঢ়ি কোনে কোনে ভিডিঅ'টো চাই আছা 🌚🌚

  • @bhagyashreekashyap3
    @bhagyashreekashyap3 2 роки тому +194

    তেজপুৰ বিশ্ববিদ্যালয়ৰ পটভূমিত ৰচিত
    " নিৰিবিলি" পঢ়িয়ে এবাৰ তেজপুৰ বিশ্ববিদ্যালয় যোৱাৰ দুর্দান্ত হেপাঁহ 😌💥😍❤️Tu ❤️

    • @rimlydas
      @rimlydas 11 місяців тому +6

      Xosai ki Kom pramot poriso niribili porhi tezpur univarsity r ❤

    • @nayanjyotirajbongshi3506
      @nayanjyotirajbongshi3506 10 місяців тому +3

      একেই অনুভৱ মোৰো ❤

    • @mamu7903
      @mamu7903 Місяць тому

      মোৰো একেই অনুভৱ❤️।

  • @tridibdas1265
    @tridibdas1265 2 роки тому +75

    কৌশিক নন্দন বৰুৱা দাদাৰ "নিৰিবিলি"খন পঢ়াৰ পৰাই কাঞ্চন নগৰীৰ প্ৰেমত পৰিলোঁ। কটনিয়ান হৈ কটন কলেজৰ বাহিৰেও আৰু এখন বিশ্ববিদ্যালয় ৰ প্ৰেমত পৰিছোঁ। কি যে অনুভৱ। কিবা এটা প্ৰগ্ৰেম ত এবাৰ পঢ়াৰ মনতে আশা এটা পুহি ৰাখিছোঁ। ❤️💫।

  • @nishitabaruah6750
    @nishitabaruah6750 2 роки тому +225

    কৌশিক নন্দন দাদাৰ Tezpur University ৰ " নিৰিবিলি " পঢ়াৰ পিছত বহুত বেছি মন গৈছিল তেজপুৰ বিশ্ববিদ্যালয় খন এবাৰ চাবলৈ..বহুত বহুত ধন্যবাদ দিম্পু দা❤️ বিশেষকৈ পাটকাই হোষ্টেল আৰু নিৰিবিলি আজি দেখা পালোঁ❤️❤️

    • @chandanadas4033
      @chandanadas4033 2 роки тому +5

      Mur o xai khon prhi a sbo mon goisil.... Tumi o prhisa tar mane

    • @nishitabaruah6750
      @nishitabaruah6750 2 роки тому +1

      @@chandanadas4033 nai poha nai ...but pohiboloi bhut bsi mon asil

    • @nishitabaruah6750
      @nishitabaruah6750 2 роки тому +1

      @@bhumikasarma4065 um.... Khub val lgil pohi

    • @dipubaruah877
      @dipubaruah877 2 роки тому +2

      hosa pai☺️☺️

    • @rishigogoi7078
      @rishigogoi7078 2 роки тому +11

      মই নিৰিবিলি পঢ়াৰ পৰা প্ৰায়ে তেজপুৰ ইউনিভাৰ্ছিটি খন চাই থাকোঁ🤭 video tu suwat emn besi ব্যস্ত হৈ পৰোঁ যে মোৰ ভাৱনাৰ পৰিধি বৈ যায় তেজপুৰ লৈ tat pohibo mon Jai vabona te uti furu 😑 aji he comments bur pohisu মোৰ দৰে মানে নিৰিবিলি পঢ়া প্ৰত্যেক জন লোকৰে তেজপুৰ ইউনিভাৰ্ছিটি খনত পঢ়িব নোৱাৰিলে ও এবাৰ চোৱাৰ সপোনটো আছে ....🤗

  • @mramarjyotilahon8534
    @mramarjyotilahon8534 2 роки тому +57

    কৌশিক দাৰ‌ নিৰিবিলি পঢ়াৰ পাছৰ এ পৰা তেজপুৰ university মোৰ সকলোতকৈ প্ৰিয়। অশেষ ধন্যবাদ ইমান‌ এটা সুন্দৰ ভিডিও‌‌ আমাৰ মাজত আগবঢ়োৱাৰ বাবে 🥰

  • @apurbadas4194
    @apurbadas4194 2 роки тому +139

    তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদৰ কথা সুকীয়া,, অপূৰ্ব সৌন্দৰ্য্য ৰে ভৰপূৰ।।

  • @jumidas7917
    @jumidas7917 Рік тому +136

    "নিৰিবিলি" খন পঢ়িয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ দূৰ্দান্ত প্ৰেমিক হৈ পৰিছো❤️❤️❤️❤️

  • @Viralshort466
    @Viralshort466 Рік тому +12

    নিৰিবিলি পঢ়াৰ পিছত হঠাৎ tu University দেখি video টু আকৌ এবাৰ চালোঁ।‌ কৌশিক নন্দন দা সদায় বিষেশ হৈ ৰ'ব । অভিমন্যু ,অনুৰন ময়ূঁৰ সন্ধা বা UFf কাল্পনিক হ'লেও চৰিত্ৰ বোৰে সদায় আমনি কৰি আছে । যেন সিহঁতক এবাৰ লগ পোৱা হ'লে । ইমান সৰল ভাবে কাহিনী ভাগ সজাই তুলিল 🌝❤️❤️

  • @priyaslifestyle4912
    @priyaslifestyle4912 2 роки тому +1372

    দাদা আপোনাৰ গৃহ স্থান নলবাৰীতো যে এখন অসমৰ একমাত্ৰ সংস্কৃত বিশ্ববিদ্যালয় আছে সেইটো পাৰিলে ৰাইজক এবাৰ দেখাব... যিহেতু সেইখন University কথা বহুতে নাজানে🙏💕💕

  • @nikupatowary8406
    @nikupatowary8406 Рік тому +20

    "নিৰিবিলি" খন পঢ়াৰ পাছত তেজপুৰ ইউনিভাৰ্ছিটি খন চাবলৈ মনত বহুত বেছি হেপাহ জাগিছিল, যিমান বোৰ vedio বনোৱা হৈছিল এইখন ইউনিভাৰ্ছিটিৰ ওপৰত গোটেইবোৰ vedio চাইছিলো,, আৰু আজি দিম্পুদাৰ বাবে বহুত ভালকৈ চাব পাইছোঁ 😌😌❤️

  • @pratikshadeka5804
    @pratikshadeka5804 2 роки тому +7

    Niribili pohi TU khn saboly dhojyo herai goisil..Patkai dekhilu finally.. Atiau jen niribilite humai asu❤❤ mon sui gol akhn uponyakh a..aru Anuron❤❤

  • @lohitneog572
    @lohitneog572 2 роки тому +28

    দিমপু দা বহুত ভাল লাগিল❤️ পাৰিলে ডিব্ৰগড়লৈ গৈ ডিব্ৰুগড় University খন দেখাব চোন ❤️🙌

  • @pujasaikia1724
    @pujasaikia1724 2 роки тому +93

    "তেজপুৰ ইউনিভাৰ্ছিটি" কিতাপ খন পঢ়ি পঢ়ি এটা ধাৰণা কৰি লৈছিলোঁ কিমান ধুনীয়া হব পাৰে আজি ভিদিও ট দেখিলোঁ সঁচাকৈ কিতাপ খনত লিখাৰ দৰেই ধুনীয়া বৰ ধুনীয়া পৰিবেশ ❤️❤️❤️

  • @ragini_musical
    @ragini_musical 2 роки тому +9

    সচাঁকৈ কৌশিক নন্দন দাদাৰ নিৰিলি এটি নীৰৱ কাহিনী পঢ়ি সচাঁকৈয়ে তেজপুৰ ইউনিভাৰ্ছিটিৰ প্ৰেমত পৰি গলো🥺❤️❤️😘😍 আজি তেজপুৰ ইউনিভাৰ্ছিটিৰ নিৰিবিলি পঢ়াৰ পিছত নিৰিবিলি, পাটকাই ছাত্ৰীনিবাস আৰু গোটেই তেজপুৰ ইউনিভাৰ্ছিটিৰ চৌহদ দেখা পায় সচাঁকৈ ভাল লাগি গ'ল লগতে কোনোবাখিনিত যেন emotional হৈ গৈছো🥺🥺🥺❤️❤️ ডিব্ৰুগড়ৰ পৰা অধিক মৰম যাচিলোঁ 👉❤️তেজপুৰ ইউনিভাৰ্ছিটি❤️👈

  • @avilashaannanyasandilya4978
    @avilashaannanyasandilya4978 2 роки тому +9

    My alma mater😍
    Tezpur Universityৰ সকলো স্মৃতি আকৌ এবাৰ ৰোমন্থন কৰিলোঁ।
    Our TU, our pride!!

  • @soailranavlogs6717
    @soailranavlogs6717 2 роки тому +6

    আজিকালি video বোৰ অলপ দিঘলীয়াকৈ দিয়া বাবে ধন্যবাদ Dimpu da♥️💛🤍🖤🤎💜💙💚🧡

  • @djstudio9882
    @djstudio9882 2 роки тому +33

    মৰিগাঁওৰ পৰা অকমানিকাকৈ বহুত বহুত মৰম জাচিলো ❣️❣️
    ❣️❣️জয় আই অসম ❣️❣️

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 роки тому +20

    সঁচাকৈ বহুত মনোমোহা প্ৰাকৃতিক পৰিৱেশ । লগতে ইমান চাফ চিকুন । দেখিলেই ভাল লাগে।

  • @nuclearkim4678
    @nuclearkim4678 2 роки тому +26

    Even your screen drone recording shots were very impressive i have no complain. So beautiful campus of this central university. To live a life and to gain knowledge i think it is the place to be.
    ❤️❤️ Tezpur University ❤️❤️

  • @sewalibhuyan2310
    @sewalibhuyan2310 2 роки тому +2

    Niribili pohiai tezpur university khon bhut val loga hol aji video tu sai hosai bhut val lagil

  • @_rupam_1696
    @_rupam_1696 2 роки тому +82

    Dimpu da ❤ 🔥 👍
    Super Dancer Chapter 4 বিজয়ী অসম গৌৰৱ Florina Gogoi লৈ শুভেচ্ছা থাকিল। 🙏❤ 👍

  • @JDutta-zl4tf
    @JDutta-zl4tf 2 роки тому +61

    তেজপুৰলৈ মই গইছিলো 😍😍❤❤দুলিয়াজানৰ পৰা ডিম্পু দালৈ মৰম জাচিলো ❤😍💕💕ডিম্পু দা আপোনাৰ ভিডিঅ বোৰ চাই বহুত ভাল লাগে আৰু এই ভিডিঅ টো চাই বহুত ভাল লাগিল 😍😍❤💞💞💖

    • @tradergogoi05
      @tradergogoi05 2 роки тому +1

      Dada mur channel abar sabo Jodi bhal laga tetia subscribe koridibo.Vaiti buli

    • @mridulabaruah5089
      @mridulabaruah5089 2 роки тому +1

      I live in tezpur

    • @mainaasha5750
      @mainaasha5750 2 роки тому +1

      Dimpu ..tmr sklu video sai Val lage sodai sau.......samar tk dekhi bht Val lagil....

  • @user-vd6fs1dn3b
    @user-vd6fs1dn3b 2 місяці тому +1

    Niribili khn porhi tezpur university khn চাব bhut mon গল thank u dimpu daa eman Dhuniya ke dekhuwa karone

  • @SereneLife
    @SereneLife 2 роки тому +60

    This place is our emotion, our pride🌼

  • @madhuryaborah5280
    @madhuryaborah5280 2 роки тому +96

    মই তেজপুৰত থাকিও আজিলৈকে Tezpur University দেখা নাছিলো 😢 ধন্যবাদ ডিম্পু দা 💛 তোমাৰ কাৰণে আজি দেখা পালো 😌

  • @SASA-hi1rj
    @SASA-hi1rj 2 роки тому +67

    লখিমপুৰৰ পৰা মৰম যাচিলো ❤️🔥🥀 ডিম্পো দা ❤️🤞বহুত ভাল লাগিল video টো চাই 🔥💥

  • @deltagaming9106
    @deltagaming9106 2 роки тому +3

    গোটেই তেজপুৰ জিলা খন এখন ঐতিহ্যমণ্ডিত ঠাই।‌ তেজপুৰ বিশ্ববিদ্যালয়ৰ‌ পৰিবেশ‌ খুবেই মনোমোহা। মই ‌ভাবো বিশ্ববিদ্যালয় এখন মহাপুৰুষৰ দৰে য'ৰ পৰা আমি ভবিষ্যতে ভাল কামত আগুৱাই যোৱাৰ জ্ঞান লাভ আৰু ‌অনুপ্ৰেৰণা, পথ প্ৰদৰ্শন পাব পাৰো। ধন্যবাদ জনাইছো আপোনাৰ Video ৰ জৰিয়তে বিশ্ববিদ্যালয় খন ইমান ধুনীয়া কৈ উপস্থাপন কৰা কাৰণে ।

  • @LifeofaBScNursingStudent
    @LifeofaBScNursingStudent Рік тому +2

    Essential, Niribili , Patkai boy's hostel tu dekhar pisot kiba sobkhini imagine koribo parisu valkoi 🥺💗

  • @bijuphukan1258
    @bijuphukan1258 2 роки тому +5

    বহুত ভাল লাগিল। সম্পূৰ্ণকৈ চোৱাৰ হেপাহ আছে। আকৌ এবাৰ কষ্ট কৰিব আমাৰ বাবে। অনুৰোধ কৰিলোঁ।

  • @boruah405
    @boruah405 Рік тому +3

    নিৰীবিলি পঢ়াৰ পাছত tejpur University বহুত আপোন হৈ পৰিল... আশা আছে এদিন এইখন University ত পঢ়া.... নিৰিবিলি এখন উপন্যাস যদিও তাত থকা সন্ধ্যা, অভিমন্যু, ময়ূৰ আৰু বিশেষকৈ অনুৰণ ক বহুত মন যায় লগ পাব.. এবাৰ পঢ়া পাছতো সদায় নিৰিবিলি খন লুটিয়াই চাওঁ.. বহুত উপন্যাস পঢ়িছোঁ তথাপিও যেন নিৰিবিলি খন অন্তৰৰ বিশেষ কোণত ৰৈ গল.... অনুৰণ... তোমাক লগ পাব বহুত মন যায় কিন্তু তুমি যে এটা কাল্পনিক চৰিত্ৰহে...🥺❤️..

  • @artofart1316
    @artofart1316 Рік тому +10

    আপুনি পাটকাইৰ অভিমন্যু, ময়ুৰ আৰু অনুৰণৰ room কেইটা নেদেখুৱালে যে...btw thank you দাদা আপোনাৰ তেজপুৰ ইউনিভাৰচটিৰ ব্লগটোৰ বাবে 👍👍

    • @bastabnath1526
      @bastabnath1526 10 місяців тому +2

      নিৰিবিলী : এক নিৰব কাহিনী ❤❤❤

  • @nabanitadas2781
    @nabanitadas2781 2 роки тому +20

    Thank you so much for the video. Felt nostalgic. All memories refreshed. Tezpur university is an emotion.

  • @supratikbiswas3123
    @supratikbiswas3123 2 роки тому +38

    Memories refreshed ❤️

  • @mamonirava6122
    @mamonirava6122 2 роки тому +24

    বহুত বহুত ধন্যবাদ dimpu দা ইমান সুন্দৰ কৈ দেখুৱাই দিয়াৰ বাবে ধন্যবাদ দাদা । Video Tu চোৱাৰ পিছত এনেকুৱা লাগিছে যেন মই নিজে গৈ তেজপুৰ university খন চাই আছোঁ । Thankyou dimpu দা 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @assamesetrader007
    @assamesetrader007 2 роки тому +4

    Our Patkai Men's Hostel..😍😍
    Happy to see my alma mater..♥️
    বহুত ধুনীয়া স্মৃতি ।
    শৈক্ষিক জীৱনৰ সকলোতকৈ স্মৰণীয় দুটা বছৰ ।

  • @ProGamer-dc2kk
    @ProGamer-dc2kk 2 роки тому +3

    খুব ভাল লাগিল ভ্লগটো চাই।তেজপুৰ বিশ্ববিদ্যালয়লৈ এবাৰ কলেজৰ এক্সাৰছনত গৈছিলোঁ।মনত পৰি গ'ল সেই সময়।বহুত বহুত মৰম আৰু ধন্যবাদ জনালো ডিম্পু তোমালৈ💐💐

  • @AxomBuoy1
    @AxomBuoy1 2 роки тому +4

    Mon son kiba fresh hoi gol aru kiba inspired hua hen lgi goise❤️🎉🎉🎉🔥

  • @bluemoonerheart5316
    @bluemoonerheart5316 2 роки тому +36

    So nice to see familiar people from TU. I was in TU for 4 years. ❤️ Come down to Assam University Silchar also, and make a video too. Pura pahar pahar hoi 😊

    • @chirayu6785
      @chirayu6785 2 роки тому +1

      Next Barak valley tu dekhale besi val lagibo🤩

    • @chandanprabhat7778
      @chandanprabhat7778 Рік тому

      How is economics department here...for ma in economics

    • @bluemoonerheart5316
      @bluemoonerheart5316 Рік тому

      @@chandanprabhat7778 I think it's good. 👍

  • @produmnya9340
    @produmnya9340 Рік тому +2

    নিৰিবিলি পঢ়াৰ পাছতহে চাবলৈ মন গল তেজপুৰ বিশ্ববিদ্যালয়

  • @ankitalahon1481
    @ankitalahon1481 2 роки тому +2

    2 বছৰীয়া ধুনীয়া স্মৃতি ৰোমন্থন কৰিবলৈ সুবিধা দিলা💓

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 роки тому +18

    সঁচাকৈ বহুত মনোমোহা প্ৰাকৃতিক পৰিৱেশ । সকলো শিক্ষানুষ্ঠান এনেকুৱা হ'ব লাগে ।

    • @AtifAslamVlogs
      @AtifAslamVlogs 2 роки тому

      ua-cam.com/video/MxI_i2xN5uY/v-deo.html

    • @Monjai2.0
      @Monjai2.0 2 роки тому

      শিৱসাগৰ পৰা মৰম দিলোঁ😍হিত লাইক যদি ভিডিঅ চাই ভাল পাই❤️যদি Vlogs চাই ভাল পাই মোৰ video চাব পাৰে❤️

    • @enjoyvlogwithdx9950
      @enjoyvlogwithdx9950 2 роки тому

      ua-cam.com/video/POiygTGucoU/v-deo.html

  • @mondipgogoii8465
    @mondipgogoii8465 2 роки тому +41

    17:24 Dimpu Da Tezpur University t Log Pai Bohot Bhal Lagil ❤️

  • @debasishbharati1265
    @debasishbharati1265 2 роки тому +2

    বহুত ধুনীয়া, আমাৰ গৌৰৱ
    'তেজপুৰ বিশ্ববিদ্যালয়'♥️♥️♥️, জয় আই অসম ♥️♥️♥️🙏

  • @nitindas2643
    @nitindas2643 19 днів тому +1

    Next level love from Assam India ❣️

  • @nimishadutta1083
    @nimishadutta1083 2 роки тому +7

    Thankyou so much for rejuvenating my emotion once again after a long gap of 14years... blessed to be a part of this heavenly abode....

  • @UtpalPhukon
    @UtpalPhukon 2 роки тому +7

    ডিম্পু দাৰ ভিডিঅ'বোৰ অতুলনীয়।ডিম্পু দা আপুনি যেন সদায় আমাক এনেকুৱা ভাল ভাল ভিডিঅ' উপহাৰ দি যায় ।🥰🥰🙏🙏

    • @mentorrajapro5120
      @mentorrajapro5120 2 роки тому

      Njor kmot nje mtha mar dimpu e view Pai ase toi tak view d asa daily toi ki pai aso so njor 2 besi mtha mar kimn aru entertainment lage tuk life t pgol sla

  • @bitopandeka2315
    @bitopandeka2315 2 роки тому +35

    My 6 years years of journey ended in this campus.. Thank you so much for showing after a long time. It's our emotion.

  • @Assamesemominusa19
    @Assamesemominusa19 2 роки тому +1

    Dimpu daa khub val lagil video tu sau university khon dekha nasilu aaji dekhilu..Aidorei aagbarhi jauk..Love from USA 🇺🇸

  • @bastavbhuyan3076
    @bastavbhuyan3076 2 роки тому +4

    Dimpu daaa তুমি great tumr video চাই bor ভাল lage তুমি aru ag baha 👍মই বৰদোৱা r পৰা tumaloi morom jasilu💖

  • @manonamission276
    @manonamission276 2 роки тому +59

    The 2500 bigha Land of entire University was donated by Bishnu Prashad Rabha

  • @minakshisaikia8428
    @minakshisaikia8428 2 роки тому +1

    Dimpu da বহুত ভাল লাগিলvideoটো চাই । সচাকে university খনৰ বিষয়ে কবলগীয়া।বেছিকে ভাল লাগিছেuniversity খনক ইমানবোৰ গছে আগুৰি ৰাখিছে ।

  • @bhanita_b
    @bhanita_b 9 місяців тому +2

    নিৰিবিলি এটি নীৰৱ কাহিনী পঢ়ি এনেকৈ সোমাই গৈছোঁ এতিয়া ওলাব পৰা নাই❤❤

  • @annaynagogoi2770
    @annaynagogoi2770 2 роки тому +15

    Mojja dimpu da....
    Next level...♥️🥰

  • @manalishadas2421
    @manalishadas2421 2 роки тому +18

    Beautiful university ❤

  • @sibanideka1058
    @sibanideka1058 2 роки тому +1

    Dimpu da video to bohut val lagil...😍😍😍

  • @md.tariqueaman3593
    @md.tariqueaman3593 2 роки тому +67

    I newly got admission in Tezpur University so I searched to watch campus,but I felt I personally visited this campus through your vlog 😁😁

  • @AbuVlogsM
    @AbuVlogsM 2 роки тому +22

    Really Amazing Vlog 🔥

  • @mahidul88
    @mahidul88 2 роки тому +10

    Wow what a scenary of Tezpur University....❤️

    • @abdulhasibhasib4247
      @abdulhasibhasib4247 2 роки тому

      দাদা Tezpur University Teacher সকলৰ লগত contact কৰিব পৰা যাব নেকি,,

  • @simusaikia1
    @simusaikia1 2 роки тому +2

    Bht bht bht bht thnx dimpu daa.. Tezpur university t poha xopun hoii apunar joriote sabo prilu imn vl k thnq bht dimpu daa 😌❤

  • @jugantavlogs6302
    @jugantavlogs6302 2 роки тому +1

    মৰম যাচিলো ঢেকিয়াজুলিৰ পৰা Dimpu daaa

  • @bonditagoswami1372
    @bonditagoswami1372 2 роки тому +4

    তুমি ঠিক কৈছা, ৪০% হে দেখুওৱা হৈছে🥰 আৰু বহুত থাকিলে দেখুৱাবলৈ। part 2 বনাবা বুলি আশা ৰাখিলো 😍 । বিশেষ একো চাব লগীয়া নাথাকিলেও এটা কথা কও যে তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয় ৰ সমান "Greenery" 💚💚💚তুমি কোনো এখনতো দেখিবলৈ নোপোৱা। ইয়েই হৈছে এই বিশ্ববিদ্যালয়ৰ গাম্ভীর্য আৰু সৌন্দর্য 💚💚💚 lots of love from University Campus 🥰

  • @gauravaatreya
    @gauravaatreya 2 роки тому +20

    regards dimpu baruah. you just refreshed our memories

  • @khanjanvlogs321
    @khanjanvlogs321 2 роки тому +2

    দিম্পু দাদা mojja লাগিছে video tu sai পিনে 🥰🥰♥️❤️

  • @nipadeka7847
    @nipadeka7847 2 роки тому +1

    Val lagil.eman dhunia ata vidio diar babe thanks 😊

  • @greentreevlogs4135
    @greentreevlogs4135 2 роки тому +4

    love from darrang mangladai ❤💖💕♥💗

  • @66965
    @66965 2 роки тому +10

    It's an emotion, it's been 10 years leaving this place but it stays forever in our heart 💖❤️
    Dhanshiri on the top

    • @bhanitakalita1196
      @bhanitakalita1196 2 роки тому

      Mor lora jank Tezpur universityt parha boli mon asile konobai mok ai University khnr bikhaye kb neki ? Iorajne high sceondary final dib teo jnv darrangt parhi ase arts hoi econmicet parhib kiman parcent pale ai University khnt parhib parib konobai janab neki?

  • @pujapathak7883
    @pujapathak7883 Рік тому +1

    ''নিৰিবিলি‌ উপন্যাস খন '' porhi aji aru salu video 2❤️🌸

  • @pahigogoi3746
    @pahigogoi3746 Рік тому +2

    Niribili pohi tezpur University sabole ahilu apunar vlog t🌚❤️

  • @Xclili94
    @Xclili94 2 роки тому +40

    গহপুৰ ৰ পৰা মৰম যাচিলোঁ বহুত বহুত 🙏🙏বন্ধু-বান্ধৱীসকল মোৰ চেনেলটোত এপাক ভুমুকি মাৰিব বুলি আশা কৰিলোঁ❤️❤️.....

  • @dristant
    @dristant 2 роки тому +27

    Mojja Dimpu da next level love from Tezpur 🔥🔥❣️moja vlog

    • @dristant
      @dristant 2 роки тому

      Pise alp xabodhan e Corona paise atia

    • @gogoiff7125
      @gogoiff7125 2 роки тому

      ua-cam.com/channels/jzrGR6QBk3LlyHPXT0aAhg.html

  • @madhusmitadevi724
    @madhusmitadevi724 2 роки тому +1

    Mojja mojja bro

  • @parashmonimahanta9199
    @parashmonimahanta9199 2 роки тому +1

    বহুত ধুনীয়া.. ❤.. যোৱাৰ হেঁপাহ বাঢ়িলে... ❤❤

  • @abinash_deka007
    @abinash_deka007 2 роки тому +10

    Nothing is impossible,Just You Work Hard

    • @Monjai2.0
      @Monjai2.0 2 роки тому

      শিৱসাগৰ পৰা মৰম দিলোঁ😍হিত লাইক যদি ভিডিঅ চাই ভাল পাই❤️যদি Vlogs চাই ভাল পাই মোৰ video চাব পাৰে❤️

    • @mentorrajapro5120
      @mentorrajapro5120 2 роки тому

      Yes bby I lv you 2

    • @mentorrajapro5120
      @mentorrajapro5120 2 роки тому

      @@vdas1335 as far as I know you're too crazy

  • @bijitbarman4694
    @bijitbarman4694 2 роки тому +15

    Wow 🔥❤️

  • @manalishabonia3669
    @manalishabonia3669 2 роки тому

    দেখি মন প্ৰফুল্লিত হৈ উঠিল.. ধন্যৱাদ দাদা আপোনাক ও... 👍👍👌

  • @banumonibhattacharya9110
    @banumonibhattacharya9110 2 роки тому

    বহুত ভাল লাগিল,বহুত কথা জনিলো দিম্পু।ধন্যবাদ জনালোঁ তোমাক।

  • @skillztv9591
    @skillztv9591 2 роки тому +8

    I am so fortunate to get admission into this prestigious university this year 😭🙏

  • @LGCreation550
    @LGCreation550 2 роки тому +5

    Patkai,Suwansiri,Kopili ❤️

  • @rupasaikia2311
    @rupasaikia2311 2 роки тому

    Very gd dada... Vl lgil

  • @ombikashd
    @ombikashd 2 роки тому +1

    তেজপুৰৰ পৰা বহুত বহুত মৰম যাচিলো। তেজপুৰ আহিলে জামুগুৰিহাট আহিব।

  • @mousamsaikia46
    @mousamsaikia46 2 роки тому +6

    One of the cleanest University in Assam ❤️🔥

  • @barsharaniborah5653
    @barsharaniborah5653 2 роки тому +5

    ❤️❤️Welcome to Tezpur ❤️❤️

  • @NamrataVlg
    @NamrataVlg 2 роки тому

    Mojja lagil sai...

  • @allinallvideoshabijulhoque491
    @allinallvideoshabijulhoque491 2 роки тому +1

    বহুত ভাল লাগিল

  • @greentreevlogs4135
    @greentreevlogs4135 2 роки тому +5

    🥺🥺love from darrang mangladai ❤💖💕♥

  • @PJCMUSIC
    @PJCMUSIC 2 роки тому +4

    Amazing view 🔥🔥

  • @KSJONXAIKIA
    @KSJONXAIKIA 2 роки тому +1

    অতি সুন্দৰ লাগিল আজি ডিম্প দাদা মাজুলীৰ পাৰা শুভেচ্ছা জনালোঁ আপোনাক

  • @ratnadeepmalakar3666
    @ratnadeepmalakar3666 2 роки тому +6

    Proud Moment #TUian ❤️

  • @thekumarsquad
    @thekumarsquad 2 роки тому +4

    Aapka Vlog Dekh Ke Mood Fresh Ho Jata H ❤️❤️❤️❤️

  • @shubhamverma2106
    @shubhamverma2106 2 роки тому

    Nice! Thank you for showing our beautiful Tezpur University.🙏🍎🏫✍️

  • @lashyamoyee
    @lashyamoyee Рік тому +2

    সঁচাকৈ আমেজ টো সুকীয়া... নিৰিবিলী এটি নীৰৱ কাহিনী-kaushik nandon ছাৰ এ লিখা উপন্যাস খন পহি একেবাৰে তাৰ এটা চৰিত্ৰ ৰ দৰে লাগিল... মই যেন tu ৰ ভিতৰত সোমাই আছোঁ... ধন্যবাদ এই সকলোখিনিৰ বাবে❤️

  • @nijanvlogs1907
    @nijanvlogs1907 2 роки тому +4

    Moja dimpu da 🔥🔥🔥♥️

  • @aparajitakalita269
    @aparajitakalita269 2 роки тому +4

    Love from Tezpur jamugurihat ❤️

  • @swatinawamiaideo74
    @swatinawamiaideo74 2 роки тому +2

    Spent 10 yrs...it was home away from home...with loads and loads of memories...♥️

  • @rubichetia5768
    @rubichetia5768 2 роки тому +2

    Lots of memories are there.... Feeling nostalgic ❤️❤️

  • @Debajiiitnath2005
    @Debajiiitnath2005 2 роки тому +4

    Love from Tezpur ❤️

  • @bidyuutbikaash5856
    @bidyuutbikaash5856 2 роки тому +8

    Thank you Dimpu daa for coming .. TU is our emotion , pride . Love from a TEZIAN

  • @G2OfficialYTVlogs
    @G2OfficialYTVlogs 2 роки тому +1

    Bhal lagil Video tu sai Dimpu Daa 😍😍#G2OfficialYT

  • @debajitborthakur3693
    @debajitborthakur3693 2 роки тому

    বহুত ভাল লাগিল ভিডিঅ'টো চাই।

  • @iosaroj
    @iosaroj 2 роки тому +3

    That's my alma 😍 So well maintained !! Swimming pool has come up really well .