Nitumoni Saikia vs Himanta Biswa Sarma | Abhimat on Pratidin Times |

Поділитися
Вставка
  • Опубліковано 16 вер 2024
  • Himanta Biswa Sarma r prosnat Nitumoni Saikia r uttar.
    Channel - Pratidin Time
    Official site- www.pratidinti....
    Date - 24/01/2019
    citizenship amendment bill
    Feel free to provide valuable feedback/suggestion in the comment section and Subscribe Navarang Studio.
    follow me on,
    Instagram - / dolphin_tube
    Facebook - / dolphin-tube-1. .
    Telegram - telegram.org/dl
    Twitter - Do...
    For Sponsorship & Business Enquiries
    Email - dolphintube383@gmail.com
    Thanks For Visit My Channel
    ~-~~-~~~-~~-~
    ~-~~-~~~-~~-~

КОМЕНТАРІ • 1,5 тис.

  • @chimpusharma288
    @chimpusharma288 2 роки тому +157

    এনেদৰে নিৰ্ভীক আৰু সত্য হব লাগে।
    নিতুমনি শইকীয়া 👍👍👍🔥🔥।

  • @samsunnehar1220
    @samsunnehar1220 4 місяці тому +19

    নিতুমণি দা আপুনি ধুনীয়া কথা কৈছে। আপোনাৰ নিচিনা এনেকুৱা দুই চাৰিজনে মাত মাতিলেহে ভাল লাগিলে হৈ।

  • @dipenboro7210
    @dipenboro7210 6 місяців тому +7

    VERI. GOOD

  • @luhitbhuyan2378
    @luhitbhuyan2378 4 місяці тому +6

    এইটো যি কোনো সময়তে যেতিয়াই তেতিয়াই প্ৰচাৰ কৰিব লাগে বুলি ভাবো।

  • @jahangiralomvlog3550
    @jahangiralomvlog3550 5 місяців тому +6

    ছাৰ এই বিলাক আপোনাৰ সাহসক চেলুট জনাইছোঁ ❤❤❤❤

  • @ranjubhuyan262
    @ranjubhuyan262 2 роки тому +48

    হিমন্তক ভাল ধুলাই দিছে নিতুমনি শইকীয়া দেৱে ।এনে এজন সুদক্ষ,বিচক্ষণ নিতুমনি শইকীয়া বহুজনৰ জন্ম হওক । ।দীৰ্ঘায়ু কামনা কৰিলোঁ ।তেখেতৰ ।

  • @lulalu6707
    @lulalu6707 6 місяців тому +4

    🙏💥 জিতুমণি দা আপুনি এদিন বহুত ডাঙৰ মানুহ হ'ব অসমীয়া ৰাইজে আপোনাক বহুত ভাল আশিবাদ দিব আৰু দিব ইতি গোলাঘাট জয় আই অসম জিন্দাবাদ ☝️☝️☝️☝️

  • @sadoriboruah8990
    @sadoriboruah8990 3 місяці тому +5

    Nitumoni saikia deb apunar iman sahok 5yes agor kotha bohut bohut bohut dhanyavaad

  • @shirazulkazi5429
    @shirazulkazi5429 3 роки тому +22

    Thanks for true news

    • @mirabegum8648
      @mirabegum8648 2 роки тому +1

      এই সাহসী যেন সদাই থাকে

    • @diptigogoi3765
      @diptigogoi3765 Рік тому

      @@mirabegum8648 .

  • @FazalHaque-sn1uq
    @FazalHaque-sn1uq 4 місяці тому +4

    আপোনাৰ অভিমতক মই ধন্যবাদ জনালো

  • @IsmailAli-b4z
    @IsmailAli-b4z 4 місяці тому +3

    ধন্যবাদ জনাইছো নিতুমনি দাদা আপোনাক।

  • @BahadurAli-rx9ib
    @BahadurAli-rx9ib 3 місяці тому +2

    Nitu muni shoikiya আপোনাক ধনযবাদ

  • @dimbeswarsaikia3231
    @dimbeswarsaikia3231 5 місяців тому +20

    সুন্দৰ উপস্থাপন কৰিছে । ভগবানে কুশলে ৰাখক । আৰু সাহস দিয়ক ।নিৰ্ভিক সাংবাদিক আপুনি ।

  • @runumonibora7269
    @runumonibora7269 3 місяці тому +15

    নিতুমনি দাদা আপোনাক ধন্যবাদ ।

  • @lohitdas448
    @lohitdas448 Рік тому +67

    ধন্যবাদ নিতুমনী দা .... আপুনি 100% সচাঁ কথা কৈছে ... আপোনাৰ সাহস দেখি আমিও সাহসী হৈছো .... আমি আপোনাৰ লগত আছো ... সত্যৰ জয় হবই... জয় আই অসম .....

  • @ritamonibhuyan1116
    @ritamonibhuyan1116 2 роки тому +12

    Sundor .

  • @batenmondal9948
    @batenmondal9948 2 роки тому +7

    Very Excellent Nitumoni Sir .Ple. you Come Rajneeti . Thanks

  • @anandaramdas908
    @anandaramdas908 2 роки тому +10

    Many many thanks your replies.

  • @ranjubhuyan262
    @ranjubhuyan262 2 роки тому +39

    অসমত এজনেই ব্যক্তি আছে হিমন্তক থকা সৰকা কৰা আৰু যুঁজ দিয়া ।আপোনাৰ মনোবল অটুট থাকক ।আমি সদায়েই প্ৰাৰ্থনা কৰিম ।

  • @daduldas1643
    @daduldas1643 Рік тому +2

    ভগৱন্ত ই সহায় কৰিব। কৃষ্ণ কৃষ্ণ

  • @lulalu6707
    @lulalu6707 2 роки тому +17

    নিতুমনি বাধা👍 সছা কথা উল্লেখ কৰিছে 🙏 আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সচা 🙏

  • @bupbharali4055
    @bupbharali4055 Рік тому +11

    ধন্যবাদ।, আপোনাৰ কথা উত্তৰ শুনিব বুলি ।

  • @smritychetia5794
    @smritychetia5794 2 роки тому +103

    স্পট আৰু সঁচা কথাৰ বাবে আপোনাৰ ভবিষ্যৎ উজ্বল আৰু সুন্দৰ হওঁক। আৰু মই সদায় আপোনাৰ দৰে ব্যক্তিক সন্মান কৰো,।

  • @RanuGogoi-l6j
    @RanuGogoi-l6j 5 місяців тому +2

    ধন্যবাদ থাকিল আপোনালৈ নিতুদালৈ। এচাম ব্যক্তিৰ একো অৰ্থ নাই

  • @birenbaishyabaishya9005
    @birenbaishyabaishya9005 2 роки тому +51

    নিতুমনি ছাৰ আপোনাৰ সাহসক মই চেলুট জনাইছো।

  • @binapanichetia582
    @binapanichetia582 Рік тому +32

    নিৰভিক উত্তৰ ৰ বাবে আপোনাক ধন্যবাদ নিতুমনী চাৰ

  • @bakondas1086
    @bakondas1086 Рік тому +58

    নিতুমনি দা আপোনাৰ দৰে সিংহ পুৰুষ আৰু সচা কথা কোৱা মানুহ হয়তু ২য় জন এইখন পৃথিৱীত নোলাব ! জয় শ্ৰীকৃষ্ণ

  • @arjumunarju7623
    @arjumunarju7623 4 місяці тому +2

    Thank u. Netomoni

  • @dulalboruah5898
    @dulalboruah5898 2 роки тому +17

    Nituda borhundor hoise thankyou

  • @smritychetia5794
    @smritychetia5794 2 роки тому +15

    নিতুমনি ডাঙৰীয়া সত্যৰ সদায় জয়। আপোনাৰ সঁচা আৰু

  • @babyphukan607
    @babyphukan607 4 роки тому +26

    সুন্দৰ কথা কলে নিতু দা ।

  • @gomadevi9799
    @gomadevi9799 Місяць тому +1

    আপোনাৰ কথা কোৱা বহত বহুত ভাল লাগিল চাৰ আপোনাৰ নীউজ শুনি বহত ভাল লাগে চাৰ গৰীপ দুখীয়া মানুহ কি হৈ আছে সবৰ জাক জাক ভাল পায় তাকে সহায় কৰে ছবতে ডাঙৰ. কথা কৈ থাকে আমাৰ অংনৱাডী কমি সকলোয়ে কাদি কাদি তত নাপাওঁ থতাপি দৰমাহা বৰাই নিদিয়ে আমি সকলোৱে তেওঁ চবে সাও দিয়ে নিতুমণি চাৰ আপোনাৰ কথা কোৱা বহত ভাল লাগীচে চাৰ ধন্যবাদ চাৰ

  • @rajkumerdoley1446
    @rajkumerdoley1446 4 роки тому +8

    🙏🙏🙏👏Tq somas sir

  • @KhanAh-kx6fy
    @KhanAh-kx6fy 6 днів тому

    We thank beloved truthful a.nd good anchor of Assam. A mirror of Assam..may you live long.

  • @kandarpa2622
    @kandarpa2622 4 місяці тому +3

    We don't want shouting. We want calm and quiet lecture from a respected minister.

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 9 місяців тому +2

    বহুত বহুত ধন্যবাদ নিতুমনী । আৰু বেছি কব নেলাগ নহ'লে আকৌ গৌৰৱ গগৈৰ লগ হৈ যাব ।

  • @user-ui7xl6xu5w
    @user-ui7xl6xu5w 8 місяців тому +3

    💯💯 nice nitumoni da

  • @mannansk6626
    @mannansk6626 4 місяці тому +1

    Thanks for your valuable
    speech

  • @junakipegu316
    @junakipegu316 2 роки тому +5

    Right sir

    • @poppydas6493
      @poppydas6493 Рік тому

      I'm sealut you think you Nitu Moni

  • @diluwarhussain169
    @diluwarhussain169 Рік тому +2

    Beautiful nice Excellent

  • @sunilgogoi5791
    @sunilgogoi5791 5 років тому +10

    Nitu moni da Apuni tik koi se bhwt val lagil

  • @pranitabaishya8197
    @pranitabaishya8197 2 роки тому +59

    যেনে কুকুৰ তেনে টাঙোন ,,,,, এনুকুৱা সাংবাদিক অসমৰ ভবিষ্যতৰ বাবে প্ৰয়োজন 🙏🙏🙏

  • @asimaahmed7489
    @asimaahmed7489 3 роки тому +5

    Thanks Nitumani Shaikia for truthful voices

  • @surjyahazarika9509
    @surjyahazarika9509 Рік тому +2

    নিতুমণি চাৰ আপুনি নিজকে নিজে ধোৱা তুলসীৰ পাত সজাই লাভ কৰিব নোৱাৰে ঃ তৰোণ গগৈৰ গাখীৰ ৰে কেতিয়া কাক বা কোনে কেতিয়া চকু থাকিও অন্ধ ঃ মূখ থাকিও বন্ধ ঃ আমিও সকলো কথা গম পাওঁ ঃ আপুনি ও দিঙি নোফোলাব ঃ কাৰণ আমি সাধাৰণ জ্ঞানেৰে পুষ্ট ঃ দূবেলা দুমুঠি খাবলৈ ও অসুবিধা ঃ বাবেই আপোনালোকক নিৰীক্ষণ কৰোঁ ঃ মূৰ্খামী কাৰ আমি জানো ঃ নিজৰ সূখৰ বাবেই অসমীয়া জাতি টোক বিদেশী সজাবলৈ নিবিচাৰিব ঃ জাতিৰ কাৰনে মূখৰ মাত ফাতিছিল ্খোজকাঢ়োতে ভৰিৰ তলুৱা শিলে ফালিছিল ঃ ভৰিৰ বিষত ৰাতি শুৱ পৰা নাছিলোঁ ঃ নিজকে ধোৱা তুলসীৰ পাত সজাব আমিও জানোঁ ঃ কিন্তু আমি অশিক্ষিত ঃ ভালদৰে লিখিবও নোৱাৰোঁ

  • @promitsonowal1220
    @promitsonowal1220 2 роки тому +10

    সুন্দৰ নিতুমনি সকলো বসলিয়াই দিয়ক ৷লাজ আছে নে নাই উলাই পৰিব ৷

  • @ganeshpathak6192
    @ganeshpathak6192 Рік тому +18

    উচিত প্ৰশ্ন, ধন্যবাদ নিতুমনি শইকীয়া

  • @manabjyotidoley6454
    @manabjyotidoley6454 3 роки тому +5

    Thanks

  • @ajitakakotry5889
    @ajitakakotry5889 2 роки тому +3

    Vary goodperf.....

  • @mainaborah6443
    @mainaborah6443 2 роки тому +5

    You are great Nitumoni.Thank u verymuch.

  • @advika...8603
    @advika...8603 3 місяці тому +1

    বহুত সুন্দৰ কথা কৈছে ধন্যবাদ

  • @waishahmed3259
    @waishahmed3259 2 роки тому +45

    Thank you Nitumoni soikiya today's Abhimat against Himanta. I love you too much. I will remember you for good.

  • @anjugogoi6536
    @anjugogoi6536 Рік тому +28

    তোমাৰ দৰে এজন সাংবাদী বহুত প্ৰউজন । তোমাক শত বাৰ চেলুট জনাইছো । আৰু আশাও কামনা কৰো তোমি যে সদায় এনেকৈয়ে সত্যবাদী হৈ থকা কামনা কৰিলো 👋👋👋👋। জয় আই অসম 🙏🙏🙏

  • @monesharneogmneog6480
    @monesharneogmneog6480 3 роки тому +39

    Wow nitu da manilu dei apunak vl lagil neribo dei nitu da ami asu apunar logot

  • @gariyoshi1253
    @gariyoshi1253 3 місяці тому +1

    নিতুমনি আপোনাৰ সৎ সাহসক অভিনন্দন জনাইছো🙏🙏

  • @RanjitDas-ni7eb
    @RanjitDas-ni7eb 2 роки тому +12

    নিতুমনি দা বৰিয়া কথাকৈছা ভাল. লাগিল

  • @RamjanAli-xm1sm
    @RamjanAli-xm1sm 3 місяці тому +1

    Very very Good Nitumani.

  • @nabibarali900
    @nabibarali900 5 років тому +10

    Thanks, Nitumoni sir

  • @AmirulIslam-xk6wd
    @AmirulIslam-xk6wd 2 роки тому +3

    Thankyou Nitumoni da

  • @sajinabegum5064
    @sajinabegum5064 4 роки тому +4

    Thanks 10000000

  • @archanabaruah4313
    @archanabaruah4313 Рік тому +17

    মনৰ বহু প্রশ্নৰ উত্তর পাইগলো।ধন্যবাদ শইকীয়া।

  • @halimakhatun9736
    @halimakhatun9736 5 років тому +17

    Right nitu da

  • @user-oh4kc4uj3r
    @user-oh4kc4uj3r 6 місяців тому +5

    বাস সুন্দৰ সুন্দৰ উপস্থাপন নিতুমণি ছাৰ

  • @promodkhakhlary1782
    @promodkhakhlary1782 2 роки тому +4

    Thank you nitomoni sir god news.

  • @rajibgogoi4256
    @rajibgogoi4256 4 місяці тому +1

    সুন্দৰ এই জনেই আমাৰ ৰাজ্যৰ শাসন কৰ্তা মানে আন্ধাৰ ৰ ৰজা এই বাৰ‌ ৰাইজে দিব মজা

  • @saaassameseblog9886
    @saaassameseblog9886 4 роки тому +41

    নিতুমনি ক ধন্যবাদ

  • @amarjoytidas8141
    @amarjoytidas8141 11 місяців тому +2

    বৰ ভাল লাগিল নিতুমন দা

  • @PabitraPanging-f6u
    @PabitraPanging-f6u 11 місяців тому +11

    Talent Our Saikia sir so congratulations to future & God bless you!🎉

  • @AX_RIDER_69
    @AX_RIDER_69 Рік тому +2

    নিতুমনি‌ দাদা আপোনাক ধন্যবাদ

  • @urenchandranath4413
    @urenchandranath4413 6 місяців тому +10

    আপোনাক চেলুট কৰিছো,আৰু অন্তৰৰ পৰাই বহু বহু ধন্যবাদ জনাইছোঁ ।আপোনাৰ দৰে সৎ সাহসী সাংবাদিক হেজাৰ জনৰ জন্ম হওক ।

  • @chidanandabora7304
    @chidanandabora7304 2 роки тому +7

    আনাকোণ্ডা ৷ শেষত সোনোৱালকো গিলিলে ৷😊

  • @madhusmitadas223
    @madhusmitadas223 2 роки тому +24

    Himontr dare luviya manuh nai jiman s hk tar pet navare parile aru lage tak dukhiyak mari khai besi din jiyai nathake khi tar papr ghoti xonkale vari ahi ase aru diyak nitu daa bor val lagise katha xuni apnar 👍👍

  • @pranabbezbaruah9276
    @pranabbezbaruah9276 9 місяців тому +13

    ধন্যবাদ জনালো, নিতুমনি শইকীয়া। বহুতো তত্ত্বগধুৰ কথা জানিব পাৰিলো।

  • @purnimavlog8019
    @purnimavlog8019 4 роки тому +11

    Nitumoni sir very nice

  • @kothalbaripodumonichetiaga7758

    ধন্যবাদ নিতুমনি দা অভিমত বাবে ---- ( Tarulata Bhuyan )

  • @pinkimonibasumatari6577
    @pinkimonibasumatari6577 Рік тому +3

    Very good bro. Right answer Sir. You are very great.........

  • @RajkumarTumung-ir8ms
    @RajkumarTumung-ir8ms 11 місяців тому +4

    Thanks Nitumoni Da apunar avimatu sai bohut lagil Aru apunzar dore jadi hakolua buji pai. Votetu kak díbo lagibo hatiu Jen hokolue buji pai Honesty is the best policy .Thank u many many times.

  • @RabinaRabha-si6et
    @RabinaRabha-si6et 6 місяців тому +14

    সচায় হিমনত্তৰ কথাত মাত মতা উচিত । ধন্যবাদ নিতূমণি ছাৰ ❤

  • @manjugohain6786
    @manjugohain6786 Рік тому +39

    নিটুমনী শ ইকীয়া ডাঙৰীয়া আপোনাৰ আপোচবিহীন কণ্ঠক ভূয়সী প্ৰশংসা যোগ্য। ধন্যবাদ ।

  • @bituponbora1910
    @bituponbora1910 5 років тому +21

    Mojja hoisa Nitumoni da

  • @bijoydas5841
    @bijoydas5841 Рік тому +6

    Gradually the sarker going on destrying . Thanks for this saikia

  • @karabitalukdar8649
    @karabitalukdar8649 3 роки тому +9

    Nitumani sir thank you

  • @Gunakantaboruah-up5vc
    @Gunakantaboruah-up5vc Рік тому +2

    আপুনি ভাল উত্তৰ দিছে।আপোনাক ধন্যবাদ নিদি নোৱাৰিলো।

  • @washimakram1925
    @washimakram1925 4 роки тому +8

    Good answer 👍👍👍...

  • @user-rf6rs6nw1l
    @user-rf6rs6nw1l Рік тому +1

    Nitumoni bro, thank you today abhimat against to c m himanta , I love you too much, i will remamber you for good,

  • @udhabkumarnath6076
    @udhabkumarnath6076 2 роки тому +4

    উপযুক্ত মানুহে উপযুক্ত স্থান লাভ কৰিবই ।

    • @kumarraju5732
      @kumarraju5732 2 роки тому

      Ki koi he

    • @himasriroy6677
      @himasriroy6677 Рік тому

      নিতুমনি ছাৰ বহুত ভাল কথা কলে অাপুনি

  • @DharmeswarBaruah-t8b
    @DharmeswarBaruah-t8b Рік тому +6

    আপোনাৰ উত্তৰ সমূহ সুন্দৰ হৈছে ।

  • @Cartoon-ey2ys
    @Cartoon-ey2ys 2 роки тому +4

    Nitumoni sir right🙏🙏🙏

  • @issacnanda3816
    @issacnanda3816 3 місяці тому +2

    Great Nitumoni Sir

  • @mazarulislam6410
    @mazarulislam6410 5 років тому +12

    Nitu moni sir
    Very good .....

  • @foridabegum4051
    @foridabegum4051 5 місяців тому +4

    সচাকৈয় এবাৰ শুনি হেপা‌নহপলোৱানাইনিতুমনী চাৰ‌আপোনালৈ‌ ধন্যবাদ

  • @BABABABA-wx8ci
    @BABABABA-wx8ci 2 роки тому +10

    সচা কথা দাদা।

  • @pareshdeka
    @pareshdeka Рік тому +4

    Thanks your word ( God blase you )

  • @JakibarRahman
    @JakibarRahman 4 місяці тому +2

    Bohut vall kota koi se nitumoni da

  • @ashika9161
    @ashika9161 5 років тому +6

    Nice nitu ,sair

  • @ahmeddrss1179
    @ahmeddrss1179 Місяць тому

    Many many thanks Mr. Nitumoni.
    You are the proud of Assam.

  • @motibhi1884
    @motibhi1884 2 роки тому +6

    Absolutely right Dada My favourite journalist Nitumoni da

  • @monidasdas1466
    @monidasdas1466 Рік тому +1

    Good debet is going on. Very good Mr N. Saikia

  • @bhanuchetia2565
    @bhanuchetia2565 2 роки тому +4

    Nitumone da bohut bhal manuh..

  • @pallabigogoi5767
    @pallabigogoi5767 Рік тому +1

    নিতু মনি ছাৰ আপুনি জি উত্তৰ দিলে ভালে দিলে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ছাৰ🙏🙏🙏

  • @rahimsheikh3551
    @rahimsheikh3551 2 роки тому +4

    Very good nitumoni dada