আজিৰ অতিথি ‘গুণগুণ কথা মৰম’ ধাৰাবাহিকৰ পদ্মা আৰু শান্তি ৰিয়েল লাইফত পদ্মাই কাক কাটিবলৈ ‘দা’ লৈছিল?

Поділитися
Вставка
  • Опубліковано 18 тра 2024
  • অপাৰেশ্যনৰ পাছৰদিনাই পদ্মাই কেনেকৈ দিছিল ডাবিং?শ্বুটিঙৰ বহু খুহুতীয়া কথাৰে ‘দেওবৰীয়া আলাপ’... Watch the full clip to know more about this story.
    #pragnews #gungunkothamoromor #deoboriaalap #renganitv #assamesciriel #assamesactress #mandiraborkotoki #entertainment #podcast #interview
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

КОМЕНТАРІ • 22

  • @BijumoniBoruah-xm3ng
    @BijumoniBoruah-xm3ng 2 місяці тому +31

    পদ্মা চৰিত্ৰত অভিনয় কৰা গৰাকীয়ে বৰ সুন্দৰ অভিনয় কৰিছে ❤ শান্তি নামটো কোনেনো দিছিলে নাযানো কিন্ত অভিনয় ভাল কৰিছে ❤

  • @bastabdas8344
    @bastabdas8344 2 місяці тому +7

    দুয়োজনীকে বহুত ভাল লাগে বহুত ধূনীয়া অভিনয় শুভেচ্ছা থাকিল দুয়োজনীকে জয় আই অসম ❤❤❤

  • @puspaborah9849
    @puspaborah9849 2 місяці тому +3

    বহুত ভাল লাগিল

  • @santanatamuli5236
    @santanatamuli5236 2 місяці тому

    ভাল লাগিল ❤

  • @FarminBegum-official
    @FarminBegum-official 2 місяці тому +1

    Favorite serial ❤

  • @kakalideka9971
    @kakalideka9971 2 місяці тому +1

    🙏🙏🙏🙏

  • @pranitanath4637
    @pranitanath4637 2 місяці тому +1

    ❤❤❤

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Місяць тому +1

    পদ্মা মোৰ ঘৰৰ ওচৰতে থাকে কিন্তু ৰিয়েলত দেখিবলৈ বেলেগ আৰু ইয়াতে বেলেগ । আজিহে ধৰিব পাৰিছো ঠাইৰ নাম কোৱা বাবে😊

  • @user-wz9sm9gz3v
    @user-wz9sm9gz3v 2 місяці тому +1

    Nice hanti ba ru podmaba avnoi bhot vl ligsa ru agui juk. ❤😢

  • @manuwarahazarika3020
    @manuwarahazarika3020 2 місяці тому +1

    শান্তি বা হাতৰ খাম বুলি আশা নকৰাই ভাল ্খাম বুলি ভাবিলে টিফিন লৈ গলেই ভাল হ'ব।কিন্তু কিন্তু পদ্মা বাই চেষ্টা কৰিলে এখাজ খোৱাব পাৰে আশা কৰিব পাৰি মাছ মাংস ৰান্ধি লৈ গলে। পদ্মা ❤❤। আটাইকে বহুত ভাল পাও। অলপ ধেমালি কৰিলো। বেয়া নাপাব।👃

  • @dipanjalibaishya3059
    @dipanjalibaishya3059 2 місяці тому +2

    সদায় চলি থাকক এইখন চিৰিয়েল তাকেই বিচাৰো এৰিব মন নাযায় ।

  • @AnilBorgohain-wm7gr
    @AnilBorgohain-wm7gr 2 місяці тому

    Best acting

  • @RanjitSaikia-nb9yj
    @RanjitSaikia-nb9yj 2 місяці тому

    শান্তি মানেই আাশানতি

  • @manjitman2384
    @manjitman2384 2 місяці тому

    শান্তি নামটোহে ছিৰিয়েল খনত ওলালে দুনিয়া অশান্তি দি থাকে আৰু পদ্মাৰ দা খন দেখিলেই ভয় লাগে 😅😂😂

  • @RitujGogoi
    @RitujGogoi Місяць тому

    Moi hodai sau ... Shanti is best actress

  • @princhipriyagogai2770
    @princhipriyagogai2770 2 місяці тому

    ভাল লাগিল,,,, মইনাৰ ৰিয়েল লাইফ টো দেখাবছোন,,

  • @swopnabaruah9088
    @swopnabaruah9088 2 місяці тому +2

    Hokolu serialtkoi bhal loga

  • @golapiarandhara9441
    @golapiarandhara9441 2 місяці тому

    শান্তিয়ে ছিৰিয়েল খনত অশান্তিয়ে দি থাকে

  • @rishovhazarika3090
    @rishovhazarika3090 Місяць тому

    Baxudeve baxudeve kot gol 😅

  • @jyotibora742
    @jyotibora742 2 місяці тому

    Bbohutvalhoise😅

  • @thunumonikalita8483
    @thunumonikalita8483 Місяць тому

    O borihatot Ghar neki..mor chhaygaonot

  • @niturajbongshi1728
    @niturajbongshi1728 2 місяці тому

    Kakoli duniya lgse