What a voice... Its not easy for any female voice to overshadow Zubeen in a song. Previously only Jonkie Borthakur could do that. Tripti has done absolutely that. Kudos.
Tripti baa Hearing your voice, it feels like I cannot make a statement. What a UNIQUE Voice 💕 m falling love with your voice ❤️ and Zubeen Daa ur always ultimate 🔥❤️❤️
love u zubin da gan buli vbile zubin da mont pre moi zubin da sb gan xunu bat sai thaku notun gan xuniboloi ...zubin da mr perona mr xahoh ...love u ❤❤❤😘😘
Mozaaa zubeen Da.. Apuni xdai mur bukur mjt
wow.... eman dhuniya gaise❤❤❤
জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️
Always best our zubeen da❤
কাণত দুটা সুৰ বাজিছে.....জুবিন দা এটা সুৰ বা জনী এটা সুৰ ..... কিবা বেলেগতকৈ বেলেগ ... বহুত ভাল লাগিল
জুবিন দা আমাৰ বাবে এটা যুগ। আমাৰ জীয়াই থকাৰ প্ৰেৰণা
গানটিৰ মিউজিক,,কথা, কন্ঠ (জুবিন দা & তৃপ্তি বা) অপূর্ব সংমিশ্রণ,,,,শুনি থাকিবৰ মন,
জুবিন দাৰ সুৱদি কণ্ঠত তুমি লিখা গানে জীপাল হৈ ঠন ধৰি উঠিছে ৷৷সুন্দৰ ৷৷
ধন্যবাদ।
অ বৰ সুন্দৰ অভিব্যক্তি
জুবিনদাৰ সুৰ শব্দই মোৰ হৃদযক বাৰুকৈয়ে জীপাল কৰি তোলে ।সচাকৈয়ে কি বা যাদু আছে জুবিনদাৰ সুৰত!Love you ZubeenDa.
জুবিনৰ যাদুকৰী কণ্ঠৰ কথানো কি ক'ম ? মোৰ শব্দ নাই । তৃপ্তিৰ কণ্ঠই কিন্তু আপ্লুত কৰিলেদেই ! কি ঈশ্বৰ প্ৰদত্ত কণ্ঠ ! 👌👌👌 ভৱিষ্যতে জুবিনে তেওঁৰ লগত আৰু অধিক গাণত একেলগে পৰিৱেশন কৰক ।
দেৱৰ বৰ সুন্দৰ কথা আৰু জুবিনৰ কণ্ঠই গীতটিক অনন্য ৰূপত তুলি ধৰিছে। বৰ হৃদয়স্পৰ্শী অনুভৱ এটাই যেন চুই গ'ল ।
আন্তৰিক ধন্যবাদ।
What a voice... Its not easy for any female voice to overshadow Zubeen in a song. Previously only Jonkie Borthakur could do that. Tripti has done absolutely that. Kudos.
জুবিন দাই গোৱা বাবেহে শুনিছো। বহুত ভাল পাও জুবিন দাক। Love you ❤️
চিলা এলবামৰ বাকী থকা গান লাগে দাদা...
জুবিন গাৰ্গ অংগৰাগী বোৰে লাইক দিয়া। জুবিন দা গানে আমাক হিদয় চুই যায়।
জয় আই অসম।👍👍👍
Q
Q
1
Borhiya. . .
কৃষ্ণ
সুন্দৰ সুললিত হৈছে ৷ গীতৰ ভাব ভাষা অতি আবেগিক ৷ দ্বৈত কণ্ঠৰ গীতটো ভাল লাগিল ৷ সংগীত সংযোজন পৰিসীমিত হোৱা বাবে অৰ্থবহ হৈছে আৰু স্পষ্ট হৈছে ৷
khub hundar geet, xunile xuni thakibole mon jai, hridoy sui goise🤗😍👌🌹😍🤗
এক অনন্য সুৰৰ লহৰ ৷অলেখ মৰম জুবিন দালৈ❤️
জুবিন জীৱনক জীপান কৰা অন্য নাম। আমাৰ দৰে জীৱন হেৰাই যোৱা সকলৰ বাবে জুবিন জীয়াই থকাৰ শক্তি
👍
@@mrsaurav9620 👍👍
!
বহুত ভাল লাগিল। হৃদয় স্পৰ্শ কৰি গল,,,
Eman Val lagise joy dada.
Zuben dar gant ki buli coment dim ji dileu mon novore... Bhut val lge.. Love ❤️ zuben da... Joi zuben da 😘😘
Xochakoi bohut dhuniya lagise, Zubeen da jindabad
Dhuniya lagese ba aru zg 🤟bht donor pora bisari asilu gan 2 🔥😍🎧
Zubeen da bohut Val lage apunar song bur khuni ...love u dada khodaiii happy hoi thake Jen dada ..
Nice❤❤❤❤
মন চুই যোৱা গীত। হিয়াৰ আমথু আমাৰ যোবিন দা।
Name vul
যোবিন/জুবিন দা। ধন্যবাদ।
Wow amazing zubeen da love you 💕💕
সুন্দৰ হৈছে জুবিন দা
Zubeen Da tu baru hoi a best...kintu ai gantut june music compose korise..heitu o kintu bohut 1st class👍👍..bohut dhunia hoise
Thanks a ton.
জুবিন দা আমাৰ আৱেগ।
জুবিন দা আমাৰ অহংকাৰ।
জয় জুবিন দা।
জয় আই অসম।
❤️🔥
Zuben Da is King ❤️🙏👑
জয় আই অসম
জয় 🎵🎵🎵🎧🎧 জুবিন গাৰ্গ অসম
Zubeen da apni amar Assamar Gourab, Apunaloi hodai morom aru suvessa thakibo, bhogobane apunak hodai kukhele rakhok, tarei kamona koru
মন চুই যায় জুবিন দাই গোৱা প্ৰতিটো গান।
মোৰ প্ৰিয় কণ্ঠ ❣️❣️❣️
Bisanewr
Hfjfvtj teh ji hi it f
Zubeen da...... but the female version uffff..... after a long time listening this type of female version.
Unique voice... lovely lyrics.. love you Zubeen da
ধন্যবাদ।আগলৈ আৰু ভাল লিখিবলৈ চেষ্টা কৰিম।
Zubeen Garg - Legend! ❤️
Ru nalage ako My Hert❤️
Mojja joi zubeen da
Zubin Daa hosa k apunar gaan br e maan r vitort sui jai ❤️ u Zubin Daa May God Bless U Daa
Pagole hoi jam sage.
Love u Dada
Ki dhunia dada❤❤❤❤🙏🙏🙏
Mzza zubinda
Moza lagisa💟
Tripti baa Hearing your voice, it feels like I cannot make a statement. What a UNIQUE Voice 💕 m falling love with your voice ❤️ and Zubeen Daa ur always ultimate 🔥❤️❤️
Thank you so much😊
Love you dada 💚
What a beautiful and heart touching song by Zubeen and Tripti... Zubeen and Tripti is the best singer always.
গীতৰ কথা আৰু সুৰ অতি মধুৰ। এটি সুন্দৰ গীত।
ধন্যবাদ । শ্বেয়াৰ কৰিবচোন।
Waooooo.... Sooooo beautiful,,,
Mojjja Zubin da
Zuben da apuni asamar mahan shilpi jai zuben da apuni kabal sustha hai thakak ❤❤ 2:31 2:31
love u zubin da gan buli vbile zubin da mont pre moi zubin da sb gan xunu bat sai thaku notun gan xuniboloi ...zubin da mr perona mr xahoh ...love u ❤❤❤😘😘
দশৰথ ছাৰ। বহু বহু শুভকামনা ।আপুনি গানটো লিখিছে
ধন্যবাদ ছাৰ।
Love this song ❤️
Dada ki km aru apunak 💫✨
Xukhi hok apuni ❤️😊
জুবিন দা বহুত ধুনীয়া হৈছে ।
অতি সুন্দৰ 💝❤️
Zubeen da bahut vl lagil.
মন চুই যোৱা এটি গীত সুন্দৰ 💞
ধন্যবাদ।
Baa জনীও ভাল গাইছে..... জুবিন daa 😍💞💞
Mojjja song... Joi zubin daa
Mind blowing singing both are
Moja
মজা
ভাল লাগিছে কথাবোৰ....
মজা। ভাল লাগিল।
Thank you 😊
Nice
Xundar, Mem...👍
দ্বৈত কণ্ঠৰে কণ্ঠদান কৰা গীতটি শুনি সঁচাকৈয়ে বৰ ভাল লাগিল 👌👌💚💚
ধন্যবাদ জনাইছো 🙏
Zuben da jui
Bohut❤️ bohut,❤️ bhal lagisile ❤️ geet tu❤️ thank you ❤️ thank you ❤️ zuben da❤️.
মন চুই যোৱা এটি সুন্দৰ গীত
Wowwww Tripti
Amazing....Zubeen daa is always
mesmerisinggggg...congo👌👌👌
Val lagil huni
Moja song🎵🎵🎵🎵🎵🎵🎵🎵🎵🎵jubee dha
Jubeen da r hakolu gaan bor morom loga .....bahut dhunia jubeen da
J+UDUX I
মন চুই যোৱা গানটো... ভাল লাগিল
জুবিন দা Rockstar
বহুত ভাল লাগিল গান টো
বৰ সুন্দৰ
বহুত ভাল লাগিল
Zuben
Just
Wow
❤️❤️ love you zubeen dada,,,,Tumi hodai aamaar bukur aamothu bro,,,,,joi zubeen garg.
moza
Dhunia
Mojja Day song 🎵🎵🎶
Wah nice song♥️
Uff❣️❣️ zubeen da
,জয় জুবিন দা, জয় আই অসম ,
Moja zubin da love u supr song
So Amazing zubeen da💞💞💞Love you💞💞💞
অতি সুন্দৰ গীত।
Verry nice beautyful song
জুবিন দা ❤️❤️❤️
ধুনীয়া জুবিন দা ❤️❤️❤️❤️❤️❤️❤️❤️❤️
ধুনীয়া হৈছে মেম❤️🤗
Zubeen dA is all Assam best singer
So nice zubin song
অসমৰ গৌৰৱ আমাৰ জুবিন দা💜
Singer do you jonorai voice very amazing 😘😘😘
Aru geet tu xuni xub val lagil deha hat Pori gol
জুবিন দা অসমীয়া আবেগ , অসম গৌৰৱ জুবিন দা আপুনা গান শুনি বহুত ভাল পাওঁ ।।
Hleo pise aji kli zubin dai jare tate gan gab dhrise,zubin da hisabe ji ti gan gale vl nelge,ai ga2 kono vl lgise buli kb nowari,
মোৰ ককাই জুই 😍❤️😘