ৰাজনীতিত ছুনামি আনি বিজেপি-কংগ্ৰেছক শংকিত কৰি অখিল গগৈয়ে দেখুৱালে ৰাজনৈতিক শক্তি
Вставка
- Опубліковано 3 лис 2024
- #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com...
অখিল গগৈ বহুৰূপী নেতা।এইবাৰ নিজৰ চিটটো বচাওক।
একো ফালিব নোৱাৰ, কা আন্দোলনতো তহতৰ সভাত হাজাৰ হাজাৰ মানুহ দেখি পগলা হৈ গৈ দলেই খুলি ললি, পাছত কি হল,পাচত উপায় নাপায়, কংগ্রেস ৰ নেগুৰত ধৰিলি, সভা এখনত মানুহ অলপ দেখিলেই তহত পগলা হৈ যাও, ভাবিয়েই লও এইবাৰ বিজেপিক নদীলৈ দলিয়াম,, পিছনে কি হব জনতাই তহতকহে টিকাত গোৰ দুটামান দি নদীত দলিয়াই, তথাপিও তহতৰ শিক্ষা নহল গাধ গৰু চব,,,,
Akhilr mukhr byabohar beya
Akhiluddin Lurinuddinor vote barile kongressor vote komibo.
এই বোৰ নাটক কৰি আছে কংগ্ৰেছ লগত থাকি তেনেকুৱা মানুহক লগত থকা বেয়া কংগ্ৰেছ জিন্দাবাদ
Fal2
বিজেপি দলৰ বি টিম হৈ কাম কৰি আছে অখিল গগৈ জনসাধাৰণ সজাগ হওক
আপুনি কংগ্ৰেছ নেকি, অসমত আৰু আশা নাই।
অখিল গগৈ ❤️❤️❤️❤️❤️❤️
Bjp k harai dekha tetiyahe Kam bjp zindabad
Akil Gogoi Jonogon or Nata Hoy..
যিয়েই নহোওক কিয়, এই বিশাল ধুমুহা জাক অসমৰ বিশেষ মুল্যৱান সম্প্দ বুলি ভাবোঁ।
Akhil bjp r agent
নিঃসন্দেহে অখিল গগৈৰ ৰাজনৈতিক চৰিত্ৰক কোনো চিন্তাশীল ব্যক্তিয়ে তিলমানো সন্দেহ নকৰে । তেওঁ বিজেপিকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ পৰা বহু টকাৰ বিনিময়ত যোগদান কৰাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান হেলাৰঙে নাকচ কৰা সৰ্বজনবিদিত কথা। কিন্তু সাম্প্ৰতিক সময়ত আৰু অতীততো কেইটা মান এনে ভূল কৰিছে যাৰ বাবে তেওঁ এতিয়াও সৰ্বজন গ্ৰাহ্য নেতা হোৱাৰ পৰা বঞ্চিত হৈছে । তেওঁৰ মহান ত্যাগেও তেওঁক মহান নেতাৰ শাৰীলৈ নিব পৰা নাই। বহু কেইটা বদভ্যাসে (shortcomings) তেওঁৰ সফলতাত বাধা দিছে । সংসদীয় ৰাজনীতিত তেও যিহেতু অবতীৰ্ণ হৈছেই, তেনে স্থলত যিকোনো কথাৰ তাৎক্ষণিক প্ৰতিক্রিয়া দিয়াৰ পৰা বিৰত থকা দৰকাৰ । আতিগুৰি লৈহে সিদ্ধান্তত উপনিত হলে ভবিষ্যতে সুফল পাব। কৌশলী ৰাজনীতি আজিৰ দিনত খুবেই প্ৰয়োজনীয় । গৌৰৱ গগৈয়ে বিহালী ৰ সিদ্ধান্ত কিয় তেনেদৰে লব লগা হল তাৰ কাৰণ তেওঁ নিৰ্বাচনৰ পিচতে গম পালে আচৰিত হব আৰু মনৰ খেদ পাহৰি যাব । আৰু এটা কথা যে অসমীয়া মানুহৰ ইগো তথা অভিমান বেছি আৰু ক্ষন্তেকীয়া ।
SMART miter....
😂
Akhile he cm huwar hopun dekhese, gourav e nohoi ,Jona goise
বেঙেনা হৈ আকাশলৈ হাত 😂😂😂
Akhil.gogoi zindabad ❤❤
Akhilgindabad
একেবাৰে সঁচা কথা। অখিল গগৈ জনতাৰ কণ্ঠ। কিন্তু অখিল গগৈয়ে অকলে নিৰ্বাচন খেলিলে বিজেপিকে সহায়ক হব । তেতিয়া বিজেপিৰ এজেন্ট বুলিহে জনহধাধৰণে বিশ্বাসত লব।