Life is an adventure itself. Thanks to dear muslim brothers n sisters for taking care of the lonely hindu assamese family. This is one of the glaring examples of secularism. Special thanks to Dimpu n Tariq bhaity. From Kokrajhar with huge regards
Guwahati Navagraha temple r uport aha dun eta vedio bonuar perfect tropic eta paba good promise..ejon sankrit sir n pujari buliu Jana jai tekheotr life style dekhua dimpu khosa koisu bohut val pabo public e sai ..ketiau vat nakhai okole ekhon jonghol or majot thake tekhetor bohut intresting dimpu
অসম চৰকাৰে তেওঁলোকক সৰুকৈ চি চি ব্লক ৰাস্তা এটা বনাই দিয়ক
তাৰেই কামনা কৰিলো দিম্পু দা
জয় আই অসম // জয় ভাৰত 🙏❤️
4:09
😊😊😅😅😅
অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ , হেপাহৰ , কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ । ❤
❤❤😌😌❤❤
ভাল লাগিল হিন্দু - মুছলিমৰ এনেকুৱা সম্পৰ্ক দেখি।❤❤
Dimpu daa r youtube channelot 3 million humkale kori diya
তেওঁ লোক সুখী মানুহ। ইচলামধৰ্মী লোক সকলেও মৰম চেনেহ দিছে।
অসমীয়া বাপতি সাহন কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো সকলোলৈকে 😊❤
❤
সকলোলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা যাছিলো 🪔
SME 2you bro
Happy kati bihu deepdj77 dada ❤
Happy Kati Bihu to you bhai!!
সচাকৈ তেওলোক মানিব লাগিব । তেওঁলোকক বহু বহু ধন্যবাদ । শিক্ষাৰ ক্ষেত্ৰত হক বা অকলশৰীয়া হক
ভগৱানেই তেওঁলোকৰ সাৰথি 🙏🙏 আশা কৰো চৰকাৰে দাদাৰ ভিডিঅ'টো চাই সোনকালে ব্যৱস্থা লব
Bikash daaa ki Vdo bnai ….kintu dimpu daaa salute …..dee rer
Life is an adventure itself. Thanks to dear muslim brothers n sisters for taking care of the lonely hindu assamese family. This is one of the glaring examples of secularism. Special thanks to Dimpu n Tariq bhaity. From Kokrajhar with huge regards
Qqq❤
Ttuu66i6666666
Absolutely💖
Val lagil sai
সকলোৱে মিলি যদি ঘৰখন লৈ আহিল হৈ (ওচৰৰ মানুহখিনিয়ে) ভাল লাগিল হয় ❤😊❤
এনেকুৱা ঘটনা বোৰ দেখিলে বহুত বেয়া লাগে,,, মানুহৰ বহুত বহুত পইচা থাকি কি লাভ,, সৰু সৰু কথাবোৰে তেওঁলোকৰ চকুত নপৰে,,,, চৰকাৰ খনো একেই,,, নিজৰ টু হে গুৰুত্ব দিয়ে,,, সকলোতে গুৰুত্ব দিৱ চেষ্টা কৰক,, dimpu দা এনেবোৰ কামৰ কাৰণেই ভাল লাগে,
প্ৰাকৃতিক সৌন্দৰ্য্য আছে গাওঁ খনত!
সকলোলৈ কাতি বিহু আন্তৰিক শুভেচ্ছা জাচিলো 🙏
কাটি নহয় ভাই কাতি বিহু
ডিম্পু দা অৰুণাচলতো আছে এনেকুৱা আজি তাৰিখতো সচৰাচত কিন্তু অসমত আজি প্ৰথম দেখিলো ভাল লাগিল। ❤
2mar channel tu subscribe kori disu mur channel tu subscribe kori diba
Dimpu dar Karone like ata❤
Leu ra 1:49
Tar pist ki tumi vaat nkhaleu hb nki?
hi daada ki khobor
Dimpu r karane video t like krim toi kuni a
Isme mera kya fayda? Laure
অতি সুন্দৰ ❤De ar
"তুলসীৰ তলে তলে মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে"
অসমীয়া জাতিৰ তিনিটা বিহুৰ অন্যতম কাতি বিহু অথবা কঙালী বিহু । এই বিহুৰ শুভক্ষণত কৃষক ৰাইজলৈ সোণালী পথাৰৰ সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক। আকাশবন্তিৰ পোহৰে সমাজৰ পৰা অসূয়া-অপ্ৰীতি আঁতৰ কৰি সকলোকে সম্প্ৰীতিৰ এনাজৰীৰে বান্ধি ৰাখক, তাকে কামনা কৰি সমূহ ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ ।
Advance Congratulations 🎉 Dimpu Da❤...3M hobole goi ase🤗.
পৃথিৱীত এখন দেশ আছে ( একেবাৰে সৰু পানীৰ ওপৰত দলঙ আৰু জাহাজৰ দৰে ) তাতে দুজন মানুহ থাকে ৷
Moi dekha powa sobse fast besi views powa only one minute ot Dimpus vlog jai ho Dimpu
মানুহঘৰ দেখি বেয়া লাগিল চৰকাৰে কিবা কৰি দিযে যেন
কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ❤
Ogm baiya
Hundor dimpu da love from Lakhimpur ❤
Nice dada
Amar kakhor re....
Happy kati bihu Dimpu daa💕💕
Love from Nagaon 😍😍
Moza hoise dimpu da 👍👍👍👍👍👍
Dimpu daa tumar video sai bohut val lage. Love from Jamugurihat❤
Sir apka video atsa lagta he
সেইখন গাওঁ ---
যিখনত মোৰ হৈছিল জন্ম ।
সেই বেলৰ তলত গধূলি পৰত
বৈ থাকে মলয়া বতাহ
সেইখন গাওঁ '
যিখনত আছে আধাতকৈও বেছি ধাননি পথাৰ ,
আৰু তাত আমি কৰিছিলো খেতি।
সেইখন গাওঁ '
যিখনৰ মাজেৰে বৈ গৈছে এখনি ধুনীয়া নৈ ,
যত আমি বাইছিলো বৰশী
আৰু তাত আমি খেলিছিলো সাতুৰা-সাতুৰ ।
সেইখন গাওঁ '
যিখন হৈছে মোৰ মৰমৰ ধোৱাৰগাওঁ ।
2mar channel tu subscribe kori disu mur channel tu subscribe kori diba
❤
বেলৰ তলৰ কথা নক’বা ভাই,
মোৰ জন্মস্থানলৈ আজি দুকুৰি বছৰে যোৱা নাই
ইতিমধ্যে
সময়ৰ কূটিল পাকচক্ৰত পৰি
জন্মস্থানৰ 'বেলৰ তল'
বিক্ৰী হৈ গ’ল ...দুখতে যোৱা নাই .. .
শুনিছোঁ মাথোঁ
যে আজিও সৰে পকা বেল ...জন্মস্থানৰ বেলৰ তলত ...৷
@@sarojinichaudhury179 ধুনীয়া লিখিছা 👍👍👍
ডিমপো আপুনি কালাই গাওঁ আহিলী বহুত কালাই গাওঁ মানুহৰ ভাল লাগিব আৰু আপুনি আহিলে comment korok plz dimpu da plz plz plz bhai
কঙালী নহ'লে ৰঙালীৰ মাদকতা ক'ত?...
সমূহ অসমবাসী ৰাইজলৈ কাতিবিহুৰ হিয়াভৰা ওলগ আৰু শ্ৰদ্ধা জনালো ... ❤❤
-শ্যামল
Dimpu da Moja Lagise Video tu Sai 😍😍🥰🥰
আমাৰ গাওখনো এনেকুৱাই দিম্পুদা একেই ৰাস্তা পদুলি । 😢 আমাৰ গাঁৱত এতিয়াও কাৰেণ্ট নাই। আমি চলাৰ ব্যৱহাৰ কৰোঁ। তথাপিও B.A. পাছ মই।
Ki nam gau khnr
Salute dimpu da anekua femile bhobisstote akhbari jwk
As a human being we are create new things for human as like dimpu ❤keep ut up dimpy da ...
Mojja dimpu da
দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত বাধা হব নোৱাৰে,
মোৰ ফালৰ পৰা চৰকাৰলৈ এটাই অনুৰোধ ৰাস্তা ঘাট বনাই দিব লাগে মানুহ ঘৰৰ কাৰণে কাৰণ তেওঁলোকৰ কিবা এটা হলে চিকিৎসা সেৱাৰ বাবে এখন gari যোৱাও সুবিধা নাই
Dimpu daa kerna like ata☺☺
Advance congratulations 3M Dimpu da ❤
Kati bihur antorik xuveisa jonalo
বহুতেই ভাল লাগিল 🙂
Happy kati bihu Dimpu❤❤
Eyar video bur dekhile rag uthi jai .homoy gogoi asomor best you tuber .
Next level dimpu da❤
শান্তিত আছে
3 million coming soon🥰🥰
Ohh my god... Sai e voi lagil
Happy kati bihu 😊😊😊dimpu daa
It's a great post ...more than Europe tours...
মধ্য অসমৰ গাঁও ভূঁই, চৰ চাপৰি, বনাঞ্চল বিলাকত বাংলাদেশীবোৰেও এনেকেই ৰঘুমলাৰ দৰে বহি আছে
The beauty of the village is truly untouched.❤
*Love from USA United States of Assam* 😂❤
🎉
Aaayeei 😂😂
Moja love you ❤❤❤❤❤ dimpu da
Dimpu da love you🥰... good job💥
জয় আই অসম Dimpu daa ❤❤❤
Mojja video
শুভ কাতি বিহু ❤❤❤
ভাল লাগিল। কাতি বিহুৰ শুভেচ্ছা জনালোঁ।
Love you dimpu da love from lakhimpur ❤❤❤
7:14 tar mane h s tu pass time hoi tar pisot hslc hoi 😂😂😂😂 best line 😊
Love from kokrajhar ❤❤❤❤
Love you dimpu da ❤ love from morigaon 🥰🥰😊😊
Anekua video bur saii BSI vll lge ......🎉❤
Love from sivasagar ❤️
Akhon dhuniya gaon dekhaiso dimpu da
🌼সমূহ অসমবাসীলৈ🌾 কাতি বিহুৰ 🌾 আন্তৰিক হিয়াভৰা শুভেচ্ছা যাচিলো 🌼
Guwahati Navagraha temple r uport aha dun eta vedio bonuar perfect tropic eta paba good promise..ejon sankrit sir n pujari buliu Jana jai tekheotr life style dekhua dimpu khosa koisu bohut val pabo public e sai ..ketiau vat nakhai okole ekhon jonghol or majot thake tekhetor bohut intresting dimpu
Good day good bro! ❤❤
Bohut val lagil sai
Dimpu da 👍🔥🔥
Gd mrng dimpu da. So ajir video sai asu 🙏🥰💝
Dimpu da Congratulations 🤗🤗🤗🤗
মজা লাগিছে
Dimpuuuuu da big fan❤ love from pandu😊
Dimpu da Moja 🌺🌺🌺🌺
Happy Kati bihu dimpu daa❤
1st comment love from dubaii
❤love from sivsagar 🎉
Nicr ❤ for ghoreswar
Advance congratulations for 3M dimpu da>>>>>❤️🎉✅
Good video ❤
Dimpu dar karone like dia❤
❤❤ LOVE FROM PATHSALA (SARUPETA) ❤❤
Moja ....jarnyyy...dada...
They're living peacefully Life than us
2mr video eko val nalage..... Homoy Gogai Zindabad...
Good 👍 very good but that Village is beautiful nature.
Happy Kati bihu dimpu daa 💞💞 Love from lakhimpur ♥️❤️
ভিডিঅটু চাই বহুত বেয়া লাগিল ইমান অসবিধা মাজেৰে সংখাৰ চলাই আছে ❤❤
Love from Dhubri ❤❤
Dimpu da aponi alp poisa dii porial tok khhai krile ne niii ..i know aponi bhut val manuh nissaiii krise aponi 💫💫
সকলোলৈ কাতি বিহুৰ আন্তৰিক শুভকামনা যাছিলো 💖
Tumi moha sarthopor bhai. Homoy gogoi amar best .number 1 you t ber homoy gogoi .
Mojja❤❤
Love from Goalpara ❤️
Mozaaa video Dada first view
Love from Lakhimpur ❤
Jrps
Dhuniya dada 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥 love from chhaygaon ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊🎉