Suwali joniye koise."dimphu dak aku ata diboloi nohol" this line ...heart touch kori gol...mane dimpu dak usorot dekha pai ...nijoke somlavo pora nai..what a moment .aye the power of Dimphu.we are proud of you..
Noone would believe but when that girl said “kiba eta dibole nohol” it just brought tears to my eyes instantly. Gaon or manuh bur je eman simple and kind hoi dekhi bhal lagi gol❤
14:06 ❤️ eman khundor monor manuh aji kali pabole khub tan , tair expression tu sai mon tu goli gol 💕. Dimpu da apuni taik akbar log dhoribo buli akha thakil
ছোৱালীজনীয়ে কৈছে - একো এটা দিবলৈও নহ'ল 😭😭 Uff এইয়াই অসম আৰু এইয়াই অসমৰ অসমীয়াৰ মৰম ❤️ এইয়াই সিৰসেউজ অসম 💚
Please Pin This Comment 📌
সঁচাই ❤️❤️
Soku pani ulai gl 😀💞
ছোৱালী জনী কথাষাৰ মন চুই গল,❣️
💗💗💗💗
🙏🙏🙏🙏
Video tur val lga homoi khini suali jonir kotha har a .mor mon tu sui gol.aami horu manuh boror kiman dangor mon aiaai praman♥️♥️♥️
গাওঁৰ মানুহ বোৰ মনৰ পৰা ধনী ❤️😌 কোনে কোনে গাওঁৰ পৰা চাই আছা লাইক এটা কৰি যোৱা❤️ I love গাওঁ ।😌😌😌😌❤️❤️❤️❤️❤️❤️
From chekowari
Present sir 🙆♂️🤧❤
Moi tumar gharar kinarar manuh gharar Lora2 tur dada
Love form Charaideo Assam 🙅🙅
ua-cam.com/video/femNzXB5BMs/v-deo.html
"একো এটা দিবলেও নহ'ল।" .... মন চুই গল কথাটোৱে। ❤️ এইয়া য়ে হৈছে গাঁৱৰ মানুহৰ সহজ সৰলতা ❤️ Rich from Heart.
ua-cam.com/video/V9oj2NhVcdY/v-deo.html
বেলটো ভাবচা নিকি যতে যা তাতে পাবা বুলি ওহোো🙂
"Ako eta dobole nohol" This Is Assam. Heart touching thing. 🙏🙏❤❤
Wao....My idol respected Mishra sir.....🙏
"একো এটা দিবলৈও নহল।"
Uff🥰 মন চুই গল। গাওঁৰ সহজ সৰল জীয়ৰী 😊😊
ua-cam.com/video/V9oj2NhVcdY/v-deo.html
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
UA-cam Link ::::: ua-cam.com/video/uQtaWSYY4KI/v-deo.html
Yes absolutely ♥️♥️♥️tair babe video tu hekh loike salu.Facebook page te paisilu video clip tu...♥️♥️♥️♥️♥️♥️♥️
আজি ছোৱালি জনিৰ কথা বৰকৈ মনত পৰি আছে । আইদেউ একো নিদিলেও তুমি বহুত কিবা দিছা আমি অসমবাসীয়ে তোমাক স্বিকৃতি দিছো।
আমাৰ উজনিৰ ফালে মানুহবোৰ আমি এনেকুৱাই ... এই ডিম্পু পিছে মোমাইদেউৰ পলীয়া হে দেই 😂😂 ( বুজাই বুজিব )
ছোৱালীজনীয়ে কৈছে "একো এটা দিবৰ ন'হল " । কথাষাৰে সচাকৈ মন চুই গৈছে , ছোৱালীজনী অতি সুন্দৰ মনৰ মানুহ । তোমাৰ সকলো আশা পুৰন হক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।
"একো এটা দিবলৈও ন'হল" কিমান শুদ্ধ অন্তৰৰ ছোৱালী । ভগৱানে তোমাক মংগল কৰক🙏🙏🙏। আমি অসমীয়া, আমাৰ মৰম-চেনেহ,আদৰ- সন্মান বোৰ যেন সদাই একেদৰে থাকে তাকে কামনা কৰোঁ। জয় আই অসম।
একো এটা দিবলৈও নহলে😌
এই বাক্যশাৰীও যেন মৰমৰ এক অমূল্য উপহাৰ💝
Ys ❤️👍
Nice
@@manijabegum8165 ❤️✨
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
UA-cam Link ::::: ua-cam.com/video/uQtaWSYY4KI/v-deo.html
❣️❣️
গাঁৱৰ পৰিবেশ আৰু শেষৰ ছোৱালীজনীৰ কথাষাৰ দুয়োটায়ে হৃদয় চুই গল 🤗❣️
"একো এটা দিবলৈ নহ'ল" ছোৱালী জনীয়ে কোৱা কথাষাৰ অন্তৰ চুই গ'ল। মন্তব্য বাকচত আহি দেখিছো এই কথাষাৰে মোৰ দৰে সকলোৰে মন জয় কৰিছে। ছোৱালী জনীৰ মনৰ পবিত্ৰতাক অন্তৰ পৰা সেৱা জনাইছো।
ছোৱালী জনী যে কলে একোঁ এটা দিবলৈ নহল। সঁচাকৈ মোৰ hidoi চুই গল দাদা । ইমান সহজ সৰল ছোৱালী ।আপোনাক লগ পাই তাই কিমান যে আনন্দ পাইছে নিজে বুজাব পৰা নাই । সঁচাকৈ বোৰ মৰমিয়াল ছোৱালী। তাইৰ ভৱিষ্যত ভাল হওঁক।👏👏
♥️
@@mantuswargiary6830 Hii dimpi da moi tomar friend
"একো এটা দিবলৈ নহল" কি মন চুই যোৱা এষাৰি বাক্য.....ছোৱালী জনীৰ এই নিভাঁজ মৰমত বাৰুকৈএ আপ্লুত হৈ উঠিলোঁ...এইয়াই গাঁৱলীয়া মানুহৰ মৰম❤❤❤
"একো এটা দিবলে নহল" বাক্যশৰীতে যেন লুকাই আছে অসংখ্য উপহাৰ ।। মন চুই গ'ল ছোৱালী জনীৰ কথা আৰু সহজ সৰল ব্যৱহাৰটোৱে ।।
ua-cam.com/video/V9oj2NhVcdY/v-deo.html
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
UA-cam Link ::::: ua-cam.com/video/uQtaWSYY4KI/v-deo.html
একো এটা দিবলৈ নহল,,,,,,
মন চুই গোল 💞💞💞💞❤❤❤
ভাল লাগিল ছোৱালীজনীৰ মন্তব্য,,,,,
১০০% অসমীয়াৰ সন্তান 🙏🙏🙏
Mur monar kotha kole apuni.,,bhut bhut vl lagi gl
ua-cam.com/video/V9oj2NhVcdY/v-deo.html
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
UA-cam Link ::::: ua-cam.com/video/uQtaWSYY4KI/v-deo.html
সঁচাকৈ
Dimphu Da এদিন অসমৰ ঐতিহাসিক গাওঁ তিনিচুকীয়াৰ লক্ষীপথাৰ বনাঞ্চলত আহি লক্ষীপথাৰৰ ইতিহাস অসমবাসীক দাঙি ধৰিব বুলি আশাবাদী।
আপোনাৰ সৰলতাই মন মুহি যায় দিম্ফু দা❤️❤️❤️❤️
একো এটা দিবলৈ নহ'ল 🥺🥺
এনেকৈয়ে আমাৰ গাঁৱৰ বেছিভাগ মানুহৰ ইচ্ছা থাকিলেও ইচ্ছাবোৰ পূৰণ কৰিব পৰা ক্ষমতা নাথাকে 😢🥺
গাঁৱৰ নিভাজ মৰমবোৰ ল'ব জানিলে তাতেই সুখ পায়
ধন্যবাদ Dimpu দাদা❤️
14:09 কিবা এটা ভাল লাগিলে ছোৱালী জনীক।"একো এটা দিবলৈ নহ'ল।" উফ....❤️
এইয়াই গাঁৱৰ মানুহৰ নিস্বাৰ্থ মৰম । UA-camr হিচাপে তুমি বহু ভাগ্যবান আৰু সফল । উজনিৰ পৰা নামনিলৈ মানুহে তোমাক হৃদয়ত ৰাখিছে ।এইয়া কম কথা নহয় । ❤️❤️
14:20 "একো এটা দিবলেও নহল" মন চুইগল ।🙂
একো এটা দিবলে নহ'ল ❤ , এইবোৰেই প্ৰকৃত গাৱঁলীয়া মৰম । মাজুলীৰ পৰা মৰম যাঁচিলো দিম্পু দা ❤
এয়াই দুখিয়া মানুহৰ মন দিবলৈ বহুত মন কিন্তু দিবলৈ নোৱাৰে হৃদয় চুই গল ছোৱালী জনীৰ কথাটোৱে... ❤🥺
'একো এটা দিবলেই নহল'.. কথাষাৰ শুনি আৱেগিক হৈ পৰিলোঁ .. ইমান যে সহজ সৰল .. বৰ ভাল লাগিল video টো দিম্পু..!!
"একো এটা দিবলৈও নহল" ছোৱালী জনীৰ এই কথাষাৰে অন্তৰ চুই গল।।💖 এইয়াই নিভাজ মৰম ❤️
একো এটা দিবলৈও নহল কথাষাৰে মনটো চুই গল 😥 এয়াই অসমৰ সহজ সৰল ছোৱালীৰ মন❤😌 ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তোমাৰ জীৱনটো সুখ, শান্তি ,সমৃদ্ধিৰে ভৰপূৰ হৈ উঠক🙂👐
আমাৰ গাঁওত অহা বাবে বহুত বহুত ধন্যবাদ দিম্পো দা❤️❤️❤️
❤️
Longpotiya hoi ne
Ki goan
Goixu moi longpotia
Yes
সহজ সৰল মানুহজন❤️
"একো এটা দিবলৈও নহ'ল "🥺❤️
মন চুই গ'ল দিম্পু দা ইমান সহজ সৰল মনৰ বা জনী🥰...
দিম্পু দা তোমাক আৰু মৰমৰ বা জনীক মোৰ ফালৰ পৰা বহুত বহুত মৰম যাচিলো ❤️🥰🤗
সচাকৈ মন চুই গ'ল 🥰😥 তাই কথা শুনি।এয়াই গাঁৱৰ মানুহৰ মন, সহজ সৰল মৰমীয়াল।
গাওঁৰ কথাই বেলেগ 😍 গাওঁৰ মানুহবোৰ ধনী নহলেও মনৰপৰা বহুত ধনী হয় ❤I love village ❤😍
ua-cam.com/video/V9oj2NhVcdY/v-deo.html
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
UA-cam Link ::::: ua-cam.com/video/uQtaWSYY4KI/v-deo.html
100% Right
সচা কথা
Hoi diya baa😘😘😘
"একো এটা দিবলৈ নহল" কথাখাৰে মন চুই গল। নিভাজ গাৱলীয়া দুখীয়া সমাজৰ মৰম কোনো ভৌতিক বস্তুৰ লগত তুলনা নহয়।
ছোৱালীজনীৰ অন্তৰখোলা মন❤️,,,গাঁৱৰ ধুনীয়া পৰিৱেশ এনেকুৱাই ❤️ চহৰৰ কিছুমানে এই পৰিৱেশৰ অনুভৱ কৰিব নোৱাৰিব,, দিম্পু দা আমাৰ গাঁৱলৈও আহিবচোন এপাক💚
সফলতাই আকাশ চুলে তথাপি মাটিৰ লগত তোমাৰ যি সম্পৰ্ক সঁচাকৈয়ে অতুলনীয় ।
একো এটা দিবলৈ নহ'ল ❤️❤️❤️ এয়াই গাওঁ এয়াই সহজ সৰল মানুহৰ নিভাজ মৰম আৰু আকুলতা ,ভাল লাগিল ভাল হওঁক সকলোৰে চহৰৰ কলুষিত বতাহজাকে স্পৰ্শ নকৰক সৰল মনবোৰ , শিৱসাগৰৰ পৰা বহুত বহুত মৰম❤️❤️
সেউজীয়া বৰণৰ ধুনীয়া এটা গাওঁ
এইটোৱেই হৈছে আমাৰ প্ৰকৃত পৰিবেশ ❤️👍
ua-cam.com/video/femNzXB5BMs/v-deo.html
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
UA-cam Link ::::: ua-cam.com/video/uQtaWSYY4KI/v-deo.html
"একো এটা দিবলৈ নহ'ল" - সচাঁই হৃদয় স্পৰ্শ কৰি গ'ল বাক্য শাৰীয়ে । এয়াই আমাৰ অসম, আৰু অসমীয়া মানুহৰ মৰম।
" একো এটা দিব নোৱাৰিলো ।" কথাষাৰেই মন চুই গল। যেন শ্ৰেষ্ঠতম উপহাৰ।
"একো এটা দিবলে নহল" কথাষাৰ য়ে মন চুই গল ।।অসমীয়া সহজ সৰল জীয়ৰী ।। ভাল থাকক তাই ।।তাই যাৰ কপালত আছে তেওঁ সঁচাই ভাগ্যৱান♥️💐
তাই যাৰ কপালত আছে সছাকৈ ভাগ্যবান,,
ডিম্পু ! উপজা মাটিৰ গোন্ধ থকা কথাবোৰ বৰ আলসুৱা...! আপোনালৈ এটি অনুৰোধ , "পাৰে যদি এই ভিদিঅ'টোত লাভ কৰা ধনৰাশি আজলী ছোৱালী জনীক প্ৰদান কৰক!"
সৰলতাৰ এক নিদৰ্শন তাই ❤️।এইয়াই মৰম , নিভাজ অন্তৰৰ। দিম্পু দাক ধন্যবাদ, ইমান সুন্দৰ উপস্থাপন।আপোনাৰ সৰলতা বোৰেও অন্তৰ জিনে।
এয়াই দিম্পুৰ যাদু।। সদায় দেখি থকা পৰিবেশ এটাকে কিমান সুন্দৰ ভাৱে উপস্হাপন কৰিব পাৰে।।। গাঁৱলীয়া ভন্টি জনীৰ কথাই হৃদয় চুই গল।
বাকী youtuber সকলে পাৰিলে শিকিব চেষ্টা কৰিব।
সঁচাই দাদা ছোৱালী জনীৰ কথাটোত চকু পানী ওলাল মোৰ।ইমান সহজ সৰল ।অলপো কৃতিমতা নাই কথা খিনিত
মনৰ নিভৃত কোণৰ এটি বাক্য হৃদয় চুই গল।
"একো এটা দিবলৈয়ো নহ'ল " উফ ❤ মনৰ কোনোবা এটা কোণত চুই গ'ল অ' কিমান যে সহজ-সৰল ❤🤗 এইয়াই গাৱলীয়া সমাজৰ নিভাঁজ মৰম💞
"একো এটা দিবলেই নহ'ল" Uff আৱেগ 🥰 মন চুই গ'ল এই কথাষাৰে। ছোৱালী জনীৰ কথা আৰু সহজ সৰল কথা বোৰ। এইয়াই আমাৰ গাওঁৰ সহজ সৰল জীয়ৰী❤️
Suwali joniye koise."dimphu dak aku ata diboloi nohol" this line ...heart touch kori gol...mane dimpu dak usorot dekha pai ...nijoke somlavo pora nai..what a moment .aye the power of Dimphu.we are proud of you..
একো এটা দিবলৈ নহল! এই কথাষাৰে হৃদয় চুই গল 🥰❤️
সচাকৈয়ে বহুত বহুত ভাল লাগিল মোৰ গাঁওলিযা যেতিয়া আমি অসমীয়া ।
গাঁওৰ পৰিবেশ সঁচাই ভাল লাগে।ভাল লাগিল। ছোৱালী জনিয়ে কোৱা কথা ই মন চুই গল
Next level vidio❣️..."একো এটা দিবলেও ন'হল"...is আৱেগ.....😊
Ako ata dibole nohol....uff hridoy sui goise.....This is assam..morom senehore bhora...Love from dudhnoi goalpara ❤️
Ksm se mru hidoi sui goise
Ohh🥰🥰🥰🥰❤️❤️
hoi de vai, keneke je koise 💖love from dhanubhanga
Yo bro... অসমীয়া বোৰৰ morom
Love From Dudhnoi❣️
একো এটা দিবলে নহ'ল...উফফ❣🥀..হৃদয় চুই গল কথাষাৰে❤বুজাই দিছে কথাষাৰে যে টকাৰ দুখীয়া হব পাৰো মনৰ দুখীয়া কেতিয়াও নহয় ...ভগৱানে ভালে ৰাখক বা জনীক❤🤗❣🥀
এইয়াই গাওঁৰ জীয়াৰী ❤️ নিভাঁজ অসমীয়া.. অসমৰ আবেগ অনুভূতি আৰু ডাঙৰ ৰ প্ৰতি থকা মৰম স্পষ্ট ৰূপত দেখা গৈছে❤️
হয়... বেলেগে কিবা কথাত গাঁৱলীয়া বুলি হাঁহিলে লাজ নাপাওঁ.. বৰং বুকুখন ফুলি উঠে গৰ্বত❤️ গাওঁৰ চহা জীৱনৰ সহজ সৰলতা বোৰত প্ৰাণ পাই উঠে অকৃত্ৰিম মৰম,ভালপোৱা 💚।
Good comment for this vidio
মধ্যাহ্ন ভুজন 🤣 আমিও খাইছোঁ 8 লৈকে 🥰😢 বহুত বহুত ধৈনবাদ দিম্পু দা এনেকুৱা এখন সেউজীয়া পৰিৱেশ দেখুওৱাৰ কাৰণে😘😘 আপুনি আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিলো 🥰
একো এটা দিব নহ'ল ,, কথাষাৰে একেবাৰে মন চুই গ'ল, ভণ্টী তোমালৈ আৰু তোমাৰ পৰিয়ালৰ সকলো লৈ বহুত আশীৰ্বাদ থাকিল । ♥️
ভিডিঅ টোৰ আৰম্ভিৰ পৰা দলং খনৰ লৈকে আমাৰ হাতীপুখুৰী গাওঁখন💚🍃বহুত ভাল লাগিল দিম্পু দা,, লগ পোৱাৰ সৌভাগ্য নহ'ল আশা থাকি গ'ল নিশ্চয় পাছত এদিন লগ পাম❤Love you More❣️
এইয়াই আমাৰ গাঁৱৰ পৰিৱেশ💚আমি ধনৰ ধনী নহব পাৰো কিন্তু মনৰ পৰা বহুত বেছি ধনী❤গাঁৱৰ জীয়ৰী হিচাপে গৌৰৱ অনুভৱ কৰো🌻
অসমীয়া মানুহ সহজ সৰল মনৰ ধনী.... বৰ্তমান সময়ত কৃত্ৰিমতাই কিছু পৰিমাণে ছানী ধৰিছে যদিও আপোনালোকৰ গাঁওৰ আদৰ স্নেহ সম্ভাষণ দেখি আপ্লুত হলো |
@@karunakantakhanikar5969 ধন্যবাদ আপোনালৈ
বস্তুৰে নহয়, বুকুত হাত থৈ দিয়া অন্তৰৰ ভাষা সকলোতকৈ ডাগৰ উপহাৰ... সেই ছোৱালীজনীৰ মৰমৰ আবেগ... অন্তৰ চুই গল...🙏🙏🙏🙏
🚶♂দিম্পু দাক আপোনাক ছোৱালী জনীয়ে 🌈বহুত সন্মান কৰিছে কিয়নো তাই মানসিকতা সচায় সলাগ লবলগীয়া ।💕💕❤আপোনাৰ প্ৰতি থকা ছোৱালী জনীৰ 💖💖এয়া মৰম দিম্পু দা মৰম 🤗
14:22 real feelings jen paisu swalijonik.
Val lagil swalijonik. This is called true Gauliya. Everything is pure.
ছোৱালীজনীৰ কথাষাৰে সকলোৰে মন চুই গ'ল, এইয়াই অসমীয়াৰ মৰম❤️
"Eku eta diboloi nohol" I don't know why I'm in tears after listening to her words. God bless you sister 🙏
একো এটা দিবলৈ নহ'ল,❤️❤️❤️
এয়াই গাওলীয়া ছোৱালীৰ সহজ সৰল মন ♥️♥️♥️।
এনেকুৱা পৰিৱেশ দেখিলে মন মোহিত হৈ যায় । ধন্যবাদ dimpu da আমাক এনেকুৱা শান্তিপূৰ্ণ পৰিৱেশ দেখুওৱাৰ বাবে।
Aikhn amar e gaon
@@jyotishsaikia1660 duniya lagil sai
@@Success_With_Me thank you
সহজ সৰল ছোৱালী জনী❣️একো এটা দিবলেও নহলে 🥺মন চুই গ'ল কথা ষাৰে🥰গাঁৱৰ মানুহৰ মৰমে সুকীয়া।
ধুনীয়া লাগিলে ভিদিওতো চাই দিম্পু দা ।
ইমান ধুনীয়া পৰিবেশ গাঁওখনৰ । বা জনী সঁচাকৈয়ে বৰ মৰমিয়াল । একো এটা দিবলৈ নহল 😍
গাও খনৰ মানুহ বিলাকৰ কোনো কৃত্ৰিমতা নাই নিভাঁজ অন্তৰৰ মানুহ আপোনালোক সদায় সুখত থাকক তাৰেই প্ৰাৰ্থনা কৰিছো । মাইনা জনীৰ ব্যৱহাৰে সকলোৰে মন মোহিত কৰিছে ঈশ্বৰে তেওঁক মংগল কৰক🙏🙏🙏
"একো এটা দিবলৈও নহল"...........অনুভৱ কৰিলো যে কিমান নিভাঁজ মৰম সোমাই আছে কথাষাৰ ত😢সচাই দিম্পু দা হৃদয় চুই গ'ল❤️তাতে সেইখন গাঁওত আমাৰ জেঠাই আৰু মাহীৰ ঘৰ খুবেই এখন চিনাকি ঠাই😍ভাল লাগিল বহুত❤️❤️
এইখিনি গাওঁ বুকুৰ আপোন ইয়াতে দেখোন নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতত সাজোন কাচোন এই গাওঁ আপোন আপোন।
২০১৮ চনৰ পৰা মই আপোনাৰ ভিডিঅ' চাই আহিছোঁ সেই তেতিয়াৰ পৰা আপুনি অকৃত্রিম হৈ আছে যাৰ কাৰণে আপোনাৰ ভিডিঅ' সদায় প্ৰিয়... আপুনি মানুহজন সদায় অকৃত্রিম হৈ থাকক সেয়াই আশা❤
অসমৰ বহুত ইউটিবাৰে অলপ সফলতা পোৱাৰ পিছতেই অতি বেছি কৰিবলৈ ধৰিছে যিবোৰৰ কাৰণে আজিকালি বহুতৰ ভিডিঅ' আগৰ দৰে প্ৰিয় নহয়🙂
আপোনাৰ ভিডিঅ'ত সঁচা ছবি ফুটি উঠে... আৰু আগুৱাই যাওঁক😊
গোটেই অসমৰ ৰাইজৰ হৃদয় চুই গৈছে। দিম্পু পাৰিলে দীঘলীয়া কৈ ভিদিঅ এটাত এই ছোৱালী জনিৰ লগত কথা বতৰা দেখি দেখিবলৈ পাম।
খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ , বহুত ভাল লাগিছে দিম্পুদা👌
TOI.ETTᗩ.ᖇᗩᑎᗪE.ᗩᑭEᖇ.KOTE.SᗩᒪKE.ᗩSᗩ.SᑌOᗩᖇOᖇ.ᗷᗩᗪSᕼᗩ
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
UA-cam Link ::::: ua-cam.com/video/uQtaWSYY4KI/v-deo.html
অসম সদায়ে চিৰসেউজীয়া 💚💚💚
বহুত ভাল লাগিল Video tu চাই.... ইমান সুন্দৰ গাঁও খন.. শেষত ছোৱালী জনীৰ সেই কথাষাৰে মন ভৰাই দিলে... "" একো এটা দিব নহল..."" তাই Dimpu দা k তেনেকৈ হঠাৎ লগ পায় আবেগিক হৈ পৰিছিল যেন লাগিছে... ভাল লাগে এনেকুৱা পৰিবেশ বোৰ.... 🥰🥰
ডি্ম্পু ডা অসমৰ কোনো এটা ঠাই নাই যে আপোনাক চিনি নোপোৱা মানুহ আছে , কোকৰাঝাৰৰ পৰা মৰম যাছিলো ❤️❤️❤️
👍
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
UA-cam Link ::::: ua-cam.com/video/uQtaWSYY4KI/v-deo.html
একো এটা দিবলৈ নহল ।
ছোৱালী জনীয়ে বহুত কিবা শিকাই দিলে, তথাকথিত ধনী নহলে কি হল , হৃদয়ৰ পৰা বহুত ধনী । মানুহ হলেই নহৱ ,এই মৰম খিনি হৃদয়ৰ মাজত থাকিব লাগিব,সংস্কাৰৰ এক জলন্ত উদাহৰণ ছোৱালীজনী
ইমান মৰমলগা ছোৱালীজনী। কি কম মাজনী তোমাক। তোমাৰ শিষ্টাচাৰ আৰু সৰলতাই বাৰুকৈয়ে আপ্লুত কৰিছে। জীৱন পথত সফল হোৱা আইজনী। তোমাৰ সৈতে এবাৰ কথা পাতিব মন গৈছে।।
Noone would believe but when that girl said “kiba eta dibole nohol” it just brought tears to my eyes instantly. Gaon or manuh bur je eman simple and kind hoi dekhi bhal lagi gol❤
Her polite and lovely behaviour won the hearts of so many of us. Every one should try to be rich by that nature. 🙏🏼🙏🏼
গাওৰ প্ৰকৃত নিভাজ মৰমবোৰ😍😍😊😊
এইখন গাঁওৰ পৰাই মৰম জাচিলো দিম্পু দা 🥰💞
গাঁওৰ খনৰ নামটো
সেই ছোৱালীজনীৰ নাম কি????
একো এটা দিব নোবাৰি দুখ কৰিলে দিম্পুৰ আগত???
গাঁৱৰ পৰিৱেশৰ লগত খেলাই সুকীয়া অ😍 লখিমপুৰৰ পৰা মৰম যাচিলোঁ❤❤
ua-cam.com/channels/Y6fxrnGMJz7J1NxQDsTi_Q.html
ছোৱালী জনীৰ যিটো মৰম সেই মৰমে সকলোকে হৃদয় চুই গৈছে,,,তাই একো নাই কৈছে ,,কিন্তু তাই বহুত আন্তৰিকতা আছে,,, তাই এখন হৃদয় আছে বহুত বহল,,,তাতকৈ আৰু একো নালাগে,,,
সচাকৈ ডিম্পু da আপুনি বেলেগতকৈ বেলেগ ❤️🔥😊💕 lots of love 💖 from Lakhimpur
I love my assam and their humble, kind, big hearted, innocent, lovely people.
গাঁওৰ মানুহখিনী বহুত মৰমিয়াল হয়
আৰু ছোৱালী জনী লৈ বহুত
মৰম লাগিল একো এতা দিব নোৱাৰিলু
বুলি কোৱা কাৰনে
গাওৰে সৰু লৰা ছোৱালী 🙏🙏🙏✌✌✌❤❤❤
14:22 মন চুইইইই গ'ল অঅঅঅঅঅ ❤️❤️❤️♥️
একো এটা দিবলৈও নহ'ল ♥️🙏
Suali jonir kotha hini huni moram lgil.. "eko eta dibo le nhol"❤️
Uff ki antorikata❣️
গাওঁ খ্নৰ মানুহ খিনিৰ মন বহুত ভাল দে।🙏🙏🙏
একো এটা দিব নহল uff।।।
আমাৰ অসমৰ মানুহৰ এই সৰল মনটোৰ বাবে সদায়ে অসমীয়া হোৱাৰ গৌৰৱ অনুভৱ কৰোঁ 😍✨
আমাৰ সেউজীয়া অসমখন❤️❤️ চৰাইদেউৰ পৰা মৰম জাছিলো❤️❤️
আমি গাওঁৰ ছোৱালী সপোন সুন্দৰী। আমাৰ গাওঁৰ ছোৱালী বিলাকৰ অন্তৰ খন বহুত কোমল আৰু মৰমীয়াল।❤️❤️
নিভাজ অসমীয়া.. ইমান সহজ- সৰল🥺
জয় আই অসম ❤️
ভাল লাগিল বহুত ❤️ সঁচাকৈ গাঁওত চহৰৰ দৰে উন্নত মানৰ সা সুবিধা নাথাকিলেও গাঁওৰ পৰিবেশৰ আমেজে সুকীয়া ❤️ গোলাঘাটলৈও এদিন আহিব বুলি আশা ৰাখিলোঁ Dimpu দাদা ❤️☺️
Aijni amar Baba jiyak nhi na😒
সছাকৈ বহুত ভাল লাগিল
Axom r manuh beleg State t ghuribo juwat k aijegat juwae vall ...... I Love Assam ❤️🥰
Jay Aai axom❤️
ua-cam.com/video/V9oj2NhVcdY/v-deo.html
@Phungkha Bhai ronghor kot ase❤️
Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
UA-cam Link ::::: ua-cam.com/video/uQtaWSYY4KI/v-deo.html
Dimpu da aponi ajon social media influencer, aponi to thank you aa koii *ধন্যবাদ* বুলি কব পৰা যায় নেকি যদি khombob hoii
'একো এটা দিবলৈও নহল 'uffffff কব ভাষা নাই জেগাত চুই গৈছে ❤❤❤
14:22 uff Suwali joni 🥰🥰🥰aku ata dibole nohol😍😍mon sui gol ❤
সেউজীয়া শান্তি পৰিৱেশ ❤️সহজ সৰল মানুহবোৰৰ নিভাঁজ মৰম বোৰ ❤️
14:06 ❤️ eman khundor monor manuh aji kali pabole khub tan , tair expression tu sai mon tu goli gol 💕. Dimpu da apuni taik akbar log dhoribo buli akha thakil
*একো এটা দিবলৈও নহ'ল * উফ বাক্যশাৰীয়ে সঁচাই আবেগিক কৰি তুলিলে😢 এইয়াই মৰম ❤❤
আমাৰ এইফালৰ মানুহ মনৰ দুখীয়া নহয় কেতিয়াও।সকলোৰে ব্যৱহাৰ ভাল পাব।❣️❣️
সুন্দৰ পৰিৱেশ দিম্পু দা ভাল লাগিল video টো চাই
সচাঁকৈয়ে বহুত ভাল লাগিল সদায় দেখি থকা গাওঁখনি আজি Dimpuদা আপোনি Captureকৰি ইমান ধোনিয়াকৈ বোজায় দি গটেই অসম বাসিৰ আগত প্ৰস্তোত কৰিলে ! 14:7 Seenটো দূখ লাগিগল😣😭😭 মইও অতি সোনকালে Rohanগাওঁখনত VLOg কৰি আপোনাক Mantiondকৰিম অনুগ্ৰহ কৰি Dimpuদা আপোনি মোৰ চেনেলটিৰ নাম কৈ দক না 💖💖💖
ahibo mur ghror usorte.Krisnomoni cutiyar ghor khon ai gaonr usorote ase.
@@sudiptaboruah134 hoiii nki Namrupt he ase
@@sudiptaboruah134 Hello brother ...moi tumar gao khont abar visit koribo bisarisu ...tumar number tu diba nki ? Nohole mur number tu lua ..kisu kotha asil ...moi barpetat thaku ..so tat gole tmar helpr proiujn ase