MOROM TUMAR || KARAN JIT RAY || SOUND OF BEINGS

Поділитися
Вставка
  • Опубліковано 8 жов 2024
  • MOROM TUMAR || KARAN JIT RAY || SOUND OF BEINGS
    SONG : MOROM TUMAR
    VOCAL & COMPOSITION : KARAN JIT RAY
    MUSIC & MIX-MASTER : O DAZAI/BHOGIROTH RAY
    LYRICIST : PRITAM
    VIDEOGRAPHY,EDITING & VOICEOVER : BIJIT RAY
    LYRICS:
    ৰুৱা আজি আকৌ এবাৰ
    মিছাটো নহয় ভাল পোৱা আমাৰ
    নিদিওঁ সহিব দুখৰে ভাৰ
    বুজিম কিমান মৰম তোমাৰ
    দিয়া মুলৈ উপচাই হৃদয়
    জিৰাও তোমাত বিচাৰোঁ সদায়
    কোৱা কিমান কোৱানা সঁচাকৈ
    ৰওহি আজি তোমাক পাবলৈ
    মই স্বপ্নবিভৰ এই ৰাতি
    তথাপি উজাগৰ কিমান বাকী
    উশাহৰে ঘন বুকুত বিচাৰি
    কাৰ পৰশ কাৰ হাঁহি
    ৰুৱা আজি আকৌ এবাৰ
    মিছাটো নহয় ভাল পোৱা আমাৰ
    নিদিওঁ সহিব দুখৰে ভাৰ
    বুজিম কিমান মৰম তোমাৰ
    CONNECT WITH ARTISTS :
    KARAN JIT RAY
    www.instagram....
    O DAZAI
    / 0_dazai
    BIJIT RAY
    www.instagram....

КОМЕНТАРІ • 12