Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কোনে কোনে ২০২৪ চনত শুনিছা লাইক কৰা
অন্তৰৰ গভীৰৰ পৰা ওলাই অহা মৰ্মস্পৰ্শী কথা, কন্ঠ আৰু সুৰৰ কালজয়ী স্তম্ভ
আগতে গীতৰ সৃষ্টি হৈছিল আজিকালি গীত বনাই... Old is gold.
পুৰণি চিত্ৰৰেই পুনৰাবৃত্তি হৈ আছে জগতত যেন নতুন ৰূপত,,, old is gold.👍🙏
কিমান যে ভাল পাও গীতটি শব্দৰে বুজাব নোৱাৰোঁ.... বিশেষকৈ দেউতা বেগতে আহিবি আহোঁতে ঝুনুকা আনিবি,,,,,,,,,,,❤ বহুত ভালপাও ❤ মাৰ মুখত সৰুৰ পৰাই শুনি আহিছোঁ এই গীতটি ❤️
কেতিয়াও পাহৰিব নোৱাৰা, সুন্দৰ গীত
But atiya ajir projnmo aibur gan kot hunib😢
এইএ গান ! সুনীও আমনি নলগা অপৰূপ আনন্দ দায়ক । প্ৰতিজন শিল্পীৰে আছে সুকীয়া মৰ্জদা.......!
😂🙏
@@dancerqueenshaswatitalukda3405 😊
সৰ্বকালৰ, সৰ্বশ্ৰেষ্ঠ গীত।সকলো স্তৰৰ লোকৰে গীতটি অতি প্ৰিয়।আচলতে গীতিকাৰ কেশৱ মহন্ত, সুৰকাৰ ৰুদ্ৰ বৰুৱা আৰু দৰদী কন্ঠ শিল্পী খগেন মহন্ত ডাঙৰীয়াৰ ত্ৰিবেণী সঙ্গমেই মূল মন্ত্ৰ।
সেই যে সোনালী শৈশৱত শুনা গানবোৰ,কি সুন্দৰ।
Mur 6mohiya suwali jnik aitu gaan logai dile he suwe... Bht vl lge gaantu
Radio gol Tv gol 2G 3G 4G jai 5G ahil kintu ai geetbor roi gol xodai priyo hoi
আগতে দেউতাই ৰেডিঅʼ ত গানটো ডাঙৰ ডাঙৰ কৈ লগাই থাকে । আজি সেই দিন বোৰ মনত পৰি গʼল । 😌
Old is forever gold... 2021t khuni asu... Jiyai thokaloi khunim
কি যে অমিয় সুৰৰ সেই গীত
কেশৱ মহন্তৰ অপূৰ্ব সৃষ্টিত খগেন মহন্তৰ অপূৰ্ব কন্ঠৰ সঙযোযনে সুন্দৰৰ অপূৰ্ব মাত্ৰ আ বহন কৰিছে। মই সৰু কালৰ পৰাই শুনিছোঁ।
কেতিয়াও আমনি নলগা এটি গীত।অপূৰ্ব।
আগতে দেউতাই গোৱা শুনো এতিয়া মোৰ প্ৰিয় হৈ পৰিল
Same here bro😢
Same
Bohut a priyo gan hoi mor
Amar deutaiu khub gaisil ....😢
হৃদয় মন শান্ত কৰা গান ।🤗❤️
অপূৰ্ব সৃষ্টি, অপূৰ্ব পৰিৱেশন👌👌👌👌👌👌👌👌👌♥️♥️♥️♥️♥️♥️♥️
My one month old boy goes to sleep only when I play this song. Amazing!! It's my favourite song..may be my son also love to hear this song..
Very beautiful song.. old is always gold
Eman khundar geet aji kali manuhe pahorise
আমাৰ হৃদয়ৰ গান।যত আমি আমাক বিচাৰি পাও।
মা এ গানটি সদায় গাই থাকে....ভালো লগা হৈ গৈছে ....♥️♥️♥️
সৰ্ব কালৰ সৰ্ব শ্ৰেষ্ঠ গীত। শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়াৰ অপূৰ্ব সৃষ্টি।
Aei geet sunile pradhamik bidyalayot parhi thoka din buraloi manot pore . Oti prio geet .
কি হাও কত গুচি যাও নিজেই নাজানো,কিন্তু কাণ্ড মনত।মনত পৰে পুৰণি দিন বোৰ ৰ কথাকিবা লাগে মোৰ,কেতিয়া ও ঘূৰি নাহে খেই মধুৰ দিন বোৰ।মহন্ত চাৰ ৰ এই গানটো খুনিলে পগলা হৈ জাও
মন শীত পৰি যোৱা গীত।
0:30 masterpiece.... 🌷🙃
one of the best song in Assamese music history
পুৰনাগিতবোভাল.লাগে
দেউতাৰ খুবেই প্ৰিয় গীতটো,, বৰ্তমান মোৰ,,,,,❤
গীতটি শুনিলেই চকুপানী ওলায়।।। Aibor Eman xundor..
I can't believe there are some people who disliked such a beautiful song! Gaan tu buji napali ne ki?
Teu luk fokotiya gaanor lover like Neel Akash, Kusum Koilashr dore gaanor lover
কেশৱ মহন্ত,ৰুদ্ৰ বৰুৱাআৰু খগেন মহন্তৰ অমৰ সৃষ্টি।
lovly melodious...voice❤️
বহু দিনৰ মূৰত খগেনদাৰ original version টো শুনিবলৈ পাই ভাল লাগিল।
Very nice
Xundar gaan dei agr din bur aku pbo mn jai...❤️❤️❤️❤️❤️❤️
Heart Touching song😍😍😍😍
Agote radio t xunisilo ai gan tu
Old is always glod✨❤️
ডাউনভোট দিয়া কেইজন মানুহ নে পিশাচ! মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীত
Akhomoiot aibur geet radio khunisilu ki je bhal lgisil..atioa bhal pao aibur geet🥰🥰
2023 চনত এই গানটো শুনি বহুত ভাল লাগিল । আজিৰ দিনত বহুত কম মানুহে এই পুৰণা গীতবিলাক শুনে ।
We should encourage our next generation for such old songs
বৰ ভাল লাগিল🎉😮😊😮😮
Hridoi sui juwa geet.
2021 still listening...
2020 anyone ... Fvrt song ever
Always
বহুত ভাল লাগিল শুনি ❤️❤️👍🤩
অন্যতম প্ৰিয় গীত। হিয়া দহিলে ।
😍😍😍love from Kokrajhar
No one can sing this song as you
oti uttam
খগেন মহন্তলৈ শ্ৰদ্ধা জনাইছোঁ 🙏🙏
Mor dautar val puwa git moro val lage 🙏🙏🙏🌺🌺🌺🌸🌸🌸🌷🌷🌷🌷🙏🙏🙏
Really mind blowing.
গানটি শুনি বহুত ভাল লাগিল
ত
চঊঙচ
সচাকৈ বহুত বহুত ভাল লাগে 🙏
Break up hol , kintu atu gan xuni mon val lagi gol
Axomor bahirot Thoka protijon manuhe buji paai ai bedona.Apun jonor pora aatori Thoka r dukh.
অতি সুন্দৰ গীত....
Heibur din a vl asill .... anekua lage Jen ...punor ghuri ahok...🥀❤️🌼
ইমান ধুনীয়া
Evergreen song 💗❤️💗
Gud&good ❤️❤️❤️👍
I love this song 🥰🥰
গীতটি শুনি বহুত ভাল পাওঁ মই!
2024 চনত BA 4th semester r Assamese RC paper khonot pohi asu ai gan birur bikhoye 😊❤
Old fvt song😊👀
Awesome
Really,so heart tousching song
Old is gold 🥇🥇
𝘒𝘶 𝘯𝘶 𝘨𝘢𝘢𝘯𝘳 𝘭𝘨𝘵 𝘵𝘶𝘭𝘰𝘯𝘢 𝘯𝘩𝘰𝘪 𝘵𝘦𝘶𝘭𝘶𝘬𝘳 𝘨𝘦𝘵...𝘹𝘴𝘢𝘪 𝘩𝘳𝘵 𝘵𝘰𝘶𝘤𝘩𝘪𝘯𝘨😍
মজা
2022 still listening... 😊
চিৰ যুগমীয়া গীত।মোৰ প্ৰিয় গীত।
❤️
Old is gold ❤️❤️❤️❤️❤️
Old is gold 💛💛😍
জীয়েক আৰু বাপেকৰ এই চিৰন্তন সম্পৰ্ক গীতটোৱে যিমান সুন্দৰকৈ ধৰি ৰাখিছে, এয়া আনত বিচাৰি পোৱা নাযায়।
দেউতা ই গাইছিল। এতিয়া বৰকৈ মনত পৰে দেউতা লৈ
হৃদয় শাত পৰা গীত
aeburhe gieet hoi xuni bahut val lage atitaloi manot pori jai
Old is gold 🥇
Old is gold 😍
Wow😍😍😍😍
purni horu kalor din bur le mnt pre aibr gan hunile ki dhunia gan asl
Life time my favourite song
*সুৰৰ সম্ৰাটদেৱ আমাৰ মাজত সদায় স্মিতি সমূহ জিয়াই থাকিৱ.....॥
❤️heart touching song
old is not only gold,Old is also dimond
Awesome 😊🤩
I love this song ❤️❤️❤️❤️❤️❤️🙏🙏🙏
My favourite song 😍😍👍👍
মোৰ দেউতাৰ প্ৰিয় গীত...মোৰো বহু ত প্ৰিয়
Mont porile Aji khunilu montu Val lagise gol
Moi o bhaal pao
suni dhunia lagil
Vl lgl
Peaceful....only peace...nothing else....
i like this song very much
Very very intersting
kharote khona gan.. bht val lage
আজি তেওঁলৈ স্মৰণ কৰি এই গীতটো শুনিলো
কোনে কোনে ২০২৪ চনত শুনিছা লাইক কৰা
অন্তৰৰ গভীৰৰ পৰা ওলাই অহা মৰ্মস্পৰ্শী কথা, কন্ঠ আৰু সুৰৰ কালজয়ী স্তম্ভ
আগতে গীতৰ সৃষ্টি হৈছিল আজিকালি গীত বনাই... Old is gold.
পুৰণি চিত্ৰৰেই পুনৰাবৃত্তি হৈ আছে জগতত যেন নতুন ৰূপত,,, old is gold.👍🙏
কিমান যে ভাল পাও গীতটি শব্দৰে বুজাব নোৱাৰোঁ.... বিশেষকৈ দেউতা বেগতে আহিবি আহোঁতে ঝুনুকা আনিবি,,,,,,,,,,,❤ বহুত ভালপাও ❤ মাৰ মুখত সৰুৰ পৰাই শুনি আহিছোঁ এই গীতটি ❤️
কেতিয়াও পাহৰিব নোৱাৰা, সুন্দৰ গীত
But atiya ajir projnmo aibur gan kot hunib😢
এইএ গান ! সুনীও আমনি নলগা অপৰূপ আনন্দ দায়ক । প্ৰতিজন শিল্পীৰে আছে সুকীয়া মৰ্জদা.......!
😂🙏
@@dancerqueenshaswatitalukda3405 😊
সৰ্বকালৰ, সৰ্বশ্ৰেষ্ঠ গীত।সকলো স্তৰৰ লোকৰে গীতটি অতি প্ৰিয়।আচলতে গীতিকাৰ কেশৱ মহন্ত, সুৰকাৰ ৰুদ্ৰ বৰুৱা আৰু দৰদী কন্ঠ শিল্পী খগেন মহন্ত ডাঙৰীয়াৰ ত্ৰিবেণী সঙ্গমেই মূল মন্ত্ৰ।
সেই যে সোনালী শৈশৱত শুনা গানবোৰ,কি সুন্দৰ।
Mur 6mohiya suwali jnik aitu gaan logai dile he suwe... Bht vl lge gaantu
Radio gol Tv gol 2G 3G 4G jai 5G ahil kintu ai geetbor roi gol xodai priyo hoi
আগতে দেউতাই ৰেডিঅʼ ত গানটো ডাঙৰ ডাঙৰ কৈ লগাই থাকে । আজি সেই দিন বোৰ মনত পৰি গʼল । 😌
Old is forever gold... 2021t khuni asu... Jiyai thokaloi khunim
কি যে অমিয় সুৰৰ সেই গীত
কেশৱ মহন্তৰ অপূৰ্ব সৃষ্টিত খগেন মহন্তৰ অপূৰ্ব কন্ঠৰ সঙযোযনে সুন্দৰৰ অপূৰ্ব মাত্ৰ আ বহন কৰিছে। মই সৰু কালৰ পৰাই শুনিছোঁ।
কেতিয়াও আমনি নলগা এটি গীত।অপূৰ্ব।
আগতে দেউতাই গোৱা শুনো এতিয়া মোৰ প্ৰিয় হৈ পৰিল
Same here bro😢
Same
Same
Bohut a priyo gan hoi mor
Amar deutaiu khub gaisil ....😢
হৃদয় মন শান্ত কৰা গান ।🤗❤️
অপূৰ্ব সৃষ্টি, অপূৰ্ব পৰিৱেশন👌👌👌👌👌👌👌👌👌♥️♥️♥️♥️♥️♥️♥️
My one month old boy goes to sleep only when I play this song. Amazing!! It's my favourite song..may be my son also love to hear this song..
Very beautiful song.. old is always gold
Eman khundar geet aji kali manuhe pahorise
আমাৰ হৃদয়ৰ গান।যত আমি আমাক বিচাৰি পাও।
মা এ গানটি সদায় গাই থাকে....ভালো লগা হৈ গৈছে ....♥️♥️♥️
সৰ্ব কালৰ সৰ্ব শ্ৰেষ্ঠ গীত। শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়াৰ অপূৰ্ব সৃষ্টি।
Aei geet sunile pradhamik bidyalayot parhi thoka din buraloi manot pore . Oti prio geet .
কি হাও কত গুচি যাও নিজেই নাজানো,কিন্তু কাণ্ড মনত।মনত পৰে পুৰণি দিন বোৰ ৰ কথা
কিবা লাগে মোৰ,কেতিয়া ও ঘূৰি নাহে খেই মধুৰ দিন বোৰ।
মহন্ত চাৰ ৰ এই গানটো খুনিলে পগলা হৈ জাও
মন শীত পৰি যোৱা গীত।
0:30 masterpiece.... 🌷🙃
one of the best song in Assamese music history
পুৰনাগিতবোভাল.লাগে
দেউতাৰ খুবেই প্ৰিয় গীতটো,, বৰ্তমান মোৰ,,,,,❤
গীতটি শুনিলেই চকুপানী ওলায়।।। Aibor Eman xundor..
I can't believe there are some people who disliked such a beautiful song! Gaan tu buji napali ne ki?
Teu luk fokotiya gaanor lover like Neel Akash, Kusum Koilashr dore gaanor lover
কেশৱ মহন্ত,ৰুদ্ৰ বৰুৱাআৰু খগেন মহন্তৰ অমৰ সৃষ্টি।
lovly melodious...voice❤️
বহু দিনৰ মূৰত খগেনদাৰ original version টো শুনিবলৈ পাই ভাল লাগিল।
Very nice
Xundar gaan dei agr din bur aku pbo mn jai...❤️❤️❤️❤️❤️❤️
Heart Touching song😍😍😍😍
Agote radio t xunisilo ai gan tu
Old is always glod✨❤️
ডাউনভোট দিয়া কেইজন মানুহ নে পিশাচ! মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীত
Akhomoiot aibur geet radio khunisilu ki je bhal lgisil..atioa bhal pao aibur geet🥰🥰
2023 চনত এই গানটো শুনি বহুত ভাল লাগিল । আজিৰ দিনত বহুত কম মানুহে এই পুৰণা গীতবিলাক শুনে ।
We should encourage our next generation for such old songs
বৰ ভাল লাগিল🎉😮😊😮😮
Hridoi sui juwa geet.
2021 still listening...
2020 anyone ... Fvrt song ever
Always
বহুত ভাল লাগিল শুনি ❤️❤️👍🤩
অন্যতম প্ৰিয় গীত।
হিয়া দহিলে ।