বিজেপি এজিপি ৰ কথা নকব চোন। আপোনাৰ লৰাৰ যোগ্যতা আছে কাৰণে সফল হৈছে। যদি বিজেপিৰ কাৰণে হল হেঁতেন তেতিয়া হলে গোটেই অসমৰ নিবনুৱাই চাকৰি পালে হেঁতেন। যি কি নহওঁক দুয়োজনক শুভেচ্ছা জনাইছোঁ।
Mama tq di ki lav,,,, kosto nokorile mamai sakori enai di dile haten niki 😂😂😂😂😂 Ji ki nhouk,,, bohut dukhiya ghror lorai eibar sakori paise, tar karone অসম চৰকাৰক ধন্যবাদ জনাইছোঁ 🙏
Titabor r pora bohut bohut morm jasilu bhaiti ht ..2mlukor huk dekhi ami u aji hukhi hoisu ..deutar sakupani dekhi abegik hoi porilu ..ma deuta k hodai hukhot rakhiba .val val kam kori juwa ..amr arkhibad hodai ase ..Binita saikia ..
Congralation bro👍👍👍👍
কাকপথাৰৰ পৰা বহুত বহুত মৰম যাচিলোঁ । আৰু অভিনন্দন জনালোঁ । মা দেউতাক সদায় সুখত ৰাখিবা..। দেউতাৰ চকুপানী দেখি সচাকৈ আবেগিক হৈ গলো । সত্য নিষ্ঠা সততাৰে সদায় কাম কৰি যাবা বুলি আশা কৰিলো। ধন্যৱাদ জনালোঁ অসম চৰকাৰলৈ । ধন্যৱাদ থাকিল অসমৰ মাননীয় মুখ্য মন্ত্ৰি ড'হেমন্ত বিশ্ব শৰ্মা দেৱলৈ...🙏🙏🙏
Bohut bhal lagise. God bless you.
বহুত ভাল লাগিল ,ভগৱানে আৰু আগবঢ়াই নিয়ক
Bhal lagil all the best
আনন্দৰ বণ্যা ।।আগবাঢ়ি যোৱা আগলৈ
God bless u bro
চাকৰি পাইছে বহুত ভাল লাগিছে । বহুত ল'ৰাই চাকৰি পোৱাৰ পিছতেই মাক দেউতাকক পাহৰি যায় । মা দেউতাৰ কষ্টৰ কথা কেতিয়াও পাহৰি নাযাবা কেতিয়াও ।।।।
শুভেছা থাকিল| মাত্ৰ পিতৃ মাতৃক পাহৰি নাযাবা |👍👍
Good news
হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধন্যবাদ। ঘোচ অবিহনে যোগ্যতাৰে দুখীয়াও চাকৰিৰ সপোন দেখিব পৰা হ'ল।
video2 Sai Bohut vl lgil ......
Great Dosti
Good bles you r2
sivsagar
Val lgil
বহুত ভাল লাগিছে
অভিনন্দন থাকিল
বৰ সুখৰ খবৰ। এই চৰকাৰে যি কৰিছে এনেকৈয়ে সুখৰ বন্যা বোৱাই থাকক।
Bhut val lagil sakri powar babe kintu kintu dormha valke hbgoine hletu bhut val.🙏🙏🙏
Tumalok duyu somajor sea kori jua.vogobane nishoy sabo.
Moja 😍...
অভিনন্দন আৰু শুভেচ্ছা জনালো
চাকৰি হৈছে।মা দেউতাই যিমান আনন্দ পাইছে পিছলৈ তেওলোকক পাহৰি নাযাবা ।
Good luck
Hundor batori
চাকৰি পাইছে ভাল লাগিছে কিন্তু মা দেউতাকে যাতে কষ্ট নাপায় ।
Congratulations
Bahut val lagise
Hosai bor val lagise 😘
মামা জিন্দৱাদ
এদিন দুখ আৰু এদিন সুখ, এয়াই জগতৰ নিয়ম | পৰিশ্যমৰ ফল সদায়েই ভাল হয় |
Rontu and tapon best of luck constabul job
অসম আৰক্ষী বিভাগত চাকৰি দিয়াৰ শেহতীয়া পদ্ধতিটোৱে স্বয়ং বিভাগলৈ এইবাৰ সন্মান ঘূৰাই আনিলে আৰু লগতে আমাৰ সকলোকে সন্তোষ দিলে ৷ আশা ৰাখিছোঁ যে, বিভাগটোৰ ওপৰ মহলাৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ লোকে উৎকৃষ্ট সেৱা প্ৰদানৰ যোগেদি সদৌ অসমবাসীৰ পৰা সন্মান-মৰম আদায় কৰি থাকিব পাৰিব এতিয়াৰ পৰাই ৷
তোমালোক দুয়োকে মোৰ আন্তৰিক শুভেশ্যা জনালো। ভাল দৰে কাম কৰিবা। আগলৈ বহুত উন্নতি কৰিব পাৰিবা তোমালোকৰ বহুত মনোবল আছে।
যি কি নহওঁক পৰবৰ্তী জীৱন কাল যেন সুখ ময় হওঁক তাৰে কামনা কৰোঁ ।
Aji dintu xosakoi bahut Val lagil .....bahut anekua news palu ...xokolokee congratulation..... 👌
চৰকাৰক অতি ধন্যবাদ । দুখীয়াৰ মূখ্ত হাহি বিৰিঙাছে ।
নেদখা জনৰ ওচৰত এটাই প্ৰাথনা কৰিছোঁ এই সুখ যেন আজীৱন থাকে
ধন্যবাদ থাকিল। পৰিয়ালতলৈ ,মাক দেউতাক কসটো নিদিবা।
ভাল কাম কৰক ভৱিষ্যতে লৈ ,
আৰু আগোৱাই ৰোৱা👍🏾👍🏾👍🏾👍🏾
What's so shocking about it?
Vagaban tumak but bht dhaynabad
বোপাই,
চেষ্টাৰ অসাধ্য নাই।
ভালকৈ চাকৰিতো মনোযোগেৰে কৰিবা।পৰিয়ালতোক চকু দিবা ।
God bless all of you...
Keep it up👍
চৰকাৰলৈ বহুত বহুত ধন্যবাদ
অভিনন্দন আৰু শুভেচ্ছা জনালোঁ দুয়ো জনকে।
C M sir is a great man.
গৰিব ঘৰঘৰ লৰা ছোৱালীয়ে কোনো দুৰ্নীতি নোহোৱাখৈ আৰক্ষী বিভগত চাকৰি পাইচে বৰ ভাল লাগিছে, ভবিষ্যতে কোনো দুৰ্নীতি নকৰাকৈ ৰাইজৰ হকে কাম কৰি নিজৰ নিজৰ দায়িত্ব পালন কৰে যেন
দুয়োলৈ অভিনন্দন☺️
বিজেপি এজিপি ৰ কথা নকব চোন। আপোনাৰ লৰাৰ যোগ্যতা আছে কাৰণে সফল হৈছে। যদি বিজেপিৰ কাৰণে হল হেঁতেন তেতিয়া হলে গোটেই অসমৰ নিবনুৱাই চাকৰি পালে হেঁতেন।
যি কি নহওঁক দুয়োজনক শুভেচ্ছা জনাইছোঁ।
অতীতৰ দুখ পাহৰি যাব কৈছে.. বিপদত যি সহাই কৰিছিল সেই মানুহ বোৰক পাহৰিব কোৱা নাই....
Right ✅
Right 👍👍
মা দেউতাৰ কষ্ট বেছি নহয় যেন
মোৰ ঘৰৰ কাষৰ পৰিয়ালৰ এজন ইণ্ডিয়ান আৰ্মী চাকৰি পাই ধনী ঘৰত বিয়া পাতি
মাক চাকৰানীৰ (দাসী) হিচাপে ব্যৱহাৰ কৰিছে
মা দেউতাৰ মনত কষ্ট নিদিবা
অভিনন্দন জনালো
Right🙏
Rigt
Mama zindabad 💓💓💓🇮🇳🇮🇳🇮🇳
Mama tq di ki lav,,,, kosto nokorile mamai sakori enai di dile haten niki 😂😂😂😂😂
Ji ki nhouk,,, bohut dukhiya ghror lorai eibar sakori paise, tar karone অসম চৰকাৰক ধন্যবাদ জনাইছোঁ 🙏
🤣🤣🤣🤣hmm
O baba....tokar xel howa heten ei bor lorai sakori napale hoi....mamai tokar xel bandha kora babe aji ei xafalya.....joi himanta mama
Agr government r khura re pehre hotr kio dibo pra nsil kosto kora hoklk..
ইয়াৰ পিছতো আমাৰ অখিল গগৈ ডাঙৰীয়া সুখী নহয়, সান্দহ খোৱা বালি তল পৰিব যে।
All credit goes to HBS & BJP Govt.
A countless congrates to you and your family
congratulations🙏❤️🙏
Xosake bor bhal palu .
Hard work is the key to success.There is no substitute to hard working, patience, determination and persistence.Best wishes. Keep going ahead always.
Titabor r pora bohut bohut morm jasilu bhaiti ht ..2mlukor huk dekhi ami u aji hukhi hoisu ..deutar sakupani dekhi abegik hoi porilu ..ma deuta k hodai hukhot rakhiba .val val kam kori juwa ..amr arkhibad hodai ase ..Binita saikia ..
আপোনালোকৰ পৰিয়ালৰ সকলোৱে মঙ্গল ময় হওঁক তাকে কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাথনা জনাইছোঁ ।
Congratulations 🎊
Duty bhalke karibi, karo para poisa khuji disturb nakaribi bhabisate, best of luck
Congratulations 🙏
বহুত ভাল লাগিছে...স্বচ্ছ নিকা বাবে দিয়া বাবে...
Congratulations God bless them.
By byk
Father is always for me legand❣️❣️🥰
Marathon nalbari to guwahati loi
Congratulations to you brother.... MA Deuta Namaskar jonalu
Congratulation both of you 🎉
তোমালোকৰ দুয়োজনলৈ উজ্বল ভৱিষ্যত কামনা কৰিলো |
ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ 🙏
Valdre aguway jawok dada tare kamona korilo bhut bhut val lagil khobor to khuni
মাক দেউতাক কেতিয়াও অকল শৰিয়া নকৰিবা আশীৱাদ কৰিছো
চাকৰি পাই যাতে মা আৰু দেউতাক পাহৰি নাযাবা ।
Kastar fall sadai aase. Kasmir.
চাকৰি আগতেও বহু লৰা ছোৱালীয়ে পাইছিল.. তেতিয়া দেখোন এনেকুৱা কোনো বাতৰি প্ৰকাশ কৰা নাছিল ঘৰে ঘৰে গৈ
Eta news bonabo lgicil
Best wishes from my heart.
God bless you
Congratulations 🎉💐
Kewal Satyat thaki Karmma Kori jaba, Satyar Hadai Jai.... Krishna Krishna Baap
Good bless you long live
Bhut vl lagile, congratulations
Ma deutak ketiyau dukh nidiba bhut kostore tuli tali dagnor korise amak sakori paisa bhut bhut hukhi ami
great moment
Maa dautak katiyau napahoriba dai . Dauta doi Jonak dakhi bor dukh lagil.
Hard work is sweet🍬🍭
Very good god bless you
BJP sorkare jindabade
Best of luck
Tumar okhekh kostor binimoyot poa sapholoi muku kunduaise.tumi agbarhi jua.
Poisa nakhaba de pisot...😭
ভাত খাবা 🤣
Very good
Ma,deutak saba dei,sakori pai change nohoba.
জীৱনত চাকৰিটো মেইন ,😅😅😅😅😅😅😅😅😅😅😅
🤣🤣🤣 🤣🤣 kla monthly salary tu ami he dim 🤣
Truck r pora poisa tulibo nalagy ji sellery pabi tar dara solibi