Ojaantric || Assamese Podcast ft.

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • Nihal Das's New Song : • Akou Ebar | Nihal Das ...
    Our Second channel:
    Oasis Talukdar : www.youtube.co....
    Udayan Duarah : www.youtube.co....
    OJAANTRIC.....
    For business inquiries you can mail us at: oasismotionfilms@gmail.com
    Our contact number : 7002428586
    #ojaantric
    #assamesepodcast
    #subasanadutta

КОМЕНТАРІ • 1,1 тис.

  • @anjandas4324
    @anjandas4324 Рік тому +20

    অযান্ত্ৰিকৰ বুকুত ভিতালী বাৰ কথাবোৰো থাকি যোৱাহেঁতেন একোটা খণ্ডৰ ব্যক্তিগতভাৱেই হাজাৰ স্ৰোতা হ'লোহেতেন।
    সুবাসনা বা, বৰ্ণালী বাহঁতৰ কন্ঠবোৰ আমাৰ ল'ৰালিৰ মধুৰতম ঝংকাৰ।

  • @tinkusaikia9960
    @tinkusaikia9960 Рік тому +13

    সৰ্বপ্ৰথমেই বহুত বহুত বেছি ধন্যবাদ উদিদা আৰু অৱেছিচদা।অপেক্ষাৰত আছিলো বহু দিনৰ পৰা।সুবাসনা বাক পাম পাম বুলি। মই এই অনুষ্ঠানৰ নিয়মিয়া দৰ্শক।
    সুবাসনা বাক প্ৰথমে গোলাঘাটৰ,টেলগৰমৰ NRL ৰ সমীপৰ এটা বিহুৰ অনুষ্ঠানত দেখিছিলো।ইমান সহজ -সৰল।অমায়িক।বাৰ অমীয়া সুৰৰ সমীয়া মাধুৰিত বাৰ গীতৰ তালে তালে মনে নাচি উঠিছিল।ইমান সুৱলা,সুমধূৰ,স্পষ্ট কন্ঠ।ই একক অনন্য আৰু অদ্বিতীয়।বাৰ কন্ঠত সঁচাকৈয়ে যাদু আছে।বাৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়।সপোন বাক এবাৰ লগ পাই কথা পতাৰ।
    মৰমৰ একেবাৰেই আপোন আপোন যেন লগা উদিদাকো লগ পোৱাৰ বহু পুৰণি আশা।মই গোলাঘাটৰ তেওঁ আমাৰ স্থানীয় কিন্তু পোনপতীয়া বাৰ্তালাপৰ সুযোগ সুবিধা মিলা নাই।Equinox ৰ অনুষ্ঠানত online ত কথা পতাৰ সুযোগ পাইছিলো।অভিনেতা,শিল্পী এজন ইমানো যে সহজ -সৰল হ'ব পাৰে মই সপোনটো ভৱা নাছিলো।বাকী,অযান্ত্ৰিকৰ পৰিয়ালবৰ্গলৈ বহুত বেছি মৰম।এই অনুষ্ঠানভাগি আৰু আগবাঢ়ি যাওঁক তাকে কামনা কৰিলো।স্বনামধন্য ব্যক্তিসকলৰ জীৱনগাঁঠা ঘৰুৱা পৰিৱেশৰ বাৰ্তালাপৰ মাজেৰে আমি বহু কথা জানিছো,শিকিছো,বুজিছো।সেইবাবে পুণৰ সকলোলৈ ধন্যবাদ জনালোঁ।
    অযান্ত্ৰিকৰ অনুৰাগী
    টিংকু শইকীয়া।

  • @Ranjan574
    @Ranjan574 Рік тому +25

    আগৰ বাৰৰ দৰে এইবাৰো সম্পূৰ্ণ Episode টো চালো। অসমৰ Female Singer বোৰৰ ভিতৰত সুবাসনা দত্ত মোৰ অতিকৈ প্ৰিয়। ভাল লাগিল...

  • @manibankalitanath3648
    @manibankalitanath3648 Рік тому +11

    সচাকৈ খুব ভাল লাগিল।
    অযান্ত্ৰিক ৰ বাবে ৰৈ থাকো ।
    সুবাসনা দত্ত ।
    তেওঁৰ মাতটো য়েই মিঠা।
    সুন্দৰ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি সকলক আমাৰ সম্মুখত লৈ অনা বাবে অযান্ত্ৰিক জিন্দাবাদ 👌👍🙏💐

  • @gayatreegogoi3212
    @gayatreegogoi3212 Рік тому +21

    বহুত বহুত ধন্যবাদ অযান্ত্ৰিক পৰিয়াললৈ❤️ মোৰ আটাইতকৈ প্ৰিয় আৰু মৰমৰ গায়িকা সুবাসনা বা😘😘 সদায় এনেকৈয়ে তুমি আগুৱাই যোৱা....অনুষ্ঠানটি চাই সঁচাই খুউব ভাল লাগিল

  • @mintugogoi4135
    @mintugogoi4135 Рік тому +8

    "আপুনি আহিব" গানটো ইমানেই প্ৰিয় নহয় কিমান শুনিছোঁ হিচাব নাই❤️ সুবাসনা বা সদাই প্ৰিয় হৈ থাকিব❤️✨ ভগৱানে ভালে ৰাখক সদাই, ধন্যবাদ অজান্ত্ৰিক 💚

  • @tanujkr.sonowal397
    @tanujkr.sonowal397 Рік тому +26

    সুবাসনা দত্তৰ সেই গীতটি “ৰজনীগন্ধা” আছিল 😂😂 ৰজনীগন্ধা বিমল পান মছলা, পকতিয়াই নাখালে নালাগে মজা

  • @plabitanath1332
    @plabitanath1332 Рік тому +7

    ৰাতিপুৱাই ইমান ধুনীয়া উপহাৰটি পাই সচাঁই মনটো ভাল লাগি গল । আৰু উৎপল দা ক কেতিয়া মাতিবনো ?? বৰ হেঁপাহেৰে ৰৈ আছো মাতিবছোন এদিন ..Oasis da and Ud da

  • @purobeegogoi1343
    @purobeegogoi1343 Рік тому +3

    প্ৰথমে অযান্ত্ৰিক পৰিয়ালক বহুত বহুত ধন্যবাদ সুবাসনা দত্তক অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে। সুবাসনা মোৰ অতি প্ৰিয় গায়িকা আৰু বহুত মৰমৰ। আজিৰ খন্ডটো সচাঁকৈ বৰ ভাল লাগিল। আগলৈও এনে ৰসাল খন্ড চাবলৈ পাম বুলি আশাৰে বাট চালো

  • @prityphukan8440
    @prityphukan8440 Рік тому +21

    ৰাতিপুৱা ৰ চাহ আৰু দেওবৰীয়া সবিশেষ 💕.. যি হলেও ভাল লাগিল । সোনকালে দিব episode বোৰ ❤️, বহুত বহুত মৰম লখিমপুৰ ৰ পৰা ।

  • @pinakisvlog7065
    @pinakisvlog7065 Рік тому +15

    উফ্ফ.. কিমান দিন যে wait কৰালে নতুন episode ৰ কাৰণে!! Big fan from Germany ❤️ ❤️ daily দুটা মান কে পুৰণা episode চাওঁ 😀

  • @ranjit5183
    @ranjit5183 Рік тому +28

    All time favourite Subasana baa.... You are really a melody queen ❤️❤️❤️

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 Рік тому +6

    মই ভাবিছিলো অলপ দিনৰ আগত হোৱা ভূমিকম্পত মাটি ফাটি সোমাই গ'ল আৰু অযান্তিক।
    ৰজনী গন্ধা বিমল পান মছলা পকতিয়াই পকতিয়াই গানটো

  • @runjunkalita8564
    @runjunkalita8564 Рік тому +6

    মোৰ আটাইতকৈ প্ৰিয় গায়িকা সুবাসনা বা ❤️ বহুত বেছি ভাল লাগিল...ধন্যবাদ অযান্ত্ৰিক 🙏

  • @bornaliborah1237
    @bornaliborah1237 Рік тому +41

    প্রিয় ব্যক্তিৰ সৈতে এটা সুন্দৰ অনুষ্ঠান 😍 সকলোলৈকে শুভ ৰাতিপুৱা ♥
    কৌশিক নন্দন বৰুৱা দাদা, জুবিন দা, অনুৰাধা শৰ্মা বাইদেউক চাব বিচাৰো 🥰

  • @JunPhangcho
    @JunPhangcho Рік тому +2

    Subasona baa is my favourit female singer...thank you for inviting..

  • @SantoshMohanPhukan
    @SantoshMohanPhukan Рік тому +47

    Bring Anupam saikia in the show.. Mark my word, you will feel blessed after doing the show , he is one of the most underrated singer as well composer specially when it comes to Bihu or some local traditionalal song, he is such a gem. Bring him UD and Owesis

  • @dipankarhazarika5354
    @dipankarhazarika5354 Рік тому +2

    আপুনি আহিব গানটো ৰ কথা একো নকওঁ আৰু..........🥺💗 একদম অন্তৰত সোমাই আছে.......❣️💗💗💗

  • @chinmoy__sarmahvlogs8786
    @chinmoy__sarmahvlogs8786 Рік тому +3

    কুৰুৱাবাহী সত্রৰ ফালৰ পৰাও আপোনালৈ বহুত বহুত ধন্যবাদ জনালো😍

  • @manassarma2854
    @manassarma2854 Рік тому +1

    বহুত ভাল লাগিল ৷ বিশেষকৈ আপোনালোকৰ এই অভিজ্ঞতাবোৰ ৷৷

  • @kaustavmonibaruah7917
    @kaustavmonibaruah7917 Рік тому +4

    অযান্ত্ৰিক.....সচাঁকৈয়ে যান্ত্ৰিকতাৰ পৰা বহু দুৰৈত❤️

  • @nihaldas2943
    @nihaldas2943 Рік тому +21

    Thanks a lot for the support♥️♥️🙏 lots of love to you guys ♥️🙏

  • @its_avhi163
    @its_avhi163 Рік тому +5

    উদয়ন দা big fan ❤️ যোৰহাটত জুবিন দাৰ birthday ত লগ পাব মন আছিল, নোৱাৰিলোঁ। Love from Dergaon, Golaghat ❤️💥

  • @nikitadas1876
    @nikitadas1876 Рік тому +2

    Ojantric r protitu episode a saisi kintu comments dia nhoi mur
    Kintu age comment nkri nuarilu ..bisakh krok emne hahisu nhoi age show tu sai 😂 specially stage r ktha bur huni .....
    Bhot mrom aru xovokamona apunalokoloi ...aru kri jawk anek....
    Roi thaku sabloi ojantric aru roi thkim khodai ❤️❤️
    Thank you 😊

  • @baishalisaikia2407
    @baishalisaikia2407 Рік тому +7

    My all time favorite Assamese Female Singer. Thanks for inviting her❤️

  • @snehabora324
    @snehabora324 Рік тому +1

    সুবাসনা দত্তক সৰুপথাৰত এবাৰ শংকৰদেৱৰ জন্মোৎসৱত লগ পাইছিলোঁ।তেতিয়া একেবাৰে সৰু আছিল। আমিও সৰু আছিলোঁ। তেতিয়াই গম পাইছিলোঁ এদিন এনেদৰে উজ্বলি উঠিব বুলি। বহুত মৰম আৰু শুভকামনা জনালোঁ।

  • @heem_leenaa
    @heem_leenaa Рік тому +3

    ❤ bohut dinor pisot emaan hahilu .. thankyou so much Ojaantric . Ba j eman vl acting koribou pare jona nasilu xosakey

  • @babydevi8133
    @babydevi8133 Рік тому +4

    ভাল লাগিল episode টো চাই। বহুত হাঁহিলো । আৰু গান টো অলপ অলপ কৈ গম পাইছোঁ 😂. Vreegu dai এবাৰ সেই গানটোক লৈ subasana বা ক এবাৰ prank call ও কৰিছিল।

  • @parthanakonwar6794
    @parthanakonwar6794 Рік тому +6

    Next plz কৌশিক নন্দন বৰুৱা 🌼💝

  • @suntobora9806
    @suntobora9806 Рік тому +1

    বহুত ভাল লাগিল,অনুপম শইকীয়া দেৱক পাৰে যদি এদিন আনিবচোন।তেওঁৰ বিষয়ে জানিবলৈ বহুত ইচ্ছা আছে।

  • @chiranjibdeka66
    @chiranjibdeka66 Рік тому +3

    বহুত ভাল লাগিল এপিছড টো 💚💚 সুবাসনা বাক বহুত ভাল লাগে। ............. 👉👉👉লগতে আপোনালোকলৈ এটা অনুৰোধ , সাংস্কৃতিক জগতৰ লগত জড়িত সকলৰ বাহিৰেও অন্যান্য বিভিন্ন ক্ষেত্রৰ লগত জড়িত সকলকো মাতিবলৈ আৰম্ভ কৰক। নহলে প্ৰায় খিনিয়ে একে ধৰণৰেই হৈ গৈছে লাহে লাহে। বেলেগে কি ভাবে নাজানো আৰু ....... এইখিনি মোৰ অনুভৱ হে মাথোঁ। 🙏🙏🙏🙏

  • @Gunagogoi-z9j
    @Gunagogoi-z9j 3 місяці тому +1

    Ojaantric ei episode tu bur bhut bhal lagile western gan tu huni subasana bar aru dangor fan hoi golu I love this episode ❤️❤️💤🎧👌🏻🙏🏻🙏🏻

  • @sikhadevi3189
    @sikhadevi3189 Рік тому +21

    Finally new episode ahile 🤩❤️..... long live Ojantric ❣️

  • @ankurdeka2186
    @ankurdeka2186 Рік тому +1

    বহুত অপেক্ষাৰ অন্তত Ojaantric ❤️

  • @tulumonisaikia6393
    @tulumonisaikia6393 Рік тому +5

    Most beautiful lady singer of Assamese♥️♥️♥️

  • @nilakhikumar2995
    @nilakhikumar2995 Рік тому +1

    বহুত দিনৰ অপেক্ষাৰ ফলত নতুন Episode চাব পালো

  • @rajbongshi9843
    @rajbongshi9843 Рік тому +4

    Subasana ba's voice with Raman Da's composition being ......

  • @bhabanideka1161
    @bhabanideka1161 Рік тому +2

    Dhuniya hoise...bahut bhal lagil..agoloi o aru bhal bhal artist matibo buli akha thakil. love you all.

  • @rahulhazarika5023
    @rahulhazarika5023 Рік тому +3

    I have seen her many a times... She is very talented.. diphu t mur ghr r oknman dur t a tewr ghr tu asil.. bohut horur a pra dekhislu... A very skillful girl... 💕

  • @tarangachabukdhara6664
    @tarangachabukdhara6664 Рік тому

    Seriously নিলীম আকাশ গীততি মোৰ ও বৰ প্ৰিয়। আৰু আপোনাৰ সেই মুহূর্তৰ অনূভব শুনি UA-camত গানতো বিচাৰিলো। প্রবীন বৰা আৰু জুবিন দাই গাইছে আৰু কিনাৰতে আপোনাক দেখি সুখকন অনুভব কৰিব পাৰিছো। বাকি আৰুনো কি কম। Ojaantric সদায় প্রিয় তাতে উপস্থিত আছে সুবাসনা বা । 🙏

  • @JANTboizzofficial
    @JANTboizzofficial Рік тому +4

    Lastor time khinit bohut hahilu. Bhal lagil. Thank you all.
    We must expect some English song from Subasana in future. Subasana you sang that English song so beautifully, birat bhal lagil. Aapuni please keitaman English gaan release koroksun.

  • @dalimanideka4848
    @dalimanideka4848 Рік тому

    এই ভিডিঅ টো চাই বহুত ভাল লাগিল । বিশেষকৈ সুবাসনা বাৰ সকলো কথা জানিব পাই লাগিল । লগতে Oasis da aru UD dar o kotha botora val lagile .....Ud dai kin2 blg jmai dei .....khub val lage .......ei2 vdo sai bhut hahilo .........Waiting For Next Episode ........

  • @anantaborgohain3971
    @anantaborgohain3971 Рік тому +3

    আজি অ'যান্ত্ৰিক সুৱাসনা বাৰ বাবেই শেষলৈকে চালো। মোৰ প্ৰিয় গায়িকা।আমাৰ অসমৰ লতা।

  • @kshiprajyotidoloi6660
    @kshiprajyotidoloi6660 Рік тому

    আপোনি গানৰ বাবেটো favourit আছিলেই।কিন্তু ব্যক্তিত্ব টো গম পায় আৰু সন্মান বাঢ়ি গল। ধন্যবাদ বা।সু স্বাস্থ্য কামনা কৰিলো।

  • @sumanborah550
    @sumanborah550 Рік тому +3

    Bht val lagil , tat a akou subasana baaa ❤️
    Love you ojaantric ❤️❤️❤️❤️❤️ lots of love ❤️💕

  • @nphukan2307
    @nphukan2307 4 місяці тому

    Montu bhal lagi gol aji, bahut hahilu😊 Thanks Ojaantric

  • @antwarpkumar3520
    @antwarpkumar3520 Рік тому +5

    The last minute , though it's unexpected...it's wow
    Show must go on 👍

  • @chirojyotipamegam7845
    @chirojyotipamegam7845 Рік тому +2

    আকৌ চালো !
    সুবাসনা বা মোৰ favourite " আপোনি আহিব "মোৰ অতিকে প্ৰিয় ❤❤

  • @rborah3966
    @rborah3966 Рік тому +4

    অনুৰাধা শৰ্মা পূজাৰী বাইদেউক plz এবাৰ নিমন্ত্ৰণ জনাওক 🙏🙏

    • @dipankarchangmaiaxom1299
      @dipankarchangmaiaxom1299 Рік тому

      তেওঁৰ লগত সাক্ষাৎ কৰা এওঁলোকৰ ক্ষমতা নাই
      Altu faltu fatibo nuwari nhoi teuu

    • @Frustratedmitu
      @Frustratedmitu Рік тому

      ​@@dipankarchangmaiaxom1299uaaau pondit jon

  • @devajitgogoi9372
    @devajitgogoi9372 Рік тому +2

    অনুষ্ঠান তো ভাল লাগিল দাদা 👌💚বিজয় বিশাল দাদা ক মাতিব চোন আপোনালোকৰ অনুষ্ঠান তোলৈ...

  • @jharnapachani440
    @jharnapachani440 Рік тому +6

    Amazing episode after a long time...Enjoyed it...."Vange,,tapoli maru" was very relatable...

  • @minotichetia9972
    @minotichetia9972 Рік тому +2

    আজিৰ episode টো বহুত ভাল লাগিল । শেষৰ খিনি চাই হাঁহি হাঁহি চকুৰ পানী ওলাই গল দেই😂😂😂

  • @GRAZO_GAMERZ
    @GRAZO_GAMERZ Рік тому +3

    Best episode....biraaat bhal lgil dei...eman hahilu....repeat kori sai asu... really so sweet voice..

  • @mythonggautamofficial5374
    @mythonggautamofficial5374 Рік тому +1

    ধন্যবাদ অজান্ত্ৰিক । মোৰ অতিকৈ প্ৰিয় 'বা' জনীক আমন্ত্ৰণ কৰাৰ বাবে। ◆ Melody Queen of Assam .🙏
    ❤️ 4m Duliajan ✌️.

  • @GituRajTalks
    @GituRajTalks Рік тому +34

    Without UD da r story 🤣🤣 Ojaantric is incomplete....

  • @janmoni-moni604
    @janmoni-moni604 Рік тому +4

    অশেষ ধন্যবাদ ojantric আজি ৰাতিপুৱা উঠিয়ে মাৰ গালিৰ সলনি ojantric ৰ notification পালোঁ 😌video 2 চাই দেখো মোৰ প্ৰিয় বা জনী 😍oasis দা আৰু ud দা তোমালোকৰ video বোৰ নাপালে বহুত miss কৰো তোমালোকৰ মাত বোৰ মোৰ সদায় প্ৰিয় সুৱসনা বা ৰ মাত ৰ কথা নকওঁ আৰু গোটে অসমত সুবাস বিলাই 😇 নলবাৰীৰ লোহাৰকাঠা ৰ পৰা বহুত বহুত মৰম জাচিলো তোমালকলৈ 💖💖

  • @Uwtaeyearsago
    @Uwtaeyearsago Рік тому +6

    Please bring R.G bucket list!

  • @simiphukan7992
    @simiphukan7992 Рік тому +1

    Happiness is all around us, but d fact is ... Aami bisaribo janibo lagibo... Wowww..... Bhal lagil... 🤩🤩🤩🤩

  • @lakhimonigohain1815
    @lakhimonigohain1815 Рік тому +3

    পুৱাৰ প্ৰভাৱতেই সুবাস প্ৰিয় তেওঁ...লগতে আপোনালোক দুয়ো...❤️

  • @mridusmitahazarika3809
    @mridusmitahazarika3809 Рік тому +2

    Ojaantric is always a love ❤️.. nice episode. Last r fale besi bhal lagil. Eta request asil , pare jodi Reema Borah baa k matibosun 💙

  • @riturajboruah9719
    @riturajboruah9719 Рік тому +4

    The queen of melody lots love from golagaht....

  • @anupnath7939
    @anupnath7939 Рік тому +1

    Atiyaloi jiman ta episode saisu sokolutkoi vll lagile Aitu episode... Subasana baa you are all time favourite ♥️♥️♥️

  • @funwithdip
    @funwithdip Рік тому +6

    Finally new episode ahi gol😍 but last tot bohot bht bht hahilu bht funny 😂😅
    love from sivasagar ❤

  • @alwaysadreamad5655
    @alwaysadreamad5655 Рік тому +1

    আজি "অযান্ত্ৰিক" পৰিয়ালত মোৰ প্ৰিয় গায়িকা "সুবাসনা" বায়ে সুবাস বিলাই দিলে সকলোলৈকে। ভাল লাগিল,, "অযান্ত্ৰিক" ৰ এই গতি চিৰপ্ৰৱাহমান হৈ ৰওক ।

  • @deepjyotikalita2146
    @deepjyotikalita2146 Рік тому +6

    Subashana is the melody queen 👑❤️❤️

  • @pronamihazarika5813
    @pronamihazarika5813 Рік тому +1

    Uffff... finally aahi gol Moromor baa joni... ❤️aapuni aahibo uhahu bahibo ❤️...wow thank you 🙏

  • @nabajyotiofficial6125
    @nabajyotiofficial6125 Рік тому +5

    Melody Queen 💥 love from Golaghat ❤️🌹

  • @DH_DREAMS
    @DH_DREAMS Рік тому +2

    বাপৰে আহিল দেই বহু দিনৰ মুৰত এটি খন্দ.....সুৱাসনা বা আপোনাৰ লাইভ অনুষ্টান চাই বহুত ভাল লাগিল

  • @BubumaniKalita555
    @BubumaniKalita555 Рік тому +7

    She sings really classy western songs ❤️❤️❤️

  • @rekhachangmai
    @rekhachangmai Рік тому +1

    So sweet , Ojaantric long live .

  • @Uwtaeyearsago
    @Uwtaeyearsago Рік тому +7

    Please bring R.G bucket list (Rohit Gogoi) !

  • @nitubarua3352
    @nitubarua3352 Рік тому

    প্রিয় গায়িকা গৰাকী ,বহুত ভাল লাগিল, ধন্যবাদ আযান্ত্রিক👌👌👌👌👌

  • @reemanath8208
    @reemanath8208 Рік тому +4

    সঁচাকৈয়ে পাহৰিব নোৱাৰা episode 🤩🤩🤩🤩

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 Рік тому +1

    বহুত বহুত ভাল লাগিল দেই ,শেষত হাঁহি হাঁহি অৱস্থা বেয়া 😂😂, বহুত মৰম যাচিলোঁ তোমালোকলৈ...🌹❤️

  • @kailyaneehazarika8931
    @kailyaneehazarika8931 Рік тому +50

    UD your rakh experience is just next level 😂🤣🤣🤣🤣🤣hahi hahi pet bikh hoi goise...🤣🤣🤣pls you tell your other funny experiences in every episode 🤣🤣🤣

  • @nayanjyotiboruah5892
    @nayanjyotiboruah5892 3 місяці тому

    বহুত বহুত ভাল লাগিল অ চাই,তিনীওজনকে বহুত বহুত মৰম💞💞💞💞🤩🤩

  • @zourrdanmusic
    @zourrdanmusic Рік тому +3

    Thanks to অজন্ত্ৰিক and entire team,she is one of my favourite singer,but oasis asked a lot of questions to justify the incorrect pronunciation matter,she is a singer,music is her subject,listen to her constructively, please don't mind my explanation, being an well wisher this is just opinion...love from Delhi

  • @shyamalimaborah2388
    @shyamalimaborah2388 Рік тому +2

    Asha koru dada hunkale hunkale Jen new episode Ane.... Aji sai bohut vl lagil❤️❤️❤️

  • @Uwtaeyearsago
    @Uwtaeyearsago Рік тому +7

    Please bring R.G bucket list

  • @parishmitasaikiamusical3264
    @parishmitasaikiamusical3264 Рік тому +1

    Bohut val lagil sai... Khub hahilu, bohut kotha hikibo parilu... Hundor💞

  • @meenakshimedhi267
    @meenakshimedhi267 Рік тому +3

    This is the best episode ❤️ last or khini hahi hahi pet bikhai gol

  • @tonmoybarua5339
    @tonmoybarua5339 Рік тому +1

    Finally আপুনি আহিলে সুবাসনা বা🙏❤

  • @pallabisaikia7050
    @pallabisaikia7050 Рік тому +2

    প্ৰিয় মানুহ প্ৰিয় অনুষ্ঠান.....❤️ Next deeplina baa k lage ....

  • @TOP5-c2g6n
    @TOP5-c2g6n Рік тому +6

    One of the funniest and weirdest episodes of Ojantric. Loved it. ❤️

  • @nabanitaborah7052
    @nabanitaborah7052 Рік тому +1

    Ufff roi roi... Aahile aako "Ojantric"😍😍

  • @nihamahanta2617
    @nihamahanta2617 Рік тому +5

    ৰৈ থাকো অযান্ত্রিক চাবলৈ। ইমান ঘৰুৱা যেন লাগে❤️
    মেঘৰঞ্জনী বাক মাতিবচোন এবাৰ

  • @ishanjyotiborah7758
    @ishanjyotiborah7758 Рік тому +1

    অযান্ত্ৰিক আৰু অযান্ত্ৰিকৰ এই মানুহ বোৰ বৰ বেছি প্ৰিয় ❤️

  • @Uwtaeyearsago
    @Uwtaeyearsago Рік тому +5

    Please bring R.G bucket list.

  • @birajgogoi4753
    @birajgogoi4753 Рік тому +1

    Most dei....beya jomoni....Val lagil dei......

  • @OasisMotionFilms
    @OasisMotionFilms  Рік тому +4

    Nihal Das's New Song : ua-cam.com/video/777lcGqul9k/v-deo.html

  • @pranjalkalita4477
    @pranjalkalita4477 Рік тому +1

    Best melodious female singer in assam.lov a lot

  • @geetikakakati2899
    @geetikakakati2899 Рік тому +3

    Val lagil sai episode tu 😌last part khini khub val lagil experience bur 😂

  • @simpisaikia5404
    @simpisaikia5404 Рік тому

    বহুত অপেক্ষাৰ অন্তত.....ভাল লাগিল❤️

  • @krishnagogoi8149
    @krishnagogoi8149 Рік тому +6

    Lot's of love to entire ojantrik family ❤️❤️❤️

  • @monishasaikia1139
    @monishasaikia1139 Рік тому

    বহুত ভাল লাগিল 💞কথাবোৰে মন চুই গ'ল 💞

  • @_m_bora_
    @_m_bora_ Рік тому +5

    57:40 start huwar pora xekholoi, Krishno hahi hahi pet bikhai gol dei🤣🤣🤣🙏🙏 best episode❤🤣👏aru tolole namibo nuwaru rupalim🤣🤣🤣🔥🔥🔥🔥 UD dar eta beleg k podcast lobo sun bohut mjaa mjaa funny stories ulabo🤣🔥

  • @vibes2842
    @vibes2842 Рік тому

    Mojahh....Dada bohut wait krai Apunaluke...

  • @tapanboruah3773
    @tapanboruah3773 Рік тому +4

    Love from tingkhong ❤️❤️ UD da after a long time montu val lagi jai video ahile।। Apuni ahibo one of my favourite song Subha ba❤️❤️

  • @tulumonigogoi8385
    @tulumonigogoi8385 Рік тому +1

    বকুলত আপোনাৰ অভিনয় 👌👌 । youtube ত চিনেমাখন দিলে । 
    anyway i love ojantrik....

  • @kunhigohain
    @kunhigohain Рік тому +3

    The show must go on!!