আউল লাগিল তাঁতৰ সূতাত(Aul lagil tator xutat) By Gopa Goswami Boruah.

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • Lyrics/Dilip Phukan
    Edited by Lakhiraj Medhi
    Credited to Air Dibrugarh
    Please like, cmnt, share and subscribe my utube channel for more videos 🙏.

КОМЕНТАРІ • 8

  • @bandanabaruah2221
    @bandanabaruah2221 2 роки тому +1

    সুন্দৰ গীতটি শুনি ভাল লাগিল।

    • @lakhirajmedhi9544
      @lakhirajmedhi9544  2 роки тому

      আন্তৰিক ধন্যবাদ ও প্ৰভাতী সম্ভাষণ জনালোঁ 🙏

  • @dhirendeka04
    @dhirendeka04 2 роки тому +1

    বাঃ কি সুন্দৰ গীতৰ কথা/সুৰ/কণ্ঠ ।

    • @lakhirajmedhi9544
      @lakhirajmedhi9544  2 роки тому

      আন্তৰিক ধন্যবাদ ও শুভ বিয়লি জনালোঁ সুহৃদ দাদা 💐 🙏

  • @arjunchetia3831
    @arjunchetia3831 2 роки тому +1

    বৰ সুন্দৰ গীত শুনিবলৈ পালো । আপোনাৰ collection সমূহ ভাল ।

    • @lakhirajmedhi9544
      @lakhirajmedhi9544  2 роки тому

      আন্তৰিক ধন্যবাদ ও সান্ধ্য সম্ভাষণ জনালোঁ 🙏

  • @uttamkumarroy2583
    @uttamkumarroy2583 2 роки тому

    গীতিকাৰ দিলীপ ফুকনৰ এটি কালজয়ী সৃষ্টি। সেই সৃষ্টিক দৰদী শিল্পী গোপা গোস্বামী বৰুৱা বাইদেউয়ে কন্ঠেৰে চিৰসেউজ ৰূপ দিছে। তেখেতৰ গায়কী অনন্য সুন্দৰ।গীতটিয়ে হীয়া চুই গ'ল।আপোনালৈ অশেষ ধন্যবাদ জনাইছোঁ।