Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বহুত বহুত ধন্যবাদ সুন্দৰ ভাওনা এখনি উপহাৰ হিচাবে পালো।
অতি অনুপম ভাওনা ।ভাষা নাই বৰ্ণাবলৈ ।প্ৰতিজনৰ অভিনয় বৰ সুন্দৰ ।গীত মাত বাদ্য সকলো সুন্দৰ হৈছে ।বিপ্ৰ দামোদৰৰ অভিনয়ে চকু সেমেকাই দিলে ।আপোনালোকৰ অভিনয় আগুৱাই নিয়ক ।প্ৰতিজন শিল্পীকে নতশিৰে মই কাৰ্বি পাহাৰৰ বকলীয়া ঘাটৰ পৰাই সেৱা নিবেদিছোঁ ।
🙏🙏 ধন্যবাদ
Hosakoi holag noloi nuwaru. Oti hundor. Vagabane hokoluke mongol korok. 🙏🙏🙏🙏🙏🙏Krishna
কি যে সুন্দৰ কাহিনী ,কি যে সুন্দৰ অভিনয় সঁচাকৈ অভিনয় চাই আপ্লুত হলো । আগলৈ এনেকুৱা কাহিনী আৰু অভিনয় দেখা পাম বুলি আশা কৰিলো ।
অপূৰ্ব কবলৈ ভাষা নাই৷ বাহী,সুদাম,কৃষ্ণ মন জয় কৰিলে৷
ধন্যবাদ
সঁচাই.... অভিনয় কিমান যে সুন্দৰ কবলৈ ভাষা নাই......! আৰু এই নাটখনৰ দিশ্বইটি দাঙি ধৰা বাবে অশেষ ধন্যবাদ ....
সুন্দৰ অতুলনীয় অভিনয় । চাই চাই হেঁপাহ পলুৱাই নাই। কি যে অপূৰ্ব বিষাদ দুৰ্দান্ত অভিনয়। অতিকৈ মনোমোহা।
সচাঁই এক বিৰল মূহুৰ্ত😢...এক মহামিলন সচাঁই বহুত দুখ লাগিল. আজিৰ দিনত হয়তো এনেকুৱাই বন্ধু বহুত কম আছে...😢 ৰাম কৃষ্ণ 🙏😭
অতি সুন্দৰ অভিনয় কৰিছে ❤❤❤
অতি মনোৰম কাহিনি ।সুদামাৰ কিযে অভিনয় ! বাঁহিৰ কিযে সুৰ ! অতি সুন্দৰ ।
Bn❤
কবলৈ ভাষা নাই কেনেকুৱা হৈছে ❤️❤️❤️
সচা মনোৰম । আনন্দ আৰু বেদনা সংমিশ্ৰণ কি অপূৰ্ব । আৰু অভিনয় কি সুন্দৰ । 🙏🙏
Bohot bohut val lagil. Ki kom vakhai bojabo nowaresu. Anekowa natvor aagoloi o saboloi pam boli bat sai rolu. Jai sri krishna
কি কম মই 😭😭😭😭😭😭😭😭😭😭😭 বৰ দুখ লগা 😭 ,,,বুকুৰ কোনোবা এজেগাত খুন্দা মাৰি ধৰিলে অ 😭😭😭 ক'ব ভাষা নাই অ ,,,🙏🙏🙏🙏🙏🙏🙏🙏
Moja anupom bitupon da bohut bohut bohut val lagil vedio Tu sai ru ane kua vedio di jabo buli akha korym 🙏🏻🙏🏻🙏🏻🙏🏻
বন্ধুত্বৰ এক অতুল নিদৰ্শন 👍❣️🔥
কৃষ্ণ ৰাম ৰাম ৰাম নাৰায়ণ হৰি সেৱা ধৰিছো কৃষ্ণ প্ৰভু 🙏 প্ৰাথনা
কৃষ্ণ
বৰ সুন্দৰ অভিনয় ভাল লাগিল চাই,,চকুপানী ওলাই গ'ল ।
Bor hundor hoise❤❤
সাতসৰী ফাউণ্ডেচনৰ তৰফৰ পৰা অনুপম আৰু বিতুপন দালৈ অশেষ ধন্যবাদ জনালোঁ ।
🙏🙏🙏
@@অনুপমবিতোপন ঞণণ
number tu pam neki ?
@@অনুপমবিতোপন12❤😅
phun number tu dibosun vauna akhon koribo lage
সচাঁ কৈ আপোনাৰ সবক কিদৰে ধন্যবাদ বাদ দিম ভাষা নাই।। আপোনা সবেই ঈশ্বৰ।।।
সঁচাকৈ অ চকুপানী rokhaboi নোৱাৰিলো অবহুত ভাল লাগিলDhoinobad Vatty bodhu ভাওনা খনি hompruno কৈ চাবলৈ পাম বুলি আশা কৰিলোঁ🙏🙏🙏কৃষ্ণ হৰি ৰাম
ভগৱানে আপোনালোক দুজনক ভালে ৰাখক ইমানেই ধুনীয়া এখন উপস্থাপন কৰা বাবে 🙏🙏🙏😭😭😭😭 কান্দি কান্দি ওষা হেৰাই যাব অ 😭😭😭😭
কবলৈ ভাষা নাই🙏ইমান সুন্দৰ অভিনয়অভিনয়ৰ লহৰে লহৰে সন্দৰ বাহিঁ বাদন🤗
Really
Bahut val lagil sai...hosakoi bahut hundor avinoy...
Bahut bhal lagil sudama aaru krisna aabhinai baki bilakoru bahut bhalhaise👌👌👌
চাই সুন্দৰ লাগিল দুখ লাগি গ'ল 😢😢
😭😭😭😭😭😭 soku pani rokab nuara hoi golu .bohu val lagil vauna khoni 🙏🙏🙏🙏🙏🙏
Bor hundor abhinoii krise daii 🙏🙏
বহুত সন্দৰ অভিনয় চাই ভালো ❤️🙏❤️❤️❤️🙏❤️❤️❤️ লাগিল চকুৰ পানী ওলাই গল😘😘😘😘😘😘😘😘😘😘😘😘😘😘🫶🫶🫰🏻🙏
খুউব সুন্দৰ অভিনয়।ধন্যবাদ অনুপম বিতোপন ,এনেকুৱা সুন্দৰ সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে
যায় বিপ্ৰ দাৰকা নগৰী,যায় বিপ্ৰ দাৰকা ৰ চলি ৷সুন্দৰ অভিনয় 😊❤️
সুদামা ৰ অভিনয় বহুত ভাল লাগিল কিজে মনোৰম দৃশ্য
Hundor bohut hundor lagile. .🥰🥰🥰🥰
বৰ দুখ লাগিল আশীৰ্বাদ থাকিল আগবাঢ়ি যোৱা
সুন্দৰ অভিনয় ❤ music ultimate 🔥🔥
সচাই বহুত দুৰ্দান্ত অভিনয়। বিপ্ৰৰ অভিনয়ে হিয়া চুই গ'ল। 🙏কৃষ্ণ🙏
সুদামা অভিনয় অতি সুন্দৰ হৈছে ❤❤❤
সুন্দৰ সুন্দৰ আগলৈ আৰু ভাল হয় তাৰেই ভগৱান ওচৰত কৃষ্ণ 🙏❤🙏
🙏
কৃষ্ণ। অভিনেতা সকলৰ লগতে ভগবানলৈ সহস্ৰ প্ৰণাম যাছিলোঁ ।
Lekin asa Akira you ll I lllololgoolllll
Op 😊 oo oo l III III r oo 😂😂😂😂😂😂 pp
👌 Ok 👌 O 👌👌👌👌👌👌👌👌 pp 👌 u 👌 I 👌 will 👌 call 🤙
Op 😁🤣 ooo 😁 oo oo oh oo ohhh ok if you want it is beutiful there vote ooo oooo of rehearsals oo ool you have o in Assam now and po for a long it takes to get oo ki oooo the west ⬅️⬅️⬅️
Ooopo of op p
বৰ সুন্দৰ লাগিল ভাওনাখন ।
খুব বেছি ভাল লাগিল ভাওনা ভাগ চাই। প্ৰভুৰ শ্ৰীচৰণত শতকোটি প্ৰণাম। ধন্যবাদ অনুপম-বিতুপনদা।
মোৰ প্ৰিয় ভাওনা খন । চাই বহু ভাল লাগিল ।❤
Bht vl lgil❤️
Bhut emontional hoi golu 😘😘Bhut bhal lgil 👍
Sokur pani ulai gol dei .hosakoi...🥰🥰🥰
ইমান সুন্দৰ পৰিৱেশন বহুত ভাল লাগিল চাই
Gutei video khon salu .dei..sai eman val lagile mane...
কিযে সুন্দৰ অভিনয়। ভাষা নাই...।
Hosa dai👌👌
.bohut val lagil sai
pu
দুজন অভিনয় চকুপানি ওলাই গল 😭😭👌👌
ভাল লাগিল।🙏
Krishn probhu 🙏🪔🙏 ,moja lagise ❤❤
সুদামা আৰু কৃষ্ণ ৰ অভিনয় চাই বহুত ধুনীয়া লাগিল
সুন্দৰ পৰিবেশন, অতি সুন্দৰ 🙏
বৰীয়া❤😊😊
ভাল
অতি সুনদৰ অভিনয়। সচাঁ কৈ ইমান ধুনীয়া কাহিনী। মই আনদত চকুলো ৰাখিব পৰা নাই। পিছৰ খণ্ড চাবৰ বাবে বাট চাই ৰলো। লগতে মোৰ ফালৰ পৰা শিল্পী সমাজলৈ আন্তৰিক অভিনদন। জনালে।
কৃষ্ণ সুদামাৰ দৃশ্য সদাই চাই-চাই চকুলো বৈ আহে
Bohut hundor avinoy
সচাকৈ ভাওনা দেখি পোৱা নাই । বহুত বহুত ভাল লাগিল। অন্তৰ চুই গল।
dramodr avinayt bhut val lagishe 🙏🙏🙏
বহুত ধুনীয়া হৈছে
Bor hundor ovinoy. Sokur pani ulai gol. Agoloiu Anekoiye agbarhi Goi Thakok apunaluk. Krishna Krishna.
Naat vag pua jabo neki? Amaru abar Kori saboloi Mon asil.
Amar usrt nai...
Oh hbo bru. Jugar kribo lgbo.
Apunar vau saiye Moi abar Narod lolu. Kenekua hol najanu Baru. Geet apuni guai goisilu Bitupon da
🙏🙏🙏🙏🙏🙏🙏ধুনীয়া লাগিছে .😭😭😭😭😭
J
He kripamoi Tmr Soront kroti Kroti Pronam Tmr Opurbo lila bhagi sai dusoku Dhori rakhibo nwarilo
Likes
bohut val lagil sai oooo sokur pani ulai gol oo..ki ovinoi korisa bohut bohut val lagil..krishno
বৰ সুন্দৰ অভিনয় ভাল লাগিল❤️
বহুত ভাল লাগিল চাই
Bohut val lagil sai 🥰🥰
Bohut val lagile sai
Salu moja lage sai,❤️❣️❣️❤️
Mojja lagile akha Koru aru Anikua vauna Pai thaku
১০০ বাৰ সম্পূৰ্ণ হল আজি ছোৱাহেতি
কি যে hundor বহুত ভাল লাগিল চাই
Hvyy bhauna 💥💥🔥🔥🔥🔥🔥
❤বৰ ভাল লাগিলে দেই ❤
কিযে সুন্দৰ অভিনয় সচায় ভাষানায়
সুদামাৰ আচল মানুহজন কোন অ? তেখেতৰ পৰিচয় জানিব বিচাৰো।কি যে অভিনয়। 🙏🙏 Thank you anupam bitupan da🙏
Hosakoi bohut val lagela sai ❤
Acting of Sudama is really outstanding
Hosai ati hundro abhinoy
Ki kom emn hundar ki abhinoi ❤️❤️❤️
সুদামা সুন্দৰ অভিনয় ❣️🙏🙏
সুন্দৰ অভিনয়। খুব ভাল লাগিল চাই।
শুনিছিলো কাহিনীটো কিন্তু বাস্তব কৰাই দিলে \ ধন্যবাদ থাকিল ৷
Very good
চাই সচাঁকৈ বহত দুখ লাগিল ।
Bohut val lagil ,
bohut 2bhal super hoise
Bor hundor ovinoi krise dei..
Bohut val lagil ❤
বহুত ভাল লাগিল -😘😘😘😘😍😍
1st view
Bahut val lagil sakulu ulai goise thanks
Juddha khon val lagil krisna aro
অতি মনোৰম কাহিনি ।
Sushila ru Sudama Acting outstanding. ❤️❤️ Ai actor kayjonor blg vawna nai dekha.
Bhut vl lagil
অতি সুন্দৰ ❤❤❤❤👍👍👍
কি সুন্দৰ অভিনয়
🙏🙏 কৃষ্ণ কৃষ্ণ!
Mojaa lagil nimaijan t
অতি সুন্দৰ 👍👍
বহুত বহুত ধন্যবাদ সুন্দৰ ভাওনা এখনি উপহাৰ হিচাবে পালো।
অতি অনুপম ভাওনা ।ভাষা নাই বৰ্ণাবলৈ ।প্ৰতিজনৰ অভিনয় বৰ সুন্দৰ ।গীত মাত বাদ্য সকলো সুন্দৰ হৈছে ।বিপ্ৰ দামোদৰৰ অভিনয়ে চকু সেমেকাই দিলে ।আপোনালোকৰ অভিনয় আগুৱাই নিয়ক ।প্ৰতিজন শিল্পীকে নতশিৰে মই কাৰ্বি পাহাৰৰ বকলীয়া ঘাটৰ পৰাই সেৱা নিবেদিছোঁ ।
🙏🙏 ধন্যবাদ
Hosakoi holag noloi nuwaru. Oti hundor. Vagabane hokoluke mongol korok. 🙏🙏🙏🙏🙏🙏Krishna
কি যে সুন্দৰ কাহিনী ,কি যে সুন্দৰ অভিনয় সঁচাকৈ অভিনয় চাই আপ্লুত হলো । আগলৈ এনেকুৱা কাহিনী আৰু অভিনয় দেখা পাম বুলি আশা কৰিলো ।
অপূৰ্ব কবলৈ ভাষা নাই৷ বাহী,সুদাম,কৃষ্ণ মন জয় কৰিলে৷
ধন্যবাদ
সঁচাই.... অভিনয় কিমান যে সুন্দৰ কবলৈ ভাষা নাই......! আৰু এই নাটখনৰ দিশ্বইটি দাঙি ধৰা বাবে অশেষ ধন্যবাদ ....
সুন্দৰ অতুলনীয় অভিনয় । চাই চাই হেঁপাহ পলুৱাই নাই। কি যে অপূৰ্ব বিষাদ দুৰ্দান্ত অভিনয়। অতিকৈ মনোমোহা।
সচাঁই এক বিৰল মূহুৰ্ত😢...এক মহামিলন সচাঁই বহুত দুখ লাগিল. আজিৰ দিনত হয়তো এনেকুৱাই বন্ধু বহুত কম আছে...😢 ৰাম কৃষ্ণ 🙏😭
অতি সুন্দৰ অভিনয় কৰিছে ❤❤❤
অতি মনোৰম কাহিনি ।সুদামাৰ কিযে অভিনয় ! বাঁহিৰ কিযে সুৰ ! অতি সুন্দৰ ।
Bn❤
কবলৈ ভাষা নাই কেনেকুৱা হৈছে ❤️❤️❤️
সচা মনোৰম ।
আনন্দ আৰু বেদনা সংমিশ্ৰণ কি অপূৰ্ব । আৰু অভিনয় কি সুন্দৰ । 🙏🙏
Bohot bohut val lagil. Ki kom vakhai bojabo nowaresu. Anekowa natvor aagoloi o saboloi pam boli bat sai rolu. Jai sri krishna
কি কম মই 😭😭😭😭😭😭😭😭😭😭😭 বৰ দুখ লগা 😭 ,,,বুকুৰ কোনোবা এজেগাত খুন্দা মাৰি ধৰিলে অ 😭😭😭 ক'ব ভাষা নাই অ ,,,
🙏🙏🙏🙏🙏🙏🙏🙏
Moja anupom bitupon da bohut bohut bohut val lagil vedio Tu sai ru ane kua vedio di jabo buli akha korym 🙏🏻🙏🏻🙏🏻🙏🏻
বন্ধুত্বৰ এক অতুল নিদৰ্শন 👍❣️🔥
কৃষ্ণ ৰাম ৰাম ৰাম নাৰায়ণ হৰি সেৱা ধৰিছো কৃষ্ণ প্ৰভু 🙏 প্ৰাথনা
কৃষ্ণ
বৰ সুন্দৰ অভিনয় ভাল লাগিল চাই,,চকুপানী ওলাই গ'ল ।
Bor hundor hoise❤❤
সাতসৰী ফাউণ্ডেচনৰ তৰফৰ পৰা অনুপম আৰু বিতুপন দালৈ অশেষ ধন্যবাদ জনালোঁ ।
🙏🙏🙏
@@অনুপমবিতোপন ঞণণ
number tu pam neki ?
@@অনুপমবিতোপন12❤😅
phun number tu dibosun vauna akhon koribo lage
সচাঁ কৈ আপোনাৰ সবক কিদৰে ধন্যবাদ বাদ দিম ভাষা নাই।। আপোনা সবেই ঈশ্বৰ।।।
সঁচাকৈ অ চকুপানী rokhaboi নোৱাৰিলো অ
বহুত ভাল লাগিল
Dhoinobad
Vatty bodhu ভাওনা খনি hompruno কৈ চাবলৈ পাম বুলি আশা কৰিলোঁ
🙏🙏🙏
কৃষ্ণ হৰি ৰাম
ভগৱানে আপোনালোক দুজনক ভালে ৰাখক ইমানেই ধুনীয়া এখন উপস্থাপন কৰা বাবে 🙏🙏🙏😭😭😭😭 কান্দি কান্দি ওষা হেৰাই যাব অ 😭😭😭😭
কবলৈ ভাষা নাই🙏ইমান সুন্দৰ অভিনয়
অভিনয়ৰ লহৰে লহৰে সন্দৰ বাহিঁ বাদন🤗
Really
Bahut val lagil sai...hosakoi bahut hundor avinoy...
Bahut bhal lagil sudama aaru krisna aabhinai baki bilakoru bahut bhalhaise👌👌👌
চাই সুন্দৰ লাগিল দুখ লাগি গ'ল 😢😢
😭😭😭😭😭😭 soku pani rokab nuara hoi golu .bohu val lagil vauna khoni 🙏🙏🙏🙏🙏🙏
Bor hundor abhinoii krise daii 🙏🙏
বহুত সন্দৰ অভিনয় চাই ভালো ❤️🙏❤️❤️❤️🙏❤️❤️❤️ লাগিল চকুৰ পানী ওলাই গল😘😘😘😘😘😘😘😘😘😘😘😘😘😘🫶🫶🫰🏻🙏
খুউব সুন্দৰ অভিনয়।ধন্যবাদ অনুপম বিতোপন ,এনেকুৱা সুন্দৰ সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে
যায় বিপ্ৰ দাৰকা নগৰী,
যায় বিপ্ৰ দাৰকা ৰ চলি ৷
সুন্দৰ অভিনয় 😊❤️
সুদামা ৰ অভিনয় বহুত ভাল লাগিল কিজে মনোৰম দৃশ্য
Hundor bohut hundor lagile. .🥰🥰🥰🥰
বৰ দুখ লাগিল আশীৰ্বাদ থাকিল আগবাঢ়ি যোৱা
সুন্দৰ অভিনয় ❤ music ultimate 🔥🔥
সচাই বহুত দুৰ্দান্ত অভিনয়। বিপ্ৰৰ অভিনয়ে হিয়া চুই গ'ল। 🙏কৃষ্ণ🙏
সুদামা অভিনয় অতি সুন্দৰ হৈছে ❤❤❤
সুন্দৰ সুন্দৰ আগলৈ আৰু ভাল হয় তাৰেই ভগৱান ওচৰত কৃষ্ণ 🙏❤🙏
🙏
কৃষ্ণ। অভিনেতা সকলৰ লগতে ভগবানলৈ সহস্ৰ প্ৰণাম যাছিলোঁ ।
Lekin asa Akira you ll I lllololgoolllll
Op 😊 oo oo l III III r oo 😂😂😂😂😂😂 pp
👌 Ok 👌 O 👌👌👌👌👌👌👌👌 pp 👌 u 👌 I 👌 will 👌 call 🤙
Op 😁🤣 ooo 😁 oo oo oh oo ohhh ok if you want it is beutiful there vote ooo oooo of rehearsals oo ool you have o in Assam now and po for a long it takes to get oo ki oooo the west ⬅️⬅️⬅️
Ooopo of op p
বৰ সুন্দৰ লাগিল ভাওনাখন ।
খুব বেছি ভাল লাগিল ভাওনা ভাগ চাই। প্ৰভুৰ শ্ৰীচৰণত শতকোটি প্ৰণাম। ধন্যবাদ অনুপম-বিতুপনদা।
মোৰ প্ৰিয় ভাওনা খন । চাই বহু ভাল লাগিল ।❤
Bht vl lgil❤️
Bhut emontional hoi golu 😘😘
Bhut bhal lgil 👍
Sokur pani ulai gol dei .hosakoi...🥰🥰🥰
ইমান সুন্দৰ পৰিৱেশন বহুত ভাল লাগিল চাই
Gutei video khon salu .dei..sai eman val lagile mane...
কিযে সুন্দৰ অভিনয়। ভাষা নাই...।
Hosa dai👌👌
.bohut val lagil sai
pu
দুজন অভিনয় চকুপানি ওলাই গল 😭😭👌👌
ভাল লাগিল।🙏
Krishn probhu 🙏🪔🙏 ,moja lagise ❤❤
সুদামা আৰু কৃষ্ণ ৰ অভিনয় চাই বহুত ধুনীয়া লাগিল
সুন্দৰ পৰিবেশন, অতি সুন্দৰ 🙏
বৰীয়া❤😊😊
ভাল
অতি সুনদৰ অভিনয়। সচাঁ কৈ ইমান ধুনীয়া কাহিনী। মই আনদত চকুলো ৰাখিব পৰা নাই। পিছৰ খণ্ড চাবৰ বাবে বাট চাই ৰলো। লগতে মোৰ ফালৰ পৰা শিল্পী সমাজলৈ আন্তৰিক অভিনদন। জনালে।
কৃষ্ণ সুদামাৰ দৃশ্য সদাই চাই-চাই চকুলো বৈ আহে
Bohut hundor avinoy
সচাকৈ ভাওনা দেখি পোৱা নাই । বহুত বহুত ভাল লাগিল। অন্তৰ চুই গল।
dramodr avinayt bhut val lagishe 🙏🙏🙏
বহুত ধুনীয়া হৈছে
Bor hundor ovinoy. Sokur pani ulai gol. Agoloiu Anekoiye agbarhi Goi Thakok apunaluk. Krishna Krishna.
Naat vag pua jabo neki? Amaru abar Kori saboloi Mon asil.
Amar usrt nai...
Oh hbo bru. Jugar kribo lgbo.
Apunar vau saiye Moi abar Narod lolu. Kenekua hol najanu Baru. Geet apuni guai goisilu Bitupon da
🙏🙏🙏🙏🙏🙏🙏ধুনীয়া লাগিছে .😭😭😭😭😭
J
He kripamoi Tmr Soront kroti Kroti Pronam Tmr Opurbo lila bhagi sai dusoku Dhori rakhibo nwarilo
Likes
bohut val lagil sai oooo sokur pani ulai gol oo..ki ovinoi korisa bohut bohut val lagil..krishno
বৰ সুন্দৰ অভিনয় ভাল লাগিল❤️
বহুত ভাল লাগিল চাই
Bohut val lagil sai 🥰🥰
Bohut val lagile sai
Salu moja lage sai,❤️❣️❣️❤️
Mojja lagile akha Koru aru Anikua vauna Pai thaku
১০০ বাৰ সম্পূৰ্ণ হল আজি ছোৱাহেতি
কি যে hundor বহুত ভাল লাগিল চাই
Hvyy bhauna 💥💥🔥🔥🔥🔥🔥
❤বৰ ভাল লাগিলে দেই ❤
কিযে সুন্দৰ অভিনয় সচায় ভাষানায়
সুদামাৰ আচল মানুহজন কোন অ?
তেখেতৰ পৰিচয় জানিব বিচাৰো।
কি যে অভিনয়। 🙏🙏
Thank you anupam bitupan da🙏