"Bhalpabo Khuju Akou Ebar" by Prabin Borah lJAM Entertainsl Lyrical Video

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • ALL RIGHTS RESERVED BY © JAM Entertains
    (A Unit of JAGANNATH Advertising and Media)
    Copying and Broadcasting of this Video without any written permission will lead to legal Copyright offence
    Producer : Mridul Ranjan Dass
    Audio credits :
    Song : "Bhalpabo Khuju Akou Ebaar"
    Vocal & Composition : Prabin Borah
    Lyrics : Paplu Chetia
    Music : Mridu Pawan(Rick)
    Guitar : Writuraj Gogoi
    Sitar : Subhankar Hazarika
    Tabla: Raja Baruah
    Flute : Lakhinandan Lahon
    Mixed : Kaustov Saikia
    Mastered : Diganta Bordoloi
    Recorded at MK Digital Studio, Guwahati
    Cover Art & Animation : Kooljit Talukdar
    / @jjagannathadvertising...
    @JAMMusic @fallontonight @shemaroobollywoodcomedy @ @AssameseMixture
    #assamese #comedy #funny #assamese
    / @jammusic6620
    Team | JAM ENTERTAINS |
    Team JAGANNATH Advertising and Media

КОМЕНТАРІ • 1,4 тис.

  • @jayantaborah3889
    @jayantaborah3889 7 місяців тому +504

    হাতত গিলাছ লৈ থকা lora জনৰ পৰা আহিছোঁ 😊 uff ki dhuniya 💓💓

  • @hopunmorisika8180
    @hopunmorisika8180 6 місяців тому +268

    লৰা জনে গান তো আমাৰ মাজলৈ আনিলে, নহলে গমেই পোৱা নাছিলোঁ ইমান সুন্দৰ গান আছে বুলি

    • @jugantadutta5219
      @jugantadutta5219 6 місяців тому +3

      সেই viral ল'ৰাজনক ধন্যবাদ

    • @BanashriKalita-yb7pf
      @BanashriKalita-yb7pf 4 місяці тому +2

      xosai

    • @KapilRay-mv9oe
      @KapilRay-mv9oe 2 місяці тому

      Oooo oc lapp opljmkmhiiknmjhiiinl kl lillll lo. M'kuj😊 bi xnnm😅​@@jugantadutta5219

    • @JunmoniBezboruahJunmoni
      @JunmoniBezboruahJunmoni 2 місяці тому

      Thiki koise

    • @PankajNath69
      @PankajNath69 2 дні тому

      Lora jon gan tu nagale ako noholheten.. Ami ai gaan agote sunisu 😂😂

  • @moromikapayeng220
    @moromikapayeng220 7 місяців тому +106

    হাতত মদৰ গিলাছ আৰু মুখত এক মধুৰ কন্ঠৰ গীত কি যে আমোদজনক দৃশ্য ❤ কৰবাত যেন জিলিকি ৰল তেওঁৰ সেই প্ৰতিভা বান সুৰৰ সৃষ্টি 😊তাৰ পৰাই আহিলো এই গীতটো শুনিব ❤

  • @bichitragayon-
    @bichitragayon- 7 місяців тому +991

    গিলাচ লৈ পৰিচয় পোৱা দাদাজনৰ পৰা শুনি আহিছো যোনেই আহিছা টিপচহী মাৰি যাবা❣️

  • @theconfusedthinker2641
    @theconfusedthinker2641 6 місяців тому +53

    হৃদয়ৰ ভঙা টুকুৰা বোৰ যেতিয়া_
    ৰঙা হৈ দিষ্পজেল গিলাছত জিলিকে উতে
    এনেকুৱা গীত বোৰে প্ৰাণ পাই..❤

    • @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
      @মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 5 місяців тому +3

      এৰা চিচা বা মানুহৰ হৃদয় ভাগিব ই বৰ ঠুনুকা এতিয়া সম্পৰ্ক বোৰ। কিছুমান মূহুৰ্তত এই গানবোৰে ভঙা কলিজাৰ ৰঙা তেজ হৈ চকুৰে বাগৰি আহে দেখোন 😔

  • @DhanMani-b7x
    @DhanMani-b7x 7 місяців тому +172

    এনেকোৱা গান শুনিলে মানুহ জনীক আকৌ এবাৰ ঘৰত পঠিয়াই তাই লগত প্ৰেমত আকৌ এবাৰ পৰিব মন যাই। বহুত ভাল লাগিল শুনি।

  • @pulakgogoi1100
    @pulakgogoi1100 6 місяців тому +39

    মন প্ৰাণ শাঁত পৰি যোৱা কন্ঠটি মদৰ গিলাছ লৈ গোৱা ল'ৰাজনৰ পৰাই বিচাৰি চালো।বৰ সুন্দৰ গীতটি। আগলৈও পাই থাকো যেন।

  • @munmi2717
    @munmi2717 7 місяців тому +44

    এতিয়া যে তুমি দুৰ
    ধোৱাতেই গলিছে মোৰ
    হৃদয়ৰঙী ফাগুন
    নিচুকাই নিজকে নিজে
    আকিছো সপোন
    তুমি যে মোৰ আপোন
    তোমাতেই হেৰাও মই ধাৰাসাৰ
    তোমাকেই বিচাৰো প্ৰতিবাৰ✨🌻

  • @smritideka5517
    @smritideka5517 7 місяців тому +29

    কিমান বাৰ শুনিছো তথাপিও চোন হেঁপাহেই নপলাই..ৰাতি টোপনিৰ পৰা সাৰ পাই ও শুনো...বহুত ভাল লাগে...uffffff lyrics ❤ ভালপাব খোজো আকৌ এবাৰ ❤❤❤

  • @mainuphukandowarah
    @mainuphukandowarah 6 місяців тому +24

    হাতত ম'দৰ গিলাছ আৰু সুৰৰ মাজেৰে নামি অহা সেই ভালপোৱা❤উফ! তেওঁ গোৱাৰ পৰা আৰু বিশেষ যেন লগা হ'ল এই গানটো.. নাজানোঁ কিয় আকৌ এবাৰ প্ৰেমত পৰিব মন! আপোনজনৰ!

  • @thanugogoi6119
    @thanugogoi6119 7 місяців тому +590

    2024 কোনে কোনে শুনিছা এই গানটো লাইক এটা কৰা

  • @aidul197
    @aidul197 10 місяців тому +59

    তুমি আঁতৰি যোৱাৰ খবৰ শুনি
    সৰা পাত সেমেকি উঠে
    তুমি উচপি থকা উমান বুজি
    গিতাৰত আঙুলি কপে 😣💔
    হৃদয়ত ধপধ্পনি, চকুত চকু পানী তথাপিও কি যে মধুৰ💗🙁

  • @JuriBora-kk3op
    @JuriBora-kk3op 6 місяців тому +209

    গানটো সদায় কোনে কোনে শুনা like কৰিবা ❤

  • @rahulbora2059
    @rahulbora2059 7 місяців тому +9

    EMN DHUNIYA KOI GAISE 💗 nice voice 🥳 makha olp lage henu iooooo kolijat 🔥 logai disa 😢kinuba single asa jode koba sun 🙌

    • @aloneking7814
      @aloneking7814 7 місяців тому +2

      😢😢😢😢😢😢😢I am single really Alone 😢😢

  • @jahnobeekohar8224
    @jahnobeekohar8224 Рік тому +79

    হৃদয় চুই যায় 💞
    আজি লৈকে কিমান বাৰ শুনিছো হিচাপ নাই😌

  • @akashbordoloi2345
    @akashbordoloi2345 11 місяців тому +22

    Line ufff,,,
    তুমি আতৰি যোৱাৰ খবৰ শুনি
    সৰা পাত সেমেকি উঠে
    তুমি উচুপি থকাৰ উমান বুজি
    গীতাৰত আঙুলি কঁপে।

  • @positivesoul279
    @positivesoul279 Рік тому +61

    আস্ !💖
    সেই মুহূর্তটো জীৱনত যেন কেতিয়াও পাহৰিব নোৱাৰিম, যিদিনা এই গীতটিৰ লগত মোৰ প্রথম পৰিচয় হৈছিল ৷ ব্যস্ততাপূর্ণ কলেজ জীৱনত ক্লাছৰ পিছত ক্লাছ কৰি কৰিডৰেদি অন্যমনস্ক অৱস্থাত খোজকাঢ়ি গৈ থাকোতে, থিয়েটাৰ হলত
    ” তুমি আঁতৰি যোৱাৰ খবৰ শুনি,
    সৰাপাত সেমেকি উঠে....!!"
    শব্দকেইটা কাণত পৰিলহি ৷
    নিমিষতে গীতটিৰ সুৰ তথা শব্দবোৰে অন্তৰত খুন্দা মাৰিলেহি ৷ লাহে লাহে, মনে মনে খিৰিকীৰ ফাঁকেৰ চাবলৈ চেষ্টা কৰিলো, গীতটিৰ শিৰোনাম জানিবলৈ হেঁপাহ জন্মিল ৷ শব্দৰ বাছনি, কন্ঠৰ অধিকাৰী "প্রবীন", তবলাৰ মৃদু চাপৰে যেন হৃদয়ত অৱগাহন কৰি উঠিব ৷ অৱশেষত সেইৰাতি জোনাকৰ তলত "ইউটিউব"ত আবিষ্কাৰ কৰিলো....
    ✨ভাল পাব খোজো আকৌ এবাৰ✨

  • @BipulDas-w4e
    @BipulDas-w4e 6 місяців тому +23

    সুৰা গিলাচ লৈ এইটো গীত গাই ভাইৰাল হোৱা দাদা জনে গোৱা পিছত শুনিব আহিলো গীততো ❤💝💯

  • @rupamgohain2392
    @rupamgohain2392 6 місяців тому +9

    সংগীত ৰ শব্দ আৰু সুৰৰ অপূৰ্ব সমাহাৰ.... এৰি অহা দিন বোৰলৈ আকৌ মনত পৰি গল।

  • @pranabjyoti_official
    @pranabjyoti_official Рік тому +11

    Mon beya lagilei gantu xunu ....
    Hepahei nopolai sun ....❤️🥺
    Atiya je tumi dur 🥺🥲

  • @rupamboruah4113
    @rupamboruah4113 3 роки тому +41

    ai gan bur xunile anekua lage jen... korobat herai jam.. jiyai thokar hepah..., axa bur bahi jai.. vap hoi jen mur aku ai ni... ❤️❤️❤️congratulations kokaideu

    • @jehershort
      @jehershort 3 роки тому +1

      Ai gan To thik amare mot

  • @fitsinmoy
    @fitsinmoy 5 місяців тому +17

    Atya rati 1.15 bajise okle bisonat pori huni asu... Dusuku nigori ahe.. agor hei prem val powa bor monit porilee❤️❤️❤️❤️😢😢😢😢

  • @mousumisworld7331
    @mousumisworld7331 7 місяців тому +13

    হাতত গিলাছ লৈ থকা দাদা জনৰ পৰা আহিছোঁ 😊 শুনিয়েই আছো, শুনিয়েই আছো.... ❤❤❤ What a lyrics 💘 ভাল পাব খোজো আকৌ এবাৰ 🥰

  • @iMDADUL46
    @iMDADUL46 Рік тому +340

    I don't know if someone will understand or not....but I swear late night deep quotes...then that feeling in your heart that you lost the one who meant then entire world for you..... She's no more with you..... You'll have to see her with someone else...this deep quotes...and just the tale of an untold painful hidden love once which was both sided and now stucked as one sided.... One of the Worst feeling ever....those thousands of imaginations with her....and now just a bliss of nostalgia... I actually don't know to whome I'm speaking all this but now here the time is 12:35am just sleepless nights....some random songs some random images are rooming arround my mind. can't explain...how deep it is!!! Begging god to heal me my tears...hey stranger can you help me

    • @sleepybrain5626
      @sleepybrain5626 Рік тому +6

      You will heal soon.....take care

    • @deepjyootidas
      @deepjyootidas Рік тому +9

      None can help you; only you yourself can.

    • @borahrikta1236
      @borahrikta1236 Рік тому +7

      Your each nd every line... I cn able to relate... It's hard to vanish all those memories 💔

    • @Partha_music
      @Partha_music Рік тому +4

      Stay strong brother❤..God has something better for you🎉❤

    • @pawangogoi7043
      @pawangogoi7043 Рік тому +3

      😭😭

  • @RatneswarNath-ek5qp
    @RatneswarNath-ek5qp 6 місяців тому +25

    মদৰ গিলাচ হাতত লৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি তেখেতে এই গান টোক আৰু জনপ্ৰিয় কৰি তুলিলে। তেখেতৰ হাতত হেই গিলাচ টো আৰু তেখেতৰ হৃদয়স্পৰ্শী সুৰ আৰু কণ্ঠই এই গান টোৰ আমেজ আৰু সুকীয়া কৰি তোলে। কি যে শব্দৰ মায়াজাল । এই গীতটোৰ অন্তৰ্নিহিত অৰ্থই মোক আৰু অধিক আপ্লুত কৰি তোলে । সেই বাবে মই এই গান টোৰ অনুৰাগী হৈ ৰম।
    ভাল পাব খোজোঁ আকৌ এবাৰ❤

  • @Unknownuser1234-c5q
    @Unknownuser1234-c5q Місяць тому +2

    তোমালৈ মনত পৰিলেই গান টো শুনা হয়,,,,,, ভালে থাকা প্ৰিয়(ৰাম)❤️🫀

  • @Pallabi963
    @Pallabi963 9 місяців тому +22

    সদায় সুনো এই গান টো
    হিয়া চুই গৈছে 🥺😫🌏

  • @rimjimgogoi4669
    @rimjimgogoi4669 12 днів тому +2

    Uffff 🥺❤️(vl pbo khuju ako abarr)😩🌷

  • @nervyop5453
    @nervyop5453 3 роки тому +16

    Ai gaan tu xunibole oha xokolu lukoloi naman. Karon apunalukei asol xongeet bhal puwa luk. Mur babe Prabin da Zubeen dar pasor ananya jon... Love you Prabin da

    • @bitu6597
      @bitu6597 3 роки тому +2

      Mr bbeu😊🥰💕

  • @PurnimaSimi
    @PurnimaSimi 4 місяці тому +2

    বহুত ভাল হৈছে শুনিলে শুনি থাকিব মন জায় আমণি নেলাগে ❤❤😊😊

  • @KushalGogoi-d9p
    @KushalGogoi-d9p 7 місяців тому +4

    উফ কি সুন্দৰ গীত । শুনিলে শুনি থাকিবৰ মন যায় ।

  • @kunaltalukdarTSK
    @kunaltalukdarTSK 3 місяці тому +2

    সপোন সপোন লগা কবিতাএটাক সুন্দৰ গানৰ ৰূপ দিয়াৰ বাবে ধন্যবাদ। গীত তোৰ লগত জৰিত সকলোকে সলাগিছোঁ।

  • @anamikabaishya6131
    @anamikabaishya6131 7 місяців тому +10

    Mod khua lora tur video sai song tu bisari bisari aahisu 😍❤️

  • @shivabakti8866
    @shivabakti8866 5 місяців тому +2

    ❤❤❤ ইমান সুন্দৰকৈ শব্দৰ মায়াজালেৰে সজাইছে গানটো।

  • @prasantaboruah4184
    @prasantaboruah4184 7 місяців тому +186

    মোৰ দৰে আৰু কোনে কোনে হেই লৰাজনৰ Viral video টো দেখি গানটো শুনিব আহিলা

  • @RajaGogoi-z5m
    @RajaGogoi-z5m 6 місяців тому +6

    সুন্দৰ এটা মাত্ৰ গীতে এজন গায়কক আজীৱন অমৰ কৰিব পাৰে।

  • @KokiNYt-bgmi
    @KokiNYt-bgmi 2 роки тому +8

    Jidena tai ari jua pist..val akow paboloi mone nujua hol. Thothpiu thkibo lgiboo krubar akhat😌😌😌😌

  • @pranjalbarua5149
    @pranjalbarua5149 10 днів тому +1

    যিমান শুনিলেও হেপাহ নপলাই ও ইমান প্ৰাণ ধালি গাইছা❤

  • @ফিটঅসম
    @ফিটঅসম 7 місяців тому +8

    শব্দৰ কি মায়াজাল❤👍🙏👌

  • @bikashsaikia3355
    @bikashsaikia3355 7 місяців тому +17

    সদায় দৰে আজিও বুকুখন ঠাণ্ডা পেলাই লৈছোঁ😊

  • @barshadas8448
    @barshadas8448 8 місяців тому +11

    তুমি মোৰ নোহোৱা বুলি জানিও কিয় মনটো এ সদায় তোমাকেই বিচাৰে 😢 কিয় তোমাতেই হেৰাই যায় সকলো সপোন 🥺🫂

    • @JitenDas-qf6nl
      @JitenDas-qf6nl 6 місяців тому +2

      তোমাক বহুত val lage mur jana ❤❤

  • @JyotishKakoti
    @JyotishKakoti Місяць тому +7

    This song....omg.....😩😌❤️‍🩹♥️🫂🫀

  • @Motivation17549
    @Motivation17549 Рік тому +7

    গীতটোৰ আৱেগ ভৰা শব্দবোৰে মনটো চুই গ'ল .........❣❣

  • @khitishdeka6557
    @khitishdeka6557 2 місяці тому +1

    অতি সুন্দৰ ,হৃদয় চুই যোৱা এটি গান ।❤

  • @jitumonikalita4664
    @jitumonikalita4664 5 місяців тому +3

    সদাই প্ৰিয় আপুনি ,আৰম্ভণি ৰ পৰা এতিয়া লৈ ,বিশেষ কৈ এইটো গান সুৰ প্ৰিয় ,হেঁপাহ নপলাই শুনিলে ও ❤

  • @MosturaBegum-i3w
    @MosturaBegum-i3w 5 місяців тому +2

    Bht bht vl lge song tu xuni emn dhuniya💗.. Myy Fvrt song🎶❤✨🥀

  • @bestboiii6392
    @bestboiii6392 6 місяців тому +3

    Lyrics,voice and music tiniutar best cmbination.Gantu bohut bhal lagise.

  • @sheikhabdulkayum6988
    @sheikhabdulkayum6988 7 місяців тому +3

    Bohut dhuniya gaisa dei bro manisu tuk❤❤❤❤❤

  • @rajapayeng9174
    @rajapayeng9174 День тому +1

    উম বঢ়িয়া হৈছে ❤🎉

  • @akashnayanmusical251
    @akashnayanmusical251 7 місяців тому +5

    Uff voice ❤️🔥যিমান শুনিলেও আমনি নালাগে❤❤

  • @elvizvloging2712
    @elvizvloging2712 Місяць тому +2

    Bhaiti bht dhuniya gaaisa..
    Agg bari jwa val val gaan bonai..love from rangia...nd all my brothers❤

  • @Bobetkhuman
    @Bobetkhuman 7 місяців тому +101

    Hatot gilaj dhori guwa tu pora kune kune ahisa like kori jaba de

  • @Krisnasaikia-z6i
    @Krisnasaikia-z6i Місяць тому +9

    Bohut bahut val pau gan tu din tut 5bar man hunu

  • @SumanNarah-dj3vq
    @SumanNarah-dj3vq 7 місяців тому +7

    I can't explain about this song................ wonderful lyrics

  • @monalisha067
    @monalisha067 6 місяців тому +4

    My favourite song xodai xunu gaan2 jiman xunileu amoni nalage ❤🥰

  • @labhitasaud3272
    @labhitasaud3272 5 місяців тому +5

    In the era of Nahiba ubhoti i listening to " Val pabo khuju akou ebar " 😌✨

  • @karabiprincydas7266
    @karabiprincydas7266 3 роки тому +9

    Aaioiiii lyrics....... Eman dhuniaaa..... ভাল পাব খোজো আকৌ এবাৰ❤❤❤ তোমাকেই তোমাকেই........ Haaie.... ❤❤

    • @MultimediaTr.
      @MultimediaTr. 2 роки тому

      ঐ! ভাল পাব খোজো আকৌ এবাৰ! ❤️

  • @SamarjitRabha-fg1bh
    @SamarjitRabha-fg1bh 7 місяців тому +20

    Aji a first hunisu 50bar man hunilu bht val lga gaan

  • @abhijitneoglove8921
    @abhijitneoglove8921 7 місяців тому +5

    Modor gilas loiu j eman dhuniya gan gabo pare hei he original gantu hunibo ahilu...bare bare hei j lora tu a guwa line keita hunibo mn goise 😊😊😊❤❤❤❤❤

  • @Bhanitakalita-l2f
    @Bhanitakalita-l2f 9 місяців тому +3

    Mojja lagil gaan tu xuni thakile xuni a thakibor mon jay 💖💗

  • @NILUT359
    @NILUT359 5 місяців тому +12

    Nice voice and most emotional song ❤❤😊😊

  • @kidszone6339
    @kidszone6339 7 місяців тому +4

    Ufffff lyrics ❤ valpabo khuju akou abr😢

  • @MonikaBorgohain-uv7zx
    @MonikaBorgohain-uv7zx 9 місяців тому +5

    ❤❤❤❤সুমধুৰ গীত,আমনি নলগা, শুনি থাকিবই মন❤

  • @nurubaidurrahman927
    @nurubaidurrahman927 11 днів тому +3

    Ufff this song
    Close ur eyes and feel this song ❤❤❤❤

  • @surajitdeka1071
    @surajitdeka1071 7 місяців тому +11

    আৰু এনে গান নবনাবা, কাৰণ আমি এইটো গানকে শুনি থাকিম ❤❤

  • @mainagogoi4836
    @mainagogoi4836 7 місяців тому +22

    আগত গীতটো শুনা নাছিলোঁ যেতিয়া হাতত লৰাটোৱে গিলাছটো লৈ গালে তেতিয়াৰে পৰা পগলা হৈছোঁ।

  • @sudiptabordoloi214
    @sudiptabordoloi214 2 роки тому +6

    Jetia hridoyot karubar babe xosa vl pua thake enkua lyrics aru xurr hridoyr porai njonake ulai pore ojanite🥀❣️ Govir nixa aru ei osrunigora gaanor vaxa...ufff jen jurkoi tumar hatkhon akow ebaroloi khamosi dhori mur galot bulai lom💔 monot pore tumr mukh khon...tmr namote siyori vagori pore eta xomoi t ontorkhone.. montu olp man patol lgi jai🖤......
    Jidina prothom xunisilu gaantu xeidinaw ratitu xekh hoisil tmr namote.. Etiaw xekh hoi ketiaba💔..... Dhonyabad dada gaantu amk diar babe💝

  • @RajoniKalita
    @RajoniKalita 7 місяців тому +13

    গানটো বহুত ভাল লাগে মই টো এতিয়ালৈকে 50 বাৰ মন সুনিলো😊

    • @kiddlynikha
      @kiddlynikha 6 місяців тому +2

      Daily eitu gane huni thakuu

  • @amritchetry6482
    @amritchetry6482 9 днів тому +1

    What a Classical touch....
    Outstanding Prabin bro....

  • @ananyaphukan1312
    @ananyaphukan1312 Рік тому +8

    স্নিগ্ধ সুবাস মিহলি
    প্ৰতিটো শব্দ ।

  • @DeepsikhaDas-n6w
    @DeepsikhaDas-n6w 3 місяці тому +1

    উফ্ফ তোমাতেই হেৰাও মই ধাৰাষাৰ
    কি সুন্দৰ ❤️❤️

  • @sushntbora1563
    @sushntbora1563 3 роки тому +9

    Hart taching ❤ গানতোৰ মাজত নিজক বিচাৰি পায়চো

  • @jyotishmitasaikia6125
    @jyotishmitasaikia6125 Місяць тому +1

    Eman dhuniya gaan tu......wowwww🎵🎶🎵🎶🎵🎶🎶❤❤❤❤

  • @RabhaMissong
    @RabhaMissong 6 місяців тому +3

    খুব সুন্দৰ ।
    ভাল লগা সুৰ, কথা, ,,,,,,,,

  • @kamalray4312
    @kamalray4312 Місяць тому +1

    আগতে গান কেৱল শুনিছিলোঁ এতিয়া গানবোৰ বুজো ❤❤
    উফফ !

  • @Polimitaschannel
    @Polimitaschannel Рік тому +11

    শুনি শুনি হেঁপাহ নপলাই ❤

  • @pranamikaborah3382
    @pranamikaborah3382 6 місяців тому +2

    Ki je dhuniya❤ bare bre xuni thkibo mn jai❤

  • @pankajjyotibora8166
    @pankajjyotibora8166 3 роки тому +29

    হৃদয় স্পৰ্শ কৰি যোৱা শব্দবোৰ ।

  • @mixturepj3377
    @mixturepj3377 11 днів тому +1

    Bhal pabo khuju akow abar❤

  • @SandhaPathak
    @SandhaPathak 3 місяці тому +3

    Nice song👍 i love this song ❤

  • @anbassamesvideo3295
    @anbassamesvideo3295 Місяць тому +1

    Aii gan Tu khunile mon Tu bhal lagi jaii

  • @DipankorBora-qo5xv
    @DipankorBora-qo5xv 7 місяців тому +8

    8Tar pora etia 11ta bajise ekerahai huni asu bht val lagise mnt pore tailoi val2 etiao pao tai j ako muk pai take vabi thaku moi thank u probin da ❤️🥰

    • @PaporichetiaPapori
      @PaporichetiaPapori 6 місяців тому

      Moi bortoman huni asu,11 bar hoisege aru sau kiman bar hunibo paru eketa kei huni thakibo❤❤

    • @DipankorBora-qo5xv
      @DipankorBora-qo5xv 6 місяців тому

      ​@@PaporichetiaPaporiAjio hunib ahisu ako bht baror karne

    • @DipankorBora-qo5xv
      @DipankorBora-qo5xv 4 місяці тому

      ​@@PaporichetiaPaporinkb aru gaan2 bht val lage zubeen da mousam da pasote jodi neel da pasote jodi kunuba apun heijonei hl prabin borah ❤️

  • @pradipbiswas282
    @pradipbiswas282 4 місяці тому +2

    Bohut val lage gaantu so emotional video❤❤

  • @MainiBora-r6e
    @MainiBora-r6e Місяць тому +3

    Uff lovely song 😮😮❤❤

  • @RupamSarmah-f6w
    @RupamSarmah-f6w 2 місяці тому +1

    Waoo 🎉 ki xundor gan val lagi gol ❤

  • @rivaldodas5118
    @rivaldodas5118 Місяць тому +3

    Heart touching song but very nice ❤

  • @dharitrisonar353
    @dharitrisonar353 26 днів тому +2

    So nice song really👌❤

  • @kalpanadeka4013
    @kalpanadeka4013 Рік тому +5

    Katiyaba andhar hoi thaki leu ei git ti xunile puhor hoi jai✨

  • @Anilifestyle1
    @Anilifestyle1 Місяць тому +1

    Jibonr anekua ata anuvab hol j tumi mur protham ankua prem jar karone mur mone namane blgr karubar usrt jabo ❤❤miss you deha❤

  • @neetukakoti9681
    @neetukakoti9681 3 роки тому +59

    Loved the lyrics and the best part- classical touch in a modern composition.

  • @PromikaRabhaPRabha
    @PromikaRabhaPRabha 7 місяців тому +2

    Hatot gilas loi gowa dada jonor pora ganto bisari ahiso.. ❤❤ bohut val gan❤❤

  • @bijitmotovlog
    @bijitmotovlog 5 місяців тому +12

    Mur dore Kune Kune gaan tu xodai xuna❤

  • @pranjalnath8278
    @pranjalnath8278 7 місяців тому +2

    Bhut vl lgise dada jonr porahe gm plu emn dhuniya

  • @binod7478
    @binod7478 7 місяців тому +3

    Ohh কিমান সুন্দৰ কথা ।

  • @_miss._.ankuu_
    @_miss._.ankuu_ 4 місяці тому +2

    সদায় শুনিও হেপাঁহ নপলোৱা গানতো এইটো❤৷ সচায় কি সুন্দৰ কন্ঠ ৷ সদায় শুনো বুলি কলেও ভুল নহব নিকি😊

  • @ChinmoyeeSonowal-qf9je
    @ChinmoyeeSonowal-qf9je 2 місяці тому +4

    Dhuniaa❤❤‍🩹😘

  • @MridulKoch-u5c
    @MridulKoch-u5c 2 місяці тому +2

    ইমান ধুনিয়া গান এটা আচে জে জনাই নাচিলো ।গিলাচ লোৱা ল'ৰা জনৰ পৰা হে জানিলো।

  • @porigogoi5994
    @porigogoi5994 6 місяців тому +5

    সেই লৰাতোৰ পৰা

  • @rabindracreated864
    @rabindracreated864 7 місяців тому +2

    ওফ কিনো কম আৰু কবলৈ ভাষাৰ অভাৱ হৈছে।❤❤❤

  • @Rahulphangcho-o7u
    @Rahulphangcho-o7u 5 місяців тому +3

    Mur jibon obostha thik ai dore😢😢 valpabo khuju akou abar😢😢 ubhoti aha O 😭😭