Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ৰুবুল বৰা ডাঙৰীয়ালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। সুন্দৰ , আগুৱাই যাওক আৰু বহু দুৰলৈ ।
বিপুল চেতিয়া ফুকন গানটো আকৌ শুনিলোঁ আজি ,ধুনীয়া লাগিল
💝💝💝
Nibhaj hridoyar pora ulai aha ai geetbur.hajarbar shunileu hepah nopolai.assamiya jatir itihash jiliki thakk aigeetburt.dada 1990 bihu geet dibasun.rangdhali keset to shuniboloi pambuli asha korilu.
আছল বিহ এইবোৰ হে জত অসমীয়া ইতিহাস জৰিত ধণ্যবাদ।
Beautiful bihusongVerygood. Thanks.
Bahut bahut dhoinyabaad dada...10 nmbr bihu2 bisari asilu
আকৌ এবাৰ বহু দিনৰ মূৰত শুনি ভাল লাগিল👍👍👍👍👍👍👍👍👍
No 9 gan tu bisari furisilu aji palu thn u
Moja
❤ nice bro
❤❤❤
Bahut val lage,,old is gold
❤❤❤. 😂😂😂. ❤❤❤
"ও ভনী অঞ্জলি" এই গানটো আচুৰ্য দাদাৰ গানত শুনি মা কৈছিল এইটো পুৰণা গান তেতিয়াৰ পৰা বিচাৰি আছিলোঁ কিন্তু পোৱা নাছিলোঁ আজি পাই গলো বহুত বহুত ধন্যৱাদ
পোৰানিক গান বোৰ ভাল লাগে । আগৰগান বোৰৰ কতে নহয় ! আৰু শুনিব পাম বুলি আশা থাকিল ককাই
অ ভনী অঞ্জলী বিহু গানটো সুকীয়াকৈ দিবচোন। এইটো বেছি ভাল পাওঁ শুনি। সৰুতে শুনিছিলোঁ, বহুত বছৰৰ মূৰত শুনিবলৈ পালোঁ গানটো।
Bihari Gan tu basi Val lageBihari aselu Pari golu. Dai....super
Beautiful song
RUBUL BORA. 🥰🥰
Val lagise
03 aaru 10 no gaan duti huniboloi paai bhal lagil
Nil aakasat ure Ganga siloni gaan 2 uplod dib
ভাল লাগে পুৰনি গীতবোৰ শুনি পাৰিলে আৰু দিব
❤
ৰুবোল দা আপোনাৰ পৰিচালিত ফাগুণী 1992 বিহুগীত কেইটা ইউটিউবত পাৰিলে আপলোড কৰি দিবছোন
ৰুবুল দা ,বিমান দা ৰ দৰে বিহু লিখিব পৰা kunuba মানুহ আছে নেকি anybody challenge ❤️❤️🙏
আছে । অনুপম শইকীয়া
Dada Nipul Dutta kalita r Pat gabhru cassette r bihu geet kaita diboaun
God bless you Rubulda.
Thanks.
6 no gan2
I most like these also bihu Songs
১০ নম্বৰ গীতটো ''অ ভনী অঞ্জলি,, আপলোড কৰা বাবে আপোনাক কি বুলি ধন্যবাদ দিম ভাষা বিচাৰি পোৱা নাই । মোৰ অতিকৈ প্ৰিয় এইটো গীত ।
❤️
কিমান ভাল লাগে এনে গীত বোৰ ভাষাৰে বুজাব নোৱাৰোঁ ভৱিষ্যতে আৰু আশা কৰিলো।
ৰুবুলদা আপোনাৰ পৰিচালনাত ৯৬ চনত ওলোৱা লোপামুদ্ৰা প্ৰডাকচনৰ বৰদৈচিলা ৯৬ কেছেটখনৰ গীতকেইটা দিবছোন।
প্ৰিয় গীতকেইটা আপলোড কৰাৰ বাবে ধন্যবাদ ।
'নীল আকাশত উৰা মাৰে গংগা চিলনী, কবানে বাৰু তুমি মৰমী ভাল পাওঁ বুলি' বুলি সৰুতে বিহু গীত এটা শুনিছিলোঁ। বৰ ভাল পাওঁ গানটো। কিন্তু এতিয়া পাবলৈ নাই। পাৰিলে শুনাচোন গানটো। বৰ মন গৈছে শুনিবলৈ। কোনখন কেছেটৰ গান আছিল পাহৰিলোঁ।
সোণালী
@@taichandangogoi269 আপোনাৰ ওচৰত আছে যদি দিবচোন আৰু কোন চনৰ আছিল সোণালী কেছেটখন?
@@ms5971 95 নহলে 94ৰ হব চাগে
@@ms5971 মোৰ লগত নাই । সোন প্ৰডাকচনে অহাবছৰলৈ গানটো এৰিব চাগে ! শুনিবলৈ পাম , মইও বহুত আশা কৰি আছো সেই গানটোক লৈ
@@taichandangogoi269 অঁ।
মই কৰ্ণ কান্ত মহন্ত। তিনিচুকীয়া জিলাৰ।বৰাদেউ আমাৰ দিনৰ গীত শুনি আকৌ আগৰ দিনৰ কথা কিছুমানে বৰকৈ আমনি কৰিছে।বৰ ভাল পাইছোঁ। আপোনাক অশেষ ধন্যবাদ। আপোনাৰ গীত এতিয়াও বহু বাকী আছে।সেইবোৰো দিব আশা কৰিলো।
অতীতক নাযাবা পাহৰি বোলা কথাষা খাতিছে! সচাঁকৈ লাহে লাহে ভটিয়াই গৈছো ভাল লাগিছে!
Nice 👍👍
Old is gold heavy song rubul da
zz***$zzd*Die selfde tyd
দাদা পাৰিলে পুৰণা গীতাঞ্জলি কেছেটৰ বিহুগীত কেইতা শুনাব
আপোনাৰ গীত সমূহ চিৰ যুগমীয়া কেতিয়াও ঘূণে নধৰে প্ৰতিজন অসমীয়াৰ মন জোৰ পৰে
Rubul da nice song
Rubul da Bohagi molya casstr bihu songs aplod Dib
Old song always diamond .
ৱাহ । কি এলবাম ?
গীত খিনি আপলোড দিয়াৰ বাবে ধন্যবাদ ককাইদেউ
1st kmc da gan2 again upload
গানবোৰ দিয়াৰ বাবে অশেষ ধন্যবাদ ককাইদেউ । ১০নম্বৰ গানটো অকলশৰে দিবচোন
এই বিহুৰ বতৰত ভিতালী বালে বৰকে মনত পৰিছে। তুমি য'তেই আছা সুখে থাকা।
সুন্দৰ বিহু গীত শুনি ভাল লগা গীত ৰুবুল দা
Superb......❤️❤️
nice
দ কৈ পথাৰত বিহু টো আকৌ আপলোড কৰিব ৰুবোল দা ।
মৰম দিম অ তৰা মাই চেনেহ দিম আৰু মৰহা গোলাপ পাহি কোনে আদৰ কৰিব আকাশৰ চন্দমাৰে পোহৰত এই গান কেটাও দিব চোন
এই গিতবিলাক চিৰদিনলৈ সুনি থাকিম
ধন্যবাদ।
অ সোনালী সোণবৰনীয়া ৰঙা ওঠত কি হাঁহি বুলালি এই গানটো Upload দিব ৷
শাওনৰে পথাৰত ভূঁই ৰুব জানানে, আঘোন মাহত পথাৰত ধান দাব জানানে....এই বিহু গীতটো পাৰিলে দিবছোন
Very nice
Rubul da faguni cassate r gaan keita diok na
এই বোৰ বিহু গীত শুনিলে বুকু খনৰ কোনোবা এটি কোণ বৰকৈ বিষাব ধৰে।৯০ দশকৰ বিহু গীত আজি কালিৰ বিহু গীতে একো পাত্তাই নাপায়।
গোলাপ ফুলৰ বাগিছা, অ নবৌ ভিতৰত কি কৰিছা, গানটো আপলোড কৰিব।
Nice faguni r diok na
বিপুল চেতিয়া ফুকনৰ বিহু গীত শুনিবলৈ পামনে।
ৰঙা নীলা ছাতি লৈ শুনিবনেকি?
Dyok rubul da
Every song is so beautiful....
Brahmaputra balite tumar naam likhi rakhim gaanto dibasun.
Ase mur tat
@@sssaikia4335 oo.dib akoo.moi ai bihu geet to bohut bhal Pau.
@@ritamonibhuyan1116 contect namber nohole knke dim...
@@ritamonibhuyan1116 ৯৮৬৪
@@ritamonibhuyan1116 ৪২০১
😂
Sweatsong.foreveryone.
দাদা,, আপোনাৰ cont. No টো দিবনেকি??
Phlxv
1st n 9th song to upload koribo soon
Eibur ha axol bihu......
Nice
ৰুবুল বৰা ডাঙৰীয়ালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। সুন্দৰ , আগুৱাই যাওক আৰু বহু দুৰলৈ ।
বিপুল চেতিয়া ফুকন গানটো আকৌ শুনিলোঁ আজি ,ধুনীয়া লাগিল
💝💝💝
Nibhaj hridoyar pora ulai aha ai geetbur.hajarbar shunileu hepah nopolai.assamiya jatir itihash jiliki thakk aigeetburt.dada 1990 bihu geet dibasun.rangdhali keset to shuniboloi pambuli asha korilu.
আছল বিহ এইবোৰ হে জত অসমীয়া ইতিহাস জৰিত ধণ্যবাদ।
Beautiful bihusong
Verygood. Thanks.
Bahut bahut dhoinyabaad dada...10 nmbr bihu2 bisari asilu
আকৌ এবাৰ বহু দিনৰ মূৰত শুনি ভাল লাগিল👍👍👍👍👍👍👍👍👍
No 9 gan tu bisari furisilu aji palu thn u
Moja
❤ nice bro
❤❤❤
Bahut val lage,,old is gold
❤❤❤. 😂😂😂. ❤❤❤
"ও ভনী অঞ্জলি" এই গানটো আচুৰ্য দাদাৰ গানত শুনি মা কৈছিল এইটো পুৰণা গান তেতিয়াৰ পৰা বিচাৰি আছিলোঁ কিন্তু পোৱা নাছিলোঁ আজি পাই গলো
বহুত বহুত ধন্যৱাদ
পোৰানিক গান বোৰ ভাল লাগে । আগৰগান বোৰৰ কতে নহয় ! আৰু শুনিব পাম বুলি আশা থাকিল ককাই
অ ভনী অঞ্জলী বিহু গানটো সুকীয়াকৈ দিবচোন। এইটো বেছি ভাল পাওঁ শুনি। সৰুতে শুনিছিলোঁ, বহুত বছৰৰ মূৰত শুনিবলৈ পালোঁ গানটো।
Bihari Gan tu basi Val lage
Bihari aselu Pari golu. Dai....super
Beautiful song
RUBUL BORA. 🥰🥰
Val lagise
03 aaru 10 no gaan duti huniboloi paai bhal lagil
Nil aakasat ure Ganga siloni gaan 2 uplod dib
ভাল লাগে পুৰনি গীতবোৰ শুনি পাৰিলে আৰু দিব
❤
ৰুবোল দা আপোনাৰ পৰিচালিত ফাগুণী 1992 বিহুগীত কেইটা ইউটিউবত পাৰিলে আপলোড কৰি দিবছোন
ৰুবুল দা ,বিমান দা ৰ দৰে বিহু লিখিব পৰা kunuba মানুহ আছে নেকি anybody challenge ❤️❤️🙏
আছে । অনুপম শইকীয়া
Dada Nipul Dutta kalita r Pat gabhru cassette r bihu geet kaita diboaun
God bless you Rubulda.
Thanks.
6 no gan2
I most like these also bihu Songs
১০ নম্বৰ গীতটো ''অ ভনী অঞ্জলি,, আপলোড কৰা বাবে আপোনাক কি বুলি ধন্যবাদ দিম ভাষা বিচাৰি পোৱা নাই । মোৰ অতিকৈ প্ৰিয় এইটো গীত ।
❤️
কিমান ভাল লাগে এনে গীত বোৰ ভাষাৰে বুজাব নোৱাৰোঁ ভৱিষ্যতে আৰু আশা কৰিলো।
ৰুবুলদা আপোনাৰ পৰিচালনাত ৯৬ চনত
ওলোৱা
লোপামুদ্ৰা প্ৰডাকচনৰ বৰদৈচিলা ৯৬ কেছেটখনৰ গীতকেইটা দিবছোন।
প্ৰিয় গীতকেইটা আপলোড কৰাৰ বাবে ধন্যবাদ ।
'নীল আকাশত উৰা মাৰে গংগা চিলনী, কবানে বাৰু তুমি মৰমী ভাল পাওঁ বুলি' বুলি সৰুতে বিহু গীত এটা শুনিছিলোঁ। বৰ ভাল পাওঁ গানটো। কিন্তু এতিয়া পাবলৈ নাই। পাৰিলে শুনাচোন গানটো। বৰ মন গৈছে শুনিবলৈ। কোনখন কেছেটৰ গান আছিল পাহৰিলোঁ।
সোণালী
@@taichandangogoi269 আপোনাৰ ওচৰত আছে যদি দিবচোন আৰু কোন চনৰ আছিল সোণালী কেছেটখন?
@@ms5971 95 নহলে 94ৰ হব চাগে
@@ms5971 মোৰ লগত নাই । সোন প্ৰডাকচনে অহাবছৰলৈ গানটো এৰিব চাগে ! শুনিবলৈ পাম , মইও বহুত আশা কৰি আছো সেই গানটোক লৈ
@@taichandangogoi269 অঁ।
মই কৰ্ণ কান্ত মহন্ত। তিনিচুকীয়া জিলাৰ।বৰাদেউ আমাৰ দিনৰ গীত শুনি আকৌ আগৰ দিনৰ কথা কিছুমানে বৰকৈ আমনি কৰিছে।বৰ ভাল পাইছোঁ। আপোনাক অশেষ ধন্যবাদ। আপোনাৰ গীত এতিয়াও বহু বাকী আছে।সেইবোৰো দিব আশা কৰিলো।
অতীতক নাযাবা পাহৰি বোলা কথাষা খাতিছে! সচাঁকৈ লাহে লাহে ভটিয়াই গৈছো ভাল লাগিছে!
Nice 👍👍
Old is gold heavy song rubul da
Thanks.
zz***$zzd*Die selfde tyd
দাদা পাৰিলে পুৰণা গীতাঞ্জলি কেছেটৰ বিহুগীত কেইতা শুনাব
আপোনাৰ গীত সমূহ চিৰ যুগমীয়া কেতিয়াও ঘূণে নধৰে প্ৰতিজন অসমীয়াৰ মন জোৰ পৰে
Rubul da nice song
Rubul da Bohagi molya casstr bihu songs aplod Dib
Old song always diamond .
ৱাহ । কি এলবাম ?
গীত খিনি আপলোড দিয়াৰ বাবে ধন্যবাদ ককাইদেউ
1st kmc da gan2 again upload
গানবোৰ দিয়াৰ বাবে অশেষ ধন্যবাদ ককাইদেউ । ১০নম্বৰ গানটো অকলশৰে দিবচোন
এই বিহুৰ বতৰত ভিতালী বালে বৰকে মনত পৰিছে। তুমি য'তেই আছা সুখে থাকা।
সুন্দৰ বিহু গীত শুনি ভাল লগা গীত ৰুবুল দা
Superb......❤️❤️
nice
দ কৈ পথাৰত বিহু টো আকৌ আপলোড কৰিব ৰুবোল দা ।
মৰম দিম অ তৰা মাই চেনেহ দিম আৰু মৰহা গোলাপ পাহি কোনে আদৰ কৰিব আকাশৰ চন্দমাৰে পোহৰত এই গান কেটাও দিব চোন
এই গিতবিলাক চিৰদিনলৈ সুনি থাকিম
ধন্যবাদ।
অ সোনালী সোণবৰনীয়া ৰঙা ওঠত কি হাঁহি বুলালি এই গানটো Upload দিব ৷
শাওনৰে পথাৰত ভূঁই ৰুব জানানে, আঘোন মাহত পথাৰত ধান দাব জানানে....এই বিহু গীতটো পাৰিলে দিবছোন
Very nice
Rubul da faguni cassate r gaan keita diok na
এই বোৰ বিহু গীত শুনিলে বুকু খনৰ কোনোবা এটি কোণ বৰকৈ বিষাব ধৰে।৯০ দশকৰ বিহু গীত আজি কালিৰ বিহু গীতে একো পাত্তাই নাপায়।
গোলাপ ফুলৰ বাগিছা, অ নবৌ ভিতৰত কি কৰিছা, গানটো আপলোড কৰিব।
Nice faguni r diok na
বিপুল চেতিয়া ফুকনৰ বিহু গীত শুনিবলৈ পামনে।
ৰঙা নীলা ছাতি লৈ শুনিবনেকি?
Dyok rubul da
Every song is so beautiful....
Brahmaputra balite tumar naam likhi rakhim gaanto dibasun.
Ase mur tat
@@sssaikia4335 oo.dib akoo.moi ai bihu geet to bohut bhal Pau.
@@ritamonibhuyan1116 contect namber nohole knke dim...
@@ritamonibhuyan1116 ৯৮৬৪
@@ritamonibhuyan1116 ৪২০১
😂
Sweatsong.foreveryone.
দাদা,,
আপোনাৰ cont. No টো দিবনেকি??
Phlxv
1st n 9th song to upload koribo soon
Eibur ha axol bihu......
nice
Nice