Це відео не доступне.
Перепрошуємо.

মই বিপদত পৰিলোঁ, অন্য ৰূপত বানসাহায্য বিচাৰি Social Experiment Gone Emotional 🥹

Поділитися
Вставка
  • Опубліковано 10 лип 2024
  • #nomotabiya #assamflood #socialexperimentassam
    বানসাহায্য - • বানপানীয়ে সকলো শেষ কৰি...

КОМЕНТАРІ • 1,5 тис.

  • @biplobkonwar
    @biplobkonwar Місяць тому +224

    সময় গগৈক বাদ দি তোমাৰ দৰে যদি অসমৰ আন ডাঙৰ ডাঙৰ UA-cam ৰ কেইজনো হল হয় হয়টো আজি বানাক্ৰান্ত লোক সকলে এখাজ ভালকৈ খাবলৈ পালে হয় ।।
    ধন্যবাদ ৰাইজক ইমান খিনি সহায় কৰাৰ বাবে ।
    আগুৱাই যোৱা তুমি । জয় আই অসম ❤

    • @user-sl3qy4qc9n
      @user-sl3qy4qc9n Місяць тому +2

      Right lines,💯

    • @onlinelovestoriesworldwide8215
      @onlinelovestoriesworldwide8215 Місяць тому +4

      Biplob, when you offer something with your right hand, you won't let your left hand to know. Here, this guy is promoting his channel and views as well. These people are called Content creators but they try to label themselves as Motivators or Influencers.

    • @MohanPanging-zq1vq
      @MohanPanging-zq1vq Місяць тому +2

      ❤❤❤ from demow

    • @theprincethapa1521
      @theprincethapa1521 Місяць тому +1

      Right

    • @sumonsaikia2575
      @sumonsaikia2575 Місяць тому

      Thank you🙏

  • @RashmiKonwar
    @RashmiKonwar Місяць тому +41

    কিছুমানে এই বানপীড়িত সময়তো সাহাৰ্য্য তোলাৰ নামত দুৰ্নীতি কৰে অ বেটা । সেই বাবেও বহুতে নিদিব পাৰে । তোমাৰ লগতে তোমাৰ ভাই বন্ধু কেইজনলৈ বহুত মৰম আৰু ধন্যবাদ জনালোঁ ।

  • @Ramdhenu_Zg
    @Ramdhenu_Zg Місяць тому +99

    5:23 পৰমা দা আপোনাক বেয়াকৈ কব লওতে মুখ পাতি ধৰা লৰা জনক সঁচাকৈ কিবা এটা ভাল লাগিল , হেই মানুহটোক লৰা জনে প্ৰত্যেক টো কথাত মুখ পাতি ধৰিছে , সঁচাকৈ বন্ধু ❤.......এনেকে সকলো অসমীয়া একলগ হৈ থাকিলে কোনো অনা অসমীয়াই আমাক তই বুলি কবলৈ সাহস কৰিব নোৱাৰে ।

  • @krishnagogoi301
    @krishnagogoi301 Місяць тому +68

    সুন্দৰ পদক্ষেপ। মন্দিৰলৈ চাকিৰ থালি লৈ যোৱা মানুহ গৰাকীয়ে অন্তত কিবা এটা দিব লাগিছিল তেতিয়া তেওঁ আশীৰ্বাদ পালে হেঁতেন।

  • @krishnamonibaruah6801
    @krishnamonibaruah6801 Місяць тому +206

    বিহাৰিটোক ভাল শিক্ষা দিলে 👍👍👍

    • @rupam5646
      @rupam5646 Місяць тому +9

      Pitibo lagisil

    • @Tcr796
      @Tcr796 Місяць тому

      Gosoki gu bahir kori dibo lagisil , bihari kukur tuk

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu Місяць тому

      বিহাৰী জ**ৰা সুপাক পিতিব লাগে ।

    • @gunamonigunamoni5652
      @gunamonigunamoni5652 Місяць тому +2

      Right🤜

    • @Raktim_FF_Gamer
      @Raktim_FF_Gamer Місяць тому

      ৱাগাল ********মাৰানি ❤❤❤❤দাদা😊😊

  • @brojenrajkhowa2860
    @brojenrajkhowa2860 Місяць тому +56

    সুন্দৰ পদক্ষেপ পৰমা
    আগুৱাই যোৱা ভগৱানে কুশলে ৰাখক

  • @HemontaKalita-lb6pr
    @HemontaKalita-lb6pr Місяць тому +28

    আমাৰ শিৱসাগৰত জাৱৰ কিছুমান আছে মানে। দিয়া সকল সদায় ভালে থাকক

  • @bijunath99
    @bijunath99 Місяць тому +5

    অতি সুন্দৰ পদক্ষেপ । যি সকলৰ ঘৰ বানত দুবিছে হেইসকলে হে জানে কিমান দুখত জীয়াই আছে 🥺

  • @Infentry_soldier
    @Infentry_soldier Місяць тому +27

    Ata kotha mon korilu kintu 😊😢Amar nisina dukhia manuh bure hain Hahajya dise ❤ Yeat Dhoni bure Olopu Response Nidie 😢😢

  • @user-xo2dm2lh2y
    @user-xo2dm2lh2y Місяць тому +75

    বৰ ভাল কাম কৰিছা পৰমা ভাইতি😢😢😢😢

  • @Teetekomising
    @Teetekomising Місяць тому +19

    জীৱনত এইটোৱে বোল 😢 কিছুমান থাকিলেও নিদিয়ে কিন্তু কিছুমান ৰ নায়েই হ'লেও দিছে😢😢

  • @birengogoi9499
    @birengogoi9499 11 днів тому

    কিছু,, পলমকৈ ভি ডি অ'টো চালোঁ। এটা কথাই কম - হিন্দী ভাষীটোৰ কথা কেইটা শুণি হে তেজ গৰম উঠি গ'ল। অসমত বহিৰাগতৰ কেউফালৰ পৰা উৎপাত হৈছে যেন লাগে। ইহঁতৰ ওপৰত ব্যৱস্থা ল'ব হ'ল।
    সুন্দৰ প্ৰদক্ষেপ পৰমা গগৈ। ভাল লাগিল,,ভি ডি অ'টোৰ যোগে মহৎ উদ্দেশ্য সাধন কৰা বাবে 🙏🙏

  • @manashhazarika6769
    @manashhazarika6769 Місяць тому +71

    নিনজা টেকনিকত কেইটকা মান উঠিলে । যি সকলে কেৱল কেমেৰা দেখি কিবা এটা দিছে সেই সকল সচাকৈ সমাজৰ বাবে চিন্তা কৰা মানুহ নহয় ।

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD Місяць тому +24

    বহুত বেছি কষ্ট কৰিছে বানপিৰিত মানুহখিনিক অলপ মান হলেও সহায় কৰিবলৈ.. ধন্যবাদ আপোনাক আৰু আপোনাৰ বন্ধুবৰ্গক 👍

  • @ncnasir7396
    @ncnasir7396 Місяць тому +8

    সেই মানুহ জনে যদি আপোনাক কিবা কৰিলে হৈ আমি ইয়াৰ পৰা গৈ যি ব্যৱস্থা কৰিব লাগে তাক আমি কৰিলো হৈ। হয়তো তাই বুজি পোৱা নাই আপুনি কি কৰি আছে। হ'ব দিয়া এজন দুজন মানুহ এনেকুৱায়েই হয়।..... সুন্দৰ পদক্ষেপ। ধন্যবাদ দাদা।

  • @bipulkr9985
    @bipulkr9985 Місяць тому +2

    সুন্দৰ পদক্ষেপ। ভাল লাগিল। সহায় কৰিব নোৱাৰি দুঃখিত। লগ পোৱা হেঁতেন বানপীড়িত সকলৰ বাবে কিবা এটা দিলোঁহেঁতেন। তথাপি আমাৰ ইয়াতে দিম।

  • @Jyotirmoytalukdar0
    @Jyotirmoytalukdar0 Місяць тому +17

    বৰ সুন্দৰ পদক্ষেপ দেই৷ ভাল লাগিল৷ কিন্তু আজিৰ এই দিনতো কিছুমান মানুহৰ স্বভাৱ-চৰিত্ৰ, মানসিকতা দেখি আচৰিত হ’লো৷ বাকী সহায় কৰা সকলোলৈ অন্তুৰৰ পৰা ধন্যবাদ জনাইছোঁ৷

  • @LAKHYA_ZG
    @LAKHYA_ZG Місяць тому +3

    যি নাইদিয়া বা নাই বুলি কৈ আঁতৰি গুছি গৈছে। তেখেত সকলে মানৱীয়তা কি বুজি কে নাপাই । কিন্তু আপুনি এইটো বহুত বহুত ভাল কাম কৰিছে। আপোনাৰ নিজৰ কাৰনে নহয় ৰাইজৰ কাৰণে চিন্তা কৰিছে।আপোনাক বহুত বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভগৱানে ভালে ৰাখক সদায়।❤

  • @user-kb1to6cm5o
    @user-kb1to6cm5o Місяць тому +5

    ধুনীয়া পদক্ষেপ পৰমা দা,,, বহুত ভাল শিক্ষা পাইছে জনগণে ।❤

  • @pranatidutta-sb3oj
    @pranatidutta-sb3oj 21 день тому

    প্ৰকৃত মানুহ হিচাপে তুমি বিপদৰ বন্ধু । ভগবানে ভালে ৰাখক আশীৰ্বাদ থাকিল পৰমা🎉

  • @sibuboruah6240
    @sibuboruah6240 Місяць тому +31

    গগৈ বান পিৰিত মানুহক সহায় কৰা বাবে ভগৱানে তোমাক তথা তোমাৰ লগত থকা কেইজনক আৰু ভালকৈ জীয়াই ৰাখক। আৰু এই video টোত বুজা গল যে দুখিয়াই হে দুখীয়াৰ দুখ বুজা গল , নহই জানো.....???

  • @PRINCE_BITU_SC
    @PRINCE_BITU_SC Місяць тому +12

    Hundor❤😢 aji দিনৰ manuh😢😢 ki যে হব গৈ ase পৃথিৱী khon😢😊

  • @SubhashGogoi-gc9uv
    @SubhashGogoi-gc9uv Місяць тому +1

    বিহাৰি ক ভাল শিক্ষা দিলে । কেলা লেবেল দিৱ আহিছে অসম হয় বিহাৰী দপদপনি‌ নচলিৱ ইয়াত 🫱 ভালক ভালকৈ কম জয় আই অসম ✊ parama da aru aguwai jok apuni ❤❤

  • @visionarylife1380
    @visionarylife1380 Місяць тому

    বহুত বহুত ধন্যবাদ আপোনাক। ভূপেন হাজৰিকা দেৱে কৈ যোৱাৰ নিচিনা সঁচাকৈয়ে আপোনাৰ যোগেৰে আজি ভালকৈয়ে উপলব্ধি হৈছে যে মানুহে মানুহৰ বাবে।

  • @ridepsaikiab8789
    @ridepsaikiab8789 Місяць тому +4

    অসমীয়া সদাই অসমীয়াৰ বাবে মৰিব সাজু হৈ থাকে ❤জয় আই অসম ❤

  • @tulugogoi388
    @tulugogoi388 Місяць тому +10

    পৰমাৰ বাবে এটা 👍👍👍👍👍👍

  • @junsaikia3503
    @junsaikia3503 Місяць тому +15

    মন্দিৰত অহা মানুহ কেইগৰাকী মানসিকতা টো দেখিলোঁ। এইবোৰ মানুহ সমাজৰ অৰ্বজনা

  • @joyprakashtamuli4627
    @joyprakashtamuli4627 27 днів тому

    আদৰ্শ হৈ ৰোৱা। বহুত ধন্যবাদ।

  • @Dragonn2.0
    @Dragonn2.0 Місяць тому +12

    12:45 ভালনে । নহয় কিবা এটা দি দিছো 💗 ভাল লাগিলে । পৰমা ককাইদেউ 💗

  • @Op_view138
    @Op_view138 Місяць тому +2

    দাদা OK আছে❤❤❤ ভাল কাম কৰিছে ❤আপুনি যে এনেকুৱা কাম কৰিছে ভাল লাগিল আৰু আমি আপোনাক এনেকৈ মৰম দি থাকিম❤❤❤❤❤

  • @sanjibsaikia792
    @sanjibsaikia792 Місяць тому +2

    Bohot val kaam.mon2 bohot val lage eibur dekhily.muru dibo mon jai kiba ata

  • @nayanjyotiduwarah9697
    @nayanjyotiduwarah9697 Місяць тому +4

    Bohut vl Kam korisa vogobane apunk bohut hokti diok

  • @user-sy2hu6dq2v
    @user-sy2hu6dq2v Місяць тому +15

    Police sir jonor acting highest bhal lagise 😂😂

  • @sibanathburagohain7573
    @sibanathburagohain7573 26 днів тому

    অসমীয়া ই অসমীয়াৰ শত্ৰু সেইবাবেই আনে সুবিধা লৈছে ধন্যবাদ।

  • @psibomkotoky6824
    @psibomkotoky6824 21 день тому

    I used to enjoy his videos. But after watching this video, I became a fan. Thank you for this video.

  • @deepjyotigogoi1885
    @deepjyotigogoi1885 Місяць тому +9

    Hundar 👍

  • @nayanjyotibaro2655
    @nayanjyotibaro2655 Місяць тому +3

    বহুত ভাল কাম কৰিছা দাদা আপুনি ।
    Love you 💞 dada

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 Місяць тому

    আপোনালৈ শুভেচ্ছা থাকিল ধন্যবাদ।

  • @namitarabha1470
    @namitarabha1470 28 днів тому

    Bohut val Kam korisa Bhai Ane asomt val manu proyajot

  • @jitenbora745
    @jitenbora745 Місяць тому +6

    কিছুমান মুখা পিন্ধা ভদ্ৰ দেখা পালো। বাকী ধন্যবাদ❤😊

  • @itspritamdas7338
    @itspritamdas7338 Місяць тому +21

    কাম কৰি খাৱ পৰা হাত - ভৰি থকা মানুহে পইচা খুজিলে মই কেতিয়াও নিদিও! বাবা ৰূপ লয় অহা কেইজনক টো দি এ পোৱা নায়!
    বাকি ভিডিও টো বহুত ভাল লাগিল! 🎉❤

    • @USER-RAJBONGSHI
      @USER-RAJBONGSHI Місяць тому +3

      Brother eyat bikkha eykarne luwa hoise j baan xahaitjo kiba dibor krne kuno hath bhorir kotha nahain buisane

    • @itspritamdas7338
      @itspritamdas7338 Місяць тому

      @@USER-RAJBONGSHI I know brother ! Porma da logot je lagile tolot bohi thoka jonor kotha koisu!

    • @apscupsc-o9t
      @apscupsc-o9t Місяць тому

      Tohotor jagat বানপানী হলে গম পাবা কেনে লাহে coment কৰা easey

    • @itspritamdas7338
      @itspritamdas7338 Місяць тому

      @@apscupsc-o9t aasre 😆 moi ki koisu vall koi porha porma dar kotha kowa nai moi!

    • @apscupsc-o9t
      @apscupsc-o9t Місяць тому

      @@itspritamdas7338 atcha da moi sosma pinda nasilu

  • @user-bv3wd5rv1v
    @user-bv3wd5rv1v 11 днів тому

    বহুত বহুত ধন্যবাদ...।

  • @dhrubajyotigogoi518
    @dhrubajyotigogoi518 Місяць тому +2

    আচল মানুহ এতিয়াও আছে কিন্তু তাৰ মাজতে কিছুমান অমানুহ ও আছে। যি কেইগৰাকীয়ে মন্দিৰলৈ ঠালি লৈ গৈছে বা উভতি আহিছে মানে সাহায্য দিবলৈ নিবিচাৰা কেইগৰাকীৰ কথা কৈছোঁ, তেওঁ লোকৰ মানৱতা বোধ অলপো নাই। বিপদৰ সময়ত কৰা সহায়তকৈ ডাঙৰ সেৱা একো হ'ব নোৱাৰে।

  • @gunajitbarman2066
    @gunajitbarman2066 Місяць тому +8

    Great Job 👍❤️

  • @lborah9223
    @lborah9223 Місяць тому +3

    ভাল লাগিল দুখ ও লাগিল,,

  • @birbalray4418
    @birbalray4418 29 днів тому

    পৰমা দা ❤❤❤❤🎉🎉🎉বহুত ভাল লাগিল এনেকুৱা কাম বোৰ kori যাওঁক

  • @nehabantawarai
    @nehabantawarai Місяць тому +2

    ekdm aacha km Kiya ap ne sir ....love u from Darjeeling❤🎉

  • @dutta22
    @dutta22 Місяць тому +11

    *ভাল কামত সদায় আগুৱাই যোৱা ভাই🥳 ভাগ্যৱান তোমাৰ দৰে বন্ধু পাই* খালি লগ হে পোৱা নাই বহুদিন

  • @khokolotemoi4114
    @khokolotemoi4114 Місяць тому +4

    সুন্দৰ পদক্ষেপ 👍

  • @rubulmohan7831
    @rubulmohan7831 Місяць тому

    ভাল লাগিল। বহু দূৰ আগবাঢ়ি যোৱা---যিমানেই বিলাই যাবা সিমানেই মহান হবা

  • @user-gs8tz5cc5v
    @user-gs8tz5cc5v Місяць тому

    সুন্দৰ পদক্ষেপ পৰমা দা 🙏🙏🙏

  • @Dipjyoti_6649
    @Dipjyoti_6649 Місяць тому +4

    Aru aguwai juwa ❤❤❤

  • @hemantasaikia7174
    @hemantasaikia7174 Місяць тому +8

    সুন্দৰ ককাই

  • @biswajitdas7392
    @biswajitdas7392 Місяць тому +1

    বহুত ভাল কাম কৰিছে দাদা। আৰু আগুৱাই যাওঁক ....❤❤

  • @i_i_kaushik-das_i_i
    @i_i_kaushik-das_i_i Місяць тому +1

    Video টোৰ পৰা এটা বুজিলো যে অলপ মডাৰ্ণ আৰু ধনী ব্যক্তি সকলে 10 20 টকা দিবলৈ বেয়া পায় আৰু যিসকল কাম কৰি খায় তেওঁলোকে নিজেই দিছে ভাল লাগিল ।❤

  • @scaryp_gaming_9902
    @scaryp_gaming_9902 Місяць тому +14

    Val dixe dada..hei babajone axomiya janiu prothomote hindi t koi asil..ru tnenekua bohut luk ase..june enke hindi koi thkibo bixare..hei hokol..mnuhk..enek eheka dibo lge..hxk❤️

    • @dipankargogoi1319
      @dipankargogoi1319 Місяць тому +1

      Right

    • @mitalinath6601
      @mitalinath6601 Місяць тому +2

      কথাটো হয়, কিন্তু আমাৰ অসমীয়া সকলৰো ভুল আছে কাৰণ আজি পৰমা গগৈয়ে হিন্দী বুজি নাপাওঁ বুলি মানুহজনৰ মুখেৰে যিদৰে অসমীয়া ভাষাটো উলিয়াই হে এৰিলে সকলো মানুহে সেইটো নকৰে, বহুতে নিজৰ সন্মান হানি হব বুলি যেনে তেনে হিন্দী কবলে চেষ্টা কৰে ইফালে ভুলে হওঁক শুদ্ধ হওঁক....

    • @user-gd7yb6rh5z
      @user-gd7yb6rh5z Місяць тому

      🎉🎉🎉🎉🎉

  • @hirakbhuyan5283
    @hirakbhuyan5283 Місяць тому +3

    এই পৃথিৱীত ভাল মানুহ আছে যে এইটো গম পোৱা গল 🙏🫡🙏

  • @assamboy6893
    @assamboy6893 29 днів тому +1

    love you poroma da tumar video bur sai val lage aru tumi aitu bohut val kam kori sa ban khahaijya kori

  • @user-rs4ql5uw9x
    @user-rs4ql5uw9x 29 днів тому

    বিহাৰী ক দিয়া শিক্ষা টো ভাল লাগিল,,,

  • @madhujya007
    @madhujya007 Місяць тому +3

    মানে বুজা গল দুখীয়াৰ দুখ মাত্ৰ 20 % মানুহে বুজি পায় বাকী ৩০% মানুহে থেটেলা খাই সহায় কৰিবলৈ আহে। বাকী সকলে ওচৰেই নাচাপে।

  • @ninibhai5305
    @ninibhai5305 Місяць тому +98

    Poroma Da discription ot account number nohole gPay number dibo lagisil aami durot thoka buri online nor jugedi jiman paru help koribo parilu hoi❤

    • @user-ef3hj4sf3y
      @user-ef3hj4sf3y Місяць тому +8

      Nmbr ndia krne h xtr kotha koiso mokkelsuda

    • @ZackPayeng-es2zb
      @ZackPayeng-es2zb Місяць тому

      ​@@user-ef3hj4sf3y Maakor koni2

    • @InkuBora
      @InkuBora Місяць тому +2

      Ok tmr whtsap no tu dia😢

  • @jorhatialoravlogs3962
    @jorhatialoravlogs3962 Місяць тому +3

    ভাল লাগিল সুন্দৰ

  • @user-ih8zp1ix9w
    @user-ih8zp1ix9w 14 днів тому

    Bohut val kam kori asa dhonyobad god bless you👏🤍🥰

  • @ansaruddin332
    @ansaruddin332 Місяць тому

    Thank u very much God help u

  • @Hazarika.m
    @Hazarika.m Місяць тому +6

    Bohut vl lagil poroma da aru jate aneke manuhok hohai kori thakibo para jate vogobnr usorot parthona korim ❤❤❤❤❤❤❤❤

  • @DimbeswarGogoi-lj2gl
    @DimbeswarGogoi-lj2gl Місяць тому +66

    Apunar video moi fast saw kintu dada 😢😢

  • @sibanathburagohain7573
    @sibanathburagohain7573 26 днів тому

    ধন্যবাদ গগৈদেউ

  • @King444-1kk
    @King444-1kk Місяць тому +1

    DADAK XOLALOE SUPPORT KARIBA LAGE ❤❤❤

  • @kundilsarmah8589
    @kundilsarmah8589 Місяць тому +3

    বহুত ভাল কাম কৰিছে পৰমা দা ❤

  • @BidyutDas-ue2gg
    @BidyutDas-ue2gg Місяць тому +3

    Mza

  • @user-zw1nq2ik8s
    @user-zw1nq2ik8s Місяць тому

    Apuni je las nokorio aneke manuhok poisa khuji akou manuhoke xahai koribo .....xub bhal lagise ..bahut bhal Kam korise

  • @user-qq6fl8bj2c
    @user-qq6fl8bj2c Місяць тому

    সুন্দৰ পদক্ষেপ।🙏🙏🙏

  • @SARU_YT_
    @SARU_YT_ Місяць тому +4

    😍😍😍

  • @Mathsprotapan
    @Mathsprotapan Місяць тому +6

    সাহায্য যাতে খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়াই পায়। ধন্যবাদ

  • @KishorBaruah-mu7vh
    @KishorBaruah-mu7vh Місяць тому +2

    Bohut Vall Video

  • @mkumar9658
    @mkumar9658 Місяць тому +4

    চন্দ্ৰ বাবুয়ে বিজেপিক সমৰ্থন দি অন্ধ্ৰপ্ৰদেশৰ বাবে ৬০হেজাৰ আদায় কৰি ল’লে ৷কিন্তু অসমৰ কিটায় ২০১৪ৰ পৰা বিজেপি কৰিও বানপানীৰ বাবে ১০০০ কোটিও আনিব নোৱাৰিলে৷আমাৰ অগপ বেলেগৰ চুৱা চুবুৱাই সন্তুষ্ট৷ কি ক’ব অসমীয়াৰ কপাল অসমীয়াই নিজে খাই আছে ফ্ৰি চাউলত নিজৰ ভৱিষ্যত বিক্ৰী কৰি😢

  • @utpalggoi2.082
    @utpalggoi2.082 Місяць тому +8

    Aru val kam kori juwa❤. Val video bur manuhe support nokore😢

  • @ridersurajjj
    @ridersurajjj Місяць тому

    Poroma Da val lagise ৰাইজৰ karone eman hohai korise ❤ from jorhat 🙌

  • @tulshigogoi7019
    @tulshigogoi7019 Місяць тому

    Very good technique Brother🙏😎 Parama friend and staff.

  • @SARU_YT_
    @SARU_YT_ Місяць тому +4

    Gun prank lage 🙋🏻🙋🏻

  • @JuriDeka-my5tx
    @JuriDeka-my5tx Місяць тому +7

    Thank you 8 subscrib❤❤❤

  • @Nirab_minivlog
    @Nirab_minivlog 13 днів тому +1

    Bohut dhunia Kam korisa daa I like you❤

  • @pronitaboruah996
    @pronitaboruah996 Місяць тому +1

    Val lagile dada bhut val Kam korise apuni 😢

  • @T2xVivo-y3y
    @T2xVivo-y3y Місяць тому +1

    Bohut val Kam korisa vogobae tumak aru hokti diyok tare kamona korilu.

  • @KalpanaDas-ss6gr
    @KalpanaDas-ss6gr Місяць тому

    Anekuya.manuh.olai.ahib.lage.thanks.

  • @tutuludapro7319
    @tutuludapro7319 29 днів тому

    Bohut bohut bohut dhuniya video ❤❤❤ love you dada ❤❤❤

  • @mukib8350
    @mukib8350 Місяць тому

    Salute to you parama ..thanx for the heart touching video

  • @misingstudio6751
    @misingstudio6751 24 дні тому

    Bohut val concept

  • @bhagshreedevi
    @bhagshreedevi Місяць тому

    Apunark bhaut dhanyabad

  • @kushabaruah7603
    @kushabaruah7603 Місяць тому +1

    Bohut Bhal

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k Місяць тому

    বহুত২ ধন্যবাদ। গাৱত আহা আমিও যিপাৰো বৰঙনি আগবঢ়াম।।

  • @farmerdeva6846
    @farmerdeva6846 Місяць тому

    I am Leanasha Duwarah daughter of Bipul and Sumi. I am reading in class kg 1. Uncle good job

  • @viikash5692
    @viikash5692 Місяць тому

    যিসকলে আৰ্থিকভাৱে সহায় কৰিছে, তেওঁলোকক বহুত বহুত ধন্যবাদ🙏
    যিসকলে দিয়া নাই বা টকা হাতত নাছিল, তেওঁলোকে next time দিব চেষ্টা কৰিব।
    কিন্তু সকলোতকৈ বেয়া লাগিল, যিয়ে প্ৰথমে দিয়া নাছিল কিন্তু video কৰি আছিল বুলি কোৱাত যি ভক্তিভাৱেৰে দিয়া দেখুৱাইছে তেওঁলোকৰ মানসিকতাত থুঃ।
    RIP তেওঁলোকৰ মানসিকতাত।

  • @ThetigerfromAssam01
    @ThetigerfromAssam01 26 днів тому

    Great jobs 🙏🙏🙏🙏🙏🙏 Love from Khowang, Dibrugarh

  • @ratularandhararatularandha4709
    @ratularandhararatularandha4709 Місяць тому

    Sai val lagil

  • @DibyaGogoi-om8pb
    @DibyaGogoi-om8pb Місяць тому

    Bhut val kam krise dei

  • @user-br4pn6lj6t
    @user-br4pn6lj6t Місяць тому

    ধন্যবাদ তোমাক, বহুত বহুত ধন্যবাদ।

  • @SukanyaSingha-rf2yq
    @SukanyaSingha-rf2yq Місяць тому +1

    জয় আই অসম 🙏🏻❤️

  • @FUNNYBHAI69
    @FUNNYBHAI69 Місяць тому +2

    Dhuniya 😢😢

  • @mridusmitabora1442
    @mridusmitabora1442 Місяць тому +1

    Val lgil dai dada