Sumi Bora Exclusive Video | সংবাদ মাধ্যমত চুমি বৰাৰ প্ৰথমটো ভাষ্য। শীঘ্ৰেই আত্মসমৰ্পণ কৰিব চুমি বৰাই
Вставка
- Опубліковано 1 гру 2024
- Sumi Bora Exclusive Video | সংবাদ মাধ্যমত চুমি বৰাৰ প্ৰথমটো ভাষ্য। শীঘ্ৰেই আত্মসমৰ্পণ কৰিব চুমি বৰাই
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#sumiborah #vishalphukan #sumibora #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...
লুকোৱা মানেই পলুৱা, পলুৱা মানেই লুকোৱা । ফুলনি মানেই বাগিচা, বাগিচা মানেই ফুলনি ।
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
😂😂😂
😂😂😂😂
Mojja😂
Exactly haula maanei kuja kuja maanei haula 🙂
Kar kar Sumir kotha huni hahi ulaise like kora 😂😂😂
😂😂😂😂😂😂😂😂😂😂😂😂
Mur comment t nohoi...phone kori he gali paribo mon goise,,phone number tu thoka hole birat gali parilu hoi,, mur atai question,,,jodi dukhi a nohoi tetiya hole eman ke sob channel t news bojai thokar pasot u kiyo polai furisile,,,aru akol news buli a nohoi,,,facebook,,,whatzup aku a khulibo nuwari kebol hokolute sumi,,,criminals karonei polai furisile😂😂😅
Aru atiya lastot WANTED list mora karone he voi kori aibur bokise
@@lakhyajitsonowal680 বন্ধু সকলোৱে চুমিৰ নাটক বুজি পাইছে।
myr
চুমি বৰা তুমি কিন্তু বহুত ওপৰৰ মাল দেই
ওপৰৰ মাল 😁😁😁
নামটো নহৰু বৰা দিলে নুসুৱাব নে ?
Thikai toka thoka loi ka polabo ni kiya hola kot jbo
lukar kostor poisa khaisa laj loga nai .besi luv korelai anekua hoi.kosto kore dhoni hobo pora nai.
😂😂
😂
মামা-- ঠিক কথা কৈছিল পইছা শেষ হ'লে ওলাই আহিব 😂😂😂
Hahahah thik koisa vai
🎉adin mamao polabo
লাজ লগা নাই পলাই শাৰি যাম বুলি ভাবিছিল ৷ নোৱাৰিলে এতিয়া ভয় লাগিছে
অ বাইদেউ আপুনি ইংৰাজী মাধ্যমত পঢ়া ন সেইকাৰণে পলাই থকা আৰু লুকাই থকা মাজত থকা পাৰ্থক্য বুজি নাপায় লুকাই থাকোঁতে নিশ্চয় অসমীয়া ক্লাছ ও কৰিলে সেইকাৰণে এতিয়া অসমীয়া সলসলীয়াকৈ কব পাৰিছে ন যি কি নহওঁক বাৰু আপোনাক অসমলৈ স্বাগতম জনাইছো দেই আহক সোনকালে ৰখি আছো ধুপ ধূনা লৈ নহ'লে ধুপ জলি শেষেই হবগৈ আমাৰ আৰু কিনিবলৈ আপোনাৰ সমান টকা পইছা নাই যে বেয়া নাপাব দেই অলপ লৰালৰি কৰক
তুমি চোৰ চোৰহে পলাই লুকাই থাকে। চকুৰ পানী উলিয়াই নাটক কৰিব নালাগে। বহুত injoy কৰিলা লোকৰ টকাৰে। এতিয়া ভোগ কৰা
Right bro
Dhei aibilk sob Misa tair sage tair ghoror golden kumud to loi mnt pori goise bhut din hol je hagibo pua nai
obhinoi😂😅 re baapa😅
sumi kobo bisarise mane (phuloni mane bagisa,ru bagisa mane phuloni)polua nasilu lukai asilu😅😅😅😅😅😅😅😅😅
Hbo 2mi ghuri aha sumiiiii❤❤❤.... Bishal a okole okole kandi ase... 2mi olp tak cmpny dia... Poisa2 toh 2mi u khaisila
News নকৰি মৰম কৰিব লাগিছিল,
কোটি-কোটি টকা খাই ভাল লগে।
দোষী নহলে তহঁত কিয় ইমান দিনে চোৰৰ দৰে লুকাই আছ, পলাই আছ ?
অপ প্ৰচাৰ ?
কছোন তই distination weddingৰ বাবে কত ইমান টকা পাইছিলি ? উপাৰ্জনৰ উৎস কি ?
😁😁😁
Lukai thoka polai thoka akei.jodi opoprosarei hoi polai furisile kio kthau je koi aru.sur krile manuh npolai ki kribo😂
Bhogoban ase nahoy eman manuh or pora Toka khale tai
পুলিচ: তুমি ইমানদিনে ক‘ত পলাই আছিলা ?
চুমি : স্বৰ্গদেউ মই পলাই ফুৰা নাই অলপ লুকাইহে আছিলোঁ ৷
জুবিনৰ কথা শুনি চাগে ভয় খালে ।
Same here🙌
Ekdom hosa kotha
@@jituhazarika859 hoi aik Kune o ketia o maf koribo nelage nohole tai murder r nisina dangor crime o agole ai koribo
Right
Zubeen da Zindabaad🙏
ঠিকেই। দুটা মান বদমাচ অসমীয়াক শেষ কৰি দিয়া মানেই , জাতীয় জীৱন শেষ হোৱাটো নুবুজাই। বেয়া ব্যক্তিক শাস্তি দিবলৈ জাতিয়ে সদায় শিক্ষা দি আহিছে।
ধন্যবাদ নিউজ চেনেল সমূহলৈ।। তেওঁলোকে চুমিৰ ব্যক্তিগত কথা বোৰ উলিয়াই দিয়াৰ বাবেহে এই আত্মসমৰ্পণ কৰিবলৈ ওলাইছে।। নহলে এই কত লুকাই থাকিল হৈ।। মৰি নাযায় কিয় ও এইজনি
"আমাৰ সপোন আছিল... আমাৰ বিয়া... আমাৰ দুটাৰ বিয়া... সি বিছাৰিছিলে.. উদয়পুৰ its a beautiful place.."
70% of the people took their first flight in my wedding.😂
WTF BRO😅😅😂
😂
Um atiya emn misa bolokibo pre ne.. News media r ktha koi.. Assam r manuhk pgl buli vbise..
😂😂😂😂😂😂😂
@@BABU-ou9su সিমানলৈকে বাৰু বুজিলো। কিন্তু আমি ৰাইজে নুবুজা কথাটো হল সেইবোৰত টকা খৰছ কৰিবলৈ ধন কৰ পৰা পাইছিলি ? ধনৰ উৎস কি আছিল ?
আমি নুবুজা কথাবোৰ ৰাইজক বুজাই দে , তোৰ চকু পানী আৰু শৰীৰৰ ভাজে আৰু ভুক্তভোগী সকলক সৈমান কৰিব নোৱাৰে। তহঁত কেইটা cunning fox.
Your words are Pointless madam.
Don't play victim card now.
If you were innocent, you wouldn't have escaped.
Play this victim card on court.
তই লুকাই থাকিবলৈ ও ঠাই নাইকিয়া হোৱাৰ বাবে আৰু চৰকাৰ, প্ৰশাসনে তহঁতক ধৰিবলৈ ful terget কৰাৰ কাৰণেহে উপায় বিহীন হৈ এই সিদ্ধান্ত লোৱা নাজানো।
সকলো মেনেজ হৈ গল চাগে । এতিয়া চাৰেন্দাৰ কৰিলেও তেঞ্চন নাই😂😂
ঠেলা হেঁচা নকৰিব , সামাজিক দূৰত্ব বজাই ৰাখি এজন এজনকৈ মন্তব্য আগ বঢ়াব , আৰু যিসকলে মন্তব্য পঢ়ি মিচিকিয়াই আছে তেখেত সকলৰ কাৰণে চকী ব্যৱস্থা কৰা হৈছে অনুগ্ৰহ কৰি শৃংখলা বদ্ধ ভাবে নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল , লাল চাহ আৰু চিঙৰা যোগান ধৰা হব🙏🙏🙏🙏🙏
আমাৰ আইদেও দুখী নহয় দেই ।। মাত্ৰ কেই কুটি মান টকাৰ হে স্কেম কৰিছিল।। কিনু পাই মানুহ বোৰে পলাই আছে বুলি কৈ আছে তাই অলপ লুকাই হে আছিল।।😂😂😂বৰ ধুনিয়া একতিঙ হৈছে ।।
😂😅😅😅😂😅😅
ok sumi don't mind take it easy.
you will get well soon
এতিয়া ইংৰাজী নাফাল কিয়? মুখত sun অসমীয়া নুফুতেই এতিয়া কেনেকৈ ইমান থলঠল কৈ অসমীয়া ফুটিল মুখত । নে পলাই ফুৰা কেইদনতে অসমীয়া কব শিকি গলি । চকুপানী চা তাইৰ । এতিয়াও english ত ko আকৌ নে ইংলিছ ত বেলবেলাবলৈ পাহৰি পেলালি এইকেইদিন তে। কৃত্ৰিম ডেউকা লগাই উৰিব খুজিছিল বেটি ।মাটিত ভৰিয়েই নপৰে । ডেউকা ভাঙি থুলোক কৈ সৰি পৰিলি এতিয়া।
Right 👍
AIJONI A ATIYA Y ACTING A KORI ASE😂
😅
Imn dhunia likhise xosa ke👍
News uar camm nni akakhnik casi thka
😂😂😂😂হয় দেই
মামাৰ ভৱিষ্যতবাণী কিন্তু মানিব লাগিব দেই 😅মামাই আগতেই কৈছিল যে পইচা শেষ হ'লে নিজেই ওলাই আহিব.. পিছত ক'ত যাব বুলি😂 Never underestimate Mama😅😂
হাত দীঘল মানুহকেইটাৰ লগত সকলো যোজা হৈ গল কিজানি নিজকে কেনেকে নিৰ্দোশী সাব্যস্ত কৰিব পাৰে, সকলো ঠিক কৰি এতিয়া আত্মসমর্পণ কৰাৰ কথা কব আহিছে। গাত মল নাথাকিলে লুকাই নাথাকিল হৈ ইমান দিনে। 😂
100%right😂
Xosa katha
Thik e koisa atiya ghoriyalor soku Pani ulibo ahise laj sorom nalage ni baru lukor pithai bihu patibole...
How many enjoyed with Vishal Furkan
Moja lagil
তামোল পান দি আগবহাই নিয়াৰ ব্যৱস্থা কৰক
তামোল - পাণ হ'লে ক'ম হ'ব..😂😅 ধূপ - ধূনা আৰু চাকি বন্তি জ্বলাই আদৰি আনিব লাগিব😂😅😂😅
ua-cam.com/video/1aRzcaLdxXE/v-deo.html😂😂😂😂
@@Tralukya99 ha 😂🤣
😂😂😂😂
2লাখ টকাৰ teddy bearএটা লৈ পাতি দিয়া বাইদেউ ক আদৰণি জনাব লাগিব
তাই যদি সাৰি যায় তেতিয়া ৰাইজে বুজিব যে উচ্চ ন্যায়ালয় আৰু প্ৰশাসন বিভাগ তাইৰ কোটি টকাৰ লোভত বিক্ৰী হৈ গল
Rai8
উকিল চুকিল যোগান ধৰি চব ফালে সাজু হৈহে চাগে বেচেৰি ধৰা দিব লৈছে,দেহি ঐ 😂
Kimn toka dili o sumi
Full pagol joni 😂😂
Hosa koths
No comment... I like it... ❤❤❤
এতিয়া চকু পানীয়ে কাৰো অন্তৰ গলাব নোৱাৰে।নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় দিয়ে ।নাজানা নেকি চুৰুনী!দুখো লাগে 😭😭😭
Tai ajone rendi hoi class 9th ot a tai buse kutkutaisel 😂 tar padot u bohut or lgt sudaise Moi jodi palu hoi vut jolokiya potat pihi jetuka logai dilu hoi nunu konot
Soku panir orthoi nai..agot hua eta vul r khyoma khuji ak ahongkar t put gol taku hei ahangkar raijor dhan loi..gharialor soku panit etia vul njai kuneu..tenga am ebarei bese
😂😂😂😂
Dukhu lage😂
Wahhhhh😊
Junmoni rabhai nyai pale janu 😢
June Taik bosabo jabo teor obostha Junmoni Rabha nisina a hobo.
Sabass😊
Mrs sumi borah, jodi baki artist hokle teouloukor media t nam uluar loge loge clarification dise tetiyahole apuni eman dinor past clearfication dibo loga hol kio, ru apuni polai juar pasthe apunar news besike ulaise agt nhy
10% hosa nhoii kintu 100% hosa hoii✅
Makeup kori ahibaa de nhole dhoribo nuwarim
Already ahise adha mekup kri😂😂
@@rashmi404comedy threading he kora hua nai
😅😅😅😅
😅😅
😂
জুবিন দাই কৈছে পলাই থকা মানে কি বুজি পাইছে সকলোৱে।সকলোকে মেনেজ কৰি আত্মসমৰ্পন কৰিব ।
Hoi
Sumi ye jodi dukh kora ni tene hole polai fhuribo logia kio hol baidou 🙄
Atiya acting Sauk...aneu acting dhuniya kore dey😅
"Moi polai koto thoka nai,
Just lokai asilu okoman" 😂someone plz tell me the difference between polai thoka aru lokai thoka. 😂
Means fuloni mane bagixa bagixa mane fulonii😂😂😂😂
Fasi dibo laga
চাহ আৰু বিস্কুটৰ ব্যবস্থা কৰা হৈছে খাই যাব সকলোৱে🤭
মই নাখাং দিয়ক।এই মাত্ৰ ভাতৰ লগত কুচিয়া মাছৰ জাল খালো 😅
সকলো মেনেজ হৈ গ’ল এতিয়া আত্মসমৰ্পণ কৰিলে একো চিন্তা নাই৷ পইচা থাকিলে সকলো সম্ভৱ ৷ এইৰ যদি একো ভূল নাই তেনেহলে বিশাল ফুকনৰ কথাবোৰ কি ? বিশালৰ লগত হনিমুন কৰাতো কি ?
@@Sivasagar04 বিশালৰ নো কত কি লোকচান হল ?
ৰাইজক ঠগী মেলি সেই ধনেৰে পাতিলোৱা বায়েকৰ বিয়া পাতি দিলে, দামী দামী ঘৰ গাৰী কিনি দিলে আৰু ঘুনুক ঘানাক কৈ বতাহত বিয়পি পৰা কথা মতে পাবলগীয়া যি আছিল পালে হেনো ।
এজনে কোৱা নাই জানো *পাতি লোৱা ভাইটি আৰু ৰাতি পিন্ধা নাইটি* দুয়োটাৰ বান্ধ কেতিয়া খুলি যায়......যেন লোকক দেখুৱাই কেটাৰা মাৰিবা ভিতৰি নেৰিব বেথা 😁😁😁
Dami lawyer thik karle sage
Val kotha
Adhar card
Pan card
Debit card
Credit card..kiman je card ase....atiya victim card
একো কাম নাই । এতিয়া আমি এনেও বিশ্বাস নকৰোঁ। কাৰণ যদি তই সঁচা হলি হেঁতেন তই চিধাই পুলিচ ষ্টেচনত গৈ নিজৰ সত্যতা প্ৰমাণ কৰিলি হয় আৰু চচিয়েল মিডিয়াত নিজৰ মনৰ ভাব প্ৰকাশ কৰিলি হেঁতেন। তই পলাই ফুৰা কাৰণে হে ৰাইজে টোক সমালোচনা কৰিছে এনে কথাটো সৰু হৈ আছিল। এতিয়া নিশ্চয় কিবা প্ৰকাৰে নিজক বচাবলৈ অসৎ উপায় অৱলম্বন কৰিবি। কাৰণ ৮ দিন পলাই ফুৰোঁতে তুক অসম চৰকাৰে উলিয়াব লৈ সক্ষম নহল কাৰণ কি কৰিবি একো ভাবি পোৱা নাছিলি ন। এতিয়া নিশ্চয় কিবা উপায় পালি আৰু ঘৰিয়ালৰ চকু পানী উলিয়ায় ৰাইজক মূৰ্খ সজাব আহিছ। যি সঁচা সি কেতিয়াও লুকাই নাথাকে হাজাৰ তা মিছা ক কাম নাই।😊
ঠেলা হেঁচা নকৰিব, সামাজিক দূৰত্ব বজাই ৰাখি এজন এজনকৈ মন্তব্য আগ বঢ়াব, আৰু যিসকলে মন্তব্য পঢ়ি মিচিকিয়াই আছে তেখেত সকলৰ কাৰণে চকী ব্যৱস্থা কৰা হৈছে অনুগ্ৰহ কৰি শৃংখলা বদ্ধ ভাবে নিজৰ নিজৰ আসন গ্রহণ কৰিবলৈ বিনম্ৰস্ৰ অনুৰোধ জনোৱা হ'ল, লাল চাহ আৰু চিঙৰা যোগান ধৰা হব😂😂😂
Khub dhunia likhise apuni well done 👍
Haha ki kua hey
Lal chah r lgt alp ada dibo mor alp sordi lagi ase toh 😂
😂 হয়
Thik ase hobo
👏👏👏
আজি আমাৰ বাইদেউ মুখত ইংৰাজী নুলাল দেখুন 😂😂
Dr Sanjukta Parashar Mame Case tu investigate koribo...buli vabi ehot duta hasband and wife atia voy khai surrender koribo ahisa...Sumi Borah ro tair husband...khub piti jailot khumai thobo...case tu investigate koribo Lage...ro Sumi Borah...tair mukhotnote Lage...bahut botmas...suali ba buwari atia
বুক কৰা Range rover খন জন্মদিনত নাপাম বলি কান্দিছে
Ki kuwa bey....Range Rover Booking??? Eee Rendi😂😂
Good ❤❤❤
চুৰ কৰিলে এনেবোৰ হয়েই কি কৰিব আৰ বুজিছা ,
Good
পলাই ফুৰা আৰু লোকায় থকা কথা তো যে বেলেগ বেলেগ আজিহে জানিলো।🥱
😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅
ua-cam.com/video/1aRzcaLdxXE/v-deo.html
O ho oho oho
When you find a strong lawyer to win the case and when you pay heavy amount then you actually win the case bro . After some days again people are going to forget about this case and she’s gonna be the celebrity face 😂
National award pabo
"পলাই থকা নাই লুকাই আছোঁ" ইয়াকে কয় মাছ বুলি নাখাই জিজি বুলি খাই😂😂
Kola hoise a baideu a
এই জনি চুমিয়ে হয় নে সঁচাকে দেই চুমি আপুনি মেকাপ নকৰিলে ধৰিব নোৱাৰি
Aibar ulai ahi dada ajon pati loba vanti.Aru maza habo.
Vabisilu sumi okol dancer he but tai ajoni val ovinetriu hoi 😊
Acting val a lagse diya SUMI sur
Media hosakoi bohut over 8din hoise aru tak 10din koise laz nalage Aiya Assamese media
ধূপ- ধূনা জলাই চাকি-বন্তি জলাই আদৰিব লাগিব দেই অসমলে😅😅😅
উপযুক্ত শাস্তি পোৱাৰ দাবি কৰিলো।
Blg makeup nokorileo Eyebrow tu holeo bonai loise aitu video bonaote o😁😝😂🌚
😂😂😂😂 mur u sokut porise pai😂😂
@@shrutikashyap2691 😂😂🤭
সকলো অসম বাসী ৰাইজে ফুলৰ মালা লৈ আদৰণী জনায়ক,
2000cr k dhoribo goi 7000cr pahoribo nalage kintu.2000cr uporot jimn soku di ase ximan kintu 7000cr scam tuk loi aku ni
Emn dhunia ... NXT horror flim t sure chans PBA...
Sumi বাইদেউ কেইডিন মানৰ আগৰ লৈকে কঁকাল লৰাই লৰাই নৃত্য কৰা নতুন
ৰীল video এটা দিয়ক না..
Manage all...
LUKAI ASILU OKONMAN 😂
So pointless statement like a 3yr old kid😂😂
Bisona tolot Lukai asile😅😂😂😂
Polai thaka nai dei lukaihe ase🙊
Tumar gaat 10% u nhoi 1% u duh nai oo aaii. Tumi oxomor vitorote ajoni borr bhal suali. Tulohi gaat daag thakileo tumar gaat nai.
Man honman u ase ooo tumar🫣🫣
উপায় নাই বাইদেউ😂
You are honest, it is good, still why are you keeping quiet, that is the problem, isn't it?
Poisa ses hol sage
Aoi dehi .....
Aaru alop anjoy kara
❤❤❤
ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি😂।। বুজাই বুজিছে আৰু😂
কৰ্ম হৈ গল ।।। কৰ্ম ফল পোৱাৰ অপেক্ষা কৰক
Manege hoi gol mane sb
Correct bro, 8 din ot manage hoi gol. Poisa hisab sob pai gol atya basi jabi. And Jun a taik bosabo try kribo, Junmoni rabha'r nisina hbo teor logot.
এই সাত দিনত সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ বেটিয়ে সাৰি যাব বিছাৰিছে।।কোনো কাৰণত যাতে সুুৰুঙাৰে ওলাই যাব নোৱাৰে🙏
এই জনিক দেখা দিনাৰ পৰাই কিবা উস্তাদি ওস্তাদি লাগিছিল মোৰ , পায় ,
চুমিয়ে ভায়েকৰ কথা কিয় চিন্তা নকৰে বিশাল এতিয়া গম পালা তোমাক চুমিয়ে সহায় নকৰে
Asaam police a sumi k gamosa d agborhai ana
আঁতৰি দিয়ক...
আঁতৰি দিয়ক...
চুমি বৰা আহিছে ...😂
অপপ্ৰচাৰ হে নেকি,,সঁচা বুলি ভাবি আছিলোঁ ইমান দিনে😅😅
পলাই থকা আৰু লুকাই থকা বেলেগ নেকি ও আজিহে বুজি পালোঁ
Ai joni ktha xuni mur sendel di sor dibo mon goise😂😂😂
ভাল কাম কৰিলে সকলো মানুহেই আদৰি লৈ মৰমেৰে কিয়নো আমাৰ অসমৰ মানুহ বোৰ বৰ সহজ সৰল মনৰ,আৰু বেয়া তথা অন্যায় কাম কৰিলে বা আনক অপকাৰ কৰিলে নিজৰো বেয়া হয়। লগতে আগৰ মৰমৰ ঠাইত গালি সপনি লাভ কৰিব লগীয়া হয়।বুলি মই ভাৱো 🙏🙏🙏
ভাইটি অকলে আছে ভাত খাবলৈ পৰা নাই
বা কি সুন্দৰ নাটক।যদি ভূলেই নাছিল পলাই আছিল কিয়।
Iman core amar axomot acting kori pai janu 🤔
@@phukandimpy762 good question
Sure ketiau nijoke sur buli nokoi. Dukhie ketiau moi dukh krisu buli nokoi.
Val hoy sa da bor label
Good at least she surrenders but where is Dipankar Barman???
আতঁৰি দিয়ক ৰাইজ ডাঙৰীয়ানি আহি আছে 🤗🥳😎
Soo sad my favourite actress good bless you 😢😢
If it is not your house's fault, then why are you keeping quiet? You should have come and told the police.