Dwijendra Nath Pathak Nagara Naam ( হৰ পাৰ্বতীৰ বিয়া ) Contact- 9613317877

Поділитися
Вставка

КОМЕНТАРІ • 145

  • @kamaladeka5450
    @kamaladeka5450 Рік тому +2

    অতি সুন্দৰ।

  • @BalinKalita-i1g
    @BalinKalita-i1g Рік тому

    অতি সুন্দৰ, আপোনাৰ পৰা জানিবলগা বহুত আছে

  • @sanjaydeka4417
    @sanjaydeka4417 Рік тому

    অতি সুন্দৰ নামটি শুনি ভাল লাগিল ।

  • @Mantudekakalitapara
    @Mantudekakalitapara Рік тому

    ভাল লাগিল শুনি সহশ্ৰ প্ৰনাম

  • @angkurdeka7981
    @angkurdeka7981 Рік тому

    নাগাৰা নামৰ প্ৰকৃত অৰ্থ ফুটি উঠিছে 🕉️🙏

  • @ranjandas3024
    @ranjandas3024 Місяць тому

    অতি সুন্দৰ লাগিল🙏

  • @ranjandas3024
    @ranjandas3024 Місяць тому

    বহুত ভাল লাগিছে🙏

  • @hargobindasarma100
    @hargobindasarma100 Рік тому

    এইয়াই নাম। আজিকালিৰ পাঠক সকলে অলপ শিকক এখেত সকলৰ পৰা।বৰ ভাল লাগিল। বহু বছৰৰ মূৰত নাম এটা শুনিলো। ধন্যবাদ।

  • @hemenbaishya8456
    @hemenbaishya8456 Рік тому +1

    প্ৰণাম

  • @chabinchandrabaishya9729
    @chabinchandrabaishya9729 Рік тому +2

    সুন্দৰ পৰিবেশন হৈছে খুৰা। আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘয়ু কামনা কৰিলোঁ।

  • @diptikalita4833
    @diptikalita4833 Рік тому

    বৰ ধুনীয়া লাগিল,, আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।

  • @SangitaKalita
    @SangitaKalita Рік тому

    Bhut besi Val Lagise aponar kanthat xunib pay kaka saran sui kheya jnaysu 🙏

  • @dharmendrabaishya636
    @dharmendrabaishya636 Рік тому +3

    সুন্দৰ লাগিল নাম টি শুনি , কাৰণ এই নামৰ সুৰ আজিৰ পৰা প্ৰায় ৫০-৬০ বছৰ আগৰ , আছলতে নাগাৰা নাম এনেকুৱা হৱ লাগে , প্ৰণাম আপোনাৰ দীৰ্ঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলো 🙏🙏🙏🙏

    • @namaskar6406
      @namaskar6406  Рік тому

      অন্তৰৰ পৰা ধন্যবাদ জনালো

  • @nikondeka3789
    @nikondeka3789 Рік тому

    সুন্দৰ হৈছে চাৰ আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘযু কামনা কৰিলোঁ🙏🏻🙏🏻🙏🏻

  • @BhusanChSarma
    @BhusanChSarma Рік тому

    অতি উত্তম।মন প্ৰাণ জুৰ পৰি গʼল। আগলৈ আৰু আশা কৰিলো।🙏🙏🙏

  • @biswajitkalita1263
    @biswajitkalita1263 Рік тому +2

    সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।🙏🙏

  • @JatinchDas-ck3yo
    @JatinchDas-ck3yo Рік тому

    এইজনা নাগাৰা নামৰ পাঠকৰ দীৰ্ঘায়ু কামনা কৰি ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতে সদায় নাগাৰা নাম গায় থাকে ।

  • @dhanjitbarman861
    @dhanjitbarman861 Рік тому

    বহুত বহুত ভাল লাগিল

  • @SanjibDas-nn1cc
    @SanjibDas-nn1cc Рік тому

    বহু বহু ভাল লাগিল নাম শুনি।

  • @BhusanChSarma
    @BhusanChSarma Рік тому

    অতি উত্তম।মন প্ৰাণ জুৰ পৰি গʼল। সুন্দৰ কণ্ঠ।আগলৈ আৰু আশা কৰিলো ।

  • @rununathsarma4822
    @rununathsarma4822 Рік тому +1

    🙏🙏

  • @diptikalita4833
    @diptikalita4833 Рік тому

    বৰ ভাল লাগিল,,আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো। আৰু আগলৈও এনেকুৱা নাম শুনিব পাম বুলি আশা কৰিলো।

  • @ToraliToralideka-ce8bc
    @ToraliToralideka-ce8bc 5 місяців тому

    So superb

  • @kanakroy6339
    @kanakroy6339 Рік тому +3

    সহস্ৰ প্ৰণাম জনালোঁ এই মহান শিল্পী জনক ❤

    • @namaskar6406
      @namaskar6406  Рік тому

      আপোনাক অন্তঃকৰনেৰে ধন্যবাদ জনালো

    • @kalikantadas
      @kalikantadas Рік тому

      ​@@namaskar64064:38

  • @nipandeka1042
    @nipandeka1042 Рік тому +3

    এইজন শিল্পীৰ পৰা আজিৰ নৱপ্ৰজন্মৰ পাঠকসকলে বহুতো শিকিব লগা আছে অনুগ্ৰহ কৰি সকলো নৱপ্ৰজন্মৰ পাঠকে যেন এই নামতো ভালকৈ শুনে তেতিয়াহে আমাৰ মৰমৰ নাগাৰা নামৰ কৃষ্টিটো জীয়াই থাকিব নহলে চব কৰিশ্মাৰ পে পে পে হৈ যাব।🙏🙏🙏

    • @namaskar6406
      @namaskar6406  Рік тому +1

      তোমাক অন্তঃকৰনেৰে ধন্যবাদ জনালোঁ

  • @kailashdeka3526
    @kailashdeka3526 Рік тому

    সেৱা জনালো ককা। অত্যাধুনিক নকৰিলেও যে নাগাৰা নাম সুমধুৰ হয় এয়াই এক উদাহৰণ। আজিৰ দিনত আপুনি এজন আদৰ্শবান লোক যুবকসকলৰ বাবে। আপুনি দেখাই দিলে যে পুৰণি সুৰবিলাকো ভালেই লাগে। আপোনাৰ সুস্থ শৰীৰ আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ

  • @jatindeka6978
    @jatindeka6978 Рік тому

    অতিকে আপ্লুত হ'লো। পাঠকদেৱৰ লগতে এই মহৎ কাৰ্যৰ লগত জড়িত প্ৰতিগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম।

    • @namaskar6406
      @namaskar6406  Рік тому

      আপোনাক বহুত বহুত ধন্যবাদ

  • @gobindadeka2410
    @gobindadeka2410 Рік тому

    বহুত ভাল লাগিল পেহা ৷ পূৰণি নিভাজ সুৰ ৷ সুললিত আৰু স্পষ্ট কণ্ঠ ৷ আজিকালি নাগাৰা নামত আধুনিকতাৰ পৰশ পৰিল ৷ এনেধৰণৰ প্ৰচেষ্টাই নাগাৰা নামৰ স্বকীয়তা বজাই ৰখাত অৰিহণা যোগাব ৷

  • @mrinaldeka8732
    @mrinaldeka8732 10 місяців тому

    Bhut vl lgil❤

  • @KushalBaruah-kt5cs
    @KushalBaruah-kt5cs Рік тому

    পাঠক বৰদেউতা আমাৰ গাঁও তথা অঞ্চলৰ গৌৰৱ ৷ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ ৷

  • @satyajitdeka9770
    @satyajitdeka9770 Рік тому +1

    Bohut xukhi anuvob krisu jethar nam xuni.. mur jetha hoi nijr... ❤❤❤

  • @LifeTraders-e5c
    @LifeTraders-e5c Рік тому

    Bhut val lagil

  • @raktimamulyabhaktisubash.2293

    NAMASKAR SIR. 🙏🙏🙏🌷🌷🌷

  • @hargobindasarma100
    @hargobindasarma100 11 місяців тому

    নতুন প্ৰজন্মই এনে লোকৰ পৰা শিকক । এনে নাম সঘনে প্ৰচাৰ কৰিবৰ বাবে অনুৰোধ জনালোঁ।

  • @Raghavvvvvv622
    @Raghavvvvvv622 Рік тому

    প্ৰকৃত নাগাৰা নাম। বৰ আনন্দ পাইছোঁ । কুশল কামনা কৰিছোঁ । আৰু আগলৈ ও এনেকুৱা নাম পাই থাকিম বুলি আশা থাকিল ।❤

    • @namaskar6406
      @namaskar6406  Рік тому

      আপোনাক বহুত বহুত ধন্যবাদ জনালো

  • @jibeswarkalita7214
    @jibeswarkalita7214 Рік тому +1

    সুন্দৰ 🙏

  • @ghanashyamdas7438
    @ghanashyamdas7438 4 місяці тому

    ❤❤❤❤❤

  • @himankshukalita2925
    @himankshukalita2925 Рік тому

    প্ৰণাম জনাইছোঁ

  • @jagannathkalita6887
    @jagannathkalita6887 Рік тому

    'প্ৰণাম মান্যবৰ ৷এয়াই নাগাৰা নাম ৷য'ত ভক্তি ৰসৰ মৌচাক ভক্তপ্ৰাণ নামধৰ্মী ৰাইজে বিচাৰি পায় ৷ নাই কোনো বাহল্য ,নাই কোনো কৃত্ৰিমতা সকলোতে কেৱল মাত্ৰ শ্ৰদ্ধাৰ পাঠক দেৱৰ অন্তৰ নিগৰি বৈ অহা ভক্তি ৰস সুৰহে বিৰাজমান আছে ৷ মান্যবৰ আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷

    • @namaskar6406
      @namaskar6406  Рік тому

      মান্যবৰ আপোনাক অন্তৰৰ পৰা অন্তঃকৰনেৰে ধন্যবাদ জনালো

  • @cultureofassam208
    @cultureofassam208 Рік тому +1

    প্ৰণাম জনালোঁ

  • @pbaruah8293
    @pbaruah8293 Рік тому

    Maje maje anekoa naam xunibo pale
    Amar dharmio sanskritie jiyai thoka jen lage...
    Beleg nakao, naam to Bahut val lagil pathak aati... 🙏🙏🙏🙏🙏

  • @assameseculturenagaranaam5555

    অতি সুন্দৰ আৰু সুশ্ৰুত হৈছে।আশী দশকৰ সময়ছোৱাত এনে ধৰণৰ মধুৰ, অন্তৰ পৰশা নামবোৰ শুনিছিলো। এই নামটো অবশ্যে আশী দশকৰ ও আগৰ। মই শুনা নাছিলো। আন এটা লিখনিৰ এই নামটো শুনা যেন পাওঁ। মুঠতে সকলো দিশ সামৰি নামটো ভাল পাইছোঁ। নিজস্ব পদ্ধতিৰে গাইছে।

  • @anitatalukdar2307
    @anitatalukdar2307 Рік тому

    Bht ধুনীয়া হৈছে ❤

  • @prasanjitnath1711
    @prasanjitnath1711 10 місяців тому

    Bhut val hoise kaka.

  • @anitatalukdar2307
    @anitatalukdar2307 Рік тому +1

    🙏🙏

  • @jyotishkalita9444
    @jyotishkalita9444 Рік тому

    Legend 💙

  • @SekharKakati-vb8wj
    @SekharKakati-vb8wj Рік тому +2

    So nice video

  • @kushalchandrabarman9400
    @kushalchandrabarman9400 Рік тому

    Very nice 🎉🎉

  • @hiramonikumar6753
    @hiramonikumar6753 Рік тому

    ❤🙏🙏🙏

  • @dipikadeka3926
    @dipikadeka3926 Рік тому

    Very nice

  • @mridulkmix5174
    @mridulkmix5174 Рік тому

    🙏

  • @MadhabRajbongshi-l1c
    @MadhabRajbongshi-l1c Місяць тому

    Val hoise aru 84 bassr jiai thakak

  • @premadadeka2015
    @premadadeka2015 Рік тому

    আপোনাৰ কণ্ঠত সচাকৈ যাদু আছে দাদা। বহুত দিনৰ পিচত আপোনাৰ কণ্ঠত নাম শুনি অভিভূত হ'লো।আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘাযু কামনা কৰিলো।

    • @namaskar6406
      @namaskar6406  Рік тому

      আপোনাক বহুত বহুত ধন্যবাদ

    • @gobindadeka2410
      @gobindadeka2410 Рік тому

      বহু দিনৰ মূৰত আপোনাৰ কণ্ঠত নাগাৰা নাম শুনি অভিভুত হৈ পৰিলোঁ ৷
      ঈশ্বৰেই আপোনাক সদায় সুস্বাস্থ্যৰে কুশলে ৰাখক

  • @SekharKakati-sj8nu
    @SekharKakati-sj8nu Рік тому +2

    Nice video

  • @ManjuDas-q1j
    @ManjuDas-q1j Місяць тому

    nice❤❤❤

  • @pranabsarma2994
    @pranabsarma2994 Рік тому

    বহত ধন্যবাদ, প্ৰণাম জানিব। আকৌ এনেকুৱা নাম এটি আশা কৰিলো আপোনাৰ পৰা, যত পদখিনিও আপুনি আগতে গোৱাৰ দৰে গায়। পুৰণি ঠাচত গোটেই নামটো ধুনীয়া কৈ বন্ধা থাকে, আশা ৰাখিছো বান্ধটো নভগাকৈ আগতে আপোনালোকে গোৱাৰদৰে নাম এটি গাব। নতুন প্ৰজন্মক দিয়ক পুৰণি নামৰ সোৱাদ অলপ। বৰকৈ মনত পৰিছে আজি কুশল আৰু মহেন্দ্ৰ পাঠকলৈ।

    • @namaskar6406
      @namaskar6406  Рік тому

      আপোনাক বহুত বহুত ধন্যবাদ জনালো । পুনৰ নাম এটি দিবলৈ নিশ্চয় চেষ্টা কৰিম

  • @sanjaydas781
    @sanjaydas781 Рік тому

    Khundar🛕🪔🌼🌼🌼🙏🙏🙏
    Har har Mahadev om namah shivay 🙏🙏🙏

  • @manashjyotypathak8071
    @manashjyotypathak8071 Рік тому +1

    mozaa koka😊

  • @deepjyotiroy7573
    @deepjyotiroy7573 Рік тому

    Hei Mohan silpi apunk satokouti bar pronam jonalo

  • @biswadas3278
    @biswadas3278 Рік тому +1

    Koka mzzaa❤❤❤

  • @SatyajitDas-c6h
    @SatyajitDas-c6h Рік тому +1

    Moja koka

  • @saratdeka3948
    @saratdeka3948 Рік тому

    পদুম বোকাত ফুলিলেও পবিত্ৰ মূল্যবান ফুল। আমাৰ এই পিছপৰা অঞ্চলত প্ৰতিভাবান পাঠক দাৰ আদৰ্শক প্ৰণাম.....

  • @ThaneswarDas-i5y
    @ThaneswarDas-i5y Рік тому

    শিল্প পেনঞ্চ প্ৰাপ্ত ,আধুনিক নাগাৰা নামৰ লিখক,আৰু নাগাৰা নামৰ পিতৃ স্বৰূপ পাঠক দেৱলৈ শুভেচ্ছা জনালো। আগলৈ কীৰ্ত্তনৰ নাম শুনিবলৈ আশা থাকিল।

  • @juribaruah
    @juribaruah Рік тому

    Moja 👍

  • @ABC-gh5us
    @ABC-gh5us Рік тому +1

    anekua mohan silpir poramorkha lua dorkar prokita nagara nm utdhar hk❤❤❤❤

  • @BharatchDas-rc4rn
    @BharatchDas-rc4rn Рік тому

    Maja

  • @umeshdas8765
    @umeshdas8765 Рік тому

    Khuraa

  • @nipandeka1042
    @nipandeka1042 Рік тому

    Mja mja mja

  • @umeshdas8765
    @umeshdas8765 Рік тому

    51:11

  • @ankurbaishya9233
    @ankurbaishya9233 Рік тому +1

    anakua naam ata r bor prouojon asil bortoman xonoiot

  • @shivamsarmah6174
    @shivamsarmah6174 3 місяці тому

    নাম ধৰি থকা ভিডিঅ টো পাৰিলে দিব।এই নাম বিলাক পুনৰ ঘূৰাই আনক নতুন পাঠক পাঠিকাই।

  • @umeshdas8765
    @umeshdas8765 Рік тому

    Khura
    Apunar
    Dirghau
    Kamana
    Karilu 53:03

  • @RameshKumar-pf7is
    @RameshKumar-pf7is Рік тому

    Pathak baal ai bantu vidio karibasun

  • @dikuentertainment7768
    @dikuentertainment7768 Рік тому

    বহুত সুখী হ’লোঁ #dkdipakkumar

  • @BhusanChSarma
    @BhusanChSarma Рік тому

    অতি উত্তম।মন প্ৰাণ জুৰ পৰি গʼল। সুন্দৰ কণ্ঠ।আগলৈ আৰু আশা কৰিলো ।🙏🙏🙏

  • @ToraliToralideka-ce8bc
    @ToraliToralideka-ce8bc 5 місяців тому

    So superb