Nagara Naam by Mantu Deka//কৰ্ণ মহাবীৰ//মন্টু ডেকা নাগাৰা নাম//Contact 91017 69110
Вставка
- Опубліковано 16 вер 2024
- Nagara Naam by Mantu Deka//কৰ্ণ মহাবীৰ//মন্টু ডেকা নাগাৰা নাম//Contact 91 91017 69110
🙏 Nagara Naam is a Performing art which includes tales from vedas Or upanishads along with locamotive tales.performens of this art can be found across come of the major Or cultural districts like darrang,Barpeta,kamrup,in assam.
#6000407369
#nagaranaam
#pranjitparagcreation
বৰ ভাল লাগিল নামটো শুনি
Very very good❤❤❤
Thank you! 😊
খুব ভাল লাগিল কৰ্ণবধ নগৰা নামটো শুনি।
Thank you
Dhuniya
Thank you
এই কৰ্ণৰ পৰাজয় নামটো শুনি থাকিলেও হেপাহ নপলাই কিন্তু এই নামটো অসমৰ এজনেই পাঠক আছে যি জন পাঠকে নামটো পৰিবেশন কৰিলে চকুৰ পানী মচি পেলাব লাগে আৰু নামটো সুন্দৰ ভাৱে গাৱ পাৰে সেই জন পাঠকেই হ'ল অসমৰ নাগাৰা নামৰ সম্রাট যাৰ কন্ঠই হৰিৰ নামৰ গতি সলনি কৰি পেলাই সেই জন অ দ্বিতীয় পাঠকেই হৈছে অসমৰ স্বনামধন্য ঘগ্রাপাৰ নিবাসী বাঘমাৰা গাৱৰ কৈলাশ তালুকদাৰ দেৱ!
Thank you
😊
Nice ❤❤❤❤
Thanks 🤗
বহুত ভাল লাগিছে তোমাৰ নামতো সুনি বিহুৰ সুভেছা থাকিল🎉 আল্টা ।
Thank you
মাজে-মাজে মাতটো অশুৱলা হৈছে।
Thank you
নামতো বহুত ভাল লাগিছে শুনি।
Thank you
Baa ki xundar naam
Thank you
সুন্দৰ পৰিবেশন।
Thank you
সুন্দৰ
Thank you
নামতো শুনি বহুত ভাল লাগিল আগলৈ আৰু নতুন নতুন নাম শুনিবলৈ পাম বুলি আশা থাকিল।
Thank you
আপোনাৰ সুন্দৰ মনোমোহা নাম শুনি বৰ ভাললাগিছে কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম ধন্যবাদ জ্ঞাপন কৰিছোঁ
Thank you
নামতো শুনি মোৰ বহুত ভাল লাগিছে।
Thank you
ATI sundar
Thank you
🙏🙏
dhunia hoise
Thank you
Nice
Thanks
dhuniya hoise
Thank you
@@PranjitParagCreation
😮😮
নামতো বহুত ভাল লাগিছে শুনি।
Thank you
সুন্দৰ
Thank you
Nice ❤❤❤❤
Thanks 🤗
🙏🙏
🙏