Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বন্ধু সকল তেওঁ গীত বিলাক বেলেগ বেলেগ ঠাইত গৈ গাইছে এইবুলি কোনো যাতে প্ৰচাৰ নকৰে অনুৰোধ কৰিছোঁ । কিয়নো প্ৰজ্ঞান দা ই ভাওনা কৰি থাকোতেই তেওঁৰ আত্মীয় এজনৰ মৃত্যু হৈছিল সেইবাবে তেওঁ জতে ততে গৈ গীত গাইছিল। ধন্যবাদ
ভুল কথা তেওঁ কেইবাঠাইটো এনেধৰণৰ কৰিছে।য'ত ত'ত গৈ গীত গাই।বহুতে দেখিছে লগতে সুৰাপাণ কৰি গাই।দ্বিতীয়তে কাৰোবাৰ মৃত্যু হোৱাত যদি ভাওনা ভাগিত অংশ গ্ৰহণ কৰা নাই তেন্তে বাহিৰত আকৌ সেই ভাওনা খনৰ লগত জড়িত গীতসমূহ গাই কি দেখুৱাইছে।ইয়াকে কয় অপসংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ।
যদি তেওঁ এনেকুৱা এটা কাম কৰিছে তেন্তে তেওঁক ভগৱানে কেতিয়াও এৰি নিদিয়ে। এনে বিলাক কাম কৰাৰ আগত তেওঁ দহ বাৰ ভাবি লব লাগিছিল । তেওঁ এই মহান মহাপুৰুষীয়া ভাওনা ভাগত এনে কৰিলে তেওঁক ভগৱানে উচিত ফল দিবই।
@@adyantdutta6855 o
Bikhekh hutro mote janibo pora mote Kunu homporkio dhukua nasil, merapanit housil eivag vauna.
Wow very nice 🔥🔥🔥♥️🌹
প্ৰজ্ঞান দা সদাই জুই 🔥🔥🔥❤️❤️❤️
ধন্যবাদ
Bhut vl pau mnuh jonok sordha koru guru mnu ।।........kintu akhn mha puruhiya nator duhar anekoi jote tote ghuri bohi solua tu moi vl npau moi vbu teu aitu kribo nlge🙏🏻
Teur xmprkio ejn vaona kori thakutei dhukaisil babe
Bikhekh hutro mote janiboloi pua mote kunu dhukua nasil, vauna vagi merapanit hoisile. Kothatu olop beleg.
@@nirmalnath1965toi jano jodi ko sun ki blg kotha
ভাল পাওঁ ককাইদেউক কিন্তু এনেদৰে কিছু কাৰ্যই হে মনটো অলপ বিচলিত কৰি তোলে , হ'ব পাৰে তেওঁৰ কোনোবা আত্মীয়ৰ দেহাৱসান হৈছে তাত কব লগীয়া একু নাই আৰু সেইবাবেই বাহিৰত বহি গাইছে,কিন্তু বাহিৰত গাই থাকোঁতে video কৰি দিয়াটো ভাল হৈছে বুলি মই নাভাবো কাৰণ সকলোৰে বুজিব পৰা শক্তি একেই নহয় হয়টো ইয়াৰে পৰা video clip এটা লৈ কিবা কিবি লিখি দিব তাৰ পিছত এখন মহা সমৰ হবগৈ।। গতিকে এনেধৰণে video কৰি দিয়াটো ভাল হোৱা নাই , ইয়াৰ বাহিৰে যদি দৃশ্য টোৰ video দিলেহেতেন তেতিয়া কব লগীয়া একো নাই ।। কোৱাৰ কাৰনে বেয়া নাপাব ।।
Hosa kotha
Pyagan dar kontho bohut val lage. Bikhekhkoi gitot thoka hobdo bilak huni bohut val lage. Iman sposto hobdo uchsharon. Vogobane apunak enekoi apurbo konthor adhikari kori rakhok
Duhar ahi enekoii bahirot solabohi nalagisil moii bohut sroddha kru kimtu ai2 tekhetr okonman vul hole buli vabu
Teu homoorkioo kunuba dhukaicil
Bohut hundor kontho dadar🙏🙏🙏
Bhut val lagil
Love you progyan daa❤❤❤❤
ভাল
সুন্দৰ
Thanks
gule🙏🙏🙏
PragyaNda 🙏
Lv u prgyan da
খুব ভাল পাওঁ তেখেতৰ দোহাৰৰ কণ্ঠ । তথাপি তেখেতৰ পূৰ্বৰ ভাওনাৰ সুৰসমূহ বৰ্তমানৰ তুলনাত অধিক মনোগ্ৰাহী আছিল । অক্টোবৰত শিবসাগৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত দেখা পাবৰ বাবে অধীৰ অপেক্ষা কৰিলো । অনুগ্ৰহ কৰি আমাৰ চেনেলত উপলব্ধ হোৱা ভাওনা তথা অন্যান্য অসমীয়া সাংস্কৃতিক ভিডিঅ' সমূহ চাব ।
Vale paw bahut but duhaert bohute mod khai nobohibo, 🙏
Moja
Sestho duhar bah bah
তোমাক লৈ গৌৰৱ কৰোঁ
🔥🤗
Nice
যথেষ্ট জনে সন্মান কৰে তেওঁক। গতিকে কিছুমান কাম কৰোতে সাৱধান হৈ কৰাটো ভাল।দোহাৰ খনৰ নিৰ্দিষ্ট স্থান দিয়া হৈছে যেতিয়া মাৰ্জিত ভাৱে সেই ঠাইতে পৰিৱেশন কৰাটো ভাল।যিহেতু কোনো আধুনিক অনুষ্ঠান নহয় ভাওনা।গতিকে মান মৰ্য্যদা ৰক্ষা কৰি পৰিৱেশন কৰিলে অধিক শুভনীয় হয় আৰু কেমেৰা থাকিল বুলিয়ে যধে মধে ফটো ভিডিও কৰি প্ৰচাৰ কৰিব নালাগে।
ধন্যবাদ জনাইছো
Teur atmiyo ajon vauna kori thakutei dhukaisil babehe anekoi belegot goi gaisil
Vaunat Duhar anekoi u kribo pari nki
Teur xomporkio kunuba ejn dhukaisile
Geet tur naam ki bru ?
আদৰ্শ গাঁওত নি
Hoi hoi
এওৰো অহংকাৰ মুৰত ধৰিলে। পতন হোৱাৰ সময় আৰম্ভ হৈছে। এনেকৈ নহয় দেই।
Title2 change koribo
Ki mana
Telent buli koi
Progyan da bayan ne singer😡😠
Western duhar 😂