সুভাষ দা অতি সুন্দৰ, কথা এটি কলে বেয়া পাব নেকি যে আৰম্ভণি পদ বোৰত এটা শব্দ তিনি খণ্ড কৰি অলপ দীঘলীয়া কৰা যেন অনুভৱ হয় । পাৰিলে অলপ চুটি হোৱা হলে ভাল লাগিব নেকি ? আপোনাক উপদেশ দিব পৰাকৈ মোৰ সক্ষমতা নাই, এয়া এক অনুভৱহে আপোনাক জনাইছো। বাকদেবী সৰস্বতী মাই আপোনাক আৰু শক্তি দিয়ক ।
সুন্দৰ
সুভাষ দা অতি সুন্দৰ, কথা এটি কলে বেয়া পাব নেকি যে আৰম্ভণি পদ বোৰত এটা শব্দ তিনি খণ্ড কৰি অলপ দীঘলীয়া কৰা যেন অনুভৱ হয় । পাৰিলে অলপ চুটি হোৱা হলে ভাল লাগিব নেকি ? আপোনাক উপদেশ দিব পৰাকৈ মোৰ সক্ষমতা নাই, এয়া এক অনুভৱহে আপোনাক জনাইছো। বাকদেবী সৰস্বতী মাই আপোনাক আৰু শক্তি দিয়ক ।
দাদা,,, আপোনাৰ নাম আৰু কিনো কম,,ভাষাই নাই,,,ৰাইজৰ আশীষ সদায় এনেকৈ আপোনাৰ শিৰত থাকক🙏🙏🙏🙏
শুনি বৰ ভাল লাগিল সুভাস দা
এনেকৈয়ৈ আমাক সকলোকে ধুনীয়া ধুনীয়া নাগাৰা নামেৰে মুখৰিত কৰক🙏
Mojah👌👌👌👌👌
Bht vl lgil
Wow....bor val lagil khuraa
সুন্দৰ দাদা
val lagise dada 😍😍😍😘😘😘
বহুত বহুত ভাল লাগিল নামতো শুনি সুভাষ দা 🙏🙏🙏
Bht dhuniya Subhash da...
মজা গুৰু দেৱ
Dada ...ati sundor
dada dhuniya naam
ধুনীয়া দাদা
Aapunar dhuniya voice dada
সুন্দৰ নাগাৰা নাম সুভাষ দা
Bhut val lagise
❤ ধুনীয়া ❤
Dadar naam xuni bhut vl lge 👍❣️
দক্ষ ৰজাৰ অভিশাপ নামৰ নাগাৰা নামটো অতি সুন্দৰ প্ৰদৰ্শন হৈছে আৰু কাব্যিকতা পূৰ্ণ সুৰৰ সৃষ্টি কৰা হেতুকে তোমালৈ অশেষ মৰম চেনেহ আৰু অভিনন্দন জ্ঞাপন কৰিছো সুভাষ।
Aoti mohoniya apunar mat2 ❣️😊❤️
Aponar nam buli kolei bohut vl lge Dada....love from sipajhar
Dada kahini tu bohut val lagil.
Aro aapunar voice uff☺️
Majja di
ভাল লাগিল আপোনাৰ নাম শুনি
Xundor mojja lagil nam2 aru val val nam pai thaku jate
Bohut val lagise bohut nam too
আপোনাৰ সুন্দৰ মনোমোহা নাম শুনি বৰ ভাললাগিছে দে ধন্যবাদ
Nice 👍
ভাল লাগিল
Val lagil aponar konthot nagraname xuni 🙏🙏🙏🙏
Khuni bohriya lagil dada apunar konthot
Nice dada
অতি সুন্দৰ হৈছে দাদা কৃষ্ণ🙏🙏🙏
Excellent dada nd pacharia hilai gyse dy apuni
Bohut val llahil
Bahut bahut val lagil namto xuni najana kotha xikilu.
মজা --
সুন্দৰ দাদা শুনি ভাল লাগিলে আপোনাৰ কন্ঠত।🙏🙏
Bahut bhal Lagil Dada
Majja ❤
vl lagil xuni dada
Bhut vl lgil khura apuni agoloi agoai joa bhut bhut axa thkil live from tangla nachonsali
বহুদিনৰ মূৰত নাগাৰা নাম এটী শুনি ভাল লাগিল। ধন্যবাদ থাকিল।
অতি সুন্দৰ হৈছে❤❤❤ মঙলদৈ
আপোনাৰ নাগাৰা নাম শুনি বহুত ভাল লাগিল
বঢ়িয়া
সচাকৈ বহুত ভাল লাগিল নামতো শুনি
bht bhal lagil apunar nam 😍 xuni
Very nice dada
Vall lagil dada
Dhuniya🥰🙏🙏
Dhunia lagise
Moojaaaaaaaaa lagil ❤️❤️❤️❤️❤️
বহুত ধুনীয়া ❤️❤️👍
ভাল লাগিল নাম টো শুনি
❤nice❤namto❤
ইমান ধুনীয়া লাগিল দাদা আগলৈও দি যাব বুলি আশা কৰিছোঁ 👏
Xdai fvt apuni❤️
Love from nalbari ❤
Dhuniya lagise
Bohut val lagil namto huni vagabane Vale rakhak aponak
Sir apunr voice to bohut dhuniy 🙏🏼🙏🏼👌
Bahut bhal lagil aponar nagar nam
bahut bahut bahut val lagil Subhash dada .keep it up ......enekuwa dhuniya dhuniya naam aru khunibo pam buli akha thakil....
Thanks for future
Bor dhunia lagise nam faki xuni dada
Bohut bohut val lagil 🙏💕
Mzaaa dada aru lage naam
দক্ষ ৰজাৰ অভিশাপ নামটো শুনি বহুত বেছি ভাল লাগিছে সুভাষ দাদা💜💜💜💜💜💜
JAyA🧞💞🌿🙏🌷🛕🪔👍😭😭😭♥️❤️🌹🪔🌹🌹🌹🛕👃🪔🌹🛕🪔🪔😭🌷🕉️🕉️🕉️🕉️🕉️🕉️🕉️🧞🧞🧞🧞🧞🧞🪔🪔🌹👍💞💞💞💞💞💞💞💞💞💞
Moja🙏🙏🙏🙏
Val lagil.love from kalaigaon.
সুন্দৰ অতি সুন্দৰ প্ৰদৰ্শন ধন্যবাদ
❤❤
সুভাষ দা আপোনাৰ মাতটো বৰ শুৱলা।💓
অতি সুন্দৰ কন্ঠ দাদা ভগৱানে সদায় ভালে ৰাখক আপোনাক ❤❤
শুনি বৰ ভাল লাগিল, শুভেচ্ছা জনালোঁ ।
কন্ঠটো বহুত ধুনীয়া ৷ নামবোৰ শুনিলে শুনি থাকিবৰ মন যায় আপোনাৰ ৷
Vl lagil nam tu xuni
Moja lagil gan to xoni
বহুত বহুত ভাল লাগিল দাদা 🙏🙏
Masti lagise
কৃষ্ণ কৃষ্ণ 🙏🏾🙏🏾🙏🏾সুন্দৰ । বহুত ভাল লাগিল নাগাৰা নাম
Bahut e dhonia haise🙏🙏🙏
Tumar Nam bor Suni bout val lage, 👌👌🙏🙏
Nam tu xuni bhut Val lagil
Bor Val Lagil.....
সুভায দাদা নামটো বৰ ভাল হৈছে
সুভাষ দাদা নামতো বৰ ভাল লাগিছে😅
বলিষ্ঠ কন্ঠ প্ৰভু🙏🏻🙏🏻🙏🏻 ভগৱানে শক্তি দিলে এদিন আপোনাক আমাৰ ঘৰত নিমন্ত্ৰণ দিম প্ৰভু🙏🏻🙏🏻🙏🏻
Khundor Dada 💕💕💕👏👏👏
মনলৈ ভক্তি ভাৱ আহি যায়
Bohut besi val lagil naam tu xuni.
আপোনাৰ সুৰ আৰু মাতৰ মহিমা অপাৰ 🙏🙏
Thank goodness nice
Nice👏😊❤❤
শুনিলে শুনি থাকিবৰ মন যায় ৷
আপোনাৰ সকলো নাগাৰা নাম upload দিব লাগে ভাল লাগে।
Aponar kanthat jadu ase dada 💞💞💞
শুনিলে শুনি থাকিব মন যায় ।ইমান ধুনীয়া কন্ঠ
🙏🙏🙏
বলিষ্ঠ কণ্ঠ আপোনাৰ ৷
Amr falor nesna hboai nura 🙏
Bahut besi Val lagil naam tu xuni. Best wishes thakil aru aguwai jowa.