Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সুন্দৰ দাদা কবলৈ ভাষা নাই অতি সুন্দৰ
বহুত ভাল লগা নাম আপোনাৰ এবাৰ শুনিলেই শুনি থাকিবলৈ মন যায় কিয় কৱ নয়াৰো ধন্যবাদ ❤❤❤❤❤❤❤
Dhuniya hoisa 👌👌👌♥️♥️♥️❤️❤️❤️
কি কম সুভাষ দা ,কব ভাষা নাই ।।Super duper .. sageli genda
পাতনিতে সুন্দৰ,ভিতৰতটো কবই নালাগে।তোমাৰ নাম সদায় শুনি থাকিবৰ মন।
দাদা আপোনাৰ নাম বোৰ শুনিলে দেহ মন জুৰ পৰি যায় । নতুন নাম টো শুনি বহু ত ভাল লাগিল❤️❤️❤️❤️❤️❤️❤️❤️
Happy rangali bihu nam sai khob val lagel
@@urmikalitamychannel4350 plot Q
বহুত দিন অপেক্ষা অন্তাত এটা নতুন নাম পালো । ধন্যবাদ Subhas Daa
°
@@queenmarylyngdoh4547 l)lll)o)l
অতি সূন্দুৰ নাম ।।।সূন্দূৰ কণ্ঠ ।।মোৰ মনত সদায় প্ৰিয় আপোনী ।।। নাম ধৰ্ম সদাই জুগমীয়া হৈ থাকক।।।
গৰু বিহুৰ সন্ধিয়াৰ সময়ত আপোনাৰ নতুন নাম শুনিব পাই দেহ মন প্ৰান ভৰি পৰিল ! একে উখাহতে শেষ কৰিলো যেন লাগিল নামটো শুনি । আপোনালৈ হেপাহৰ ৰঙালী গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো !
Muti kine ghumo 😂😂😂
প্ৰথম দিহাটো কি ক'ম ভাষা নাই সুভাষ দা ৷মোৰ ভালপোৱা দিহাবোৰৰ ভিতৰত অন্যতম এটি দিহা...
Krishna🙏🙏🙏🙏 moja hoise
আপোনাৰ কণ্ঠত যাদু আছে। বহুত ভাল পাওঁ আপোনাৰ নাম খুনি।I like you.I love your naam
❤️❤️❤️❤️❤️
🙏🙏🙏🙏dhuniya lagil🙏🙏🙏love from jubin kalita. Dhupdhara
নাগাৰা বাদন ও বহুত সুন্দৰ হৈছে।
Xundor kantha apunar val lagil nam tu xuni aag barhi joys
love you Dada ❤️😘❣️❤️ dhuniya hoise Nam tu
Khunila khuni thakibo mon jai dada bondona 2 🙏🙏
Naam 2 xuni bohut bohut vall lagel☺☺
সচাই নামটো শুনি আপ্লুত হলো দাদা,,, সুন্দৰ কণ্ঠ👏
ৰঙালী বিহুৰ বহুত বহুত হিয়াভৰা শুভেচ্ছা জনালোঁ মৰমৰ সুভাষ দাদা লৈ ।।🙏 🙏 🙏
Val lagil bohut...nam tu xuni
দাদা আপোনাৰ নাম শুনাৰ মজাই সুকীয়া । ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।।
আপোনাৰ voice, TU Bhut dhuniya dada... 💝💖💖
1
ধুনীয়া হৈছে 🙏🙏🙏
Hiii
Wow
আপোনাৰ কণ্ঠত যাদু আছে।বহুত ভাল পাওঁ আপোনাৰ নাম শুনি।i like your voice
Yes
তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।নাম খুউব সুন্দৰ হৈছে ভাই ।
Bht val lagise nice voice 👌👌🙏🙏🙏🙏
Dhuniya lagil naam tu suni ...moi bhut vl pau nam suni
আপোনাৰ মাততো সচাঁই মৌ মিঠা।আপোনাৰ নাম শুনিলে শুনি থাকিব মন । মই আপোনাৰ ইউটৱ ৰ বেছি কেইটা ই শুনিছোঁ। আপোনাৰ কণ্ঠত সচাই সৰস্বতী আছে। আপোনাৰ মংগল হওক আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আমাৰ দৰঙৰ (নিজ চিপাঝাৰ)গৌৰৱ আপুনি। আকৌ এবাৰ কৈছোঁ আপোনাৰ কণ্ঠত যাদু আছে।আপুনি নামৰ মাজত আমাৰ দাৰঙীয়া ভাষা কেইটা মান কৈ সেই কেইটাই আপোনাক বহুত মৰম দিছে দাদা। ভাল এ থাকক আপুনি। আপোনাৰ নাম এবাৰ চাইছোঁ । সচাই বহুত ভাল লাগিছিল। আকৌ কেতিয়াবা আপোনাৰ নাম দেখিব পাম বুলি আশা কৰিছোঁ।🙏🙏 কৃষ্ণ
সুন্দৰ উপস্থাপন দাদা
বলিষ্ঠ কন্ঠত আপুনি গোৱা নামবোৰ বহুত ভাল লাগে।।আৰু আগুৱাই যাওক। এইয়ে কামনা কৰিলো।
নতুনকৈ ক'ৱলে একো নাই দাদা❤️। সুন্দৰ👌👌👌 হৰিয়ে সদায় সুস্থ কৰি ৰাখক ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Bht dhunia hoise nam tu 🙏
বহুত ধুনীয়া হৈছে দাদা❣️❣️❣️
Nam2 xuni bohut val lagil
Namto. Bhal. Lagiche 1:03
নতুন বছৰৰ সুন্দৰ উপহাৰ।
Hellooo
Dhuniya hoisa,,,nagara name tuu
Aponar nagara namm xuni Val pao bhut, aru aponk amr gaonr kasmirir swalir birthday t ahute log paislo xub vl lgisl aru mur vaitiye xub Val pai aponk ,
Very very nice👍Happy bahag bihu
সুন্দৰ❤
Aponar matat jadu ase... Abar xonile nam bor xoniye thakib pari.. Tq Dada anekoi amar majt vakatir rakh bilai diyar babe
Pranjit
ধুনীয়া দাদা। আপোনাৰ নতুন নামলৈ অপেক্ষা কৰি আছিলো।
So swt voice..... Aru aguwai jaok....
বহুত ভাল লাগিল
Next level ❤️❤️❤️
Eznnnezj bh wnzo❤jwzob❤owzjbsi❤nwjiz9mmma❤kmmmmz la kWWKWI😊sO❤
Mojja ❤❤👍👍
Mojjaa lagisa Dada 🤩🤩🥰🥰😍🤩
Dhuniya Subhash da,vl lgc
Very nice subhash dad's❤️❤️❤️❤️👌👌👌👌
👌👌👌👌 very nice 👍👍👍 val lagile shuni
Mojja hoise dada
বহোতভালগাগিচে,,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏💕
bhut din pisot notun Nam 😘😍😍😍😍
Dada aponar nam sai moi bohut val paw.
গৰু বিহুৰ সুন্দৰ উপহাৰ....
Apunar voice to Aro apunar diha bor vl laga agoui jak aru good might bless you. Dada
Bhal lagil Nam to xuni. Agontuk xomoiot Hat bajna xunibo pam buli axa korilo.
ভাল লাগিল🙏🙏🙏
বহুত ভাল লাগিছে দাদা 🙏🙏🙏🙏
অতি ধুনীয়া আহিবলগা চেনেটোৰ 100000 একলাখ হবলৈ গৈ আছে আগতিয়াকৈ শুভকামনা জনাইছো
অতি সুন্দৰ ।
Ū
Week t ebar prai hunubeiru janene dada... Bor val lage❤️.... Love from upper assam Moran ❤️
Hundor nath da 💟💟💟
মণ প্ৰাণ সাত পৰি গৈছে শ্ৰুতি মধুৰ
Xundar bohut vl lagil 😍🙏🙏
Excellent. মন ভৰি গল
ৰাইজৰ মানুহে ঘৰত home theater ত বিহু লগাই থৈছে।আৰু আমাৰ ঘৰত মই আপোনাৰ নাম লগাই থৈছোঁ।।সুন্দৰ।।আগলৈ আৰু শুনিব পাম বুলি আশা থাকিল দাদা।🙏🙏
তোমাৰ নাম বোৰ সদায় স্পষ্ট,শুনি ভাল লাগে।
সুন্দৰ হৈছে সুভাষ,তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ
Nice music suvas da
Mojaa lagisa.
Ati xundar 😊😊😊😊😊
Happy rangali bihu nam xoni bhut val lagel
A moja🥰🥰🥰🥰😌
🙏🙏 Moja lagil xuni❤️🙏🙏🙏🙏🙏🙏🙏🙏
অতি সুন্দৰ 🙏🙏🙏
খুব ধুনীয়া হৈছে।
Dhuniya hoise
Dhunia dada mai bht br xnico bht vl lagil
ধুনীয়া হৈছে ৷ আৰু অধিক আশাৰে ,,,,বিহুৰ ওলগ জনালোঁ
দাদা আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল
সুভাষ দা আপোনাৰ নাম শুনি বহুত ভাল
Dhuniya lagise
Xundar dada.
E moja dada বহুত দিনৰ মুৰত তোমাৰ ৰেকৰদিং ৰ নাম শুনিবলৈ পালো
আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো।
আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।ভগবানে ভালে কুশলে ৰাখক।তাৰে কামনাৰে।আপোনাৰ নাম শুনি বহুত ভাল লাগে।
Love you dada
Mojja lagil dei dada xuni
অতি সুন্দৰ .....
Nice Naam to vl lgil.....
Voice is perfect da
Xuni bhut vl lgil
Xundar sur, aponar naam sai moi bohut vl pao
Mojja. Excellent. Sir
Xundar subhas daa
love from lakhimpur
Mojja Dada
Congratulations for 1 lakh
Guruji. Mojaaaaaaa...,.
Nice subhash dada
সুন্দৰ দাদা কবলৈ ভাষা নাই অতি সুন্দৰ
বহুত ভাল লগা নাম আপোনাৰ এবাৰ শুনিলেই শুনি থাকিবলৈ মন যায় কিয় কৱ নয়াৰো ধন্যবাদ ❤❤❤❤❤❤❤
Dhuniya hoisa 👌👌👌♥️♥️♥️❤️❤️❤️
কি কম সুভাষ দা ,কব ভাষা নাই ।।Super duper .. sageli genda
পাতনিতে সুন্দৰ,ভিতৰতটো কবই নালাগে।তোমাৰ নাম সদায় শুনি থাকিবৰ মন।
দাদা আপোনাৰ নাম বোৰ শুনিলে দেহ মন জুৰ পৰি যায় । নতুন নাম টো শুনি বহু ত ভাল লাগিল❤️❤️❤️❤️❤️❤️❤️❤️
Happy rangali bihu nam sai khob val lagel
@@urmikalitamychannel4350 plot Q
বহুত দিন অপেক্ষা অন্তাত এটা নতুন নাম পালো । ধন্যবাদ Subhas Daa
°
@@queenmarylyngdoh4547 l)lll)o)l
অতি সূন্দুৰ নাম ।।।সূন্দূৰ কণ্ঠ ।।মোৰ মনত সদায় প্ৰিয় আপোনী ।।। নাম ধৰ্ম সদাই জুগমীয়া হৈ থাকক।।।
গৰু বিহুৰ সন্ধিয়াৰ সময়ত আপোনাৰ নতুন নাম শুনিব পাই দেহ মন প্ৰান ভৰি পৰিল ! একে উখাহতে শেষ কৰিলো যেন লাগিল নামটো শুনি । আপোনালৈ হেপাহৰ ৰঙালী গৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো !
Muti kine ghumo 😂😂😂
প্ৰথম দিহাটো কি ক'ম ভাষা নাই সুভাষ দা ৷মোৰ ভালপোৱা দিহাবোৰৰ ভিতৰত অন্যতম এটি দিহা...
Krishna🙏🙏🙏🙏 moja hoise
আপোনাৰ কণ্ঠত যাদু আছে। বহুত ভাল পাওঁ আপোনাৰ নাম খুনি।I like you.
I love your naam
❤️❤️❤️❤️❤️
🙏🙏🙏🙏dhuniya lagil🙏🙏🙏love from jubin kalita. Dhupdhara
নাগাৰা বাদন ও বহুত সুন্দৰ হৈছে।
Xundor kantha apunar val lagil nam tu xuni aag barhi joys
love you Dada ❤️😘❣️❤️ dhuniya hoise Nam tu
Khunila khuni thakibo mon jai dada bondona 2 🙏🙏
Naam 2 xuni bohut bohut vall lagel☺☺
সচাই নামটো শুনি আপ্লুত হলো দাদা,,, সুন্দৰ কণ্ঠ👏
ৰঙালী বিহুৰ বহুত বহুত হিয়াভৰা শুভেচ্ছা জনালোঁ মৰমৰ সুভাষ দাদা লৈ ।।🙏 🙏 🙏
Val lagil bohut...nam tu xuni
দাদা আপোনাৰ নাম শুনাৰ মজাই সুকীয়া । ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।।
আপোনাৰ voice, TU Bhut dhuniya dada... 💝💖💖
1
ধুনীয়া হৈছে 🙏🙏🙏
Hiii
Wow
আপোনাৰ কণ্ঠত যাদু আছে।বহুত ভাল পাওঁ আপোনাৰ নাম শুনি।i like your voice
Yes
তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।
নাম খুউব সুন্দৰ হৈছে ভাই ।
Bht val lagise nice voice 👌👌🙏🙏🙏🙏
Dhuniya lagil naam tu suni ...moi bhut vl pau nam suni
আপোনাৰ মাততো সচাঁই মৌ মিঠা।
আপোনাৰ নাম শুনিলে শুনি থাকিব মন । মই আপোনাৰ ইউটৱ ৰ বেছি কেইটা ই শুনিছোঁ। আপোনাৰ কণ্ঠত সচাই সৰস্বতী আছে। আপোনাৰ মংগল হওক আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আমাৰ দৰঙৰ (নিজ চিপাঝাৰ)গৌৰৱ আপুনি। আকৌ এবাৰ কৈছোঁ আপোনাৰ কণ্ঠত যাদু আছে।আপুনি নামৰ মাজত আমাৰ দাৰঙীয়া ভাষা কেইটা মান কৈ সেই কেইটাই আপোনাক বহুত মৰম দিছে দাদা। ভাল এ থাকক আপুনি। আপোনাৰ নাম এবাৰ চাইছোঁ । সচাই বহুত ভাল লাগিছিল। আকৌ কেতিয়াবা আপোনাৰ নাম দেখিব পাম বুলি আশা কৰিছোঁ।
🙏🙏 কৃষ্ণ
সুন্দৰ উপস্থাপন দাদা
বলিষ্ঠ কন্ঠত আপুনি গোৱা নামবোৰ বহুত ভাল লাগে।।আৰু আগুৱাই যাওক। এইয়ে কামনা কৰিলো।
নতুনকৈ ক'ৱলে একো নাই দাদা❤️। সুন্দৰ👌👌👌 হৰিয়ে
সদায় সুস্থ কৰি ৰাখক ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Bht dhunia hoise nam tu 🙏
বহুত ধুনীয়া হৈছে দাদা❣️❣️❣️
Nam2 xuni bohut val lagil
Namto. Bhal. Lagiche 1:03
নতুন বছৰৰ সুন্দৰ উপহাৰ।
Hellooo
Dhuniya hoisa,,,nagara name tuu
Aponar nagara namm xuni Val pao bhut, aru aponk amr gaonr kasmirir swalir birthday t ahute log paislo xub vl lgisl aru mur vaitiye xub Val pai aponk ,
Very very nice👍
Happy bahag bihu
সুন্দৰ❤
Aponar matat jadu ase... Abar xonile nam bor xoniye thakib pari.. Tq Dada anekoi amar majt vakatir rakh bilai diyar babe
Pranjit
ধুনীয়া দাদা। আপোনাৰ নতুন নামলৈ অপেক্ষা কৰি আছিলো।
So swt voice..... Aru aguwai jaok....
বহুত ভাল লাগিল
Next level ❤️❤️❤️
Eznnnezj bh wnzo❤jwzob❤owzjbsi❤nwjiz9mmma❤kmmmmz la kWWKWI😊sO❤
Mojja ❤❤👍👍
Mojjaa lagisa Dada 🤩🤩🥰🥰😍🤩
Dhuniya Subhash da,vl lgc
Very nice subhash dad's❤️❤️❤️❤️👌👌👌👌
👌👌👌👌 very nice 👍👍👍 val lagile shuni
Mojja hoise dada
বহোতভালগাগিচে,,🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏💕
bhut din pisot notun Nam 😘😍😍😍😍
Dada aponar nam sai moi bohut val paw.
গৰু বিহুৰ সুন্দৰ উপহাৰ....
Hiii
Apunar voice to Aro apunar diha bor vl laga agoui jak aru good might bless you. Dada
Bhal lagil Nam to xuni. Agontuk xomoiot Hat bajna xunibo pam buli axa korilo.
ভাল লাগিল🙏🙏🙏
বহুত ভাল লাগিছে দাদা 🙏🙏🙏🙏
অতি ধুনীয়া আহিবলগা চেনেটোৰ 100000 একলাখ হবলৈ গৈ আছে আগতিয়াকৈ শুভকামনা জনাইছো
অতি সুন্দৰ ।
Ū
Week t ebar prai hunubeiru janene dada... Bor val lage❤️.... Love from upper assam Moran ❤️
Hundor nath da 💟💟💟
মণ প্ৰাণ সাত পৰি গৈছে শ্ৰুতি মধুৰ
Xundar bohut vl lagil 😍🙏🙏
Excellent. মন ভৰি গল
ৰাইজৰ মানুহে ঘৰত home theater ত বিহু লগাই থৈছে।আৰু আমাৰ ঘৰত মই আপোনাৰ নাম লগাই থৈছোঁ।।সুন্দৰ।।আগলৈ আৰু শুনিব পাম বুলি আশা থাকিল দাদা।🙏🙏
তোমাৰ নাম বোৰ সদায় স্পষ্ট,শুনি ভাল লাগে।
সুন্দৰ হৈছে সুভাষ,তোমালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ
Nice music suvas da
Mojaa lagisa.
Ati xundar 😊😊😊😊😊
Happy rangali bihu nam xoni bhut val lagel
A moja🥰🥰🥰🥰😌
🙏🙏 Moja lagil xuni❤️
🙏🙏🙏🙏🙏🙏🙏🙏