One only Jaadu.. that's Zubeen Da's evergreen song.. kunu bonora bonori Assamese gayok gayikai Zubeen dar puroni sumodhur geet burot focus kora nai.. Kebol nijor one day validity fojotiya gaan etak loi Monso loi jabo khuje..
বাহিৰৰ যিকোনো লোকৰ কথা ইয়াত আলোচনা কৰা নাই। এজনী গায়িকাৰ বিষয়ে চৰ্চা কৰা হৈছে। আমাৰ অসমৰ মানুহে নিজৰ আনৰ বুলি বিচাৰ কৰি থকাৰ বাবেই অসমত বহুত গায়ক গায়িকাৰ জন্ম হৈছে কিন্তু মানদণ্ড কম। ভাল হলে বাহিৰৰ হলেও প্ৰশংসা কৰিবই লাগিব।
Gold jimane gohiba heimane tar shining bahibo ..amk ki lage bss amk entertainment koribo pora artist ..she is fit to this certeria .nd talent ketiao pori nathake ag bahi jua tmi ru ...like Arijit so attitude emn simple val lage nekua artist bur ru ase amr keita man duita man gan gi bhutt besi lvl
Aji Boko t yaar onusthan hoisil ,enekua bea gaise ,singer Joni r gaan r range tu xoru aru voice tu imann patl jen ki gaii dhriboh e nuaru. One of the worst show I have attended ...
ভাল গালে টো আগবাঢ়ি যাবই
Right
Mojja khub bhal paisu suni...❤❤❤
অহংকাৰ নাই বাবেই জনপ্ৰিয়তা বাহিছে কিন্ত্ত অসমৰ কেইগৰাকিমান গায়ীকাৰ অহংকাৰ বহুত বেছি হৈছে টকাও বহত বেছি লয়
Bhalai hoise assam or singar kaitar okhankar to bese Jen hehotkoi aru dhoni dalal nai ai.
Yes, I love murmita
অসমৰ কেইগৰাকীমান গায়ক গায়িকা আছে যিকেইগৰকীয়ে নেকি বিহুৰ দিনত মেখেলা চাদৰ নহয় সাৰি পৰিধান কৰে ,যি কেইগৰকীয়ে বিহূত বিহু দিনত বিহু গীত নহয় ,পূজাত খাপ খোৱা গীত পৰিৱেশন কৰে , যি কেইগৰাকীয়ে ,অসমৰ মান নোহোৱা কৰিছে ,মই নিজাববিয়াকৈ প্রতিবাদ কৰো তেনেকুৱা গায়ক গায়িকাক , সুবাসনা ,bornali,গীতালি,ভিতালি,তৰালি, nilakhi, ,আৰো এওলোকতকৈ আগৰ যিকেইগৰাকি গায়িকা আছে মই তেওলোকক সমৰ্থন কৰো ,আৰো তা পিছৰ যিকেই গৰাকিৰ নাম মই লোৱা নাই পোনপতিয়াকৈ মই তেওলোকক প্রতিবাদ কৰিছো, গানৰ নামত বহুৱালি কৰা বাদ দিয়ক,বজৰোৱা কিছুমান গান বনাই টকা ঘটাৰ ,বেপাৰ বাদ দিয়ক ,
ম'মী
Bhut val hoise❤🎉❤
মমিতা অসমত ধুমুহা সৃষ্টি কৰিছে,,,,
ধুমুহা আকৌ চিৰস্থায়ী নহয় , মনত ৰাখিব
I like ❤❤ best singer ❤my favourite
বহুত বেছি ভাল গান গায় আৰু কণ্ঠ ও বহুত সুন্দৰ আমাৰ অসমৰ কেইজনী মঞ্চত উঠি অ, আ, 1,2,3 কৰি থাকোতে ৰাতি পোহৰ হয়।
😂
😂
Diplina , Dipanwitat k tu bhut besi vl gai ❤
best singer ❤❤
Khub val hoise axomor khub lebel
Amar udalguri dist ahi ase
অসমীয়া প্ৰায় সমূহ মহিলা গায়িকাৰ গানৰ অনুশীলনৰ অভাৱ। দ্বিতীয়তে মৰ্মিতা অসমৰ বোৱাৰী হয়।
সুন্দৰ ❤️
❤ you mormita
Very nice val lagile 😊😊😊❤❤
সুন্দৰ কণ্ঠ,❤❤
Actually she is adequate for assam music industry.
মোৰ বহুত ভাল্ লাগে marmitak. Aru hunibo pam buli akha thakil
East n west Marmita is the best ❤😊
Bhale hoise komsekom bojorua bilakar pora olp hanti pam
Oh bhal hoise..marmitai gaan tu bhal gai a aru dance o dhuniya kre..darxak dhoribo jane❤
হে মজা কন্ঠ
Dhunia gan gai,amar tat ahisil
অসমৰ গায়িকা কেইজনীয়ে ভালকে মুতিব নাজানে আৰু লেবেল দিয়ে বলিউডৰ
যাওক হেৰাই সকলো
কেৱল মৰ্মিতা আগবাঢ়ি আহক ❤
Nice
Talent Thakile.Agbarhi Jaboi Tat Kunu Hondeh Nai.Hundar Kantha Aru Presentation Superb.
One only Jaadu.. that's Zubeen Da's evergreen song.. kunu bonora bonori Assamese gayok gayikai Zubeen dar puroni sumodhur geet burot focus kora nai.. Kebol nijor one day validity fojotiya gaan etak loi Monso loi jabo khuje..
Really bhal gaai,hunfor voice.Ahonkaar nasi.Axomia gaan gale amar support thakibo
Marmita❤❤
এইবাৰ আমাৰ মৰাণ ত মাতিম।।।।
Very good❤
Good news
Priyanka Bharali pabo lage alop moja
অসমৰ গায়ক গায়িকাৰ হিংসা লাগিছে নেকি ? তেওঁৰ গান শুনি ভাল লাগে ॥
Bhalei paisu,Amar oxomor burot ke bahiror gayikar logot holeu Zubeen Daa gan ujjoli thakibo
Bohut besi val gaise 🙏🔥
ভালে হৈছে অসমৰ কেইজন মান গায়ক আছে।অকল টকা চিনি পাই। 4 লাখ 5 লাখ লব। গান গাব মাত্ৰ 8 পৰা 10 টা ।
🎉🎉❤❤
অহৎকাৰ ।নাই।ৱাবে।।।আগবাঢ়িছে।।ভাল।
কথা
Nc one ba
🎉🎉🎉🎉🎉
আমাৰ বিলাকে আৰু auto tune ত গাই ও attitude বেছি so পাততা নেদিয়া ভাল।মানুহৰ যিদিনা attitude বাৰি যাব সেইদিনা মানুহৰ পৰা আতৰি যাব
Autotune or bikhoye olp knowledge loi ahok tarpora kobo
লোকেল সদাই লোকেলেই,তাত চালানিৰ কাম নাই ।।
Khub val paisu Amar keijonit xubo vale paisu
Bhut val gai
Mojja lagisea gaika du joni man r ahonkari komibo😂😂😂😂
Bhout bhal hoise mormeta aru gai juya Bihur karone Rede Hoya dhoneya bad
ভালক ভাল কবই সকলোৱেই । তাত কাৰোবাৰ চকু ফুটি লাভ নাই ।
Gorur agot tukari bai laav nai
👏
Tihu namati t ahi gol val lagise pathsala tu ahi ase sabo lagibo tate o 😍
বাহিৰৰ গায়ক গায়ীকা অংহকাৰ নাই।কিন্তুু আমাৰ অসমৰ গায়ক গায়ীকা যি হে অংকাৰ।এখন ফটো ল'বলৈ গলেও গালি হে পাৰে
অসমৰ মানুহে সদায় বেলেগক আদৰি লয়। নিজৰ খিনি পেলাই দিয়ে। সেইকাৰণে আমাৰ একো নাই। নিজৰ জনক সদায় support কৰিব লাগে।
Takei buji napai, amar hupai adhik athithiporayon je
বাহিৰৰ যিকোনো লোকৰ কথা ইয়াত আলোচনা কৰা নাই। এজনী গায়িকাৰ বিষয়ে চৰ্চা কৰা হৈছে। আমাৰ অসমৰ মানুহে নিজৰ আনৰ বুলি বিচাৰ কৰি থকাৰ বাবেই অসমত বহুত গায়ক গায়িকাৰ জন্ম হৈছে কিন্তু মানদণ্ড কম। ভাল হলে বাহিৰৰ হলেও প্ৰশংসা কৰিবই লাগিব।
@Cloudysky35 ভাল জমনি কৰিছে দেই আপুনি😆😆
বাতৰিবোৰত অলপ বেছিয়েই হৈছে নেকি??"
অলপ ভাবি চিন্তা কৰি কব লাগে!!
বেছি মূৰত নুতুলিব!!
অসমৰ ভাষিক অসমীয়া এনেয়েই "দুৰ্বল" 😔
#দুৰ্বল
Asomor singer bure bhut bhut toka loi
অসমৰ গাওঁ বোৰত কিমান প্ৰতিভা লুকাই আছে সেইসকলক এখন প্লেটফৰ্ম দিব পাৰিছেনে? কাৰণ আমাৰ মানুহবোৰে কেৱল বাহিৰৰ বস্তু ভাল পায় সেইয়া লাগিলে যিয়েই নহওঁক ॥ন' ডাউট ,ভাল গায় ॥কিন্তু অসমত বহু লুকাই থকা প্ৰতিভা আছে ।যি য়ে এটা গানৰ অভাৱত বা প্ৰচাৰৰ অভাৱত আজিলৈকে এখন প্লেটফৰ্ম নাপালে ॥কিন্তু এইগৰাকীয়ে আকৌ নিজৰ একো গান নোহোৱাকৈ জুবিন দাৰ নাম লৈ লৈ অসমত এতিয়া তোল-পাৰ লগাই দিছে ॥পশ্চিম বংগত আমাৰ ইয়াৰ ভাল গোৱা এজনে এনকৈ তাত প্ৰতিষ্ঠিত হ'ব পাৰিবনে? নোৱাৰে কেতিয়াও,তাৰ মানুহে নিদিয়ে ॥কিন্তু আমাৰ কেকোঁৰা জাতি ৰ তাই ৰ প্ৰতি ৱাহ ৱাহ কি চাবা ॥ এনেকৈয়ে অসমখন বহিৰাগতৰ হৈ যাব ॥আমাৰ মানুহক সবতে বাহিৰৰ বস্তু লাগে ॥এই অদূৰদৰ্শিতাৰ বাবে এদিন আমাৰ সংস্কৃতি ধ্বংস হৈ যাব ॥
Ashomt shubashona datt r homan kuneu hoba nuware
গান ভাল গাই,গতিকে জনপ্ৰিয়তা বাঢ়িবই।
আমাৰ মখাৰ গাৰ ভাঁজ বেছি ,গানত গুৰুত্ব নাই।Auto tune ত গান গাই
Original voice nohole autotune e eku koribo nuare, prothomote autotune or knowledge khini louk tar pasot kobo
@subhaborah3521 হেৰৌ মোক গানৰ কথা শিকাব নালাগে।
মই গানৰ সাগৰ ঘোঁদালি পেলোৱা মানুহ।
Najai 😂😂😂
ইমানো ভাল গোৱা নাই ৷ Popular hoise bcoz of her simplicity
Zubeen Garg or big fan buli popularity paise, jetia poisa luti loi jabo gom pabo tetia
I agree with you bro !
Aamar various committee bor kisu parimane dayee ( responsible)
এই ভাল গায় আৰু অহংকাৰী ও নহয়, মৰম ও লাগে।
News channel kaitak okol trp lage 😂😂😂
Amar gate dukh
আমাৰ অসমীয়া লোকে ব ৰপিৰা পাৰি দি ব জা নে
Olop palam a hol. Dui tinita gan gai reel bonai media t bite di di nijoke celebrati buli johai thoka keigaraki manor ohonkar poton hobo
Neherai ru herai jabo nidiye
Assamese singer.jolon uhti ase pura
অসমীয়া খেদি বঙালী আদৰণি 😂😂😂 একো দৰকাৰ নাই এইক আনিব
জয় আই অসম ❤
Gold jimane gohiba heimane tar shining bahibo ..amk ki lage bss amk entertainment koribo pora artist ..she is fit to this certeria .nd talent ketiao pori nathake ag bahi jua tmi ru ...like Arijit so attitude emn simple val lage nekua artist bur ru ase amr keita man duita man gan gi bhutt besi lvl
Eta kaam kora , tumi jua tehetor tat tumak kune aadori loi saam moi.
@subhaborah3521 example Zubeen da ase world sobe adori loise cz dada r quality and talent ase
@studyzone641 bad diya aru, koi laav nai pasot gom paba.
Amar bilak besi modern hoise.Ganot nai heart bit.
Vale hoise lebel diya keijonir lebel komibo😂 f
Amar English baidu hotor kam xekh 😂😂
Aji Boko t yaar onusthan hoisil ,enekua bea gaise ,singer Joni r gaan r range tu xoru aru voice tu imann patl jen ki gaii dhriboh e nuaru.
One of the worst show I have attended ...
Kun e jni prothom nam khunisu
Joli ki lav😂... Nije vl krile hl
poisaa kiman loi....matiboo lagibooo
Besi din nai de aru
No never success because she do not have knowledge in Assamese language
No problem,,,,She is most welcome,,, talented and zero attitude & Simplicity❤. spread brotherhood by the music 🎵🎵...