আমাৰ গাঁওৰ থলুৱা ব্যঞ্জন | OUR SOME VILLAGE FOOD |
Вставка
- Опубліковано 7 лют 2025
- We the villagers of Assam (India) live far away from cities and the madding crowd. Our lifestyle is very simple in a small village amidst the verdant of nature. The lushly green plants, the exotic flora and fauna, echo of the chirping of birds that mesmerize us. Apart from these, our village is rich in culture and tradition, cuisine that make our mouth run with water, the exotic weaving, ancient fishing system and harvesting of crops etc. Through this channel we would like to introduce our lifestlye to the world. Hope you will like the contents and bear us with all our mistakes.
We hope to grow and flourish with your love and support. Without your kind efforts and wishes, it would be a herculean task for us to march ahead.
with love from Amar Gaon
আমাৰ গাঁও channel টোৰ জৰিয়তে আমাৰ গাঁওৰ নিয়ম প্ৰণালী, লোক- সংস্কৃতি ,খেতি-বাতি , খাদ্য প্ৰণালী , জীৱন-ধাৰণ প্ৰণালী , উৎসৱ-পাৰ্বন, প্ৰাকৃতিক সৌন্দৰ্য , চৰাই চিৰিকটি , ঘৰচীয়া জীৱ জন্তু ইত্যাদি বিলাক দেখাবলৈ চেষ্টা কৰা হৈছে । আমাৰ অসমৰ ঠাই বিশেষে এই ক্ষেত্ৰত যিহেতু কিছুমান অমিল দেখিবলৈ পোৱা যায় গতিকে আমাৰ নিয়ম নীতি , উৎসৱ পাৰ্বন , নিয়ম প্ৰণালী , লোক- সংস্কৃতি ইত্যাদি ক্ষেত্ৰত কাৰোবাৰ লগত সাদৃশ্যতা নাথাকিবও পাৰে । আমাৰ channel টোৰ জৰিয়তে কাৰোবাৰ community বা society ক দুখ বা আঘাত দিব কেতিয়াও নিবিচাৰিম । তথাপিতো আমাৰ অজানিতে কিছুমান ভূল ভ্ৰান্তি হব পাৰে । গতিকে আমাৰ পথ পদৰ্শক হিচাপে আমাৰ কিবা ভূল ভ্ৰান্তি হলে আপোনালোকে আঙুলিয়াই দি শুধৰণি কৰি দিয়ে যেন ।
আপোনালোকৰ মৰম ,চেনেহ ,আশীৰ্বাদ বিচাৰি নতুন ভিদেও এটা দিবলৈ ওলাইছোঁ । আশা কৰোঁ আদৰি লব ।
মৰমেৰে "আমাৰ গাঁও"
Our Facebook link- / amargaon12
Our Instagram link- ...
Watch all my videos - / @amargaon3296
some other videos.....
Nature gives us all everything- • প্ৰাচুৰ্যময় পাহাৰৰ বনৰ...
*The lifestyle of the people on the bank of our Disang river- • ম'হৰ এঠা দৈৰ সৈতে কোমল...
*A special fishing day- • ঠলুৱা মাছৰ আঞ্জা | A s...
*A beautiful day of the harvesting season to reap our golden paddy fields- • মাতে পকা ধানে ৰিঙীয়াই ...
#villagelifestyle #villagecooking #ethnicfood #amargaon
সুন্দৰ
ধন্যবাদ জ্ঞাপন কৰিছো
Eman dhuniya poribekh or akhon ghor.bohut val lagil video tu sai
ধন্যবাদ জ্ঞাপন কৰিছো
ইমান ধুনীয়া হৈছে
Kothalguti dhekia khau khau lagi gol.mojja video.
ধন্যবাদ জ্ঞাপন কৰিছো
Khub hundor hoise
💛💛🙏🙏🙏
ধুনীয়া এসাজ
Bor dhuniya video dei
Wow. Very. Nice. Kasuthurir. .pitikhan. Dekhi. Jivar. Pani. Pati. Gol. Bahut. Swad
🙏🙏🧡💕💕
Dekhi khao khao lagi goise... Bahoooooooooot hundar hoise...
💕💕🙏🧡🧡🙏🙏🙏🙏
ভাল লাগে অমৰা আৰু কচুৰ ফুল
💛💛🙏🙏🙏🙏
বৰ লোভ লাগে দেই ঢ়েকীয়াৰ টেঙা আন্জা খন।
ধন্যবাদ জনালোঁ
Bohut susadu recipe bonaise. Val lagil video tu sai.
ধন্যবাদ জ্ঞাপন কৰিছো
Bohut dhunia hoise jivar pani pori goise
Apunalkr video mojja lage 🤩😍
ধন্যবাদ জনালোঁ❤️🙏💛🙏
ভাল লাগিল ভিডিঅ টো চাই।
Dhanyawad apunaloi
সচাই ভাল লাগিল
💛💛🙏🙏🙏
Bor dhuniya lge nice food. Tasty
🧡🧡🙏🙏💕💕
বৰ ভাল লাগিল vedio টো
Dhanyawad janalu
ভাল লাগিল আপোনালোকৰ গাওঁখনৰ পৰিৱেশ
ধন্যবাদ জনালোঁ
Xunder
Thank u
Eman vl hoise .khau khau lagise
💕💕🙏🧡🧡🙏🙏🙏
প্ৰথম বাৰ চালো। খুউব সুন্দৰ পৰিবেশ আৰু খাদ্য ।💞
ধন্যবাদ জ্ঞাপন কৰিছো
Apunalokor video sai bohut val lage.
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Lubhar pani pari gaise. Bar sundar asaj asamia randhan prakaran dekhilu sikilu. Bhal lagil.
Hundor,apunalukor video bilak sai khubei val lage.
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
আপোনালোকৰ ভিডিও বোৰ চাই বহুত ভাল লাগে এৰি অহা নিজৰ গাওঁ খনলৈ খুউৱ মনত পৰে ।
ধন্যবাদ জ্ঞাপন কৰিছো
Baideu bohut val lagile video tu
ভাল লাগিল চাই।অসমীয়া থলুৱা খাদয়ৰ জ্যোতি।
ধন্যবাদ জনালোঁ
জিভাৰ পানী ওলায় গল। বহুত সোৱাদ হৈছে চাগৈ
🙏🙏🧡🧡🧡🧡 dhanyawad
Muru
ৰাতি পুৱা ই আপোনাৰ হাতৰ ভাত সাজ দেখি ভাল লাগি গ'ল ধুনীয়া ভিডিও এটা দেখুৱাৰ বাবে ধন্যবাদ
ধন্যবাদ আপোনাৰ সুন্দৰ comment ৰ বাবে
বহুত সুন্দৰ ডিডিও।। ভাল লাগিছে চাই। সকলো ভিডিও চাই আছো।। আপুনি আগুৱাই যাওক।। আমাৰে গৌৰৱ হব।।
Thanks a lot 🧡👍👍🙏
Bhut. Dhunia. hoise. Video. tu... 👌👌 Assama r. Original. Tholua. Khaido.... Khosai. Bhut. Val. Lagese.
ধন্যবাদ ইমান মৰম চেনেহৰ বাবে ।।
সুন্দৰ, "আমাৰ গাঁওৰ" ৰন্ধন প্ৰনালী ।
ধন্যবাদ জনালোঁ
Bhal hoisa
Dhanyawad apunaloi
দেখি লোভ লাগি গল অই
Dhanyawad apunaloi
Bohut Val lagil Sai video tu. ♥️♥️
থলুৱা কাৰনে বেচি ভাল লাগিল দেই
Bht Dhuniya
Thankyou 🧡
Apunr vontik bhut vl lge
ধন্যবাদ জনালোঁ
Xabole mn goise...😋😋😋
😊😊😊💛💛🙏🙏
বৰ সুন্দৰ ব্যঞ্জন ৰান্ধিলে, দেখিয়েই খাওঁ খাওঁ লাগিল।
ধন্যবাদ জ্ঞাপন কৰিছো
বহুত ভাল লাগে আপোনাৰ ভিডিও বোৰ চাই
ধন্যবাদ জনালোঁ
Oti sondor.
Thankyou 🧡🙏
পৰিবেশ,খাদ্য সম্ভাৰ,পৰিবেশন, উফঃ কিযে কম আৰু,প্ৰতিদিনেই সুকীয়া প্ৰতিদিনেই আমোদজনক,প্ৰতিদিনেই নতুনত্ব,বাট চাইহে থাকো ভিডিঅ অহালৈ❤️❤️
ধন্যবাদ জ্ঞাপন কৰিছো
Bohut dhuniya hoi dei dekhi jivar pani porile o
ধন্যবাদ জনালোঁ
মন টো ভাল লাগি গ'ল😍
❤❤
ধন্যবাদ জনালোঁ
আপোনালোকৰ গাওঁৰ পৰিৱেশতো সচাঁই বহুত মনোমোহা,খাদ্যৰ কথাতো নকওঁৱে,ইমান ধুনীয়াকৈ বনায়।
ধন্যবাদ ইমান মৰম চেনেহ দি অহাৰ বাবে
Hundar gaon ....... dhuniya randhaborah...dkhiyai khow khow lagise..... Aapunar vidio sai bor bhal lage....Frim Bangalore Karnataka.
সচাই বৰকৈ গাঁৱলৈ জাবলৈ মন গৈছে 2 বছৰ হ'ল বাহিৰত থকা গাঁৱৰ এই পৰিবেশ বহুত ভাল লাগে 💓💓💓💓💓💓
🧡🧡💕🙏🙏💕💕
Oti hundor video aru recipe tu bor luvhoniyo hoise 😊
ধন্যবাদ আপোনাৰ মৰমৰ বাবে
Awesome assam
লোভনীয় পৰিবেশন 😋 সৰু মাছ দেখি জিভা পানী পৰি গৈছে।
😊😊😊😊🙏🙏💛💛💛💛
খাদ্য সম্ভাৰ, পৰিবেশ.... কি সুন্দৰ 👌👌👌
ধন্যবাদ জনালোঁ
Cemeraman🔥
😊💛💛🙏❤️💛😊
ভিডিঅটো ছাই ভাল লাগিল 💚💛💜👌
ধন্যবাদ জ্ঞাপন কৰিছো
Mja
Wowwww. Apunar vdos sai j mon xanti lage🥰🥰
Dhanyawad janalu 🧡🙏
Oti hundar
Thankyou 🧡
Apunar video sai bohut bhal lage
Dhanyawad janalu
Bht bhal lagise.mur making enek bonai.aji manat pari gol
Thanks 👍🙏
Khub dhuniya ❤️
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Khabole mota hole golu hoi❤️❤️❤️❤️
Bhut bhut dhuniya lgise o video Tu sai😍❤❤❤👌👌👍
ধন্যবাদ জ্ঞাপন কৰিছো
Eman hundor poribekh ,dekhi montu fresh hoi jai,taate ako gaonor recepie,mukhor pani ulai goise,ajikali kot enakua recepie khaboloi pua jai,gaon kothai beleg👌👌👌👌🤤🤤
বহুত বহুত ধন্যবাদ video টো উপভোগ কৰি ভাল পোৱাৰ বাবে
সচাঁই গাঁৱৰ থলুৱা ভাতসাঁজ তৃপ্তি এ বেলেগ। বহুত ভাল লাগিল ভিডিঅ চাই,,,,,আপোনাৰ চেনেলটো আৰু আগুৱাই যাওক,,,,,,।
ধন্যবাদ তোমালৈ
আহ...... কি অনন্য উপস্থাপন শৈলী, সুন্দৰ পৰিবেশন। বহুত ভাল লাগিল। বহুত সুভেচ্ছা জনালোঁ
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
ঔটেঙা,ঢেকিয়া পথাৰৰ সৰু মাছ দিয়া বইল শাক...কি যে সোৱাদ ভৰা এসাঁজ 😋😋
ধন্যবাদ সদায় মৰম দি অহাৰ বাবে ।।।।।💛💛💛💛💛💛💛💛💛💛💛
Background flute music to Rabha traditional.. Huni val lagile nice video!
হয়, ধন্যবাদ জ্ঞাপন কৰিছো
কচুৰ মাজৰ এইটো খাই বুলি জনাই নাছিলোঁ ।ধুনীয়া সিজোৱা তৰকাৰী ।সচাই সুন্দৰ গাওঁৰ প্ৰতিছবি 👌👌❤️❤️
বহুত বহুত ধন্যবাদ জনাইছোঁ
Video tu sai bor vall lagill gaor ghar khonoloi monot pori goise hosakoi
🧡🧡🙏🙏💕💕💕💕
দেখি লোভ লাগি গৈছে।।।
🙏🙏🙏💛💛💛💛💛💛
Gawxonor prakritik poribekh vakhare bujabo nuwara bohut val lage apunar video bur sai sonitpur or dhekiyajuli r pora morom jaselu apunaloi
Dhanyawad janalu 🧡🧡🧡🧡🙏🧡🙏🧡
অতি সুন্দৰ লোভনীয় হৈছে ভাত সাজ।
ধন্যবাদ জনালোঁ
Beautiful and fresh.....
ধন্যবাদ জ্ঞাপন কৰিছো
Bohutei vl lge videosbur sai..bixekhkoi imn dhunia gaon dekhibo pao..vl lgi jai
Dhanyawad apunaloi 👍🧡🙏
Apunar dada boi apunak bhout suport kori bhout val liga 🥰🥰🥰
ধন্যবাদ জনালোঁ💛💛💛💛💛
Wah.. Mur priyo haz dhekiya outenga😍😍
💛💛🙏🙏🙏🙏🙏
সচাকৈ আপোনালোকৰ গাঁৱৰ পৰিবেশ টো, ঘৰখন বৰ ধুনীয়া 😊 !! গাঁও হলে সম্পূৰ্ণ গাওঁ হলে হে ভাল লাগে। মোৰ মাটিৰ ঘৰ বহুত ভাল লাগে আজি গাঁৱৰ সম্পূৰ্ণ মাটিৰ ঘৰখন দেখি মনটোৱে বহুত শান্তি পালে !😊
ধন্যবাদ জনালো।
আপোনাৰ Video বিলাক চাই সঁচাকৈ বহুত ভাল লাগে।🥰
অশেষ ধন্যবাদ জনালোঁ
Ga vl nsl saboi pora nasilu aji saisu vl lgl👍👍👍👍
ধন্যবাদ ।। সোনকালে complete আৰোগ্য হোৱা তাৰে কামনাৰে ।।।।
কুমলীয়া ঔটেঙা সৰু মাছ ঢেঁকীয়া 🤤 🤤🤤🤤❤️
💛💛🙏🙏🙏🙏
Bor hundor hoise dei bohut val lagise video bur sai aapunalukor anekoy a notun notun video sabole pam buli aakha rakhilu.... 💞🙏
Okhekh dhanyawad apunaloi 👍
Very nice..
💛💛🙏🙏🙏
Bohut bhal lagil... ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️ Next notun dekhim buli aakha thakil
Thankyou 🧡 so much 💕🙏
Mozahh gawliya video bonai dei...vl lge bhutt
Dhanyawad janalu 🧡🧡🙏👍🙏
Bor dhuniya de 👌👌
💛💛🙏🙏🙏
কি যে সুন্দৰ আৰু লোভনীয়।
❤️❤️🙏
লুভনীয়😋😋
🧡🧡🙏💕
Boriyah 👌👌☺️
V v good
Apunr hatere axaj xble bor koi mn ase 🥰
Dhanyawad janalu 🧡🧡🧡🙏🙏
Vdio bur sai thaku apunalukr hsakoi a bhut bsi vl lge ❤️❤️.
💛❤️🙏🙏❤️💛
Very nice.
Thank u so much
অতি সুন্দৰ এসাঁজ ।
ধন্যবাদ আপোনালৈ
দেখিলেই গাওঁ খন আপোন যেন লাগে
ধন্যবাদ জনালোঁ
Ajir khana tu khai vl lagibo mass khorisa khai birat mojaa lage 😋
💛💛🙏🙏🙏🙏
Aji saisu khub dhniar vedio
💕🙏👍👍
Bor val lage aapunar video bur sai
💛❤️🙏❤️💛💛
Apunar video bur sai bor bhal lagy,nibhaj aru nikhut gaonor sobi dakha pau,bohut morm tinsukiar talap ara gaonor pora
বহুত বহুত ধন্যবাদ জনালোঁ
just wow 👍
🧡🧡💕🙏🙏🙏
শুভ ৰাতিপুৱা বা । পুৱাই থলুৱা ব্যঞ্জণৰ জুতি দেখা পায় ভাল লাগিল বা ।
অশেষ ধন্যবাদ জনালোঁ ।।