ইমান বয়সৰলৈকে সুস্থ শৰীৰে ঘৰৰ সকলো বিলাক কাম কৰি যাব পৰা এগৰাকী আইতা ।
Вставка
- Опубліковано 7 лют 2025
- If you liked the video please do subscribe our channel. Keep supporting us so we can continue to provide you more videos.
thank you for watching.....
Our other youtube channel name .. AMAR GAON
#tradition
#assam
#amargaon
#assamesefood
#festival
আইতাৰ যোগাযোগৰ no +916002902365
আপোনালৈ বহুত বহুত ধন্যবাদ 🙏
30:48
Aitaloi untarik dhanyabad thakil, hodai bhale thakok.
1@@binoyborah5535
@@binoyborah5535⁰ⁿ⁸1
সুন্দৰ আৰু সুস্থ স্বাস্থ্যৰ অধিকাৰী হৈ থাকক আইতা। দিঘায়ু আৰু সু-স্বাস্থ্য কামনা কৰিলোঁ আইতাৰ
আইতা জনীৰ চৰণত পৰিছো। মৰম লগা আইতা,ঈশ্বৰে কুশলে ৰাখক।
প্ৰথমে আইতা লৈ বহুত বহুত মৰম যাচিলো আৰু চৰণত সেৱা ধৰিছোঁ সদাই সুস্থ স্বাস্থ্যৰ অধিকাৰী হৈ থাকক আইতা ❤ ভাল লাগিল video টো চাই ধন্যবাদ!!
এইটোও আপোনাৰ এটা quality channel, একেটা ভিডিও টে বহুত কিবা কিবি পোৱা যায়, entertainment টো হয়ে,লগতো শিকিবলৈও কিবা এটা পোৱা গৈছে। এটা সুন্দৰ ৰচিপি, এগৰাকী আইতাৰ এই বয়সতো কামৰ শক্তি,বন দৰৱৰ জ্ঞান আদি সকলো খিনি মিলি সঁচাকৈয়ে এটা অতি quality ৰ ভিদিও এইতো। বহুত ধন্যবাদ
বহোত ভজা লাগিল ভি দি য়টো চাই আইতাৰ বাবে আশীৰ্বাদ থাকিল আৰু দীৰ্ঘ আয়ো কামনা কবিলো
চাইছো দেই আইতা ।খুউব বেচি ভাল লাগিছে এই বয়সত ইমান কাম কৰি আছে ,আৰু ইমান কাপোৰ বৈ আছে ।আপুনি সদায় সুস্থ হৈ থাকক 🙏❤️
আইতা হতৰ হাতৰ হুৱাদেই বেলেগ 🤤❤😘
খুব সুন্দৰ আইতালৈ প্ৰণাম জনালো লগতে সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। 🙏
অতি সুন্দৰ আই তালৈ শত কোটি নমষ্কাৰ❤
বহুত ভাল লাগিল আইতা গৰাকীক ❤
অতি সুন্দৰ 👌❤ আইতা সদায় কুশলে থাকক তাৰেই কামনা কৰিলো 💕💕
👍👍👍💕🙏
বহুত ভাল লাগিল। এইবিলাক কথা লিখিত আকাৰে সঙৰক্ষন কৰিব পাৰিলে ভাল হ'ব বুলি ধাৰণা হৈছে। আপোনালোকক অশেষ ধন্যবাদ জনালো। আইতা গৰাকীক প্ৰণাম যাচিছো
।
বহুত ভাল লাগিল❤আইতা জনীৰ দীৰ্ঘায়ু কামনা কৰিলো🙏🥰😘
আইটাগৰাকীৰ দীঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ🙏 আইটাগৰাকীক কেনেকৈ লগ কৰিব পাৰিম জনাবছোন
Phone number comment pin kora hoise
আইতা তুমি জেৰেঙা,ককা দেউতা মেজেঙা ❤❤❤❤❤❤সদায় ভালে থাকা দেই
ইমান সুন্দৰ অনুষ্ঠান কৰিছে আপুনি, ভাল লাগিছে।
Thankyou so much 💕🙏
Iman bhal lagil itak bhal lagil
খোন্দনা টো লগত আইতা গৰাকীক দেখি মোৰ আইতালে মনত পৰিল গল বা , আইতা গৰাকীলৈ বহুত মৰম ।
আইতাক দেখি বৰ ভাল লাগিল,। আপোনাক বহুত বহুত ধন্যবাদ আইতাক অনাৰ বাবে,
আইতা গৰাকিক সছাকৈয়ে বৰ ভাল লাগিল ।
ভাল লাগিল
Ultimate vlog 👍
ইমান সহজ সৰল মানুহ গৰাকী একেবাৰে নিভাজ সেই কাৰণে ইমান বয়সলৈ কাম কৰিব পৰা হৈ আছে লগতে অনুষ্ঠানটোত এনেকুৱা আইতা সকলক সুবিধা দিয়া বাবে আপোনাক ধন্যবাদ দেই
Thankyou so much 💕🙏
Very nice ❤️❤️
Bht vl lgil video tu sai aita Joni br mrm loga
ভাল লাগিল । খুব ভাল লাগিল ।
Bor val lagil Aitagoraki.Eman boyoxotu karmapatu hoi ase dekhi apluta holu.Tekhetok shraddhare pronam jonaisu.Bhogobane xodai kushale rakhok.🙏🏻🙏🏻💐❤️
বহুত ধুনীয়া লাগিছে আইটালৈ মৰম থাকিল
মজা লাগিল দেই আইতা❤❤❤🎉🎉
আইতাক আমাৰ গাওঁ প্ৰগামটো ত দেখা পাই বৰ ভাল লাগিছে।
আইতালৈ বহুত বহুত মৰম...... বাইদেউ আপুনি খোপাটো বান্ধিবচোন খুব ধুনীয়া দেখি❤ আই ঐ ইমান ধুনীয়া কাপোৰবিলাক
আইগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।তেখেতলৈ সেৱা জনালোঁ 🙏
Aita goraki bhut vl lagil aru masor anja dekhi khau khau lagil
আইতা দীৰ্ঘ আয়ু হওঁক ।
, বৰ ভাল লাগিল দেই ।আকৌ আহিব দেই আইতা ।❤❤
আইতাৰ খুন্দনাটো দেখি মোৰ মালৈ বহুত মনত পৰি গ'ল।মোৰ মাৰ খুন্দনাটো এতিয়াও সযতনে ৰাখি থৈছো
Dhuniya aita
Aitar programe to hoci Bor bhal lagel bohut bohut subhasay thikil
আইতালৈ বহুত মৰম আৰু শ্ৰদ্ধাৰ জনালো।❤
বৰ ভাল লাগিল , ঈশ্বৰে কুশলে ৰাখক , তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ 🙏
Bahut val lagil
আইতা নমস্কাৰ জনালো। বহুত ভাল লাগিল
আইতালৈ বহুত ধন্যবাদ
আইতাৰ নিভাজ মাছৰ আঞ্জা ৰান্ধোন প্ৰণালী দেখি সঁচাই অভিভূত হলো।আগৰ দিনত অসমীয়াৰ আঞ্জা ৰান্ধোন প্ৰণালীত তেল মচলাৰ ব্যৱহাৰ প্ৰায় নহৈছিল আৰু সেইবাবেই এই বোৰ সুস্বাদু আৰু শৰীৰৰ প্ৰতি অনুকুল আছিল। অধিক তেল মচলাৰ ব্যৱহাৰে শৰীৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে।আইতা গৰাকীয়ে এনে আহাৰ গ্ৰহণ কৰাৰ বাবে ইমান বয়সতো কৰ্মক্ষম হৈ আছে। তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাথনা জনালোঁ। ধন্যবাদ। কৃষ্ণ কৃপাময কৰুণাৰ সাগৰ।
Baido aaji iman dhuniya lagi se apunar mekhela sador tu bhut dhuniya de ❤❤
Aitak bohut morom aru Shraddha jonalu ♥️🔱🙏♥️ video tu bohut dhunia lagil 💯👌
Bohut val lagil Aita❤🙏
Bohut val hoise
সচায় আইটাজনীক দেখি বহুত ভাল লাগিল 🙏🙏
Aitaloi bohut bhal lagil
আইতাক সেৱা জনালোঁ ।
Like ata dilu dei
Hundor anjja
মোৰ তামূলতি আইতা জনী,,মোৰ মায়েও আখি বছৰলৈকে তামোলৰ কটাৰী লৈয়ে গলগৈ,,লগতে আপোনাৰ এই videor বাবে এটা সুন্দৰ like,,mur আইতা ঔ,,ভগৱানে চতায়ো প্ৰদান কৰক
Aita Apunak bahut dhonyabad jonalu .Apuni amar gowrab.Bhagobane amak humoti diajen. Raij hakal akette amak dekhuar babe dhonyabad jonalu.
Aita hewa jonalu..dei..hodai dhunia hoi thakok dei..pronam aita..eman morom loga
Aaita joniloi bohut morom❤
ভাল লাগিল আপুনি আমাৰ traditional মেখেলাখন পিন্ধা দেখি❤
খুব ভাল লাগিল ভিডিঅ'টো চাই। আমাৰ আইতা সকলক জনমানসত চিনাকি কৰি, তেওঁ লোকে দি যোৱা অৱদান বোৰ আগবঢ়ায় দিয়াৰ বাবে ধন্যবাদ 🙏 আইতাক কিন্তু মানিচো ইমান বয়সতো বোৱা কটা কৰি আছে, সেৱাহে জনালোঁ 🙏🙏🙏🙏🙏🙏
আইতালৈ সেৱা জনালো
I like very much this program 😊
Aitar babe eta like😊😊😊
Beautiful aitajoni❤❤
আইতাক দেখি বৰ ভাল লাগিল
আইতা ৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদন কৰিলোঁ , কৃষ্ণ .
আইতাই ৰন্ধাৰ আঞ্জা ৰ দেখি বহুত লোভ লাগিল আৰু কাপোৰ দেখি আৰু ভাল লাগিল ভগৱানে ভালে ৰাখক
অসম সুন্দৰ
আইতা সদাই ভালে থাকক ।
গীতাত তুমি ভাল থাকা
বাইদেউ বহুত smart হয়
আইতা ভালে থাকক
আইতা চৰণত পৰিছো ৷ঈশ্বৰে কুশলেই ৰাখক
অ আইতা আপুনাৰ ৰান্ধা প্ৰণালী দেখি বৰ ভাল লাগিল। আৰু আপুনি এগৰাকী পকৈত শিপিনিয়ো ভিডিঅ টু ছাই বহুত ভাল লাগিল 🙏❤️❤️❤️
বহুত ভাল লাগিল ❤আইতা আপোনাক দেখা পায় ❤
বহুত ভাল লাগিল আইতাই কৰা কাম কাজ বোৰ দেখি
ভগৱানে ভালে ৰাখক তুমাক আইতা
Aita jonik morom lagise bhut
Aita jonik sai bohut bhal lagel ☺️🙏
ভাল লাগিল এনেকুৱা ভিডিও দেখি।।। গাঁওৰ গোন্ধ থকা ভিডিও।
Bar val lagil aaita
Aita karone ata like
আইতাই ক'লে "লোহৰ কেৰাহী" অৰ্থাৎ লোহাৰ কেৰাহী। আইতাৰ উচ্চাৰণ শুনি তাহানিৰ আমাৰ এনাইদেউ, আপাদেউহঁতৰ কথা মনত পৰি গ'ল। আগতে আমাৰ আইতাহঁতেও এনেকৈ বইল বনাইছিল। সেই অভ্যাস আমি নিজেও ৰাখিছোঁ। ভাল লাগিল আইতাৰ ব্যস্ততাৰ কথা জানি। আমাৰ এনাইদেউ আৰু আইতাহঁতে কাণত কেৰু পিন্ধিছিল। কাণৰ ফুটাৰে আমাৰ আঙুলি সুৰকি যায়। আমি তাকে লৈ স্ফুৰ্ত্তি কৰিছিলোঁ। আইতালৈ সেৱা জনাইছোঁ। তেওঁ সুস্থ হৈ থাকক।
Mojja lagil 😊
Eman hundor lagil..
. Aaita goraki... Bohut lavoban holu tekhetor bikhoye jani .
Val lagile aaita jnik
Bhut vl lgil❤️❤️❤️
Amar Aaita 90 years plus holeu atiyau ghrr hokolu Kam koribo pare tatu boi thake😊❤ Aaita r tamul khudunat khuda tamulor huwad hukiya ☺️....aita goraki loi bhut morom thakil.
আপোনাৰ আইতালৈ প্ৰণাম জনাইছোঁ । 🙏🙏🙏🙏👍👍👍👍🧡🧡
আপা লৈ বহু মৰম . আপুনি সদায় সুস্থ হৈ থাকক . খুদুনাটো তামোলৰ সুবাদ পাহৰি নোৱাৰি । ❤❤
আইতা ভালে কুশলে থাকক ❤🙏
hundar resipi..Aita
আইতা আমাৰ আৰ্দশ
Bor bhal lagil dai aitak log pabole mon hoise🙏🙏🙏
আইতালৈ বহুত মৰম যাচিলো 🙏, নতুন বান্ধৱী হলো দেই, আপুনি হ'ব বুলি আশা কৰিলো 🙏
Aita bor morom loga buisa baideu
❤ Aita loi buli bohut morom 😘
Video tu Sai bohut val lagile aru aita loi morom jasilu ❤❤❤
Aayooo bhut bhut mrm jasilo aaita love u❤mor aaitak bhut vl paisilo knto atia mor aaita ai prithibit nai😢
God bless you Aita
Comment nidiake nuarilu..moja lagil Sai ..goose bumps .. nostalgia
অতি সুন্দৰ