◆ বহুতে অভিশাপ বুলি ভবা ৰূপজ্যোতি-আছিকৰ প্ৰেমক আদৰিবনে সমাজে?

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • My News NE:
    ◆ গুৱাহাটীৰ যুৱক ৰূপজ্যোতিয়ে শিৱসাগৰৰ আছিকৰ মাজত বিচাৰি পালে প্ৰেমৰ ঠিকনা
    ◆ বহুতে অভিশাপ বুলি ভবা ৰূপজ্যোতি-আছিকৰ প্ৰেমক আদৰিবনে সমাজে? ◆ সমকামিতাক অপৰাধ বুলি ভবা একাংশৰ মানসিকতা সলনি হ’বনে?
    ◆ ৰূপজ্যোতিৰ বাবে কেনেকৈ প্ৰেমৰ এণ্টিবায়টিক হ’ল আছিক?
    ◆ ‘ব্যতিক্ৰম’ত আজি এহাল ব্যতিক্ৰমী প্ৰেমিক
    ৰূপজ্যোতি-আছিকে ক’লে ‘আমি একো অপৰাধ কৰা নাই’
    About Channel:
    The northeastern region comprising the eight states of Arunachal Pradesh, Assam, Manipur, Meghalaya, Mizoram, Nagaland, Sikkim and Tripura has long been a paradox in today’s narrative of India. The region, connected by what is called the “chicken’s neck” with the rest of India, has been on the map but off the mind for most people outside. The region and its people have been subjected to various misconceptions and biases in the media and elsewhere. The so-called “mainstream” media’s coverage of the region has largely been confined to conflicts, rise of insurgent groups, economic neglect, lack of infrastructure and political instabilities. What remains conveniently ignored is that the region is a biodiversity hotspot, a cultural laboratory with 220 ethnic groups and equal number of dialects, a paradise for tourists, home to some of the most friendly and hospitable people in the country, and a vital bridge to the booming economy of Southeast Asia.
    This is precisely the gap that MyNews fills. Powered by a group of veteran journalists spread across the nook and corner of the Northeast, MyNews is a multilingual 24X7 news portal that covers news about the region under a positive light. We focus on issues pertaining to the people of the Northeast and those of the region living outside with a global outlook. MyNews gives you news you can use. Digital is the age and digital is the medium. MyNews brings news as it happens on your smartphone with the aim of meeting Generation Y’s appetite for multiple news updates across the day on digital platforms. Starting with English and Assamese, the portal will scale up to more regional languages on its news delivery platform in the days to come. MyNews is your window to the Northeast and keeps you connected to the region day in and day out.
    ---------------------------------------------------------------------------------------------------------------------------
    Subscribe to our UA-cam channel: tinyurl.com/yc...
    ---------------------------------------------------------------------------------------------------------------------------
    You can also visit our website at: mynewsne.com/
    ---------------------------------------------------------------------------------------------------------------------------
    Follow My News NE on our Social Media Handle:
    Like us on Facebook: / mynewsne
    Follow us on Twitter: / mynewsne1
    Follow us on Instagram: / mynewsne

КОМЕНТАРІ • 2,2 тис.

  • @arfan5888
    @arfan5888 3 роки тому +293

    comment section is so positive 😀😀..
    social media t sob accepting...real life t he beleg

    • @Bankerspotlight
      @Bankerspotlight 3 роки тому +11

      Xosa kotha social media t sob mohan

    • @fermion4945
      @fermion4945 3 роки тому +3

      Tumi nijeu sage tenekua hoine real life ot?

    • @parbinsultana4581
      @parbinsultana4581 3 роки тому +3

      Yes u r absolutely right👍

    • @arfan5888
      @arfan5888 3 роки тому +2

      @@parbinsultana4581 hey parbin tumar lgt ktha olp patibo asile....
      insta t asa neki 2mi

    • @parbinsultana4581
      @parbinsultana4581 3 роки тому +1

      @@arfan5888 kua,insta nie mur

  • @aaisusfantasyworld4189
    @aaisusfantasyworld4189 3 роки тому +54

    ভাল লাগিল দুয়োকে। আজীৱন সুখী হোৱা ৰূপজ্যোতি আৰু আছিক❤❤

  • @santanadas4883
    @santanadas4883 3 роки тому +129

    সুখত থাকা দুয়োজনেই ৷ যদিহে এইটো বায়লজিকেল, সেয়ে কলেজ লেভেলৰ পাঠ্যপুঠিত এই বিষয়টো সন্নিবিষ্ট কৰিব লাগে ৷

    • @samarborah9160
      @samarborah9160 3 роки тому +3

      Bapero murtu koribo lage 😡

    • @nabadeepgogoi3435
      @nabadeepgogoi3435 3 роки тому +13

      পৰিয়াল মানে যে কেৱল পুৰুষ মহিলা দম্পতিৰেই আৰম্ভ নহৈ , পুৰুষ পুৰুষ বা মহিলা মহিলাৰ পৰাও আৰম্ভ হব পাৰে। ICSE board ৰ কিতাপ সমূহত ইতিমধ্যেই সন্নিবিষ্ট হৈছে।

    • @samarborah9160
      @samarborah9160 3 роки тому +1

      @@nabadeepgogoi3435 heitu thikei aase baru kintu kaam fera keneke koribo rati ? Jitu female aaru maleor majot hoi heitu kaam knke koribo ? Tar bikhoyeu olp jonabosun mohahoi 😂😂😂

    • @Sunildas-xq1dz
      @Sunildas-xq1dz 3 роки тому +1

      @@samarborah9160 sahi khel gya Bncho🤣😂

    • @junmoni7001
      @junmoni7001 3 роки тому +3

      @@samarborah9160 mjaa dise..fal2 bur ulaise..aibur kunu bemar nhy..mn2 atorabo lage.fal2 sb

  • @rikibharali2384
    @rikibharali2384 3 роки тому +54

    প্ৰেম প্ৰেমেই! সকলো প্ৰেমেই শ্ৰদ্ধেয়। তোমালোকৰ জয় হওক।

  • @niharikamahantasilapathar2207
    @niharikamahantasilapathar2207 3 роки тому +48

    সচাকৈ অনামিকা বা বহুত বেছি ভাল লাগিলে ভিদিয়তো চাই তোমালোক দুজন নিজৰ মতে জীয়াই থাকে মই তাকে কামনা কৰিলো 👍 কাৰ কাৰ ভাল লাগিলে এটা like কৰি দিবা

    • @niharikamahantasilapathar2207
      @niharikamahantasilapathar2207 3 роки тому +2

      @JUNMONI vlogs Assam হব বাৰু 👍 কিন্তু এটা কথা জোনে য়েনেকৈ য়াৰ লগতে সুখি থাকিব বিচাৰে তাৰে লগত থাকিব দিব 🤗✌️লাগে মোৰ মতে মনে নিমিলা মানুহৰ লগত কোনো কেতিয়াও সুখি হব নোৱাৰে য়িমানে ধন সম্পত্তি নাথাকক কিয় 😔 মোৰ মতে নাজানো আনে কি ভাবে

    • @icanseeyoubaby
      @icanseeyoubaby Рік тому

      Tumak kune pale baru jibonot June paise no bm mal paise kintu

  • @bhaswatikonwar4751
    @bhaswatikonwar4751 3 роки тому +5

    খুব সুন্দৰ অনুষ্ঠান। bollywood ত এনেকুৱা সমকামিতাক লৈ চিনেমা বহুত হৈছে, কিন্তু সেইখন 'BOLLYWOOD'। অসমত এনেকুৱা এটা অনুষ্ঠান চাবলৈ পাই খুব ভাল লাগিছে। ইমান খিনি কথা পৰিষ্কাৰ কৈ পাতিবলৈ এনেকুৱা এখন মঞ্চ দিয়াৰ বাবে @mynews Channel ক বহুত ধন্যবাদ, শুভেচ্ছা থাকিল যাতে তেওঁলোকে এনেকুৱা অনুষ্ঠান বোৰক লৈ আগবাঢ়ি যাৱক 🌻
    বাকী দাদা দুয়োজনলৈ বহুত বহুত শুভেচ্ছা থাকিল। they are just meant to be together ❤️ সুখী হওক আপোনালোক 🌻

  • @nikkiqueen6768
    @nikkiqueen6768 3 роки тому +8

    তোমালোকৰ relationship চাই মনটো ইমান ভাল‌ লাগিলে । সচাঁকে বুজাব নোৱাৰি মনটোক বহুত ভাল লাগিলে।☺️☺️ সুখী হোৱা তোমালোক দুয়োজনেই। ৰূপজ্যোতি❤️আছিক congratulations 🎉 প্ৰেমে কোনো বাধা নামানে। ❤️ তোমালোক দুয়ো আগুৱাই যোৱা। God bless you both of you

  • @chanakyabhuyanvlogs
    @chanakyabhuyanvlogs 3 роки тому +5

    Val lagile video tu... especially duijonke thnku kobo lage..enekoi raijor mat ahi je excpt kori loise....my be enkua sake aru bohut ase....best wishes thakil duijonle...

  • @momindas119
    @momindas119 3 роки тому +93

    story টো ইমান আন্তৰিকতাৰে চালো যে চকুযোৰি সেমেকি উঠিল । মাথো আশাকৰো দুয়োজন সুখত থাকা ।
    thankyou `My News ne´

  • @gopensharma1201
    @gopensharma1201 3 роки тому +32

    Great interview!!! That's very common in world, but it's still new in India. You're the guy's so brave come front in assamese society to open common human eyes and struggle to get your rights. Keep it up 👍

  • @pranabdas7158
    @pranabdas7158 3 роки тому +11

    আপোনালোকলৈ বহুত শুভকামনা জনালোঁ ❤️ 🤗🤗 । এই কলিযুগত অসমৰ দুয়োজন দাদা শিৱ বিষ্ণুৰ প্ৰতিক । good luck 🏳️‍🌈 আপোনালোকৰ জীৱনটো শুভ হওক তাৰেই কামনাৰে মনেৰে ঈশ্বৰক প্ৰাৰ্থনা
    জনাইছো । শিৱ বিষ্ণুৰ প্ৰেম =বিষ্ণু শিৱৰ প্ৰেম সনাতন ধৰ্মৰ পাতে পাতে আছে সকলোৱে এই প্ৰেমৰ আদৰণি জনাইছিল সেয়েহে সমাজৰ মাজৰ পৰা এই সমকামিতাটোক প্ৰেমৰ ধাৰাটো ধৰ্মৰ সহায়েৰে আগবঢ়ালোঁ 🙏

  • @priyabordoloi7125
    @priyabordoloi7125 3 роки тому +15

    সুপ্ৰভাত দুইজনলৈ । বহুত ভাল লাগিল ভালপোৱা এনেকুৱা হব লাগে যত হাঁহি আৰু সুখ থাকে। সঁচাই তোমালোকক আদৰিছোঁ। আনে কি কয় তাক গুৰুত্ব নিদিবা নিজৰ মন আৰু বিবেকক গুৰুত্ব দিবা । তোমালোকৰ এই ভালপোৱা চিৰযোগমীয়া হওঁক। Love You ...And God Bless You......

  • @chumpiborah9476
    @chumpiborah9476 3 роки тому +213

    ইমান পবিত্ৰ দুয়োৰে সম্পৰ্ক..মোৰ দুচকু বৈ আহিল💚সদায় সুখী হোৱা দুয়ো...!

  • @arupsaikia548
    @arupsaikia548 2 роки тому +2

    বহুত ভাল লাগিল তোমালোকৰ যৌৱন কাহিনী,আমাৰ সমাজৰ আৰু যাতে কোনো দিনে আগলৈও কোনো মানুহে তোমালোকৰ দৰে কাকো অপমান নকৰে,
    i am like u two friends

  • @tapandas822
    @tapandas822 2 роки тому +6

    ৰূপজ্যোতি আৰু আছিকৰ দৰে মইয়ো ত্রজন বিচাৰোঁ সচা অন্তৰৰ পৰা ভাল পাওঁ মানুহ এজন ❤❤❤🙏🙏🙏

  • @touchofgreen1215
    @touchofgreen1215 3 роки тому +21

    Rupjyoti tu tamam cute.. vaiti vaiti lagi gol... love for you both❤

  • @bidyutvlogs5456
    @bidyutvlogs5456 3 роки тому +29

    Story to ইমান ভালকে চাইছো 1sec skip কৰা নাই... Stret person o imn valke proposed koribo nuware... Happy thka.. Ge bless

  • @ayanart1062
    @ayanart1062 3 роки тому +30

    Luckiest man to have this type of mother

  • @arotiphukan6989
    @arotiphukan6989 8 місяців тому +1

    সমাজে মানে বানামানে তাক ভাবি লাভ নাই।সকলোৱে এনেও নামানে।ভালপোৱা সকলৰ লগত সমিলমিলেৰে থাকি,নিজৰ কৰ্ম কৰি আগুৱাই যোৱা ভগৱান সহায় হবই হ'ব।মোৰ শুভ কামনা থাকিল।

  • @swapnadihingia9599
    @swapnadihingia9599 3 роки тому +11

    You two are so positive and supportive..... Stay blessed ❤❤

  • @amararunav5198
    @amararunav5198 3 роки тому +12

    দুয়োজন প্ৰেমিকলৈ বহুত বহুত শুভ কামনা থাকিল,লগতে দুয়েৰে যুগ্ম জীৱন যেন দুয়োৱে ভবাৰ দৰে পাৰ হয় তাৰ বাবেও ভগৱানৰ ওচৰত পাৰ্থনা জনাইছো,,,,
    এই ক্ষনতে ৰূপজ্যোতিলৈ তেওঁৰ জন্ম দিনৰ শেহতীয়াকৈ হলেও বহুত বহুত শুভেচ্ছা জনালো,সদাই আজিৰ দৰে প্ৰান খুলি হাঁহি থাকিবা আৰু এনেদৰেই বুকুত অদম্য সাহস লৈয়ে আগবাঢ়ি যোৱা লগতে ইমান কষ্ট কৰি প্ৰায় 55 মিনিট 31 ছেকেণ্ড সময় ধৰি অনামিকা বাৰ লগতে কেমেৰামেন আছিক দালৈও বহুত বহুত ধন্যবাদ থাকিল,আপোনালোক দুয়োজনে আমাক এই অনুষ্ঠান চাবলৈ সুযোগ কৰি দিয়াৰ বাবে। আগলৈও এনেধৰণৰ অনুষ্ঠান চাবলৈ পাম বুলি আশা কৰিলো।

    • @rupjyotibarman9175
      @rupjyotibarman9175 3 роки тому +1

      ♥️♥️♥️tnk u so much Arunav..

    • @arobindasahariya6091
      @arobindasahariya6091 3 роки тому

      Val lagil tumar comment2 sai...hokolu manuhe tumar nisinakoie voba hole.eman khini confusion noholei hoi

    • @tapandas822
      @tapandas822 2 роки тому

      মইয়ো ত্রজন বিচাৰোঁ পাম নে

    • @__-xd9ku
      @__-xd9ku Рік тому

      @@tapandas822 Asu moi

    • @__-xd9ku
      @__-xd9ku Рік тому

      @@tapandas822 gor Kot tumar

  • @writuparnadeka4638
    @writuparnadeka4638 3 роки тому +7

    Your story changed my mind, after I have seen this I can call wow..., if there have a love relations then be like this ..( boy+girl, boy+boy, girl+girl doesn't matter who are them because I know this is natural; just love, believes, support are matters ..)
    Unexpected but really like it. God bless you both ...!!

  • @saqleinmostak5589
    @saqleinmostak5589 3 роки тому +50

    এইটো সকলোৰে ব্যক্তিগত কথা...
    ভালপোৱা নিজৰ নিজৰ কথা।
    তোমালোক দুয়োলৈ শুভকামনা থাকিল ।

  • @kabyashreegogoi1855
    @kabyashreegogoi1855 Рік тому +2

    Rupjypti's voice is too good..and he speak very well .ashik also....nice couple

  • @rakeshsajati4714
    @rakeshsajati4714 3 роки тому +1

    এনেবোৰ কথা সকলোয়ে জনাটো প্ৰয়োজনীয়। @My news NE ক ধন্যবাদ জনালোঁ। ৰূপজ্যোতি আৰু আছিক দাক ভাল লাগিলে, দুয়োজন যথেষ্ট সাহসী। তোমালোক আগুৱাই যোৱা।🥰 শিক্ষিত সমাজে এই সম্পৰ্কবোৰো আদৰি ল'ব হ'ল। সেই পুৰণি দিনৰ পুৰুষ-মহিলাৰ নিচিনা সম্পৰ্কৰ মাজত আৱদ্ধ নাথাকি উত্তৰ আধুনিকতাবাদী দৃষ্টিভংগীৰে চাবৰ হ'ল। @rupjyoti barman

  • @sobhanchandrabaruah3876
    @sobhanchandrabaruah3876 3 роки тому +74

    I am also a gay
    I have also a boyfriend
    We are ready to marry
    Our parents also accept and support us

  • @barnalibora3756
    @barnalibora3756 3 роки тому +8

    Aiyooo...Iman besi VL lagise😍😍 gutei vdo tu moi smile korie sai asu..bohut besi bhal lagil..duijonei xodai bhal k thakok takei bisarisu🙂🙂

  • @pranjalmodhukoilya5347
    @pranjalmodhukoilya5347 3 роки тому +207

    প্ৰেম কৰাটো একো পাপ নহয়।এয়াও প্ৰেম। সমাজ অবিহনেও প্ৰেম কৰিব পাৰি। সুখী হোৱা তোমালোক

  • @sunilphangshu4661
    @sunilphangshu4661 6 місяців тому

    বহুত সুন্দৰ মন্তব্য ভাল লাগিল

  • @babuphukan8920
    @babuphukan8920 3 роки тому +5

    Host seems to be a very friendly lady.... She made the interview more entertaining 😎

  • @BabitaDevi-lw6gz
    @BabitaDevi-lw6gz 3 роки тому +11

    I am just so proud that now a days everyone is so vocal regarding their sexuality.. This is so natural and beautiful that everyone should accept just they way they are...

  • @roshogolla3559
    @roshogolla3559 Рік тому +4

    এদিন আমাৰ দেশতো এয়া বৈধ হ’ব বুলি আশা ৰাখিলোঁ। 😊

  • @shibanigogoi36
    @shibanigogoi36 3 роки тому +7

    Hosakoi bohut val lagil tumalukr relationship2, hodai tumaluk happy hua❤❤

  • @bhagyasreehazarika122
    @bhagyasreehazarika122 2 роки тому +1

    Hosai iman val lagil o dekhi iman dhunia bujabuji duijonor majot kune koi prem e horir bisare, gutei episode tu mukhot eta hahi loi e salu hokolutke besi val lagil Asik r anondot sokulu ulai hug kori pahori goise public place t ase buli je koise

  • @phunudas6547
    @phunudas6547 3 роки тому +18

    ভালে থকা,,সুখী থকা,,❤️

  • @bakulkoch9098
    @bakulkoch9098 3 роки тому +16

    Love is love ♥️♥️♥️ Rupjyotir kotha kuwa style tu khub dhunia aru hahitu val lage

  • @babybebo5380
    @babybebo5380 3 роки тому +30

    বহুত ভাল তোমালোকৰ প্রেমৰ কথা জানি | প্রেম প্রেমেই হয় | সফল হোৱা আগুৱাই যোৱা তোমালোক |

  • @princikadutta9799
    @princikadutta9799 3 роки тому +3

    সচাই বহুত ভাল লাগিল তোমালোকৰ love story কথা শুনি।তোমালোকৰ big fan হৈ গ'লো।মানুহৰ জীৱনত বাধা আহিবই।সেই বাধা অতিক্ৰম কৰি আগুৱাই গৈ থাকা।এদিন সফল হ'বায়।ভাল পোৱা কেতিয়া কাৰ লগত হৈ যায় কোনেও গম নাপাই।তোমালোকৰ relation তোক salute কৰিছোঁ। সুখী হোৱা তোমালোক।

  • @pronitatayung9794
    @pronitatayung9794 3 роки тому +1

    তোমালোক দুয়োজনেই ভালেথাকা বহুত বহুত ভাল লাগিল

  • @upasanasvlogs2439
    @upasanasvlogs2439 3 роки тому +3

    really so cute love stroy...xosa premt kuno badha aahibo noware,aapunaloke xodai anedore hahi thakk , bhut besi aaguwai jaok ..xomaje adin accpt koribo a aapunalokk

  • @Geomatrydash22
    @Geomatrydash22 3 роки тому +4

    eman positive comments comments pori mur sokhu pani boi goise ❤❤God bless you both ❤❤

  • @Miss_hazarikafromdib
    @Miss_hazarikafromdib 3 роки тому +14

    Am seriously inspired in this story. . . . . Mur bia hoisl ru deutai ghurai loi ahisl just for domestic violence, mentally, emotionallly n physically they are harshad me. . . . So mk ani deutai again pohuale. . . . Than ajon lorak moi lg pislu he mur lgt relationship t ahbo bsrsl so mi tak mur lifer everythng kolu. . . He kandsl bht. . . . Jdiu mk accept korisl even we complete our 1 year. . . But socially mi accept krvo nuwarsu ki krm bhbi puwa ni. . . . . Tmlkk dkhi olp hahokh pisu aguwai juwa

  • @kuntaladas5057
    @kuntaladas5057 3 роки тому +19

    সুখী হোৱা 😍😍❤️❤️

  • @mousumigogoi3386
    @mousumigogoi3386 3 роки тому

    তোমালোকক দেখি সঁচাকৈয়ে বহুত ভাল লাগিছে ,সুখী হোৱা দুয়োজন বহুত বহুত শুভকামনা থাকিল।

  • @kabitagogoi4651
    @kabitagogoi4651 3 роки тому

    অনামিকা বা ক বহুত বহুত ধন্যবাদ
    সমাজ খনৰ মানুহ বিলাকক এটা সুকীয়া সুন্দৰ মেচেজ দিয়াৰ বাবে ।👍
    ৰূপজ্যোতি দা আৰু আছিক দা যাতে সফল হয় তেওঁলোকৰ প্ৰেমত ....
    I wish god bless both of you 🥳
    Really it's most interesting story .
    Love for both ❣️😍❣️

  • @ritupornandutta3012
    @ritupornandutta3012 3 роки тому +11

    Dujonor kotha t gom pai teu luk je hosa premik❤❤ duiu hukhi hok hodai

  • @prandeepsonowal6210
    @prandeepsonowal6210 3 роки тому +79

    Rupjyoti amr lgt bihu nasisil.. kn2 jona nsilu aiblk ktha... val lagil kin2 😀 cngrts bro👍

    • @ashaduddin758
      @ashaduddin758 3 роки тому +1

      Atiya gom.paisa na😂

    • @prandeepsonowal6210
      @prandeepsonowal6210 3 роки тому +1

      @@ashaduddin758 plu😆

    • @neehu2533
      @neehu2533 3 роки тому +1

      Hetor ki suali krne feel nahe nki? Mne dekhat imn perfect lora htr mon njai ne suali ajni lgt biya kribo... Plz kua moi confused htk dkhi

    • @ashaduddin758
      @ashaduddin758 3 роки тому

      @@neehu2533 kisum.lora asa ...hihotor lora ha vl lage suwali jiman a dhuniya nohouk kio vl nlge_
      Aru kisuman suwali asa hihotok lora vl.nlge suwli ha vl lage_ najanu kio vl lage gom.napau bhai😕😕

    • @neehu2533
      @neehu2533 3 роки тому +1

      @@ashaduddin758 hosa deii

  • @hiraksarmah2126
    @hiraksarmah2126 3 роки тому +23

    Perfect❤

  • @gunakantabaruah1988
    @gunakantabaruah1988 2 роки тому +1

    ভাল লাগিল সুখী হোৱা।

  • @bijoyaborah7513
    @bijoyaborah7513 3 роки тому +1

    Duijonor prem jen hofol hoi bhut val lagil

  • @jyotismannath8423
    @jyotismannath8423 3 роки тому +11

    Really happy to see people accepting LGBTQ+ Community with great warmth. Hopefully in real life also we get the same response.
    #proud_to_have_you_guys...

  • @JKMusicAssam
    @JKMusicAssam 3 роки тому +15

    God bless u ..

  • @kabitaborgohain6361
    @kabitaborgohain6361 3 роки тому +21

    আপোনালোকৰ প্ৰেম চিৰযুগমীয়া হৈ ৰওঁক ❤।

  • @jyotiprasadphukan3488
    @jyotiprasadphukan3488 3 роки тому +2

    আশীৰ্বাদ কৰিছো সদায়ে সূখত থাকা ৷

  • @aaadit4131
    @aaadit4131 3 роки тому +8

    Love is love🏳‍🌈. Please giving English substitle, i don't understand but happy to see the Gay couple live happily in India

  • @xeujiaprithibi7075
    @xeujiaprithibi7075 3 роки тому +8

    *ভগৱানে সৃষ্টি কৰা এই সম্পৰ্ক ভগৱানে আশীৰ্বাদ কৰক❤god bless both of you*

  • @dolibarman1831
    @dolibarman1831 3 роки тому +29

    সদায় সুখী থাকক দুয়োজন...Lots of love for both of you💕💕

  • @gayatridas7085
    @gayatridas7085 3 роки тому +8

    So cute... 😆😆😆 and romantic... You both.... God bless
    😊😊

  • @Hotbebe420
    @Hotbebe420 3 роки тому +1

    আৰে ৱাহ !!!!
    কতি মৰা-মৰি প্ৰেম।
    turu love.

  • @navajitdas4504
    @navajitdas4504 3 роки тому +6

    তোমালোকৰ love❤ চিৰযুগমীয়া হক তাৰে কামনা কৰিছো

  • @bhubonindia2885
    @bhubonindia2885 3 роки тому +70

    Rupjyoti's mother is such a cool and nice human being.

  • @bhukhanjyotigogoi7482
    @bhukhanjyotigogoi7482 3 роки тому +13

    It is best.

  • @neharikad7192
    @neharikad7192 3 роки тому +47

    ভগৱানে দুয়োজনকে happy ৰাখক

  • @deepraajdunia229
    @deepraajdunia229 3 роки тому

    Rupjyoti da tmk bohut val lage,rupjyoti dar karone like ata kora

  • @prajalitasonowal3143
    @prajalitasonowal3143 3 роки тому +31

    তেওঁ লোকৰ ভালপোৱা মৰম প্ৰেম সচাঁই ব্যত্তিক্ৰম ❤️❤️❤️

  • @utpal2121
    @utpal2121 3 роки тому +19

    অতি সুন্দৰ

  • @chitraranjansaikia95
    @chitraranjansaikia95 3 роки тому +11

    It's a natural ... society should accept all like normal. they're so brave.. God blessed u both🎉🌻

  • @beinghuman6115
    @beinghuman6115 3 роки тому +13

    First of all I would like to thank #MY NEWS for showing such thing to Assamese community to make us realize and for huge support. And big congratulations to both couple deepjoyti and ashiq. Keep supporting each and everyone feeling.

  • @tribalboys8400
    @tribalboys8400 3 роки тому +12

    ভাল লাগিল সমকামিতা অপৰাধ নহয় ই এক প্ৰকাৰৰ জীৱন প্ৰণালী।

  • @bipashasonowal5678
    @bipashasonowal5678 9 місяців тому

    Bahut Bahut bhal lagil duyuke

  • @kangkanamalakar4917
    @kangkanamalakar4917 3 роки тому +3

    Gf bf r majote iman prem nathake tumalokr jiman ase,stay happy always♥️

  • @mirandachetia7192
    @mirandachetia7192 3 роки тому +42

    মনৰ জোখাৰে সুখী হোৱা দুয়ো 😍❤️

  • @partha0973
    @partha0973 3 роки тому +7

    দুইজন সুখত থাকা 😌🤞.... এইয়া সঁচা প্ৰেম❤️😌

  • @simakalita3096
    @simakalita3096 3 роки тому +1

    Bohut val lagil sai...God bless both of you........

  • @ShibangiBorah
    @ShibangiBorah 2 роки тому +2

    Love has no gender ♥️ warmest congratulations to both of you 😊✨ always be happy. God bless you ♥️ lots of love from core of my heart ❤️❤️ love from jorhatt Assam India ☺️❤️

  • @Maina-wm4ze
    @Maina-wm4ze 3 роки тому +4

    you both are so cute and sweet together. god bless you both. 💓 I also have a girlfriend. it's been 3 years now 🤗 I'm also hoping for the best.

  • @trishnasmitaborah2106
    @trishnasmitaborah2106 3 роки тому +6

    Wishing you a lifetime of love and happiness

  • @babu_rock1
    @babu_rock1 3 роки тому +30

    Next Lesbian couple r interview ata sabo pam buli akha thakile👍❤️🙏

  • @srijanithecreativity5781
    @srijanithecreativity5781 3 роки тому +2

    I can't understand the language but I feel very Happy. And the anchor oooooooooopsssss ❤️ mind blowing ❤️

  • @jnqueen9570
    @jnqueen9570 2 роки тому

    ow my god bohut val lagil rupjyoti daa aru ashik dar love story tu xuni
    hukhi hoi thakok hodai

  • @sampreetidas9924
    @sampreetidas9924 3 роки тому +31

    Let's take it normally, anyone can fell in love with another one. We humans fell in love with another, it could be a girl or a boy.
    I'm so happy for you both

  • @BSCREATION61
    @BSCREATION61 3 роки тому +14

    Perfect..

  • @kalpixnwl910
    @kalpixnwl910 3 роки тому +13

    Everybody has the right to choose their happiness ❤️❤️.....god bless you both....love love

    • @unbeatabletuhin3929
      @unbeatabletuhin3929 3 роки тому

      Boys Cannot fall in love with boys

    • @kalpixnwl910
      @kalpixnwl910 3 роки тому +4

      @@unbeatabletuhin3929 I hv no words for you sister...🙏..

    • @unbeatabletuhin3929
      @unbeatabletuhin3929 3 роки тому

      This love is not natural this is Madness this is not love anyway this Attraction or Mental relationship disorder You love can happen anyone but not like this this love is not love

    • @unbeatabletuhin3929
      @unbeatabletuhin3929 3 роки тому

      @mon_love AFMC This is not love this is Disorder this is not natural the society will never accept this relationship this love is not love this not natural this is disorder this is not love anyway

    • @unbeatabletuhin3929
      @unbeatabletuhin3929 3 роки тому

      @mon_love AFMC This is not love thos not natural I am not mad this not love those who love like this they are mad or have disorder this is not love Love will not happen like this okay this not love this is madness

  • @shikhadas5536
    @shikhadas5536 3 роки тому

    বহুত কথাত সমাজৰ কথা ভাবিলে জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰি। হয়তো মানুহৰ অপমানৰ কাৰণে জীৱনত স্তব্ধ হৈ যাব। তাতকৈ better জীৱনটো নিজৰ মতে উপভোগ কৰাটো । শুভকামনা থাকিল। জীয়াই থকা,জীৱনটো উপভোগ কৰা

  • @hemantabaruah3693
    @hemantabaruah3693 2 роки тому

    তোমালোকৰ এই সঁচা মৰমবোৰ সদায়ে সজীৱ হৈ থাকক,কামনা কৰিলোঁ।

  • @mrinalnath3116
    @mrinalnath3116 3 роки тому +3

    ৰুপজুতি তুমি আগুৱাই যোৱা❤

  • @jintubora6635
    @jintubora6635 3 роки тому +10

    God bless ❤️❤️

  • @queengogoi8158
    @queengogoi8158 3 роки тому +4

    Duijonk a bhut val lagil... kthabur emn mrm lga...n story tu🔥♥️

  • @juhib7110
    @juhib7110 3 роки тому +2

    God bless u both...
    Don't care wht people says.. Logo ka kaam hi hein bolna😄
    Just smile nd go ahead.. Hv a great life...
    Nd thnq baa...teulukor story2 sai jen manuhbure positive hbo try kore.. Teulukr vul dharonabur jen durr hoi.... It's natural... To survive everyone needs food, water, air nd
    partner😍.... Love u Ashik nd Rupjyoti...

  • @Surajitkalita5
    @Surajitkalita5 10 місяців тому +1

    প্ৰেমৰ কোনো লিঙ্গ নাই। Love is love. Love has not Gender.

  • @dipakolita9741
    @dipakolita9741 3 роки тому +7

    Axomt bht beya buli vabe eaibor rltion.bt bahirt full support kore

    • @pranjalrajudas1687
      @pranjalrajudas1687 3 роки тому +1

      Ooo hoi. Thailand t j sona Ane kuai hoi. Mur besty nd amr Dibrugarh t sobe aitu couple t asu..🤭🤭🤭

  • @darkiconic8104
    @darkiconic8104 3 роки тому +20

    সচাঁ ভালপোৱাই শৰীৰ আৰু লিংগভেদ নকৰে, ভালপোৱা সদায় সাৰগীয়

  • @jadumonithengal5510
    @jadumonithengal5510 3 роки тому +51

    দুয়োজনে সদায় সুখত থাকা।👍👍gool cupolas

  • @myrootsworld1497
    @myrootsworld1497 Рік тому

    aapunar kotha bur emaaan bhaaal lage eman soft aaru polite..i love your vdos..

  • @dishnakalita1946
    @dishnakalita1946 3 роки тому +1

    দুয়োজনেই সুখত থাকা

  • @Bindazz-Hazarika
    @Bindazz-Hazarika 3 роки тому +7

    প্ৰেম সৃষ্টিৰ প্ৰতীক…
    সুখী হোৱা
    Negetive খিনি অাতৰাই positive বোৰ অাকোৱালি অাগবাঢ়ি যাওঁক 💝💝💝

  • @pallabisaikiagogoi5956
    @pallabisaikiagogoi5956 3 роки тому +15

    প্ৰেম হয়তো এনেকোৱাই । তোমালোক সুখি হোৱা ।

  • @Bankerspotlight
    @Bankerspotlight 3 роки тому +7

    Enekua typer mnuhbur besi vagei fashion design aru makeup t interested hoi

  • @jintihazarika8686
    @jintihazarika8686 3 роки тому +1

    Apunaluk hodai anekoi hahi thakok aru akeloge thakok.. Both of you guys very sweet 😍😍

  • @ju3678
    @ju3678 3 роки тому +1

    সখী হওঁক দুয়োজনেই ৷ শুভকামনা থাকিল ৷