Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বৰ ভাল লাগিল।
Oti hundor kontho, Sayanika baidew
বৰ ভাল লাগিল
vry swt lvly lk👍
অতি সুন্দৰ গীত পৰিৱেশন।
Bahut dhuniya hoise
বহুত ভাল লাগিল
So nice you are very active with excellent, Go with truth,
আজিও সৰু JBL ৰ স্পীকাৰ এটাত শুনিছোঁ । অসমীয়া সংগীত জগতৰ ই এক শ্ৰেষ্ঠ গীত । চয়নিকাৰ আন্তৰিক পৰিবেশনে গীতটো শুনিবলৈ মনটো টানি ধৰে ।
Xundor chayanika
Bahut bhal lagai tomar gan shuni
অতি সুন্দৰ
Wow nice super star very nice voice Ma'am ❤❤❤❤❤❤❤❤😊
Bahut bhal lagil
Nice song by bhal lagise.
আজিও শুনিছোঁ।সময় গতিশীল......।মৰমৰ চয়নিকাৰ কণ্ঠ নিগৰি গতিময়.....
Bohut bahut bhal, madhur kanth.
Bor xundor
বহু দিনৰ মূৰত । ভাল লাগিল। মিতালী চৌধুৰী বাইদেউৰ আৰু নুসুধিবা গানটো গোৱাৰ চেষ্টা কৰিলে নিশ্চয় আনন্দিত হম
বৰ ভাল লাগিল চয়ানিকা ।ডিব্ৰুগড়ত স্কুলত চাকৰি কৰিলেও নতুন cover song upload কৰিবা ।best of luck👍
Body language is main.superb expression I wish you good luck.,,,,,,,Bornali sarma.
❤superb baaa
চয়নিকা , আপোনাৰ গীত সকলো সুন্দৰেৰে পাৰ্গতালি বজাই ৰাখিব পাৰিছে ৷ কণ্ঠ মধুৰ আৰু মনপৰশা ৷ বাকী কবই নালাগে ৷ যদি বেয়া নাপায় এটা নিচেই সৰু ভুল হৈ আছে ৷ আপোনাৰ অনুমতি পালেহে বন্ধু সুলভ ভাৱে কব পৰা হ’ব ৷ বহুতে অপদস্থ কৰাৰ বাবেহে অনুমতি বিচাৰিছোঁ ৷ ( মোৰ বয়স 45 years) সৰু খুটি নাতি বোৰ মাৰি গ’লে এদিন উচ্চ শিখৰত বগাই আকাশ চুব পাৰিব ৷ তেতিয়া আপোনাক লৈ আমি গৌৰৱ কৰিম ৷ ❤️
Ki je mozza lagi lmitha kanthat ganti suni
২০২৪ ৰ এই ফাগুনৰ দিনটোত মৰমৰ চয়নিকাৰ 'সময় গতিশীল' শুনিছোঁ ।চিৰসেউজ গানৰ আদৰ সদায় ।
Val gaisee
Mon poroxi gol dei👌👌👌👌💐💐💐💐🎶🎶🎶🎶
❤❤.❤ বহুত ভাল গাইছা।
বহুত ভাল লাগিল।সুন্দৰ হৈছে।
Majja hoise Chayanika
তোমাৰ গান বহুত ভাল লাগে।বহুত ভালহৈছে এইবোৰ পুৰনি গীত আমাৰ অসমত সদায়ে বাজি থাকিব। এই গীতবোৰ সদায়ে নতুন হৈ থাকিব।চয়নিকা তোমাৰ মিঠা কণ্ঠত গান টো বৰ ভাল লাগিল।
Dhuniya
প্ৰিয় গীত...মধুময় পৰিবেশন । আগবাঢ়ি যোৱা ভন্তি ।
বহুত ভাল লাগিছে শুনি , ভাষা নাই বুজাবলৈ 👌👌
বহুত দিনৰ পিছত আকৌ শুনিবলৈ পালোঁ জয়ন্ত হাজৰিকাৰ এটি জনপ্ৰিয় গীত আপোনাৰ কন্ঠত। ভাল লাগিল
Tumar sakulu geet suni bahut val paisu. Best wishes
অতি স্বাভাৱিকভাৱে গোৱা সুন্দৰ গায়ন
বৰ ভাল লাগিল গানটো চয়ানিকা👏
Mur bohut val loga gan ,tumar gan hompurno hunu
তোমাৰ এই গানটো খুব জনপ্ৰিয় হৈছে।অতি সুন্দৰ হৈছে। আৰু ভাল হব। আমাৰ আশীৰ্বাদ থাকিল
Waaahh..ki xundar poribexon👌👌
ভাল লাগিল চয়নিকা আপোনাৰ কণ্ঠত প্ৰতিটো গানেই এটা বিশেষ মাত্ৰা লাভ কৰে
Val loga ati geet.. Tumar konthot huni val lagil.. Keep going. 👍
Khuub Xundor gaisa 👌👌👌mon porixi gol...kash😄 tumar dire gaabo pora hole, Chayanika 💐❤️💐🎶🎶🎶
Bahut bhal lagise baideu👏👏
Ahhh wat a swt voice . Keep rocking dear
খুউব সুন্দৰ । অনাগত দিনলৈ শুভকামনা থাকিল আগবাঢ়ি যোৱা ।
চয়নিকাৰ কণ্ঠ আৰু গায়কী অতি মোহময়
You will be a great lady for our great nation. Think good you and for others . Blessings of God available with you
সুন্দৰ। হৈছে। । ভাল। লাগিল। ।
গান আৰু তোমাৰ কণ্ঠ ! কি অপূৰ্ব সমাহাৰ....
তোমাৰ এলবাম আছে নাই,, যদি আছে নাম টো কোৱা। আৰু যদি নাই বহুত সোনকালে শুনিবলৈ পাম বুলি আশা কৰিছো। তুমি আগুৱাই যোৱা, মোৰ ভাল লগা গায়িকা ভিতৰত আটাইতকৈ মৰম আৰু ভাল লগা তুমি। 🥰😍
baah. Iman dhuniya gaise oh. Mojaa.
সুৰীয়া কণ্ঠ । সংগীতৰ চৰ্চা নিয়মিত ভাবে কৰি যোৱা । এই চেগতে জয়ন্ত হাজৰিকাকো শ্ৰদ্ধাৰে সুঁৱৰিছো ।
Excellent voice with imotion,Regards.
Excellent voice,keep it up
Bohut bhal lagil rati puai tumar gaan xunibo pai
১৯৭৫লৈ মনত পৰি গৈছে। বৰ ভাল লাগিল । ধন্যবাদ।
Bohut. Bohut. Dunia.
Hundor lagil,😘
চয়নিকা তোমাৰ মিঠা কণ্ঠত গান টো বৰ ভাল লাগিল
Dhuniya lagise
Excellent performance. So sweet voice .
❤ গীত গাই থকা শৈলী খুবেই ভাল লাগে ।❤
সুন্দৰ কণ্ঠ। সুন্দৰ শব্দ প্ৰক্ষেপণ। উত্তৰোত্তৰ কামনা কৰিলোঁ।
Touching heart সময় গতিশীল !!!
Bohut dhunia hoise 👍
So heart touching dear!
সুন্দৰ কণ্ঠ
Dhuniya hoise👌👌
Aponar thinking bahut val positive positive lage guri dharota Jen lagise.
Dhuniya hoise.
So sweet voice ❤❤❤ cute baa joni💕💕💕💕
Very nice.sweet voice future will be very bright 🌟
So sweet voice. Wonderful performance.
ভাল লাগিছে
সুন্দৰ কণ্ঠ।বহুত ভাল লাগিল গীতটি শুনি।
So nice 👌
সুন্দৰ হৈছে দেই
Nice baido
অতি সুন্দৰ হৈছে।
মন ভৰি গ'ল ❤️❤️
Same comment. Her voice is really exotic.
মই এটা দীঘলীয়া যাত্ৰাত গৈ থাকোঁতে গান টো গাড়ীত বজাইছিল, শুনি ভাল লাগিল কাৰণে ইয়াত আহি বিছাৰিলো।। Unpluge❤️❤️❤️🙌🙌🙌🙌 ভাল লাগিল শুনি।। ।।। ।।।
Dada thike koise, apunar dore moi hunisilu, aji moiu search kori hunisu UA-cam... Dhuniya gaise chayanika baidew gorakiye😍😍😍😍
ধন্যবাদ🙏🙏🙏
সুন্দৰ ।।
সঢাই সময় গতিশীল । তোমাৰ গীত বোৰ যেন সময়ৰ লগত আগবাঢ়ে যেন
Happy to see u once again .... Happy new year
Sweet song & sweet voice.
iman dinor murot...opekha kori aslu tumar onuragi hisape....😢
Bor val lagil xuni...keep it up
আপোনাৰ গীত শুনি বহুত ভাল পাও।❤️❤️❤️❤️
ধুনীয়া বাইদো
A true tribute to the great legendary Jayanta Hazarika.
92kq
Comment nokori nuarilu...fantastic voice... Keep going.
Excellent singing !......
সুন্দৰ কন্ঠ। অনিন্দিতা পাল বাইদেউ ৰ "ক'ৰ এজাক সপোন যেন বৰষুণ" গানটো একক কন্ঠত গাবছোন। 🙏🙏🙏🙏🙏🙏
সছাকে বহুত ধুনীয়া গাইছা।তুমি আমাৰ নলবাৰীৰ অহংকাৰ
গৌৰৱ বুলি কওক।
অসামান্য । অপূৰ্ব।
cute voice ba👍 keep it up ba❤
বহুত ভালহৈছে এইবোৰ পুৰনি গীত আমাৰ অসমত সদায়ে বাজি থাকিব
সুমধুৰ কন্ঠ ।
বৰ ভাল লাগিল।
Oti hundor kontho, Sayanika baidew
বৰ ভাল লাগিল
vry swt lvly lk👍
অতি সুন্দৰ গীত পৰিৱেশন।
Bahut dhuniya hoise
বহুত ভাল লাগিল
So nice you are very active with excellent, Go with truth,
আজিও সৰু JBL ৰ স্পীকাৰ এটাত শুনিছোঁ । অসমীয়া সংগীত জগতৰ ই এক শ্ৰেষ্ঠ গীত । চয়নিকাৰ আন্তৰিক পৰিবেশনে গীতটো শুনিবলৈ মনটো টানি ধৰে ।
Xundor chayanika
Bahut bhal lagai tomar gan shuni
অতি সুন্দৰ
Wow nice super star very nice voice Ma'am ❤❤❤❤❤❤❤❤😊
Bahut bhal lagil
Nice song by bhal lagise.
আজিও শুনিছোঁ।সময় গতিশীল......।মৰমৰ চয়নিকাৰ কণ্ঠ নিগৰি গতিময়.....
Bohut bahut bhal, madhur kanth.
Bor xundor
বহু দিনৰ মূৰত । ভাল লাগিল। মিতালী চৌধুৰী বাইদেউৰ আৰু নুসুধিবা গানটো গোৱাৰ চেষ্টা কৰিলে নিশ্চয় আনন্দিত হম
বৰ ভাল লাগিল চয়ানিকা ।ডিব্ৰুগড়ত স্কুলত চাকৰি কৰিলেও নতুন cover song upload কৰিবা ।best of luck👍
Body language is main.superb expression I wish you good luck.,,,,,,,Bornali sarma.
❤superb baaa
চয়নিকা , আপোনাৰ গীত সকলো সুন্দৰেৰে পাৰ্গতালি বজাই ৰাখিব পাৰিছে ৷ কণ্ঠ মধুৰ আৰু মনপৰশা ৷ বাকী কবই নালাগে ৷ যদি বেয়া নাপায় এটা নিচেই সৰু ভুল হৈ আছে ৷ আপোনাৰ অনুমতি পালেহে বন্ধু সুলভ ভাৱে কব পৰা হ’ব ৷ বহুতে অপদস্থ কৰাৰ বাবেহে অনুমতি বিচাৰিছোঁ ৷ ( মোৰ বয়স 45 years) সৰু খুটি নাতি বোৰ মাৰি গ’লে এদিন উচ্চ শিখৰত বগাই আকাশ চুব পাৰিব ৷ তেতিয়া আপোনাক লৈ আমি গৌৰৱ কৰিম ৷ ❤️
Ki je mozza lagi lmitha kanthat ganti suni
২০২৪ ৰ এই ফাগুনৰ দিনটোত মৰমৰ চয়নিকাৰ 'সময় গতিশীল' শুনিছোঁ ।
চিৰসেউজ গানৰ আদৰ সদায় ।
Val gaisee
Mon poroxi gol dei👌👌👌👌💐💐💐💐🎶🎶🎶🎶
❤❤.❤ বহুত ভাল গাইছা।
বহুত ভাল লাগিল।সুন্দৰ হৈছে।
Majja hoise Chayanika
তোমাৰ গান বহুত ভাল লাগে।বহুত ভালহৈছে এইবোৰ পুৰনি গীত আমাৰ অসমত সদায়ে বাজি থাকিব। এই গীতবোৰ সদায়ে নতুন হৈ থাকিব।চয়নিকা তোমাৰ মিঠা কণ্ঠত গান টো বৰ ভাল লাগিল।
Dhuniya
প্ৰিয় গীত...মধুময় পৰিবেশন । আগবাঢ়ি যোৱা ভন্তি ।
বহুত ভাল লাগিছে শুনি , ভাষা নাই বুজাবলৈ 👌👌
বহুত দিনৰ পিছত আকৌ শুনিবলৈ পালোঁ জয়ন্ত হাজৰিকাৰ এটি জনপ্ৰিয় গীত আপোনাৰ কন্ঠত। ভাল লাগিল
Tumar sakulu geet suni bahut val paisu. Best wishes
অতি স্বাভাৱিকভাৱে গোৱা সুন্দৰ গায়ন
বৰ ভাল লাগিল গানটো চয়ানিকা👏
Mur bohut val loga gan ,tumar gan hompurno hunu
তোমাৰ এই গানটো খুব জনপ্ৰিয় হৈছে।
অতি সুন্দৰ হৈছে। আৰু ভাল হব। আমাৰ আশীৰ্বাদ থাকিল
Waaahh..ki xundar poribexon👌👌
ভাল লাগিল চয়নিকা আপোনাৰ কণ্ঠত প্ৰতিটো গানেই এটা বিশেষ মাত্ৰা লাভ কৰে
Val loga ati geet.. Tumar konthot huni val lagil.. Keep going. 👍
Khuub Xundor gaisa 👌👌👌mon porixi gol...kash😄 tumar dire gaabo pora hole, Chayanika 💐❤️💐🎶🎶🎶
Bahut bhal lagise baideu👏👏
Ahhh wat a swt voice . Keep rocking dear
খুউব সুন্দৰ । অনাগত দিনলৈ শুভকামনা থাকিল আগবাঢ়ি যোৱা ।
চয়নিকাৰ কণ্ঠ আৰু গায়কী অতি মোহময়
You will be a great lady for our great nation. Think good you and for others . Blessings of God available with you
সুন্দৰ। হৈছে। । ভাল। লাগিল। ।
গান আৰু তোমাৰ কণ্ঠ ! কি অপূৰ্ব সমাহাৰ....
তোমাৰ এলবাম আছে নাই,, যদি আছে নাম টো কোৱা। আৰু যদি নাই বহুত সোনকালে শুনিবলৈ পাম বুলি আশা কৰিছো। তুমি আগুৱাই যোৱা, মোৰ ভাল লগা গায়িকা ভিতৰত আটাইতকৈ মৰম আৰু ভাল লগা তুমি। 🥰😍
baah. Iman dhuniya gaise oh. Mojaa.
সুৰীয়া কণ্ঠ । সংগীতৰ চৰ্চা নিয়মিত ভাবে কৰি যোৱা । এই চেগতে জয়ন্ত হাজৰিকাকো শ্ৰদ্ধাৰে সুঁৱৰিছো ।
Excellent voice with imotion,Regards.
Excellent voice,keep it up
Bohut bhal lagil rati puai tumar gaan xunibo pai
১৯৭৫লৈ মনত পৰি গৈছে। বৰ ভাল লাগিল । ধন্যবাদ।
Bohut. Bohut. Dunia.
Hundor lagil,😘
চয়নিকা তোমাৰ মিঠা কণ্ঠত গান টো বৰ ভাল লাগিল
Dhuniya lagise
Excellent performance. So sweet voice .
❤ গীত গাই থকা শৈলী খুবেই ভাল লাগে ।❤
সুন্দৰ কণ্ঠ। সুন্দৰ শব্দ প্ৰক্ষেপণ। উত্তৰোত্তৰ কামনা কৰিলোঁ।
Touching heart সময় গতিশীল !!!
Bohut dhunia hoise 👍
So heart touching dear!
সুন্দৰ কণ্ঠ
Dhuniya hoise👌👌
Aponar thinking bahut val positive positive lage guri dharota Jen lagise.
Dhuniya hoise.
So sweet voice ❤❤❤ cute baa joni💕💕💕💕
Very nice.sweet voice future will be very bright 🌟
So sweet voice. Wonderful performance.
ভাল লাগিছে
সুন্দৰ কণ্ঠ।বহুত ভাল লাগিল গীতটি শুনি।
So nice 👌
সুন্দৰ হৈছে দেই
Nice baido
অতি সুন্দৰ হৈছে।
মন ভৰি গ'ল ❤️❤️
Same comment. Her voice is really exotic.
মই এটা দীঘলীয়া যাত্ৰাত গৈ থাকোঁতে গান টো গাড়ীত বজাইছিল, শুনি ভাল লাগিল কাৰণে ইয়াত আহি বিছাৰিলো।।
Unpluge❤️❤️❤️🙌🙌🙌🙌
ভাল লাগিল শুনি।। ।।। ।।।