Lihiri Bonore Utola Lohore // Devi (1984) // Hits of Samar Hazarika & Malabika Bora

Поділитися
Вставка
  • Опубліковано 16 жов 2024
  • দেৱী- A hit Assamese movie by Dara Ahmed & Sambhu Gupta
    Music by Bhupen Uzir
    Lyrics of this song by Aaminul Haque
    Doli Gupta was as "Devi" in this film

КОМЕНТАРІ • 26

  • @manmitsaikia
    @manmitsaikia 7 років тому +6

    Mur eta all time favourite gaan. Thanks for uploading

  • @maheshsaikia4611
    @maheshsaikia4611 3 роки тому +5

    সুন্দৰ গীত । স্কুলীয়া দিনৰ কথা বোৰ মনত পৰে ।
    ধন্যবাদ ভূপেন উজীৰ দা 🙏

  • @taradoi7957
    @taradoi7957 3 роки тому +2

    বাঃ কি দৰদী গীত । শুনি মন জুৰ পৰি গৈছে ।

  • @queenstoryofartistic
    @queenstoryofartistic 5 років тому +10

    লিহিৰি বনৰে উতলা লহৰে কিযে মন মধুৰ কৰে চুলি তাৰিতে ঢৌ খেলি খেলি মন মোৰ কেনিবা উৰে.............
    ১৯৮৪ চনৰ এই গীতটি সৃষ্টি আমিনুল হক Aminul Haque sir মোৰ গুৰু সদায় ছবি শিকাই থকা সময়ত গীতটি গুন গুণাই শিকাই থাকে তেনেকে গানটো মোৰ প্ৰিয় হৈ গৈছিল আৰু মইও মাজে মাজে আওৰাই থাকোঁ।যোৱাকালি Gauhati Artists'guild ত সমৰ হাজৰিকা ৰ দ্বাৰা স্ব-চক্ষুৰে গীতটি শুনিবলৈ পাই মই আপ্লুত হ'লো আৰু গীতটি মোৰ বেছি প্রিয় হৈ পৰিছে।
    আমিনুল sir ক শিল্প গুৰু হিচাপে পোৱাটো মোৰ সৌভাগ্য।
    এনেকুৱা গীতবোৰ আচলতে চিৰযোগমীয়া....

  • @binodrahang8879
    @binodrahang8879 3 роки тому +5

    বৰ্তমান সময়ৰ গীতিকাৰ সুৰকাৰ আৰু কণ্ঠশিল্পীৰ এনে শ্ৰুতিমধুৰ সংগীত সৃষ্টিৰ ক্ষমতা নোহোৱা হোৱা যেন অনুভৱ হয়।

    • @juliphukan5107
      @juliphukan5107 2 роки тому

      আজিকালিৰ বহতে আচল গান চিনি য়ে নাপাই।

  • @sbappaditya6004
    @sbappaditya6004 3 роки тому +3

    One of my favourite Assamese songs!

  • @deepee8524
    @deepee8524 3 роки тому +2

    Thanks alot for uploading..
    But chayanika baishya a dynamic young lady is a very good singer of dis song..

    • @GitarthaKaushik
      @GitarthaKaushik 11 місяців тому

      The original singer Malabika Borah not Chayanika Baishya

  • @pronabkumardutta7366
    @pronabkumardutta7366 Рік тому

    বৰ সুন্দৰ গীত ৷গীতটো মোৰ প্ৰিয় ৷

  • @juliphukan5107
    @juliphukan5107 2 роки тому +1

    সৰুৰে পৰা শুনা খুব ভাল সুৰ,শব্দ,গায়কীৰ গীত।

  • @pankajdas470
    @pankajdas470 7 років тому +9

    এটি অতি শ্ৰুতিমধূৰ গীত I ৭০ আৰু ৮০ ৰ দশকৰ এইধৰণৰ গীতসমূহেই অসমীয়া কথাছবিৰ সঙ্গীতক যুগমীয়া কৰি ৰাখিব...

    • @juliphukan5107
      @juliphukan5107 2 роки тому

      ৩০/৪০ ৰ গীত ৰ record বোৰ বেয়া হ'ল নহলে সেইবোৰো কম নাছিল আৰু ৫০/৬০ ৰো আছে যেনে অৰণ্য,শকুন্তলা.Dr.bezbarua,এৰা বাটৰ সুৰ।

  • @bhaitikhan7049
    @bhaitikhan7049 4 роки тому +3

    Good song

  • @kushaldeka2645
    @kushaldeka2645 2 роки тому

    মনপৰশা গীত।

  • @hanifali4467
    @hanifali4467 5 років тому +3

    Gold song

  • @shankarbora1710
    @shankarbora1710 5 місяців тому

    All time hit

  • @kankipartha6353
    @kankipartha6353 Рік тому

    Most romantic assamese movie song

  • @hiteshdeka153
    @hiteshdeka153 Рік тому

    মন পৰসা গীত

  • @anantaborgohain3971
    @anantaborgohain3971 2 роки тому

    Sweet and Love song

  • @debangsudas8671
    @debangsudas8671 2 роки тому

    Bell bottoms, dighol suli aru khot, yezdi ba Enfield aru Beatles shoe wah typical man of 70s 80s

  • @mixerrtech5242
    @mixerrtech5242 2 роки тому +1

    Lovely

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 2 роки тому +1

    মোৰ প্ৰিয় গীত ❤️

  • @দদদ
    @দদদ 2 місяці тому

    ❤❤❤❤❤❤❤❤❤