এনেকুৱা অমানৱীয় অত্যাচাৰ কৰা মানুহৰ কি শাস্তি হোৱা উচিত?😡😡

Поділитися
Вставка
  • Опубліковано 4 жов 2024

КОМЕНТАРІ • 385

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx 6 місяців тому +37

    আপোনাৰ ধৰ্য্য , সহনশীলতা , দূৰদৰ্শীতা, শলাগীব লগীয়া, লগতে প্ৰকাশ ভংগী অতি সুন্দৰ। সেই ল'ৰা জন আপোনাৰ স্বামী হোৱাটো অতি দুৰ্ভাগ্য জনক আছিল। তাক সাফলাংকাৰ ডাংকাতীৰ দযৰেহে এজনী আনি দিব লাগিছিল।

  • @ilumonisonowal7678
    @ilumonisonowal7678 6 місяців тому +38

    তোমাৰ যে ইমান ধৈয্য এদিন নিশ্চয় বহুত সুখী হবা ।

  • @siddharthasankarkashyap6058
    @siddharthasankarkashyap6058 5 місяців тому +37

    ভালেই কৰিছে এনেকুৱা কাহিনী বোৰো শুনিব লাগে মানুহে। সদায় অভিনেতা অভিনেত্ৰী বোৰকে যে দেখাব লাগে কথা নাই।

  • @rijujitu2914
    @rijujitu2914 6 місяців тому +81

    সদায় গিৰিয়েক জন ভাল হব লাগে আনৰ কথা শোনা হব নালাগে মানুহগৰাকীৰ ওপৰত বিশ্বাস কৰি সংসাৰ চলাই নিব লাগে

  • @dhrubajyotichakravarty5617
    @dhrubajyotichakravarty5617 5 місяців тому +5

    বহুতো শক্তি পাৱ মানুহে, আপোনাৰ এই কাহিনীটোৰ পৰা, আপুনি সঁচাকৈয়ে ধন্য , মহানুভব।

  • @northeastnewsky-919
    @northeastnewsky-919 6 місяців тому +4

    ভগৱান আছে বাইদেউ চিন্তা নকৰিব । এদিন ইয়াৰ পৰিত্ৰাণ পাববৈ।

  • @nayanmaninayanmani2
    @nayanmaninayanmani2 6 місяців тому +31

    ইমান কৰাৰ পিছত তেওঁৰ লগত থাকিব নালাগে কিয় আছা অকলে শান্তি ত থাকা নিজে কষ্ট কৰি খোৱা

  • @bonolatavlog5580
    @bonolatavlog5580 4 місяці тому +9

    মোৰ একে অৱস্থা মই বহুত অশান্তিত দুটা বছৰ পাৰ কৰিলো ।মোক বিয়া হোৱা পিছৰপৰাই শহু শাশু বাইক ভনিয়েক সকলোয়ে মিলি মাৰিম কাতিম বুলি কই কিন্তুু মোৰ স্বামিয়ে এদিনো মোৰ হৈ মাত নিদিলে শেষত নিজৰ আৰু মোৰ লৰাটো জীৱন বছাবৰ বাবে ঘৰলে গুচি আহিলো।নিজৰ স্বামীজন যদি ভাল নহয় সেইখন সংসাৰ কেতিয়াওঁ সংসাৰ হৈ নাথাকে।

    • @hiyamowvlogs2650
      @hiyamowvlogs2650 4 місяці тому +1

      Muru ekei aji 11bosor hol.. moi kintu ghor eri juwa nai ekmatro mur suwalik jonir karone...

    • @pampibarman3068
      @pampibarman3068 3 місяці тому

      Muru eke ai agi 7 years hol husband ghr r manhu e bohut physical aru mentally harassment kore..kebal suwali jni or babe jiai asu..
      Suwali independent nahole ketia o bia hobo nalage nahole mori mori jiai thakibo lage.

  • @VariousVideos94
    @VariousVideos94 6 місяців тому +61

    নাৰীয়ে নাৰীৰ শত্ৰু। কোনো ছোৱালীয়ে তেতিয়া এখন ঘৰৰ বোৱাৰী হৈ, তেতিয়া বোৱাৰী জনীক নিজৰ ছোৱালীৰ দৰে মৰ্যদা দিব লাগে। কাৰণ নিজৰ ছোৱালীয়ে যেতিয়া আনৰ ঘৰৰ বোৱাৰী হিচাপে যাব, তেতিয়া আনৰ ঘৰত গৈ বোৱাৰী মৰ্যদা নাপায় তেন্তে প্ৰত্যেক মা দেউতাই মানসিক যণ্ত্ৰনা ভোগীব লগা হয়।

    • @radhikakarmakar556
      @radhikakarmakar556 6 місяців тому +1

      মোৰো জীৱনত এনেকোৱা কিছু ঘটনা ঘটি গৈছে অতীতত

    • @dhiragogoi7663
      @dhiragogoi7663 6 місяців тому

      11Qq

    • @Saanvi25Dec
      @Saanvi25Dec 6 місяців тому

  • @triptidutta6428
    @triptidutta6428 6 місяців тому +15

    গা শিয়ৰি গৈছে। তাহাতৰ বদনামলৈ কেয়াৰ নকৰি নিজৰ মতে অকলে আগবাঢ়ি যাব লাগিছিল। এনেও তাৰ পৰা কি সহায়নো পাইছিল। ইমান কষ্ট খোৱাৰ যুক্তি বিচাৰি নাপালো । কাৰণ আপুনি সাহসী আৰু তাৰ প্ৰয়োজনীয় সকলো বস্তু আপুনিহে দিছিল।

  • @ranjugogoi419
    @ranjugogoi419 6 місяців тому +3

    এনেবোৰ কথা শুনিলে মোৰ চকু পানী ৰখাৰ নোৱাৰো কাৰণ মোৰো এনেকোৱা বহুত হৈ গ'ল লৰা ছোৱালী দুটা বহুত কট্ট ডাঙৰ কৰিলোঁ। ধন্যবাদ থাকিল তোমালৈ 🙏🏽🙏🏽🙏🏽💅💅💅👍👍👍

  • @bontisaikia9604
    @bontisaikia9604 6 місяців тому +34

    সদায় মানুহজন ভাল হব লাগে

  • @santanagogoi1828
    @santanagogoi1828 6 місяців тому +8

    এনে কোৱা‌‌ যেন‌ কাৰো লগত নহয়যেন তাৰে কামনা কৰিছো‌

  • @kjeng9809
    @kjeng9809 6 місяців тому +3

    🙏ভাগৱানে আপোনাৰ দুখ দুৰ কৰক😢

  • @MChetia_Assam
    @MChetia_Assam 6 місяців тому +5

    এইবিলাক কাহিনী নিদিবচোন.... I এনেধৰণৰ মানুহক মাৰিলে, পাপ নহয়। ভুল মানুহগৰাকীৰে, বেচি সহ্য কৰি থকাটো পাপ। ইমান জন্তু নিচিনা Husband পৃথিবীৰ কোনো ছোৱালীয়ে ভৱিষ্যতে নেপালেই হল !

  • @mahantarongpi6031
    @mahantarongpi6031 6 місяців тому +33

    আজিৰ দিনত প্ৰয়োজনত নাৰীয়ে কালীৰ ৰূপ ধাৰণ কৰিব লাগিব।

  • @ManjuBoruah-q6o
    @ManjuBoruah-q6o 6 місяців тому +12

    ইমান ‌কষ্ট সহিব নোৱাৰি।

  • @utpalborah2179
    @utpalborah2179 6 місяців тому +15

    নাৰী যিমানে সাহসী নহক পৰিস্থিতিত পৰি দুর্বল হব লগা হৈ যায় সকলোৰে কথা শুনিব লগা হয় নাৰীৰ জীৱনতে বহুত কষ্ট বুলি ভাবো।মই নিজে বহুত কষ্ট পাইছোঁ।।আৰু নিজৰ মানুহজন ভাল হলে অলপ শান্তি কিন্তু মানুহজন যদি মাকৰ ফলীয়া হলে শেষ জীৱন।।। লৰাবোৰে মাকৰ কথা শুনি মাইকিক বহুত কষ্ট দিয়ে। মোৰ জীৱনত মই পাইছোঁ এইবোৰ

    • @RupsD319
      @RupsD319 6 місяців тому

      Hoi. Mur eitu ye voi lage biya hbo. Jodi mota Jon maakr kotha khuni wifek bea pua hoi. 😢 Maak deutak morom koribo Lage, kintu val bea Sai lobo lage, nijor wife jonir logot gutei jibon kotabo lagibo.

    • @gayatridas4789
      @gayatridas4789 6 місяців тому

      Mota burok vishwas kribo nlge biya nkraute pura Val pua natak dekhai, biya huar pist mak bhoniyek ht he nijr. Wf r hoi stand lobo nuare ru koi buari bur ahi putekok ator kore.

  • @lovitarajbongshi802
    @lovitarajbongshi802 6 місяців тому +18

    Acutly husbn jon beci dukhi.. Biya pate kio jodi mukhere ako matibo a noware vul dekhi o... Hosa ke ase da anekowa manuh.. Johora manuh ase..

    • @RupsD319
      @RupsD319 6 місяців тому

      Um. Tenekua motak mota buli Kobo nuari, jar val bea bisar kora Gyan nai aru anekua mota jiye mat matibo nuare wifer hoi.

  • @XunumoonHazarika
    @XunumoonHazarika 6 місяців тому +3

    আপোনাৰ কথাবোৰ শুনি সচাকৈ বহুত দুখ লাগিল 😢😢

  • @sangitasonowal2208
    @sangitasonowal2208 4 місяці тому +2

    প্রথম কথা স্বামী ভাল হ'ব লাগিব,তেওঁৰ নিজা বিচাৰ কৰিব পৰা শক্তি থাকিব লাগে। স্বামী ভাল হ'লে হাজাৰ অত্যাচাৰী শাহু- শহু হ'লেওঁ একো কৰিব নোৱাৰে।

  • @najima39
    @najima39 6 місяців тому +9

    Bhut dukhot koisa manuh gorakiya kio ana kwa thka sob nhi kisumn manuh asa bortoman bwarik ktywo nijr bwari buli navaba❤❤😢😢😢😢😢😢😢😢

    • @RupsD319
      @RupsD319 6 місяців тому +1

      Yes. Buwari bilakok por buli vabe. Aru sahur manuh bur tejor homporko nai je so ki buji pabo beleg suali ejonir dukh

  • @BobiPhukan
    @BobiPhukan 6 місяців тому +2

    Bahut dukhor kahini dei 🙏 huni bahut dukh lagile

  • @BIJOYGOGOI-b1b
    @BIJOYGOGOI-b1b 6 місяців тому +41

    এই বোৰ আছলতে মানুহ নহয় এই বোৰ আছলতে দানৱ বুলি কয়।

  • @utpalborah2179
    @utpalborah2179 6 місяців тому +3

    বহুত সাহসী হৈ চালো বহুত দুৰ্বল হৈয়ো চালো কোনো ফালে সুখী কৰিব নোৱাৰিলো ইহঁতক।গাৰ মাংস কাটি খোৱাবহে বাকী থাকিল।।নিজৰ ঘৰখনত মাজনী দেহাজনী হৈ থকা ছোৱালীজনী আজি আন এখন ঘৰৰ কোলক্ষনী শনি চাকৰী ইত্যাদি ইত্যাদি কম ভাষা নাই।।নাৰী হৈ জন্ম হোৱাটো ভুল পাপ নে অন্য কিবা ।তাতে আকৌ নাৰী অবিহনে বহুতো অভাৱনীয় 😂😂।

  • @mitalibaruah8252
    @mitalibaruah8252 6 місяців тому +35

    সেই পৰিয়ালটো মানুহ বোৰ দানৱ হয়

    • @monikaboro9395
      @monikaboro9395 5 місяців тому

      Tahatok ekeloge nososa xulot dibo lage🤬

  • @namalrabha4901
    @namalrabha4901 5 місяців тому +1

    এনে দুৰ্বিসহ ঘটনা আমাৰ ঘৰতো হৈছে ৷ আপোনাৰ যৰিয়তে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব পাৰিলে মনটো বহুত উপসম পাব ৷ পাৰিলে জনাব ৷

  • @junaligogoi9387
    @junaligogoi9387 4 місяці тому +1

    মানুহ জন ভাল হব লাগে। বাকী মানুহ বোৰ যি এ হক ।

  • @PadminiBarman-ov8lt
    @PadminiBarman-ov8lt 5 місяців тому

    বৰ দুখ লাগিছে
    তোমাৰ সাহস আছে যুঁজি যোৱা এদিন ভাল হব

  • @Sanjida156
    @Sanjida156 6 місяців тому +15

    Husband tuk mekhela pindhabo he lage.Bia pati valke rakhibo nuare ki koribo o eibure

  • @helixcreation
    @helixcreation 3 місяці тому

    Tekhetoloi mur salute. Bohut sahasi torota. Ene hobo lage

  • @rumimahanta1744
    @rumimahanta1744 6 місяців тому +9

    ভাল দিন আহিব।

  • @ajoysaloi823
    @ajoysaloi823 6 місяців тому +6

    Bahut dukh lagise story 2 Sai from rangia station ❤

  • @najiahassan57
    @najiahassan57 4 місяці тому +1

    Moi nijey basi loisilu aji maa hoboley goi asu kintu mur discussion perfect asil. Allah a enekuwa ajon manuh Mur life ot pothabo buli bhaba nasilu. He treat me like a kid.
    Baa apunar kotha khini khuni khosaikoi dukh lagise 😢

  • @songitagogoi9278
    @songitagogoi9278 6 місяців тому +10

    এদিন ভাল দিন আহিব😢😢😢

  • @subarnadevi3824
    @subarnadevi3824 4 місяці тому

    বহুত সহ্য কৰিছে দূৰ্বল নহব
    অকলেও সাহসেৰে জীয়াই থাকিব পাৰি ।সৎসাহসেৰে আগবাঢ়ক

  • @NabajitBaruah-hm4wq
    @NabajitBaruah-hm4wq 5 місяців тому

    Anekua manuhu ajir dinot asene..kenekoi eman otyasar koribo pare..aeburok haat vori vangi debo lage,ceeeh..kin2 baideu gorakik salute disu....🙏🙏 Dhoinyo mohila teu.

  • @juntiphukan494
    @juntiphukan494 4 місяці тому +1

    নিজে সাহসী হব লাগে নাৰী সকল ৷

  • @jitudeka8340
    @jitudeka8340 6 місяців тому +3

    Mor logot kahani to milise .aponar sahokh aru dhijya khini val lagil

  • @minaborahplzzzzsuscribemyc458
    @minaborahplzzzzsuscribemyc458 5 місяців тому

    বহুত ধৈৰ্য আছে তেওঁৰ। পৰিস্থিতি ৰ লগত যুজ দিব পৰাকৈ সাহস আছে। সকলো ছোৱালী সাহসী হ'ব লাগে।

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq 6 місяців тому +1

    আৰু শুনিব নোৱাৰি।সঁচাই অকথ্য নিৰ্যাতন। সহ্য কৰা।ভগৱান আছে।

  • @nibeditasonowal1154
    @nibeditasonowal1154 6 місяців тому +5

    বাপেক মাক কিটাও কম নহয় । বদনামৰ ভয়ত মানুহে কুকুৰ মেকুৰী নিচিনাকৈ ছোৱালী দিয়ে নিকি ।

    • @arunavdutta8636
      @arunavdutta8636 5 місяців тому

      মাক দেউতাকে দিবলে সালা

  • @pinkibaishyavlogs123
    @pinkibaishyavlogs123 6 місяців тому +6

    Moi u ভুগতঃ ভুগি বোৱাৰী হৈ 😢😢xe babe apunar কথাত মোৰ চকু পানী ওলাইছে😢😢

  • @borsharobidas920
    @borsharobidas920 6 місяців тому +4

    এনেকুৱা মানুহ থাকেনে।

  • @Padamluson__mtb
    @Padamluson__mtb 5 місяців тому

    Eman beya lga kahini bhut beya lagil ,anekuwa kahini koru nhok .

  • @Missbk-p8x
    @Missbk-p8x 5 місяців тому

    😢😢😢mahi maa r চৰিত্ৰ ফিল্ম ত হে ভাল লাগে real lifet কিয় হয় 😢😢😢

  • @rupjyotiboruah9535
    @rupjyotiboruah9535 6 місяців тому +11

    আপুনি বহুত ধয্য ধৰা মহিলা বাইডেউ
    ....

  • @aniwinget8031
    @aniwinget8031 6 місяців тому +94

    Apunak to ghr pra sai dise... Kintu moi nije sai aji akhini vul korilu😭 bohut kosto khai jiyai asu😞

    • @AnupGogoi-m6b
      @AnupGogoi-m6b 6 місяців тому +13

      Gort Gusi juwa koi Dea 😢😢 ai bur kotha

    • @aniwinget8031
      @aniwinget8031 6 місяців тому +6

      Ebar goisu bujai mili akou loi ahil.

    • @dipikasarma2832
      @dipikasarma2832 6 місяців тому

      ​@@aniwinget8031oo accha ki problem hoi ase nu kuya sun abar

    • @Simidas946
      @Simidas946 6 місяців тому +1

      😢

    • @NabajyotiNath
      @NabajyotiNath 6 місяців тому

      Kimn year hol biya huwa...

  • @mayuri8872
    @mayuri8872 6 місяців тому +3

    Bhagaban manuh gorakik hohai koriba🙏🙏

  • @jurikakati719
    @jurikakati719 6 місяців тому +8

    Aden apunar Val den ahebo deya 😢

  • @DipaliGogoi-xn4gv
    @DipaliGogoi-xn4gv 2 місяці тому +1

    Dipaligogoi🙏😭😭😭😭😭

  • @asabinashdas2.572
    @asabinashdas2.572 6 місяців тому

    Bhut dukh lga kahini apuni aguwai goi thakk adin val hb

  • @NilimadasDas-j5f
    @NilimadasDas-j5f 3 місяці тому +1

    Aponi dukh nakariba . Eswarak saday biskh karib.Adin haleo Aponar val din ahiba.

  • @dhrubafilms5576
    @dhrubafilms5576 6 місяців тому +8

    Bohut sasti dbo mn gyse mahimak husband asu sohurok 😡😡😡🤬😢😰

  • @rinagogoi7481
    @rinagogoi7481 6 місяців тому +1

    Thik divorce nidiba . Nomoriba .kosto kora
    No pain no game.God will help you.

  • @RitaSarma-ks2vy
    @RitaSarma-ks2vy 6 місяців тому

    😢😢beya lagil...... So sad😢😢

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 6 місяців тому +2

    বধাক বধিলে পাপ নালাগে। ঠিক তেনেকৈ অই্তাচাৰীক অত্যাচাৰ কৰিলে একো দোষ নহয়৷

  • @dhanadadevidoley8594
    @dhanadadevidoley8594 6 місяців тому +16

    মোৰ‌। মতে তোমাৰো ভূল আছে। কিয় ইমান অত্যাচাৰ কৰাৰ পিছতো তুমি বাৰে বাৰে কিয় মানুহ জনৰ ওচৰত দুৰ্বলতা প্ৰকাশ কৰা ‌‌ ‌নাৰী ‌কেতিয়াও দুৰ্বল নহবা। সাহসী হ'বা‌। তেনেকুৱা মানুহক husband. বুলি ক'বলৈ লাজ লাগে

    • @karabibaruah2135
      @karabibaruah2135 6 місяців тому +1

      Right 💯

    • @karabibaruah2135
      @karabibaruah2135 6 місяців тому

      Anyay hajyo koratu eku hahokhikota nahay....anyayor result dibo lage vaal method e re

  • @diptimudoi6177
    @diptimudoi6177 5 місяців тому +1

    এনেকুৱা শাহু শহু আৰু স্বামীৰ অভাৱ নাই।

  • @ilovetotravel498
    @ilovetotravel498 3 місяці тому

    Bohut dukh lagise kotha bur xuni baidow bhogowan ase sinta nokoribo adin apunar bhal hobo

  • @dhunukonwar4605
    @dhunukonwar4605 6 місяців тому +5

    Baideu beya napabo .ei2 apunar nijor vul .emn bilk atyaser Kora pastu apuni bare bare kakh sapi goi asil

    • @mainadeka7509
      @mainadeka7509 6 місяців тому

      apuni kob pare karon lora..ajoni suwali he buje ki kost....

  • @dharitrigogoiboruah8136
    @dharitrigogoiboruah8136 6 місяців тому +1

    আমাৰ সমাজত বোৱাৰী জনীক কেতিয়াও ভাল বুলি নকয় , মই য়ো বহু নিৰ্যাতন সহ্য কৰি ধৈৰ্য ধৰি আছোঁ ভাল দিন আহিব বুলি।

  • @NashirAhmed-x4n
    @NashirAhmed-x4n 6 місяців тому +3

    Jibon ek sangram
    Sangram Kori jua
    Edin success hoba

  • @PriyankasDewri-ml1tc
    @PriyankasDewri-ml1tc 6 місяців тому +4

    Aibur manuh nohoi..jontu he...

  • @manikasharma1634
    @manikasharma1634 6 місяців тому +8

    Enekua manuhor logot kenekoi ase imandin?

  • @taraligoswami4025
    @taraligoswami4025 6 місяців тому +5

    Enekua manuh biya koruwar jugy nohi.

  • @anjubharali9773
    @anjubharali9773 4 місяці тому

    আপোনাৰ ধয্যক 🙏🙏

  • @trishnacreationassam6524
    @trishnacreationassam6524 3 місяці тому

    Apunar kahini huni dukh lagise bohut bcz Mur Ma r logot korisil enekuwa otyasar..Ma aji haitu karone moril. Tar pisot mur logot matpit korisil. PAPA r ghoror manuh bure.

  • @LovelyCoastline-qv2nt
    @LovelyCoastline-qv2nt 6 місяців тому

    Bohut vhal lagise moi teuk pronam jonaisu anekua je xahoxi hbo pare eman dhoijo take vhogabane amak u jen teur dore dhoiyso xahox aru nervhoi kori die aru amiu jen xongkhar judho khonot joie hoi nijor jibon tu jiyai thakibo paru xahoxere baidew gorakik xewa jonaisu nomoskar baidew

  • @GitikaBaruah
    @GitikaBaruah 6 місяців тому +28

    ইমান খিনি হোৱাৰ পাছত ও আপুনি তালৈ আকৌ গৈছে আপোনাৰ লাজ নাই আমি নোৱাৰো দেই

    • @chayanikabaruah8689
      @chayanikabaruah8689 6 місяців тому +1

      Porha xuna bhaldore kori poka ghrt thaki aetu dialogue maribole bhal. jetia suali k iman xorute ghoror pora biya diye aebur self respect nisina kotha jona hua nohoi. suali r uporot ghororu pressure ahe xojyo koribole. social media t sini napabo buli kuneu criticism koribo napai.

    • @BharatiDas-j8d
      @BharatiDas-j8d 6 місяців тому

      Thik koise

  • @NituChakravarty
    @NituChakravarty 6 місяців тому +3

    সেইবোৰ মানুহ নহয় । দানৱ

  • @dristiboruah5273
    @dristiboruah5273 3 місяці тому

    God bless you ❣️

  • @parashsaikiavlogs3018
    @parashsaikiavlogs3018 5 місяців тому +1

    এইবোৰ জহৰা মানুহক গাঁৱত চুলি খুৰাই চূণ সানি ঘূৰাব লাগিছিল।

    • @monikaboro9395
      @monikaboro9395 5 місяців тому

      Logote gubor xani dibo lage 😡

  • @prabadhchandraroy7926
    @prabadhchandraroy7926 6 місяців тому +4

    Ghotonato suni khub beya
    lagile aibor amnush

  • @kusumborthakur7743
    @kusumborthakur7743 3 місяці тому

    মই এনে কথাতদূখ লাগিছে ।একেভুত্ত ভূগিছিলো ।জন্ম ভায়েক কৰিছিল ।

  • @hiyamowvlogs2650
    @hiyamowvlogs2650 4 місяці тому

    গোলাঘাট টাউনৰ কেঞাপট্টিৰ মইও বোৱাৰী যন্ত্ৰনা ভুক্তভোগী এনেধৰনৰ 🥺

  • @AnubhaBoruah
    @AnubhaBoruah 6 місяців тому

    Kothakhini huni bor dukh lagil. Manuh Iman nisthur hobo parene.

  • @__w4r.m4chin3__
    @__w4r.m4chin3__ 5 місяців тому

    Apunar kotha khini koboloi bohut koosto hoise mur buku bikhai goise jane boohut kosto.

  • @ManjulaDas-h7p
    @ManjulaDas-h7p Місяць тому

    Same to me

  • @asmitatanti125
    @asmitatanti125 6 місяців тому +5

    Bhogwanke sb sai ase hihote bhugibo adin 😢

  • @trishnabora6656
    @trishnabora6656 6 місяців тому +1

    গাখীৰ চাহত বেয়া বস্তু দি তোমাৰ সংসাৰত বেছি অশান্তি দিলে সিহঁতে তোমাৰ সাহসক 🙏
    সদায় ভালে থাকা❤️

  • @barashabarman6341
    @barashabarman6341 6 місяців тому +2

    🙏 Apunak

  • @satyabatibhorali4653
    @satyabatibhorali4653 6 місяців тому +14

    Hohur hahu ketiyau nijor hobo nuware..buwarie vhabileu hihote navhabe..

    • @niharikaphukan6839
      @niharikaphukan6839 6 місяців тому

      Right

    • @smitasonowal694
      @smitasonowal694 6 місяців тому

      Right

    • @yeasminelahi1167
      @yeasminelahi1167 6 місяців тому

      Sbre xetrot ake nhoi baru....moi aji loi ane kua situation r xonmukhin ni hoa....mor jonmo dia amma Abba jene kua mor hahu amma Abba o akei.....

    • @RupsD319
      @RupsD319 6 місяців тому

      Right. Only 1% he val thake. Baki sob ake

    • @DipaChoudhury-h3s
      @DipaChoudhury-h3s 6 місяців тому

      ভুল চিন্তা।সকলো শহুব শাহু বেয়া নহয়।কাৰন আমিও শহুৰ আৰু শাহু পাইছো।আমি শাহুক পূয্য এগৰাকীথদেৱী বুলি জ্ঞান কৰো।তেখেতৰ বিষয়টো বিশেষ নাজানো।কিন্তু শহুৰ শাহক বেয়া বুলি কোৱাটো ভুল।তেখেতে সুবিচাৰ পাওক

  • @BidyaDas-i5f
    @BidyaDas-i5f 4 місяці тому

    ❤bahut
    Sakopani
    Olaise.khatroru
    Ane
    Nahak.

  • @ChandraSharma-w7m
    @ChandraSharma-w7m 6 місяців тому

    আপোনাক ধন্যবাদ নিদি নোৱাৰি লো

  • @mouuu3204
    @mouuu3204 5 місяців тому

    Police t di jail r vat khuabo lage ankua manuh. Emn otyasari okhur jati jonmo hoi kisumn prithibi t 👍🏻

  • @Life_style-1990
    @Life_style-1990 6 місяців тому

    মানুহ এনে কোবা থাকে😢

  • @momihazarika-xx9xb
    @momihazarika-xx9xb 3 місяці тому

    Bhut dukh lagil

  • @pompydevi769
    @pompydevi769 6 місяців тому +3

    Manuh jon vale thake . ghor manuhor kotha xuni Bea hoi

  • @pronamikagogoi2376
    @pronamikagogoi2376 3 місяці тому

    99% buari a ebilag kosto hohi ase kintu kuneu mukh khuli nokoi .. homaje hodai buari ke bea koi ....

  • @tulumonigogoi4369
    @tulumonigogoi4369 6 місяців тому +1

    দীঘলীয়া হ'লেও দুদিন চাই আজি শেষ কৰিছো

  • @Jk42057
    @Jk42057 6 місяців тому +8

    Bohut dukh loga kahini 🙁

  • @torunidas9629
    @torunidas9629 4 місяці тому

    এবাৰ নহয় দুবাৰ নহয় বাৰম্বাৰ বিশ্বাস ঘাটক কৰা জনক ক্ষমা কৰি থকাটো আতাইতকৈ ডাঙৰ মূৰ্খামি ৷ধূৰ চাল্লা কি মূৰ্খ অ ’ এইজনী ৷কাহিনীটো সম্পূৰ্ণ শুনিহে মতামত দিলো দেই ৷

  • @krishnaprasaddeka8090
    @krishnaprasaddeka8090 6 місяців тому

    Thanks, you are welcome, take care of you.👍👍👍😅

  • @bikashkalita6748
    @bikashkalita6748 6 місяців тому +1

    Mok o bohut kosto dise suhu maai

  • @prabhatsingha1420
    @prabhatsingha1420 5 місяців тому

    Gutei vdo tu khunilu janilu...apuni khodai nijok save rakhibo aru martial Arts khiki louk.👍👍👍

  • @rajibbasumatary2408
    @rajibbasumatary2408 6 місяців тому +1

    Gotei family manuhok rastat loi lengta kori kubabo mon goise anekua manuhok.........Kun jegat hoi location tu

  • @priyankaasarmah830
    @priyankaasarmah830 3 місяці тому

    Ajir jugtou ankua porial ase,,, nijor lora suali university professor, multinational company r engeenier,, xahur and xahu e buarik bor ovdro behave kore and putek hote sai thake.. Jiek hot ahile khub vodro akw mak bapek..

  • @bontisarmah7541
    @bontisarmah7541 5 місяців тому

    সেই কাৰণে ছোৱালীক চিলাই আদি শিকাই আত্মনিৰ্ভৰশীল কৰি বিয়া দিব লাগে এনেকুৱা কুকুৰ মানুহৰ লগত থাকিব নেপাই

  • @grandmotherworld7211
    @grandmotherworld7211 6 місяців тому +10

    Mahi maak ketiau maak hobo nuware.bor dukh lagil.

    • @hiyamowvlogs2650
      @hiyamowvlogs2650 4 місяці тому

      মোৰ স্বামীৰ নিজৰ জন্ম দাত্ৰি মাক হৈয়ো এনে অত্যাচাৰ চলাইছিল