Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
তোমালোক এনেদৰেই সদায় সুখত থাকা এনেকুৱা গাঁৱলীয়া জীৱনৰ আমেজ বেলেগ টকাৰে মানুহ সুখি হ'ব নোৱাৰে
ঘৰুৱা পাছলি খোৱা মজাই সুকীয়া বাইদেউ।।আপোনাৰ ৰন্ধন প্ৰণালী বোৰ সচাকৈয়ে বৰ ভাল লাগে।।
💕💕🙏🙏
সুন্দৰ সুন্দৰ ৰেচেপি❤
ভাল লাগিল। ইমান সুন্দৰ ৰন্ধন প্ৰকৰণ,তাতে মৰম আবেগ অনুভূতিবোৰ সোমাই আছে।❤❤❤
বাপৰে মানিব লাগিব কি পৰিবেশ একদম ❤❤
Ghoror pasoli barikhon dekhi bhal lagi gol😊..eman dhunia recipe bur randhile taku juit..khaboloi j bor huwad hol sage no ba...love your videos ❤❤❤
Apunar bari khon bohut val lage
আজিকালি আধুনিকতাৰ যুগত চুৰি খনহে ব্যৱহাৰ কৰে আমাৰ দাব কটাৰী খনেৰে কাটিবই নাজানে হাত কাটে কটাৰী খনেৰে কটা দেখি ভাল লাগিছে
বৰ ধুনীয়া ❤❤❤ দেখিলেই খাব মন যায়
All the recipes are awesome but,Bitter gourd chop is unique recipe, apunar barir vegetables sai bohut bhal lagise, keep doing more videos, lots of love from Guwahati 🙏 save nature 🙏
👍👍🙏🧡🧡💕💕💕💕🙏🙏🙏
বঢ়িয়া বহুত ভাল লাগিল 👌👌👌👍
কেৰেলা তিয়ঁহ ডাংবটি (ডাংবদি) উভৈনদী। বহুত ভাল লাগিল দেখি। নিৰ্ভেজাল শাক-পাচলি।
ধন্যবাদ আপোনালৈ👍👍🙏🙏
আপোনালোকৰ এই কৰ্মৰ প্ৰাসংগিকতা সদায় থাকিব । শুভেচ্ছা দিলো । মহত্ব কমি নাযায় ।
Thankyou 🧡🙏🙏
Bhut val lagil recipe tu sai, khaboloike mon hol❤
👍👍🙏🧡🧡🧡🧡🧡
Video sai val lagil dei
আপোনাৰ এই অনুষ্ঠান টি চালে মনটো কিবা এটা প্ৰশান্তিৰে ভৰি পৰে।
বহুত ধুনীয়া বাইদেউ?
বৰ ধুনীয়া হৈছে ❤
Bohut val lagil sai😊
Val lagil sai
বহুত ধুনীয়া বনাইছা❤😊
দিদি গাছের তরতাজা সবজি দিয়ে, দারুন রান্না শিখিয়ে দিলেন, খুব ভালো লাগলো দিদি ভিডিও টি 👌
Abe axomia t likh
@@gogoiaxomia1426 jak ji bhakhat likhibo mon hi likhibo apuni nu kun kobole
@@Ritathakurrajguru895 are bihari bhai triggered kio hoisa ? Enai kolu aru
@@gogoiaxomia1426 thote manuhor proti bhal bhab thobo nuaroni muslim atankvadi kaitak bor bhal pao hindu hoi hinduk hinkha koro
@@gogoiaxomia1426 manuh akal tohoti ye hou ni beleg castor manuhbur manuh nahoi neki
অতি সুন্দৰ উপস্থাপন
Val lagil dai video tu sai
Bhut bhal lagise
ওফ সঁচাকৈয়ে মনোমোহা পৰিৱেশ।😍❤️
💕💕🙏👍
সেউজীয়া পৰিৱেশটোৱে মনতু ভাল লগাই দিলে... আৰু আগুৱাই যোৱা বা আপোনাৰ video বোৰ চাই বহুত ভাল লাগে
অশেষ ধন্যবাদ জনাইছোঁ
Vaal laagil sai baideu.suscribe kori lolu vidiobur saboloi🤗
আইঐদেহি খাদ্য বোৰ দেখি জিভাৰ পানী পৰিছে ও বাইদেউ 😊 ইমান লোভ নলগাব আপোনাৰ গাঁৱৰ সতেজ পাচলি বোৰ দেখি মোৰ নিজৰ গাঁৱ খনলৈ মনত পৰি গ'ল কাৰণ এতিয়া মোৰ গুৱাহাটীত বিয়া হলো,,,ইয়াত গাঁৱৰ মাদকতা পোৱা নাযায়। গাঁৱৰ সতেজ পাচলি ছিঙাৰ মজাই বেলেগ।
💕💕💕🧡🧡🙏🙏🙏🙏
Bor xundar bonisa.
Jai Aai Axm ✊✊✊
বাৰীৰ পাচলী চিঙা দৃশ্য ছাই বৰ ভাল লাগিল
Thankyou so much 💕🙏
Bohut val lagil
Mojja ❤
বাইদেউ আপোনাৰ ভিদিও চাই ভাল লাগে।পাৰে যদি মোৰ ভিদিও বোৰ চাবচোন আপোনালোকে ❤
baidiu apunr hatire ahaj khau khau lagi se oo mur
বর ভাল লাগিল
বহুত ভাল লাগিল দে ❤❤❤❤❤❤
Borhiya...
ধুনীয়া ❤
Apunar video bor sadai ek akarsonia
🧡💕👍🧡🙏🙏🙏🙏
⁰⁹òĺ
Very nice recipes
Kol keita khau khau lagise
গাঁৱৰ তিৰোতা গৰাকীয়ে ধুনীয়া ছবি এখন ডাঙি ধৰিবলৈ চেষ্টা কৰাৰ বাবে ধন্যবাদ।
আমাৰ lower assam ফালে নেছেৰা কয়
ভন্টি, তুমি কেটলী আৰু চৰু কেৰাহি ধৰিবলৈ কাপোৰৰ সলনি কলপাত এটুকুৰা মেৰিয়াই বান্ধি ধৰিবাছোন, তেতিয়া চহা গাঁৱলীয়া পাকঘৰটো আৰু অধিক খাপ খাই পৰিব। শেষত তোমালোকৰ channelটোলৈ অশেষ শুভকামনা থাকিল।
Apunr trditinl ahar bur Sai vl lgeBaki ketiaba copy kore jibilkHeya emn vl nlgeMne othrs cultur pora
সুন্দৰ
তিয়হ কেইটা দেখি মোৰ বেছি লোভ লাগিছে ,,,কচক যেন কামুৰি খাম।তিয়হ কেইটা কুমলীয়া হৈয়ে আছে দেখোন আপুনি কিয় গুটি বোৰ আতৰাই দিছে? পূৰধ তিয়হৰ মাছেৰে আঞ্জা খাই ভাল লাগে আৰু খাৰ।
সকলোবোৰ খেতি নিজেই কৰে নে? ভিডিও বহুত ধুনীয়া ❤
তিতা কেৰেলা চপ কেইটা দেখিয়ে খাওঁ খাওঁ লাগি গৈছে গৈ।🤤
Nice recipe
ভাল লাগিল ভিডিঅ'টো চাই ❤❤
Nice 🥰❤
❤❤
Spiceals ❤❤❤❤
Nice❤❤❤
চাই জিভাৰ পানী ওলাই গৈছে
Nice
🥰
❤❤❤
Nice 👌👌👌👌
Thank you! Cheers!
বাইদেউ আপোনাৰ ঘৰ কত আপোনাৰ ভিডিও চাই বহ্নত ভাল লাগে।
ধন্যবাদ জনাইছোঁ 🙏🙏👍 borhat, Charaideo district
😮😮❤❤
❤️❤️❤️❤️❤️❤️❤️
❤😍😍
Sundar
Testy
❤❤❤❤❤❤❤❤❤
Moko support korok bondhu bandhobi hokol
TEOK
Thanks a lot
Mojja lagil video subscribe korilo Amaru kori dibo ❤❤❤
Mukhot hahi ni eku ni ki video bonai be eijoniye. Dhuii
❤❤❤❤
তোমালোক এনেদৰেই সদায় সুখত থাকা এনেকুৱা গাঁৱলীয়া জীৱনৰ আমেজ বেলেগ টকাৰে মানুহ সুখি হ'ব নোৱাৰে
ঘৰুৱা পাছলি খোৱা মজাই সুকীয়া বাইদেউ।।
আপোনাৰ ৰন্ধন প্ৰণালী বোৰ সচাকৈয়ে বৰ ভাল লাগে।।
💕💕🙏🙏
সুন্দৰ সুন্দৰ ৰেচেপি❤
ভাল লাগিল। ইমান সুন্দৰ ৰন্ধন প্ৰকৰণ,তাতে মৰম আবেগ অনুভূতিবোৰ সোমাই আছে।❤❤❤
বাপৰে মানিব লাগিব কি পৰিবেশ একদম ❤❤
Ghoror pasoli barikhon dekhi bhal lagi gol😊..eman dhunia recipe bur randhile taku juit..khaboloi j bor huwad hol sage no ba...love your videos ❤❤❤
Apunar bari khon bohut val lage
আজিকালি আধুনিকতাৰ যুগত চুৰি খনহে ব্যৱহাৰ কৰে আমাৰ দাব কটাৰী খনেৰে কাটিবই নাজানে হাত কাটে কটাৰী খনেৰে কটা দেখি ভাল লাগিছে
বৰ ধুনীয়া ❤❤❤ দেখিলেই খাব মন যায়
All the recipes are awesome but,Bitter gourd chop is unique recipe, apunar barir vegetables sai bohut bhal lagise, keep doing more videos, lots of love from Guwahati 🙏 save nature 🙏
👍👍🙏🧡🧡💕💕💕💕🙏🙏🙏
বঢ়িয়া বহুত ভাল লাগিল 👌👌👌👍
কেৰেলা তিয়ঁহ ডাংবটি (ডাংবদি) উভৈনদী। বহুত ভাল লাগিল দেখি। নিৰ্ভেজাল শাক-পাচলি।
ধন্যবাদ আপোনালৈ👍👍🙏🙏
আপোনালোকৰ এই কৰ্মৰ প্ৰাসংগিকতা সদায় থাকিব । শুভেচ্ছা দিলো । মহত্ব কমি নাযায় ।
Thankyou 🧡🙏🙏
Bhut val lagil recipe tu sai, khaboloike mon hol❤
👍👍🙏🧡🧡🧡🧡🧡
Video sai val lagil dei
আপোনাৰ এই অনুষ্ঠান টি চালে মনটো কিবা এটা প্ৰশান্তিৰে ভৰি পৰে।
বহুত ধুনীয়া বাইদেউ?
বৰ ধুনীয়া হৈছে ❤
Bohut val lagil sai😊
Val lagil sai
বহুত ধুনীয়া বনাইছা❤😊
দিদি গাছের তরতাজা সবজি দিয়ে, দারুন রান্না শিখিয়ে দিলেন, খুব ভালো লাগলো দিদি ভিডিও টি 👌
Abe axomia t likh
@@gogoiaxomia1426 jak ji bhakhat likhibo mon hi likhibo apuni nu kun kobole
@@Ritathakurrajguru895 are bihari bhai triggered kio hoisa ? Enai kolu aru
@@gogoiaxomia1426 thote manuhor proti bhal bhab thobo nuaroni muslim atankvadi kaitak bor bhal pao hindu hoi hinduk hinkha koro
@@gogoiaxomia1426 manuh akal tohoti ye hou ni beleg castor manuhbur manuh nahoi neki
অতি সুন্দৰ উপস্থাপন
Val lagil dai video tu sai
Bhut bhal lagise
ওফ সঁচাকৈয়ে মনোমোহা পৰিৱেশ।😍❤️
💕💕🙏👍
সেউজীয়া পৰিৱেশটোৱে মনতু ভাল লগাই দিলে... আৰু আগুৱাই যোৱা বা আপোনাৰ video বোৰ চাই বহুত ভাল লাগে
অশেষ ধন্যবাদ জনাইছোঁ
Vaal laagil sai baideu.suscribe kori lolu vidiobur saboloi🤗
আইঐদেহি খাদ্য বোৰ দেখি জিভাৰ পানী পৰিছে ও বাইদেউ 😊 ইমান লোভ নলগাব আপোনাৰ গাঁৱৰ সতেজ পাচলি বোৰ দেখি মোৰ নিজৰ গাঁৱ খনলৈ মনত পৰি গ'ল কাৰণ এতিয়া মোৰ গুৱাহাটীত বিয়া হলো,,,ইয়াত গাঁৱৰ মাদকতা পোৱা নাযায়। গাঁৱৰ সতেজ পাচলি ছিঙাৰ মজাই বেলেগ।
💕💕💕🧡🧡🙏🙏🙏🙏
Bor xundar bonisa.
Jai Aai Axm ✊✊✊
বাৰীৰ পাচলী চিঙা দৃশ্য ছাই বৰ ভাল লাগিল
Thankyou so much 💕🙏
Bohut val lagil
Mojja ❤
বাইদেউ আপোনাৰ ভিদিও চাই ভাল লাগে।পাৰে যদি মোৰ ভিদিও বোৰ চাবচোন আপোনালোকে ❤
baidiu apunr hatire ahaj khau khau lagi se oo mur
বর ভাল লাগিল
বহুত ভাল লাগিল দে ❤❤❤❤❤❤
Borhiya...
ধুনীয়া ❤
Apunar video bor sadai ek akarsonia
🧡💕👍🧡🙏🙏🙏🙏
⁰⁹òĺ
Very nice recipes
Kol keita khau khau lagise
গাঁৱৰ তিৰোতা গৰাকীয়ে ধুনীয়া ছবি এখন ডাঙি ধৰিবলৈ চেষ্টা কৰাৰ বাবে ধন্যবাদ।
আমাৰ lower assam ফালে নেছেৰা কয়
ভন্টি, তুমি কেটলী আৰু চৰু কেৰাহি ধৰিবলৈ কাপোৰৰ সলনি কলপাত এটুকুৰা মেৰিয়াই বান্ধি ধৰিবাছোন, তেতিয়া চহা গাঁৱলীয়া পাকঘৰটো আৰু অধিক খাপ খাই পৰিব। শেষত তোমালোকৰ channelটোলৈ অশেষ শুভকামনা থাকিল।
Apunr trditinl ahar bur Sai vl lge
Baki ketiaba copy kore jibilk
Heya emn vl nlge
Mne othrs cultur pora