Lok Sabha Election | সোণোৱালৰ সন্মুখত লুৰীণজ্যোতি গগৈ, Dibrugarh ত কি কি ইছ্যুত ভোট দিব ভোটাৰে?

Поділитися
Вставка
  • Опубліковано 4 кві 2024
  • Lok Sabha Election | সোণোৱালৰ সন্মুখত লুৰীণজ্যোতি গগৈ, Dibrugarh ত কি কি ইছ্যুত ভোট দিব ভোটাৰে?
    #live #livenews
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #loksabhaelection2024 #bjp #congress #Paragmaniaditya #sarbanandasonowal #lurinjyotigogoi #cmhimantabiswasarma #loksabhaelection2024 #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

КОМЕНТАРІ • 330

  • @bhabanigogoi3278
    @bhabanigogoi3278 Місяць тому +15

    Lurin.daaa.jindabad❤❤❤❤

  • @nayankumarpawe2671
    @nayankumarpawe2671 Місяць тому +14

    জল জীৱন নহয় শুকান টেপ্ জীৱন হয় আছে আমাৰ ফালে।

  • @Chumpee_official
    @Chumpee_official 2 місяці тому +36

    লুৰিণ দাৰ জয় হওক❤

  • @bakulboruah2026
    @bakulboruah2026 2 місяці тому +30

    লুৰীণজ‍্যোতি❤❤❤❤❤

  • @Karnel23997
    @Karnel23997 2 місяці тому +23

    Lurinjyoti gogoi jindabad

  • @mehdialom2385
    @mehdialom2385 2 місяці тому +8

    Lurin da Zindabad

  • @eyakubali336
    @eyakubali336 Місяць тому +3

    Ka আমাক নালাগে বুলি লাখ লাখ মানুহৰ বেছিভাগেই আছিল দাবী , কীয় চৰকাৰে ইয়াক মানি নললে , কা আমি namanu , লোৰিন জো গগৈ Jindabad , ,

  • @user-tt2kt9eo5z
    @user-tt2kt9eo5z 2 місяці тому +5

    Vote for Lurin G Gogoi Jindabad

  • @saifullahsk9643
    @saifullahsk9643 Місяць тому +10

    চাউল খুৱাই ভিকাৰি বনাই আছে।

  • @ranjansarmah4843
    @ranjansarmah4843 2 місяці тому +5

    বেচৰকাৰী স্কুল আধামাইলে আধামাইলে পাতিবলৈ কোনে আদেশ দিছে নিশ্চয় চৰকাৰে। আৰু চৰকাৰী স্কুল কোনে ধ্বংস কৰিছে চৰকাৰে । জনসংখ্যা বা ছাত্ৰ- ছাত্ৰীয়ে নহয়। নীতি ভুলে শেষ কৰিছে। আজি টেবলেটত উপস্থিতি দেখাত সুন্দৰ । কিমান সময় লাগে পৰ্যাবেশণ কৰিবচোন। ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক আছে ।বিষয়বোৰৰ বিপৰীতে শিক্ষক নাই।

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 2 місяці тому +14

    জয় অসম জ‌য় লু ৰিণ বি জে পিয়ে কা ৰ বিষয়ে কিয় বুজি নাপায়।

  • @user-ox7mu3db2e
    @user-ox7mu3db2e Місяць тому +4

    Lorin.jyoti.jindabad

  • @nilupalsaikia7222
    @nilupalsaikia7222 2 місяці тому +5

    Lurin Gogoi zindabad ❤❤❤

  • @kaiplgogoi1346
    @kaiplgogoi1346 Місяць тому +6

    Lurinjuti,joy

  • @prinzofficial3253
    @prinzofficial3253 Місяць тому +2

    লুৰীন দা জিকিব চিধা কথা। জয় আই অসম

  • @user-qo8uu2qq4l
    @user-qo8uu2qq4l Місяць тому +4

    Gogoi jindabad

  • @RojitaDas99
    @RojitaDas99 2 місяці тому +30

    Lurin daaa jindabad 💯💯💯💯💯💯💯👍👍👍👍👍

    • @harakantadeka7715
      @harakantadeka7715 2 місяці тому

      অসম,ৰ,শিক্ষা নীতি,মদৰ,দোকান,gst,অসম,

    • @nituldutta1553
      @nituldutta1553 Місяць тому

      এই গৰাকী সঁচাকৈ মূৰ্খ ভক্ত ,,,যি কোনো সুবিধা পোৱা টো আৰু লোৱাটো সকলোৰে অধিকাৰ ,,কৰ কাটল মাত্ৰ বিজেপি দলৰ অন্ধ ভক্ত সকলে নিদিয়ে

    • @nituldutta1553
      @nituldutta1553 Місяць тому

      মিডিয়া বোৰ নিৰপেক্ষ হব লাগে ,,,চৰকাৰী পক্ষত থাকি অনুষ্ঠান এটা অনুষ্ঠিত কৰি কিয় জনসাধাৰণক আভুৱা ভাৰিছে।।।এনেকুৱা মিডিয়া ক ৰাইজে ত্যাগ কৰিব লাগে ।।।

    • @AtulDutta-ny4it
      @AtulDutta-ny4it Місяць тому

      ❤aEe​@@nituldutta1553

  • @user-of4yf2pu7w
    @user-of4yf2pu7w Місяць тому +3

    Lurinjyoti gogoi jin🎉

  • @amiyagogoi9537
    @amiyagogoi9537 Місяць тому +3

    লুৰিণ দাৰ জয় হওক

  • @rinjuborah1758
    @rinjuborah1758 2 місяці тому +2

    ৰাইজসকল এটা কথা চিন্তা কৰিব সন্তানে পথম খোজটোৱে আনৰ হাতত ধৰি শিকে সেইসন্তানেএদিন ভাল ব্যক্তি হয়গৈ। কোনেও উপজিয়ে খোজ নলয়। মূলমূৰৱী কিন্ত সুবিধা পালে দল বাগৰিব যত লাভ কৰিব পাৰিব। সত্য বাইদেউ।

  • @budheswarnath6516
    @budheswarnath6516 2 місяці тому +16

    সচাঁ কথা... সৰ্বানন্দ ক ৰাইজে বহুত আশাৰে বহুত কাম কৰিব পৰাকৈ সুবিধা দিছিল যদিও বিশেষ একো কৰিব নোৱাৰিলে ; বিফলতা...

  • @mdvofficial9815
    @mdvofficial9815 2 місяці тому +8

    Bjp out lurin jindabad❤❤❤❤❤

  • @user-qw6sw5tu1m
    @user-qw6sw5tu1m Місяць тому +4

    L gogoi জিন্দাবাদ

  • @chinmoydas4475
    @chinmoydas4475 2 місяці тому +9

    অসমত থাকিলে অসমীয়া নহয় , অসমীয়া হ'বলৈ হ'লে প্ৰথমে অসম দেশক হআড়এ হিমজুয়ে ভাল পাব লাগিব দ্বিতীয়তে অসমৰ সংস্কৃতি আৰু অসমীয়া ভাষাক ভাল পাব শিকিব লাগিব তেতিয়াহে আপুনি অসমীয়া বুলি বিবেচিত হ'ব। ধন্যবাদ।

  • @AsifKhan-fk6jc
    @AsifKhan-fk6jc 2 місяці тому +7

    Midiyar.manuh.jon..b.j.p.pora.kiman.toka.loise

  • @user-vu5dr3ln6f
    @user-vu5dr3ln6f 2 місяці тому +3

    লোৰিন ❤

  • @ranjansarmah4843
    @ranjansarmah4843 2 місяці тому +4

    BJP বাইদেউ মোদী ছাৰে অসমত আহি ভাষণ কি ভাষাত দিয়ে ?

  • @promuddeori
    @promuddeori Місяць тому +5

    L j g zindabad

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 2 місяці тому +12

    লুৰিণজ্যোতি জিকিব ১০০০%

  • @mrinalgaming7809
    @mrinalgaming7809 2 місяці тому +32

    Lurin gogoi jikibo..

  • @lrgamers5246
    @lrgamers5246 Місяць тому +1

    Congratulations to Gogoi Sir ..vote for Congress

  • @AjoyDoley-tz8of
    @AjoyDoley-tz8of Місяць тому +1

    Lurinjyoti. Gogoi. Jindabad
    Sunual
    Mrudabad

  • @jayantagogoi711
    @jayantagogoi711 Місяць тому +10

    Lurinjyoti Gogoi Zindabad ❤

  • @sunillalung88
    @sunillalung88 Місяць тому +1

    সাংবাদিকতা কৰিলে নিৰপেক্ষ হ'ব লাগে। গুণোৎসৱত/২০২৪ ডিব্ৰুগড় অসমৰ ভিতৰত ২নং। বাইদেউ গৰাকীৰ কথাষাৰ সাংবাদিক গৰাকীয়ে আঙুলিয়াই দিব লাগে।

  • @rupamhazarika2960
    @rupamhazarika2960 Місяць тому +1

    লুৰিন দা জিন্দাবাদ 👏

  • @user-jn7cg1wo7m
    @user-jn7cg1wo7m 2 місяці тому +12

    Lurin jindabad

  • @jimikantadoley5659
    @jimikantadoley5659 2 місяці тому +8

    Lurinjyoti gogoi zindabad3

  • @safeshopassam0
    @safeshopassam0 2 місяці тому +31

    বিজেপিৰ মানুহ বোৰ ১০০% পাগল ।

  • @rimjimnath558
    @rimjimnath558 Місяць тому

    সন্মানীয় ৰাইজে নিশ্চয় lurin ক জিকাব।এজন আদৰ্শবন ,সততা আৰু ৰাইজৰ লগত থকা অসম সন্তান।ৰাইজ আপোনালোকে lurin ক জিকাব।ধন্যবাদ ৰাইজ

  • @animallover2841
    @animallover2841 Місяць тому

    Debabrat Da Val lagil, APUNAK Dekha Pai...keep going

  • @anupjyoti6574
    @anupjyoti6574 Місяць тому

    দাদাই ভাল কথা কোৱা দেখি তেও৺ৰ পৰা আতৰি গ'ল ।

  • @user-wv6gd7tl2w
    @user-wv6gd7tl2w 2 місяці тому +15

    কংগ্ৰেছৰ বাবে অসম তথা ভাৰতবৰ্ষ বহুত পিছ পৰি গৈছিল বিজেপিয়েহে আগ বঢ়ায় আনিলে অৰ্থনীতিয়ে হ,ওক বা অন্যদিশতেই হ‌ওক।

    • @mukulbaruah1833
      @mukulbaruah1833 2 місяці тому +2

      Digambr(Lengta) natha toi gubarar sabanprush aru goru moot r amrit khai khai mohagyani hoisa.

    • @saifullahsk9643
      @saifullahsk9643 Місяць тому +2

      শৱ বিক্ৰী কৰিছে

    • @misingworld78
      @misingworld78 Місяць тому

      Kiman kuti dhar o pai

    • @JugalBabu-on9cd
      @JugalBabu-on9cd Місяць тому

      Agote congress a bohut korisil bostur daam kom asil aji BJP khosai pagol hoise aamar poisa aamak bilai ase

  • @goutamgogoi9116
    @goutamgogoi9116 Місяць тому +1

    লুৰিণ দা জিন্দাবাদ

  • @bibhujitgogoi5767
    @bibhujitgogoi5767 Місяць тому +1

    Joi lurinjyoti gogoi

  • @labanyadevi3172
    @labanyadevi3172 Місяць тому +1

    Lurin Jyoti jindabad jindabad jindabad ❤❤🎉🎉🎉

  • @bhikhonmuhon7009
    @bhikhonmuhon7009 2 місяці тому +3

    ছি:ছি:ছি: বিজেপি অৰ্ধ শিক্ষিত পালিনেতা খিনি যে নহয়, এই নাৰী গৰাকী একেবাৰেই যেন কি কম আৰু।

  • @gampagu3606
    @gampagu3606 Місяць тому +1

    S ❤❤❤❤

  • @nayankumarpawe2671
    @nayankumarpawe2671 Місяць тому +1

    আমি আৰু মই বুলি কোৱাটো এটা অহংকাৰ এই অহংকাৰ বেছি দিন নচলিব যেন লাগিছে।

  • @ajitlahon1311
    @ajitlahon1311 Місяць тому +1

    আমাক নতুন প্ৰজন্মৰ প্ৰয়োজন

  • @hirakkalita3546
    @hirakkalita3546 2 місяці тому +8

    Lurin gogoi jindabad

  • @Minaramgogoi-xg4qo
    @Minaramgogoi-xg4qo 2 місяці тому +6

    Luinjyoti gogoi Zindabad... ❤❤ Sarbanadra Sonowal go back.. Kam nai... Notun mukh sabo lage ......

  • @rupomkhanikar3077
    @rupomkhanikar3077 Місяць тому +2

    Lurinjyoti goigoi jindabad

  • @abhinandansaikia4780
    @abhinandansaikia4780 Місяць тому +1

    এইবাৰ লুৰীণে হিলাই দিছে

  • @ritu7044
    @ritu7044 Місяць тому

    লুৰিণ❤

  • @pegukoYouTubechannel
    @pegukoYouTubechannel Місяць тому +1

    জল জীৱন মিছন নামতে আছে কিন্তু কামত নাই

  • @madhudoley1491
    @madhudoley1491 Місяць тому

    ❤❤❤ lurunjyoti gogoi zindabad 💯 jikibo 💯

  • @nilamanimedhi6083
    @nilamanimedhi6083 2 місяці тому +5

    আম আদ মি কিয় খেলিলে ।নে কিবা বেলেগ অংক কৰিছে ।তেওলোকৰ দেশ প্ৰেম নহয় ৰজা হোৱাৰ হে মন ।ভোট ভাঙি কাক সহজ কৰি দিব ।

  • @dipankarkalita6515
    @dipankarkalita6515 Місяць тому +1

    লুৰিণ

  • @lohitdihingia9134
    @lohitdihingia9134 2 місяці тому +1

    Thenks Ajp kong..

  • @user-yj4od5he7p
    @user-yj4od5he7p Місяць тому +5

    লুৰিণ জ্যোতি ক ভোট দিয়ক

  • @JaynalAbdin-jj6xy
    @JaynalAbdin-jj6xy 14 днів тому

    Lurin go goi jai jai jai

  • @ranjansarmah4843
    @ranjansarmah4843 2 місяці тому +7

    তৰুণ গগৈৰ দিনত অসমত শান্তি উভতি আহিছিল

  • @rupjyotiboruah9535
    @rupjyotiboruah9535 Місяць тому +1

    সবা দা জিন্দাবাদ

  • @user-qf8si1cg1k
    @user-qf8si1cg1k Місяць тому +1

    লুৰি

  • @carscircle2815
    @carscircle2815 2 місяці тому +1

    Between 33.00-35.35 minutes very interesting speech by youth

  • @mohanbora3848
    @mohanbora3848 Місяць тому

    Wee want lurin gogoi

  • @kya_mili
    @kya_mili Місяць тому +1

    Lurin daa aasu lgt

  • @anupjyoti6574
    @anupjyoti6574 Місяць тому

    ভাৰতীয় জনতা পাৰ্টিৰ অভিভাৱক মোডী ডাঙৰীয়া নহয়জানো ?

  • @jaychankarborolegalforum7822
    @jaychankarborolegalforum7822 2 місяці тому

    Very nice talk. Awesome

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712 Місяць тому

    উপযুক্ত উত্তৰ 4 তাৰিখলৈ!

  • @newgkassames
    @newgkassames Місяць тому +1

    Aibar lurin

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 2 місяці тому

    Right right.

  • @nayankumarpawe2671
    @nayankumarpawe2671 Місяць тому

    বাইদেউ বিনামূলীয়া চাউল মাত্ৰ এজন মানুহে খুব বেছি ৬/৭দিন খাব পাৰে আৰু বাকী কেইদিন কি শিল বালি খাই জীয়াই আছে নেকি তেনেকুৱা ৫কে.জি চাউল নাখালেও মানুহ জীয়াই থাকিব।

  • @bakulboruah2026
    @bakulboruah2026 2 місяці тому +7

    Lurinjyoti Gogoi jindabaad

  • @NayanmaniSonowal
    @NayanmaniSonowal Місяць тому

    🎉🎉

  • @manikdhar9578
    @manikdhar9578 Місяць тому

  • @rupjyotipatiri7432
    @rupjyotipatiri7432 5 днів тому

    Sorbha da zindabad

  • @shikhaborah1775
    @shikhaborah1775 Місяць тому +1

    Thanku bldayu bjpjindabad

  • @aparajitatamuli7273
    @aparajitatamuli7273 Місяць тому

    সাংবাদিকৰ ৰো জাতিটোৰ প্ৰতি দাইব্ধতা আছে

  • @bipulgogoi2142
    @bipulgogoi2142 Місяць тому +1

    Amar podulit j pani nulay gakhir he ulay bah bah b j p

  • @user-my2ke1gg8h
    @user-my2ke1gg8h Місяць тому

    পানীৰ মিছন শুনিবলৈ ভাল, ঘৰে ঘৰে জল, কিন্তু আজিৰ তাৰিখত বহুতো অঞ্চলত এদিনৰ বাবেও পানী নাপালে ।

  • @user-zp7qx8jq4e
    @user-zp7qx8jq4e 25 днів тому

    Think

  • @bipulgohain7379
    @bipulgohain7379 Місяць тому

    Sarbananda Sonowal Already CENTRAL LEVEL ot Minister hoiye ase aru ki modi usorot hoktihali hobo.

  • @user-rq5gq4ux6y
    @user-rq5gq4ux6y Місяць тому

    আপোনাক কৈছোঁ অসমক লৈ কেতিয়াও উল্ট্ৰা পালট্ৰা কথা নকবো

  • @bikashburagohain4300
    @bikashburagohain4300 Місяць тому

    Good

  • @dipankarkalita6515
    @dipankarkalita6515 Місяць тому

    চৰ্বাই আনিলে তিৰি (ছড়কাড়) খেদা খোৱা মামাই ওপৰতে হ'ল মহা গিৰি (ৰাজা মহাৰাজা )

  • @moiraompopompop9721
    @moiraompopompop9721 Місяць тому

    জোন দলক দিলেও একে, একেখিনি মানুহকেইজনে আছে

  • @kirandekaentertainmentshow2466
    @kirandekaentertainmentshow2466 Місяць тому

    Reporter jon ak side loi ase... Ru Reporter jone kar side loise xakolowe gom paise😅

  • @DebojitkrboraBora
    @DebojitkrboraBora Місяць тому +3

    ।।লুৰিন জ্যোতি গগৈ জিন্দাবাদ হওক।।

  • @marychampia2993
    @marychampia2993 Місяць тому

    𝐶𝑜𝑛𝑔𝑟𝑒𝑠𝑠 𝑝𝑎𝑟𝑡𝑦 𝑗𝑖𝑛𝑑𝑎𝑏𝑎𝑑❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bidyutbikashchaliha2709
    @bidyutbikashchaliha2709 2 місяці тому +1

    Sob recording koribo lage....pisot bamboo dibo lage

  • @zeeeducareashraful_aslam7063
    @zeeeducareashraful_aslam7063 Місяць тому

    Lurinjyoti Gogoi Zindabad ❤❤

  • @user-em7up5ev8z
    @user-em7up5ev8z Місяць тому

    Sarbananda Sonowal jindabad.

  • @bikashburagohain4300
    @bikashburagohain4300 Місяць тому

    Jindabad luinjyoti

  • @animallover2841
    @animallover2841 Місяць тому

    Moni bow jui dei😂

  • @Lalit-ug3yn
    @Lalit-ug3yn 2 місяці тому +1

    কাৰ কি নীতি আছে সকলো দেখি আছো।

  • @SumonNath-ce1nx
    @SumonNath-ce1nx Місяць тому

    সোনা আলোর ফেদা হতে পারব নি লোরিনজিত গগৈ

  • @tridipsarma3420
    @tridipsarma3420 Місяць тому

    855 jon sahid kar dinot hoisil ...IMDT Act by Congress ..How can we forget that ?

  • @user-jh8jw1ww9j
    @user-jh8jw1ww9j 2 місяці тому

    Jiman kole u bjp ....jikibo ...rokabo nuari....bht kotha nhoi lav ni

  • @RahulGogoi-lu3fr
    @RahulGogoi-lu3fr 2 місяці тому +2

    Lurin da❤❤❤