Sivasagar News | শিৱসাগৰৰ ঘটনাই কঁপাইছে ৰাজ্য। একাদশ শ্ৰেণীৰ ছাত্ৰই প্ৰাণ ল’লে অধ্যক্ষৰ N18V

Поділитися
Вставка
  • Опубліковано 3 лют 2025

КОМЕНТАРІ • 153

  • @munmikachari6189
    @munmikachari6189 6 місяців тому +1

    Om shanti.

  • @M17-f5l
    @M17-f5l 7 місяців тому +17

    বহোত দুখ লাগিল৷ এনেকুৱা দানৱ ৰুপী কলংকিত এই ছাত্ৰটোক উচিত বিচাৰ কৰি দৃষ্টাণতমুলক শান্তিৰ ব্যৱস্থা কৰিব লাগে৷এনে অপকৰ্ম কৰিবলৈ যাতে বেলেগে সাহস নকৰে৷অতিদুখ লাগিছে আমাৰ ৰাজ্যত কিয় বৃদ্ধি পাইছে এনেকুৱা ঘটনাবিলাক৷প্ৰনাম জনালোঁ ছাৰ৷🙏🙏😭😭

  • @sashibhatta5198
    @sashibhatta5198 7 місяців тому +38

    প্ৰকৃত দোষীয়ে শাস্তি পাব লাগিব ৷ নহলে এনে ঘটনা আন ঠাইতো ঘটি থাকিব পাৰে ৷

  • @alphadj2493
    @alphadj2493 7 місяців тому +1

    😭😭🙏🙏

  • @rinkushivam8759
    @rinkushivam8759 7 місяців тому +8

    এই জনৰ বয়স চাব নালাগে।পৃথিৱীৰ বিৰল ঘটনা
    এই লম্পত টোক এক মাহৰ ভিতৰত ফাচী দিলে
    ভৱিষ্যতে এনে ঘটনা হোৱাৰ পৰা বিৰত থাকিৱ।
    শিক্ষক সমাজে কি কৰি আছে?????
    ইয়াক শাস্তি অচিৰেই দিৱ লাগে বুলি
    মাননীয় মূখ্যমন্ত্ৰী মহোদয়ক জনাৱ লাগে।

  • @DipankarDAS-wd6tj
    @DipankarDAS-wd6tj 7 місяців тому +59

    সেই ছাত্ৰক প্ৰাপ্ত বয়ষ্ক হিচাপে ধৰি শাস্তি দিব লাগে। minor বুলি এৰি দিলে এনেকুৱা আৰু ঘটনা হব।

    • @hanseali1924
      @hanseali1924 7 місяців тому

      14 বছৰৰ ওপৰৰ মাইনৰ কট হয়।মাইনৰ নহয়।

    • @DipankarDAS-wd6tj
      @DipankarDAS-wd6tj 7 місяців тому

      @@hanseali1924 18 বছৰৰ তলৰ হলে Juvenile ত পৰে কিন্ত যেতিয়া নিৰ্ভয়া কেছ হৈছিল তাৰ পাছত 16 নতুন আইন বনোৱা হয় যত Juvenile Justice Board এ যদি অনুমতি দিয়ে তেন্তে 16 বছৰৰ ওপৰৰ লোকক প্ৰাপ্তবয়স্ক হিচাপে শাস্তি দিব পাৰি। নিৰ্ভয়াৰ কেছত এজনৰ বাহিৰে গোটেই কেইটাক ফাঁচী দিয়া হৈছিল আৰু 18 বছৰৰ হবলৈ কেইমাহ মান বাকী থকাৰ বাবে এজনক মাত্ৰ/2 বছৰ নে 3 বছৰ জেল দিয়া হৈছিল । সি যদি সেই সময়ত 18 বছৰ হোৱা হলে ফাঁচী পালে হয়।

  • @MonjuSonouwal
    @MonjuSonouwal 7 місяців тому +1

    😢😢😢😢😢😢😢😢😢hii

  • @monalishapegu6412
    @monalishapegu6412 7 місяців тому +2

    ও ম শান্তি ও ম শান্তি

  • @MukulDas-l2m
    @MukulDas-l2m 7 місяців тому +59

    অসম up bihar ত কৈ ভয় লগা হল। কেউ ফলে অকল মাৰ্ৰডাৰ চোৰ দকাইতি ঘটনা 😓

  • @MukulDas-l2m
    @MukulDas-l2m 7 місяців тому +44

    অসুৰ ছাত্র টো দৃষ্টান্তমূলক শাস্তি হৱকঁ 😓

  • @lakhimonigogoipuja2109
    @lakhimonigogoipuja2109 6 місяців тому +2

    বয়সক লৈ নহয় ঘটনাক লৈ শাস্তি দিব লাগে

  • @pronobjyotihazarika758
    @pronobjyotihazarika758 7 місяців тому +17

    প্ৰত্যেক চেনেল ত শিক্ষক জনৰ নাম লৈছে কিন্তু ছাত্ৰ জনৰ নাম যে লোৱা নাই কিয় ,
    আৰু দোষী ছাত্ৰ জনক blur কৰি কিয় দেখাইছে,
    সকলোৱে দেখিব লাগে এনেকুৱা মানসিকতা ৰ লৰা টোক

  • @prarinitasaikia4380
    @prarinitasaikia4380 7 місяців тому +9

    দুখতো লাগিছেই ভাষাৰে বননা কৰিব নোৱাৰি। কিন্তু তাতোকৈ লাজ পাইছোঁ অসমৰ অসমীয়া হৈ যেতিয়া বাহিৰৰ পৰা পজটক আহে আৰু আহি যেতিয়া ঘোৰি যায় তেতিয়া কৈ যায় অসমৰ মানুহ বোৰ ভাল সহচ সৰল তেতিয়া মনতে বহুত সুখ অনোভব কৰো নিজকে অসমৰ অসমীয়া বুলি কিন্তু আজি নিজেই লাজ পাইছোঁ অসমৰ অসমীয়া বুলি কিমান দুৰ্ভাগ্য অসমৰ ল'ৰাৰ ছোৱালীক একো একোজন ভাল মানুহৰ হিচাপে গৰদিবলৈ আহি যেতিয়া সেই ছাত্ৰ হাততেই জীৱনতো হেৰুৱাবলগীয়া হয় তাতোকৈ আৰু দুখৰ বিষয় নাই। আৰু এই ঘটনাটোৰ পাছত বাহিৰৰ পৰা কোনোবাই আহিব আৰু যি কেইজন আছে সেইকেজনো জাবগৈ চাগে।কথাতে কয় নহয় এবাৰ সাপে খূটিলে কেচুলেও ভয়।

    • @nekibuzzaman5195
      @nekibuzzaman5195 7 місяців тому

      Hovya Assamia hamajot ane doskarjyar hova napai.😮
      Moron daya nohowa ane
      Kamor kone odhani ag
      borhaise sunta korakson.

  • @TosiburRohman
    @TosiburRohman 7 місяців тому +4

    ফাঁচি দিব লাগে

  • @abhideuri3055
    @abhideuri3055 7 місяців тому +8

    Jun lora ei kam korise ...Tak direct Guliyai diyok..sidha kotha...1000% Niyay pabo poriyal a...

  • @VinayKumar-xc4fo
    @VinayKumar-xc4fo 7 місяців тому +1

    Our kind request is interview his mother

  • @ranibaruah8728
    @ranibaruah8728 7 місяців тому +12

    এনেকুৱা ঘটনা পুনৰাবৃত্তি নহবলৈ উপযুক্ত ব্যবস্থা গ্রহণ কৰিব লাগিব। নহলে পুনৰ ঘটিব।

  • @factzguruji4369
    @factzguruji4369 7 місяців тому +3

    Teacher ajon a student burok hodai bhal pothot loi jabo Bisare...kintu kusuman student a beya buli bhabe Heibur aru Teacher burok beya pai...aibur nokoriba students... please respect your teacher 🙏

  • @bucketlist7419
    @bucketlist7419 7 місяців тому +4

    The student should be treated as an adult and not minor and should be punished accordingly.

  • @MonishaHandique
    @MonishaHandique 7 місяців тому +3

    ছাত্ৰ জনৰ নামটো কিয় উল্লেখ কৰা নাই

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 7 місяців тому +31

    আত্মাৰ চিৰ শান্তিৰ কামনা কৰিলোঁ

  • @Manundrasv
    @Manundrasv 7 місяців тому +2

    great private school morality education result

    • @Ujhkh
      @Ujhkh 6 місяців тому +2

      Government schools students & people are also not so good in morality& dicipline

  • @sangitasaikia2927
    @sangitasaikia2927 7 місяців тому +1

    Om shanti

  • @nijarabora1836
    @nijarabora1836 7 місяців тому +1

    Om santi 🙏

  • @nabajitdutta5984
    @nabajitdutta5984 7 місяців тому +1

    Om santi😭😭😭🙏🏻🙏🏻🙏🏻

  • @sanjaysingha8185
    @sanjaysingha8185 7 місяців тому +2

    Om Shanti

  • @technicalaxom424
    @technicalaxom424 7 місяців тому +1

    Bohut beya hoise jiki nokot teacher is always God 😢😢❤

  • @dvlog3286
    @dvlog3286 7 місяців тому +1

    সাপ জানুৱাৰক শিক্ষা দিলে এনেকুৱা হয় ।স্বাভাবিক।উপযুক্ত শিক্ষাৰ অভাৱ ।

  • @pintuzofficial4252
    @pintuzofficial4252 7 місяців тому +3

    Om Shanti 🙏🙏

  • @anjanborah-5069
    @anjanborah-5069 7 місяців тому +20

    বহিঃ ৰাজ্য বুলি যে ঠাই এটুকুৰা আছে ভাৰতত আজি হে গম পালো । ধন্যবাদ সাংবাদিক বন্ধু 😂 । ইমান যে টেটাই আছ তেখেতৰ ঘৰটো ক'ত বা কোন খন ৰাজ্যত সেইটো ক'ব নোৱাৰিলি? জাৱৰ চব ।

    • @AnjumoniBoruah-f4f
      @AnjumoniBoruah-f4f 7 місяців тому +1

      i pray for him to get heaven .

    • @jaychankarborolegalforum7822
      @jaychankarborolegalforum7822 7 місяців тому +1

      Really no specific news. Hopeless news

    • @digantajyotibordoloi5528
      @digantajyotibordoloi5528 7 місяців тому +4

      এই সাংবাদিক টু জধা মূৰ্খ সি বাৰে বাৰে চাই একাডেমী বুলি কব লাগে হাই একাডেমী বুলি বাতৰি পৰিবেশন কৰিছে

    • @munnalaskar-q5z
      @munnalaskar-q5z 7 місяців тому +1

      Teacher jonr ghor Andra Pradesh

    • @anjanborah-5069
      @anjanborah-5069 7 місяців тому

      @@munnalaskar-q5z নহয় নেকি তামিলনাডুৰ বুলিহে কৈ আছে দেখোন 🙏

  • @JunuDas-gr5lk
    @JunuDas-gr5lk 7 місяців тому +1

    by

  • @lolibudang5085
    @lolibudang5085 7 місяців тому +1

    CM Sir, now start doing Hindu/ Muslim. See where you have taken the youths of the state. RIP.

  • @DaisyRabhaDaisyRabha
    @DaisyRabhaDaisyRabha 7 місяців тому +9

    আমি অসমীয়া অসমৰ মানুহ হৈ এনে কাম কৰাৰ বাবে বৰ লাজ লগা হৈছে শিক্ষা কি কাৰণে কৰা হয়

  • @rupjyotigogoi7510
    @rupjyotigogoi7510 7 місяців тому +1

    Direct. Fasi dibo Lage.😢

  • @tridipborgohain3618
    @tridipborgohain3618 7 місяців тому +2

    এই বোৰ কুলাঙ্গগাৰক কথোৰ শাস্তি দিব লাগে ,

  • @kumudphukan5640
    @kumudphukan5640 7 місяців тому +1

    কি কৰিলে সি । তাৰ জীৱন টোওযে জীৱন্তে মৃত হ'ল এতিয়া হে গম পাব ।

  • @alangberbasumatary2186
    @alangberbasumatary2186 7 місяців тому +3

    Hai vikash ???

  • @khirudgogoi578
    @khirudgogoi578 6 місяців тому

    মানুহৰ মানসিক মূত্ত অধ্যয়ন কৰাটো শিক্ষাৰ এটা অবিচ্ছেদ্য অংশ।

  • @subhra4762
    @subhra4762 6 місяців тому

    OM Santi mormantik ghotana kabolai vasha nai Hare krishna 🙏🙏

  • @dibakargogoi5181
    @dibakargogoi5181 7 місяців тому +1

    Bikhekh koi apunak koisu, Dada ne kokaideo

  • @bbsgaming5156
    @bbsgaming5156 7 місяців тому +1

    এইটো ভয়ংকৰ

  • @স্মৃতিহাজৰিকাগগৈ

    দুখীক শাস্তি দিয়ক

  • @nitulnath3560
    @nitulnath3560 7 місяців тому +3

    Axom r naam dubale akou ebr….. Beleg state r pora ahi amar axom t teacher r dore kam eta kori asile…. Student jonor khasti hbo lage

  • @dibakargogoi5181
    @dibakargogoi5181 7 місяців тому +1

    Apuni koise kokaideo buli, Aru keijon aase kokaideo buli kuwa manuh, sobei tu dada dada buli a koi, Atia apuniu kole, DADA buli

  • @SuhanChoudhury-is1ls
    @SuhanChoudhury-is1ls 7 місяців тому +1

    💔💔💔💔💔💔💔😔😔😔😔😔😔

  • @dbcreation9813
    @dbcreation9813 7 місяців тому +1

    Rest in peace🌸

  • @dgsatyaprakash
    @dgsatyaprakash 6 місяців тому

    Oofff Dat horrible cry...

  • @hanseali1924
    @hanseali1924 7 місяців тому +1

    বৰ দুখৰ বিষয় জে এজন ভাল শিক্ষকে এজন ছাত্ৰৰ হাতত প্ৰাণ দিৱলগা হল।তাতকৈ দুখৰ বিষয়ে জে সুদুৰ অন্ধ্ৰপ্ৰদেশৰ পৰা অসমক কিবাএটা ভালপাই আহি ছাত্ৰক শিক্ষিত কৰিব বিছৰা এজন বেক্তিক এজন ছাত্ৰই অকালতে হত্যা কৰিলে।এইবোৰ অসমৰ পুলিছে সকলো সময়তে উদাত্ব,এনকাউন্তাৰ,ঘোছ খোৱা ,দুৰনিতি কৰি থকাৰ বাবে আৰু ৰাইজো সদাএ এনকাউন্তাৰ কৰিলে ভাল পাএ,ৰাইজে সদাএ কিবা ঘটনা হলে তাক মাৰিছে ভালকৰিছে,মাৰিব লাগিছে,এনকাউন্তাৰ কৰক,চিএমৰ উদাত্ব ভাষন,চিএমৰ আৰু সাঙ্গো-পাঙ্গোৰ সাম্প্ৰদায়িক মন্তব্য কৰি ৰাইজ্যত হত্যা-হিংসা কৰি অসম ৰক্তাক্ত কৰাৰ চেষ্থাৰ ফলতে সমাজত প্ৰতিকুল পৰিবেশৰ সৃষ্টি হৈছে।জাৰ কাৰনত বহুতো মানুহ ৰক্ত পিপাষু হৈ পৰিছে।তাৰ ফলতে এজন শিক্ষৰ মৃত্য হৱ লগা হোল। বিষেশকৈ চৰকাৰ বা চিএম জনেই এনে বিষ-বাস্পৰ বাতাবৰন সৃষ্টি কৰিছে।

  • @chumiborah6666
    @chumiborah6666 7 місяців тому +1

    🙏

  • @PriyankaHazarikaBhuyan-ib2fl
    @PriyankaHazarikaBhuyan-ib2fl 7 місяців тому +2

    অভদ্ৰ ছাত্ৰ-ছাত্ৰী ৰ অশালীন আচৰণৰ বিপৰীতে এখন কঠোৰ আইন প্ৰণয়ন হ'ব লাগে ।

    • @Ujhkh
      @Ujhkh 6 місяців тому

      Ekdom right💯😢

  • @nirudevi9827
    @nirudevi9827 7 місяців тому +3

    ভাৰতত বহি ৰাজ্য নামৰ ঠাই আছে বুলি আজিহে গম পালোঁ ।😂😂

  • @paharidutta8509
    @paharidutta8509 7 місяців тому +1

    R. I. P. for teacher Rajesh babu 🙏🙏🙏🙏🙏🙏🙏💐

  • @minativishwakarma3985
    @minativishwakarma3985 7 місяців тому +1

    Oxom ekdom roxatole goise. Younger generation r besibhagei unruly aru unruly hoi goise. They've become absolutely morally degraded..

  • @louishahmedlouishahmed7076
    @louishahmedlouishahmed7076 7 місяців тому +1

    Aami akhomia aye ghotonai akhomok lozzit korise.ajon hikhyagurur jodi aye abosta Kali maa dawtak hai lorai ki hohari dibo.nindoniyo😭😭

  • @chittagogoi2716
    @chittagogoi2716 7 місяців тому +1

    ছাত্ৰ জনৰ নাম আৰু teacher জন কোন ষ্টেটৰ নকলে কিয়

  • @spoilerB
    @spoilerB 7 місяців тому +3

    Ji dekhisu, Teacher hokoleu enkua fotuwa pualik..
    Pohabole besi sesta nokora val
    Issa thkle nije pohibo.. nhole johon namot jabo adin
    Ehtr uprt iman effort dibo labh nai.
    Issa thka kita val manuh hbo.

  • @dibakargogoi5181
    @dibakargogoi5181 7 місяців тому +1

    Bohihrajyar manuhe kio lead loise assamot

  • @BenudharChamuah
    @BenudharChamuah 7 місяців тому +2

    Ata Hatyakari nam porichoy lukuar ki darkar. Hatya karir kiba future katha vabiba lageniki. Nahale adult ha kale minor dara crime kariba pota haba dekhun.

  • @rahuldutta849
    @rahuldutta849 7 місяців тому +1

    R.i.p

  • @RomaGoswami-v2j
    @RomaGoswami-v2j 7 місяців тому +3

    Om shanti nomoskar এই স্টুডেন্ট করা শাস্তি হুওক

  • @UmeshchandraNath-l5z
    @UmeshchandraNath-l5z 7 місяців тому +2

    তাক পুলিছে জীয়াই থাকি মৰা কৰিব লাগে

  • @tuhin_dowarah5981
    @tuhin_dowarah5981 7 місяців тому +1

    Lorajoknk ru lorajonr makor vaysho ki dekhowab lage okl teacher jnok dekhowai ase je

  • @RupjyotipeguPegu
    @RupjyotipeguPegu 7 місяців тому +2

    Rip

  • @4u206
    @4u206 7 місяців тому +1

    মোৰ দেশ ভাৰতবৰ্ষৰ সংবিধান খনেই এনে কাৰ্য কৰিবলৈ মানুহৰূপী অসুৰ বোৰক সাহক দি আছে নেকি বাৰু ?

  • @AnjumoniBoruah-f4f
    @AnjumoniBoruah-f4f 7 місяців тому +3

    psl check mental condition before any school admission .

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 7 місяців тому +1

    হত্যা কাৰী ক ৰক্ষনা দিয়া উচিত হোৱা নাই তেওঁ ফটো নাম প্ৰকাশ কি কৰে নাই আকৌ সেই খন বিদ্যালয়ে তাক এডমিচন দিবৰ বাবে তাৰ নাম টু প্ৰকাশ নাই কৰা

  • @dibakargogoi5181
    @dibakargogoi5181 7 місяців тому +1

    Ghentaaa buli a kom

  • @sacreativeandcrazy953
    @sacreativeandcrazy953 7 місяців тому +2

    Very sad news dowlfall of youth geration

  • @AnjumoniBoruah-f4f
    @AnjumoniBoruah-f4f 7 місяців тому +3

    very sad and bed news
    because He came from the others state share of knowledge but he goted award as death ,

  • @dibakargogoi5181
    @dibakargogoi5181 7 місяців тому +1

    Moi kobo bisarisu, kio hoise, aami asomiya bure ki lead lobo nuwaru neki, eta bihariye amar lora chuwalir future kenekoi bonabo . Bihar ajiloi k develop huwa nai aaru asomor student k hikabo aahe development in education, economic. Agriculture etc etc

    • @Ujhkh
      @Ujhkh 6 місяців тому

      Teu Bihari nohoi Andhra Pradeshor hoi..Assamor ba Sivasagarat keijon bhal teacher ulabo( khub kom).
      Hikhya dan diboloi ahisil Assamar lora suwalik,bhal hobole,heitu dhoribo pora manokhikota nai ni

  • @abhijitbardoloi6568
    @abhijitbardoloi6568 7 місяців тому +4

    What is happening in English medium private schools? Who is responsible for it - English medium school culture or parents? Where is the students of private schools going to?? We all who are in fever of private school culture need to be aware...

    • @glossy1833
      @glossy1833 7 місяців тому +2

      It's not about English medium or Assamese medium it's all about controlling our anger issues the teacher is god or bad doesn't matter teacher is always a teacher if something really horrible they do then we should take a stand but not this way ofc.....if this happens in Assamese medium school then people like u all will cmnt what happened to Assamese medium schl like seriously it's suck

    • @boradhun123
      @boradhun123 7 місяців тому +1

      What u want to say.. what is the difference between the Assamese medium school and English medium school..

    • @Ujhkh
      @Ujhkh 6 місяців тому

      All are same,are Assamese mediams less

  • @thanumahanta2237
    @thanumahanta2237 7 місяців тому +1

    Hai akhor bankhadhar loratur naam kia nakai ? Tar ghar kat ??? Tak fasi diba lage .

    • @Ujhkh
      @Ujhkh 6 місяців тому

      Studente korise of ( Assam ,India),aru ki janibole thakisege

  • @udaychangmai7625
    @udaychangmai7625 7 місяців тому +1

    Student tk adult hisape dhori tar photo and naam public koribo laage ..aru adult hesapei tar uprot case koribo laage aru hasti di o laage

  • @Mohammednoorpatil
    @Mohammednoorpatil 7 місяців тому +1

    Ao kun sate Or aacil kio nako ?

  • @memeology5801
    @memeology5801 7 місяців тому +1

    keep this news aside...why u all dont post news regarding death of students that happen every year from this institution...how much money do u all get ...

  • @ddas4452
    @ddas4452 7 місяців тому +2

    অসুৰ বংশৰ ধৰ নেকি

  • @rakhihandique1701
    @rakhihandique1701 7 місяців тому +1

    Hikhya Guruk sini nupuwa tu Amar gutei dekhorei kalangk hoi.
    Iyak fasi dibo lage🙏🙏😭

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 7 місяців тому +1

    নতুন প্ৰজন্ম ই এয়া কোন ফালে গতি কৰিছে

  • @AnjumoniBoruah-f4f
    @AnjumoniBoruah-f4f 7 місяців тому +1

    who will came to teach again next may be never ......

  • @HirakDas-q7t
    @HirakDas-q7t 7 місяців тому +1

    teacher bilake pistol loi ahibor hol,, school t

  • @tridipborgohain3618
    @tridipborgohain3618 7 місяців тому +1

    অসম খনক বদনাম কৰি এৰিলে

  • @jaychankarborolegalforum7822
    @jaychankarborolegalforum7822 7 місяців тому +2

    I am very sorry to hear this news. Sai Bikash is reputed institution. I think late Gentleman was very popular. Why the culprit boy was not monitored very beginning. Very unexpected pathetic 😢😢

  • @MoniBora-z5x
    @MoniBora-z5x 7 місяців тому +1

    Fase dibo laga

  • @altafbarbhuiya4572
    @altafbarbhuiya4572 7 місяців тому +3

    Pashi deok

  • @prafullakalita7829
    @prafullakalita7829 7 місяців тому +1

    Sibsagar.crime.areas neki??

  • @skylxght
    @skylxght 7 місяців тому +1

    All I know is he didn't deserve this. Rip sir.

  • @krishnabarman5395
    @krishnabarman5395 7 місяців тому +2

    Akhil gogoi sibsagar mla kuch reply do

  • @shiddhivinayakadvertising9638
    @shiddhivinayakadvertising9638 7 місяців тому +3

    50 years jail him a worthless person should be behind bars for entire life

  • @NHAcademicdrawing
    @NHAcademicdrawing 7 місяців тому +1

    বহিৰাজ্যৰ নাম কি

    • @TCF573
      @TCF573 7 місяців тому

      @@NHAcademicdrawing Andhrapradesh

  • @Gizzmocomedy
    @Gizzmocomedy 7 місяців тому +1

    Agote betor kub khuar pasotu teacher or proti ji xonman...aru eifale teacher a class or pora uliyai diutei imanei ego hurt hol kela mariye pelale...eiya maak bapekor vul

  • @GuneswarBora-uc7ce
    @GuneswarBora-uc7ce 7 місяців тому +1

    Ashur prokiti student janak distantra mulak sastri dib lage

  • @jitbliss100
    @jitbliss100 7 місяців тому +1

    Xabaadik hokolay satro jonor naam tuke ullekh koriboloi laaj pai lukuaai thoisay....!!!???

  • @anowarabegum5390
    @anowarabegum5390 7 місяців тому +1

    ❤❤❤😭😭😭😭🙏🏻🙏🏻🙏🏻🙏🏻🤲🤲🤲🤲

  • @ManishaBaruah-w7c
    @ManishaBaruah-w7c 7 місяців тому +1

    বৰ দুখ লাগিছে

  • @mousm6612
    @mousm6612 7 місяців тому +1

    Tar maak deutake nijor lorak eibur xikaisil nki..eibur drug,wine addicted bourok lagile student baa jiei nohouk eta dristantomulok xasti dibo Lage...nohole bhobiswat projonmo xex hoi jabo...teur atmar xodgoti kamona korilu🙏🙏🙏

  • @dilipgoswami7547
    @dilipgoswami7547 7 місяців тому +1

    why not criminal student name yet not declared ?
    It may be his family is very powerful

  • @TCF573
    @TCF573 7 місяців тому +7

    Loratu r upojukta hasti hobo lagibo

  • @devojitbharali9024
    @devojitbharali9024 7 місяців тому +1

    Fase Debo lage pakhondo 2k

  • @JintumoniBorah-d5i
    @JintumoniBorah-d5i 7 місяців тому

    VAGIN 🗡️🗡️🧍

  • @chatradharborah8479
    @chatradharborah8479 7 місяців тому +2

    Ane video bechi viral nokorai bhal. Lorajanor namto prakakh nokorileje