ডাঙৰ খবৰ।।নিৰ্বাচনি প্ৰচাৰত নামিল গৌৰৱ গগৈ।।বিহালী সভাৰ মঞ্চ কপাঁই দিলে।।

Поділитися
Вставка
  • Опубліковано 27 жов 2024

КОМЕНТАРІ • 6

  • @hemantamahanta5578
    @hemantamahanta5578 9 годин тому +1

    Congress Zindabad . Gaurav Gogoi Zindabad .

  • @TarunChandradas-q7c
    @TarunChandradas-q7c 14 годин тому

    Congress zindabad, Gourav gogoi zindabad

  • @bihuramborah5081
    @bihuramborah5081 13 годин тому

    Cong. Zindabad

  • @runimaskitchenandvlog9140
    @runimaskitchenandvlog9140 День тому +1

    Nice 👍👍👍

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 12 годин тому

    নিৰ্বাচনী প্ৰচাৰ সভাত উদাত্ব ভাষণেই এজন ৰাজনৈতিক নেতাৰ পৰিচয় নহয়। আনকি স;সদত উদাত্ব ভাষন দিলেবুলিয়ে আচল অৰ্থত নেতা বুলি কোৱা নাজায়। উদাহৰণ লোকসভাৰ সাংসদ হেম বৰুৱা। হেম বৰুৱা এজন সুবক্তাই নাছিল, অসমৰ বিভিন্ন সমস্যা, তেলসোধানাগৰ দাবিত, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলঙৰ দাবিত সংসদ উত্তাল কৰিয়ে এৰা নাছিল ৰাইজৰ লগত ৰাজপথত আন্দোলন কৰিছিল। বৰ্তমান তেনেকুৱা গুণৰ সাংসদ কোনোবা আছেনে? গৌৰৱ গগৈৰ এনেকুৱা উদাহৰণ আছেনে? অসমৰ মৌলিক সমষ্যাক লৈ কোনোবা দিনা ৰাজপথলৈ ওলাই আহিছেনে? নাই অহা। ৰাজনীতিলৈ আহিছে ক্ষমতাৰ বাবে। হিমন্ত সহ বিজেপিৰ নেতা মখাক ৰাইজেতো ভালকৈয়ে চিনি পাইছে। এওঁলোকৰ উদ্দেশ্য ৰাইজক সেৱা কৰা নহয়, চলে বলে ক্ষমতা লৈ সোৱে বাৱে ধন ঘটি ভোগ কৰা। ক;গ্ৰেছ আৰু বিজেপি(এন ডি এ)দুয়োটা দলকে বৰ্জন কৰিব লাগে। তেতিয়াহে যদি অসমৰ মঙ্গল হয়, অসমত শান্তি আহে।

  • @ChandraSarmah
    @ChandraSarmah 4 години тому

    15 basarat congrese ki karile.