অনুষ্ঠানৰ মাজতে উচুপি উঠিল দীপলিনা!

Поділитися
Вставка
  • Опубліковано 28 бер 2022
  • ▶️ অনুষ্ঠানৰ মাজতে উচুপি উঠিল দীপলিনা!
    ▶️ ‘পুষ্পা’ ছবিৰ গীত গাই কিয় বিতৰ্কত সোমাল দীপলীনা?
    ................................................................
    Follow Us On
    FACEBOOK - / nktvne
    INSTAGRAM - / nktv.ne
    TWITTER - / nktvne
    SHARECHAT- sharechat.com/profile/nktv24x7
    KOO - www.kooapp.com/profile/nktvNE
    UA-cam - / @nktvplus

КОМЕНТАРІ • 940

  • @rajibchiring6229
    @rajibchiring6229 2 роки тому +107

    ইমান ধুনীয়া আৰু ভাল গায়িকা গৰাকী কান্দিলে সঁচাকৈ বৰ দুখ লাগে,। দ্বিতীয় বাৰ যাতে এনেকুৱা চকুলো নেদেখোঁ তাৰেই কামনা কৰিলো ।

    • @debsmith8342
      @debsmith8342 2 роки тому +3

      ধুনীয়া নহ'লে নিশ্চয় আপোনাৰ অসুবিধা নাছিল

    • @jyotishmanhazarika6486
      @jyotishmanhazarika6486 11 місяців тому

      ​@@debsmith8342Steve Smith

    • @betanarah
      @betanarah 13 днів тому

      6:40

  • @Kiran-moina-vlog8699
    @Kiran-moina-vlog8699 2 роки тому +96

    Deeplina বা তুমি সদায় আগুৱাই যোৱা....আপোনাক আজিও ভাল পাও আৰু আগলেও ভাল পায় যাম.. আপোনাৰ সকলো গাণ ভাল লাগে আৰু ভাল পাও..... মোৰ nd আমাৰ পৰা বহুত বহুত আছে... And family পৰা সকলো মৰম আছে..... Hindi গাণ গোৱাটো একু ভূল নহয়.....

  • @rimleebora6179
    @rimleebora6179 2 роки тому +44

    Interview টো চাই তোমাৰ প্ৰতি ভালপোৱা আৰু শ্ৰদ্ধা বেছি কৈহে বাঢ়িল.. তুমি অনন্য❣️আগবাঢ়ি যোৱা বাকী অদৰকাৰী কথা বোৰত মন বেয়া নকৰিবা। Always love u my fav singer❤

  • @devimedhi629
    @devimedhi629 2 роки тому +135

    দিপ লিনা তোমাক আমি বহুত মৰম কৰো। তোমাৰ গান আমি বহুত ভাল পাওঁ । এই বোৰ পাহৰি তুমি আগুৱাই যোৱা আমাৰ আশীষ তোমাৰ লগত সদায় আছে ।তোমাৰ কণ্ঠ বৰ মিঠা ।

  • @changmaidipjyoti2573
    @changmaidipjyoti2573 2 роки тому +21

    বহুতে বহুত কথা ক'ব কিন্তু সেইবোৰ আওকাণ কৰি আপুনি আগবাঢ়ি যাওঁক দীপলিনা বা ।

  • @muzaformm6654
    @muzaformm6654 2 роки тому +6

    ডিপলিনা ডেকাক কেতিয়াও বেয়া নাপাওঁ সদায় ডিপলিনা তোমাৰ লগত আছোঁ তোমাৰ সাহস হৈ তুমি আগবাঢ়ি যোৱা !

  • @TheJourney.জীৱনৰপৰাজীৱনলৈ

    অনুপম দা ! আপোনাৰ কথন শৈলী আৰু শব্দ প্ৰয়োগৰ বলিষ্ঠতাক ধন্যবাদ জনাইছোঁ।

  • @bhakhikas.gofficial9616
    @bhakhikas.gofficial9616 2 роки тому +32

    আমি তোমাৰ লগত সদায় আছোঁ বা । কেতিয়াও হতাশ নহবা , কোনোবাই যিমান বেয়াকৈ নকওক কিয় আমি এক ছেকেণ্ডৰ বাবেও তোমাক বেয়া পাব নোৱাৰোঁ । কেতিয়াবা কিবা এটা হৈ যায় অ সকলোৰে হয় , এয়েইটো জীৱন। তুমিও মানুহ আমিও মানুহ ,‌ বেলেগে নুবুজিলেই আমি বুজো । সদায় হাঁহি থাকা ।

  • @sumanroy8791
    @sumanroy8791 2 роки тому +191

    অনুপম চক্ৰৱৰ্তী দা এই কাৰণে মোৰ প্ৰিয় সাংবাদিক❤️আপোনাৰ কথা বিলাক শুদ্ধ আৰু সত্য❤️❤️

    • @jarina408
      @jarina408 2 роки тому +1

      hosa kotha ..muru bht vl lge

  • @bhrigukumardeka333
    @bhrigukumardeka333 2 роки тому +4

    এই ভিদিঅ টোৰ কমেণ্ট বিলাক চাইয়ে গম পাইছো দিপলীনা বাক সকলোৱে Suport কৰিছে ... ..... একো নাই চলি জায় আৰু আগুৱাই জোৱা দিপলীনা বা ... অনুপম দাদা আপোনাক ধন্অবা বাদ ইমান সুন্দৰ অনুষ্ঠান খন আয়োজন কৰাৰ বাবে

  • @GyanWithBedanta
    @GyanWithBedanta 2 роки тому +418

    পৃথিৱীখন এই চাম মানুহেই শেষ কৰি পেলাইছে । মানুহৰ ভুল হ'ব পাৰে , তেওঁ ইমানকেইটা live performance কৰিছে কিন্তু ক'ৰবাত এটা গান অলপ তেওঁৰ কণ্ঠত বেয়া শুনিল । সিমানকণ কথাতেই তেওঁক ইমান এটা বেয়া অৱস্থা কৰি পেলাইছে । ধিক্কাৰ দিছোঁ তেনে পাবত গজা মানসিকতাৰ অসমীয়াজাকক ।

  • @purnanandahazarika1694
    @purnanandahazarika1694 2 роки тому +10

    দীপলিনা বা হতাশ নহব।আগুৱাই যাওঁক আমি সদায় আছোঁ আপোনাৰ লগত।

  • @kuladeepkalita7194
    @kuladeepkalita7194 2 роки тому +10

    মনৰ কথা খুলি কব দিয়াৰ বাবে অনুপম দা দা লৈ ধন্যবাদ 🙏

  • @durlabhborah8453
    @durlabhborah8453 2 роки тому +88

    মিলি থাকিব লাগে সকলো, মৰম,সন্মান শ্ৰদ্ধা এইবোৰ কৰক দিয়ক।✌️ দুদিনীয়া জীৱন সুখী হব লাগে সকলো মিলি-জুলি

  • @aanyysha
    @aanyysha 2 роки тому +4

    she's not even defending herself , such a wholesome soul . i love you🤍🕊️

  • @boroosuwali8108
    @boroosuwali8108 2 роки тому +9

    Deeplina ba bohut val lage apunak hodai Val val kam kori jua all the best 👍

  • @biswajitboruah4076
    @biswajitboruah4076 2 роки тому +8

    যাৰ কাম নাই ,মগজুত মাল নাই সেইবোৰেই এইবোৰ কাম কৰি ফুৰে, আপোনাক আগতেও ভাল পাইছিলোঁ, এতিয়াও পাওঁ, আগলৈও পাই থাকিম💝💝😘😘

  • @ritashreefoodsandvlogs2930
    @ritashreefoodsandvlogs2930 2 роки тому +5

    I Love you so much deeplina baa❤️...apuni aguwai jawok..god always blessed you ...❤️❤️❤️

  • @elakakatibaishya7131
    @elakakatibaishya7131 2 роки тому +10

    My favorite😍 Deeplina.... You r the best

  • @bhaskarnath4145
    @bhaskarnath4145 2 роки тому +21

    Diplina we are all with u ,in this line negative with come but always be positive and go ahead,bec u are proud of our assam u have given lots of beautiful song for us..always be strong.. God bless you always..❤️❤️❤️tkcr with respect

  • @nirmalikashyap1455
    @nirmalikashyap1455 2 роки тому +27

    হাজাৰ ভাল কৰি যোৱা সেইটো ঠিক কিন্তু এটা বেয়া কিবা কৰা সেইটোয়ে মানুহে কৈ কৈ অৱস্থা নোহোৱা কৰি দিব ।আপুনি সদায় প্রিয় হৈয়ে থাকিব আমাৰ বাবে।

  • @gautomtamuly3972
    @gautomtamuly3972 2 роки тому +22

    সমালোচনাই মানুহৰ ভুল খিনি শুদ্ধৰাই সঠিক পথত আগুৱাই যোৱাত সহায় কৰে তাকে যোগাত্মক হ'ব লাগে ।

  • @Manvi05beti
    @Manvi05beti 2 роки тому +7

    মাইক হাতত লৈ ষ্টেজত কিবা কবলৈ যিবোৰে এখাৰ কথা কোৱা দম নাই সেইবোৰ ট্ৰল কৰিছে । একো বেয়া নাই লগা আপোনাৰ গান 🤟❤️

  • @sabitriduttas9249
    @sabitriduttas9249 2 роки тому +8

    তোমাৰ গান বহুত ভাল লাগে।সুন্দৰ কৈ গান গাই আগুৱাই যোৱা।

  • @Mridusmita_002
    @Mridusmita_002 2 роки тому +9

    তোমাৰ গানবোৰ মোৰ বহুত প্ৰিয় ❤ আগুৱাই যোৱা বা ॥

  • @jinatbegum9209
    @jinatbegum9209 2 роки тому +1

    Apunak bht vl lge baa.... I'm big fan of deeplina baa❤️

  • @pranjalkumarvlogs4441
    @pranjalkumarvlogs4441 2 роки тому +40

    পৃথিৱীলৈ আহিছা দুদিনৰ আলহি হৈ বহুত কম দিনৰ বাবে সেই সময়বিলাক নিজৰ কামৰ লগত পাৰ কৰি নিয়া চাবা জীৱনটো সোণালী হব ধৰিছে | যদি পাৰা সেই কম সময়ৰ ভিতৰত আনৰ ভাল হোৱাটো বিচাৰিবা যদি নোৱাৰা বেয়াটোও নকৰিবা যদি তেনে কৰা কৰা আগত দহবাৰ ভাৱি লবা যদি সেই কামটো তোমাৰ পৰিয়ালৰ লগত কৰে তোমাৰ তেতিয়া অনুভৱ কি হব .......? দিপলীনা ধুনীয়া বাবে তেঁও হৈ কথাবিলাক কোৱা নাই সৰুৰ পৰা ঘৰত মা দেউতায়ে যিটো শিকাইছে তাকহে কৈছো | গাঁওৰ ল'ৰা কিবা ভুল হলে ক্ষমা কৰিব | আনৰ উপকাৰ কৰিব নোৱাৰিলে অপকাৰো নকৰিবা | সমালোচনা কৰিলে নিজে নিজৰ জীৱনটো ওপৰত কৰিবা এখোজ আগবাঢ়ি যাবা পাৰিবা | অনুপম দা ❤❤❤ আৰু দিপলীনা ❤❤❤ এগালমান মৰম যাঁছিলো

  • @babyhandique9843
    @babyhandique9843 2 роки тому +4

    Deep tume tumar konthorea amar monot hodai vall logai thakajan. We r proud of you.

  • @Coffeewithsafi01
    @Coffeewithsafi01 2 роки тому +3

    Deeplina তুমি আগুৱাই যোৱা। মানুহৰ কাম হৈছে বেলেগক লৈ সমালোচনা কৰা। পিছফালে নেচাই সন্মুখৰ ফালে আগুৱাই যোৱা। তুমি, তোমাৰ গান, সুৰ বহুত ধুনীয়া। তুমি আমাৰ অতিকৈ প্ৰিয় গায়িকা। বহুত ভাল পাও তোমাৰ গোৱা গানবোৰ।

  • @raktimmahanta1026
    @raktimmahanta1026 2 роки тому +1

    I can hear this interview 100 times

  • @monjugogoi6107
    @monjugogoi6107 2 роки тому +22

    দীপলিনা তুমি আগুৱাই যোৱা ভয় নকৰিবা তোমাৰ গুনৰঅধীকাৰিতভগৱানৰ আশীর্বাদ আছে

  • @pranjaldutta6163
    @pranjaldutta6163 2 роки тому +64

    শিক্ষকৰ দুৰ্ভাগ্য আৰু দূৰ্দশাৰ ওপৰত এনেকৈ দুৰ্দান্ত বলিষ্ঠ কণ্ঠত প্ৰকাশ কৰক🙏

  • @pawanbordoloi8618
    @pawanbordoloi8618 2 роки тому +77

    অসম পুলিচৰ 32000 লৰা ছোৱালীয়ে 2018ত ওলোৱা ab ub postৰ বাবে কষ্ট কৰি আজিলৈকে সম্পুৰ্ণ পৰ্যায়ত উপনীত হব পৰা নাই, result ৰ বাবে হাহাকাৰ কৰি আছে সেইটো বিষয়ৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাওক, সেইটো বিষয়ৰ ওপৰত বাতৰি প্ৰচাৰ কৰক।

  • @kjeng9809
    @kjeng9809 2 роки тому +1

    দীপলিনা বা তুমি strong হোৱা , এনেকুৱা আৰু বহুত face কৰিব লাগিব , এই পৃথিৱীত আৰু বহুত অম্বুজ মানৱ লগ পাবা। be strong👍

  • @malayachoudhuri2162
    @malayachoudhuri2162 2 роки тому +181

    অসমীয়া গীতসমূহটো আজিলৈকে কোনোদিনে ভুলকৈ গোৱা দেখিবলৈ নাপালোঁ।আজি যদি Shreya Ghosal এ অসমত আহি ভঙা ভঙা অসমীয়াত গীত এটি গাই সেইয়া হ'ব আমাৰ কাৰণে proud moment নহয় জানো কাৰণ অন্তত তেওঁ try কৰিছে।।
    তেনেস্থলত কেনেকুৱা যুক্তিৰে কি মানসিকতাৰে ট্ৰ'ল দিব চেষ্টা কৰিছে বাৰু।
    Shame on themselves.
    Disappointed.

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 2 роки тому +7

    Thanks Anupam Da for this discussion with Deeplina. We love Deeplina a lot. Supremely talented , well mannered and down to earth. Don't pay attention to any trolling like this Deeplina. They don't have other works to do. They don't know how to respect , understand n give love to an artist. We love you a lot.

  • @borahminakshi01gmailcom
    @borahminakshi01gmailcom 2 роки тому +64

    আপোনালোকৰ দৰে নিউজ চেনেল বিলাকেও ট্ৰ'ল দিয়াত যথেষ্ট সহায় কৰে

  • @vlogwithhiyaa9171
    @vlogwithhiyaa9171 2 роки тому +2

    Always Love you baa❤️agoteu paisilu aji o pau xodai pai thakim❤️

  • @jagaripbarman183
    @jagaripbarman183 2 роки тому +8

    Dipu তুমি অৱিহনে এই জীৱন আধৰুৱা❤😍

  • @paragsarmah6417
    @paragsarmah6417 2 роки тому +6

    বৰ ভাল কথা কলে দেই ভাল লাগিলে ..সচাঁ আমি যিকথা মাত মাতিব লাগে তাত কিয় মাতিব নোৱাৰু , আমি
    অসমীয়া মানুহ হৈ কথা কৱ নাজানো । আমাৰ অসমীয়া জাতি তোক ভালকৈ জীয়াই ৰাখীবৰ পৰা নাই অমি
    যদি দিপলিনা বাইয়ে আমাৰ অসমীয়া গীতি বেয়া কৈ গালে হেতেন তেতিয়া কৱ পাৰে । আমাৰ মানুহে যত লাগিব লাগে তাত নালাগে , আৰু যি কৰিব নালাগে , সেই কথা লাগিব পাৰে এইয়া হৈছে অসমীয়া মানুহ ..বেয়া নাপাব কোৱা কাৰণে কাৰণ অসমীয়া ভাষাটোৰ ভুলকৈ কলে কৱলৈ কোনো নাই যে ..সেই বাবেহে কলোঁ আজি ইমানকৈ কথা .....
    জয় ..আই ...অসম.......

  • @mrigankajyotideka9533
    @mrigankajyotideka9533 2 роки тому +4

    আপুনি বহুত সহজ সৰল ।
    lv u baa ❤️

  • @rofiulhussain4140
    @rofiulhussain4140 2 роки тому +1

    ভয় নকৰিবা পৰী।তুমি আগবাঢ়ি যোৱা।তুমি সচাই ভাল ছোৱালী।এগৰাকী সূন্দৰ মনৰ ছোৱালী,তোমাৰ লগত সদায় আছো।

  • @paharisaikiadutta5920
    @paharisaikiadutta5920 2 роки тому +1

    খুব ধুনীয়া অনুষ্ঠান।দিপলীনা তুমি দুখ নকৰিবা। তুমি আগুৱাই যোৱা।

  • @muktianurag7878
    @muktianurag7878 2 роки тому +74

    আপোনাক আজিও ভাল পাওঁ, আগলেও ভাল পাওঁ। আগুৱাই যাওঁক আৰ্শীবাদ সদায় আছে। ❤

  • @jatinborsaikiaofficial842
    @jatinborsaikiaofficial842 2 роки тому +3

    Moi kob খোজোঁ যে এজন কৰ্ণাটক ৰ singare অসমীয়া গীত শুদ্ধ ke গাব পাৰিব nki jadi নোৱাৰে তেন্তে আমাৰ deeplina বাই shoutor গান ভুল ke গালেই ba tate ki hol amr axomiya geet tu bhalke gaalei hob tar babe যথেষ্ট। Deplina baa love u hodai suport kori jam tumi aguwai jua কিছুমান মানুহ উলায়ে এনেকৈ কব লে তাক নেওচি যাব পৰাতো ডাঙৰ সাফলতা...

  • @moughosh8203
    @moughosh8203 2 роки тому

    বা আপোনা k আমি সকলোৱে বহুত ভাল পাও.... You are so beautiful.... Apunar voice তো বহুত ভাল..... Tmr nature তো বহুত ভাল aybbe আপোনাক সকলোৱে ভাল পাওঁ আমি.... আপোনি বহুত বহুত ভাল তুমি.... Ur expressions are so cute.... U are my always favourite singer, aru actress.... আপোনাক মই আৰু সকলোৱে ভাল পায়...বহুত বহুত মৰম তোমালৈ baa.... God bless you baa....

  • @subhashrva9878
    @subhashrva9878 2 роки тому +1

    যিয়ে, নহওঁক মোৰ মনৰ শান্তনা দ্বিপলীনা বা,, উফফ,,, কলিজাৰ টুকুৰা মোৰ কলিজাৰ টুকুৰাত সদায়, আছে, 😘💝💝

  • @sarmahharen2705
    @sarmahharen2705 2 роки тому +6

    অনুপম দা ধন্যবাদ, দীপলিনাই সুন্দৰ গীত গাই,

  • @Krishna-vlog123
    @Krishna-vlog123 2 роки тому +4

    Diplina Ba apuni amar oxomor Gourav, apunr geet bur hodaiye dinot 2 bar koi holeu hunu,mon tu patol hoi jai, apuni hodaiye Jen hahi dhemalire apunr jibontu par kore tare kamona korilu ..

  • @puspanjaligogoi3033
    @puspanjaligogoi3033 2 роки тому

    Val logaa aru morom logaa baajoni ❤️❤️ bohut bohut morom tumaloi baa 😘😘 aibur pahori hodai aguai juaa tumi 👍👍🌺

  • @devilshortvideo2462
    @devilshortvideo2462 2 роки тому +1

    বা আপোনাক যিমান খিনি ভাল পাওঁ
    আপোনাৰ ঠাই কোনেও লব নোৱাৰে ❤️
    আপোনাৰ বাবে মৰম আচুতিয়াকৈ হৃদয়ৰ কোনোবা এটা চুকত সদায় সজীৱ হৈ থাকিব🥺❤️❤️❤️

  • @deepk.msongs1727
    @deepk.msongs1727 2 роки тому +3

    Reporter sir is exactly right about people trolling and we love deeplina baa,we want her to reach to the top.........

  • @satyendradeka6343
    @satyendradeka6343 2 роки тому +20

    কাম নাইকিয়া বোৰ কাম ! এজন শিল্পী বহু সাধনাৰ ফলত কৰ্ম বোৰ কৰে!

  • @rekiburrahman7913
    @rekiburrahman7913 2 роки тому

    Clip to o beya hua nasile tumar Baa....Dhunia gaisila...Bhot a bhot kobo pare...tumi gai thakiba ami hodai huni jam ❤️❤️❤️❤️❤️❤️❤️

  • @mainabora124
    @mainabora124 2 роки тому +2

    Vul hoi kin2 baa 2mi hodai Amar majot asa , love you baaa❤️🌹🙏

  • @jagannathray7504
    @jagannathray7504 2 роки тому +4

    এই সৰলতা খিনিৰ বাবে এইজনী মোৰ প্ৰিয়.....💚💚

  • @dharanimedhi
    @dharanimedhi 2 роки тому +29

    দীপলীনা বাৰ চকুপানী দেখিবলৈ পাই মোৰো চকু জলজলীয়া হ'ল। 🥺

  • @prodipneog5641
    @prodipneog5641 2 роки тому +2

    We are always with you ba. Aru moi dubar man stage t gaisu aru monitor beya thakile gabo bor kosto hoi janu ba eitu escuse nohoi baa eta hotoyo ji gaan gua manuhe he buji pai aru troll dia hokolok koisu tekhete iman keita humodhur geet amak aag borhale heitu appreciate nokori eta bhulok okol troll kori nathakibo. She is our pride🙏🙏

  • @mainu6
    @mainu6 2 роки тому +1

    Ba you and your voice is my all time favourite....tumi ejoni best singer, don't cry.... Be strong... We are always with you... Lots of love 😘

  • @Taralibaishya729
    @Taralibaishya729 2 роки тому +3

    Apuni Mor favorite Ba Joni... ❤🙏❤🙏❤

  • @nishankanath6987
    @nishankanath6987 2 роки тому +8

    Just ignore them baa❤️ Keep going on 😍✨

  • @smitabaishya8122
    @smitabaishya8122 2 роки тому +2

    Love u both ❤️😍 Both of you my favourite ❤️❤️

  • @SANJITROY-sc8td
    @SANJITROY-sc8td 2 роки тому +1

    You are great baa . Edin eta geet beya huwa to kono dangor kotha nhy . ❤️❤️❤️❤️😍

  • @rishikabora6588
    @rishikabora6588 2 роки тому +2

    একো বা তুমি আগুৱাই যোৱা ,বহুত ভাল পাওঁ তোমাক .....

  • @anupkrdas6798
    @anupkrdas6798 2 роки тому +10

    তুমি গাই থকা । আগলৈ ভাল ভাল গান থাকা ।

  • @riyansonowal9581
    @riyansonowal9581 2 роки тому +1

    my fvrt singer diplina baa.. moi bht val paw diplina baa.. love you baa..🥰💙💙💙

  • @dharitrifunvlogs8873
    @dharitrifunvlogs8873 2 роки тому

    Tumi dhux nkoriba baa...Ami aso ... tumer xe dina video tut janeke manuh ye koisil xe dina mur dhux lagisil ...Tumi beya hob nuwara moi janu ....Tumi aguwai juwa baa ...😘😘😘love u baa😘😘

  • @mousumimedhi9365
    @mousumimedhi9365 2 роки тому +6

    U r my most favorite and also my family members .Mur bhonti baby k six month manor porai tumar sunai.gaan suni tai khai suwa sob kore. jihetu maak office jai.House help joni koi okol Deeplina gaan sune .

  • @bikug1610
    @bikug1610 2 роки тому +5

    মূখৰ আগতে আলোহীয়ে ঘৰৰ মানুহৰ আগত ইমান প্ৰসংশা কৰিলে মোৰো deeplina ৰ দৰে একে reaction হয়🥲 ।

  • @mrrupambaruah3805
    @mrrupambaruah3805 2 роки тому

    I always love u ba love from Tezpur

  • @anjumonikeot3539
    @anjumonikeot3539 2 роки тому +2

    Love u Deeplina baa always ❤❤❤❤

  • @tumarhahi1817
    @tumarhahi1817 2 роки тому +16

    Pori Baa Tmi xodai Happy thaka....Tmr logot xodai Aasu.Tmi keitam Adorkari manuhor kotha loi mon beya koribo Nalage....Tmr Gaan mur khub priyo Aaru Priyo hoye thakibo...I love you Deeplina Baa❤️

    • @jugal7976
      @jugal7976 2 роки тому +2

      Pori nki.. namuna😂😂

  • @bishalsarma5306
    @bishalsarma5306 2 роки тому +5

    দুজন সুন্দৰ কণ্ঠ ৰ ব্যক্তি 🙏🏽

  • @dhrubajyotigayan4662
    @dhrubajyotigayan4662 2 роки тому

    Baa apuni aru aguai jaok🥰🥰🥰

  • @jeutisvlog6690
    @jeutisvlog6690 2 роки тому

    Lots of love deeplina Ba.....aguwai joa ba

  • @alimuliassam6405
    @alimuliassam6405 2 роки тому +3

    সুন্দৰ কণ্ঠ আপোনাৰ,ভাল গান গাই আপুনি আৰু গাই যাওঁক সদায়,শুভকামনা আপোনালৈ, আগুৱাই যাওঁক।। বাকী সকলোলৈ আগতীয়াকৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ ।।❤🌼❤

  • @n.kentertainment1470
    @n.kentertainment1470 2 роки тому +23

    Manuhe bonaise jetia... Valtuk val aru beatuk bea buli kboi... Xeituk xojyo koribo paribo lgbo... Ear porai buja jai je manuhbur xodai niropekhyo.. Apuni vl gale val buli kbo bea buli kole bea bulibo.... Ximanei...mnuhe bhul korile dangor manuhoku eri nidie deeplinanu kun... So go ahead... Learn from them

  • @ritumoniborahgogoi5868
    @ritumoniborahgogoi5868 2 роки тому

    Anupam sir heikarnei bohutore priyo🙏🏻❤️ Ru deplina ba mrmr❤️😘

  • @kankanaboro15
    @kankanaboro15 2 роки тому

    I love you baa aapunak moi khoday Val pai thakim

  • @Linasadiya22
    @Linasadiya22 2 роки тому +3

    Thki koise Dada

  • @bornaleehandique4348
    @bornaleehandique4348 2 роки тому +22

    Admitting your mistakes is not a sign of weakness but a sign of maturity May God bless u abundantly

  • @tarunbodo7263
    @tarunbodo7263 2 роки тому

    Xoxakoi deeplina Baa appuni vhut vll.... Xodai vle thaka ❤

  • @lakshya4585
    @lakshya4585 2 роки тому

    ধন্যবাদ অনুপম দা

  • @sslentertainment8442
    @sslentertainment8442 2 роки тому +19

    আপুনি ফাষ্ট গীত বিলাক গাব নেলাগে। আপুনি চফ্ট slow ৰোমাণ্টিক গীত বিলাক গালে বহুত ভাল লাগে

    • @madeeasy-e6
      @madeeasy-e6 2 роки тому +2

      Gayika hisape xokolu gaan gabo paribo lage aikhar kotha ata reality show t sreya ghosle koisil

  • @nbgvlog9995
    @nbgvlog9995 2 роки тому +23

    Deeplina ba tumi tenson noloba.boliya kukur assam ot bohut ase.tumi nijor kam kori jua.love you

  • @pujaborah1417
    @pujaborah1417 2 роки тому +1

    দুয়ো গৰাকীৰে সাহস, সত্যতা আৰু অন্তৰৰ সৰলতাক সন্মান জনাইছোঁ🙏, দীপলিনা বা তোমাৰ সাংগীতিক যাত্ৰা সুদূৰ প্ৰসাৰি হওঁক 😊 সাহস নেৰিবা

  • @ganeshmahilary5254
    @ganeshmahilary5254 2 роки тому

    Diplina ba apuni vol kothatt ketyawo Mon beya nkribo apuni ..Ami asu xhodai apunr lgt ..apunak val Pao aru xhodai val Pai jam ba.. apunr gan bur mor oti priyo hoi.apuni mor fvrt singr hoi ba..xhodai mor akhirbad thakil apuni xhodai aguwai jua 🙏🙏🙏🙏 love u ba

  • @montudarig4737
    @montudarig4737 2 роки тому +14

    i always love u baaa 😍 love from sivasagar❤❤

  • @pallabeeaborah2688
    @pallabeeaborah2688 2 роки тому +141

    হিন্দী গীত এটা গাইছে.. শুনিবলৈ বেয়া হৈছে বেয়া গাইছে কোনো কথা নাই... অসমীয়া ভুলকৈ গালে কব....

    • @myeducationsuman5004
      @myeducationsuman5004 2 роки тому +6

      Hindi gaan eta vul hol buliei eman beakoi comment koribo nalage. Assamese song vul hole beleg kotha

    • @satyabhai7663
      @satyabhai7663 2 роки тому +1

      Right

    • @bedabratsaikia1515
      @bedabratsaikia1515 2 роки тому

      Vul hbo pare mnuoh hoi.. tmiu j proper Assamese koisa heitu nu kune jaane.. tmr u tu vul hoi. So troll nidiba

    • @jollywoodworld7395
      @jollywoodworld7395 2 роки тому

      Vul hoise ami o koisu kin2 Emn troll kori Kosto dbo npai...valke kobo lage jate next time val hoi ..amar manuh bure xi2 nkore kin2

    • @kalpatalukdar7842
      @kalpatalukdar7842 2 роки тому

      Hoi bro ako nai vul habo pare

  • @northeastgold442
    @northeastgold442 2 роки тому +1

    Aku nai ba hoi jai ketiaba,... Keep it up

  • @nonamei9532
    @nonamei9532 2 роки тому +1

    Diplina Baa Tumi Juii // Tumi nigativ nohoi ba//❤️❤️❤️ #Never give up

  • @sonalinath8090
    @sonalinath8090 2 роки тому +7

    Nice baa🤗🤗🤗🙏

  • @Jk-ue5du
    @Jk-ue5du 2 роки тому +5

    Comment দিবলৈ আমাৰো মন যায় কিন্তু কিছুমান মানুহৰ comment পঢ়িলে আমাৰ ভাষা হেৰাই যাই সেয়েহে দীপলিনা বা আপুনি আগুৱাই জাউক আমি অসমীয়া হয়

  • @itzmepihuu12
    @itzmepihuu12 2 роки тому

    বা আপোনাক ‌আমি বহুত ভাল ‌পাও।‌ আপোনাৰ গান শুনি বহুত ভাল লাগে ❣️❣️

  • @rimpabarman7517
    @rimpabarman7517 2 роки тому

    Deeplina Baa tmi Soday Hukhi hoi thaka❤️❤️❤️

  • @prantikdas745
    @prantikdas745 2 роки тому +8

    morom.o pabo dukh o pabo sb pabo sbre jibont hoi aibur okl celebrity r a nhoi.. Amar India t eta a prblm j celebrity a raja bhogoban sb baki normall mnuh bur ene ru..

  • @pallobborah8594
    @pallobborah8594 2 роки тому +18

    আপুনি বেছি আবেগিক কৰিবলৈ মাতিছিল নি

  • @simashreetalukdar3095
    @simashreetalukdar3095 2 роки тому +1

    Deeplina baa ami asu to tmr lgt...be positive and happy 😊

  • @sintu7016
    @sintu7016 2 роки тому

    Lv u baa ❤️❤️

  • @RahulDas-rz2bu
    @RahulDas-rz2bu 2 роки тому +7

    যি যিখিনিৰ মানুহ, তাত থাকিব লাগে।