He is a straightforward, practical and intelligent person. Nation wants leaders like Lurinjyoti . He is the icon of our youth. Best wishes to Lurinjyoti.
u r like my son . my hearty ashirbad ...muror suli singi ahirbad korisu Assam Asomiyar karone jiman para kora bjp r Hindu bangaladesi Assam loi anatu bondho koribo lagibo...nohole history e aamaak khyoma nokoribo...best wishes my son ....
অসমৰ উন্নতি হেঙাঁৰ এই সংগঠন বোৰ ৷ বস্তুৰ দাম বঢ়াত অকল চৰকাৰ বা পুলিছ সকলেই জগৰীয়া নহয় ৷ যি সকল ব্যৱসায়ী তেওঁলোকেহে এওঁলোকৰ ৰহস্য জানে ৷ ছাত্ৰ হৈ আনক কয় যে ৰাগিয়াল বস্তু সেৱন নকৰিবা ৷ কিন্তু তেওঁলোকৰ মুখতেই সেই সুগন্ধি পান মছলা , চিগাৰেট আদিৰ সুগন্ধি মলমলাই থাকে ৷ কেপি , শিখৰ , ৰজনী আদি চৰকাৰে বন্ধ কৰিলে এওঁলোকৰ সুবিধা লাভ হয় ৷ চৰকাৰে বন্ধ কৰিছে তহঁতে কিয় বিক্ৰী কৰিছ বুলি ক’ৰবাত জ্বলাই , ক’ৰবাত লৈ যায় আৰু কিছু কিছু ঠাইত বুজাবুজি হৈ টকা লৈ সমস্যা সমাধান কৰে ৷ আৰে চৰকাৰে এইবোৰ বন্ধ কৰিলে চাকৰিয়ালক দৰমহা ক’ৰ পৰা দিব ৷গতিকে চৰকাৰে কয় যদিও বন্ধ নকৰে এইটো তেওঁলোকেও ভালদৰে জানে ৷ সেয়ে তেওঁলোকৰ লাভ ৷ এইবোৰৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ নিৰ্দেশ মানে ৷ উদ্দেশ্য তেওঁলোকৰ লাভ ৷ আকৌ কেবক লৈ বিৰোধীতা কৰে কিয়নো ইয়াত তেওঁলোকৰ লাভ নাই ৷ আৰু এটা কথা যেতিয়া আন্দোলনৰ সময়ত পুলিছৰ গালৈ শিলগুটি মাৰি ধৰা পৰে তেতিয়া আক্ৰমন কাৰী জনৰ হৈ ক’ব যে এইজন আমাৰ সংগঠনৰ সদস্য নহয় ৷আৰু যেতিয়া পুলিছৰ গুলীত মৃত্যু হয় তেতিয়া সংগঠনৰ সদস্য বুলি আঁকোৱালি লয় ৷ ৰাজ্যত ব্যাপক হাৰত আই মাতৃ বাই ভগ্নী সকলৰ ওপৰত চলি থকা ধৰ্ষণৰ হৈ মাত এষাৰো নোলায় কিন্তু জয় আই অসম বুলি টেটু ফালি চিঞঁৰিবলৈ যায় ৷ দেশৰ হৈ একো উন্নতি কৰিব নোৱাৰে মাত্ৰ চান্দাৰ বান্দা হৈ পৰে ৷ চান্দা তোলা তেওঁলোকৰ একমাত্ৰ ধান্দা হৈ পৰে ৷ আৰু অসমৰ যিমান বোৰ সংগঠনৰ মুৰব্বী আছে তেওঁলোকৰ প্ৰত্যেকৰে আৰ্থিক দিশটো মন কৰিব সকলোৰে তেল ট্ৰেংকাৰ বা ড্ৰাম্ফাৰ দুখন মান হলেও আছে ৷ মুঠতে ভুতৰ মুখত ৰাম নাম ৷ ৰাগিয়াল দ্ৰব্য সেৱন নকৰিবা কিন্তু সংগঠনৰ সদস্য মুখত তাৰেই গোন্ধ পাবা ৷ শেষত গৈ এটা কথাই কওঁ “ আমি অকণি দেশৰ জহণি --আমি হম হাৰামৰ নেগুৰ” ৷ এইয়া তেওঁলোকৰ নীতি আৰ্দশ ৷ তোমালোকে যিমানেই ৰাজনৈত্ৰিক দল নোখোলা কেন্দ্ৰত তোমালোকৰ চৰকাৰ নহ’লে AGP দলৰ দৰেই হ’ব ৷ কেন্দ্ৰই নিজৰ দলক নাচায় তোমালোকৰ ফালে চাবনে ? শেষত গৈ ৰাইজেও লেই লেই চেই চেই কৰিব ৷ এই লেই লেই চেই চেই শব্দবোৰ মই কোৱা নহয় দেই ৷ তোমালোকৰ ভাষাৰেই তোমালোকক বুজাইছো ৷ আৰু ৰাইজে চৰকাৰৰ পৰা ইমানবোৰ সুবিধা পাইছে গতিকে সময়ত দেখিবা পুনৰ ৰাজ্যত বিজেপি চৰকাৰেই গঠন হ’ব ৷ তোমাৰ মনৰ আশা চেচাঁপানী পৰিব ৷ ধন্যবাদ ৷ সদৌ শেষত হিমন্ত য’ত জয় ত’ত ৷
When you flip the coin you will find head or tail...the better part of the thing in case of Assam Assembly election is that we can be winner in either of the cases ... whether batting or balling.
Golden chanc naver come again, this is the real time , to mak great your self,but what's the society want, because political is for none ,it is limited under Constitution ,every problem couldn't be solve, as the society wants
লুৰিনজোতি আমাৰো বহুত মৰমৰ
বহুত ভাল লাগিল । লুৰিন দাৰ জয় হওঁক ।
❣️
He is a straightforward, practical and intelligent person. Nation wants leaders like Lurinjyoti . He is the icon of our youth. Best wishes to Lurinjyoti.
Val lgl
Welcome
লুৰিনলৈ অষেশ ধন্যবাদ। অসম খন আগুৱাই নিয়াৰ এজন যোগ্য ব্যক্তি।
🔥
আপোনাক অসমৰ ৰাইজে মৰম কৰে নে?
বৰ ভাল লাগিল চাই । লুৰিণজোতি ৰ কথা বৰ মৰমলগা । উজ্বল ভৱিষ্যত কামনা কৰিছো ।
good lurinjyoti da ,,val lgil bhut ,,prakit akhomiya hoi teu ai thai pabole hoykhyom hoixe
কথাবোৰ জানি ভাল লাগিল ।আৰ্শীবাদ থাকিল তোমালৈ লুৰিণ ।
😂😂diplina লগত বিয়া কেতিয়া
Mr. Lurinjyoti Gogoi amak CM hisape Lage. Apuni 21 ot cm hoba Lage aru Assam or unnati koriba lage. Best of luck👌👌21✌️✌️
😂😂 বিধায়াক হব ই নোৱাৰিলে
Perfect candidate for CM
Lurinjoyti da ❤️🔥
সেইকাৰণে লুৰিন দা মৰমৰ 😘😘😘
Luring sir I love you.
One of his best interview ... Wishing you a bright future ahead Lurinjyoti Gogoi.
Bhut Val lagil Anusthantu sai...
See we
বহুত ভাল লাগিল চাই।আৰ্শীবাদ আছে সদায়।
আপোনাৰ কথা শুনি বহুত ভাল লাগিল দাদা..
Bor val lagil
Bohut val lagil lurin jyoti hokolu kotha
" গগৈ সেনাপতি অকলে আহিছে। চাপৰিত পাতিব ৰণ "----ভাল হ'ব।
0"
❤️
সঁচাই বাইদেউ ভাল লাগিল
ভাল লাগিল লুৰিন ডাঙৰীয়াৰ ব্যক্তিগত জীৱনৰ আভাষ পায়
Lurin da zindabad ❤️❤️❤️ AJP zindabad
Bahut bhal lagil... lurinjyoti da Aaguwai jua.. jai aai axom
ৰাজনৈতিক দল যিমানেই বেছি হব আমি সাধাৰণ মানুহৰ বাবে সিমানে ভুগিব লাগিব কাৰণ বস্তুৰ দাম হিচাপ নোহোৱাকৈ বাঢ়িব । বেপাৰীয়ে চান্দা দিয়া পইচাবোৰ আমাৰ পৰাই উঠাব । আৰু আমি সৰুতে শুনিছিলো লংকাত হেনো যিয়েই যায় সিয়ে ৰাবন হয় । কিমান সঁচা কিমান মিছা গম পাম সমযত ।
এটা প্ৰশ্ন নহয় হাজাৰটা প্ৰশ্ন।
ৰাজনীতি লৈ আহিবলৈ অসমৰ প্ৰতিজন ব্যক্তিত্ব থকা ভোটাৰৰ স্বাধীনতা আছে। জাতি,মাটি, সংস্কৃতিৰ জীয়াই ৰাখিবলৈ আজীৱন নিজকে উচৰ্গিত কৰা সেৱা মনোবৃত্তি থকা ব্যক্তি
অসমৰ অসমীয়াৰ দৃষ্টিত বহুত আছে।
কিন্তু দুখৰ বিষয় যি সকলে অসমৰ অসমীয়াই ৰাইজক আস্থ,বিশ্বাস দি ৰাজনীতিলৈ আহিছে তেওঁলোকে অসমৰ ৰাইজক ঠগ, প্ৰৱঞ্চৰ বাহিৰে আজিলৈকৈ একো দিব পৰা নাই।
প্ৰতিজন ৰাজনীতিজ্ঞ আজি বেপাৰী
নিজক বিক্ৰী কৰে। দলাৰ বগলী দৰে
অস্তিত্ব বিহীন একোজন জননেতা।
এনে এখন মঞ্চত যিজনে ভৰি দি অসম ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে
আৰু দৰিদ্ৰতা সুযোগ /সুবিধা লয়
তেনেকুৱা এজন ব্যক্তি অসমৰ বাবে প্ৰয়োজন নে???*
মাননীয় লুইণজ্যোতি ডাঙৰীয়া
আজিলৈ আপুনি উঠি অহা প্ৰজন্মৰ বাবে কি কি কৰিছিল
আমাক জনাওক। ছাত্ৰ নেতাহৈ
আপুনি সুখী নহয় কাৰণ আপুনিয়ে
এটা ডাঙৰ বিষয় বাপত থাকি একো কৰিব নোৱাৰি আজি আদৰ্শবান হৈ পুনৰ এখন লেতেৰা পথাৰত ভৰি দিলে
চিঞৰি কথা কলে জানো প্ৰতিষ্ঠা হয় নিজৰ ব্যক্তিত্ব। । ভুলৰ শুধৰণি আছে। কিন্তু পাপৰ শুদ্ধৰণি নাই ,
এদিন হয়টো উত্তৰ পুৰুষে প্ৰশ্ন কৰিব
কিমান টকা আৰু ভাৱনা লৈ এজন মানুহৰ মৃত্যু হয় ????
বহুত ভাল লাগিল কথাবোৰ জানি । অনাগত দিনবোৰ লৈ শুভেচ্ছা থাকিল তোমালৈ ।
7
u r like my son . my hearty ashirbad ...muror suli singi ahirbad korisu Assam Asomiyar karone jiman para kora bjp r Hindu bangaladesi Assam loi anatu bondho koribo lagibo...nohole history e aamaak khyoma nokoribo...best wishes my son ....
Harami
নিশ্চয় ভাল লাগিল অনুষ্ঠানটো চাই লুৰিনদাৰ ব্যক্তিগত বহু নজনা কথা জানিব পাৰিলো ।বিশেষকৈ গাঁওৰ পৰিবেশত ডাঙৰ হোৱা,গাঁওত কৰা ইমানবোৰ কৰ্ম-কথাবোৰৰ বিবৰণ তেখেতৰ পৰা জানিব পাই সচাকৈয়ে আৰু বেছি ভাল লাগিল ।অসমৰ,অসমবাসীৰ আশা,ভৰসা,ভবিষ্যত লুৰিনদা এনে যোগাত্মক চিন্তা ধাৰাৰে আৰু এখোজ আগুৱাই যাওক তাকে কামনা কৰিলোঁ ।
Poltica.is.very.bad.lurin.your.futur.life
He will be a good politician.wishing you a bright and prosperous future.
My favourite
Lurin is always best
I love you Mr.Lurinjyoti gogoi...go ahead to your destination
আপোনাৰ কথা শুনি বহুত ভাল লাগে লুৰিন দা
অসমৰ উন্নতি হেঙাঁৰ এই সংগঠন বোৰ ৷ বস্তুৰ দাম বঢ়াত অকল চৰকাৰ বা পুলিছ সকলেই জগৰীয়া নহয় ৷ যি সকল ব্যৱসায়ী তেওঁলোকেহে এওঁলোকৰ ৰহস্য জানে ৷ ছাত্ৰ হৈ আনক কয় যে ৰাগিয়াল বস্তু সেৱন নকৰিবা ৷ কিন্তু তেওঁলোকৰ মুখতেই সেই সুগন্ধি পান মছলা , চিগাৰেট আদিৰ সুগন্ধি মলমলাই থাকে ৷ কেপি , শিখৰ , ৰজনী আদি চৰকাৰে বন্ধ কৰিলে এওঁলোকৰ সুবিধা লাভ হয় ৷ চৰকাৰে বন্ধ কৰিছে তহঁতে কিয় বিক্ৰী কৰিছ বুলি ক’ৰবাত জ্বলাই , ক’ৰবাত লৈ যায় আৰু কিছু কিছু ঠাইত বুজাবুজি হৈ টকা লৈ সমস্যা সমাধান কৰে ৷ আৰে চৰকাৰে এইবোৰ বন্ধ কৰিলে চাকৰিয়ালক দৰমহা ক’ৰ পৰা দিব ৷গতিকে চৰকাৰে কয় যদিও বন্ধ নকৰে এইটো তেওঁলোকেও ভালদৰে জানে ৷ সেয়ে তেওঁলোকৰ লাভ ৷ এইবোৰৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ নিৰ্দেশ মানে ৷ উদ্দেশ্য তেওঁলোকৰ লাভ ৷ আকৌ কেবক লৈ বিৰোধীতা কৰে কিয়নো ইয়াত তেওঁলোকৰ লাভ নাই ৷ আৰু এটা কথা যেতিয়া আন্দোলনৰ সময়ত পুলিছৰ গালৈ শিলগুটি মাৰি ধৰা পৰে তেতিয়া আক্ৰমন কাৰী জনৰ হৈ ক’ব যে এইজন আমাৰ সংগঠনৰ সদস্য নহয় ৷আৰু যেতিয়া পুলিছৰ গুলীত মৃত্যু হয় তেতিয়া সংগঠনৰ সদস্য বুলি আঁকোৱালি লয় ৷ ৰাজ্যত ব্যাপক হাৰত আই মাতৃ বাই ভগ্নী সকলৰ ওপৰত চলি থকা ধৰ্ষণৰ হৈ মাত এষাৰো নোলায় কিন্তু জয় আই অসম বুলি টেটু ফালি চিঞঁৰিবলৈ যায় ৷ দেশৰ হৈ একো উন্নতি কৰিব নোৱাৰে মাত্ৰ চান্দাৰ বান্দা হৈ পৰে ৷ চান্দা তোলা তেওঁলোকৰ একমাত্ৰ ধান্দা হৈ পৰে ৷ আৰু অসমৰ যিমান বোৰ সংগঠনৰ মুৰব্বী আছে তেওঁলোকৰ প্ৰত্যেকৰে আৰ্থিক দিশটো মন কৰিব সকলোৰে তেল ট্ৰেংকাৰ বা ড্ৰাম্ফাৰ দুখন মান হলেও আছে ৷ মুঠতে ভুতৰ মুখত ৰাম নাম ৷ ৰাগিয়াল দ্ৰব্য সেৱন নকৰিবা কিন্তু সংগঠনৰ সদস্য মুখত তাৰেই গোন্ধ পাবা ৷ শেষত গৈ এটা কথাই কওঁ “ আমি অকণি দেশৰ জহণি --আমি হম হাৰামৰ নেগুৰ” ৷ এইয়া তেওঁলোকৰ নীতি আৰ্দশ ৷ তোমালোকে যিমানেই ৰাজনৈত্ৰিক দল নোখোলা কেন্দ্ৰত তোমালোকৰ চৰকাৰ নহ’লে AGP দলৰ দৰেই হ’ব ৷ কেন্দ্ৰই নিজৰ দলক নাচায় তোমালোকৰ ফালে চাবনে ? শেষত গৈ ৰাইজেও লেই লেই চেই চেই কৰিব ৷ এই লেই লেই চেই চেই শব্দবোৰ মই কোৱা নহয় দেই ৷ তোমালোকৰ ভাষাৰেই তোমালোকক বুজাইছো ৷ আৰু ৰাইজে চৰকাৰৰ পৰা ইমানবোৰ সুবিধা পাইছে গতিকে সময়ত দেখিবা পুনৰ ৰাজ্যত বিজেপি চৰকাৰেই গঠন হ’ব ৷ তোমাৰ মনৰ আশা চেচাঁপানী পৰিব ৷ ধন্যবাদ ৷ সদৌ শেষত হিমন্ত য’ত জয় ত’ত ৷
এজন প্রকৃত সহজ সৰল মানুহ। লগতে সকলো দিশত জ্ঞান আছে। তেখেতৰ কথাত ফুটি উঠিছে।
Ajp jindabad lurin da aponak moi bohut val pao.
Vl lgl sai .Lurin dar Kotha bur bht vl lage .Teuk Sokolu falor pora Jugya byakti hisape Anuvab Hoi.vogobane Askhirbad korok aapunar khokolubur khopun pur houk.Aapunar dirghayu kamona korelu.🙏🙏😇😇💙
Bor bhal lagil
Bhal lagil baideo.
Lurin da all the best
অনুষ্ঠানটো চাই বহুত ভাল লাগিল ।তেওঁক সকলোফালৰ পৰাই যোগ্য ব্যক্তি যেন আমাৰ অনুভৱ হয় কাৰণ এজন ব্যক্তিক সম্পূৰ্ণ বুলি তেতিয়াহে কোৱা হয় যেতিয়া তেওঁৰ সকলো দিশৰে জ্ঞান আহৰণ কৰাৰ ক্ষমতা থাকে ।এগৰাকী মাতৃয়ে নিশ্চয় এনেকুৱা পুত্ৰই আশা কৰে এই ক্ষেত্ৰত তেওঁলোকৰ পিতৃ-মাতৃ বহু ভাগ্যবান বুলি আমি ভাবো ।গতিকে লুৰিণ তোমাৰ ওপৰত ৰাইজে বহু আশা কৰিছে নিশ্চয় এই আশা পূৰণ কৰিবলৈ তুমি যৎপৰোনাস্তি চেষ্টা চলাবা আমাৰ ফালৰ পৰা সকলোপ্ৰকাৰৰ শুভ কামনা যাচিলো আৰু ভগবানেও তোমাক সহায় কৰক ।
right
Right
Mananio axomjatiyo parisadaraxombasir tatha parialbarg r amathu màtrirsasaha añußthatoe smagra asam basik aplut a karishe Jen moranubhab hoi Jen baikunth Puri matir savimanibir purusak asom basir kolat thoiaganthir parabir putta loiasish pradan karithaatokei kamana karilo
Bohut vl lagil Lurin ashirbad thakil.😘😘😘
good
Lurien da long live God bless u daa
Lurin dar bikhoye jani bahut val lagil. . . . . . Baideu . . Aponar prosno hudhar style ba technique bor hundor. . . . . Conversation skill khub dhunia aponar. . . . . Arnab goswamit koi val. . . . . .
Apani keita dabi sarkare asarat demand diye.aru kiman sucess hay setoyei mankaribalogia
.. assu sangatonat thakilei asomar unnati karibo parib nahale p.ma ,s.bhatta l gogoi samalochito habo . sb lg
Assam need Him. Future CM
Lurin joti is a diamond of assam God bless you
Very good dada
গাৱলীয়া পৰিবেশৰ সম্পূৰ্ণ অভিজ্ঞতাপুষ্ট লুৰিনজোতি তোমালৈ বহুত শুভকামনা থাকিল ।
অতি সুন্দৰ
Lurin da 🥰🥰..lot of wish from u...
বহুত ভাল লাগিল। দুয়োজনকে ধন্যবাদ জ্ঞাপন কৰিলো। লুৰিণ, তোমাৰ দীৰ্ঘায়ু আৰু সফলতা কামনা কৰিলো। জয় আই অসম।
Luring.jyoti.gogoi.aru.apunak.dhanyabad.janalu
From.... Bengaluru,, Karnataka,, South India🇮🇳🇮🇳🇮🇳
Best wishes for Lurin
God bless you lurin val kam kri jowa.
Lurin Bhai moyu ajp loi goiasu.
Thanks,lurin,juti
God bless you ,LURIN.
Love you lurinda...
Vl lagil sai...proud of you Lurin da
এতিয়া গণিতৰ সুত্ৰ পাহৰি যাব।
Asol kotha mak bapeke koise tq lurin juti gigoir mak bapekokloi
🙏🙏🙏
সুন্দৰ অনুষ্ঠান 👏👏
Moja
লুৰিন তুমি অসমী আই স ভগৱানে তোমাক কুশলে ৰাখক
Best of luck
Dada bahut val lagil
Love u man love from hojai
I thank to Lurin joti Gogoi you will be successful political site God bless you
My support my loves always with you
🙂😊❤✌
Realy a good video.
Lurinjyoti gogoi sur hoi dadal hoi
Toi ki. Tohoti Sur hoi
Lurin da zindabaad
Very nice. Apuni Assam jananir real santan. Ami lagat aso. Jai aai Assam.
Gogoi jindabad
Sonowal jindabad Lurinjyoti gogoi dadal sur hoi
When you flip the coin you will find head or tail...the better part of the thing in case of Assam Assembly election is that we can be winner in either of the cases ... whether batting or balling.
Gogogi Donot Forget This word You are going to Represent your mother Land God save you
A j p zindabat
Lurin is a potential and conspicuous leader of new generation. I hope he will take his political stability and prosperous environment of Assam.
AASU Long live.
Good news 🇮🇳 👍.
Ami sob. Assamiya apunar. Logot. Assu. Apunak. Assamor. CM huya to. Besaru
Akhibad ase amar dada jate aru aguyai jai tare kamona koru...
Mor ataitkoi vl lga manuh jnei aijn.....lurin sir ru samujjal sirr ktha xuni bhut val pw.........xdai aguwai jawk apuni......
Bhut Val lagil dei... Men
কুনুই যেন বেয়া নাপাই কথা এটা কব খুজিছোঁ , আজি লৈ সব ঠিকেই আছে কিন2 দাদা ৰাজনীতি খুমুৱা পাছত এনেকৈ থাকিব পাৰিব নে ক্ষেই2 ডাঙৰ এটা পশ্ন , এতিয়া যি বোৰ কৈছে খেইবোৰ সকলোঁ কিন2 বেছি ভাগেই ছাত্ৰ সন্থা পৰা অহা , কিন2 খেইবুৰ এতিয়া ফুটোকা ফেন হৈ গল , যি নহওঁক এনেকৈ থাকিলে ভালেই , কিন2 লংকা গলে সব ৰাৱণ হৈ ক্ষেই2 হে ডাঙৰ কথা , মই কোৱা কথা খিনি যদি কাৰোবাক আঘাত দিছে বা দুখ দিছে মোক বেয়া নাপাই যেন , মনত আহিল কলো , দাদা এনেকৈ থাকক ভাল হব অসম কাৰণে ,
ভাল লাগিল জানিব পাই
Save us.lurin gogoi
dada apuni bohut val ase 4m Golaghat
Golden chanc naver come again, this is the real time , to mak great your self,but what's the society want, because political is for none ,it is limited under Constitution ,every problem couldn't be solve, as the society wants
Young dynamic leader of Assam 👍
Thanks
সত্যৰ সদাই জয় ।