Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
এতিয়ালৈকে যিমান দিহানাম শুনিলোঁ সকলোতকৈ শ্ৰেষ্ঠ সুন্দৰ এইভাগি দিহানাম অন্যতম।নৱপ্ৰজন্মৰ হিচাপে নূপূৰ দিহানামৰ দলটিয়ে সাত্বিকতা ৰক্ষা কৰি, সম সাজ- পোচাক পৰিধান কৰি এটি সুন্দৰ দিহানাম নিৰ্বাচন কৰি সুন্দৰ পৰিবেশন কৰিছে। তোমালোকৰ দলটিৰ দলীয় ঐক্য অটুট থাকক জয়যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছো । অহংকাৰ শূন্য হৈ আগবাঢ়ি যোৱা তোমালোক💝💐👍
Very nice Dihanaam. God bless you. HNath.
অতিশয় সুন্দৰ হৈছে। ভগৱানে তোমাক এক মিঠা কণ্ঠ দিছে। তুমিও ভাল কামত খটুৱাইছা। এনেকৈয়ে আগুৱাই গৈ থাকা। ভগৱানে তোমালোক সকলোৰে মংগল কৰক। ❤❤❤
কৃষ্ণ কৃষ্ণ 🙏🥰 ধুনীয়া হৈছে ❤
বা বহুত ভাল লাগিল
সুন্দৰ কণ্ঠ; সুন্দৰ পৰিবেশন ; সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ; লগতে এইনাম ভাগী অন্য কোনো দ'লে অথবা কোনো লোকে পৰিবেশন কৰে চাব যাতে বিসংগতি নহয়; কিয়নো আমি সজায় পৰায় আগবঢ়াই দিয়া ভালে কেইভাগ নাম প্ৰচাৰ মাধ্যমত বিকৃতি কৰি পৰিবেশন কৰা পৰিলক্ষিত হৈছে; এইভাগ নামো আমিয়ে কথা সুৰেৰে সজাইছিলো; । নুপুৰ দিহানামৰ দ'লটিয়ে মামণি হাজৰিকা আই গৰাকীৰ যোগেদি সুন্দৰকৈ উপস্থাপন কৰাত অতিশয় আনন্দিত হৈছো।❤❤❤
ধন্যবাদ ছাৰ 🙏আশীৰ্বাদ কৰিব ।
@@namrataphukan2108kor hoy namoti garaki
মামণি বাইদেউ number tu lagisil
Lirics khni dibo sun plz
Bor dhuniya hoise🎉❤❤
ৰাইজ জনপ্ৰিয় এনেধৰণৰ মানুহক কৰক৷❤️
😢
Right 👍
Bohut dhuniya lagise de❤
আজি তাৰিখ লৈকৈ মই অতি কমেও ২০ বাৰ উপৰত শুনিলো ইমান সুন্দৰকৈ পদ ভাঙনি দিহা উপস্থাপন কৰিছে সচাকৈ লেখত লবলগীয়া নামৰ উভয়ে নেগেৰা খোলৰ বিলম্বিত লয় মধ্য লয় আৰু দ্ৰুত লয় বৰ সুন্দৰকৈ ফুটি উঠিছে❤️❤️আপোনালোকৰ দলটি আৰু আগুৱাই যাওক 🙏🙏🙏জয়তু অসমীয়া সংস্কৃতি ❤️জয়তু জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ 🙏
Bhut val lagil tumi aguwai juwa axibad thakil tumar lgte tumar dol tu loi
Mja🎉🎉🎉🎉🎉
ইমান সুন্দৰ কণ্ঠ 🙏সকলোলৈকে দীৰ্ঘায়ো কামনা কৰিৰো চাই থাকিব মনজায় তিনিবাৰ হল চোৱা 👏👏
অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল প্ৰথম হোৱা বিচাৰকৰ ভাল চিলেকছন
ইমান সুন্দৰ কৃষ্ণ কৃষ্ণ
Xundr kontho xundr nam xuni thakib mn jai.. Aguai joa nupur
কি বুলি কম ভাষা নাই ইমান সুন্দৰ
ইমান সুন্দৰ কন্ঠত ❤❤ বহুত ভাল লাগিল শুনি ❤❤
Vare Vare good Krishna Krishna god bless you
কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏
ধুনিয়া হৈইছে পৰিবেশন 🙏🙏
Suni thakile deh mon jur pori jae, ati sundar, suvesya jinalogon,
সুন্দৰ পৰিবেশন। ভাল লাগিল।
বৰ সুন্দৰ মাত শুনি বহুত ভাল লাগিল ।
কি কম ভাষা নাই 🙏 অতি সুন্দৰ প্ৰভু ভগৱন্তই কৃপা কৰক🙏
Facebook t paisilu.atia UA-cam t search Kori Sai asu.bohut dhunia.
Dhuniya hoise ❤
Iman hundor kontho agbahi jua
❤❤ Xundar ❤❤
Voice Nice 👌 Jai Shree Krishna🙏🙏
সুন্দৰ কণ্ঠ কৃষ্ণ 🙏
Bhut bhut besi val lagise
বৰ সুন্দৰ কৃষ্ণ
Voice ❤
Oti Sundar...Mon chui goise...anugrah kori likhita rup diok...
বহুত সুন্দৰ হৈছে ৷
সুন্দৰ পৰিৱেশন।
বহুত ভাল লাগিলে
বহুত ভাল লাগিছে আগলৈ আগুৱাই যোৱা ❤❤❤❤❤❤❤❤❤❤
ইমান সুন্দৰ কন্ঠ শুনিয়েই ভাল লাগিছে । এনেকৈ আগবাঢ়ি যাওক ❤🙏🙏
What a voice❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ 🔥🔥🔥🔥 । কবলৈ ভাষা নাই 🙏🙏🙏🙏
Iman hundar kontho ...🙌🙌
Oti hundor.
Best of luck to your Naam party. Krishna.........
সুন্দৰ।। বহুত ভাল লাগিল ❤।।
অতি সুন্দৰ ,,শুভ কামনা থাকিল 🎉❤
Bhut dhunya ❤
সুন্দৰ ❤❤❤
অপূৰ্ব অনন্য আৰু অতুলনীয়
Moja
*কাৰিশ্মা নাথ ডাঙৰীয়ানী আপুনি অলপ দিন ক্লাছ লব এই সৰস্বতী বিৰাজমান নামতী গৰাকীৰ ওচৰত। এয়া হে আচল নাম, শুনিলেই মনত ভক্তি ভাৱ জাগৰণ হৈ উঠে। কৃষ্ণ*
Thik kotha koise
Mojja ❤❤
বহুত বেছি ধুনীয়া কণ্ঠ
Bohut val lagese
Iman hundor kontha,aguwai juwa tumi.Krishna 🙏
কি সুন্দৰ অপূৰ্ব voice tumar ♥️♥️🌸
কৃষ্ণ কৃষ্ণ🕉️
Huni amoni nologa eta kontho❤
Mojja bhanti
Krishna 🙏🙏🙏❤
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে ।নামভাগ লিখিত ৰূপত দিবছোন ।
Bahut bhal lagil aru aguai jaba
ধুনিয়া
Bor val hoise ❤❤
Dhuniya kantha
Hunile huni thkb mn jai❤❤❤.aguwai jboloi vgbne humoti diok🙏
বৰ ধুনীয়া লাগিল ।❤❤❤
কৃষ্ণ
Insta Handle bur description t dbo lage gutei team r ako 😊❤❤ ( Namoti vaagor right side orthaat khul r fale besi koi aruu 🤌🏻 )
❤❤❤😍😍😍
ভাল লাগিলে কালি দিহা নাম চাবলয় গৈছিলো ❤
Bor xundor tumar konthoti aguai juwa anekoi❤❤❤❤
বৰ সুন্দৰ কণ্ঠ ,শুনি বহুত ভাল লাগিল ।
❤❤❤❤
সুন্দৰ।নামষাৰ লিখিত ৰূপত দিবলে অনুৰুধ জনালোঁ!🙏🙏
God bless you all 🙏🙏🙏
Ufff voice!❤🧿🥺
🙏🙏🙏
Sweet voice
বহুত বহুত শুভ কামনা।🙏🙏🙏🙏🙏🙏
Xundor kontho ♥️♥️♥️
👍👍🙏🙏
ইমান ধুনীয়া share নকৰি নোৱাৰিলো কৃষ্ণ 🙏🙏
সৰ্বশ্ৰেষ্ঠ দিহানামৰ দল।
Xundor 🎉❤😊
Thanks 🔥
Sibani Borah AmolgouriMou Diha nam Bohuto gan gou ❤🎉⏏️▶️⏸⏯️⏹⏺⏭️⏮️⏩⏪⏫⏬◀️🔼🔽
অতি সুন্দৰ 🌺
ভাল লাগিছে নাম শুনি
Tumar nam to moi gam buli vabedu beya pabane bohut bar sunesu bohut val laghe
Iman hundr hur ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
শুনি শুনি আমনি নলগা কণ্ঠ
Oti sundor kontho ag bahi juya
কি সুন্দৰ কণ্ঠ। শুনিলে শুনি থাকিব মন যায়
ইমান সুন্দৰ
❤🎉
👍
মাইনা কিজনী ইমান সুন্দৰ কৈ নাম পৰিবেশন কৰিছে অ
সুন্দৰ হৈছে
খুউব সুন্দৰ
শুভেচ্ছা থাকিল
Lords Krishna bless you
এতিয়ালৈকে যিমান দিহানাম শুনিলোঁ সকলোতকৈ শ্ৰেষ্ঠ সুন্দৰ এইভাগি দিহানাম অন্যতম।নৱপ্ৰজন্মৰ হিচাপে নূপূৰ দিহানামৰ দলটিয়ে সাত্বিকতা ৰক্ষা কৰি, সম সাজ- পোচাক পৰিধান কৰি এটি সুন্দৰ দিহানাম নিৰ্বাচন কৰি সুন্দৰ পৰিবেশন কৰিছে। তোমালোকৰ দলটিৰ দলীয় ঐক্য অটুট থাকক জয়যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছো । অহংকাৰ শূন্য হৈ আগবাঢ়ি যোৱা তোমালোক💝💐👍
Very nice Dihanaam. God bless you. HNath.
অতিশয় সুন্দৰ হৈছে। ভগৱানে তোমাক এক মিঠা কণ্ঠ দিছে। তুমিও ভাল কামত খটুৱাইছা। এনেকৈয়ে আগুৱাই গৈ থাকা। ভগৱানে তোমালোক সকলোৰে মংগল কৰক। ❤❤❤
কৃষ্ণ কৃষ্ণ 🙏🥰 ধুনীয়া হৈছে ❤
বা বহুত ভাল লাগিল
সুন্দৰ কণ্ঠ; সুন্দৰ পৰিবেশন ; সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ; লগতে এইনাম ভাগী অন্য কোনো দ'লে অথবা কোনো লোকে পৰিবেশন কৰে চাব যাতে বিসংগতি নহয়; কিয়নো আমি সজায় পৰায় আগবঢ়াই দিয়া ভালে কেইভাগ নাম প্ৰচাৰ মাধ্যমত বিকৃতি কৰি পৰিবেশন কৰা পৰিলক্ষিত হৈছে; এইভাগ নামো আমিয়ে কথা সুৰেৰে সজাইছিলো; । নুপুৰ দিহানামৰ দ'লটিয়ে মামণি হাজৰিকা আই গৰাকীৰ যোগেদি সুন্দৰকৈ উপস্থাপন কৰাত অতিশয় আনন্দিত হৈছো।❤❤❤
ধন্যবাদ ছাৰ 🙏
আশীৰ্বাদ কৰিব ।
@@namrataphukan2108kor hoy namoti garaki
মামণি বাইদেউ number tu lagisil
Lirics khni dibo sun plz
Bor dhuniya hoise🎉❤❤
ৰাইজ জনপ্ৰিয় এনেধৰণৰ মানুহক কৰক৷❤️
😢
Right 👍
Bohut dhuniya lagise de❤
আজি তাৰিখ লৈকৈ মই অতি কমেও ২০ বাৰ উপৰত শুনিলো ইমান সুন্দৰকৈ পদ ভাঙনি দিহা উপস্থাপন কৰিছে সচাকৈ লেখত লবলগীয়া নামৰ উভয়ে নেগেৰা খোলৰ বিলম্বিত লয় মধ্য লয় আৰু দ্ৰুত লয় বৰ সুন্দৰকৈ ফুটি উঠিছে❤️❤️
আপোনালোকৰ দলটি আৰু আগুৱাই যাওক 🙏🙏🙏
জয়তু অসমীয়া সংস্কৃতি ❤️
জয়তু জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ 🙏
Bhut val lagil tumi aguwai juwa axibad thakil tumar lgte tumar dol tu loi
Mja🎉🎉🎉🎉🎉
ইমান সুন্দৰ কণ্ঠ 🙏সকলোলৈকে দীৰ্ঘায়ো কামনা কৰিৰো চাই থাকিব মনজায় তিনিবাৰ হল চোৱা 👏👏
অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল প্ৰথম হোৱা বিচাৰকৰ ভাল চিলেকছন
ইমান সুন্দৰ কৃষ্ণ কৃষ্ণ
Xundr kontho xundr nam xuni thakib mn jai.. Aguai joa nupur
কি বুলি কম ভাষা নাই ইমান সুন্দৰ
ইমান সুন্দৰ কন্ঠত ❤❤ বহুত ভাল লাগিল শুনি ❤❤
Vare Vare good Krishna Krishna god bless you
কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏
ধুনিয়া হৈইছে পৰিবেশন 🙏🙏
Suni thakile deh mon jur pori jae, ati sundar, suvesya jinalogon,
সুন্দৰ পৰিবেশন। ভাল লাগিল।
বৰ সুন্দৰ মাত শুনি বহুত ভাল লাগিল ।
কি কম ভাষা নাই 🙏 অতি সুন্দৰ প্ৰভু ভগৱন্তই কৃপা কৰক🙏
Facebook t paisilu.atia UA-cam t search Kori Sai asu.bohut dhunia.
Dhuniya hoise ❤
Iman hundor kontho agbahi jua
❤❤ Xundar ❤❤
Voice Nice 👌 Jai Shree Krishna🙏🙏
সুন্দৰ কণ্ঠ কৃষ্ণ 🙏
Bhut bhut besi val lagise
বৰ সুন্দৰ কৃষ্ণ
Voice ❤
Oti Sundar...Mon chui goise...anugrah kori likhita rup diok...
বহুত সুন্দৰ হৈছে ৷
সুন্দৰ পৰিৱেশন।
বহুত ভাল লাগিলে
বহুত ভাল লাগিছে আগলৈ আগুৱাই যোৱা ❤❤❤❤❤❤❤❤❤❤
ইমান সুন্দৰ কন্ঠ শুনিয়েই ভাল লাগিছে । এনেকৈ আগবাঢ়ি যাওক ❤🙏🙏
What a voice❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ 🔥🔥🔥🔥 । কবলৈ ভাষা নাই 🙏🙏🙏🙏
Iman hundar kontho ...🙌🙌
Oti hundor.
Best of luck to your Naam party. Krishna.........
সুন্দৰ।। বহুত ভাল লাগিল ❤।।
অতি সুন্দৰ ,,শুভ কামনা থাকিল 🎉❤
Bhut dhunya ❤
সুন্দৰ ❤❤❤
অপূৰ্ব অনন্য আৰু অতুলনীয়
Moja
*কাৰিশ্মা নাথ ডাঙৰীয়ানী আপুনি অলপ দিন ক্লাছ লব এই সৰস্বতী বিৰাজমান নামতী গৰাকীৰ ওচৰত। এয়া হে আচল নাম, শুনিলেই মনত ভক্তি ভাৱ জাগৰণ হৈ উঠে। কৃষ্ণ*
Thik kotha koise
Mojja ❤❤
বহুত বেছি ধুনীয়া কণ্ঠ
Bohut val lagese
Iman hundor kontha,aguwai juwa tumi.
Krishna 🙏
কি সুন্দৰ অপূৰ্ব voice tumar ♥️♥️🌸
কৃষ্ণ কৃষ্ণ🕉️
Huni amoni nologa eta kontho❤
Mojja bhanti
Krishna 🙏🙏🙏❤
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে ।নামভাগ লিখিত ৰূপত দিবছোন ।
Bahut bhal lagil aru aguai jaba
ধুনিয়া
Bor val hoise ❤❤
Dhuniya kantha
Hunile huni thkb mn jai❤❤❤.aguwai jboloi vgbne humoti diok🙏
বৰ ধুনীয়া লাগিল ।❤❤❤
কৃষ্ণ
Insta Handle bur description t dbo lage gutei team r ako 😊❤❤ ( Namoti vaagor right side orthaat khul r fale besi koi aruu 🤌🏻 )
❤❤❤
😍😍😍