Hai prabhu iman hundar bonona korile. Prabhu akhirbad korok ai bhagwat kotha hunar pisot pahori najabole Krishna. Hari saranam hari saranam hari saranam
Provu apunak provu esore kuxole rakhok..amr jibon apuni bohut kiba di goi ase...ami u kripa busarisu..amk hokty dia provu..hodai hantyre jen tmr gun gan huni huni jabo paru..
Namaskar bap, aaponar eshor bhakti bhagawat path moi akadikrome xhoni asu aro moi bahut xhukhi hoisu, aaponak bhagwan a kukhale rakhak aru akadikrome path bakhya kori jaok.
কৃষ্ণ কৃষ্ণ কৃষ্ণ! প্ৰভু আপোনাৰ কৃতন সদাই শুনো বহু ত ভাল লাগে মোৰমনতো !এনেকৈ সদায় যেন আপোনাৰ শ্ৰী মূখে ভাগৱত প্ৰাঠ শুনিব পাৰো যেন
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ চৰণত কোটি কোটি সেৱা জনাইছো। ভগবানে ভালে ৰাখক। কৃষ্ণ কৃষ্ণ।
কৃষ্ণ।শ্ৰদ্ধাৰ বাপজনা সেৱাভাগি জনালোঁ যোৱাকালি বিশেষ অসুবিধাৰ বাবে আপোানাৰ "প্ৰভুঈশ্বৰৰ কৃপা বঢ়িষণৰ অমৃতময় বানী শ্ৰৱণত কিছুবাধা হৈছিল তথাপিও ভগৱানে আগলৈ মঙল বুলি মনতে চিন্তি শান্তি লভি সন্তোষ পাও।আজি কৰ্ণ দুখানিক গা'তৰ পৰা ৰক্ষাকৰিলে ।তাতেই আমিসব সন্তোষত আছো মনৰ কথাৰে দিঘলীয়া লিখনিৰ বাবে বাপ ক্ষমা কৰিব যেহেতু আপোনাৰ আপুৰুগীয়া সময়।আশাকৰো সকলো কুশল মঙলে আছে।আমিও বৰ্তমান "ঈশ্বৰ প্ৰভুৱে ৰাখিছে।পুনৰ সহস্ৰ ভক্তিপুৰ্ণ সেৱা ভাগি জ্ঞাপন কৰিলো।----লিলিহাজৰিকা --অইল-কলনি -নাৰেঙ্গী -গুৱাহাটি--৯-৮-২০২০
কৃষ্ণ কৃষ্ণ প্ৰভু,
হে প্ৰভু পৰম ব্ৰহ্ম নিৰাকাৰ হৰি, তোমাৰ চৰণত সেৱা ধৰিছো হৃদয়ৰ সমষ্ট ভকতি ভাবেৰে, নিজৰ দাস মানি গ্ৰহন কৰিবা প্ৰভু।
হে প্ৰভু, শুকদেবৰ শ্ৰী মূখে বেকত হোৱা ভাগৱতৰ কথা অমৃত আমাক পান কৰোৱাই আছে ,আপোনাক কৌতি কৌতি প্ৰণিপাত জনাইছো। ভাগৱত শ্ৰবণ কৰি আমাৰ মনৰ সূতি সলনি হৈ গৈছে । মন উভয়নদী হৈ থাকে । এই সমষ্ট আশীষৰ গৰকী আপুনি । প্ৰভুয়ে আপোনাক পৰম কৃপা কৰক । আমাৰ মনলৈ যেন অহংকাৰ নাহক, সদায় যেন ঈশ্বৰৰ চৰণ সেৱা একান্ত চিত্তে কৰি যাব পাৰো ,এয়ে প্ৰাৰ্থনা ।প্ৰণাম ।
🙏 কৃষ্ণ 🙏
Krishna bap apunar sri soronot xotokuti pronam jonaisu krishna 🙏🙏🙏🙏
Krishna baap ! Aaponak ki buli dhanyabad jonam ! Bhagawanot roti hoboloi aamar babe ji prarthana korise tar babe aaponak shatkauti pranipat jonalo. Mongalprarthanare krishn!
Krishno krishno probhu🙏🙏🙏
Hai prabhu iman hundar bonona korile. Prabhu akhirbad korok ai bhagwat kotha hunar pisot pahori najabole Krishna. Hari saranam hari saranam hari saranam
Krishna krishna Bap aponar sricharanat kouti kouti pranam. Bahut dinor pora ami ,ai muramotie gyan bigyan, tadang rahashya, ai chari bastur artha janibar babe hepah Kari asilu,Aji aponar srimukhe ai chari bastur tatpajya byakya ami sraban kariba pai dhanya hoisu prabhu. Hekhot aponar charan kamalot punar heya janaisu. Hota kouti aparadh marikhan Kariba. Krishna krishna Ram.
gyan/bigyan/tadang/rahasya hobdo kaita
agore porai huni asilu....
aji he buji paam sage...
yar asol rohoisyo ki..
dhanyobaad prabhu...
কৃষ্ণ বাপ ভগৱন্তৰ ভক্তি যুক্ত সেৱা ভাগি গ্ৰহণ কৰিব । হে প্ৰভুজন আপুনি যি ঈশ্বৰৰ গুণ স্বৰূপ বৰ্ণনা কৰিছে ভগৱন্তৰ প্ৰতি আমাৰো অখণ্ড ভক্তি ভাব বৃদ্ধি কৰিছে ভগৱন্তই আপোনাক দীঘায়ু কৰক কৃষ্ণ। যি ঈশ্বৰৰ নাম ললে পৰমানন্দ সুখ অনুভূতি কৰো যিজন ঈশ্বৰে ব্ৰক্ষ্মা আদি কৰি সমস্ত জীৱৰ মায়া নাশ কৰে সেই দৈৱকীৰ নন্দন কৃষ্ণৰ চৰণত হে মাএ বাৰম্বাৰ প্ৰণাম কৃষ্ণ
কৃষ্ণ বাপ সেয়া জনালোঁ আপোনাৰ ভাগৱত ভাগে পৰম সন্তোষ দিছে ।পুনৰ সেয়া হে ।
sewa janalo provu.Krishna krishna.
Kishno kishno joi guru Sankar 🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা ধৰিলো কৃষ্ণ
Krishna Krishna bap sundar bakhay bhagi suniboloi pai kritatha holu.sewa jonalu bap
অপূৰ্ব সুৰ,শুণিলে ই মন আনন্দৰে ভৰি পৰে।
কৃষ্ণ প্ৰভূ । সন্তানৰ শ্ৰীমুখে
ভাগৱতৰ অমৃত বাণী শুনিবলৈ
পাই নিজকে সৌভাগ্য ৱতী
নাৰী বুলি ভাবিছো । মাতৃৰ
সেৱা গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ ।
Khisn, khisn, khisn, khisn.
Khisn provu.
Krishna Bap ....sewa jonalu...krishna
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম ।
কৃষ্ণ কৃষ্ণ ,জয় গুৰু শঙ্কৰ ।
krishna Ramkrishna bap bhagbat amrit pan ketiwa ses hab joy guru shankar krishna
Baap Sunder bakhya . Krishna Krishna.
কৃষ্ণ বাপ কৃষ্ণ ।বৰ সুন্দৰ বাখ্যা ইমান সহজ সৰল ভাৱে আপুনি বাখ্যা আগ বঢ়াই আমাৰ অন্ত চুই যায় । আগতে ইমানবোৰ কথা জানা নাছিলোঁ । আপোনাৰ ভাগৱত বাখ্যা ই। বহুত শিকাইছে । কৃষ্ণ বাপ কৃষ্ণ ।
শত কোটি সেৱা জনালোঁ বাপ । আগলৈ ঈশ্বৰৰ কথা শুনিবলৈ অপেক্ষা কৰি থাকিলো।
Apunar gyanor puhore amak udbhaxito korar karone apunaloi bohut bohut kritagyata jonaisu. Axaa korisu bhogobane jaate apunak eidorei xoday vaale rakhe , jaate ami apunar pora pua dhormogyanere upokrito hoi thaku. Apunak bohut bohut dhonyobad jonaisu.
Reeta Bordoloi
Jorhat
🙏 oum santi santi krishna
Krishna 🙏🙏🙏hei bap apunar mukhe bhagobat path huni porom hukh lav kru.apunak heua dharisu Krishna heua gahan kribo Krishna Krishna 🙏🙏🙏🙏
কৃষ্ণ বাপ 🙏🙏
সেৱাঁ ভাগি জনালোঁ গ্রহণ কৰিব। বহুত সুন্দৰ পাঠ আৰু ব্যাখ্যা। বৈকুণ্ঠৰ মহা ভাগৱত শাস্ত্র কীৰ্ওন শ্রৱণৰ দ্বাৰা সকলোৰে মন প্রাণ ভক্তি ৰসেৰে আনন্দিত হওঁক। বাপ জনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।
কৃষ্ণ 🙏জয় গুৰু শঙ্কৰ 🙏
ৰজত চন্দ্ৰ ডেকা ৬০০১০৪৫৪৯০
সুন্দৰ ব্যাখ্যা।পাঠক বাপজনালৈ ধন্যবাদ জনালো।
নমো নমো লক্ষ্মীপতি কৃষ্ণ দেৱ দামোদৰ।
কৃষ্ণ কৃষ্ণ বাপ অমৃত ময় অপূর্ব বণনা সৱন কৰি নিজক ধন্য মানিছো এই য়া আপোনাৰ কৃপা
কৃষ্ণ কৃষ্ণ প্ৰভূ শতকৌটি প্ৰণাম।
🙏🙏 কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ শত কৌটি প্ৰণাম যাচিছো । বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ আতিগুৰি আপোনাৰ মুখে জানিব পাৰি আনন্দিত হলো । কৃষ্ণ
👏 কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ |
ঔঁম নমঃ ভাগৱত বাসুদেৱয়,
কূটি কূটি সহশ্ৰ প্ৰমাণ গ্ৰহণ কৰিব প্ৰভু
হে প্ৰভু সদায় যেন আপোনাৰ কাষতে ৰাখক আমাক। ভাগৱত ৰ ৰস পান কৰিবলৈ। হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে।হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে।
He Gurujan, taju pawe karoho pranam. Krishna prabhu a kripa karok
Krishna 🙏 Krishna 🙏 Krishna 🙏🙏🙏
কৃষ্ণ কৃষ্ণ ৰাম নাৰায়ন 🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সেয়া গ্ৰহণ কৰিব । আপোনাৰ মুখৰ ভগৱত শুনি মোৰ চকুপানী ওলাই আহিল । প্ৰভূ সেবা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ ।
🙏কৃষ্ণ,ভগৱানে আমাক কৃপা কৰিবলৈ প্ৰভুজনাই ভাগৱতৰ আসনৰ পৰা প্ৰাৰ্থনা কৰে যেন 🙏 কৃষ্ণ
কৃষ্ণ কৃষ্ণ প্ৰভু ,আজিৰ দিনটোৰ শুভাষীশ জ্ঞাপন কৰিলো ।বৈকুণ্ঠ-ৰ কল্পতৰু ভাগৱত শাস্ত্ৰ খনিলৈ কোটি কোটি শ্ৰদ্ধাঁ নিবেদিছোঁ ।জয়তু কৃষ্ণ ।
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ ইমান সুন্দৰ ইমান সুমধুৰ কণ্ঠ আৰু ব্যাখ্য যে আমাৰ সব মন প্ৰাণ ভৰাই তুলিছে কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ 🙏 প্ৰভুজনা
ঈশ্বৰে আপোনাক এনে কৃপা কৰিছে যিটোৰ দ্বাৰা আমি সৰ্বসাধাৰণ ৰাইজ উপকৃত হৈছো কাৰণ ইমান সুন্দৰকৈ আৰু সহজ সৰলকৈ বৰ্তমানলৈকে কোনেও ভাগৱতৰ ব্যাখ্যা আগবঢ়োৱা নাছিল ।। ঈশ্বৰৰ কপৃত আমিও কৃতাৰ্থ হৈছো ।। 🙏 জগতৰ মংগলৰ অৰ্থে আপোনাকো সৰ্বদা কুশলে ৰাখক ঈশ্বৰে🙏 ।।
Jai shri krishna 🙏🙏🙏
হেপ্ৰভু আমাৰ এটা লৰা তেৰ বছৰ ভাৰাঘৰত থাকি কালি একেবাৰে আহি ঘৰ সোমাইছেহি ।গৃহ খন শান্তিৰে থাকি ৰসামৃতবাক্ষ্যা যাতে ধাৰাবাহিক ভাবে শুনিব পাৰো তাৰকাৰনে আশিবাদ এটি বিচাৰিছো প্ৰভু আপোনাৰওচৰত ।
Krishna Krishna Krishna pranam janalu
কৃষ্ণ বাপ। কোটি কোটি সেৱা জনাইছো।
হে বাপ আপোনাৰ দৰে একান্ত কৃষ্ণ ভকতৰ সঙ্গত থাকি কৃষ্ণৰ কথা চৰিত্ৰ শুনিব পাৰোঁ তাকে কৃপা কৰক মোৰ কৃপালু গুৰু শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাই ৷ৰাম কৃষ্ণ ৷৷
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ গুৰুদেৱ কৃষ্ণ কৃষ্ণ🙏🙏🙏আপোনাক প্ৰভূ ভগৱন্তই সদাই কৃষ্ণ কথা কবলৈ দেহত শক্তি আৰু সুষ্ট কৰি ৰাখক প্ৰভূ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏
Om'siri*🙏kirshnai*🙏nomu*
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ।।
কৃষ্ণ কৃষ্ণ ৰাম ৰাম।কোটি কোটি সেৱা গ্ৰহণ কৰিব প্ৰভু ।সবাৰো চৰণত প্ৰণাম জনালোঁ।কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ দয়াময় কৃপা কৰিলা প্ৰভূ। আমাৰ জীৱন ধন্য হ'ল আপোনাৰ বানী শুনি। 🙏🏻🙏🏻🙏🏻
বাপ শত শত 🙏🙏🙏🙏🙏🙏🌸🌸🌸🌸🌸🌸🌸🌸🍃
কৃষ্ণ কৃষ্ণ বাপ জনালৈ সেৱা জনাইছো ।ভাগৱতৰ অমৃত পান কৰি কৃত কৃত হৈছো ।ভগৱানৰ চৰ্চা বাদে উপায নাই ।
কৃষ্ণ কৃষ্ণ ।
Krishna বাপ আপোনাৰ মুখেৰে ভাগৱত কথা শুনি মনটো শাত পৰি যায়।🙏🙏
Ha krishna pravu Amak kripa karak '
কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ ।
Krishna Krishna 🙏🙏🙏
কৃষ্ণ বাপ ঈশ্বৰ মোৰ শত কোটি প্ৰনাম গ্ৰহণ কৰাব ।আপোনাৰ বাবে আজি এই জ্ঞন লাভ কৰিব পাই আনন্দ লভিছো। কৃষ্ণ
প্ৰভু বাপজন,16 No.vedio পাঠ,বাখ্যা শ্ৰৱণ কৰি ধন্য হলো । আখৰ চি না মানুহে সুৰ ত বা কথা হিচাবে পুথি পাঠ কৰিব পাৰে কিন্তু পাঠৰ অন্তৰ্নিহিত অৰ্থ বাখ্যা তথ্য আদি বিশ্লেষণ আমাৰ দৰে সাধাৰণ মানুহৰ সাধ্যর বাহিৰত । সেইবাবে সদায় আপোনাৰ শ্ৰীমুখৰ পৰা কৃষ্ণ কথা নিহিত ভাগৱত পাঠ শুনিবলৈ বাট চাই থাকো ।পুনঃ সেৱাৰে--কৃষ্ণ.....💐
কৃষ্ণ প্ৰভু সেৱা ধৰিছো কৃষ্ণ
কৃষ্ণ প্রভু🙏 সেৱা জনাইছো
শত কোটি প্ৰনাম জনাইছোঁ বাপ।বহুত ভাল লাগিল।
🙏🏼🙏🏼🙏🏼🙏🏼ৰাম ৰাম কৃষ্ণ কৃষ্ণ হৰি হৰি বাপ মাধৱ।সেৱা গ্ৰহন কৰিব আপোনাৰ জয় জয় হওক আমাৰ সৱৰূ কুশলে আছে কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম মোৰ গুৰু দেৱ।🙏🏼🙏🏼🙏🏼🙏🏼ঃঃঃঃঃঃঃঃ ।
🙏 bap 🙏 krishna 🙏 ohari 🙏 oram 🙏
Apounar voktia amak bhuvoktir patrakaar kori tulisa saya jonalu. God help Bap.
কৃষ্ণ প্ৰভূ ইমান শুন্দৰ বাক্ষ্যা শ্ৰবন কৰালে হ্নদয় জুৰ পৰিলে আপোনালৈ সেৱাহে ধৰিলো ।আমাৰ ডাঙৰ লৰা শ্ৰীগুনমনীৰ ২৫আহাৰ (১০/৭/২০) কাইলৈ জন্ম দিন আপুনি ভগৱানক জনাব । ৰাম কৃষ্ণ হৰি ।
কৃষ্ণ কৃষ্ণ সৎকৌতি প্ৰণাম গ্ৰহণ কৰিবা প্ৰভূ ।আমাক কৃপা কৰা কেষব ।
Hare Krishna Hare Ram
Provu apunak provu esore kuxole rakhok..amr jibon apuni bohut kiba di goi ase...ami u kripa busarisu..amk hokty dia provu..hodai hantyre jen tmr gun gan huni huni jabo paru..
কৃষ্ণ পভু জনা সেৱা জনালোঁ
গোবিন্দৰ নাম গুণ পকাশ কৰা জনৰ
হ্দযত ঈছৰ আবিভাব হয
সেই জনা মহন্ত বাপ আপুনি
আপুনাৰ অভয় চৰনত শিৰ পাতিছো
ৰাম কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ পভূজনা ।আমাৰ পৰা সহস্য প্ৰণাম জনাইছো।
কৃষ্ণ কৃষ্ণ বাপ।সেৱা জনালো।
Dhanya prabhu .
Krishno 🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব।
Krishna🙏
কৃষ্ণ বাপ ইশ্বৰ ।
ৰাম কৃষ্ণ হৰি
ক়্ষ্ণ...ক়্ষ্ণ.....🙏🙏
Krishna krishna bap sewa janaisu krishna
কৃষ্ণ বাপ,সেৱা জনালো।
Krishna Krishna bap
Provu bohut hanti paisu krishna
কৃষ্ণ সেৱাহে বাপ ।
Krishna🙏🙏🙏🙏🙏🙏🙏🙏
Sewa janai Apunar srimukhar Bhagabat sraban korilu dhanya holu Bapjan
Namaskar bap, aaponar eshor bhakti bhagawat path moi akadikrome xhoni asu aro moi bahut xhukhi hoisu, aaponak bhagwan a kukhale rakhak aru akadikrome path bakhya kori jaok.
Krishna pravu 🙏🙏
Krishna Krishna Bap.
কৃষ্ণ কৃষ্ণ প্রভুজনা পুৱাৰ সেৱা জনালো কৃষ্ণ🙏🙏
বাপ আজি আপোনাৰ মুখত আচাৰ্য্য ইলাৰাম বাপ জনাৰ কথা শুনি খুব ভাল লাগিছে । মই সৰুৰে পৰা দেখা পাইছো মোৰ দেউতাৰ লগত আমাৰ ঘৰলৈ প্ৰায়ে আহিছিল।পালনাম পাতোতে প্ৰায়ে আহছিল ।বহুত দিনৰ পিছত শুনিলো ভাল লাগিল।
কৃষ্ণ কৃষ্ণ বাপ
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো
কৃষ্ণ, সেৱা নিবেদন কৰিলো।ঈশ্বৰৰ কৃপা হওক।
Krishna 🙏🏻🙏🏻🙏🏻
হে প্ৰভু দয়া কৰা
কৃষ্ণ 🙏 প্ৰভু
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ, ভক্তিভৰা সেৱা গ্ৰহণ কৰিব প্ৰভু🙏🙏🙏
কৃষ্ণ হৰি ৰাম