i lived there from 73 to 77 at Roriah .... never found such simple innocent good people in my life thereafter , beautiful land ...best memories of my life are from Jorhat . Niyamati ghat , sibsagar , Bhalukumara , garam pani went ot all places last two were dense forests then ...those times there was metergauge line upto Barauni ( bihar ) there on the broad gauge started ..... assam mail the train had to be changed coz of gauge change ... rajdhani was not there ......such gud time of my life i had Love Jorhat and Assam both ...
He Mur jonmo bhumi tumak pronam
I love my Jorhat.Jorhat zindabad
মনপৰশা গীত। সমূহ কলা কুশলীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৰহাট এক আবেগ,প্ৰাণ।
যোৰহাট আমাৰ সচাই বহুত বহুত মৰমৰ,
যোৰহটীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছো ইমান সুন্দৰ কৈ উপস্থাপন কৰিছে।
সুন্দৰ পদক্ষেপ ।আবেগ নহয় সচাকৈয়ে অনুভৱৰ এক চিৰপ্রবাহিত অনন্য সুৰ।
যোৰহাট এক আবেগ❤
Very nice sharing 🙏 i love my city jorhat 💐💐
Hosai Amar Gourab ❤Jorhat
যোৰহাট আমাৰ গৌৰৱ👀💌
I love my Jorhat. Amar moromor jorhat khon hokolu falor pora jen no 1 howk
আমাৰ মৰমৰ যোৰহাট অতি সুন্দৰ হৈছে।যোৰহাট অসমৰ গৌৰৱ
যোৰহাটক লৈ আমি সচাকৈয়ে গৰ্বিত
যোৰহাট আমাৰ গৌৰৱ ❤️🙏
মৰমৰ যোৰহাট আমাৰ গৌৰৱ 👍👍
যোৰহাট 🙏 আমাৰ গৌৰৱ
মোৰ মৰমৰ যোৰহাট খন সদায় ধুনীয়া হৈ থাকক❤
i lived there from 73 to 77 at Roriah .... never found such simple innocent good people in my life thereafter , beautiful land ...best memories of my life are from Jorhat . Niyamati ghat , sibsagar , Bhalukumara , garam pani went ot all places last two were dense forests then ...those times there was metergauge line upto Barauni ( bihar ) there on the broad gauge started ..... assam mail the train had to be changed coz of gauge change ... rajdhani was not there ......such gud time of my life i had Love Jorhat and Assam both ...
মৰমৰ যোৰহাট ❤
Hundor hoise, aamar moromor jorhat
যোৰহাট ❤️
মৰমৰ যোৰহাটৰ সকলো দিশ অতি সুন্দৰকৈ উন্মোচিত হৈছে৷ ধন্যবাদ সকলোলৈকে৷
Bahut dhunia lagisa
I love our Jorhat ❤❤❤
সংস্কৃতি নগৰী যোৰহাট ❤️❤️
Hosai bor hundor amr jorhat
Very nice Jorhat l❤❤
Bor hundor,Jorhat ,Sibsagar aamaar GOURAV🙏🙏
Val hoise agoloike ene dore kam kori goi thakibo buli akha thakil
মোৰ প্ৰিয় চহৰখন!❤❤❤❤
অতি সুন্দৰ।
সুন্দৰ এক উপহাৰ যোৰহাট❤❤
Moromor jrht❤❤
Sundor ..
Love from jorhat titabor
Bohotu bhal lagil moiyu jorhatore thaku Mumbai poonat Ghar bonai aasu army porah rt hoi
সুন্দৰ
আমাৰ মৰমৰ যোৰহাট আমাৰ গৌৰৱ ❤️
hosia mur moromor jorhat❤
The 2nd important city of Assam ❤ JORHAT 📌
My home town my birthplace i love jorhat
Very Good
সুন্দৰ পৰিকল্পনাৰে সুন্দৰ চিন্তাৰে মৰমৰ যোৰহাটৰ চিনাকী 🙏
❤️❤️Jorhat
সুন্দৰ গীত... ভিডিঅ'টোৰ জৰিয়তে যোৰহাটৰ এখন সুন্দৰ ছবি ফুটি উঠিছে।
আমাৰ মৰমৰ যোৰহাট❤❤❤❤❤❤
Moromor jorhat xon ❤
যোৰহাট আমাৰ আবেগ।
❤Jorhat..Nice Song..
Amar mormr jorhat ilove Moi jorhat r hoi 👌👍
Gantu huni bohut val lagil aru eman hundor akhon poribesh❤️🥰😍👍
Moromor jurhat❤❤❤❤
Birat xundar..Hridoi sule..🙏🙏🙏🙏🙏
সুন্দৰ।
ৰাখিম যোৰহাটৰ নাম
I❤ our jorhat
Bahut bhal lagise.
Xundor hoise❤
Bohut val lagil moeomor jorhatkhan❤
Very nice..proud to be Jorhatiya..
যোৰহাটৰ হৈ আমি গৌৰৱ কৰিছোঁ
সুন্দৰ হৈছে মৰমৰ যোৰহাট।
Jai ai Jorhat
I Love Jorhat ❤️❤️🥰
👍
Bohut dhuniya aru bohut vl lg ❤️❤️❤️ amr mrmr jorhat
যোৰহাট আমাৰ গৌৰৱ❤️
সুন্দৰ উপহাৰ
সুন্দৰ গীত
Sundor podokhep dei
হয়, বৰ পৰিকল্পিত উপস্থাপন। সুন্দৰ হৈছে।
উপায়ুক্ত মহোদয়ৰ লগতে আমাৰ মৰমৰ যোৰহাট শীৰ্ষক গীতটোৰ লগত জড়িত থকা সমুহ কলাকুশলীলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যোৰহাট বাসীক এক সুন্দৰ উপহাৰ দিলে ৷ সুন্দৰ উপস্থাপন, কথা সুৰ,সংগীত আৰু ভিডিঅ এই সকলো দিশতে সৰ্বাঙ্গ সুন্দৰ হোৱাৰ লগতে নতুন শিল্পীৰ উৎকৃষ্টতম প্ৰয়াসৰ যোগেদি যোৰহাটৰ সংগীত জগতত এক নব
সংযোজন ঘটিছে। এইটো যোৰহাটৰ বাবে এক যোগাত্মক লক্ষণ ।
বহুত ভাল লাগিল ধন্যবাদ।
Thank You So Much
Moromor jorhat gann Tu Val lagil sai sir ❤
বহুত ধুনীয়া লাগিল।। Love you Jorhat and miss you❤❤😢
যোৰহাট এক আৱেগ❤️ #মৰমৰ_যোৰহাট
❤
বৰ সুন্দৰ❤
Emn val lagil amar moromr jorhat ❤
সছাকৈ ভাল লাগিল শিল্প সকলোলৈকে ধন্যবাদ জনালো 😊
I am from jorhat
সুন্দৰ উপস্থাপন ;বৰ মনোমোহা হৈছে |
Hundor
সুন্দৰ সুন্দৰ...এক বুজাব নোৱাৰা অনুভূতি...❤
Bhal lagil❤
Bohut bohut val lagil ♥️♥️♥️
"মৰমৰ যোৰহাট"ৰ শিল্পী কলা কুশলী সকলোলৈকে অভিনন্দন জনালোঁ ।গীতটিৰ কথা সুৰে মন চুই গল।
Thank You So Much
Bohut val lagil mon sui gol
মৰমৰ যোৰহাট 💜💜💜
সুন্দৰ হৈছে ❤🙏❤
Rahul sir 🔥❤
Wow
Very nice song with picturisation.
সুন্দৰ❤️❤️
এটি সৰ্বাংগ সুন্দৰ গীত…❤
সঁচাকৈ, যোৰহটীয়ান বুলি গৌৰৱ অনুভৱ কৰো। 💓❤💗....
Really nice.💯
সুন্দৰ প্রকাশ ❤
সুন্দৰ I S বাইদেউ আৰু উপায়ুক্ত মহোদয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ।
Our jorhat ❤😊
Moromor jorhat amar gowrob❤🌹♥️
Dhunia hoise video tu 😊👍
Thank You So Much