Historical Contents Destruction and we (BHOJO) Part-II || TEAM Che-Rai-Doi

Поділитися
Вставка
  • Опубліковано 20 січ 2025

КОМЕНТАРІ • 15

  • @biswajitscreation887
    @biswajitscreation887 4 роки тому +1

    এই মহান পদক্ষেপ হাতত লোৱা সন্মানীয় ব্যক্তিসকলৰ শলাগ ল'লোঁ।বহুত ভাল পদক্ষেপ লৈছে।মোৰ বহুত লাগিছে।শলাগ নলৈ নোৱাৰিলোঁ আৰু লগতে যিজনে আনলাইক কৰিছে তেওঁৰ গুণ গাবলৈ মোৰ ভাষাৰে অভাৱ হৈছে। তেওঁৰ বাবে চমুকৈ কৈছোঁ:- "উৎসাহ যদি দিবই নাজানে,নিৰুৎসাহ কৰাৰো অধিকাৰ নাই।"

    • @che-rai-doi--7279
      @che-rai-doi--7279  4 роки тому

      ধন্যবাদ।আশীৰ্বাদ কৰক আৰু যাতে কাম কৰি যাব পাৰো।

  • @sangitasharma5731
    @sangitasharma5731 4 роки тому +1

    Bahut Dhunia hoise, sai val lagile

  • @pritomgogoi4608
    @pritomgogoi4608 4 роки тому +2

    ধুনীয়া পৰিৱেশ

  • @masterofroasters6218
    @masterofroasters6218 4 роки тому +1

    অসমৰ থলগিৰী ৰাইজে এইটোও জানি থব লাগিব যে *কিয় সমাজৰ এক শ্ৰেণীৰ তথাকথিত লোকে অসমৰ ঐতিহ্য সমূহ অসমৰ পৰা লুপ্ত হৈ যোৱাটো মনেপ্ৰাণে কামনা কৰে* আৰু অসমত *উত্তৰ-ভাৰতীয়/সাম্প্ৰদায়িক/গোঢ়া ভাৰতীয় সংস্কৃতি* জাপিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে। সেয়া আজি টেলিভিছন মাধ্যম, চিনেমা-চলচিত্ৰ উদ্যোগ, সামাজিক মাধ্যম, নৃত্য, গীত, পোচাক পাতি, খাদ্যাভাস, ফেছন, আদিত স্পষ্টভাৱে ফুটি উঠিছে। শেষত ইয়াকে কব বিচাৰিছো জুই পুৰি হাত পালেহি। *জাগি যোৱা থলগিৰী জাগি উঠা। জয় আই অসম* ✊

  • @binoytiru5799
    @binoytiru5799 4 роки тому +1

    ❤❤

  • @dirghadutta6314
    @dirghadutta6314 4 роки тому +1

    Hundor

  • @hariprasadboruah1932
    @hariprasadboruah1932 Рік тому

    Right

  • @magicprincessbrishti8799
    @magicprincessbrishti8799 4 роки тому

    সুন্দৰ

  • @goutamborgohain2038
    @goutamborgohain2038 4 роки тому +1

    Val lagel

  • @pikukonwar9048
    @pikukonwar9048 4 роки тому +1

    Apunar Lukor Video bur sai bohut bhal lage logote bohut hikibo paisu. Akha koru j apuna luke ane dore ag badhi jaok aru kunu hohai lagile muk jonabo

    • @pikukonwar9048
      @pikukonwar9048 4 роки тому +1

      Mur contact No- 9706266185

    • @che-rai-doi--7279
      @che-rai-doi--7279  4 роки тому

      ভাল লাগিল আমাক আন্তৰিকতাৰে আঁকোৱালি লোৱাৰ বাবে।আপোনাৰ আশে-পাশে থকা অঞ্চলত যদি প্ৰচাৰবিমুখ,অসংৰক্ষিত অৱস্থাত কিবা ঐতিহাসিক সমল আছে জনাব আমাৰ watsapp numbert।

  • @pradipsaikia6096
    @pradipsaikia6096 Рік тому

    Bohut nojona kotha janilu