- 19
- 116 493
Che-Rai-Doi চে-ৰায়-ডয়
India
Приєднався 6 січ 2020
""Cheraidoi"" i.e. a city glowing on the crest of a mountain.
Che- City
Rai- Glowing
Doi- Hill or mountain
With an eye toward presenting "Cheraidoi" the capital city of "Chao lung Sukafa" and its various historical as well as tourist places , things and at the same time bringing out the life and work of the great persons of this place along with those who have gone...
"""HISTORY RINGS"""
"চেৰাইদয়"অৰ্থাৎ পাহাৰৰ ওপৰত জিলিকি থকা নগৰ।
চে-চহৰ
ৰাই-জিলিকা
দয়-পৰ্বত বা পাহাৰ।
চাওলুং চুকাফাৰ প্ৰতিষ্ঠিত ৰাজধানী চহৰ চৰাইদেউ আৰু ইয়াৰ বিভিন্ন অঞ্চল সমূহ, ঐতিহাসিক সমল,বিভিন্ন পৰ্য্যটন থলী আদি চিনাকি কৰাৰ লগতে এই অঞ্চলৰ প্ৰয়াত তথা জীৱিত মহান ব্যক্তিসকল তথা তেওঁলোকৰ জীৱনশৈলী আদি জনসাধাৰণৰ আগত দাঙি ধৰাৰ প্ৰয়াসেৰে ....।
"ইতিহাসে ৰিঙিয়াই"
Che- City
Rai- Glowing
Doi- Hill or mountain
With an eye toward presenting "Cheraidoi" the capital city of "Chao lung Sukafa" and its various historical as well as tourist places , things and at the same time bringing out the life and work of the great persons of this place along with those who have gone...
"""HISTORY RINGS"""
"চেৰাইদয়"অৰ্থাৎ পাহাৰৰ ওপৰত জিলিকি থকা নগৰ।
চে-চহৰ
ৰাই-জিলিকা
দয়-পৰ্বত বা পাহাৰ।
চাওলুং চুকাফাৰ প্ৰতিষ্ঠিত ৰাজধানী চহৰ চৰাইদেউ আৰু ইয়াৰ বিভিন্ন অঞ্চল সমূহ, ঐতিহাসিক সমল,বিভিন্ন পৰ্য্যটন থলী আদি চিনাকি কৰাৰ লগতে এই অঞ্চলৰ প্ৰয়াত তথা জীৱিত মহান ব্যক্তিসকল তথা তেওঁলোকৰ জীৱনশৈলী আদি জনসাধাৰণৰ আগত দাঙি ধৰাৰ প্ৰয়াসেৰে ....।
"ইতিহাসে ৰিঙিয়াই"
Evergreen Singer Dr. Baikuntha Nath Gogoi
Evergreen Singer Dr. Baikuntha Nath Gogoi
Переглядів: 22 877
Відео
তেজস্বিনী
Переглядів 1 тис.3 роки тому
"তেজস্বিনী"ৰ শীৰ্ষ গীতৰ শিল্পীসকল - জুৰি দেৱী ফুকন, কবিতা গগৈ চাবুকধৰা, মনিষা শৰ্মা বৰুৱা, মধুছন্দা শইকীয়া, ফুলমাই কলিতা, তিলোত্তমা গগৈ বৰগোঁহাই, তৰু ডি বড়া, আৰতি বৰা, মিতালী গগৈ, জয়ন্তী আচাৰ্য, নয়নমণি বৰা, ড° সাগৰিকা ভট্টাচাৰ্য, কামনা ডেকা শইকীয়া, পপী ফুকন, ৰূপালী গগৈ, বিনীতা ফুকন, প্ৰীতিমা চাংমাই, গীতিমণি চাংমাই, বৰ্ণালী আৰন্ধৰা, গীতাঞ্জলী সন্দিকৈ, জুৰি মহন্ত, অশ্বিনী বুঢ়াগোহাঁই, কৰিশ্মা কো...
Chaolung Sukapha চাওলুং চুকাফা(Part-1)
Переглядів 51 тис.4 роки тому
বৃহত্তৰ অসমীয়া জাতি আৰু অসম গঢ়াৰ ক্ষেত্ৰত স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ আছে অনবদ্য অৱদান। ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠ অৰ্থাৎ অসমৰ পবিত্ৰ ভূমিত ভৰি ৰাখিয়েই স্বৰ্গদেউ চাওলুং চ্যুকাফাই পূৰ্বৰে পৰা অসমত বসবাস কৰা বিভিন্ন জাতি-জনজাতিক একত্ৰিত কৰি এখন বৰ অসম আৰু অসমীয়া জাতি গঢ়াৰ প্ৰয়াস কৰিছিল। আহকচোন "স্বৰ্গদেউ চাওলুং ছ্যুকাফা" শীৰ্ষক আমাৰ এই তথ্যচিত্ৰ খনৰ তেওঁৰ বিষয়ে কিছু কথা জানো। ...
A documentary about on Kabita konwar Ambeshwar Chetia Phukan
Переглядів 6184 роки тому
কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন দেৱৰ মৃত্যু দিৱসত তেখেতক স্মৰণ কৰি টিম চে-ৰাই-ডয়ে আপোনালোকৰ মাজলৈ তেখেতৰ জীৱন ভিত্তিক এখনি তথ্যচিত্ৰ আগবঢ়াই দিছোঁ। আশা কৰো সকলোৱে আদৰি ল'ব।
A documentary about on Hemakanta Bosumatary and Charaideo Subdivision
Переглядів 1,2 тис.4 роки тому
চৰাইদেউ মহকুমা গঠনৰ বাবে নিঃস্বাৰ্থ আৰু বলিষ্ঠ অৱদান আগবঢ়াই যোৱা ব্যক্তি জনেই হ'ল "স্বৰ্গীয় হেমকান্ত বসুমতাৰী"। তেওঁৰ ত্যাগ আৰু কষ্টৰ প্ৰতি সন্মান জনাই তেওঁৰ জীৱন ভিত্তিক এখনি তথ্যচিত্ৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আশা কৰো সকলোৱে আঁকোৱালি লব। সম্পূৰ্ণ ভিডিঅ লিংক 👇 ua-cam.com/video/GFS3GY1hSJo/v-deo.html #TeamCheRaiDoi
Che-rai-doi Tingote
Переглядів 2,8 тис.4 роки тому
১৯৮৩ চনৰ ১৫ আগষ্টত চৰাইদেউ মহকুমা গঠনৰ উদ্বোধনী অনুষ্ঠানত পৰিবেশন কৰা উদ্বোধনী গীত টি পুনঃ নতুন ৰূপত সজাই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। গীতটিৰ গীতিকাৰ শ্ৰদ্ধাৰ ডিম্বেশ্বৰ গগৈ দেৱ আৰু সুৰ প্ৰয়াত প্ৰণৱীৰাম বৰুৱা দেৱৰ। নতুন ৰূপত সুৰ সজাইছে শিল্পী তথা সাহিত্যিক বেলা বৰা বাইদেউৱে। #TeamCheRaiDoi
A documentary about on Sonari Town
Переглядів 3,6 тис.4 роки тому
"সোনাৰি নগৰ-তেতিয়া আৰু এতিয়া" নামৰ এই তথ্যচিত্ৰখনিৰ জৰিয়তে সোণাৰি নগৰৰ ঐতিহ্য, শিক্ষা, সাহিত্য, সংস্কৃতি, বাণিজ্য, ক্ৰীড়া আৰু আধ্যাত্মিক ইত্যাদি কেইটামান দিশ সামৰি নিৰ্মাণ কৰা হৈছে। অসমত এই সময়চোৱাত এক ভয়ংকৰ মহামাৰী ক'ৰনাৰ বিৰুদ্ধে যুঁজ দি নিজৰ সেৱা, কৰ্তব্য নিষ্ঠা, দ্বায়িত্ববোধ মনোভাৱৰ পৰিচয় দিয়া প্ৰতিজন কৰ্মচাৰীৰ প্ৰতি সন্মান জনাই আমি টিম চে ৰায় ডয়ে আমাৰ এই তথ্যচিত্ৰখনি চৰাইদেউ জিলা প্ৰশাসন...
A documentary about on Dimbeswar Gogoi
Переглядів 1,1 тис.4 роки тому
A documentary about on Dimbeswar Gogoi
Historical Contents Destruction and we (BHOJO) Part-II || TEAM Che-Rai-Doi
Переглядів 1,2 тис.4 роки тому
"ঐতিহাসিক সমলসমূহৰ ধ্বংসযজ্ঞ আৰু আমি" শীৰ্ষক আমাৰ এই তথ্যচিত্ৰ খনৰ দ্বিতীয় খণ্ডটোৰ জৰিয়তে আৰু বিভিন্ন জনশ্ৰুতি, আলোচনীৰ পৰা সংগ্ৰহ কৰা ঐতিহাসিক লেখাৰ আলম লৈ চৰাইদেউ জিলাৰ ভজো অঞ্চলৰ কিছু অৱহেলিত ঐতিহাসিক সম্পদ এতিয়া কেনে অৱ্স্থাত আছে তাৰে উপস্থাপন কৰিব খুজিছো। অজানিতে হোৱা ভুল-ক্ৰূটীবোৰ ক্ষমা কৰি তথ্যচিত্ৰখন আকোঁৱালি লয় যেন তাৰে আশা কৰিলোঁ। ধন্যবাদেৰে টিম চে-ৰায়-ডয়। ua-cam.com/video/qgr38dvl...
Historical Contents Destruction and we । Team Che-rai-doi
Переглядів 1,2 тис.4 роки тому
Historical Contents Destruction and we । Team Che-rai-doi
Swacha bandhu(চাফাই কৰ্মী)
Переглядів 3044 роки тому
"চাফাই কৰ্মী" যাৰ অবিহনে আমাৰ নগৰৰ সভ্য সমাজৰ স্বচ্ছতা সম্ভৱ নহয়।।চিকিৎসালয়,ট্ৰেইন,বাছ-স্থানৰ শৌচাগাৰ,প্ৰস্ৰাৱগাৰ আদিৰ স্বচ্ছতা বৰ্তাই নিয়াটোৱেই যেন তেওঁলোকৰ মূল কৰ্ম।।তথাপিও তেওঁলোক অৱহেলিত।।তেওঁলোকেও বিচাৰে আমাৰ লগত কান্ধত-কান্ধ মিলাবলৈ।।। আহকচোন তেওঁলোকক দিওঁ বন্ধুত্বৰে ভৰা মৰম আৰু মৰ্য্যদা
Meslow/lundhuwa Pond presevation
Переглядів 1094 роки тому
আংশিকভাৱে থকা এই ঐতিহাসিক পুখুৰীটো অস্তিত্ব ৰবগৈ নে?? Chao lung Sukafa:performer and state builder with a survey of the historical monuments of charaideo sub-division ত উল্লেখথকানুযায়ী সোনাৰি নগৰৰ মাজ-মজিয়াত কালিমন্দিৰৰ প্ৰাঙ্গনত থকা আংশিক ঐতিহাসিক পুখুৰীটো চাওফা চুখাম্ফা তথা খোৰা ৰজাই(১৫৫২-১৬০৩) তেওঁৰ দুগৰাকী পত্নী বৰ মেচলৌ আৰু সৰু মেচলৌৰ সোঁৱৰণত খন্দোৱাইছিল।।ইয়াৰ উপৰিও আমি ব্যক্তিগতভাৱে চৰাইদ...
Ahom Era Maidam(Burial) Sculpture-We take oath not to climb on the maidam(burial)
Переглядів 2,6 тис.4 роки тому
#Ahom_Era_Maidam চৰাইদেউ জিলাৰ শ্ৰীযুত তুলসী নেওগ ডাঙৰীয়া দেৱৰ সহযোগিতা আৰু সংস্কৃতি গৱেষক "চাও লুয়্য জেয়্য" দেৱৰ "আহোম যুগৰ মৈদামৰ স্থাপত্য",শ্ৰীযুত প্ৰবীনচন্দ্ৰ ডেকা দেৱৰ গ্ৰন্থখনিৰ পৰা সহায় লৈ আমি আমাৰ "আহোম যুগৰ মৈদামৰ স্থাপত্য-মৈদামত নুঠাৰ সকল্প লওঁ আহক" নামৰ তথ্যচিত্ৰখন আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছোঁ।।এইক্ষেত্ৰত অজানিতে আমাৰ বহু ভুল হৈ গৈছে যাৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী...
Gadapani & Nape Wangcha(Nape Wangcha Maidam(Burial)- The Eternal evidence of love
Переглядів 2,8 тис.4 роки тому
#Gadapani_nape_Wangcha নাপে ৱাংছা মৈদাম চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ সীমান্তবৰ্তী অঞ্চল কানুবাৰীত অৱস্থিত।।লৰা ৰজাৰ আক্ৰোশৰ বলি হৈ লাঙি গদাপাণি নগা ৰাজ্যত আত্মগোপন কৰি থাকোতে নাপে-ৱাংচাৰ প্ৰেমত পৰিছিল আৰু পাছলৈ বিবাহপাশত আৱদ্ধ হৈছিল বুলি অসম বুৰঞ্জীত উল্লে নাই যদিও অৰুণাচল প্ৰদেশ আৰু এই অঞ্চলৰ লোকসকলৰ মাজত জনশ্ৰুতি আছে।।আৰু নাপে -ৱাংছাৰ মৃত্যুৰ পাছত তেওঁৰ ইচ্ছা অনুযায়ীহে এই অঞ্চ...
Trailer Documentary about on Gitikabi Parbati Prasad Baruah
Переглядів 3454 роки тому
Trailer Documentary about on Gitikabi Parbati Prasad Baruah
A documentary of a Charaideo District Sonari
Переглядів 3,5 тис.4 роки тому
A documentary of a Charaideo District Sonari
তথ্যপূৰ্ণ ভিডিঅ'টিৰ বাবে অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।🎉
মই আহোম হিচাবে গৌৰৱ অনুভৱ কৰো।
🙏
ইউটিউবৰ কিছু ভি.ডি.অ চুকাফাৰ বিৱৰণ সম্পৰ্কে জনা যায় যে, চুকাফাৰ পিতৃ চাও চেঙ নিউৰ এজন পুত্ৰ আছিল । কিছুসংখ্যক লোকে কয়, চাও চেঙ নিউৰ তিনিজন পুত্ৰ আছিল - ছু্জত ফা , ছু্ খাম ফা , ছু কা ফা। আকৌ কিছু সংখ্যকে কয় , চুকাফাৰ নিচায়েকৰ দুজন পুত্ৰ আছিল ছু খাম ফা আৰু চেম লুঙ ফা । এতিয়া কথা হ'ল ছু খাম ফা প্ৰকৃততে চুকাফাৰ নিচায়েকৰ ল'ৰা নে চুকাফাৰ নিজ ভাতৃ ???
Dada aguwai juwa😮😢😮🎉😮🎉😮
Najana kotha bur Jani vl lagile ❤❤
চৰাইদেউবাসী হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ সাপেখাতীৰ পৰা
ভাল লাগিল।
কাহানি ওনি ভাল লাগিল
Bht moja
Nice..🙏🙏
বহুত ভাল লাগিল । শিল্পী গৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছোঁ।
বৰ সুন্দৰ আপুনি সুন্দৰ গালে সুন্দৰ অনুষ্ঠান
তেখেতৰ বিষয়ে জানি বৰ ভাল লাগিল। সোণাৰি ত থাকোঁতে সাংস্কৃতিক সন্ধিয়াত তবলা সংগত কৰাৰ মধুৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে। এই মহান শিল্পীৰ জনে বহুতো সুমধুৰ গীত আমাক দি গৈছে l নব প্ৰজন্মই এই গীত বোৰ চৰ্চা কৰাতো উচিত।
Thank you🙏🙏🙏🙏
Our respectful tribute to this iconic artist. We wish his creations would never go into oblivion.
Absolutely right
Thank you so much for sare this video and greate salute to Devajit Gogoi🙏🙏🙏
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকাত যিদিনাখন প্ৰথম শুনিছিলো , হতবাক হৈছিলো....!!!!!! ইতিমধ্যে জুবিন দাৰ কণ্ঠত শুনিছোঁ কিন্তু এয়া সুৰ মোৰ বাবে চিৰসেউজ,তুলনাবিহীন 🙏🙏🙏🙏🙏
উসসসস! বহু নজনা কথা জানি তেখেতলৈ আৰু বেছি শ্ৰদ্ধা উপজিলে। ধন্যবাদ জনাইছো 🙏
I have regained my early life by enjoying this ever memorable hour .Many many thanks to this programming party ,with heartful salute .
❤❤
আহোম😈🔥
❤❤❤
❤❤❤
❤❤❤
Beautiful voice
✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨✨
Very interesting video ,we must know about our own assam
বৈকুণ্ঠ গগৈৰ কণ্ঠৰ নাজানো মন দোলে ফাগুনৰে বা গীতটি পাৰিলে ইউ টিউবত আপলোড কৰকচোন।
চিৰযুগমীয়া গীত
🙏🙏🙏🙏
Sukafa r nisadeu jnir namtu vlk buji napalu koi dibo nki abr
মই এটা সময়ত সোণাৰিত আছিলোঁ .. দেউতাৰ চাকৰি সূত্ৰে ...আৰু ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিলো । চাৰক পাইছিলো । মোৰ স্বৰ্গগামী দেউতাৰ তেখেত খুব ভাল বন্ধু আছিল। চাৰলৈ সস্ৰদ্ধ প্ৰণিপাত জনালোঁ🙏🙏
সোণাৰি ত স্ৰদ্ধাৰ বিষ্ণু দত্ত, ৰবীন দত্ত,আব্দুল হাননান, সন্ধ্যা কৰ.... তেখেত সকলৰ সৈতে অখিল চক্ৰৱ্তী ৰচিত নাট "আমি স্বপ্নাতুৰ"পৰিবেশন কৰিছেলো । নাটকত বেলা বাইদেউ (বেলা গগৈ) এ মোৰ পেহিদেউৰ চৰিত্ৰ ৰূপায়ন কৰিছিল । মই আছিলোঁ 'নমি 'ৰ চৰিত্ৰত।নাট খনে ভূঁয়সী প্ৰশংসা লাভ কৰিছিল। সেই নাটৰ কলা-বগা ফটো খিনি আজিও সযতনে ৰাখি থৈছোঁ। সেই সোণালী দিন.... সোণালী শৈশৱ ! ... মোৰ প্ৰিয় ঠাই... সোণাৰি🙏🙏
চেনেল টি লৈ ধন্যবাদ 🙏🙏
@@murpriogeetmurpriyogeet196বৰ্নালী বৰদলৈ নেকি??
Bikheck dhoynabut jasiloo,Dr Baikuntha Nath Gogoiloy , gittor habathuri khai Ajee iatkoi ahi palye,
খুউব সুন্দৰ সাক্ষাৎকাৰ, বহু কথা জানিলো আপোনাৰ জৰিয়তে। বহু ধন্যবাদ আপোনালৈ 🙏
অতি সুন্দৰ পদক্ষেপ।আমাৰ মহান উপৰিপুৰুষ গৰাকীক স্মৰণ কৰা বাবে।
namkoron
Nice
অতি সুন্দৰ, মনোগ্ৰাহীকৈ বৰ্ণনা কৰিছে।
ইমান ভাল কাম এটা কৰিছে আপোনালোকে...শলাগ লৈছোঁ
সুন্দৰ সংকল্প লৈছে ৷
Brohmo desh hoi janu.buronji bid xokolr chin tibbot bulihe ullekh korise,etiyao medam mahot chinor luke bhag loi.
Bohut nojona kotha janilu
তেখেতৰ বিষয়ে জানিব পাৰি ভাল লাগিল৷ তেখেতৰ বিষয়ে বহুদিনৰ পৰা জানিবলৈ বিচাৰি আছিলোঁ৷
বৰ সুন্দৰ ভিডিঅ'। প্ৰচাৰবিমুখ শিল্পীজনক ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ বাবে আপোনাক ধন্যবাদ।
খুব ভাল লাগিল অনুষ্ঠানটো 22:56 শুনি ৷শ্ৰদ্ধাৰ বৈকুণ্ঠ নাথ গগৈ দেৱৰ এই চিৰ সেউজ গীতবোৰ সংৰক্ষণ কৰিব লাগে ৷ ফুল ফুলক গীতটি মোৰ বহুত প্ৰিয় ৷ শ্ৰদ্ধাৰ শ্ৰীদেৱজিৎ গগৈ দেৱৰ কন্ঠত গীতবোৰ শুনি বহুত ভাল লাগিল ৷👏
Assamr buranjir ullekhjogya sthan
দেবজিত গগৈ দাদা ক ছাত্ৰাৱস্থাত জে, বি, কলেজত পাইছিলোঁ ৷ তেখেতৰ কণ্ঠত ভূপেন দা ৰ “পৰহি পুৱাতে তুলুঙা নাঁৱতে ৰংমন মাছলে’ গ’ল” শুনি আপ্লুত হৈছিলোঁ ৷ দেবজিত দাদাৰ Contact No. কেনেবাকৈ পাম নে বাৰু ? ❤
প্ৰণাম জনালো
অভিনন্দন জনালো