Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বহুত ভাল কৰিছে আপুনি । সুন্দৰ কৈ কথাবোৰ বুজাই দিছে ...
অনুপ্ৰেৰণা যোগোৱাৰ বাবে ধন্যবাদ।
বহুত কথা জনিলো।।।।thank you
মোৰ ফালৰ পৰাও ধন্যবাদ থাকিল। Channel টো subscribe কৰিব তেতিয়া সকলো বোৰ মোৰ video লগে লগে পাব।
@@borahskitchengarden2487 🎉🎉🎉🎉 reeel
Bohut vl lage..
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ভাল লাগিল
ধন্যবাদ।
বহুত ভাল পৰামৰ্শ দিছিল সকলো সময়তে দি থাকিব্ ।।।
সুন্দৰ।
বহুত বহুত ধন্যবাদ
Very nice
সুন্দৰ ভিডিঅ ❤🎉
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
Verynice
বহুত বহুত ধন্যবাদ।
জানি বৰ ভাল লাগিল ৷
ধন্যবাদ
Bohut val lagey apunar video saleyApunak vogobaney bohut gian budhi disey dada Kindly apunar jugajuk no dibo muk
শ্ৰীমান ৰবাৰ্ট you tube ত নম্বৰ দিয়াটো অসুবিধা আছে। তুমি face book ত Benudhar Borah ৰ নামত message পঠিয়াবা, তেতিয়া দিব পাৰিম। ধন্যবাদ।
Ok Dada Thank you❤❤❤
Nice
ধন্যবাদ।।
🙏🙏🙏
Good nice 🎉🎉🎉❤❤❤assam
Thank you
❤❤❤❤❤❤ so beautiful 💕💕💕💕💕💕 very good very very nice thank you so much beautiful 💕💕💕💕💕💕💕
Thank you.
👍
Ok
🙏🙏
❤❤❤❤❤❤❤
thank u dada
ঘৰতে খাবলৈ হলে এনেকৈ কৰিলেও কোনো কথা নাই মই যিহেতু প্ৰায় ৪ বছৰ ধৰি ব্যবসায়ীক ভাৱে পদিনা খতি কৰি আহিছো কিন্তু চাৰে কৰাতকৈ কিছু পৃথক পদ্ধতিৰে কৰি অাহিছো ।
ভাল কথা। বিভিন্ন পদ্ধতিৰে কৰিব পাৰি। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ
Rod baa borakhun kot Rakhibo lage.jonab.
মুকলি ঠাইতে ৰাখিব পাৰি। কেৱল নেৰা নেপেৰা বৰষুণ দি থাকিলে আতৰাই থ'লে ভাল। সাধাৰণ বৰষুণত নষ্ট নহয়। মনোযোগেৰে চোৱা বাবে বহুত বহুত ধন্যবাদ।
যথেষ্ট লাভবান হলো, অগলৈ পাৰিলে চিৰাল খেতিৰ বিষয়ে জনাৱ।
বহুমূলীয়া মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
খেতি.কৰি মই ও ভাল পাও😊
ভাল কথা। এই বোৰো এটা art.মন্তব্যৰ বাবে ধন্যবাদ।
দাদা টাবত লগাইছো পোকে খায়। পোকে নাখাবলৈ কি দিয়া উচিত। জনাবচোন।
নিম তেল 5ml 1 লিটাৰ পানীৰ লগত মিহলি কৰি সপ্তাহত এবাৰকৈ ছটিয়াই লাগিব। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
@@borahskitchengarden2487 ধন্যবাদ থাকিল।
খেটি বৰ ভাল পাওঁ ভিদিও মই সদায় চাওঁ মোৰো চাব আৰু চাইকাভটো কৰি দিবদেই
ঠিক আছে। Sub.কৰিছো। ধন্যবাদ।
Bohut kotha janebo parelu
Podina jupa vitorot rakhile hob ne bahirot he hob
সকলো ঠাইতে হ'ব।কেৱল শুকাই নোযোৱাকৈ পানী দিব লাগিব। ধন্যবাদ।
❤@@borahskitchengarden2487
ফহিয়াই - ফহিয়াই দৰকাৰী বহুত শিকালে ,ধন্যবাদ বৰা দেউ 🖕
উৎসাহিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ
Eman besi kotha kio koi o.Main main point bur koi sidha kori dekhaleu tu hoi
পৰামৰ্শৰ বাবে ধন্যবাদ। কিন্তু কথাটো হ'ল কিছুমানে details ত কোৱাৰ বাবে অনুৰোধ কৰে। কাৰণ কিছুমানে বহলকৈ ব্যাখ্যা কৰিলেহে বুজি পায়।যা হওক আপুনি মনোযোগেৰে চাই পৰামৰ্শ জনোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@@borahskitchengarden2487 thanks
বহুত ভাল কৰিছে আপুনি । সুন্দৰ কৈ কথাবোৰ বুজাই দিছে ...
অনুপ্ৰেৰণা যোগোৱাৰ বাবে ধন্যবাদ।
বহুত কথা জনিলো।।।।thank you
মোৰ ফালৰ পৰাও ধন্যবাদ থাকিল। Channel টো subscribe কৰিব তেতিয়া সকলো বোৰ মোৰ video লগে লগে পাব।
@@borahskitchengarden2487 🎉🎉🎉🎉 reeel
Bohut vl lage..
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
ভাল লাগিল
ধন্যবাদ।
বহুত ভাল পৰামৰ্শ দিছিল সকলো সময়তে দি থাকিব্ ।
।।
সুন্দৰ।
বহুত বহুত ধন্যবাদ
Very nice
বহুত বহুত ধন্যবাদ
সুন্দৰ ভিডিঅ ❤🎉
মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
Verynice
বহুত বহুত ধন্যবাদ।
জানি বৰ ভাল লাগিল ৷
ধন্যবাদ
Bohut val lagey apunar video saley
Apunak vogobaney bohut gian budhi disey dada
Kindly apunar jugajuk no dibo muk
শ্ৰীমান ৰবাৰ্ট you tube ত নম্বৰ দিয়াটো অসুবিধা আছে। তুমি face book ত Benudhar Borah ৰ নামত message পঠিয়াবা, তেতিয়া দিব পাৰিম। ধন্যবাদ।
Ok
Dada
Thank you❤❤❤
Nice
ধন্যবাদ।
।
🙏🙏🙏
ধন্যবাদ
Good nice 🎉🎉🎉❤❤❤assam
Thank you
❤❤❤❤❤❤ so beautiful 💕💕💕💕💕💕 very good very very nice thank you so much beautiful 💕💕💕💕💕💕💕
Thank you.
👍
Ok
Thank you
🙏🙏
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ।
❤❤❤❤❤❤❤
thank u dada
ধন্যবাদ
ঘৰতে খাবলৈ হলে এনেকৈ কৰিলেও কোনো কথা নাই মই যিহেতু প্ৰায় ৪ বছৰ ধৰি ব্যবসায়ীক ভাৱে পদিনা খতি কৰি আহিছো কিন্তু চাৰে কৰাতকৈ কিছু পৃথক পদ্ধতিৰে কৰি অাহিছো ।
ভাল কথা। বিভিন্ন পদ্ধতিৰে কৰিব পাৰি। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ
Rod baa borakhun kot Rakhibo lage.jonab.
মুকলি ঠাইতে ৰাখিব পাৰি। কেৱল নেৰা নেপেৰা বৰষুণ দি থাকিলে আতৰাই থ'লে ভাল। সাধাৰণ বৰষুণত নষ্ট নহয়। মনোযোগেৰে চোৱা বাবে বহুত বহুত ধন্যবাদ।
যথেষ্ট লাভবান হলো, অগলৈ পাৰিলে চিৰাল খেতিৰ বিষয়ে জনাৱ।
বহুমূলীয়া মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
খেতি.কৰি মই ও ভাল পাও😊
ভাল কথা। এই বোৰো এটা art.মন্তব্যৰ বাবে ধন্যবাদ।
দাদা টাবত লগাইছো পোকে খায়। পোকে নাখাবলৈ কি দিয়া উচিত। জনাবচোন।
নিম তেল 5ml 1 লিটাৰ পানীৰ লগত মিহলি কৰি সপ্তাহত এবাৰকৈ ছটিয়াই লাগিব। মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।
@@borahskitchengarden2487 ধন্যবাদ থাকিল।
খেটি বৰ ভাল পাওঁ ভিদিও মই সদায় চাওঁ মোৰো চাব আৰু চাইকাভটো কৰি দিবদেই
ঠিক আছে। Sub.কৰিছো। ধন্যবাদ।
Bohut kotha janebo parelu
ধন্যবাদ
Podina jupa vitorot rakhile hob ne bahirot he hob
সকলো ঠাইতে হ'ব।কেৱল শুকাই নোযোৱাকৈ পানী দিব লাগিব। ধন্যবাদ।
❤@@borahskitchengarden2487
ফহিয়াই - ফহিয়াই দৰকাৰী বহুত শিকালে ,
ধন্যবাদ বৰা দেউ 🖕
উৎসাহিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ
Eman besi kotha kio koi o.
Main main point bur koi sidha kori dekhaleu tu hoi